📌বহুতে হিংসা কৰিলেও এইবাৰ ধুমুহাৰ গতিৰে আগবাঢ়ি যাব আঙুৰলতা ডেকা...

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 เม.ย. 2024
  • 📌বহুতে হিংসা কৰিলেও এইবাৰ ধুমুহাৰ গতিৰে আগবাঢ়ি যাব আঙুৰলতা ডেকা...

ความคิดเห็น • 364

  • @madhushmitamedhi1592
    @madhushmitamedhi1592 26 วันที่ผ่านมา +44

    বাকী নাজানো, এটাই জানো আকাশৰ পত্নী নোহোৱা হলে কেতিয়াও আপুনি এগৰাকী বিধায়িকা হব নোৱাৰিলে হয় , পাৰিলে দুইজন আকৌ লগ হওঁক আৰু ভাল চিনেমা আমাক উপহাৰ দি এক আদৰ্শ অভিভাৱক হৈ পৰক🙏🙏

    • @plabonborgohain6786
      @plabonborgohain6786 18 วันที่ผ่านมา +1

      Hsai ako aklog houk....

    • @user-jr6qh5jx3j
      @user-jr6qh5jx3j 16 วันที่ผ่านมา

      ​@@plabonborgohain67860⁰⁰ by TT uu TT TT TT

  • @NitashreeBorgohain
    @NitashreeBorgohain 11 ชั่วโมงที่ผ่านมา

    অতি সুন্দৰ মন্তব্য। বহুত সাহসী আৰু শক্তিশালী নাৰী। অনাগত দিনত আৰু আগুৱাই যাবলৈ ভগৱানে শক্তি দিয়ক তাৰেই কামনা।

  • @asomorloramoimridul2712
    @asomorloramoimridul2712 29 วันที่ผ่านมา +83

    প্ৰথমে নিজৰ সংসাৰ খন ঠিকে ৰাখিব নোৱাৰৰ মানুহে কি অসমৰ ভালৰ চিন্তা কৰিব পাৰিব

  • @sikhadas7687
    @sikhadas7687 28 วันที่ผ่านมา +55

    টকাৰে সন্মান কিনিব নোৱাৰি আঙুৰ |

    • @user-gu1bd4mn7i
      @user-gu1bd4mn7i 26 วันที่ผ่านมา +6

      Apuni thikei koise kintu ,,apunar usorot poisa nai manuhe ki kb jane ne ,,aku buli nabhabe hoine nohoi apuni bhabi sab

  • @digitalindia7191
    @digitalindia7191 หลายเดือนก่อน +46

    বাকী যিয়েই নকৰা কিয়। আকাশ আৰু তোমাৰ সংসাৰখন আকৌ জোৰা লগোৱা। আমি বহুত সুখী হন।

  • @supriyaborah4315
    @supriyaborah4315 23 วันที่ผ่านมา +16

    মহিলাবিলাক‌ সাহসী‌ আৰু‌ মানসিকভাৱে‌ সবল‌ খামিডাঠ হʼলে‌ পুৰুষ‌ বিলাক‌ৰ বহুত জ্বলন হয়...ইয়াৰ‌ বেছিভাগ কমেন্টত‌ সেইয়াই‌ প্ৰকাশ‌ পাইছে।

    • @milonjyotinath-dx3fx
      @milonjyotinath-dx3fx 14 วันที่ผ่านมา

      Mohila bilake jatia xobol buli vabi .. porixima aru xomporkor deuna par kori jai aru nijor swamik eri jai tatia tene mohilak ki buli vabibo ... xomota luvi ne xomporko rokha kori Sola Val manuh .... xunok ji manuhe nijor ghar xon r relation thik raxibo nuare tene mohila k katiau jonotar babe kam koriboloi aag bohai dibo nalage ...

