সুধাকণ্ঠৰ অনুষ্ঠানত অস্তিত্ব ৰখা তৰালী শৰ্মা

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 มี.ค. 2024
  • সুধাকণ্ঠৰ অনুষ্ঠানত অস্তিত্ব ৰখা তৰালী শৰ্মা
    Contact with Chakrrapanni Parashar on
    📷 Instragram: baarta_laap?igs...
    🚀Facebook : / chakrrapanni. .
    🔵Twitter:
    ✅Main Channel : youtube.com/@Baartalaap?si=yF...
    👱‍♂️Vlog Channel : / @chakrapaniparash. .
    ...................................
    / baartalaapme. .
    For Business Enquiry Email :-Baartalaapofficial@gmail.com
    Show Enquiry : 8472051224
    #chakrapaniparashar #podcasts #taralisarma #tarali #assamesepodcust

ความคิดเห็น • 253

  • @mallikagogoi2362
    @mallikagogoi2362 4 หลายเดือนก่อน +16

    ইমান সৰলতা , ইমান আকুলতা বিচাৰি পাওঁ তেওঁৰ মাজত । শাঁত পৰি যোৱা কোমল মাত , শুনিলে শুনি থাকিব মন যায় ❤❤❤ ।

  • @Sabi-ta
    @Sabi-ta หลายเดือนก่อน +4

    ইমান মৰম লগাকৈ কেনেকৈ কথা কব পাৰে বা আপুনি, বহুত মৰম আপোনালৈ ❤। এতিয়ালৈ 3 বাৰ চালো অনুষ্ঠানটো।

  • @nitaparashar7638
    @nitaparashar7638 4 หลายเดือนก่อน +8

    খুউব প্ৰিয় ব্যক্তি তৰালী বা , প্ৰিয় নাৰী , কিবা এক সন্মোহন আছে তেখেতৰ ব্যক্তিত্বত , কথাবোৰত , ইমান মিঠা , শুৱলা , শুনিলে শুনি থাকিব মন যোৱা , আমনি নালাগে কেতিয়াও , বহু শিকিব পাৰি তেওঁৰপৰা , অসমীয়া সংগীত-সংস্কৃতি অথবা সমাজখনক সমৃদ্ধ কৰি ৰখা মোৰ প্ৰিয় নাৰীগৰাকীলৈ অলেখ শুভকামনা ও মৰম জনালোঁ , কুশলে থাকক তৰালী বা ❤

  • @pompikakati9211
    @pompikakati9211 4 หลายเดือนก่อน +13

    অতিকৈ প্ৰিয় বা গৰাকী❤তেওঁৰ গান আৰু কথা কোৱাৰ যি সৰলতা, প্ৰকাশভংগী❤ সঁচাকৈয়ে বহুত বেছি প্ৰিয়❤
    কৰ্মক্ষেত্ৰলৈ যাওঁতে বাছত তেওঁৰ গান লগাই হেডফোনত ❤ উফ্ মই টো এখন বেলেগ পৃথিৱীলৈয়েই গুচি যাওঁ
    ভালে থাকক তেওঁ❤

  • @hazarikamani
    @hazarikamani 4 หลายเดือนก่อน +5

    আপোনাৰ ব্যক্তিত্ব তথা কৰ্ম-সৃষ্টিৰাজিত আই সৰস্বতী বিৰাজমান। জীৱনৰ প্ৰতিটো দিশকে ইমান সাবলীল, অমায়িক,সুন্দৰকৈ উপস্থাপন কৰে আপুনি, ই মোৰ বাবে এক প্ৰেৰণা । সদায় অসমৰ লোক কলা-সংস্কৃতি জয়ৰ ধ্বজা উৰুৱাই যাওক, তৰালী বা। 🙏
    #Successisbeinghappy😊
    ধন্যবাদ চক্রপাণি দা ।

