শৈশৱত আনৰ ঘৰত হাজিৰা কৰা ল'ৰাজন আজি ভ্ৰাম্যমাণৰ সম্ৰাট PART 01
ฝัง
- เผยแพร่เมื่อ 2 มิ.ย. 2022
- মঞ্চৰ ট্ৰেজেদী কিঙে বাস্তৱ জীৱনত বুকুত কঢ়িয়াই ফুৰা এটি জীয়া ট্ৰেজেদী
কিয় ভূপেন হাজৰিকাই তামিল বুলি মাতিছিল মৃদুল ভূঞাক?
শৈশৱত আনৰ ঘৰত হাজিৰা কৰাৰ পৰা আজিৰ ভ্ৰাম্যমাণৰ সম্ৰাট কেনেকৈ হ'ল
#mridulbhuyan #assameseactor #assamesetheatre #tragedyking #baartalaap @chakrapaniparashar
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
এজন সচা অভিনেতা
আৱেগিক কৰি দিলে 😭🙏🙏🙏
আঘাত থাকিব লাগে
আপোনক হেৰুৱাবও লাগে
তেতিয়াহে এদিন সফল হ'ব পাৰিব জীৱনৰ গতিত
তেখেত এনদৰে সদাই আগবাঢ়ি যাওক, তেখেত সঁচাই এজন ইতিবাচক ব্যক্তি। নম্ৰতা তুমিও আগবাঢ়ি যোৱা
চকু পানী উলায় গ'ল আপোনাৰ কথা বোৰ শুনি 😭 আপোনাৰ ভন্টি যতেই আছে তাতেই ভগৱানে সুকলমে ৰাখক তাকেই কামনা কৰিলো ❤️
এজন সঁচা অন্তৰৰ মানুহ ❤
মোৰ অতি প্ৰিয় অভিনেতা,সাংঘাতিক ভদ্ৰলোক , মানবীয় সকলো গুণেৰে পৰিপূৰ্ণ এজন সঁচা অন্তৰৰ মানুহ । বাৰ্তালাপক ধন্যবাদ এনে বহু ব্যক্তিৰ মাজত এখন সাকো হোৱাৰ বাবে ।
Aapuni Mur monor kotha koise.heikarone tekhetor obhinoy bur khub jibanta.natok saboi nuaru eman kandu.tarpisot dudinmanoloi monot pori thake dadar acting
আচলতে মৃদু লদা সচা মঞ্চ. অভিনেতা যাক. কোনো ওৰে লগত. ৰিজাৱ. পৰা নেজাই ।সুদিঘ্ৰ. অভিনয়ৰ জীৱন. কামনা কৰো।
Ji manuhar dukh bsi teur hahi hodai dhunia, apunar kotha Bur anuvab kri hosakoi Kandi uthisu. Apuni hodai vale thakok, apuni mur priyo avineta Hoi.,apunar avinay hossai apurba,.
