৪০০ বছৰ পূৰ্বৰ অসমখন কেনে আছিল? Assam 400 Years ago I Chaturtha Stambha

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 พ.ย. 2022
  • ৪০০ বছৰ পূৰ্বৰ অসমখন কেনে আছিল?
    চতুৰ্থ স্তম্ভত এক কল্পনাত্মক ভিডিঅ’

ความคิดเห็น • 386

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 ปีที่แล้ว +142

    বহুত বেছি ভাল আছিলে, আপোন - আপোন লগা সকলো বিলাক আছিল চাগেই আৰু সেউজীয়া আছিলে সকলো...!!

    • @mrdow-io4uc
      @mrdow-io4uc ปีที่แล้ว +7

      #mrdow

    • @zudasnaz9974
      @zudasnaz9974 ปีที่แล้ว +5

      Moyu taake olop xomoy bhabisilu

    • @nikhilbora2416
      @nikhilbora2416 ปีที่แล้ว +1

      no freedom... worst thing to have in life... thank god not born in that time

    • @ritulrhxhira6544
      @ritulrhxhira6544 ปีที่แล้ว +1

      @@zudasnaz9974 o u

    • @rupam_editz7
      @rupam_editz7 ปีที่แล้ว +1

      Mon jai ghuri jbole

  • @rejakali8286
    @rejakali8286 ปีที่แล้ว +11

    আপোনাৰ কন্ঠত ৪০০ বছৰ পুৰণি সুন্দৰ মনোমোহা সোনৰ অসমখনিৰ বৰ্ননা শুনি আৰু ছবিবোৰ দেখি আপ্লুত হলো। এনেকুৱা লাগিছে আজি যেন মোৰ নষ্টালজিক মনটোৱে ৪০০ বছৰীয়া সেই নিভাজ নিৰ্ভাজাল প্ৰকৃতিৰে ভৰপূৰ,চৰাইৰ কোলাহলত ৰজনজনাই থকা, বিভিন্ন জীৱ-জন্তুৰে ভৰপূৰ, নিস্বাৰ্থ সেই সহজ সৰল মানুহবোৰৰ মাজত যেন উৰি যাম সচাকৈ আপোনাক অনন্তকৰনে ধন্যবাদ জনালো।

  • @arunpathak2120
    @arunpathak2120 ปีที่แล้ว +32

    আচলতে সকলোৱে প্ৰকৃতিৰ ওপৰত ভিত্তি কৰিয়েই জীৱন নিৰ্বাহ কৰিছিল। বহুত সুখৰ দিন আছিল সেইদিন।

  • @mintudas404
    @mintudas404 ปีที่แล้ว +12

    কথা খিনি আৰু ছবি খিনিয়ে হৃদয় চুই গ ল! সচাঁই আমাৰ অতীত সোণৰ অসম , চাই চাই যেন এনে অনুভৱ হৈছে মোৰ আকৌ যেন ঘুৰি যাওঁ সেই অতীতৰ দিনবোৰলৈ !😥

  • @santoshraut4554
    @santoshraut4554 ปีที่แล้ว +14

    আপোনাৰ কথন ভংগী ❤
    ইমান সুন্দৰ আৰু সু-স্পষ্ট ব্যক্ত।
    এনেদৰে আমাক অতীতৰ বহু কথা জানিবলৈ সহায় কৰাৰ বাবে অন্তৰৰ পৰা ধন্যবাদ।

  • @manojbapa
    @manojbapa ปีที่แล้ว +55

    ,সেইখনেই আছিল সোণৰ অসম♥️

    • @chinmoyjyotisharma3578
      @chinmoyjyotisharma3578 ปีที่แล้ว

      Hoi

    • @narengogoi1887
      @narengogoi1887 ปีที่แล้ว +1

      আপোনাৰ কথা সত্য?