  • @denimbrands6402
    @denimbrands6402 4 หลายเดือนก่อน +10

    ধন্য এই জীৱন। বৰ সুন্দৰ সময় বোৰৰ সাক্ষী হব পালো গানবোৰ সদায় প্ৰিয়! এসময়ত সকলোবোৰ অতীত হৈ যাব ,নতুন প্ৰজন্মৰ বাবে বুৰঞ্জী হৈ ৰব এখেত সকল

  • @anjubezbaruah9999
    @anjubezbaruah9999 4 หลายเดือนก่อน +7

    কিমান তন্ময় হৈ শুনিছোঁ ।আমনিৰ প্ৰশ্নই হব নোৱাৰে । বহু ব্যস্ততাৰ মাজত এটা স্বৰ্গীয় অনুভূতিৰ সময় উপভোগ ।কৰি আছোঁ ।

  • @ChitraLahon
    @ChitraLahon 4 หลายเดือนก่อน +5

    প্ৰিয় শিল্পী গৰাকীক বাৰ্তালাপত পাই আনন্দিত হৈছো।বৰ ভাল পাওঁ তৰালী শৰ্মাৰ গীতবোৰ । চক্ৰপাণি ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনালো।

  • @suntarasonowal4273
    @suntarasonowal4273 4 หลายเดือนก่อน +8

    সত্য আৰু সৰলতাই সঁচা জীৱন। বহুত ভাল লাগিল চাই।

  • @monikaborah7495
    @monikaborah7495 หลายเดือนก่อน

    এয়া ভগৱানৰ আশীৰ্বাদ যাক আমি পাইছোঁ ❤️❤️❤️___I LOVE YOU torali ba❤❤❤

  • @PrabitraKalita-ng5zh
    @PrabitraKalita-ng5zh 4 หลายเดือนก่อน +6

    অশেষ ধন্যবাদ ছাৰ ❤ইমান সুন্দৰ এটা অনুষ্ঠান উপভোগ কৰিবলৈ সুযোগ দিয়াৰ বাবে।❤

  • @ffhknachgaming95
    @ffhknachgaming95 4 หลายเดือนก่อน +3

    ইমান মিঠা মাত
    হৃদয়ৰ গভীৰৰ
    মৰমৰ মাত,
    শুনিলে শুনি থাকো যেন লাগে,
    যেন বাৰ্তালাপত
    টোপা টোপে মৌৰ বৰষুণ।
    আৰু এটা দীঘলীয়া খণ্ড বনাবলৈ বিনম্ৰ অনুৰোধ জনালোঁ।🙏

  • @TarunGogoi-zt2ox
    @TarunGogoi-zt2ox 4 หลายเดือนก่อน +4

    যেতি‌য়াই ম‌ই অকলশৰীয়া অনুভৱ কৰোঁ তেতিয়াই তৰালী শৰ্মাৰ গান শুনো। বহুত ভাল লাগে। ধন্যবাদ বা।

  • @anjubezbaruah9999
    @anjubezbaruah9999 4 หลายเดือนก่อน +5

    বহুত দিনৰ মূৰত অনন্য সুন্দৰ অনুষ্ঠান এটি চালো চক্ৰপাণি ।আগৰ চক্ৰপাণিক ঘূৰাই পাইছো ।মাজতে কি যে অন্ধবিশ্বাসৰ প্ৰসাৰ আৰম্ভ কৰিছিলা । সমাজ পৰিবৰ্তন, নৱপ্ৰজন্মলৈ ভাল বাৰ্তা কঢ়িয়াই নিবলৈ এনেকুৱা অনুষ্ঠানৰ বৰ প্ৰয়োজন । তুমি অন্ততঃ এনেকুৱা অনুষ্ঠানেই কৰিবা ।তৰল কাম কৰা মানুহ বহুত আছে বৰ্তমান সময়ত ।