ভ্ৰাম্যমান ৰ বাদশ্বাহ চম্পক শৰ্মাক ও আপোনালোকৰ show লৈ যেন আমন্ত্ৰণ দিয়ে , এয়াই মোৰ পৰা অনুৰোধ
থিয়েটাৰ ৰ ৰজা ❤️
দুখ লাগিল বহুত আপোনাৰ কষ্টৰ কাহানী শুনি। কামনা কৰোঁ যাতে ভগৱানে আপোনাক কুশলে ৰাখক🙏দাদা।
মৃদুল দাৰ কথা নকওঁ, তেওঁ সদায় একক অনন্য ❤️, বাকী student গৰাকীৰ anchoring ধুনীয়া হৈছে, তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ 🙏
অশেষ ধন্যবাদ থাকিল😊
@@justthings9450 স্বাগতম 🙏
সচাকৈ বহুত দুখ লাগিল আপোনাৰ কথা শুনি, আপুনি সদায় ভালে থাকক, সুখত থাকক
হৃদয়খন ধুই থৈ গ'ল মানুহজনে ❤️❤️
তেখেতৰ অভিনয় বহুত ভাল লাগে
মৃদুল দা মোৰ বাবে সদায় প্ৰিয়,প্ৰিয় হৈ থাকিব।লগতে বাৰ্তালাপ লৈ অভিনন্দন আৰু আগুৱাই যাওঁক
অযান্ত্ৰীক এৰি বাৰ্তালাপ ত আহিছোঁ । আপোনালোকেও বেলেগতকৈ বেলেগ কৰিব গৈ চেনেলটো অসাৰ্থক নকৰে যেন 🙏
মৃদুল দাক বহুত ভাল লাগে ❤❤❤
মৃদুল দা মানেই গা গৰম কৰি দিয়া সংলাপ ।। এজন বলিষ্ঠ অভিনেতা। সদাই অন্তৰত থাকিব।। ভগৱানে কুশলে ৰাখক আপোনাক❤
প্ৰিয় আছিল,প্ৰিয় হয় আৰু আজীৱন প্ৰিয় হৈ ৰ'ব আপুনি❤❤
Bht njna janilu aji bht val lagil sai 👍❤️🙏
Va lagile sai
নম্ৰতাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো
বহুত ধন্যবাদ☺️মৰম আশীৰ্বাদ দি যাব
bht vl lge.....sir❤.apni sdai vale thakok...❤
চক্ৰপাণি দা আজি Camara man, wow🔥
Trejedi king ei nhy ....Mridul da aamar xokolure moromor xodagor 💓💓💓💓💓💓💓
মোৰ প্ৰিয় অভিনেতা। বহুত ভদ্ৰ মানুহ। লগতে মাদক দ্ৰব্য বিহীন লোক বাবে মই বহুত ভাল পাও মৃদুল দাক।
মোৰ অতিকৈ ভাল লগা অভিনেতা
হল মৃদুল ভূইয়া .তেখেতৰ কথাবোৰে একোটা আৰট ..শুনিল
শুনি থাকিবৰ মন যাই .অতিকৈ নিখুত অভিনয় .ফুৰতিত থকা অভিনেতা. তেখেতৰ লগত দৰশকে
হাহিবও পাৰে কানিদবও পাৰে.
শেষত তেখেতৰ সু-চাষঠ কামনা কৰিছো❤❤❤😂😂😂😂❤❤
Mridul daa r interview hodai bhal lagy. Aru interview luwa suwali jonir maat tu Barsharani bisaya nisina. Mridul daar bukut bohut dukh lukai asy
thankyou☺️
Bohu dinor murot Xosa k kandibole paisu aji, dhoinnobaad 🥹
Chakra da val korise, students ok interview lobo dise.aguwai jaok.fron nagaon.
অশেষ ধন্যবাদ😊 মৰম , আশীৰ্বাদ দি থাকিব😊
Priya Sakrapani Parasrr Bartalap anusthantot assamar atikai janapriya Bhamyaman theatrer silpi Mridul Bhuyahr jiwanar o abhinay at bisaye howa alosanasakrakhani bahot bhal lagil.
Bahut Val lage
মোৰ প্ৰিয় অভিনেতা জন❤️
Vale thakok xodai dada❤
আপোনাৰ কথা শুনি আছো ...চকুত চকু পানী .. আপুনি কিন্তু মজা মানুহ ..
সঁচাকৈ কান্দি গ'লো।আপুনি সদায় অনন্য হৈ ৰওক।
My favourite hero Mridul da ❤️❤️ lovely bohut val lagil video2 sai dhonyobad baarta laap🙏🙏
Bihot Val Lagil Mridul Daa ❤️❤️❤️
Bht bhal lagil. Anchoring o bhal lagisil❤️
Thank-you😊
All time fvt ❤
chakra daa interview apuni thakile vl lge sai ..