    • @monichoudhury1988
      @monichoudhury1988 2 วันที่ผ่านมา

      Hoi de

  • @majanikalita6025
    @majanikalita6025 24 วันที่ผ่านมา +25

    সংসাৰ এখন সুন্দৰ ভাৱে আগুৱাই নিবলৈ সকলো মহিলাই চেষ্টা কৰে। কিন্তু নিজৰ ভবিষ্যতৰ কথা কোনো মানুহে নাজানে। কাৰোবাৰ সংসাৰৰ কথা কোনো মানুহে ক'ব নোৱাৰে । অকল এজনক দুখাৰোপ কৰি লাভ নাই । এখন সংসাৰ দুজনৰ বুজাবুজিৰ মাজত আগবাঢ়ে, গতিকে তেওঁলোকৰ সংসাৰখনৰ কথা তেওঁলোকতকৈ বেছি কোনোৱে নাজানে । আমি অকল মহিলা গৰাকীক ব এজন ব্যক্তিক দুখি লাভ নাই। জন্ম, বিবাহ, মৃত্যু সকলো ভগৱানৰ হাতত। এগৰাকী মহিলা ধ্বংস কৰা আৰত এজন মুখা পিন্ধা পুৰুষহে থাকে কিন্তু। এগৰাকী মহিলাক বেয়াকৈ কোৱাৰ আগত সকলোৱে নিজৰ মা, বাই,ভনী কথা ভাবিব লাগে কাৰণ কাৰো ভবিষ্যতৰ কথা কোনোৱে নাজানে।

    • @soonmoni6746
      @soonmoni6746 24 วันที่ผ่านมา +1

      Right

    • @deijikalita4181
      @deijikalita4181 24 วันที่ผ่านมา +1

      সচা কথা, দুয়োজনৰ বুজাবুজি, মৰম চেনেহৰ বান্ধোনেই হৈছে সংসাৰ চলোৱা মূলমন্ত্র 👍

    • @SibaniDutta-oz5lj
      @SibaniDutta-oz5lj 23 วันที่ผ่านมา

      Gud

    • @milonjyotinath-dx3fx
      @milonjyotinath-dx3fx 14 วันที่ผ่านมา

      Jodi xomajor nidorxon bur ene manuhe dia tatia xomaj xon kun dixot jabo ....
      Xomotat nothokaloi sob thikei asil xomatat ahi husband k Val nologa hol 😂 sob paisa ...ka khel

  • @pabitrapegu6762
    @pabitrapegu6762 หลายเดือนก่อน +70

    এই জনীয়ে বহুত মিচা মাতিছে । কাৰন পইচা থকিলে সকলো কৰিব পাৰে বুলি কৈছে । নমামিৰ কথা বাৰে বাৰে উলাই । সেইটোতে বুজা যায় নমামিক তেওঁৰ নিচিনাই হবলৈ শিকাইছে। যিমানেই তেওঁ কওক তেওঁৰ চৰিত্ৰতো নাৰি সমাজত কলংক। কাৰন পুৰুষ এজন নথকা হেতেন নমামি নামৰ এজনি তেওঁৰ লগত নাথাকিল হেতেন। ধনী হলেই যদি সকলো কিনি হয় তেন্তে মানৱ জাতিক পুৰুষ আৰু মহিলা বুলি ইশ্বৰে জম্ম নিদিলে হেতেন । গতিকে তেওঁ মানৱ জাতিৰ কাৰনে কলংক।

    • @user-gu1bd4mn7i
      @user-gu1bd4mn7i 26 วันที่ผ่านมา

      Teu thikei koise karon apunar usorot poisa nai ,,manei kunu kaxot nai apuni jane ,, na apunar grr manuh na apunar priyal manuh kunu bahe ahi apunar usorot poisa thakok xokolu thakib aru agib 🙏🙏🙏hoi ne nhoi abar bhabi Sai lok

    • @syedaummehabiba9453
      @syedaummehabiba9453 13 วันที่ผ่านมา

      😊😊😊😊😊😊

    • @monichoudhury1988
      @monichoudhury1988 2 วันที่ผ่านมา

      Aku misa kotha kuwanai

  • @drisankuroy2255
    @drisankuroy2255 29 วันที่ผ่านมา +18

    Swamir kotha nokole saitu teor private kotha kintu ata kotha val lagil,teo j koise nijar dukhar kotha kobo nalage aitu akebare sosa kotha manuhe dukhar kotha suni hahibahe khuje.very smart mem.

