বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ অন্যতম পচন্দ কেশব বৰুৱা

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ก.ค. 2024
  • আম্বানী পৰিয়ালৰ বিয়াত গীত গোৱা অসমৰ কণ্ঠশিল্পী গৰাকী
    INDIAN ARMYৰ
    বাবে গীত পৰিৱেশন কৰে কেশব বৰুৱাই
    বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ অন্যতম পচন্দ কেশব বৰুৱা
    Contact with Chakrrapanni Parashar on
    📷 Instragram: baarta_laap?igs...
    🚀Facebook : / chakrrapanni. .
    ✅Main Channel : / @baartalaap .
    👱‍♂️Vlog Channel : / @chakrapaniparash. .
    ...................................
    / baartalaapme. .
    For Business Enquiry Email :-Baartalaapofficial@gmail.com
    Show Enquiry : 8472051224
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/
    #chakrapaniparashar #baartalaap #assameseinterview #singer

ความคิดเห็น • 281

  • @brjonardan3481
    @brjonardan3481 4 วันที่ผ่านมา +7

    অসমৰ বাবে এটি অচিনাকি কণ্ঠ! অথচ বলিউডত অতিকৈ জনপ্ৰিয়।তেনেহেন সংস্কৃতিবাণ ব্যক্তি তথা শিল্পী গৰাকীক বাৰ্তালাপত চিনাকি কৰি দিয়া বাবে আপোনালৈ ধন্যবাদ নিদি নোৱাৰিলো। আজি চৌদিশে অসমীয়াৰ জয় জয় ময় ময়। অসমীয়া হিচাপে সঁচাকৈয়ে আমি গৌৰৱান্বিত। সন্মানীয় কেশৱ বৰুৱালৈ বহুত বহুত ধন্যবাদ । দেশ তথা বিশ্বৰ বুকুত উজলি উঠক অসমীয়া সংস্কৃতি। এয়াই বাৰ্তালাপৰ জড়িয়তে আপোনালৈ শুভ কামনা ❤

    • @anjanabaro6275
      @anjanabaro6275 2 วันที่ผ่านมา

      😊😊😊😊😊😊😊😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊😊😊😊😊😊😊😊😊😊😊😊❤😊😊❤😊❤😊❤😊❤😊😊😊😊😊😊❤😊❤😊😊😊😊😊😊😊😅😊😊😊😊😊😊😊😊😊😊😊😊😊😊😅😮😮😮😮😮😅😅😮😮😅😅😅😅😅😅😮😮😅😮😅😮😅😮

    • @keshabdhwani1044
      @keshabdhwani1044 2 วันที่ผ่านมา

      ধন্যবাদ❤

  • @trinayanhandique7459
    @trinayanhandique7459 12 วันที่ผ่านมา +42

    কেশৱ বৰুৱাক লৈ মই বহুত গৌৰৱ অনুভৱ কৰোঁ। বহুত কষ্ট কৰি আজি এইখিনি পাইছে। মই বৰ মৰম কৰোঁ। চক্ৰপানি পৰাশই তোমাক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি বৰ ভাল কাম কৰিছে। তোমাক অসমৰ ৰাইজে জনাটো বৰ দৰকাৰ।

    • @mamonidevi617
      @mamonidevi617 12 วันที่ผ่านมา

      Bohut bhal lagil anusthantu chai

  • @chinupathak2664
    @chinupathak2664 9 วันที่ผ่านมา +11

    বাৰ্তালাপৰ এটি শ্ৰেষ্ঠ খণ্ড। অভিনন্দন কেশৱ বৰুৱা। Go ahead.

  • @kamalakantanath2896
    @kamalakantanath2896 4 วันที่ผ่านมา +4

    বহুত ভাল লাগিল। অসমীয়াৰ গৌৰৱ ।ভৱিসত কুশল কামনা কৰিলো। চাপৰমুখ নগাঁও ।

  • @parameswarnath-ps1fb
    @parameswarnath-ps1fb 8 วันที่ผ่านมา +6

    ইমান জনপ্ৰিয় মানুহজনক আজিহে চিনি পালো।অসমৰ গৌৰব God bless you.

  • @anamikadutta8912
    @anamikadutta8912 7 วันที่ผ่านมา +5

    বহুত ভাল লাগিল ....কেশৱ বৰুৱা আৰু আগুৱাই যাওঁক .......ধন্যবাদ ....

