ড০ হীৰেন গোহাঁইৰ আত্মকথা প্রথম খণ্ড || মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘আত্মকথা’

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 มิ.ย. 2024
  • ড০ হীৰেন গোহাঁইৰ আত্মকথা
    আত্মকথাত ড০ হীৰেন গোহাঁইৰ জীৱনৰ দীঘ আৰু বাণি
    বিদেশত নাথাকি কিয় উভতি আহিছিল ড০ গোহাঁই?
    দিল্লীত নাথাকি কিয় অসমলৈ ঘূৰি আহিছিল ড০ গোহাঁই?
    কেমব্রিজ বিশ্ববিদ্যালয়লৈ কেনেকৈ গৈছিল ড০ গোহাঁই?
    জৱাহৰলাল নেহৰুক প্রথম ক’ত লগ পাইছিল ড০ গোহাঁয়ে?
    মহাত্মা গান্ধীয়ে ড০ গোহাঁইলৈ চাই কেতিয়া মিচিকিয়া হাঁহি মাৰিছিল?
    এনে বহু কথাৰেই আজিৰ ‘আত্মকথা’ৰ প্রথম খণ্ড
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘আত্মকথা’
    #PratidinTime #AssamNews #nitumonisaikia #HirenGohain

ความคิดเห็น • 23

  • @pranatiborthakur9462
    @pranatiborthakur9462 หลายเดือนก่อน +6

    আত্মকথাৰ জৰিয়তে গোহাঁই ছাৰৰ বিষয়ে বহু নজনা কথা জানিব পাৰি ভাল লাগিল লগতে প্ৰতিদন তাইমৰ মুখ্য সম্পাদক গৰাকীলৈ অশেষ ধন্যবাদ।

  • @nipankumardeka7232
    @nipankumardeka7232 หลายเดือนก่อน +9

    শেষৰফালে প্ৰায় ৫৩ মিনিট ৪৬ চেকেণ্ডৰ পিছৰ পৰা চাউণ্ডটো অহা নাই।কেবল মূকাভিনয়ৰ দৰে দুয়োগৰাকীৰ অংগী-ভংগী খিনিহে চলি আছে।চেনেলটোৰ কাৰিকৰী বিভাগে যাতে কথাটো চায় তাৰ বাবে উনুকিয়ালোঁ।
    গোহাঁই ছাৰ এক বিশাল ব্যক্তিত্ব।নিতুমনি শইকীয়াও এগৰাকী প্ৰশ্ন সুধিব জনা সাংবাদিক।গোহাঁই ছাৰৰ বিষয়ে তেখেতৰ নিজৰ মুখেৰে আৰু বহুত কথা জানিবলৈ থাকি গ'ল।পৰৱৰ্তী খণ্ডবোৰো সোনকালে সোনকালে সম্প্ৰচাৰ কৰিব বুলি আশা থাকিল।

  • @mansidash78
    @mansidash78 หลายเดือนก่อน +1

    শ্ৰদ্ধাৰ হীৰেন গোহাঁই চাৰ মোৰ বাবে এজন নমস্য ব্যক্তি। তেখেতৰ ভাৱ ধাৰাক মই সদাই জ্ঞানৰ পোহৰ বুলি ভাবো। Interview টোৰ পৰা তেখেতৰ বিষয়ে জানি ভাল লাগিল। Thanks Nitu moni Saikia.
    Your শৰাই display at the background is very unique and nice.

