অজামিলোপাখ্যান (তত্ব ব্যাখ্যা) অজামিলে কেৱল "নাৰায়ণৰ" নাম লৈয়ে উদ্ধাৰ হৈছিল নে ?

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 มิ.ย. 2024
  • অজামিলোপাখ্যান (তত্ব ব্যাখ্যা) অজামিলে কেৱল "নাৰায়ণৰ" নাম লৈয়ে উদ্ধাৰ হৈছিল নে ?

ความคิดเห็น • 138

  • @pratibhakalita5335
    @pratibhakalita5335 13 วันที่ผ่านมา +1

    বহুত বহুত ধন্যবাদ ভাল লাগিল জয় শ্ৰী কৃষ্ণ

    • @sriborah
      @sriborah  13 วันที่ผ่านมา

      আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ।
      কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏

  • @user-xh5wm9qx5w
    @user-xh5wm9qx5w 12 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 ভাল উপস্থাপন কৰিছে বাপ 🙏🌻 জয় শ্ৰী ৰাম কৃষ্ণ হৰি নাৰায়ণ 🙏🌹♥️⭐🌻♥️🌾🌺🌷🪷

    • @sriborah
      @sriborah  12 วันที่ผ่านมา

      আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @tutumonibordoloi8513
    @tutumonibordoloi8513 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ‌ বাপ বৰ ভাল লাগিল । আগলৈ আৰু আশা কৰিলো ।

    • @sriborah
      @sriborah  หลายเดือนก่อน

      ধন্যবাদ বাপ ঈশ্বৰ। নিশ্চয় প্ৰয়াস কৰিম। কৃষ্ণ 🙏

  • @dinanathborah3840
    @dinanathborah3840 หลายเดือนก่อน +2

    Bahut bhal lagil,
    Sir.

    • @sriborah
      @sriborah  หลายเดือนก่อน

      ধন্যবাদ

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq หลายเดือนก่อน +3

    জয় শ্ৰিকৃষ্ণ

  • @Lipibora
    @Lipibora หลายเดือนก่อน +2

    Agor video dore ai video tur pora bobut kotha xikulu. Thank you so much

    • @sriborah
      @sriborah  หลายเดือนก่อน

      ধন্যবাদ 🙏। আপোনালোকৰ সহযোগে আমাক উৎসাহিত কৰে

  • @anjalibaruah7669
    @anjalibaruah7669 หลายเดือนก่อน +3

    🙏🙏

  • @anilthakuria347
    @anilthakuria347 หลายเดือนก่อน +2

    Bht vl lagilay suni...krishna

    • @sriborah
      @sriborah  หลายเดือนก่อน

      ধন্যবাদ 🙏, কৃষ্ণ 🙏

  • @mahanpuja7915
    @mahanpuja7915 หลายเดือนก่อน +2

    Bahut bahut dhanyawad, Krishna Krishna Krishna Krishna bap.

    • @sriborah
      @sriborah  หลายเดือนก่อน

      কৃষ্ণ‌ বাপ। ধন্যবাদ 🙏

  • @BinapaniBharali
    @BinapaniBharali หลายเดือนก่อน +2

    ধন্যবাদ কথাবোৰ জানি ভাল লাগিল

    • @sriborah
      @sriborah  หลายเดือนก่อน

      ধন্যবাদ 🙏

  • @nitumoninath5336
    @nitumoninath5336 หลายเดือนก่อน +2

    বহুত ভাল লাগিছে বাপ নজনা কথা শিকিলোঁ আৰু এনেকুৱা vdo দিবো বুলি আশা কৰিলোঁ।

    • @sriborah
      @sriborah  หลายเดือนก่อน

      ধন্যবাদ বাপ ঈশ্বৰ 🙏।
      আপোনালোকৰ আশীৰ্বাদত চেষ্টা কৰিম

  • @updeshmala2737
    @updeshmala2737 หลายเดือนก่อน +3

    আপোনা সবে সকলোৱে নাৰায়ণৰ নাম ৰাখি লব।

    • @sriborah
      @sriborah  หลายเดือนก่อน +1

      "নাৰায়ণ " নামৰ লগত আপোনাৰ অসুবিধা কিহৰ মানে...? আপুনি বৈষ্ণৱ নহয় মানি লৈছোঁ., কিন্তু......
      আপুনি নিজৰ পিতৃ পৰিচয় দিবলৈ বেয়া কিয় পাই.....?