    • @girishphukan4335
      @girishphukan4335 4 หลายเดือนก่อน

      তৰালী শৰ্মা এগৰাকী সুগায়িকাই নহয় , তেওঁঁ এগৰাকী বিদুৰ্ষী মহিলা ৷

  • @jitendrasaikia9508
    @jitendrasaikia9508 4 หลายเดือนก่อน +3

    ইন্টাৰভিউ টো বহুত ভাল লাগিল । তৰালি শৰ্মাৰ বিষয়ে বহুত কথা জানিব পাৰিলো❤❤❤❤❤❤❤❤❤❤❤❤

  • @user-pj9vg9db8t
    @user-pj9vg9db8t 4 หลายเดือนก่อน +2

    এখন সঁচা বহল অন্তৰৰ গৰাকী তৰালী শৰ্মা । পৰাশৰ লৈ ধন্যবাদ ।

  • @manashrajbongshi6633
    @manashrajbongshi6633 4 หลายเดือนก่อน +4

    Bahut val lagil ..Priyo silpi gorakir interview Sai ...henguliya xopune gaan tu mor bahut Priyo ...

  • @tanaydas9134
    @tanaydas9134 4 หลายเดือนก่อน +5

    দুয়ো গৰাকীৰে কথাবোৰ শুনিলে শুনি থাকিবলৈ মন য়ায় , সময়খিনি কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালো ।

  • @usharengoni1910
    @usharengoni1910 4 หลายเดือนก่อน +1

    উপচি পৰিলে মন।লালিত্য ভৰা কথবোৰ, ৰূপকথাৰ সাধু শুনাৰ দৰে মন্ত্ৰমুগ্ধ হৈ শুনি গ'লো।ধন্যবাদ, বাৰ্তালাপ❤

  • @rubidangoria8487
    @rubidangoria8487 4 หลายเดือนก่อน +1

    তৰালী বা আপোনাৰ সকলো বিলাক গীতেই মোৰ বহুত ভাল লাগে। গীত বিলাকৰ প্ৰতিটো শব্দ ই হৃদয় খন চুই যায়। আগলৈও আমাক এনেদৰে সুন্দৰ সুন্দৰ গীত উপহাৰ দি থাকে যেন।

  • @kailashbharali5604
    @kailashbharali5604 14 วันที่ผ่านมา

    Bartalap t aponar aidhyamikatai hriday sui goise.aponak sata sata dhanybad.

  • @lunabora6362
    @lunabora6362 4 หลายเดือนก่อน +2

    এনে সুন্দৰ বাৰ্তালাপ আমি সদাই আশা কৰো❤

  • @junmonigohain16
    @junmonigohain16 4 หลายเดือนก่อน +2

    তৰালী শৰ্মালৈ ❤❤ বহুত বহুত মৰম ।

  • @bhargovscanvas5438
    @bhargovscanvas5438 4 หลายเดือนก่อน +2

    ইমান ধুনীয়া কথাবোৰ ❤😍

  • @bantibora750
    @bantibora750 4 หลายเดือนก่อน +1

    প্ৰিয় শিল্পী গৰাকীৰ মনৰ কথা বোৰ শুনি খুউব ভাল লাগিল❤💐

  • @rajupachani2572
    @rajupachani2572 4 หลายเดือนก่อน +3

    প্রিয় গায়িকা❤❤

  • @HABIBUR_RAHMAN_2002
    @HABIBUR_RAHMAN_2002 3 หลายเดือนก่อน +1

    মানু্হ জনীক বহুত ভাল লাগে। বহুত বহুত অমায়িক হয়। সহজ সৰল ব্যক্তিত্বৰ অধিকাৰী হয়।🎉