    • @janbhai3393
      @janbhai3393 4 ชั่วโมงที่ผ่านมา

      Baperor mura2

  • @user-fo5hp7nd9b
    @user-fo5hp7nd9b 24 วันที่ผ่านมา +25

    নিজৰ মানুহজনৰ কথাই চিন্তা নকৰিলে ৰাইজৰ কথা কি চিন্তা কৰিব

  • @GUNINBHUYAN-pj2ve
    @GUNINBHUYAN-pj2ve 28 วันที่ผ่านมา +36

    ৰাজনীতি এৰি সংসাৰৰ কথা ঢিণতা কৰক। অহংকাৰী মানুহ ৰাজনীতিৰ বাবে অযোগ্য। প্ৰিয়ংকা,গৌৰবৰ লগত আপোনাৰ তুলনা নহয়।

  • @bharatibarkataki7592
    @bharatibarkataki7592 หลายเดือนก่อน +40

    হাতখন বেছিকৈ লৰাই থাকিলে ভাল নেদেখি ৷

  • @rubybhuyan7663
    @rubybhuyan7663 2 วันที่ผ่านมา +1

    Man poweror tolot khup di nohi thoka k women power tuk discover koribo laage apunr podcastor dwara onek mahila jun mukh khular xahox nokore edin koribo,anok judg kiyo koribo diye ek maatro ishwar ejon jiye amar destiny likhi diye aru xei destiny jodi apunar acceptable nohoi purapuri apuni nijei destiny likhok jibon apunar,xidhantto apunar rasta apunar,focus u apunar ❤❤

  • @user-ri6di8sw6o
    @user-ri6di8sw6o 28 วันที่ผ่านมา +27

    আপোনালোকে সমাজৰ আদৰ্শ ব্যক্তি সকলৰ সাক্ষাৎকাৰ লব, এনেকুৱা কোনো ব্যক্তিত্ব নাইকীয়া মানুহৰ নলব।

  • @bharatiborah8630
    @bharatiborah8630 28 วันที่ผ่านมา +37

    আগৰ ভাল লগা আঙুৰ লতা জনী হৈ থকা নাই।টকাই মানুহৰ সপোন বুলি এগৰাকী মহিলাই ভবাটো ভাল নালাগিল।

    • @user-fj1wd1nx3w
      @user-fj1wd1nx3w 23 วันที่ผ่านมา +1

      সচা কথা।অসংকাৰী যেন লাগিল মোৰ।সন্মান টকাৰে কিনিব নোৱাৰে তাই হয়তো এতিয়াও শিকিব বাকী আছে।অৱশ্যে আজিৰ যোগত আয়োযক সকলক টকা দি সন্মান কিনিব পৰা যায়।

    • @monichoudhury1988
      @monichoudhury1988 2 วันที่ผ่านมา +1

      Kio kibeya kotha koise

  • @rambalram2610
    @rambalram2610 หลายเดือนก่อน +39

    এই জনিয়ে বৰ পেক পেকাই... মানুহে ইমান পেক পেকুৱা মানুহ ভাল নেপাই...😮😢😢😢 কামেৰে হে মানুহৰ পৰিচয় কথাৰে নহয়... 😮😮😮

    • @namitasaikia7107
      @namitasaikia7107 26 วันที่ผ่านมา +1

      Nije ki korise nu

    • @rambalram2610
      @rambalram2610 26 วันที่ผ่านมา +3

      নিজে... পৰিশ্ৰম কৰি চৰকাৰক টেক্স অৰ্থাৎ কৰ দিছোঁ... তাইৰ নিচিনা ফকতিয়া, বেপেৰুৱা লেকচাৰ মাৰি চৰকাৰী অৰ্থাৎ কৰ দাতাৰ পইচাৰে পেঞ্চন লৈ দাত চেলাই ঘূৰি ফুৰা নাই.....!!!! আমি চৰকাৰী চাকৰি নকৰোঁ....!!!