    • @Paulbasumatariy
      @Paulbasumatariy 20 วันที่ผ่านมา +1

      আপুনি কৈছে যেতিয়া নিশ্চয় ৰাখিব দিয়ক ।

    • @nirjurajgogoi319
      @nirjurajgogoi319 19 วันที่ผ่านมา

      @@sriborah কিছুমান লোকে নাৰায়ণৰ নামটো শুনিলেই হিৰন্য়কশিপুৰ দৰে জ্বলি-পকি উঠে। আচলতে মাতৃ গৰ্ভত স্হিতি লাভ কৰাৰ সময়টো সঠিক নহ'লে হিৰণ্যকশিপুৰ দৰে নাৰায়ণ বিৰোধি সন্তানেই জন্ম হয়। দোষটো পিতৃ মাতৃৰহে । সেইবাবে কলিযুগত নাৰায়ণ বিৰোধি লোক ৰ সঙ্খয়া বেছি।

    • @nirjurajgogoi319
      @nirjurajgogoi319 18 วันที่ผ่านมา

      @@updeshmala2737 ooooo খতম ।

  • @user-kk8fy1dm4h
    @user-kk8fy1dm4h 20 วันที่ผ่านมา +1

    বহুত ভাল লাগিছে ।ণাৰায়ন ণাৰায়ন

    • @sriborah
      @sriborah  19 วันที่ผ่านมา

      কৃষ্ণ কৃষ্ণ 🙏🙏 ধন্যবাদ

  • @devinjli186
    @devinjli186 17 วันที่ผ่านมา +1

    অতি সুন্দৰ ব্যাখ্যা

    • @sriborah
      @sriborah  17 วันที่ผ่านมา

      আন্তৰিকতাৰে ধন্যবাদ জনালো। কৃষ্ণ 🙏☺️

  • @munmikachari6189
    @munmikachari6189 22 วันที่ผ่านมา +1

    Krishna Krishna bapbohut val lagil. ❤❤🎉🎉

    • @sriborah
      @sriborah  21 วันที่ผ่านมา

      কৃষ্ণ কৃষ্ণ 🙏 ধন্যবাদ থাকিল আপোনাৰ মন্তব্যৰ বাবে।

  • @Sunilborah-zz6ut
    @Sunilborah-zz6ut หลายเดือนก่อน +3

    Sundor bap🙏

    • @sriborah
      @sriborah  หลายเดือนก่อน +1

      ধন্যবাদ বাপ

  • @munindraborgohain6054
    @munindraborgohain6054 20 วันที่ผ่านมา +1

    Krishna..Eman.val.lagil.lgate.duta.haleu.buji.palu.🙏🏻🙏🏻🙏🏻🙏🏻

    • @sriborah
      @sriborah  20 วันที่ผ่านมา

      আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ। কৃষ্ণ কৃষ্ণ 🙏🙏☺️

  • @jibonkakoti5293
    @jibonkakoti5293 22 วันที่ผ่านมา

    Eman dhuniya kotha shuni val lagil bap krishna majulir pora apunak shuya dhrilu

    • @sriborah
      @sriborah  22 วันที่ผ่านมา

      আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ, কৃষ্ণ কৃষ্ণ 🙏🙏

  • @abhiraj0707
    @abhiraj0707 หลายเดือนก่อน +3

    Axomiya chapter khini pohabo sun sir

    • @sriborah
      @sriborah  หลายเดือนก่อน +1

      Ok..ok..😃😃

  • @sanskritaboro239
    @sanskritaboro239 29 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ বাপজনাক সেৱা জনাইছো।অজামিল আখ্যানটোৰ তত্ব কথাখিনি জানি ধন্য হলো ।জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ ।

    • @sriborah
      @sriborah  29 วันที่ผ่านมา

      কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
      আন্তৰিকতাৰে ধন্যবাদ জনালো।🙏