    • @miyarroy-sp7ks
      @miyarroy-sp7ks ปีที่แล้ว +2

      হয় দাদা, আৰু এতিয়াৰ অসম কেৱল ৰাজনৈতিক আৰু সাম্পৰদায়িক।

  • @mostfunnyvedios1527
    @mostfunnyvedios1527 ปีที่แล้ว +29

    আজিৰ যান্ত্ৰিক পৃথিৱীত জীয়াই থাকি তাহাঁনিৰ অসমখনক‌ আমি কেৱল অনুভৱহে কৰিব পাৰো।মনত হাজাৰটা প্ৰশ্ন কিন্তু উত্তৰ হয়টো দহোটাহে আছে।ধন্য তাহাঁনিৰ সেই সকল পূৰ্বপুৰুষক।
    ( সুন্দৰ উপস্থাপন )

    • @kumuddasofficial
      @kumuddasofficial  ปีที่แล้ว +1

      ধন্যবাদ

    • @brajendas6370
      @brajendas6370 ปีที่แล้ว

      ♥️

    • @gunabhiramdeori2688
      @gunabhiramdeori2688 23 วันที่ผ่านมา

      আমি কেৱল অনুভৱ কৰিব পাৰোঁ, মনত বহু নানা ধৰণৰ প্ৰশ্ন, উত্তৰ মাথো নিম্নহে হ'ব বা আছে, ধন্য আমাৰ পূৰ্ব্ব পুৰুষসকলক,..... মহাশয়, কথা এটা উল্লেখ কৰিছোঁ, ভূল নুবুজিব, আমাৰ সোণৰ অসম খনৰ ভূমিপুত্ৰ জনজাতি সকলৰ কথাও সন্নিবিষ্ট কৰিব , হয়তো অসমৰ ভূমিপুত্ৰ সকলে আপোনাৰ সংলাপ পঢ়ি আপ্লুত হ'ব, ...... ধন্যবাদ

  • @jitulkalita4455
    @jitulkalita4455 ปีที่แล้ว +13

    আগৰ দিন বোৰ সচা কৈ বহুত ভাল আছিল , মানুহে মানুহক সহায় কৰিছিল শুখ দূখ বুজি পাইছিল , আজি কালি কোনেও কাকো চিনি নোপোৱা হ'ল এই যান্ত্ৰিক যুগত , আপোনাৰ কন্ঠত শুনি বহুত ভাল লাগিছে ,

  • @sukleswardas3869
    @sukleswardas3869 ปีที่แล้ว +32

    400 bosor আগত 1 তাও বিহাৰী maruwali নাছিল আৰু বহুত খুখি আছিল অসম খন

    • @user-vg3wo6so6o
      @user-vg3wo6so6o ปีที่แล้ว +1

      Amar logot bihari marwari or logot eku problem nai kebol ei je bangladexhir logot hey problem ase

    • @AkanDas-gh4nj
      @AkanDas-gh4nj 10 หลายเดือนก่อน

      Aru khei khomoi ot Miya u nasile .....kiman khundor asile atiya ai Miya aru bihari bur a gutei ses kori dile oxom khon ....

    • @pinturoy7932
      @pinturoy7932 หลายเดือนก่อน

      আপনাক বাংলাদেশ লৈ যেনে ভয় কৰিচে এটা কথা কও আগতে কোচৰাবংশী এনে ভাবিল হয় অসমীয়া সংস্কৃতিৰ নামত আহোম সকলে সংস্কৃতি বচাই ৰাখিছে অন্য জনগোষ্ঠী জাতী বোৰক ধবংস কৰিল ভাষা সংস্কৃতি এটা কথা মনত ৰাখিব অসম অকল আহোম ৰাজত্বৰ কৰিছিল এয়া কথা নাপাহৰিব কামতাপুৰ ভূমিকলৈ হৈছে যত অসমীয়া সজাই নিজেৰ আহোম কেইটা লাচিত সেনা নিজৰ বুলি ভাবিছে ভুল বেচি ভাগে কোচ ৰজা সম্পতি