  • @kailashchsarma619
    @kailashchsarma619 3 หลายเดือนก่อน

    'বাৰ্তালাপ'ত আজি জনপ্ৰিয় তথা প্ৰতিষ্ঠিত কণ্ঠশিল্পী তৰালী শৰ্মাৰ মনৰ কথা,গীতসমূহৰ সৃষ্টিৰ আঁৰৰ কথা আৰু ব্যক্তিগত জীৱনৰ কথাবোৰ জানি অভিভূত হ'লো । এগৰাকী সৰলমনা,নিষ্পাপ মানসিকতা, অমায়িক আৰু সু-সংস্কাৰৰ মাজেৰে গঢ় লোৱা শিল্পী তেওঁ । প্ৰকৃত শিল্পীসত্বাৰ অধিকাৰী তৰালী শৰ্মাৰ প্ৰতিটো কথাতে যেন শিকিবলগীয়া বহু দিশ আছে । বিশেষকৈ সংস্কৃতিৰ প্ৰতি থকা শ্ৰদ্ধাশীলতা আৰু মৌলিকতা অক্ষুন্ন ৰখাৰ দায়বদ্ধতাৰ দিশটোত আপ্লুত হ'লো । কেবল শ্ৰোতাৰ মনোৰঞ্জনৰ বাবে নহয়, হৃদয় স্পৰ্শ কৰিব পৰা গভীৰতাৰ গীতৰ মাজেৰেহে প্ৰতিষ্ঠা লাভ কৰাৰ মহৎ উদ্দেশ্যখিনিৰে অবিৰত হৈ থকা শিল্পীগৰাকীৰ সঙ্গীত সাধনাৰ যাত্ৰা আনৰ বাবে অনুকৰণীয় আদৰ্শ হওক, তৰালী শৰ্মা নিজস্ব প্ৰতিভাৰে আৰু অধিক উদ্ভাসিত হওক-সেই আশাৰে তেওঁলৈ যাচিলো অলেখ শুভকামনা । লগতে দুঘন্টাৰ অনুস্থানটিত শিল্পীগৰাকীৰ লগতে দৰ্শক-শ্ৰোতাসকলকো মোহাচ্ছন্ন কৰি ৰখা চক্ৰপাণি পৰাশৰকো ধন্যবাদ জনালোঁ ॥

  • @anuron2264
    @anuron2264 4 หลายเดือนก่อน +3

    Khomy bht bestro monbur bht kiba kibi bisari habathuri khai thoka sinta ...kin2 aji apunr kotha khuni mont2 nijor thanloi gussi ahilu ....khosai ai Joni moi ..I'm kosto dibo nlge nijok ..❤ thank you din2 VL koi par hol

  • @sittakalita6131
    @sittakalita6131 4 หลายเดือนก่อน +1

    53:03 হেঙুলিয়া ❤ উফ অনন্য তৰালী বা ❤❤❤

  • @user-qd5wm3fb1z
    @user-qd5wm3fb1z 4 หลายเดือนก่อน +3

    তৰালী বা গান শুনি বহুত ভাল লাগে❤

  • @urmideka2292
    @urmideka2292 4 หลายเดือนก่อน +3

    শ্ৰনামধন্য বা গৰাকীৰ গীতবোৰে মন বুকু বাৰুকৈ জুৰাই ক'বলৈ ওঠত ভাষা নাই অ'।

  • @anupriyaYein
    @anupriyaYein 4 หลายเดือนก่อน +3

    সেউজীয়া মনৰ গৰাকী... তৰালী বা 💚🫂

  • @jbpriyammusical9216
    @jbpriyammusical9216 4 หลายเดือนก่อน +2

    "অনুৰাগ তোমাৰ বাবে " ❤❤❤the song, this vedio ❤️🫀🫀

  • @user-ji9er5yi1j
    @user-ji9er5yi1j หลายเดือนก่อน

    ইমান ভাল লাগিল❤❤বুকু চুই গ'ল

  • @pubaliborah7017
    @pubaliborah7017 4 หลายเดือนก่อน +1

    আটাইতকৈ ভাল লগা episode এইটো।

  • @user-jj4hr6ch6e
    @user-jj4hr6ch6e หลายเดือนก่อน

    Believe nokoribo moi xubo loi only audio tu lgai xunibo loisu suddenly apuni tenekoi koise je only audio xunibo mur goosebumps ahi goise ...aguwai jaok xoloku...amr xomajkhn vl houk

  • @user-tj9rl3qm1d
    @user-tj9rl3qm1d 4 หลายเดือนก่อน +3

    Khub val laage. Huni thakibor mon jai.Long live.