  • @Ag12343
    @Ag12343 หลายเดือนก่อน +2

    Sir

  • @imakevdo5799
    @imakevdo5799 หลายเดือนก่อน +2

    Bohiya sir ❤

    • @sriborah
      @sriborah  หลายเดือนก่อน +1

      ধন্যবাদ ☺️

  • @soonmonikalita5832
    @soonmonikalita5832 หลายเดือนก่อน +2

    Vl lgil sir ❤apunar student huwatu mur Good luck sir 🚩

    • @sriborah
      @sriborah  หลายเดือนก่อน

      Thank you

  • @m.r..koushikborkataki9859
    @m.r..koushikborkataki9859 หลายเดือนก่อน +2

    Krishna 🙏🏻 ❤

    • @sriborah
      @sriborah  หลายเดือนก่อน

      কৃষ্ণ 🙏

  • @sironathtaye4626
    @sironathtaye4626 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

    • @sriborah
      @sriborah  หลายเดือนก่อน +1

      কৃষ্ণ 🙏

  • @jiyashribora7697
    @jiyashribora7697 หลายเดือนก่อน +2

    সুন্দৰ ছাৰ

    • @sriborah
      @sriborah  หลายเดือนก่อน

      ধন্যবাদ 🙏

  • @kumudinisaikia1979
    @kumudinisaikia1979 29 วันที่ผ่านมา +1

    কৃষ্ণ 🙏 ভাল লাগিল সেৱা জনাইছো 🙏🙏🙏

    • @sriborah
      @sriborah  29 วันที่ผ่านมา

      কৃষ্ণ 🙏 ধন্যবাদ 🙏

  • @krishnagogoi1657
    @krishnagogoi1657 21 วันที่ผ่านมา +1

    নমস্কাৰ নকৈ কৃষ্ণ বুলি কলে বহুত ভাল লাগিল হয় |

    • @sriborah
      @sriborah  21 วันที่ผ่านมา

      কৃষ্ণ 🙏
      নিশ্চয় প্ৰয়াস কৰিম। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏

  • @dulbormanta4407
    @dulbormanta4407 20 วันที่ผ่านมา +1

    ভ্গবন্ত এনে অন্ত জমি হয় বুলি আমি সকলোৱে জানো কিন্তু তেনে সেত্ৰ প্ৰভু ভাগবন্ত য়ে কিয় বিষ্ণু দূত পঠাইছিল পাপি জনক আনিবলৈ ? এই প্ৰশ্নটো কৰাৰ বাবে 🙏মোৰ ভূলহালে ক্ষমা কৰিব ।🙏🙏🙏🙏🙏

    • @sriborah
      @sriborah  20 วันที่ผ่านมา

      প্ৰশ্নত ভুল ধৰা ক্ষমতা আমাৰ নাই বাপ।🙏🙏 শাস্ত্ৰ মতে ঈশ্বৰৰ নাম শুনি বিষ্ণু দূত নিজে আহিছিল। তদূপৰি যিহেতু পূৰ্ব সঞ্চিত পূৰ্ণ্যৰ বাবে নাৰায়ণ নাম প্ৰকাশ হৈছিল, সেয়েহে নাম আৰু সৎ কৰ্মৰ মহত্বৰ বাবেই তেনে ঘটিছিল। কৃষ্ণ কৃষ্ণ 🙏

  • @ramcharandeka9143
    @ramcharandeka9143 29 วันที่ผ่านมา +2

    Om namah Bhagawate Basudevayah !

    • @sriborah
      @sriborah  29 วันที่ผ่านมา

      কৃষ্ণ 🙏

  • @durlavtalukdar9291
    @durlavtalukdar9291 วันที่ผ่านมา +1

    Krishnai Mangal karak with sewa namaste 🙏

  • @Ag12343
    @Ag12343 หลายเดือนก่อน +2

    Class 8 r axomiya chapter pohabo sun

    • @sriborah
      @sriborah  หลายเดือนก่อน

      Ok..ok ☺️

  • @Afkspottted
    @Afkspottted หลายเดือนก่อน +2

    Sir Assamese class 8 ch explaination dibo sun

    • @sriborah
      @sriborah  หลายเดือนก่อน

      Ok..ok...