    • @pamisaikia4818
      @pamisaikia4818 6 วันที่ผ่านมา

      বহুত বহুত ভাল লাগিল ।

  • @user-jc7kp1iu3r
    @user-jc7kp1iu3r 7 วันที่ผ่านมา +8

    বহুত বহুত ধন্যবাদ আৰু আগবাঢ়ি যোৱা ভগৱানে আশীৰ্বাদ কৰক।

  • @niyorgamer8824
    @niyorgamer8824 19 ชั่วโมงที่ผ่านมา

    Val lagil.. Hundor

  • @td8671
    @td8671 3 วันที่ผ่านมา +1

    বাৰ্তালাপ অনুষ্ঠানত হঠাৎ এটি সুন্দৰ সাক্ষাৎকাৰ চাই অতি আপ্লুত হলো। উজনি অসমৰ গহপুৰ নামৰ ঠাইৰ পৰা অতি কম বয়সীয়া নিভাজ শিল্পী কেশৱ বৰুৱা- যাৰ মিঠা কথা, লাজৱাৱ দৰদী কণ্ঠ, বিশ্ব বৰেণ্য সংগীত সাধক সকলৰ সান্নিধ্যত , সংগীতৰ ব্যাকৰণ শিকি, পাহাৰ - ভৈয়াম , যুদ্ধক্ষেত্ৰ, সাংস্কৃতিক ক্ষেত্ৰ একাকাৰ কৰি গীত গাই যি নজীৰ দাঙি ধৰিছে তাৰ বাবে শিল্পী কেশৱ বৰুৱাক ধন্যবাদ জনাবলৈ ভাষাহীন হৈ পৰিছো।কেৱল অসম গৌৰৱ নহয় ভাৰত গৌৰৱ কেশৱ বৰুৱা নামেৰে তেওঁ পৃথিৱী জনাজাত হওঁক।লগতে বাৰ্তালাপৰ উদ্যোক্তা চক্ৰপানি পৰাশৰ আৰু সতীৰ্থ সকলকো শুভেচ্ছা জ্ঞাপন কৰিলো । ধন্যবাদ
    = জয়া দাস বৰুৱা=
    বৰপেটা

    • @keshabdhwani1044
      @keshabdhwani1044 2 วันที่ผ่านมา

      বহুত বহুত ধন্যবাদ ..🙏❤

  • @nareswardas7725
    @nareswardas7725 6 วันที่ผ่านมา +2

    ইমান জনপ্ৰিয় মানুহজনক আজিহে চিনি পালোঁ । আগ বাঢ়ি যাওক। । বহুত ভাল লাগিল ।

  • @ritatalukdar7264
    @ritatalukdar7264 9 วันที่ผ่านมา +3

    Bohut bhal lagil....tumak Nanda Banerjee sir r grt log paisilu❤....aguai jua aru🙏💐

  • @user-zi5qb4vv3v
    @user-zi5qb4vv3v 6 วันที่ผ่านมา +2

    আজি এই অনুষ্ঠানত চক্ৰপাণি লৈ বহুত বহুত ধন্যবাদ যাঁচিছো। মই বিশেষ কৈ এনে এজন সুমধুৰ কণ্ঠশিল্পী এগৰাকীক সচাঁকৈ চিনি পোৱা নাছিলো। আজি এই অনুষ্ঠানত এখেতক দেখা পাই গৌৰৱান্বিত হৈছো্ ।এখেতৰ কথা কোৱা আচৰণ ইমান সুন্দৰ।কেশৱ বৰুৱাক লৈ মই বহুত গৌৰৱ অনুভৱ কৰোঁ। বহুত কষ্ট কৰি আজি এইখিনি পাইছে। মই তেখেতক অলপ মৰম যাঁচিছো। চক্ৰপানি পৰাশই তোমাক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি বৰ ভাল কাম কৰিছে। তোমাক অসমৰ ৰাইজে জনাটো বৰ দৰকাৰ। আগলৈ আকৌ লগ পাম।🙏🙏🙏

  • @kamaldas6429
    @kamaldas6429 3 วันที่ผ่านมา

    Bohut val lagisa. ❤❤❤

  • @Bidyadhar29
    @Bidyadhar29 5 วันที่ผ่านมา +1

    Best video.