  • @animachetia2172
    @animachetia2172 24 วันที่ผ่านมา +14

    জদি টকাৰে সকলো কিনিব পাৰি তেতিয়া হলে তোমাৰ নমামিক মা দেউতাৰ দোয়োৰে মৰম কিনি দিয়া,

  • @trishnakalita4154
    @trishnakalita4154 หลายเดือนก่อน +63

    প্ৰিয়ংকা গান্ধীক যে গালি পাৰিছিলি
    মনত আছে নে। মিচলিয়া জনী

  • @Kaberi96
    @Kaberi96 27 วันที่ผ่านมา +7

    Besikhni comment jodio negative yet bohutkhini practical kotha koise.... Aru kthabur xunile gom puwa jaai background t bht kosto aru experience hoise Acting aru political field khonot.....
    You are toooo bold and strong enough...

  • @prasantadas5775
    @prasantadas5775 29 วันที่ผ่านมา +60

    তোমাক উচিত শিক্ষা দিছে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। প্ৰথমে ঘৰ খন ঠিক কৰি লোৱা। তোমাৰ ৰাজনীতি শেষ।

  • @bobysonowal6016
    @bobysonowal6016 24 วันที่ผ่านมา +6

    নিজৰ মানুহ জনৰ কথা অলপ vabok কাৰণ নিজৰ মানুহৰ পৰা আঁতৰি Happy হব nuare.hodai আধৰুৱা.

  • @dulumanirabha5496
    @dulumanirabha5496 29 วันที่ผ่านมา +31

    গৌৰৱ গগৈৰ লগত তোৰ তুলনা নহয়

  • @user-ri6di8sw6o
    @user-ri6di8sw6o 28 วันที่ผ่านมา +10

    নিজৰ বুলিবলৈ একো নাই গতিকে কোনো ক্ষেত্ৰতে নিজৰ ইচ্ছা অনুসৰি আগবাঢ়ি যাব নোৱাৰে। পুতলা হয়

  • @user-ix3dl8fh1u
    @user-ix3dl8fh1u 28 วันที่ผ่านมา +15

    পাখৰি টকাৰে সকলো নহয় । মেখেলা দাঙি দাঙি জোৱা জনি ।

  • @anjanadas5377
    @anjanadas5377 29 วันที่ผ่านมา +28

    এই বিলাক নাৰিয়ে‌ কেতিয়াও সঙসাৰ আমাৰ নিচিনাকৈ ধৰি ৰাখিব নোবাৰে।

    • @paridevi7710
      @paridevi7710 29 วันที่ผ่านมา

      Toi baa ki kori aso kune dekhise.agote nije vl hoi lo pasot kobi belegok. Surehe suror bhori dekhe. Toi je sur nkoleu hb

  • @arudas6755
    @arudas6755 หลายเดือนก่อน +30

    কি বহুত লেকচাৰ মাৰিলিা
    আকাশৰ কথা নকলি
    লাজ লাগে কবলৈ
    তই কম বস্তু নহয়

    • @jutikapegudoley1774
      @jutikapegudoley1774 28 วันที่ผ่านมา +2

      Kom Mal nohoi Tai paisar babe nijor Manujonok eribo pare kiman adbhud doronor kotha....Tai paisa pale xokolu bikri koribo....

  • @SarojaniNath-qx1vd
    @SarojaniNath-qx1vd 28 วันที่ผ่านมา +8

    ইমান মিছা কথা কিয় কয় আছে আপুনি চোন নমামিৰ লগত নাথাকে তাইৰ birthday দেখাই নাপাও ।

  • @user-vg3pf7fj8w
    @user-vg3pf7fj8w 26 วันที่ผ่านมา +1

    Thankyou baidew katha bur xuni val lagil.