  • @AnilTantibhagawat
    @AnilTantibhagawat 20 วันที่ผ่านมา +1

    কৃষ্ণ প্ৰভু ভগৱন্তই

    • @AnilTantibhagawat
      @AnilTantibhagawat 20 วันที่ผ่านมา +1

      আপোনাক কুশলে ৰাখক কৃষ্ণ কৃষ্ণ

    • @sriborah
      @sriborah  20 วันที่ผ่านมา

      আশীৰ্বাদৰ বাবে ধন্যবাদ অনিল বাপ প্ৰভূ 🙏। সোনকালে আকৌ দৰ্শন লাভৰ অভিলাস ৰাখিলোঁ। কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏🙏

  • @dibyojoytiart6969
    @dibyojoytiart6969 หลายเดือนก่อน +2

    কৃষ্ণ

    • @sriborah
      @sriborah  หลายเดือนก่อน

      কৃষ্ণ

  • @mridulraidihigia1818
    @mridulraidihigia1818 หลายเดือนก่อน +2

    Kahini buli nakoba hosa honatan kotha Krishna probhu

    • @sriborah
      @sriborah  หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ 🙏

  • @NirodchBaruah
    @NirodchBaruah 24 วันที่ผ่านมา +1

    Krishna Krishna Hari Ram.

    • @sriborah
      @sriborah  24 วันที่ผ่านมา

      কৃষ্ণ কৃষ্ণ 🙏

  • @nirjurajgogoi319
    @nirjurajgogoi319 19 วันที่ผ่านมา +1

    আমিও নিজৰ নিজৰ পুত্ৰ কণ্য়াইৰ নামো ভগবানৰ যিকোনো এটা নামেৰে ৰাখিব লাগে বুলি ভাবোঁ। তেতিয়া আমিও তৰিব পাৰিম বুলি ভাবোঁ। কৃষ্ণ।

    • @sriborah
      @sriborah  19 วันที่ผ่านมา +1

      নিশ্চয়, সুভ চিন্তা এভাগ প্ৰকাশ কৰিছে। আমিও‌ সহ মত ব্যক্ত কৰিছোঁ। কৃষ্ণ কৃষ্ণ 🙏🙏

  • @jogneswarnowhalia2400
    @jogneswarnowhalia2400 22 วันที่ผ่านมา

    So sweet and right.

    • @sriborah
      @sriborah  22 วันที่ผ่านมา

      ধন্যবাদ 🙏 কৃষ্ণ

  • @mrinmoybora5520
    @mrinmoybora5520 หลายเดือนก่อน +2

    Krishna Krishna bap

    • @sriborah
      @sriborah  หลายเดือนก่อน

      কৃষ্ণ মোৰ পৰম মিত্ৰ বাপজনা 🙏😃

  • @saratmedhi3923
    @saratmedhi3923 21 วันที่ผ่านมา +1

    কৃষ্ণ 🙏

    • @sriborah
      @sriborah  21 วันที่ผ่านมา

      কৃষ্ণ 🙏

  • @smritirekhaborah9936
    @smritirekhaborah9936 หลายเดือนก่อน +2

    অজামিলৰ পূ্ৰ্ব জন্মৰ কথা কব বুলিহে বুজিছিলো

    • @sriborah
      @sriborah  หลายเดือนก่อน

      পাছৰ video মাধ্যমেৰে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম।

    • @rambhabora1311
      @rambhabora1311 15 วันที่ผ่านมา

      🎉😊so​❤@@sriborah

  • @JintuMedhi-vb3hj
    @JintuMedhi-vb3hj 18 วันที่ผ่านมา

    Kouty kouty dandavat pranam o namaskar
    Hoy teoaei mahaan jagatar ishwar Jai Shri Krishna
    Hoy prabhu apuniyei mahaan jagatar ishwar Jai Shri Krishna

    • @sriborah
      @sriborah  18 วันที่ผ่านมา

      কৃষ্ণ কৃষ্ণ 🙏🙏🙏
      আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏🙏☺️

  • @rabinchandrabhuyan4246
    @rabinchandrabhuyan4246 16 วันที่ผ่านมา

    ৱাও ! হুইল চেয়াৰত বহি লৈ সমস্ত ভকতৰ আগত ভাগৱত ব্যাখ্যা !!
    কৃষ্ণ কৃষ্ণ ।

    • @sriborah
      @sriborah  15 วันที่ผ่านมา

      অপৰাধ ক্ষমিব বাপ। কৃষ্ণ কৃষ্ণ 🙏🙏☺️

  • @bulukantadutta8912
    @bulukantadutta8912 27 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ বৰ ভাল লাগিল আগলৈ আশাৰে বাটচালো।🙏🏻