  • @tribeniborahbhuyan9296
    @tribeniborahbhuyan9296 4 หลายเดือนก่อน +1

    আজি বাৰ্তালাপ অনুষ্ঠানটো চাই বহুত বেছি ভাল লাগিল ।কাৰন দুয়ো গৰাকী ব্যক্তিয়েই মোৰ অতি প্ৰিয় ।

  • @dayswithpronami1027
    @dayswithpronami1027 หลายเดือนก่อน

    প্ৰিয় গায়িকাগৰাকী,মৰমৰ শ্ৰ্দ্ধাৰ,উফ কি ধুনীয়া অনুষ্ঠান।সচাকৈয়ে ৰাতি শুই শুই হেডফোনত শুনি আছো।তেখেত কুশলে থাকক তাৰে কামনা কৰিলো।❤❤

  • @sangitabhuyan8637
    @sangitabhuyan8637 4 หลายเดือนก่อน +2

    ভাল লগা মানু্হ গৰাকী ❤❤

  • @diptidas9319
    @diptidas9319 3 หลายเดือนก่อน +1

    বহুত ভাল লাগে মোৰ তৰালী শৰ্মাক। দেখিলেই গাটো ভাল লাগি যায়।

  • @KaSiYali
    @KaSiYali 4 หลายเดือนก่อน +2

    মৰমৰ কথা❤

  • @pranjalkashyap9634
    @pranjalkashyap9634 4 หลายเดือนก่อน +1

    তৰালী বাৰ গানবোৰ....... হৃদয়স্পৰ্শী ❤❤❤❤❤❤

  • @user-sd9id8ho2m
    @user-sd9id8ho2m 4 หลายเดือนก่อน +1

    সঁচাকৈয়ে ভাল লগা তৰালী বা aru তেওঁৰ গান বোৰ ❤❤❤

  • @IamKallyan
    @IamKallyan 4 หลายเดือนก่อน +3

    Torali baar protitu onusthanei dhunia

  • @mallikadeka141
    @mallikadeka141 4 หลายเดือนก่อน +1

    তৰালী শৰ্মাৰ গান আৰু কথা শুনি বৰ ভাল লাগে।কথাবোৰ ইমান সাৱলীল ভাৱে কব পাৰে।

  • @paporigogoi23
    @paporigogoi23 4 หลายเดือนก่อน +2

    প্ৰিয় শিল্পী সদায়❤

  • @kantanarah8466
    @kantanarah8466 4 หลายเดือนก่อน +1

    তৰালী বা ৰ গোটেই গান ভাল লাগে ,,, গোটেই খিনি গান হৃদয় চুই যায় ,,,❤❤❤ হেঙুলিয়াৰ আহিবা তুমি দূপৰ নিশা যেতিয়া পৃথিৱী শুব মোৰ খুবেই প্ৰিয়,,,ধন্যবাদ তৰালী বা আমাক ইমান ধুনীয়া ধুনীয়া গান আগবঢ়াই দিয়াৰ বাবে,,,আশা কৰোঁ আৰু অতি সোনকালে নতুন নতুন গান আমালে আগবঢ়াই দিয়ে যেন,,,আৰু ধন্যবাদ থাকিল বাৰ্তালাপ ৰ সমূহ সদস্যক্,,,

