ড০ হীৰেন গোহাঁইৰ আত্মকথা তৃতীয় খণ্ড || মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘আত্মকথা’

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ก.ค. 2024
  • ছাত্র অৱস্থাত কেনেকুৱা আছিল ড০ হীৰেন গোহাঁই?
    দুষ্ট, অঘাইতং, অবাধ্য, ঠাণ্ডা-মুণ্ডা নে অতি তীখৰ?
    লতাশিল প্রাথমিক বিদ্যালয়ৰ কি কথা মনত আছে ড০ গোহাঁইৰ?
    কটন কলেজিয়েটত পঢ়াৰ সময়ত সতীৰ্থ আৰু শিক্ষক কেনেকুৱা আছিল?
    প্রেছিডেন্সী কলেজত কি অন্যায়ৰ বলি হৈছিল ড০ গোহাঁই?
    কলিকতাত ড০ গোহাঁই অসমীয়া-বাঙালীৰ সংঘাতৰ বলি হৈছিল নেকি?
    দিল্লী বিশ্ববিদ্যালয়ত কোন শিক্ষাগুৰুক উভতি ধৰিছিল ড০ গোহাঁয়ে?
    ড০ হীৰেন গোহাঁইৰ জীৱনৰ প্রথম প্রেমিকা কোন?
    ছাত্র জীৱনত কিমানবাৰ প্রেমত পৰিছিল ড০ গোহাঁই?
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ড০ হীৰেন গোহাঁইৰ ‘আত্মকথা’....তৃতীয় খণ্ড
    #pratidintime #nitumonisaikia #atmakatha #hirengohain

ความคิดเห็น • 9

  • @jinumoniduarah7243
    @jinumoniduarah7243 5 วันที่ผ่านมา

    অশেষ ধন্যবাদ, চতুৰ্থ খণ্ডলৈ আশাৰে বাট চাইছো
    আন্তৰিক শ্রদ্ধা জনাইছো🙏🙏🙏

  • @pranitaroybhuyan6186
    @pranitaroybhuyan6186 5 วันที่ผ่านมา

    পিছৰ খণ্ড সোনকালে দিব। প্ৰতিদিন টাইমৰ শ্ৰেষ্ঠ অনুষ্ঠান।

  • @dr.prabalsaikia3210
    @dr.prabalsaikia3210 8 วันที่ผ่านมา

    I appreciate the initiative of Nitumoni Saikia@pratidintime, this will be a valuable archive in days to come

  • @Rishavborah-
    @Rishavborah- 7 วันที่ผ่านมา

    Nitumoni sir best journalist

  • @user-ml5qu6ld1w
    @user-ml5qu6ld1w 8 วันที่ผ่านมา

    Nitumoni is a secular journalist

  • @amritpritam3493
    @amritpritam3493 7 วันที่ผ่านมา

    Video buror sound naai

  • @bhaskarnath1524
    @bhaskarnath1524 8 วันที่ผ่านมา

    চাৰ আপোনাৰ জন্ম মানে গাঁৱত নহয়. ... চহৰত

    • @Sumidharpadi936
      @Sumidharpadi936 4 วันที่ผ่านมา

      Prokakh bhongi protek ore beleg beleg hoi. Tekhet hosa kotha prokakh korise. So Dr Hiren gohain is the best. Love from Lakhimpur