  • @RakeshDoley-nk9zn
    @RakeshDoley-nk9zn 27 วันที่ผ่านมา +16

    আঙুৰলতা ইমান অহংকাৰী নে বাৰু মানুহ বোৰ ইমান বেয়াকে গালি পাৰিছে যে

  • @chandradas2383
    @chandradas2383 29 วันที่ผ่านมา +3

    Thanks Aungur lota

  • @mridulnath1556
    @mridulnath1556 23 วันที่ผ่านมา +3

    Actres বুলি অসমৰ সকলোৱে চিনি পাই আঙুৰলতাক। কিন্তুু আজি কি জ্ঞান দাবলৈ বা শিকাবলৈ এই prgm টো কৰিছে। কাম নাই । কিছুমান কথা শিকাবলৈ কিছু ব্যক্তি আছে তেওলোকক মাতিব। এই ঘৰুৱা কথাখিনি ঘৰত গৈ সুধিব পাৰিলে হয়। এই prgm ৰ পৰা কি শিকিম জানিম।

  • @rubidevi2364
    @rubidevi2364 27 วันที่ผ่านมา +3

    Bohut bohut bhal lagil ❤️❤❤

  • @LonimoniDutta
    @LonimoniDutta 27 วันที่ผ่านมา +4

    Val lagil kotha bur huni apunar

  • @renubaruah360
    @renubaruah360 27 วันที่ผ่านมา +12

    এই জনী পাগলী, এই কথাৰ কোনো ভেলু নাই। যৰ মানুহ টত থাকিব লাগে।😊😊😊

  • @dipalidevi1323
    @dipalidevi1323 หลายเดือนก่อน +9

    Very smart keep it up

  • @user-gu1bd4mn7i
    @user-gu1bd4mn7i 27 วันที่ผ่านมา +8

    Ba tumi kua ktha bur mur mnt bhut xahk dile tumak bohut bohut dhonyobad ❤🙏🙏🙏tumi xodai xukhi hoi thaka aru lgte tumar ktha bure amaku xahk diya take kamna korisu 🙏❤️🙏

  • @user-fo5hp7nd9b
    @user-fo5hp7nd9b 24 วันที่ผ่านมา +2

    ঠিকেই কৈছে আঙুৰ বাইদেউ ৰাইজৰ পৰা আশীৰ্বাদ পাবলৈ আপোনিনো ৰাইজৰ কিমান ভাল কাম কৰিছে।😂😂

  • @monichoudhury1988
    @monichoudhury1988 2 วันที่ผ่านมา

    Bhut val kotha koise aru teo nijei nijr avigotar pra sb kotha teo koise

  • @porikhataniarvlogsparilife7610
    @porikhataniarvlogsparilife7610 28 วันที่ผ่านมา +8

    পইচা থাকিলে সকলো কৰিব নোৱাৰে দেই

  • @sikhasarma1389
    @sikhasarma1389 29 วันที่ผ่านมา +2

    All the best ❤🎉

  • @user-de5de7gj9g
    @user-de5de7gj9g 17 วันที่ผ่านมา +1

    সুখ কিনিব পাৰি যদি ৬০০ টকাৰ সুখ লাগে , ২০০ ত বেছিম ৪০০ শ লাভৰ থাকিম ।

  • @SarojaniNath-qx1vd
    @SarojaniNath-qx1vd 28 วันที่ผ่านมา +4

    নিজৰ ছোৱালী জনী আৰু নিজৰ মানুহ জনক এৰি কেনেকৈ জে থাকিছে। মোৰ 13 বছৰ হ'ল বিয়া হব নোৱাৰো দেই।

  • @Joy-jq4nv
    @Joy-jq4nv 29 วันที่ผ่านมา +2

    Apunr kotha reality rijai koise ei je amar khomaj khont mukhot kiba petot kina dekhat kina dekhuwau kiba nohoi. Poisa ase mne sb ase hoi khosai. Poisa nai jodi ekue nai. Mur dutar aji bemar poisa nathakile teu jiyai nathake.

  • @ranjanpds7245
    @ranjanpds7245 22 วันที่ผ่านมา +4

    এই জনী মাইকী list ত আছে জানো?