  • @kuhi8584
    @kuhi8584 4 หลายเดือนก่อน +1

    ঊফ কি ক'ম 🥺🥺 টোপনি যোৱাৰ আগত তেখেতৰ গান লগাই শুই যোৱাৰ মজাই বেলেগ ❤ আগ্ৰহ সদায় তোমালৈ বা ♥️♥️

  • @rupalidevi6047
    @rupalidevi6047 4 หลายเดือนก่อน +2

    বহুত ভাল লাগিল ❤❤

  • @rdassam9458
    @rdassam9458 4 หลายเดือนก่อน +2

    Tarali bar logt aru eta episode lage dada❤

  • @user-rh5rr5yo3r
    @user-rh5rr5yo3r 4 หลายเดือนก่อน +1

    সুন্দৰ অনুষ্ঠান এটা উপভোগ কৰোৱা বাবে আপোনাক ধন্যবাদ ।❤❤

  • @user-wd1xh7fd7p
    @user-wd1xh7fd7p หลายเดือนก่อน

    বহুত ভাল লাগিল গোটেইখিনি চালো তথাপি আমনি নালাগিল

  • @im_ishanjyoti
    @im_ishanjyoti หลายเดือนก่อน +1

    ভাল লাগিল❤

  • @pranjalsarma6061
    @pranjalsarma6061 4 หลายเดือนก่อน +2

    xosake vl lagil,, chakra daa.. mor favorate baa jonik loi aha babe❤

  • @himshikhaborthakur2643
    @himshikhaborthakur2643 หลายเดือนก่อน

    প্ৰিয় তেওঁ❤💐

  • @pragyasaikia5261
    @pragyasaikia5261 4 หลายเดือนก่อน

    🤲🤲🤲🤲 অতিকৈ প্ৰিয় তৰালী বা। অনন্য-অপূৰ্ব-অনুপম উপহাৰ দিলে। অতিকৈ শ্ৰদ্ধাৰ দুয়োলৈ অশেষ ধন্যবাদ।

  • @junmonisharma4390
    @junmonisharma4390 4 หลายเดือนก่อน +3

    Khub hundor...bohut base vl loga manuhgoraki

    • @dhrubajyotikashyapphotogra9231
      @dhrubajyotikashyapphotogra9231 4 หลายเดือนก่อน

      এই শিল্পী গৰাকী মোৰ খুৱেই প্ৰিয় লগতে হৃদয়ৰ কথা শুদ্ধা চক্ৰপাণি দা যদিও তৰালী বা আমাক গানৰ সংখ্যা কম দিছে শব্দ বোৰৰ অৰ্থ দিছে লাখ লাখ সেই বাবে হয়তো প্ৰিয় গায়িকা মোৰ জীৱনৰ

  • @rijumonigoswami4492
    @rijumonigoswami4492 4 หลายเดือนก่อน +2

    Val lagil❤❤❤

  • @dulumonihatimuriahatimuria427
    @dulumonihatimuriahatimuria427 4 หลายเดือนก่อน +1

