কিয় বেংকৰ চাকৰিৰ পৰা নিলম্বিত হৈছিল বিষ্ণু খাৰঘৰীয়া?

แชร์
ฝัง
  • เผยแพร่เมื่อ 23 ก.ค. 2022
  • ▶️ বিষ্ণু খাৰঘৰীয়া এতিয়া কেনে আছে?
    ▶️ অভিনয়ৰ পৰা এতিয়া আঁতৰি আছে নেকি বিষ্ণু খাৰঘৰীয়া?
    ▶️ মৰাণত এতিয়া কি কামত ব্যস্ত বৰেণ্য অভিনেতাজন?
    ▶️ বিষ্ণু খাৰঘৰীয়া মানুহজন খঙাল নেকি?
    ▶️ জীৱনৰ প্ৰথমখন ছবিত কি লটিঘটি হৈছিল তেওঁৰ?
    ▶️ কোনখন ছবিত তেওঁ ‘স্পটবয়’ৰ কাম কৰিছিল?
    ▶️ কিয় বেংকৰ চাকৰিৰ পৰা নিলম্বিত হৈছিল তেওঁ?
    ▶️ ‘অৰণ্য’ৰ পৰা ‘বনানী’লৈ
    ▶️ ‘বৃষ্টি’ৰ পৰা ‘বাৰুদ’লৈ
    ▶️ কোনখন ছবি শ্ৰেষ্ঠ তেওঁৰ দৃষ্টিত?
    ▶️ সকলো ক’ব আজি বিষ্ণু খাৰঘৰীয়াই
    ▶️ NKTVত বশিষ্ঠদেৱ ফুকনৰ সৈতে ‘বিশেষ সাক্ষাৎকাৰ’

ความคิดเห็น • 147

  • @JituAhmedRJFilms
    @JituAhmedRJFilms 12 วันที่ผ่านมา +3

    বিষ্ণু দাৰ লগত ছবিত কাম কৰাৰ সুন্দৰ অভিজ্ঞতাৰ কথা বিলাক মনত পৰি গ'ল।।।।

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 2 ปีที่แล้ว +31

    বহুত দিনৰ মূৰত দেখা পাই খুওব ভাল লাগিল। তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভালে কুশলে থাকক তাৰেই কামনাৰে....

  • @brothersglobe5706
    @brothersglobe5706 2 ปีที่แล้ว +23

    স্বনামধন্য বিষ্ণু খাৰঘৰীয়া দেৱৰ সাক্ষাৎকাৰটো অতি উচ্চ মানদণ্ডৰ হৈছে,যাৰ বাবে সাক্ষাৎকাৰ গ্ৰহণ কৰা জন উচ্চ প্ৰশংসাৰ পাত্ৰ। কাৰণ আজিকালিৰ এচাম তথাকথিতই কাক কেনেকৈ,কি প্ৰশ্ন কৰিব লাগে,তাৰ সম্যক জ্ঞানকণ অন্ততঃ এই সংবাদ সেৱী জনৰ পৰা লোৱা উচিত।যিকি নহওঁক, বহুত প্ৰয়োজনীয় কথা জনাব পৰা অনুষ্ঠানটোৰ দুয়ো গৰাকীলৈ অশেষ ধন্যবাদ জনাইছোঁ 🌹🙏❤️

  • @sandhyadevi9094
    @sandhyadevi9094 12 วันที่ผ่านมา +3

    বিষ্ণু মোৰ লগৰীয়া ৷একেলগে পঢ়িছিলো দুয়ো আমি চিৰিং চাপৰিৰ বাসিন্দাৰ আছিলো ৷ক্লাছ ছিক্সত আমি হেৰম্ব বৰদলৈৰ ওচৰত টিউছন কৰিছিলো ৷তেওঁ বহুত চোকা ল'ৰা আছিল ৷অঙ্কত বুৎপত্তি আছিল ৷সকলোতকৈ প্ৰথমেই চাৰক দেখুৱাইগৈ ৷এদিন আমি দুজনী মানে চাৰৰ পিতন খাইছিলো বিষ্ঞুৰ বাবে ৷ আজি আমাৰ তাকলৈ গৌৰৱ কৰো ৷ তেওঁৰ সুস্বাস্থ্য কামনা কৰো ৷