Abegik Hoi golu .. 🙏🙏🙏 xoxa koi ... Bhogobane kukhole rakhok sir apunak .. morigaon r pora bohut bohut morom aru xuvexha thakil apunaloi .. 🙏🙏🙏🙏🙏
বহুত ভাল লাগিল কথাখিনি শুনি।
Favorite actor
চকু সেমেকি গল দাদা , বহুত ভাল লাগিল ❤
Thnk u so much sir k invite kra babe 😍
Part2 lge❤
khub hunkale ahi ase
olp jldi❤
আমাৰ গাঁও ৰ আমাৰ ঘৰৰ ওচৰৰ আমি গর্বিত করো মৃদুল দা ক লৈ
My favorite actor
ভাল লাগিল
Chakrapani daa apunr prgrm saw a besi vag....ajio salu bhut vl lgil sai....teur jibonr hahi majt lukai thoka dukh kisumn janibo prilu........
Apunr studnt jni teu o bhut dhuniya k prgrm tu solai nise hoi but....apunr ai monso khonot apunk aji miss krilu....apunr kotha br miss krilu aji.....bhut val paw apunr prgrm.sai...
Vl lagill sai
Bohut val lage... Sir❤❤apuni khadai khukhi hoi thakok🙏
Good Programme
Motivational speeh in your life wow
Fvrt❤️
First banch ত একে কেইগৰাকী ছোৱালী বহি থাকে যে । বেলেগ ছোৱালীক ও বঢ়াব আকৌ .
পিছৰকেইজনী আগত বহিব লাজ কৰে ছাগে😂😂
@@gautambarman7155 আগত বহা কেইজনীয়েও বৰ মুজুঙা মুজুঙ কৰি থাকে 😂😂😂
🔥❤️🎉
😭😭😭💔💔চুকুপানী উলাই গল
Bohut. Val. Lagil. Sai.
মৃদুল দা কান্দি দিলো চাই থাকোতে
Bht bht vhal lage video sai
Hundor
❤
Bhal lage Mridul r acting aru smile
Skupni ulai gl .. bht besi vl lgl sai Sir . Apuni vle thkk sir ❤️
বহুত ভাল লাগিল ৷ চকুপানী ওলায় গ’ল কথাবোৰ জানিব পাৰি ৷
Bohut njona kotha janilu dada r kahi ni xosai dukh loga 😌😢
Mridul bhuyan is my favourite theatre actor
Khubey priyo aru apn mnhjn💓💓
❤🔥
Soku Pani ulai gol o Mridul dada. Apunar bhanti jote ase xuxot thakok .
akdom dhuniya manuh ajon manise.. bor val lagile deiii
Aru dakhua hole Val lagil
2nd part sunday
Val lagil.. mridul dar jibonor kisu kotha jani
Bhut besi val lagile
বহুত বেয়া লাগিল
খুবেই প্রিয় ব্যক্তি🤍
Mridul khura k huru pora prai ahisu.. morom bur sodai thakibo..ghr usrte emn val ajon manuh ase Ami proud feel korisu
Dada God bless you
Really hukhukai Kandi dilu ,,,,😭😭😭😭
মোৰ এজন প্ৰিয় মানু্হ,
❤️❤️❤️
Nice 👍
💞🌷
🥰✨❤
❤️❤️❤️🥰🥰🥰
💕❤💓💞
Asorit dei
🙏🙏🙏😭😭😭😭God bless you
মোৰ ভাল লগা অভিনেতা
My Favourite Actor🙏
Tumi aha karone views bahibo... Bohut val paisu sodai ahiba asa rakhisu...
চকুলো বাগৰি গ'ল।
😭😭😭
Lakhimpuror Raja amar Midul da
Mridul dai jetia bhontir katha koi asi. Socakoi gaa Tu kopi uhisil o 😭😭😭😭
2nd part lage.
মইয়ো পলাইছিলো এদিন মোৰ ভন্টীৰ মৃত্যুৰ দিনা ।
Bahut besi val pau aapunak.