    • @sriborah
      @sriborah  27 วันที่ผ่านมา

      ধন্যবাদ 🙏। আপোনালোকৰ আশীৰ্বাদত চেষ্টা কৰিম। কৃষ্ণ 🙏

  • @user-lh8kc9gj8h
    @user-lh8kc9gj8h หลายเดือนก่อน +2

    চাৰিকুৰি আঠ চৌৰাশী নহয় বাপজন কৃষ্ণ

    • @sriborah
      @sriborah  หลายเดือนก่อน

      হয় হয়, ক‌ওতে ভুল হৈ গ'ল বাপ।
      অপৰাধ ক্ষমিব।
      কৃষ্ণ কৃষ্ণ 🙏🙏☺️

  • @SankarNath-mv9jh
    @SankarNath-mv9jh 29 วันที่ผ่านมา +1

    KRISHNA,KRISHNA. PABITRA,BAHUDINAR MORAT TOMAK U, TUBET DEKHA PALO. TOMAR PHON NEMBARTO DIBASON.MOI SANKAR DA.BHAL LAGISEA.DHONIYA BYAKHA KARISA.ISSHAREA MANGAL KARAK.GOBINDRA.

    • @sriborah
      @sriborah  29 วันที่ผ่านมา

      বহু ধন্যবাদ আপোনাৰ আশীৰ্বাদৰ বাবে 🙏
      শঙ্কৰ নামৰ ভাল চিনাকি মোৰ কেইবাজনো লোক আছে। আপুনি কোন ঠাইৰ হয় বাৰু। বেয়া নাপালে ক'ব নেকি... তেতিয়া চিনি পাবলৈ সুবিধা হ'ব।

  • @giripathak8333
    @giripathak8333 29 วันที่ผ่านมา +2

    Krishna

    • @sriborah
      @sriborah  29 วันที่ผ่านมา

      কৃষ্ণ 🙏

  • @user-qw1hp8fe7d
    @user-qw1hp8fe7d 23 วันที่ผ่านมา

    বহুত ভাল লাগিল কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤

    • @sriborah
      @sriborah  23 วันที่ผ่านมา

      ধন্যবাদ 🙏 কৃষ্ণ, কৃষ্ণ 🙏

  • @mrinalgogoi9795
    @mrinalgogoi9795 28 วันที่ผ่านมา

    কৃষ্ণ,অজামিলৰ উপাখ্যান, অধ্যায়তিৰ সাৰগৰ্ভ কথাখিনি শুনি মোৰ লগতে আৰু দহজন কৃতাৰ্থ হব,,,,,,,কৃষ্ণ।মৃণাল। যোৰহাট

    • @sriborah
      @sriborah  28 วันที่ผ่านมา

      ধন্যবাদ বাপ ঈশ্বৰ 🙏

  • @chandramalakar6177
    @chandramalakar6177 หลายเดือนก่อน +2

    Sundar bakhya baap .

    • @sriborah
      @sriborah  หลายเดือนก่อน

      ধন্যবাদ বাপ ঈশ্বৰ 🙏 কৃষ্ণ

  • @bhabenkalita8737
    @bhabenkalita8737 หลายเดือนก่อน +2

    Bap val lagil apunar ghar kot phone number to dibasun

    • @sriborah
      @sriborah  หลายเดือนก่อน

      ধন্যবাদ বাপ 🙏
      নগাঁও
      6001568867

    • @bhabenkalita8737
      @bhabenkalita8737 หลายเดือนก่อน

      @@sriborah thanks

  • @rebasaikia7452
    @rebasaikia7452 23 วันที่ผ่านมา +1

    অজামীলে পুত্ৰ নাৰায়নক মাতোতে আপোনাৰ দৰে চকী এখনত বহি আছিলনে কি ‍?