  • @bikashbora547
    @bikashbora547 ปีที่แล้ว +6

    সঁচাই, চকুৰ পানী ওলাই গ'ল....কিমান সুন্দৰ আছিল চাগে সেই দিনবোৰ...❤️❤️❤️

  • @rajenmili1049
    @rajenmili1049 ปีที่แล้ว +20

    👍🙏বৰ ভাল লগা অতীত স্মৰণ। বহুত পলমকৈহে এই পোষ্টটো পালো । মোৰ কল্পনাৰ পাখিয়ে আপোনাৰ দৰেই অতীত ক দৰ্শন কৰিবলৈ বৰ উদ্বাউল হয়। মোৰ বয়স ৫৫ বছৰ। মোৰ দেউতাই মোক মানে আমাৰ সহোদৰ সকলক , মোৰ সমনীয়া লগৰীয়া সকলোকে তেখেতসকলৰ শৈশৱৰ কেঁচা মাটিৰ কথা , তেখেতে তেখেতৰ দেউতাকৰ অৰ্থাৎ আমাৰ ককাৰ শৈশৱৰ অসমৰ কথা আদি অতি সুন্দৰ ভাৱে কৈছিল। আমি শুনা এই কথাবোৰ যদি সময়ত জুখি চাও নিশ্চয় ১৫০-২০০ বছৰৰ আগৰ অসম খনৰ কথা বহুখিনি জানিব পাৰি বৰকৈ আবেগিক হৈ পৰো । আপোনাৰ ভিডিঅ'টোত বৰ্ণিত প্ৰায়বোৰ কথা মোৰ পিতৃৰ কোৱা খিনিতকৈ প্ৰায় আৰু ২০০ বছৰৰ আগৰ । কথাখিনি একেবাৰে সচা সচা যেন লাগিল । আগলৈ এনে ধৰণে অতীত ৰোমন্থন কৰাব বুলি আশা ৰাখিলোঁ।

    • @kamruptourism4992
      @kamruptourism4992 ปีที่แล้ว

      তেন্তে বাৰু অকল ময়েই তামসিক আত্মা নহ‌ওঁ ?? বা আমিয়েই নহ‌ওঁনে অকল ??

  • @versatilediary8934
    @versatilediary8934 ปีที่แล้ว +11

    বৰ ধুনীয়াকৈ কথা খিনি উপস্থাপন কৰিলে। ভাল লাগিল দেই।
    বেয়া নাপায় যদি কথা এষাৰ কওঁ, মাজে মাজে এনেকুৱা ধৰণৰ বাতৰি বোৰ দেখুৱাই থাকিলে বেয়া নহয়। আমাৰ উঠি অহা প্ৰজন্ম এ শিকিব পাৰিব আৰু আমাৰ সংস্কৃতিক আঁকোৱালি লবলৈ গৌৰৱ অনুভৱ কৰিব।

    • @shikhamonideka7691
      @shikhamonideka7691 ปีที่แล้ว

      Xasa katha

    • @minisharma4957
      @minisharma4957 ปีที่แล้ว

      আপোনাৰ প্ৰকাশ ভঙ্গী বৰ ৰসাল । অতীতৰ কথা শুনি আৰু চাই কিবা এটা বেলেগ আমেজ

  • @nibagaro6976
    @nibagaro6976 ปีที่แล้ว +2

    ম ই জানিব বিছাৰো,শিৱসাগৰ,আহোমৰ
    অতিজৰ কথা,পাহৰি পেলালে,কিয় এনে
    আপোনি সোৱৰাই থাকক।আপোনাক
    বহুত বহুত ধনয্যবাদ।

  • @lovewithpdas4815
    @lovewithpdas4815 ปีที่แล้ว +3

    অসমৰ বিষয়ে সুন্দৰ video তো বনোৱা বাবে আপোনাক অলেখ ধন্যবাদ । আগলৈ আৰু নতুন নতুন video পোৱাৰ আশা থাকিল ধন্যবাদ l

  • @ratulrajbongshi928
    @ratulrajbongshi928 24 วันที่ผ่านมา

    ৪০০ বছৰ আগতে অসমখন অসম আছিল ্্্্্্্কিন্তু এতিয়া অসম খন দিনক দিনে বাঙলা দেশলৈ পৰিবৰ্তন হৈ গৈ আছে। অসমীয়া জাতিৰ দূৰ্ভাগ্য। এটা সময়ত বদনে মান আনিছিল, নিজৰ গাদি বচাবলৈ, এতিয়াও নিজৰ গাদি বচাবলৈ বাঙলাদেশী আনি অসমীয়া জাতিতো ধ্বংস কৰাৰ দিশে অগ্ৰসৰ হৈছে। বদনৰ পৰিয়ালৰ বংশ বৃদ্ধি হৈছে। জয় আই অসম।❤❤❤❤❤

  • @rubirajkhowa7183
    @rubirajkhowa7183 ปีที่แล้ว +8

    আপোনাৰ বাতৰি পৰিৱেশন বৰ শ্ৰুতিমধুৰ। আমি লাইঠেপেনা বৰগোহাঁই জীয়াৰী জয়মতী বংশৰ জীয়াৰী।

  • @sagarikakataki762
    @sagarikakataki762 ปีที่แล้ว +2

    কবলে ভাষা নাই কিমান বেছি ভাল লাগিল ...উফ্‌ সোনালী অসম ❤️❤️

  • @upscdreamergirld.d5219
    @upscdreamergirld.d5219 ปีที่แล้ว +18

    Your voice is amazing. Thanks a lot for giving us the opportunity to recall our past.

