ড০ হীৰেন গোহাঁইৰ আত্মকথা দ্বিতীয় খণ্ড || মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘আত্মকথা’

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 มิ.ย. 2024
  • ভূপেন হাজৰিকাৰ লগত কিহৰ সংঘাত ড০ হীৰেন গোহাঁইৰ?
    হোমেন বৰগোহাঞি আৰু হীৰেন গোহাঁই কিয় বিপৰীত মেৰুত?
    হিমন্ত বিশ্ব শৰ্মাৰ লগত কি কথাত ব্যক্তিগত শত্রুতা ড০ গোহাঁইৰ?
    Who is Hiren Gohain বা হীৰেন গোহাঁই কোন- গোহাঁইৰ উত্তৰ কি?
    মাৰ্ক্সবাদী হীৰেন গোহাঁই কেতিয়াৰ পৰা কংগ্রেছী হীৰেন গোহাঁই হ’ল?
    বিজেপিক কিয় চকুপাৰি দেখিব নোৱাৰে ড০ গোহাঁয়ে?
    ড০ গোহাঁইৰ দৃষ্টিত নেহৰুৰ পৰা মোডীলৈকে কোন শ্রেষ্ঠ প্রধানমন্ত্রী?
    অসমৰ কবি, সাহিত্যিক, শিল্পীৰ সন্দৰ্ভত গোহাঁইৰ দৃষ্টিভংগী কি?
    এনে কিছু প্রশ্নৰ উত্তৰ বিচাৰি আজি ‘আত্মকথা’ৰ দ্বিতীয় খণ্ড
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘আত্মকথা’
    #pratidintime #nitumonisaikia

ความคิดเห็น • 13

  • @user-iq8gs3dh9l
    @user-iq8gs3dh9l 23 วันที่ผ่านมา +1

    ইমান এটা ভাল অনুষ্ঠানটো বেমেজালিৰ মাজেৰে পৰিবেশন কৰাৰ কাৰণে দুখ পাইছোঁ।

  • @pranitaroybhuyan6186
    @pranitaroybhuyan6186 23 วันที่ผ่านมา +1

    Sound ভাল কৰি অনুষ্ঠান ripit কৰিব

  • @taralideka8272
    @taralideka8272 19 วันที่ผ่านมา

    🙏🙏🙏

  • @kumudbaruah2001
    @kumudbaruah2001 18 วันที่ผ่านมา

    ভাৰতীয় সভ্যতা সংস্কৃতিত আমি দেখিবলৈ পাও যে প্রাচীন কালত ৰজা মহাৰজা বিলাকে বহু দেশৰ ৰজা বিলাককো নিমন্ত্রণ কৰি আনি নানা ধৰণৰ ধৰ্মীয় কৰ্ম, যাগ যগ্য ইত্যাদি কৰিছিল। বৰ্তমান সময়ত আমি ভবাত নৰেন্দ্ৰ মোডী য়ে ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠ কৰাতো কোনো অযুক্তি কৰ কথা হোৱা নাই। এয়া ভাৰতীয় সভ্যতা সংস্কৃতিৰে পৰমপৰা। কোনোবাই নিজস্ব আদৰ্শ ৰে বেয়া পাব পাৰে কিন্তু এশ কোটিৰো অধিক হিন্দু বসতি এইখন দেশৰ সকলো হিন্দু নাগৰিকেই নৰেন্দ্ৰ মোডী ৰ (প্রধানমন্ত্রী ৰ) ৰাম মন্দিৰ উদঘাটন ত আনন্দিত আৰু আহ্লাদিত।

  • @sanjibdeblaskar4003
    @sanjibdeblaskar4003 12 วันที่ผ่านมา

    Please improve the audio and recast for God's sake

  • @jinumoniduarah7243
    @jinumoniduarah7243 26 วันที่ผ่านมา

    শ্রদ্ধেয় ড.হীৰেন গোহাঁইদেৱৰ এই ভিদিঅৰ বাবে জনাইছো অশেষ ধন্যবাদ
    গুৰুজন কুশলে থাকক,এয়ে
    আন্তৰিক প্রার্থনা🙏🙏🙏

  • @dimbeswartaid7986
    @dimbeswartaid7986 25 วันที่ผ่านมา

    Sound problem

  • @santanuborahsantanuborah1961
    @santanuborahsantanuborah1961 25 วันที่ผ่านมา

    Sound nai dekhun

  • @pankajborah5762
    @pankajborah5762 26 วันที่ผ่านมา

    sound?

  • @hritickrajdeka5051
    @hritickrajdeka5051 26 วันที่ผ่านมา

    Xokolute xonghat aru dondo kio bisari thake nitumoni dangoria

  • @RiturajKonwar-wq7ku
    @RiturajKonwar-wq7ku หลายเดือนก่อน +1

    Sound ni

  • @Hjjbch
    @Hjjbch หลายเดือนก่อน

    ❤❤❤

  • @Hjjbch
    @Hjjbch หลายเดือนก่อน +1

    Sound problem