    • @sriborah
      @sriborah  22 วันที่ผ่านมา

      আপোনাৰ দৃষ্টি কেৱল মোৰ চকিখনতে সিমাবদ্ধ থাকিল যে, তাৰ বাবে ধন্যবাদ প্ৰভূ ঈশ্বৰ, কৃষ্ণ 🙏

    • @Paulbasumatariy
      @Paulbasumatariy 20 วันที่ผ่านมา

      😂

  • @bharatikalita898
    @bharatikalita898 24 วันที่ผ่านมา

    Krishna krishna hari ram

    • @sriborah
      @sriborah  24 วันที่ผ่านมา +1

      কৃষ্ণ কৃষ্ণ 🙏

  • @PadmaHazarika-zp5ho
    @PadmaHazarika-zp5ho 27 วันที่ผ่านมา

    🙏krisna baap.apuni diggagibi haok . Krishna

    • @sriborah
      @sriborah  27 วันที่ผ่านมา

      কৃষ্ণ 🙏 আপোনাৰ আশীৰ্বাদৰ বাবে কৃতজ্ঞ হ'লো প্ৰভূ। ধন্যবাদ 🙏☺️

  • @alokpinki777
    @alokpinki777 20 วันที่ผ่านมา +1

    84 nahoy 88 habo. Sari kuri aath

    • @sriborah
      @sriborah  20 วันที่ผ่านมา

      হয় হয়। প্ৰকাশ কৰোতে ভুল হৈ গ'ল। অপৰাধ ক্ষমিব 😀😀🙏🙏🙏 কৃষ্ণ।

    • @alokpinki777
      @alokpinki777 20 วันที่ผ่านมา

      Eku nai ketiaba hoi jai. Apunar pora bahutu gyan paisu dhanyvad. Krishna 🙏

    • @sriborah
      @sriborah  14 วันที่ผ่านมา

      ​@@alokpinki777আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 หลายเดือนก่อน +9

    বহুত ভাল লাগিল, কৃষ্ণ 🙏

    • @sriborah
      @sriborah  หลายเดือนก่อน +3

      ধন্যবাদ বাপ ঈশ্বৰ 🙏 কৃষ্ণ

  • @vikramborgohain1910
    @vikramborgohain1910 23 วันที่ผ่านมา

    কি শুনাইছে,, বস্তাব জীৱনৰ লগত একো কথাতে মিল নাই,,,, THE SUN RISES IN THE EAST,,,, বাস্তৱত সূয্য একে ঠাইতে থাকে,,কোনোবা মহাপুৰুষে আজিলৈকে কৈছে সুযৌ একে ঠাইতে থাকে আমি ভুল,,,প্ৰকিততে সূয্য লৰ চৰ নহয়,,,,,,,

    • @sriborah
      @sriborah  23 วันที่ผ่านมา

      বাস্তৱত দৃষ্টিগোচৰ নোহোৱা অজস্ৰ বস্তুৰে সৈতে জীৱন আৰু দৰ্শনৰ লগত জড়িত হৈ আছে। দৃশ্যমান নহ'লেই যে তাৰ অস্তিত্ব নাই, তেনে হ'ব নোৱাৰে বাপ। কৃষ্ণ 🙏 যিখিনি কথা পূৰাণ, শাস্ত্ৰ আদিত প্ৰকাশ আছে, সেইসমূহ বিষয়হে ব্যাখ্যা কৰা হৈছে। আপোনাৰ যান্ত্ৰিক বাস্তৱৰ ব্যস্ততাৰ মাজতো সময় অলপ খৰচ কৰি সেই সমূহ শাস্ত্ৰ অধ্যয়ন কৰিব বুলি আশা ৰাখিলোঁ বাপ, কৃষ্ণ 🙏

    • @vikramborgohain1910
      @vikramborgohain1910 22 วันที่ผ่านมา

      @@sriborah( NATURE IS GOD,, GOD IS NATURE,, এইটোৱে চিৰ সত্য). মানুহে নিজৰ স্বাৰ্থৰ কাৰণে সমগ্ৰ পিথিবীত কিমান ভগৱান, কিমান ভুত, দেবতা,আত্মা, প্ৰৰমআত্মা,, বনালে মানুহে নিজেই নাজানে,,, আৰু সকলোতকৈ ডাঙৰ কথা,,, মানুহে বনোৱা ভগমান বিলাকৰ power একোতা, একোতা ঠাই ভেদে বেলেগ, বেলেগ,,, সমগ্ৰ পৃথিৱীত নানা ভগৱানৰ, নানা মত,,,,,,,,,