  • @chitrakumarhazarika9224
    @chitrakumarhazarika9224 2 ปีที่แล้ว +11

    ভাল লাগিল খাৰঘৰীয়াদেৱৰ লগত হোৱা সাক্ষাৎকাৰটি...প্ৰাপ্তি আৰু অপ্ৰাপ্তিয়ে কেতিয়াও আমনি নকৰা সহজ সৰল এই গৰাকী শিল্পী চিৰসেউজ হৈ থাকক।

  • @nitulsaikia6652
    @nitulsaikia6652 2 ปีที่แล้ว +37

    অতি প্ৰিয় অভিনেতা সহজে সৰল প্ৰতিজন অসমীয়াৰ হৃদয়ত তেওঁ অভিনয় সদায় জীয়াই থাকিব

  • @bhbxyz
    @bhbxyz 2 ปีที่แล้ว +33

    বিষ্ণু খাৰঘৰীয়া ডাঙৰীয়াৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।🙏💐

  • @kamalsaikia7179
    @kamalsaikia7179 11 วันที่ผ่านมา +1

    মোৰ মৰমৰ ইলা, মৰম বুজি নাপালা বিহু গীতটোৰ অভিনয় বিষ্ণু দাৰ ইমান ভাল লাগে। মই গীতটো চেভ কৰি লৈ মনত পৰিলেই দুই তিনিবাৰ মান চাই থাকো।

  • @kamalsaikia7179
    @kamalsaikia7179 11 วันที่ผ่านมา

    মোৰ আটাইতকৈ ভাল লগা অভিনেতা জনেই হৈছে বিষ্ণু খাৰঘৰীয়া। তেখেতৰ দীর্ঘায়ু কামনা কৰিলো। তেখেতক বাস্তবত লগ কৰা খুব হেপাহ এটা আছে।

  • @meghalisaikia1863
    @meghalisaikia1863 2 ปีที่แล้ว +3

    মোৰ প্ৰিয় অভিনেতা। বৃষ্টি বোলছবিত কৰা দুৰ্দান্ত অভিনয় সৰু তেই দেখিছিলো। তেখেতৰ জীৱনৰ দৰ্শন পোনপটীয়া আৰু নিস্পাপ। সাক্ষাৎকাৰ টো চাই বহুত ভাল লাগিল। তেখেতৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।

    • @bipulgogoi7193
      @bipulgogoi7193 2 ปีที่แล้ว

      Ya..why not

    • @dipalidowarah1795
      @dipalidowarah1795 2 ปีที่แล้ว

      তেখেত কুশলে থাকক আৰু দীঘায়ু কামনা কৰি লো

  • @durlovhatiboruah4950
    @durlovhatiboruah4950 2 ปีที่แล้ว +16

    সৰু ঠাইত মানুহৰ আন্তৰিকতা বেছি💞
    প্রিয় অভিনেতাজন সদায় কুশলে থাকক💕💕

  • @mohanboruah3956
    @mohanboruah3956 2 ปีที่แล้ว +2

    ভাল লাগিল প্ৰিয় অভিনেতাজনৰ মনৰ কথাবোৰ জানি ৷ এজন সহজ সৰল সকলোৱে অন্তৰ জয় কৰা মৰমৰ অভিনেতা জন ৷ অসমীয়া ছবি জগতৰ চিৰসেউজ অভিনেতা জনৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কমনা কৰিলো