  • @pkdutta7953
    @pkdutta7953 10 หลายเดือนก่อน +3

    সেই দিন আৰু নাই সেই সোনৰ অসমখনো আজি নাই বৰ দুখ লাগে।

  • @NewcartooncarCom
    @NewcartooncarCom ปีที่แล้ว +5

    অ, মোর মরমর অসমী আই তেনেকৈ জীয়াই থম বুকুত সজাই । জয় আই মোর সোণর অসম !!❤❤❤❤

    • @rbvlogs9629
      @rbvlogs9629 ปีที่แล้ว

      Broh ro tu vlke likhiba

    • @vsm5550
      @vsm5550 ปีที่แล้ว

      ​@@rbvlogs9629 ro tu bisri pua nai😂

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw ปีที่แล้ว +1

    কবলৈ ভাষা নাই সুন্দৰ অসম আছিল পৰিবেশ ভাল আছিল ধন্যবাদ জনালোঁ আপোনাক 🙏

  • @chandramapathak8243
    @chandramapathak8243 ปีที่แล้ว +3

    সুন্দৰ অসম আছিল,পৰিবেশ ভাল আছিল সেইকাৰণে মানুহৰ মন ভাল আছিল, ধন্যবাদ, nostalgic

  • @prasantaborah5229
    @prasantaborah5229 ปีที่แล้ว +5

    সচাকৈয়ে কেনেকুৱা আছিল চাগৈ। মানুহ বোৰ মৰমীয়াল আছিল নে নিদয়ী আছিল। ভাবিলে গা মন কিবা লাগি যায়। আপোনাৰ কথাখিনি সচাকৈয়ে বৰ ভাল লাগিল। আগলৈও এনেকুৱা আবেগ ভৰা কথাবোৰ শুনিবলৈ পাম বুলি আশা কৰিলো।

  • @subratabiswas3292
    @subratabiswas3292 ปีที่แล้ว +1

    Video tu xasake bahut bhal lagil. Thanks

  • @jiliboro6323
    @jiliboro6323 ปีที่แล้ว +50

    Kobo gole.. Hei dintu besi bhal acli...

  • @assamdeni3311
    @assamdeni3311 ปีที่แล้ว +1

    Joi Aai Axom

  • @hemantadas2357
    @hemantadas2357 ปีที่แล้ว +1

    Bohut val lagise aru dibo dei

  • @AbdulMalik-ks5sr
    @AbdulMalik-ks5sr ปีที่แล้ว +1

    ভাল লাগিল অসয বুৰঞ্জী আকৌ প্ৰচলন কৰক শিক্ষানুষ্ঠানত

  • @sanjuimsanjay558
    @sanjuimsanjay558 ปีที่แล้ว +1

    Bor bhal lagil

  • @Abhichetia123
    @Abhichetia123 ปีที่แล้ว +5

    আমাৰ সোনাৰ অসম 🥰🥰❤️❤️💕

  • @akshal4248
    @akshal4248 ปีที่แล้ว +1

    Khub bhal songbad dile
    Like aru subscriber korilo

  • @BABULBARMAN1371
    @BABULBARMAN1371 4 หลายเดือนก่อน

    Bohut bhal lagil...uposthapona oti dhunia hoise...akow koiso bohut bohut bhal lagil

  • @pankajgogoi5395
    @pankajgogoi5395 4 หลายเดือนก่อน

    Bohut val asil hei din bur very good very very nice thank you so much beautiful 💕💕💕💕💕💕💕💕

  • @alokdutta5907
    @alokdutta5907 ปีที่แล้ว

    সঁচাকৈয়ে বহুত সুন্দৰ উপস্থাপন আৰু অতীতৰ সোণৰ অসমখনৰ এক ঐতিহাসিক সোণালী দৃশ্য দেখি সঁচাকৈয়ে বহুত ভাল লাগিল । এইয়া ৪০০ বছৰৰ পূৰ্বৰ আহোম ৰাজ শাসনৰ সময়ৰ এক ৰোমন্থন কৰিবলগীয়া অতীতৰ এক মধুৰ চিৰ যুগমীয়া স্মৃতি ।