  • @anupamhatimuria6457
    @anupamhatimuria6457 หลายเดือนก่อน +2

    শেষৰ খণ্ডটোত sound নাহিল। খণ্ডটো অসম্পূৰ্ণ হ'ল। আমি দুখ পালোঁ। মনত।

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 หลายเดือนก่อน +2

    ড° হীৰেন গোঁহাই ছাৰৰ বিষয়ে জানি খুউব ভাল লাগিল। কিন্তু সাক্ষাৎকাৰৰ শেষৰ অংশটি নিৰ্বাক হৈ ৰ'ল। ইমান সুন্দৰ সাক্ষাৎকাৰটিত কাৰিকৰী বিজুতি হ'ব নালাগিছিল। ছাৰৰ কথাখিনি শুনিবলৈ নাপালোঁ।

  • @pranitaroybhuyan6186
    @pranitaroybhuyan6186 หลายเดือนก่อน +3

    মাজে মাজে চাউণ্ড শুনা নাই। নিতুমনি শইকীয়াৰ ভাল পদক্ষেপ। ২য় খণ্ডলৈ অপেক্ষা কৰিলোঁ

  • @TarulataDoley
    @TarulataDoley หลายเดือนก่อน +1

    এই অনুষ্ঠানটি চাবলৈ পাই অতিকৈ সুখী হ'লো ।

  • @priyangshu97
    @priyangshu97 25 วันที่ผ่านมา

    উপকৃত হ'লো

  • @bashisthasarma9665
    @bashisthasarma9665 หลายเดือนก่อน

    খুব ভাল অনুস্থান

  • @sanjoydas1563
    @sanjoydas1563 หลายเดือนก่อน

    মই হীৰেন গোহাঁইক ১৯৭৬ চনৰপৰাই জানো,আমি জনা হীৰেণ গোহাঁই আৰু বৰ্তমানৰ গোহাঁই মাজত আকাশ পাতাল পাৰ্থক্য, বৰ্তমানৰ হীৰেণ গোহাঁইক মোৰ ভাল নালাগে।

  • @sanjibdeblaskar4003
    @sanjibdeblaskar4003 หลายเดือนก่อน

    অনেক দিন পর শ্রদ্ধেয় গোহাই স্যারের কথা শুনলাম। ওর উচ্চারিত অসমিয়া, বাংলা এবং অবশ্যই ইংরেজি এক কথায় অভিজাত আজকের দিনে যা দুর্লভ।

  • @dipankarsharma2528
    @dipankarsharma2528 หลายเดือนก่อน

    Most important it was. Be late than never.

  • @durlovkoch7362
    @durlovkoch7362 หลายเดือนก่อน

    Val lagil❤

  • @nayandeka1517
    @nayandeka1517 8 วันที่ผ่านมา

    No sound at the last part of interview.

  • @user-zf6lv8wp8h
    @user-zf6lv8wp8h หลายเดือนก่อน

    ❤❤

  • @Hjjbch
    @Hjjbch หลายเดือนก่อน

    ❤❤❤

  • @mehdihasanchoudhury8446
    @mehdihasanchoudhury8446 หลายเดือนก่อน

    Please re-upload video last 15 minutes because there is no sound.
    Please 🙏

  • @Niku_Mix_Vlogs
    @Niku_Mix_Vlogs หลายเดือนก่อน

    শেষৰ ফালে কথাবোৰ শুনিবলৈ পোৱা নাই

  • @RakeshDas-ie1ym
    @RakeshDas-ie1ym หลายเดือนก่อน

    No sound
    Please re upload

  • @lakhyajsonowal
    @lakhyajsonowal หลายเดือนก่อน

    No audio

  • @user-ed6hd2px4r
    @user-ed6hd2px4r หลายเดือนก่อน +1

    হোমেন বৰগোহাই চাৰৰ অন্তৰত অহংকাৰী ভাৱটো নাছিল, মই সকলো জানো, মই শ্ৰেষ্ঠ ভাৱতো নাছিল।।।।।।।। কিন্তু এখেতৰ আছে।।।।😊

  • @jadumonigogoi1605
    @jadumonigogoi1605 หลายเดือนก่อน

    শেষৰফালে চাউণ্ড নাই৷

  • @jahnugogoi02
    @jahnugogoi02 หลายเดือนก่อน

    please sound tu thik korok please... assam r mnuh r krne bohut besi important interview hoi . please reupload korok😢