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 2 ปีที่แล้ว +9

    লেঠাৰি নিচিগাকৈ ৰাজনৈতিক বাতৰিবোৰ আগস্থান দি থকাতকৈ এইদৰে মাজেসময়ে শিল্পী সাহিত্যিক সাংস্কৃতিক কৰ্মী সকলৰ সাক্ষাৎকাৰ দি থাকিলে ভাল পাওঁ ৷

  • @alakakalita8075
    @alakakalita8075 2 ปีที่แล้ว +7

    চাৰৰ অভিনয় বহুত ভাল লাগে
    বিশেষ কৈ বাৰুদৰ অভিনয়।

  • @rashnahazarika4602
    @rashnahazarika4602 2 ปีที่แล้ว +4

    বৰ ভাল লাগিল ,মোৰ প্ৰিয় অভিনেতা জনৰ বিষয়ে জানিব পাৰি । অভিনেতা জনৰ দীৰ্ঘায়ু কামনা কৰিলো

  • @arunpathak2120
    @arunpathak2120 2 ปีที่แล้ว +8

    তেখেত অসমীয়া ছবিৰ ভোটাতৰা। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

  • @jugendersaikia4176
    @jugendersaikia4176 2 ปีที่แล้ว +17

    অসমীয়া চিনেমাৰ জগতখন এওঁ সকলৰ কাৰণেহে জীয়াই আছিল। এতিয়া আৰু তেনেকুৱা ভাল লগা অভিনেতাও নাই চিনেমাও নাই।

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM 2 ปีที่แล้ว +3

    Moi bisaru aru 30 years anekoi thakok Bishnu borta apunak hodai sabo mon jai cinema serial aiburot akedorei, apunar hu swasthiyo aru Dirghau kamona korilu👍🙏🙏

  • @birajcreation1385
    @birajcreation1385 2 ปีที่แล้ว +6

    সাংবাদিকজনক কিন্তু ভাল লাগিল দেই বহুত কথাই অধ্যয়ন কৰি আহিছে

  • @rajibgogoi6006
    @rajibgogoi6006 2 ปีที่แล้ว +1

    মোৰ অতিকৈ প্ৰিয় অভিনেতা জনক দেখি বৰ ভাল লাগিল। কুশলে থাকক দাদা ।

  • @bidyaburagohain6504
    @bidyaburagohain6504 2 ปีที่แล้ว +2

    মোৰ প্ৰিয় অভিনেতা । তেখেতলৈ সেৱা জনাইছো । তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো।

  • @bubulboruah2881
    @bubulboruah2881 2 ปีที่แล้ว +2

    একো নেজানিলে অভিনয় কৰিবলৈ অলপ অসুবিধা হয়।
    এখেতৰ অভিনয় মোৰ বৰ ভাল লাগে। ধন্যবাদ💐💐💐

  • @beautisivsagar2354
    @beautisivsagar2354 2 ปีที่แล้ว +36

    Mur priyo abhineta Bishnu khaghari sir ❤️❤️❤️

    • @DilipBhorali
      @DilipBhorali 13 วันที่ผ่านมา

      মোৰ প্ৰিয় অভিনেতা।

    • @ryuujintanji
      @ryuujintanji 13 วันที่ผ่านมา

      প্ৰিয় অভিনেতা বিষ্ণু খাৰঘৰীয়া দেৱৰ বিষয়ে জানিব পাৰি ভাল পালো

    • @jitenborah52
      @jitenborah52 9 วันที่ผ่านมา

      ​@@DilipBhorali❤😂😂😂😂😂😊😊😊😊😊

  • @TapanDas-ph4wk
    @TapanDas-ph4wk 2 ปีที่แล้ว +1

    আমাৰ প্ৰিয় অভিনেতা তথা মৰমৰ খুড়া বিষ্ণু খাৰঘৰীয়া ছাৰ 🖤🖤

  • @b.sc.physicskeypoints6384
    @b.sc.physicskeypoints6384 28 วันที่ผ่านมา

    প্ৰিয় আৰু নমস্য অভিনেতা জনলৈ প্ৰণাম জনালো, কুশলে থাকক❤

  • @mamonidevi617
    @mamonidevi617 20 วันที่ผ่านมา

    Bohut bhal lage kharghoriya sir eman dhunia abhinoy

  • @dalimanideka4848
    @dalimanideka4848 2 ปีที่แล้ว

    কিমান যে ভালপাও বিষ্ণু খাৰঘৰীয়া ডাঙৰীয়াক .......ভাষা নাই কবলৈ......... সদায় ভালে থাকক 🙏🥰😘