  • @rajashridas1955
    @rajashridas1955 3 วันที่ผ่านมา

    বহুত বহুত আন্তৰিক অভিনন্দন 🎉থাকিল তেখেতৰ যাত্রা আৰু সুন্দৰ হওক 💐🙏 এটা সুন্দৰ সাক্ষাৎকাৰ 🙏🙏

  • @knarah5676
    @knarah5676 4 วันที่ผ่านมา

    Bohut val lagile

  • @girindasarmah8003
    @girindasarmah8003 11 วันที่ผ่านมา +4

    আপোনালৈ বহু বহু ধন্যবাদ থাকিল আপোনাক ঈশ্বৰে মঙ্গল কৰক

  • @dwijenthakuria6008
    @dwijenthakuria6008 5 วันที่ผ่านมา

    চক্ৰপাণি ডাঙৰীয়ালৈ ধন্যবাদ থাকিল। কেশৱ বৰুৱাৰ প্ৰতি মৰম, আশীৰ্বাদ যাচিলো। ভবিষ্যতে লগ পোৱাৰ আশা থাকিল। ফোন নং লাগিছিল।

  • @surajitchutia6635
    @surajitchutia6635 12 วันที่ผ่านมา +5

    ইমান সুন্দৰকৈ এক ঘণ্টা সকলো কৈ গল অলপো আমনি নালাগিল কি সুন্দৰ প্ৰতিভা, শেষত তেখেতৰ গীতটি বেছি ভাল লাগিল কি সুন্দৰ❤🎉

    • @luckyahmed2972
      @luckyahmed2972 11 วันที่ผ่านมา

      ভাল লাগিল, শুভেচ্ছা জনালোঁ দুয়ো জনকে ।

  • @user-zc1pm4eh2o
    @user-zc1pm4eh2o 4 วันที่ผ่านมา +1

    YOUR SANGEET YATRA IS BRILLIANT ONE.Shareing yr experience in the society be maintained for ahead.God

  • @yogajinikalita4754
    @yogajinikalita4754 2 วันที่ผ่านมา

    খুউব ভাল লাগিল।

  • @probhatmoran7594
    @probhatmoran7594 11 วันที่ผ่านมา +16

    ইমান জনপ্ৰিয় এজন মানুহক চিনি পোৱা নাছিলো৷🙏বহুত বহুত ধন্যবাদ৷

  • @jayantahirahira-jn1ht
    @jayantahirahira-jn1ht 5 วันที่ผ่านมา +1

    Bhout bhout Val lagila....🇮🇳🇮🇳🇮🇳🙏🙏🙏🤝🤝🤝

  • @sarmistaswargiary2495
    @sarmistaswargiary2495 วันที่ผ่านมา

    Bhut bhal lagila😊

  • @JaanmoniSaikia-gp5be
    @JaanmoniSaikia-gp5be 11 วันที่ผ่านมา +1

    Bohut val lagil ❤️❤️

  • @user-dc1ue8ks7k
    @user-dc1ue8ks7k 2 วันที่ผ่านมา

    বহুত ভাল লাগিছে ৷ভৱিষ্যত উৰ্জল কামনা কৰিলো ৷

  • @champawatydas5086
    @champawatydas5086 6 วันที่ผ่านมา

    বহুত ভাল লাগিল I আশীৰ্বাদ থাকিল কেশৱ বৰুৱা লৈ

  • @user-gi9ow1gh5p
    @user-gi9ow1gh5p 23 ชั่วโมงที่ผ่านมา

    Val.lagil.kothabur.huni

  • @mukutadevi302
    @mukutadevi302 3 วันที่ผ่านมา

    কেশৱ বৰুৱা ভাইটিৰ কোমল কণ্ঠৰ মিঠা মিঠা গান শুনি বহুত বহুত বেছি ভাল লাগিল। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। লগতে বাৰ্তালাপকো ধন্যবাদ জনাইছো ইমান সুন্দৰ এটা অনুষ্ঠান ৰাইজৰ মাজলৈ আগবঢ়োৱা বাবে।

  • @kailashbharali5604
    @kailashbharali5604 7 วันที่ผ่านมา +1

    Miyo ajn aprashakhit sipli pramik aponak atia all evrithing janilo bhut val lagil . Dhanybad.