  • @runumonibarman800
    @runumonibarman800 26 วันที่ผ่านมา +2

    Bohut bohut prerona palu dhanyawad

  • @jurigogoi1471
    @jurigogoi1471 28 วันที่ผ่านมา +5

    বহুতো সুখী আগুলতা বাইদেউ কথা শুনি তেওঁ আগুৱাই লৈ যায় যে ভগৱানে

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uz หลายเดือนก่อน +5

    Good

  • @aadivlogs4679
    @aadivlogs4679 23 วันที่ผ่านมา

    Good thinking😊

  • @bhanitadevi4074
    @bhanitadevi4074 หลายเดือนก่อน +1

    Good decision ❤😊

  • @user-zg3ps5ez3h
    @user-zg3ps5ez3h 28 วันที่ผ่านมา +8

    Bar life tut baa jainibo . Porbot khan atoar pora khub sikun ustt gole he gm pabo..... Akole ahisu jibn tu akole jabo lagibo... So aguai juwa baaaa

  • @user-ij9yz3ok5t
    @user-ij9yz3ok5t 25 วันที่ผ่านมา

    Bor xundor interaction....very positive and transparent... it's true money talks...and you have to work hard to earn money.... ❤

  • @AjCreation11
    @AjCreation11 หลายเดือนก่อน +33

    Nijor Hubby ky sni napai.....Baideo A ...Raijok kt sni pbo🤭😃😃

  • @creativesoulP
    @creativesoulP หลายเดือนก่อน +10

    Egoraki dhuniya axamiya abhinetri hisape khubei priyo asil eta xomoyot , bidhayika huar pasot xomogro bharotote most beautiful MLA buli tul par lagi goisil , very pleasing personality , very jovial character , best wishes to her ,poisai hosai kotha koi , jibonot bhuktobhugi jonehe xeitu upolobdhi koribo paribo

  • @deepphukan4960
    @deepphukan4960 หลายเดือนก่อน +2

    Nice ❤❤❤❤❤

  • @user-gu1bd4mn7i
    @user-gu1bd4mn7i 27 วันที่ผ่านมา +6

    Tumi ji korisa bhal koriba buli tumi nijei jana hei babe tumi nijor mote kora ❤❤

    • @dikshit8796
      @dikshit8796 27 วันที่ผ่านมา +1

      Bht Val lgl ..bht khula tekht aru lift bht trezedr mukha mukhi hyse

  • @ChitraBoro-jn9tt
    @ChitraBoro-jn9tt 5 วันที่ผ่านมา

    Aangurlatar kothakhini khub bhal lagil. Laksha aaru uddeshyao bahut bhal.Straight cut kotha,spasta abhimat.Kintu Akash-Aangur punar ek hole bhal lagibo sabare.

  • @pallabigogoi2984
    @pallabigogoi2984 3 วันที่ผ่านมา

    She has a charm ✨

  • @karabimunmahanta6004
    @karabimunmahanta6004 หลายเดือนก่อน +9

    Eta samayat apuni swami ru manuh bisaribo lagibo. Karan toka poisa ru selfishness hoi manuh xukhi totha unnoti koribo nuare. Manuhor rup joubon temporary. Ji hoisa biar pisote hoisa. Besi happy manuhe imn bar nkoi j moi bohut happy

  • @sonmonikalita3305
    @sonmonikalita3305 24 วันที่ผ่านมา

    Hy bhut vl lagil ❤

  • @user-ct4jn3hi4y
    @user-ct4jn3hi4y 27 วันที่ผ่านมา +1

    Aguwai jawk ba

  • @mridulkbora5349
    @mridulkbora5349 9 วันที่ผ่านมา

    চৰাই মৰে ৰৈ,
    মানুহ মৰে কৈ
    নিজক বেছি চালাকি দেখাই থকা মানুহৰ গতি তো এনেকুৱা ই হয়।
    আত্মমন্থনৰ প্ৰয়োজন আছে।
    লেভেল বেছি ।
    ২১ ত সেইকাৰণে হাৰিল

  • @user-ir6rm3nj1c
    @user-ir6rm3nj1c 29 วันที่ผ่านมา +1

    Vl lagil ..teur ktha huniboloi wait kri e asilo ..