    উহ ❤ কিমান ভাল পাও বুজাব নোৱাৰো |চক্ৰপানী পৰাশৰ আপোনালৈ বহুত ধন্যবাদ ||

  • @nipadeka7847
    @nipadeka7847 หลายเดือนก่อน

    Duyuloi bhut besi marm valpowa 🙏💐💐

  • @pilusworld2632
    @pilusworld2632 4 หลายเดือนก่อน +1

    কথাবোৰ শুনি থাকিবলৈয়ে মনযায়,❤❤

  • @sandhyadas7651
    @sandhyadas7651 4 หลายเดือนก่อน +1

    অতি সুন্দৰ আলাপ শুনি বৰ ভাল লাগিল

  • @hariprasadgogoi9009
    @hariprasadgogoi9009 4 หลายเดือนก่อน +2

    Bohut bhal lagil

  • @khasminchoudhury7682
    @khasminchoudhury7682 หลายเดือนก่อน

    অন্যতম প্ৰিয় ব্যক্তি, বহুত বহুত মৰম বা আপোনালৈ। ভালে থাকক আপুনি 🥰

  • @ratnakalita3020
    @ratnakalita3020 4 หลายเดือนก่อน

    ইমান মৰম লগা ইমান সৰলতা কথা বোৰ । চাই হেঁপাহ নপলাই শুনি থাকিবলৈ মন য়াই

  • @manishadeka6600
    @manishadeka6600 4 หลายเดือนก่อน

    তৰালি শৰ্মা বাইদেউক কিমান ভাল পাও,কোৱাৰ প্ৰয়োজন নাই।অনুভৱেই যথেষ্ট ❤️❤️❤️❤️❤️

  • @kabitachoudhury8621
    @kabitachoudhury8621 4 หลายเดือนก่อน +1

    বহুত বহুত ভাল লাগিল।❤❤❤❤❤🙏🙏🙏

  • @chayasaikia
    @chayasaikia หลายเดือนก่อน

    কিমান যে মৰমলগা কথা🥰

  • @nimishaduttabhuyan9542
    @nimishaduttabhuyan9542 4 หลายเดือนก่อน

    তৰালী , তোমাৰ কথাখিনি শুনি বৰ ভাল লাগিল।কথা ক'লে ও বৰ মিঠা মিঠা লাগে। সহজ-সৰল বৰ অনুপম ❤️❤️🙏

  • @anamikaboruahanandhara3674
    @anamikaboruahanandhara3674 หลายเดือนก่อน

    তৰালি বা আপোনাৰ কথাখিনি শুনি ইমান ভাল লাগিল যাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। অন্তৰ চুই গ'ল।

  • @kangkanachutia7844
    @kangkanachutia7844 หลายเดือนก่อน

    সঁচাই তেওঁৰ কথাই মন- মগজু স্পৰ্শ কৰি যায়🌻

  • @BhaktiDarshanAssam
    @BhaktiDarshanAssam 2 หลายเดือนก่อน

    সুন্দৰ তৰালী বা,,,

  • @kailashbharali5604
    @kailashbharali5604 14 วันที่ผ่านมา

    Tarali aponar kanthat bane bane abar sur sumadhur.mor bar priya biseskoi aponar kanthat.gan sunibaloi bhut man goise.

  • @gitanjalinath216
    @gitanjalinath216 หลายเดือนก่อน

    তৰালী বা❤❤❤❤❤❤❤❤

  • @user-ul9kn6yj8p
    @user-ul9kn6yj8p 4 หลายเดือนก่อน +1

    Bahut val lagil aru bahut kotha hikibo parilu

  • @manasrimoumun8432
    @manasrimoumun8432 4 หลายเดือนก่อน

    তৰালী বা💚...দেখিলেই এমুঠি জোনাক যেন, এমুঠি সেউজীয়া যেন অনুভৱ হয়,কুশলে থাকক সদায়েই প্ৰিয় বা জনী চিৰসেউজীয়া হৈ। ধন্যবাদ ইমান এটা সুন্দৰ অনুষ্ঠানৰ বাবে।

  • @sangitasaikiavlog4819
    @sangitasaikiavlog4819 หลายเดือนก่อน

    মোৰ খুউব ভাল লগা এগৰাকী ব্যক্তি তৰালী বা যাৰ মাত ত সৰস্বতী বিদ্যমান। তেখেতৰ ব্যক্তিত্ব ই সুকীয়া, আচৰিত ধৰণৰ এক ভাললগা তেওঁ। শুনিলে যেন শুনিয়েই থাকিম তেওঁ ৰ কথা গীত সকলোঁ...বৰ ভাল লাগিল অনুষ্ঠানটো।

  • @DiSaTLC
    @DiSaTLC 4 หลายเดือนก่อน +1

    Pure,simple dinbur jodi ako ghuri ahe amar Axomoloi..