  • @legend_gaminng
    @legend_gaminng 2 วันที่ผ่านมา

    Kesab Da , TH-cam te holeu lag paai bor val.lagil ! Saku dhaya hol !🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @runimamahanta6699
    @runimamahanta6699 11 วันที่ผ่านมา +1

    সুন্দৰ কণ্ঠ। শুভকামনা থাকিল।

  • @debapriyomusical.7417
    @debapriyomusical.7417 5 วันที่ผ่านมา

    বৰুৱা জিন্দাবাদ ❤❤❤😊

  • @dibakarbarkakaty8158
    @dibakarbarkakaty8158 6 วันที่ผ่านมา

    Bahut val lagil

  • @nirupomaborpatra977
    @nirupomaborpatra977 14 ชั่วโมงที่ผ่านมา

    Bhal lagil Assamar gaurab

  • @chandraprovaborahsaikia5601
    @chandraprovaborahsaikia5601 5 วันที่ผ่านมา

    বহুত ভাল লাগিল

  • @beautygayan90
    @beautygayan90 11 วันที่ผ่านมา +3

    বহুত ভাল লাগিল আশীবাদ থাকিল ।❤❤

  • @purnimamahantaray7841
    @purnimamahantaray7841 11 วันที่ผ่านมา +3

    বহুত ভাল লাগিল, শুনি থাকিলে শুনি থাকিব মন যায়,আমনি লগা নাই

  • @user-ct1wc3nd6n
    @user-ct1wc3nd6n 12 วันที่ผ่านมา +1

    Bahut kotha janilu teor pora..... Chakrapani ku dhnyabad jonalu❤❤

  • @michaelvlogs4811
    @michaelvlogs4811 3 วันที่ผ่านมา +1

    ইমান জনপ্ৰিয়তা বলিউডত কিন্তূ আজিহে চিনি পাইছো।আগুৱাই যাব তাকেই কামনা কৰিছো।❤

  • @dhrubajyoti2260
    @dhrubajyoti2260 10 วันที่ผ่านมา +1

    বৰ সুন্দৰ কন্ঠ ভাল লাগিল

  • @banajituzir5197
    @banajituzir5197 8 วันที่ผ่านมา +1

    Dear Chakra Paani Poraakhor,I Know Very Well YOu are exceptional With Very Good, Long live Indian Army..

  • @gakulsarma3743
    @gakulsarma3743 6 วันที่ผ่านมา

    Bartalap aru Parasor sale aribonuwari❤❤❤❤❤❤❤❤❤❤sesoloike salu.Dhanyabad.

  • @kundalrajkhowa4929
    @kundalrajkhowa4929 4 วันที่ผ่านมา

    বৰ ভাল লাগিল

  • @tanujadevi3768
    @tanujadevi3768 4 วันที่ผ่านมา

    অভিনন্দন জনালো। আপুনি আগুৱাই যাওক ।

  • @mitalinath6601
    @mitalinath6601 6 วันที่ผ่านมา +1

    ইমান আগশাৰীৰ শিল্পী তেওঁ কোনো দিনে দেখাই নাছিলো । ভাল লাগিল অনুষ্ঠানটো ❤

  • @user-dt8mx3vh3p
    @user-dt8mx3vh3p 8 วันที่ผ่านมา +1

    বৰ সুন্দৰ❤❤❤

  • @user-bv3wd5rv1v
    @user-bv3wd5rv1v 6 วันที่ผ่านมา

    অভিনন্দন....🎉 আপোনাৰ এই যাত্ৰাক লৈ বুকুখন গৰ্বিত হৈ উঠিল.......।

  • @abdulmotin7868
    @abdulmotin7868 7 วันที่ผ่านมา +1

    বহুত ভাল লাগিছে ❤

  • @kanchowalidas9204
    @kanchowalidas9204 2 วันที่ผ่านมา

    Bahwt val lagil asmar lara amar gorab asibad thakil

  • @BhugeshorHira
    @BhugeshorHira 4 วันที่ผ่านมา

    বহোত ভাল লাগিছে

  • @Rajshreebaruah
    @Rajshreebaruah 11 วันที่ผ่านมา +2

    Bohut bohut besi val lgile..

  • @user-rc4mw8tp5r
    @user-rc4mw8tp5r 8 วันที่ผ่านมา +1

    Bhal lagil,go ahead

  • @samiranbordoloi5519
    @samiranbordoloi5519 2 วันที่ผ่านมา

    Very very thanks.