  • @jutikagogi4257
    @jutikagogi4257 28 วันที่ผ่านมา

    সোণোৱালী আখৰেৰে জিলিকি আছে সেই চাৰিশবছৰৰ আগৰ জন-জীৱন বুৰঞ্জীত.....❤

  • @dimbeswarrajbongshi8900
    @dimbeswarrajbongshi8900 ปีที่แล้ว

    মহাশয় ,আপোনাৰ পৰা বহু নজনা কথা শিকিবলৈ পালোঁ ,বহু ধন্যবাদ জনালোঁ।

  • @binodbujarbaruah
    @binodbujarbaruah 27 วันที่ผ่านมา

    I had History in college. Well drscription.
    Those days are gone.

  • @junumech7558
    @junumech7558 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ বহুত ভাল লাগিল‌ 👏👏 কৃষ্ণ সেৱা জনাইছে ধন্যবাদ জনাইছোঁ কৃষ্ণ কৃষ্ণ

  • @promodborah3768
    @promodborah3768 ปีที่แล้ว

    Goodmorning sir আপোনাৰ পুৰনি দিনৰ কাহিনীৰ চাই ভাল লাগিল এই দৰে পেৰনা দি থাকিৱ ধন্যবাদ থাকিল

  • @GouriGogoi-yy5ib
    @GouriGogoi-yy5ib หลายเดือนก่อน

    Bhal lagil

  • @lululellws1669
    @lululellws1669 ปีที่แล้ว +1

    Bhal lagil...

  • @AltafHussain-wn6yf
    @AltafHussain-wn6yf ปีที่แล้ว +6

    সুন্দৰ অনুষ্ঠান।
    নষ্টালজিক হৈ পৰিলো। 🙏🙏

  • @Arupa-mg8rv
    @Arupa-mg8rv ปีที่แล้ว

    Bohut vl lgise

  • @mrinmoykumarchoudhury6321
    @mrinmoykumarchoudhury6321 ปีที่แล้ว +2

    Assam.The Land of Rising Sun.Jai Aai Asom

  • @jhunaramgonju6165
    @jhunaramgonju6165 ปีที่แล้ว

    Eman duniya koi bujai deye sir manisu apunak very nice video

  • @Dadabhai972
    @Dadabhai972 ปีที่แล้ว

    অতীত কথা বা বুৰঞ্জীৰ ৰোমন্থন কৰিলে মনটো বৰ ভাল লাগে কিন্তু বেছি অতীতৰ কথা ভাবি থাকিলেও বৰ্তমানৰ ওপৰত প্ৰভাৱ পৰে । আমি খাৰ খোৱা অসমীয়া
    অতীতৰ বহুত শিক্ষা পোৱা যায় ।

  • @sankaraxomemusic3923
    @sankaraxomemusic3923 ปีที่แล้ว +6

    Jay বীৰ lachit 👍🙏

  • @khaninsarma5522
    @khaninsarma5522 ปีที่แล้ว

    Bahut bhal lagil.. thnk u

  • @chandramapathak8243
    @chandramapathak8243 ปีที่แล้ว

    বহুত ভাল আছিল,খুব ভাল লাগিছে,আপোনাক ধন্যবাদ

  • @bikashgogoi4264
    @bikashgogoi4264 ปีที่แล้ว

    Hey din bilag ai buhut Val asile ♥️

  • @mr.bairagi9342
    @mr.bairagi9342 ปีที่แล้ว

    Thanks for uploading this type of informative vdo.

  • @krishmita22
    @krishmita22 ปีที่แล้ว

    ভাল বনাইছে দাদা

  • @Digantabhai8430
    @Digantabhai8430 ปีที่แล้ว +1

    Dinbur bohut vl lasil❤️❤️❤️

  • @travelvlogs5093
    @travelvlogs5093 ปีที่แล้ว +2

    অতীত বুৰঞ্জীয়ে এটা কথাই সোঁৱৰাই দিয়ে এদিন এই স্বাধীন ভূখণ্ডত একো একোজন বীৰ পুৰুষে জন্ম লৈছিল, লাচিতৰ ৬ ফুট উচ্চতাৰ হেংদাং খনেই ইয়াৰ প্ৰমান।

  • @iswaryk28october
    @iswaryk28october ปีที่แล้ว +1

    আপোনাৰ ভিদিও টো ছায় বহূ ভাল লাগিছে . 1000/2000 বছৰ আগৰ অসমখন কেনে আছিল দেকূৱালে ভাল পাম...

