মন্ত্ৰী পিয়ুজ হাজৰিকাক ভাল লাগে অষ্টিয়ানাৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 เม.ย. 2024
  • প্ৰতিভাৰে সম্পূৰ্ণ অষ্টিয়ানা দিহিঙ্গীয়া
    গীত নৃত্য অভিনয়ত একেলগে আগবাঢ়িছে অষ্টিয়ানা
    অসমীয়া ছবি জগতৰ বেয়া লগা কাহিনী
    মন্ত্ৰী পিয়ুজ হাজৰিকাক ভাল লাগে অষ্টিয়ানাৰ
    অষ্ট্ৰেলিয়াৰ লগত অষ্টিয়ানাৰ কি সম্পৰ্ক?
    **************************************************
    Contact with Chakrrapanni Parashar on
    📷 Instragram: baarta_laap?igs...
    🚀Facebook : / chakrrapanni. .
    🔵Twitter:
    ✅Main Channel : / @baartalaap .
    👱‍♂️Vlog Channel : / @chakrapaniparash. .
    ...................................
    / baartalaapme. .
    For Business Enquiry Email :-Baartalaapofficial@gmail.com
    Show Enquiry : 8472051224
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/
    #chakrapaniparashar #AssamesePodcast #austriyanadihingia

ความคิดเห็น • 444

  • @passionatemitali7775
    @passionatemitali7775 15 วันที่ผ่านมา +7

    এজনী সহজ সৰল ছোৱালী,মনৰ পৰা, ভাল লাগিল, আগবাঢ়ি যোৱা, বহুত মৰম 💕 proud of you, ধেমাজিৰ বাবে গৌৰৱৰ কাৰণ, বেছি মৰম লাগে নিজৰ ঠাইৰ ছোৱালী জনী বুলি ❤

  • @AtulSharma-cr2bh
    @AtulSharma-cr2bh 26 วันที่ผ่านมา +12

    অষ্টিয়ানাক হৃদয়ৰ পৰা মৰম আৰু আশীৰ্বাদ জনালোঁ সদায় কুশলে থাকা,, আৰু আগুৱাই যোৱা ঈশ্বৰে বহুত শক্তী দিয়ক তাৰে কামনা কৰিলোঁ কৃষ্ণ 🙏❤️!?

  • @pranjalbarua5149
    @pranjalbarua5149 หลายเดือนก่อน +17

    ইমান মিঠা কথাবোৰ শুনি থাকিলে শুনি থাকিবলৈ মন যায়💗

  • @jitukakoti193
    @jitukakoti193 6 วันที่ผ่านมา +1

    ভগৱানে তোমাক আগবাঢ়ি যাবলৈ সহায় কৰক তোমাক বহুত ভাল লাগে

  • @pallabigohain6349
    @pallabigohain6349 หลายเดือนก่อน +31

    ভাল লাগে ছোৱালী জনিক পিছে ওপৰৰ মালক মালক লাগে বুলি জনাৰ পিছতহে কিবা লাগিছে ।

  • @mridulnath1556
    @mridulnath1556 หลายเดือนก่อน +7

    Political জ্ঞান নাথাকিলে যি টি কব নালাগে । উত্তৰ এটা শুনি বহুত বেয়া লাগিল। অদ্ভুদ উত্তৰ পৰা শুনিলো।

    • @jugeswarphukan9726
      @jugeswarphukan9726 26 วันที่ผ่านมา

      Pijusak.bhalpoagaraki.kibhalhaba.gampaise.sage

  • @girishphukan4335
    @girishphukan4335 21 วันที่ผ่านมา +1

    অষ্টিয়ানা এগৰাকী সৰলমনা ,মৰম লগা আৰু প্ৰতিশ্ৰুতি সম্পৰ্ন শিল্পী ৷

  • @bolllovmorang1421
    @bolllovmorang1421 หลายเดือนก่อน +5

    কৃষ্ণ তোমাক সেৱা ধৰাৰ আগতে তোমাৰ মা দেউতাক সেৱা ধৰিছো। আগবাঢ়ি যোৱা.।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 หลายเดือนก่อน +18