  • @dheerasaikia4664
    @dheerasaikia4664 7 วันที่ผ่านมา

    Bohut bohut bhal lagil nothing botorai Iman ajon xadharon Lora kintoo imanei protibhaxali hoi aasorit Paul xosakoi khubei xolag Lobo loga Lora tumi a axirbad thakil

  • @gitahazarika3192
    @gitahazarika3192 4 วันที่ผ่านมา

    Bhut bhut thanks b b akhibad thal

  • @uddhabbaishya5097
    @uddhabbaishya5097 5 วันที่ผ่านมา

    Keshab Barua is our asset .

  • @bhanumatidaimary3542
    @bhanumatidaimary3542 6 วันที่ผ่านมา

    Sunder kantha go ahead

  • @abhijitborgohain350
    @abhijitborgohain350 10 วันที่ผ่านมา

    বৰ সুন্দৰ ৷ উজ্জ্বল নক্ষত্ৰ ৷ আশীৰ্বাদ সদায় থাকিব ৷

  • @bijoytiru2714
    @bijoytiru2714 6 วันที่ผ่านมา

    Bahut bhal lagil anusthan tu dekhi. Keshab Baruah dangorialoi bahut dhanyabad.

  • @nirurajkhowakonch4324
    @nirurajkhowakonch4324 6 วันที่ผ่านมา

    বহুত ভাল লাগিল অনুষ্ঠানটো

  • @rupantapriyamofficial8577
    @rupantapriyamofficial8577 12 วันที่ผ่านมา +2

    ইমান সুন্দৰ কণ্ঠ bohut val lagil sai

  • @minuchangmai1717
    @minuchangmai1717 6 วันที่ผ่านมา

    এনেদৰেই অসমৰ নাম উজলাই গৈ থাকক। বহুত বহুত শুভেচ্ছা থাকিল।

  • @jitenkonwar1856
    @jitenkonwar1856 4 วันที่ผ่านมา

    😂Bhuit bhal lagil God bless you always

  • @prodipkhound4287
    @prodipkhound4287 7 วันที่ผ่านมา

    বৰ ভাল লাগিল। ভবিষ্যত আৰু উজ্জ্বল হোৱাৰ কামনা কৰিলোঁ।

  • @beaulaboruahmoran4697
    @beaulaboruahmoran4697 4 วันที่ผ่านมา

    Thank you Chokrapani Sir🙏🙏🙏

  • @user-ov7vw5ck6d
    @user-ov7vw5ck6d 7 วันที่ผ่านมา

    ইমান ধুনীয়া অনুস্থান আগতে পোৱা নাছিলো, ।

  • @nityanandamahanta1372
    @nityanandamahanta1372 7 วันที่ผ่านมา

    Bhal lagil . Positive news

  • @rekharajbongshi2941
    @rekharajbongshi2941 6 วันที่ผ่านมา

    Very nice.👍👍👍

  • @MITHUBARUAH-js2lc
    @MITHUBARUAH-js2lc 10 วันที่ผ่านมา +1

    ইমান ধুনীয়া অনুষ্ঠান এটি উপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @sanjibphukon6924
    @sanjibphukon6924 5 วันที่ผ่านมา

    এনে অনুষ্ঠানত অসমীয়া আৰতিছ ভাল লাগিছে । আচলতে এক হাজাৰ কুটি টকা একে দিনাই উঠাই ললে ,

  • @rahulboruah1211
    @rahulboruah1211 6 วันที่ผ่านมา

    Proud of my brother ♥️

  • @ajaygogoi1495
    @ajaygogoi1495 7 วันที่ผ่านมา

    Very Good Programme. No words to say.
    All artist may kindly be brought to light.

  • @lilykhanikar8323
    @lilykhanikar8323 7 วันที่ผ่านมา

    Ajihe cini palu bor val lagil

  • @ranjitgogoi3354
    @ranjitgogoi3354 8 วันที่ผ่านมา +1

    Excellent.May God bless you .

  • @nirurajkhowakonch4324
    @nirurajkhowakonch4324 6 วันที่ผ่านมา

    চক্ৰপাণিৰ বিষয়বস্তু বাচনি বৰ সুন্দৰ

  • @jantihira9356
    @jantihira9356 9 วันที่ผ่านมา +5

    ইমান ধুনীয়া স্পষ্ট ভাৱে কথা পতা দেখিয়েই বৰ ভাল লাগিল ..দুয়োজনকে আন্তৰিক শুভেচ্ছা থাকিল।

  • @MayuriDuliajan
    @MayuriDuliajan 11 วันที่ผ่านมา +5

    Mur musicor first guru Manuranjan uncle asil...Aji teo nai...akow monot pori gol teo loi