  • @kristenjek3044
    @kristenjek3044 ปีที่แล้ว +1

    Bohut bhal lagil aibur ami prathomik bidyaloy t pathdan korisilo

  • @axomiyamoi1285
    @axomiyamoi1285 ปีที่แล้ว +4

    Nice voice sir

  • @BiswajitDas-um4sp
    @BiswajitDas-um4sp ปีที่แล้ว

    Khub val lagil poroni assomok sai,

  • @faith9666
    @faith9666 ปีที่แล้ว +2

    Amazing voice.

  • @nightridingking847
    @nightridingking847 ปีที่แล้ว +2

    bohu vl loga video

  • @prodipkhound4287
    @prodipkhound4287 ปีที่แล้ว

    বৰ ভাল লাগিল আপোনাৰ কল্পনা।

  • @ajitdutta9034
    @ajitdutta9034 ปีที่แล้ว

    Hosakoiye bht val lagil

  • @mamaassam3044
    @mamaassam3044 ปีที่แล้ว +1

    Oti khundar uposthapon vagin hosakoi bohut val lagil👍+🔔✔️karilu thank you🙏❤

  • @User12414
    @User12414 ปีที่แล้ว

    Val lagil enekua anusthan lage ❤️❤️

  • @rupam_editz7
    @rupam_editz7 ปีที่แล้ว

    Mon jai ghuri jbole

  • @UdayanBoruah-vs5be
    @UdayanBoruah-vs5be ปีที่แล้ว

    mojaaaaa

  • @surjycreation561
    @surjycreation561 ปีที่แล้ว

    Bhut ভাল লাগিল video tu sai

  • @jyotisankarnath8826
    @jyotisankarnath8826 ปีที่แล้ว

    Khosakoi bht Val lagil dei

  • @santanaphukongogoi7275
    @santanaphukongogoi7275 ปีที่แล้ว

    বহুত ভাল লাগিল চাই.

  • @bhabashdeka3294
    @bhabashdeka3294 ปีที่แล้ว

    বহুতে ভাল লাগিল 🙏🙏🙏

  • @paragkonwar21
    @paragkonwar21 ปีที่แล้ว

    Val lagil

  • @nabajyotidas5778
    @nabajyotidas5778 25 วันที่ผ่านมา

    very nice Sir❤❤❤

  • @bikashsharma6854
    @bikashsharma6854 ปีที่แล้ว

    Khosa bhut vl lagil

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 ปีที่แล้ว

    সুন্দৰ ব্যাখ্যা ।

  • @dharmendradas2825
    @dharmendradas2825 ปีที่แล้ว

    সুন্দৰ বৰ্ণনা।নষ্টালজিক হৈ গলো।

  • @amanborah8358
    @amanborah8358 ปีที่แล้ว

    Nice Dada

  • @mthuborgohain1956
    @mthuborgohain1956 ปีที่แล้ว +1

    Hundor oposthapon

  • @thanukonwar2410
    @thanukonwar2410 ปีที่แล้ว

    Bohut dhunia..

  • @akashtossaakashtossaakasht5189
    @akashtossaakashtossaakasht5189 ปีที่แล้ว

    Apunar kotha huni val lagil

  • @BiswajitPhukon-bq9oi
    @BiswajitPhukon-bq9oi หลายเดือนก่อน

    So nice videos ❤

  • @monjulamoran1040
    @monjulamoran1040 ปีที่แล้ว

    দাদা আপোনাক বহুত ভাল লাগিল

  • @talhahussain3362
    @talhahussain3362 ปีที่แล้ว

    bohut val lagil❤️

  • @mujammilhaqueofficial2007
    @mujammilhaqueofficial2007 ปีที่แล้ว

    Khosaye bahot bhal lagil

  • @rupamrabha8708
    @rupamrabha8708 ปีที่แล้ว +1

    Bhut Miss koru

  • @husseinmonwar2307
    @husseinmonwar2307 4 หลายเดือนก่อน

    Val. Sir

  • @Bitupan2383
    @Bitupan2383 ปีที่แล้ว

    Dhuniya

  • @sanjivregon3094
    @sanjivregon3094 10 หลายเดือนก่อน

    সুন্দৰ❤❤❤

  • @akhimkalita1414
    @akhimkalita1414 ปีที่แล้ว

    Kotha bohut val lagile vdo2 Sai dada gauor nom thiyo hoi goise akou jodi jodi jabo lage horay ghatoloi luit paror deka bondhu nethakiba roi

  • @thanukonwar2410
    @thanukonwar2410 ปีที่แล้ว

    Dhunia lagil,,,, aru kiba eta episode loi anibo,, aakha thakil,,, thank you...