    • @sriborah
      @sriborah  22 วันที่ผ่านมา

      ​​@@vikramborgohain1910আপোনাৰ এই মন্তব্যৰ পৰা এভাগ কথা জ্ঞাত হ'লো যে, আপুনি যুগ সৃষ্টি আগতেও হয়তো এই পৃথিৱীত আছিল। যাৰ বাবে ঈশ্বৰ বা ভগৱানক মানুহে নিজ স্বাৰ্থৰ কাৰনে কিয় সৃষ্টি কৰিলে, সেই কথা সমূহ আপোনাৰ জ্ঞাত। তদুপৰি আপোনাৰ দেহত সুমাই থকা জীৱ বা আত্মা (আপোনাৰ ভাষাত হয়তো বেলেগ হ'ব) বুলা সেই অদৃশ্য শক্তি (আপোনাৰ ভাষাত হয়তো supreme power) আপোনাৰ নিজৰ মতে চলে নে বাৰু...? আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ জনালো ঈশ্বৰ 🙏🙏

    • @vikramborgohain1910
      @vikramborgohain1910 22 วันที่ผ่านมา

      @@sriborah আত্মা, পৰমাত্মা, ভুত, ভগৱান বুলা কোনো বস্তু সত্য নহয়,,,, supreme power এইটো আপোনালোকে দিয়া নাম,,, আপোনলোকৰ মতে চলিলে,, ডাক্তৰ, scientist, mazicciyan সকলোকে ভগৱান বুলি মানিব লাগিব,,, মোৰ জীবনত এটা কথাই বুজি পালোঁ,, NATURE IS GOD, GOD IS NATURE ইয়াতকৈ আৰু চিৰ সত্য একো নাই,,

    • @sriborah
      @sriborah  22 วันที่ผ่านมา

      ​@@vikramborgohain1910আপুনি ভবা-নভবা, মানা-নামানা ক লৈ সত্যৰ পৰিবৰ্তন নহয়। অদৃশ্য হ'লেই অস্তিত্ব নথকাক নুবুজাই ঈশ্বৰ 🙏, কেৱল সেই অস্তিত্বক বিশ্বাস কৰা যায় আৰু মানি লোৱা যায়। বায়ু নহ'লে আপুনি অক্সিজেন ল'ব নোৱাৰে, অৰ্থাৎ আপুনি জীয়াইযে থাকিব নোৱাৰে। কিন্তু আপোনাৰ বাহ্যিক দৃষ্টিৰে কেতিয়াবা দেখা পাইছে জানো..…?
      আপুনি কৈছে যে, জীৱ, আত্মা, পৰমাত্মা বুলি তেনে একো শক্তি নাই। তেন্তে আপুনি জীৱাই কেনেকৈ আছে...? আপুনি জড় পদাৰ্থ হে হ'ব লাগিছিল ! আপুনি যি শক্তিৰ বাবে জীৱাই আছে, সেই শক্তিক মানি নোলোৱা মানে, আপুনি আপোনাৰ পিতৃ ক মানি নোলোৱা তুল্য হৈছে। আপোনাৰ কথা মতে, আপুনি আপোনাৰ পিতৃৰ পৰা জন্ম হোৱা নাই।

  • @legendff4485
    @legendff4485 23 วันที่ผ่านมา

    স্বৰ্গনো কি

    • @sriborah
      @sriborah  23 วันที่ผ่านมา

      সন্ধান উলিয়াব পাৰিলে পৃথিৱীতে স্বৰ্গ আছে, মানৱ আৰু আৰ্জিত কৰ্ম মধ্যে। কৃষ্ণ 🙏

    • @sriborah
      @sriborah  23 วันที่ผ่านมา

      ধন্যবাদ 🙏 কৃষ্ণ 🙏

  • @ChajidurRahman-kg5yd
    @ChajidurRahman-kg5yd หลายเดือนก่อน +2

    🙏

  • @HimanshuSaikia-ys9gd
    @HimanshuSaikia-ys9gd หลายเดือนก่อน +2

    🙏