  • @user-jx9uu7lx4u
    @user-jx9uu7lx4u 12 วันที่ผ่านมา

    খুব ভাল লাগিল অনুষ্ঠান টো...🌺

  • @AffectionateEspressoMach-du2pn
    @AffectionateEspressoMach-du2pn 2 วันที่ผ่านมา

    Love from naharkatia ❤❤❤❤

  • @junakiboruah4081
    @junakiboruah4081 7 วันที่ผ่านมา +1

    প্ৰথম ‌কেশৱ বৰুৱাৰ বাৰ্তা ৰাপ চাই অশেষ ধন্যবাদ থাকিল ।

  • @babulsonowal5023
    @babulsonowal5023 5 วันที่ผ่านมา

    Bohut bohut bhal lagil. Porashor aru Borua ,doyuoloike bohut subhakamonare

  • @yutikagogoiburhagohain8765
    @yutikagogoiburhagohain8765 8 วันที่ผ่านมา

    সাংঘাতিক ভাল লাগিল বাৰ্তালাপ চাই ---

  • @user-xu6yj6hh1c
    @user-xu6yj6hh1c 9 วันที่ผ่านมา +1

    Mur Ane anubhav hoiche enekoi gabo pora amar majot dekhun bohutei ase.

  • @aninditakhanikar2478
    @aninditakhanikar2478 11 วันที่ผ่านมา

    বৰ ভাল লাগিল।নজনা কথা জনোৱাৰ বাবে ধন্যবাদ

  • @diptidutta8569
    @diptidutta8569 11 วันที่ผ่านมา

    বহুত ভাল লাগিল তেওঁক অজস্ৰ শুভ কামনা জনালোঁ ❤

  • @BhupenBora-s1w
    @BhupenBora-s1w 5 วันที่ผ่านมา

    ভাল লাগিল অনুষ্ঠানটো চাই ।অনাগত দিনত এনে ধৰণৰ অনুষ্ঠান চাবলৈ পাম বুলি আশা থাকিল ।

  • @user-oy1sr5dx8q
    @user-oy1sr5dx8q 6 วันที่ผ่านมา

    কেশৱ বৰুৱা নামটো শুনি আছিলো,আজি সাক্ষ্যাৎকাৰটো চাই খুব ভাল লাগিল।বহুত কথা জানিলো।

  • @LohitBorah-ny8jb
    @LohitBorah-ny8jb 11 ชั่วโมงที่ผ่านมา

    এইয়া হল অসমৰ গৌৰৱ।

  • @rupeswarkonwar7609
    @rupeswarkonwar7609 7 วันที่ผ่านมา

    Very nice

  • @user-cn1dh9ls4m
    @user-cn1dh9ls4m 8 วันที่ผ่านมา

    Nice.

  • @AlakeshBarman-pc8zn
    @AlakeshBarman-pc8zn 7 วันที่ผ่านมา

    বৰ সুন্দৰ অনুস্থান 🎉❤🎉❤

  • @user-dy9tr5ky7f
    @user-dy9tr5ky7f 7 วันที่ผ่านมา

    God bless you

  • @ashimadas1936
    @ashimadas1936 7 วันที่ผ่านมา

    Khub hundar🎉🎉 Barttalap 🎉🎉,, thanks

  • @user-dy9tr5ky7f
    @user-dy9tr5ky7f 7 วันที่ผ่านมา

    Salute to Keshab Baruah. Keep it up.

  • @nirumonichutia8169
    @nirumonichutia8169 7 วันที่ผ่านมา

    Val lgil kothabur huni ,,,❤❤❤❤

  • @manmohanbaruah5428
    @manmohanbaruah5428 6 วันที่ผ่านมา

    কেশৱ বৰুৱা লৈ আশীৰ্বাদ থাকিল ।

  • @sanjubaruahofficial8569
    @sanjubaruahofficial8569 5 วันที่ผ่านมา

    Proud of you babakon dada❤

  • @lalitadas9086
    @lalitadas9086 4 วันที่ผ่านมา

    বাৰ্তালাপ শুনি খুবেই ভাল লাগিল । সুগায়ক হিচাপে জানিলো, আশীৰ্বাদ থাকিল আগুৱাই যাওক, অসম সন্তান। শুভ ৰাতি

  • @robingogoi9407
    @robingogoi9407 8 วันที่ผ่านมา

    best wishes for your life