  • @RJHMvideoblogs
    @RJHMvideoblogs 4 หลายเดือนก่อน +1

    প্ৰিয় শিল্পী ।

  • @jibanray1250
    @jibanray1250 4 หลายเดือนก่อน +1

    Best episode ❤❤

  • @hiyaroy6617
    @hiyaroy6617 4 หลายเดือนก่อน +1

    সদাই প্ৰিয় ❤️

  • @bijumanisarma5961
    @bijumanisarma5961 4 หลายเดือนก่อน +1

    মুকলি মুকলি গানটো দিনটোত এবাৰ হ'লেও শুনো। আপোনাৰ প্ৰতিটো গানেই হৃদয় চুই যায়।❤❤

  • @Maina198
    @Maina198 4 หลายเดือนก่อน +1

    প্ৰিয় মানুহজনী♥️♥️♥️

  • @namitasaikia9142
    @namitasaikia9142 หลายเดือนก่อน

    ❤❤Tarali ba... Bohut morom tumaloi

  • @navajyotisaikia6698
    @navajyotisaikia6698 หลายเดือนก่อน

    অনুষ্ঠান টো গোটেই খিনি চালো।মন ভৰি গল।এনেকুৱা অতিথি নিমন্ত্ৰণ কৰিবা।

  • @chayasaikia
    @chayasaikia หลายเดือนก่อน

    তৰালী শৰ্মা বা😍😍😍😍

  • @Rinku_1.O
    @Rinku_1.O หลายเดือนก่อน

    অপূর্ব ❤

  • @radiolover..6422
    @radiolover..6422 หลายเดือนก่อน

    প্ৰিয় অনুষ্ঠানত প্ৰিয় শিল্পী.... ভালে থাকক ❤️

  • @deeshadutta9944
    @deeshadutta9944 4 หลายเดือนก่อน +1

    Thank u Dada apunak,eman val agoraki atithik mati ana babe🙏Ba apuni mur bohut priyo,apunar gaan mur priyo..ata ata gaan yai bohut bar hunu..Love u Ba❤4m Sivasagar

  • @zeetbarman2250
    @zeetbarman2250 4 หลายเดือนก่อน +1

    Best of the best singer ❤

  • @toxic_multimedia7209
    @toxic_multimedia7209 4 หลายเดือนก่อน

    আমনি লগাৰ প্ৰশ্নই নাহে । কিমান যে সুন্দৰ অনুষ্ঠান ।

  • @nipubora4330
    @nipubora4330 4 หลายเดือนก่อน +1

    Love you ba... bohut bohut Val lagil .......

  • @user-zu7fs7li5h
    @user-zu7fs7li5h 4 หลายเดือนก่อน

    Dhuniya lgil saii❤

  • @user-jr2zc8jq4j
    @user-jr2zc8jq4j 4 หลายเดือนก่อน

    Bhut vl lgil

  • @solotripper8326
    @solotripper8326 4 หลายเดือนก่อน +1

    ❤vl loga bajoni

  • @monosreegogoi5157
    @monosreegogoi5157 หลายเดือนก่อน

    বা সদায় প্ৰিয়❤
    ধন্যবাদ চক্ৰ দা❤

  • @rintasharma6006
    @rintasharma6006 4 หลายเดือนก่อน

    মোৰ অতি প্ৰিয় শিল্পী। তেখেতৰ কথনশৈলী ইমান সুন্দৰ ইমান মিঠা শুনি থাকিবৰ মন যায়। অতি ভদ্ৰ নম্ৰ শিল্পী গৰাকীৰ কথাখিনি য়ে মন চুই গʼল। তেওঁক ভগৱানে কুশলে ৰাখক।

  • @parulchoudhury5557
    @parulchoudhury5557 4 หลายเดือนก่อน +1

    সচাকে আচৰিত ভাল লাগে