  • @debajaniboragogoi2336
    @debajaniboragogoi2336 26 วันที่ผ่านมา

    Val lagil kothabur huni

  • @rintumanideka3667
    @rintumanideka3667 23 วันที่ผ่านมา +2

    Bahut bahut ভাল লাগিছে

  • @janbhai3393
    @janbhai3393 4 ชั่วโมงที่ผ่านมา

    Belekor bohut gun gan bohut vale gale kintu nijor giriyekor kotha hudhute aku nokole... aangurlotak tuk buli koisu tuk sni pabole baki nai... akashdeep da nisina ajon hohoj horol giriyekor kotha hudhute aku nokole

  • @Kaushik632
    @Kaushik632 10 วันที่ผ่านมา +1

    আঙুৰলতা বাক থিয়েটাৰত লাগে।❤

  • @nabanitadas3198
    @nabanitadas3198 28 วันที่ผ่านมา +8

    নিজৰ ঘৰৰ খন চাই। আকাশ দা কি কৰিলে

  • @funnygirl6825
    @funnygirl6825 29 วันที่ผ่านมา +1

    Bhut vl ktha xikhilu ❤😢

  • @user-fz1xz8fp6w
    @user-fz1xz8fp6w หลายเดือนก่อน +10

    Strong lady

  • @dhrubajyotidas7031
    @dhrubajyotidas7031 28 วันที่ผ่านมา +4

    Ekdom মিছা আৰু মিছা

  • @Alizakitchen11
    @Alizakitchen11 22 วันที่ผ่านมา

    Bohut dhuniya lagise

  • @sumibora4949
    @sumibora4949 27 วันที่ผ่านมา +4

    Tumr kothabur moiu akmot...tumr sintadhra lgot mur mil Ase ❤❤❤god bless you

  • @krittikbora
    @krittikbora 23 วันที่ผ่านมา

    Vul khudhyo asol vitoruwa br sklo a nije he janibo ... Bahirt kwabr mnuhk jnowabr kimn khsa misa kheiya nije he jnibo .. gotike khei bikhoye ako nkou ... Kintu Baar kthabr bht vl lgise .. strong hbo lge ankwa ... Aro bht dukh jntrona vangi prar pist he nari bht besi strong hbo pare ... Kthabrr pra buja jai j baa vitori kimn vangi vangi strong hoise... Ru khsa baa aponar lgt mr milise j moio nije nijk bujaw aru nije nijk sahokh bht dio ... Maa deuta vonti aaita koka sklobr support hisape khdai ase kintu sb decision moi nije nijr lgt bht besi alosona kru😊 Namamir vl houk ❤

  • @dibyajyotihaloi6610
    @dibyajyotihaloi6610 29 วันที่ผ่านมา +7

    Poisarai .. tupani kiniba nowari .... Baidya 🙏🙏🙏

  • @bhumikadeka3102
    @bhumikadeka3102 8 วันที่ผ่านมา

    Val lagil. Khosake val lagil. Agorake successful woman or arot
    Bohut stories thake. Kheikhinik respect korar dorkar. Angurlata bar
    Opinions khini val lagil.

  • @pityborah2709
    @pityborah2709 4 วันที่ผ่านมา

    Eman uporot kotha koi.nijoke bohut vl buli vabe.

  • @kakatikanika9451
    @kakatikanika9451 หลายเดือนก่อน +9

    Akdom xasa poisai sob... Poisa thkile mukhor glow aahe... Moi gaonr agoraki mohila toka poisar ovab bhut... Age kom jdi o ovabot mukhor rong nuhua hoi goise baideu...