  • @niyordas7014
    @niyordas7014 ปีที่แล้ว

    তাহানিৰ দিনবোৰ ভাবিলে বৰ আচৰিত যেন লাগে পোহৰ বুলিবলৈ একো এটা নাছিল,মনত বহুত প্ৰশ্ন কিন্তু কাক কম কোনে উত্তৰ দিব। তাহানিৰ দিনৰ মানুহবোৰে কষ্ট পাইছিল নে বৰ্তমানৰ মানুহে কষ্ট পাইছে ভাবিলে কিবা আচৰিত যেন লাগে।

  • @pranjalboruah5007
    @pranjalboruah5007 ปีที่แล้ว +1

    তেতিয়া দিনবোৰে চাগে বহুত ভাল আছিল

  • @jibanchetia2329
    @jibanchetia2329 ปีที่แล้ว

    Hundur video

  • @korabimedhi9961
    @korabimedhi9961 ปีที่แล้ว +2

    Otitor dinbure hoitu bohut hukhor asil mur aenekua lage 400 bosoroloi najau ami horu hoi thokar time kone bohut hukhor asil hei dinbur ajir tulonat bohut besi hukhor asil jitu aji dinot aru hei hukh napau

  • @Binayvlogs6
    @Binayvlogs6 ปีที่แล้ว +1

    Bohut khon clips eaty bortomanot video shoot kori black and white kori dise 😅 First clip to sawk tetiya tenekua Car asil naki 😅 Car thakibo pai kintu teneka nasil . Kintu history khosai val lagil

  • @upenkoch385
    @upenkoch385 ปีที่แล้ว

    ভাল লাগিলে দেই চাই সচাঁই

  • @dr.gobindamoral7359
    @dr.gobindamoral7359 หลายเดือนก่อน

    এই আবেগ অনুভূতিৰ মেটমৰা ভঁৰাল বুকুত বান্ধি লৈ আধুনিক অসমৰ সংগ্ৰামী জনতাই অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ অৰ্থে বিশ্ব কপোৱা বিদেশী বিতাৰণৰ মহাসংগ্ৰাম আৰম্ভ কৰিছিল । মহা সংগ্ৰাম বিফল কৰিবলৈ ভাৰত ৰাষ্ট্ৰৰ কাণ্ডাৰী (কলা বঙাল) সকলে সংগ্ৰামী অসমীয়াৰ ওপৰত অকথ্য নিৰ্যাতন আৰম্ভ কৰিছিল । ইয়াৰ পটভূমিত এচাম তেজাল অসমীয়া ডেকাই হাতত মাৰানাস্ত্ৰ তুলি ভাৰতীয় ৰাষ্ট্ৰীয় ব্যবস্থাটোক প্ৰত্যাহ্বান জনাই সহস্ৰ সংগ্ৰাম আৰম্ভ কৰিছিল যদিও ইয়াৰ কোনো সুফল পোৱা নগল ! ফলত অসম আৰু অসমীয়াৰ অস্তিত্ব বিপন্ন প্ৰায় বৰ্ত্তমানৰ নাজল - নাথল অৱস্থাৰ সৃষ্টি হৈছে । সেয়ে অসমীয়াই পুৰণি তথা বুৰঞ্জীৰ কথা পাহৰিবলৈ চেষ্টা কৰিছে যেন মোৰ অনুভৱ ?
    ধন্যবাদ ।

  • @lakhiteron3317
    @lakhiteron3317 ปีที่แล้ว

    Berry nice lagise

  • @palashdeka7996
    @palashdeka7996 5 หลายเดือนก่อน

    Bohot emotional hoi porilu😢😢😢
    Ajir axom nai😢😢

  • @dharitri1857
    @dharitri1857 ปีที่แล้ว

    Bor val lagil ❤️❤️❤️

  • @Bohvjd123
    @Bohvjd123 ปีที่แล้ว

    Sanjit boro bout bhai lagil