  • @rajenmili1049
    @rajenmili1049 2 ปีที่แล้ว

    সুন্দৰ সাক্ষাৎকাৰ ।
    সংলাপ, শাৰীৰিক ভাষা, কাহিনীৰ লগত সম্পৰ্কিত চৰিত্ৰৰ সম্যক ধাৰণাৰ অধিকাৰী তাক জীৱন্ত ৰূপ দিয়াত সিদ্ধহস্ত আৰু নিজস্ব প্ৰতিভাক সদ ব্যৱহাৰ কৰি সুন্দৰ অভিনয়ৰ দ্বাৰা অসমৰ চলচ্চিত্ৰ আৰু অভিনয় জগতক এক অনন্য মাত্ৰা প্ৰদান কৰা বিষ্ণু খাৰঘৰীয়া দেৱ সচাই অনন্য । Dominant Voiceৰ অধিকাৰী খাৰঘৰীয়া দেৱে আমাৰ জীৱনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে এক বৰ্ণনাতীত আলোৰণৰ সৃষ্টি কৰে।
    এতিয়াও তৰুণ তৰুণ লাগে। অধিক তজবজীয়া আৰু দীঘলীয়া সাংস্কৃতিক জীৱনৰ আশা কৰিলোঁ।

  • @ranjandeka5737
    @ranjandeka5737 2 ปีที่แล้ว +2

    Sir bohut bhal lagil,🙏🙏🙏❤❤❤

  • @kirangogoi4748
    @kirangogoi4748 2 ปีที่แล้ว +4

    ৰতনৰ মাক এওঁ ক কথাবোৰ কমনে ?(বৰ ভাল লাগে)।

  • @binodray1133
    @binodray1133 2 ปีที่แล้ว +1

    মোৰ আটাইতকৈ ভালপোৱা অভিনেতা জন সাক্ষাৎকাৰ চাই বহুত ভাল লাগিল

  • @MohendraBaruah-m6r
    @MohendraBaruah-m6r 15 วันที่ผ่านมา

    শিল্পী মনৰ মানুহ সদায় সৰল ।

  • @MadhabMajuli
    @MadhabMajuli 2 ปีที่แล้ว +6

    বহু দিনৰ মূৰত আজি দেখিবলৈ পাইছোঁ আপোনাক খুৰা ☺️ ভগৱানৰ ওচৰত আমাৰ প্ৰাৰ্থনা সদায় আপোনাৰ লগতে আপোনালোকৰ নিছিনা শিল্পীৰ বাবে,, শিল্পী সমাজ এৰি ৰাজনীতি ভৰ্তি হোৱা সকললৈ নহয়।।💐💐

  • @user-xq4ro9qc2p
    @user-xq4ro9qc2p 19 วันที่ผ่านมา

    আপুনি মোৰ প্ৰিয় অভিনেতা, আপোনাৰ দীৰ্ঘায়ো কামনা কৰিলোঁ ।

  • @dipaliray5259
    @dipaliray5259 2 ปีที่แล้ว +12

    Aijon mur oti priyo. God bless you sir🙏🙏 🥰💐👌👌

  • @ilimalahon8502
    @ilimalahon8502 ปีที่แล้ว +1

    বহুত ভাল লাগিল

  • @dipbhuyan1808
    @dipbhuyan1808 ปีที่แล้ว

    ভগৱানে আপোনাক সুস্থ শৰীৰেৰে আৰু বহু বছৰ জীয়াই ৰাখক।। প্ৰাৰ্থনা জনাইছোঁ। আপোনাৰ অভিনয় অতুলনীয়।।