  • @beautydutta1999
    @beautydutta1999 23 วันที่ผ่านมา +1

    আকাশ দ্বীপৰ লগত থকাহেতেন সকলো ভাল হলহেঁতেন।

  • @mdvofficial9815
    @mdvofficial9815 หลายเดือนก่อน +19

    অহংকাৰ পতন যায়

  • @PallabiDeka-wc3if
    @PallabiDeka-wc3if 27 วันที่ผ่านมา

    Bahut val lage aapunak ba i❤you

  • @kornokumardoley1514
    @kornokumardoley1514 27 วันที่ผ่านมา +5

    এইজনীক interview নলব দেই subscribe কৰা সকলেও unsubscribe কৰিব😂😂😂😂

  • @user-ix3dl8fh1u
    @user-ix3dl8fh1u 28 วันที่ผ่านมา +4

    বাওঁহাতখন জঠৰ নেকি ? ইমান বেছি দেখালে ভালনালাগে ।

  • @ramendeka4892
    @ramendeka4892 29 วันที่ผ่านมา +1

    16:30 sekend t bahot Val katha kyc .just motivation.

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf หลายเดือนก่อน +9

    আকাশ দ্বীপ কথাবোৰ নকলে

  • @sabitadas9153
    @sabitadas9153 2 วันที่ผ่านมา

    সচাঁ কথা কোৱাৰ সাহস থাকিব লাগে ।

  • @janardandas3770
    @janardandas3770 29 วันที่ผ่านมา +2

    Val lagil

  • @jayshreealishaangarikamili7157
    @jayshreealishaangarikamili7157 29 วันที่ผ่านมา +4

    Hosai poosa nohole jeewantu ekebare 0....poisa ase jodi hokolu ase...jeewantu jiyabole hohoj hoi so moi ekmot

  • @creature3D-wb3qr
    @creature3D-wb3qr หลายเดือนก่อน +7

    বাইদেউ আপুনি আমাৰ নলবাৰীৰ গৌৰৱ ।কিন্তু অনুৰোধ কৰিছো ৰাজনীতি ৰ জগত খনৰ পৰা আতৰি আহক অভিনয় লৈ।বহুত বেয়া পোৱা হৈছো আপোনাক

  • @alinapatgiri4441
    @alinapatgiri4441 26 วันที่ผ่านมา +1

    All tym fv actress angurlata ❤😊

  • @aratibhagabati9113
    @aratibhagabati9113 19 วันที่ผ่านมา

    Lovely ❤

  • @khetraburagohain2501
    @khetraburagohain2501 21 วันที่ผ่านมา +2

    কোনো মানুহে জীৱনত অভিজ্ঞতা লৈ শেষ কৰিব নোৱাৰে আই । ক'ৰবাত অকণমান অহংকাৰী হৈছে নেকি বিশ্লেষণ কৰিবচোন নিজকে। অহংকাৰী ভগৱানৰ প্ৰিয় খাদ্য আই ।

  • @joshnaray3117
    @joshnaray3117 26 วันที่ผ่านมา +7

    টেঙা আংগুৰ আগতে আকাশক ভাল পাইছিলি এতিয়া টকাৰ মুখ দেখি মতাতুক পাহৰি হলি , চেল চেলি মাইকী

  • @mukutgogoi6240
    @mukutgogoi6240 29 วันที่ผ่านมา +8

    Olop besi hol niki.
    Level tu besi hol .

  • @gourankakonwar3228
    @gourankakonwar3228 หลายเดือนก่อน +4

    Jdi pare apunar gat loga question mark Tu atorai dekhauk...?? Kio apuni ajoni swali thoka past blg koi ase??

  • @dhananjayhazarika5926
    @dhananjayhazarika5926 21 วันที่ผ่านมา +1

    কিছু ৰহস্য ঘণীভুত হৈ আছে

  • @rakashdutta8326
    @rakashdutta8326 27 วันที่ผ่านมา +4

    Bhut val lagil bar kathabur huni.

  • @bhismapratim6961
    @bhismapratim6961 2 วันที่ผ่านมา

    অহং কাৰে অধপতনৰ মূল ।সময় কব ।

  • @user-zm4vv1hs3q
    @user-zm4vv1hs3q 18 วันที่ผ่านมา

    Val lagile Sai ba love you angur

  • @dollybora7815
    @dollybora7815 28 วันที่ผ่านมา +4

    G koisa hosa kothai koise kisuman kotha Val lagil interview tu.

  • @deepalideka718
    @deepalideka718 28 วันที่ผ่านมา +4

    আকাশদীপৰ কি হল?