  • @bobyborah28
    @bobyborah28 2 ปีที่แล้ว +1

    মোৰ অতি প্ৰিয় অভিনেতাজন। সদায় সুস্থ হৈ থাকক।

  • @pranatibaruah3467
    @pranatibaruah3467 ปีที่แล้ว +1

    সাক্ষাৎ লোৱা গৰাকি প্ৰশংসাৰ যোগ্য

  • @prabhatahom4010
    @prabhatahom4010 2 ปีที่แล้ว +1

    আইঐ মোৰ অতিকৈ মৰমলগা,অতিকৈ
    চেনেহ লগা খাৰঘৰিয়াদা, আপোনি মোৰ
    হৃদয়ৰ মাজত সদায় আছে আৰু সদায়
    থাকিব ।

  • @user-ku3zo5sp5j
    @user-ku3zo5sp5j 14 วันที่ผ่านมา

    Mor ati priy abhineta❤

  • @bimalborah6113
    @bimalborah6113 หลายเดือนก่อน

    Moja Lagil

  • @nayanmoni1493
    @nayanmoni1493 2 ปีที่แล้ว +1

    Best Anchoring 🙏🙏🙏🙏

  • @krishnagogoi1657
    @krishnagogoi1657 2 ปีที่แล้ว

    খাৰঘৰীয়া দেৱৰ দীৰ্ঘায়ু কামনা কৰিলোঁ |

  • @debabrata9864
    @debabrata9864 6 วันที่ผ่านมา

    Great actor an actor of my heart.

  • @dilipdas7344
    @dilipdas7344 ปีที่แล้ว

    বিষ্ণু খাঘৰীয়া দেৱ শত বছৰ পাৰ কৰক, পৰম পিতা পৰমেশ্বৰ ওচৰত প্ৰাৰ্থনা।

  • @globalvillage6416
    @globalvillage6416 2 ปีที่แล้ว +2

    Best Assamese actor in my view

  • @younggboro2908
    @younggboro2908 2 ปีที่แล้ว +1

    Bohut Val lagil dekha pai, God bless you 🙏 🙏🙏 sir,,, from : Hyderabad ch Rabha

  • @beautifullifejourney28liza
    @beautifullifejourney28liza 2 ปีที่แล้ว

    Sir apuni bhale thakok....Bhagawane apunak bhale rakhak...Apunar abhinoy mur priyo...Bhal lagil apunar kotha bur huni

  • @biswajitborgohain3386
    @biswajitborgohain3386 ปีที่แล้ว

    Kharghoria sir Iam salute 2 tó yóu again & again, long live you & all your family,

  • @drumeshbarman2474
    @drumeshbarman2474 6 วันที่ผ่านมา

    Very good interview

  • @Dolykalita1234
    @Dolykalita1234 2 ปีที่แล้ว

    ছাৰৰ অভিনয় চাই ভাল লাগে। ছাৰক মই বহুত শ্ৰদ্ধাৰ কৰোঁ।

  • @JyotismanHazarika-dm6qt
    @JyotismanHazarika-dm6qt 2 ปีที่แล้ว +1

    Mur khub val loga actor hoi.. Kharghoriya sir

  • @diptidutta1058
    @diptidutta1058 2 ปีที่แล้ว

    অনুষ্ঠানটো চাই খুব ভাল লাগিল ।

  • @ridipdeka116
    @ridipdeka116 2 ปีที่แล้ว

    Apunar avinoy bor bhut bhut vl lage. Apunar dirghayo kamona korilu vogobanor orst.

  • @lizaborthakur8432
    @lizaborthakur8432 ปีที่แล้ว

    চিৰ নমস্য ব্যক্তি❤❤❤❤❤

  • @bhubenthakuria9006
    @bhubenthakuria9006 2 ปีที่แล้ว

    বিষ্ণু খোৰা ডাঙৰীয়া ভগৱন্তই সুস্বাস্থ্য কৰি ৰাখে যেন।

  • @jyotsnaborah8880
    @jyotsnaborah8880 2 ปีที่แล้ว

    অতি প্ৰিয় অভিনেতা ❤️❤️❤️

  • @porishmitachutia7835
    @porishmitachutia7835 ปีที่แล้ว

    প্ৰিয় অভিনেতা

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 2 ปีที่แล้ว

    মোৰ প্ৰিয় অভিনেতা জন🙏🙏🙏🙏

  • @dibakargogoi5181
    @dibakargogoi5181 ปีที่แล้ว

    Our family like this person, we like his personality, behaviour , nice personality mannnnnn

  • @patkai504
    @patkai504 2 ปีที่แล้ว +4

    Enekoiye na - purani hilpi hokolok interview louk . Dekhile ako agor din bur hojib hoi pore

  • @alokkalita1028
    @alokkalita1028 2 ปีที่แล้ว

    মোৰ অতি প্ৰিয় অভিনেতা ।

  • @arunasenapati1099
    @arunasenapati1099 2 ปีที่แล้ว

    প্ৰিয় অভি নেতা।

  • @rajanichutia6366
    @rajanichutia6366 ปีที่แล้ว

    ১৯৬৫, ১৯৬৬/৬৭ চনত খাৰঘৰীয়া,হেমন্ত দত্ত কানৈ কলেজত পঢ়ি আছিল। দুটা বছৰত দেখিছিলো কলেজত অনুষ্ঠিত নাটকত প্ৰতি বছৰে হেমন্ত দত্ত প্ৰথম হৈছিল আৰু শ্ৰীযুত খাৰঘৰীয়া দ্বিতীয় স্থান পাইছিল। যিহেতু তেতিয়া ম ই তাত পঢ়ি আছিলোঁ

  • @jonjyotideka5370
    @jonjyotideka5370 2 ปีที่แล้ว

    Dhuniya ❤️😘

  • @iconic-24
    @iconic-24 2 ปีที่แล้ว +1

    Gems of assamese flim industry ❤

  • @dreamer3165
    @dreamer3165 2 ปีที่แล้ว

    Birat besi val pau manuh jon♥️. Apuni hodai vale thakok 🙏

  • @sangitakalita9072
    @sangitakalita9072 23 ชั่วโมงที่ผ่านมา

    Xdai amar mjt apuni anekoi jiliki thakk🙏🏻🙏🏻

  • @saranias7330
    @saranias7330 2 ปีที่แล้ว

    সাংঘাটিক অভিনয় কৰিছিলে এখেত আমাৰ প্ৰিয় অভিনেতা ।

  • @user-gd5vi5hy5i
    @user-gd5vi5hy5i 19 วันที่ผ่านมา

    অতিকে প্ৰিয় শিল্পী

  • @riturajgogoi3807
    @riturajgogoi3807 2 ปีที่แล้ว +1

    Legend😍

  • @sidharthabhuyan474
    @sidharthabhuyan474 ปีที่แล้ว

    Bohut val lagil.

  • @ashinikumargogoi
    @ashinikumargogoi 2 ปีที่แล้ว

    খুড়া প্ৰতিটো অভিনয় সুকীয়া, পুত্ৰ কৌশিকৰ সৈতে মই সহপাঠী। সেই হেতুকে কথা বতৰা হৈ আছিল, দীৰ্ঘদিন ধৰি লগ পোৱা নাই,

  • @mintutalukdar9619
    @mintutalukdar9619 2 ปีที่แล้ว

    Bohut. Val. Lagil. Vidio. Tu. Sai.

  • @jahnabibora9141
    @jahnabibora9141 ปีที่แล้ว

    Best Actor of Assam

  • @mridultalukdar7913
    @mridultalukdar7913 2 ปีที่แล้ว

    Bhut val lage apunak💚

  • @minakshinath750
    @minakshinath750 2 ปีที่แล้ว

    Mur prio abhineta jon🙏🙏🙏❤❤❤

  • @saqleinmostak5589
    @saqleinmostak5589 2 ปีที่แล้ว +1

    god bless you..with good health...🙏

  • @manalishavlogs2447
    @manalishavlogs2447 2 ปีที่แล้ว

    my good eman dinar murat sirk dekha palu val lagil aji bahu dinar murat teuk dekha palu aru kene ase lagate khabar tu palu je teu vale ase .val lagil aji bahu dinar murat tekhetar khabar palu .

  • @utpalakonwargogoi2173
    @utpalakonwargogoi2173 2 ปีที่แล้ว

    Bahot val lage apunak bartta,

  • @soonmoni6746
    @soonmoni6746 2 ปีที่แล้ว +1

    God bless you sir

    • @anirudhamazumdar4724
      @anirudhamazumdar4724 2 ปีที่แล้ว

      My famous actor Bishnu Kharghoria. I like his all acting. God Bless Him.

    • @ranugogou9612
      @ranugogou9612 2 ปีที่แล้ว

      Pritom kharghoria apunar lora neki sir?

  • @kamalakantanath9931
    @kamalakantanath9931 2 ปีที่แล้ว

    Kharghariya sir ar avinay mur bor bhal lage. Tekhetor utjal kamana karilu.

  • @bulbulinath7612
    @bulbulinath7612 2 ปีที่แล้ว +1

    heri ratanr mak kun to rastai di jam 一.moja lge sir

  • @banajituzir5197
    @banajituzir5197 24 วันที่ผ่านมา

    Dada Apunaar cahapathi Cradhyar Bivuti Bhattacharya loi monot nopore ne? "Oh" Hale jaaleo lahi Birina,Bolchobi Toramai😢

  • @gadgettech3599
    @gadgettech3599 2 ปีที่แล้ว

    khub natural manuh , ❤

  • @debashishazarika9886
    @debashishazarika9886 2 ปีที่แล้ว

    Bohot bhal pao apunar obhinoi.bhogobane kukhole rakhok apunak

  • @indianspiceasmr9439
    @indianspiceasmr9439 2 ปีที่แล้ว +1

    Big fan

  • @dipjyotikakati456
    @dipjyotikakati456 ปีที่แล้ว

    love you sir🙏🏼🙏🏼

  • @NipaBailung
    @NipaBailung 29 วันที่ผ่านมา

    Tekhetor Dighayu kamona korilu

  • @swopnabaruah9088
    @swopnabaruah9088 2 ปีที่แล้ว

    Bohut val pau aponar abhinoy sai.

  • @bikashdutta4968
    @bikashdutta4968 11 หลายเดือนก่อน

    bohut val lage

  • @utpalnathblogs1758
    @utpalnathblogs1758 ปีที่แล้ว

    Khub val lage

  • @bhanitakakati7950
    @bhanitakakati7950 2 ปีที่แล้ว

    God bless you khura

  • @mask1129
    @mask1129 2 ปีที่แล้ว

    সুন্দৰ

  • @manikchandradas7057
    @manikchandradas7057 2 ปีที่แล้ว

    Salute to you 🙏

  • @purabibora2048
    @purabibora2048 2 ปีที่แล้ว

    Sir bohudinloi avinoy kori thakibo.bhal lage apuner avinoy Sai.

  • @rahultalukdar5589
    @rahultalukdar5589 2 ปีที่แล้ว

    Legend ❤

  • @arabinda1714
    @arabinda1714 2 ปีที่แล้ว

    Best 💝

  • @rajudeka4679
    @rajudeka4679 2 ปีที่แล้ว

    বহুত প্ৰিয়া আপুনি। সদায় ভালে কুশলে থাকক আপুনি।।