    অষ্টিয়ানালৈ বহুত বহুত শুভেচ্ছা জনালোঁ। আগুৱাই যোৱা। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। ❤❤❤

  • @jonakjonakiaxommedini2898
    @jonakjonakiaxommedini2898 หลายเดือนก่อน +57

    পীযুষ হাজৰিকা ভালপোৱা কাৰণ আছে কাৰণ তাই এজনী অভিনয় কৰা ছোৱালী আৰু আ ই মি বৰুৱা এজনী অভিনেত্ৰী সেই বাবে ভাল পাওঁ বুলি কৈছে। বহুত টেলেন্ট আছে কিন্তু।

    • @Naya_light
      @Naya_light หลายเดือนก่อน +2

      Nohobou pne nah

  • @NipanDDewri
    @NipanDDewri หลายเดือนก่อน +11

    বহুতে মৰম লগা আৰু সহজ সৰল।
    নাম তো যিমান ধুনীয়া মাত টো আৰু বেছি ধুনীয়া বহুতে মৰম লগা এজনী অসমীয়া ছোৱালী ❤❤❤ বহুত বহুত মৰম তুমালে ❤❤❤

  • @rupjyotiboruah3418
    @rupjyotiboruah3418 28 วันที่ผ่านมา +3

    মাজনী তোমাকভগবানে আৰু সহায় কৰিব ৷আগবাঢ়ি যোৱা ৷

  • @bontibora4333
    @bontibora4333 หลายเดือนก่อน +3

    ছোৱালি জনি বৰ ধুনিয়া অ বোৱাৰি কৰিব মন গৈছে কিন্ত্ত মোৰ লৰা সৰু হৈ আছে

  • @hrx1998
    @hrx1998 หลายเดือนก่อน +22

    বাদ্যযন্ত্ৰ অবিহনেও , অষ্ট্ৰীয়ানা ৰ কণ্ঠ টো শুনি ভাল লাগে ।

  • @heujmoran9686
    @heujmoran9686 หลายเดือนก่อน +5

    সঁচা কৈয়ে আজি বহুত ভাল লাগিল ❤❤

  • @Sankarjitcreation
    @Sankarjitcreation หลายเดือนก่อน +144

    পিয়াজ হাজৰিকাক ভাল পোৱা মানুহ বোৰ গেলা আলুৰ দৰে ।

  • @snehatmikavlog.253
    @snehatmikavlog.253 หลายเดือนก่อน +3

    বৰ ভাল লাগিল।আগবাঢ়ি যোৱা ভগৱানে সদায় কুশলে ৰাখক❤️

  • @MandiraGogoi-xq2ok
    @MandiraGogoi-xq2ok หลายเดือนก่อน +1

    বহুত ভাল লাগে তোমাক । আৰু আগবাঢ়ি যোৱা । আশীৰ্বাদ আৰু মৰম তোমালৈ❤

  • @arundhatigogoi4182
    @arundhatigogoi4182 หลายเดือนก่อน +6

    আহোম ছোৱালী বোৰ সাধাৰণতে খুবেই কামিলা হয়।

  • @gungunmahanta7560
    @gungunmahanta7560 หลายเดือนก่อน +4

    অকনমানী পোৱালী হাঁহিটো মৰম লগা❤️❤️😘😘

  • @rantudeka7090
    @rantudeka7090 25 วันที่ผ่านมา +2

    বহুত ভাল লাগে অষ্ট্ৰিয়ানাক ৷
    শুভকামনা জনালোঁ ৷

    • @ruprekhapatar-yp7fg
      @ruprekhapatar-yp7fg 23 วันที่ผ่านมา

      😅😅😅j😅 12:34 u😅h😅u😅😅😅😅😅😅😅😅😅

  • @dilipkumarnath2976
    @dilipkumarnath2976 26 วันที่ผ่านมา +1

    ধুনীয়া হৈছে। আশীৰ্বাদ কৰিছো আৰু আগুৱাই যাওক।

  • @user-er8xc7yx2v
    @user-er8xc7yx2v หลายเดือนก่อน +8

    East or west,Austriyana baa all rounder and best.
    as best never rest.
    thats why she is the most prettiest.

  • @darshitabora5184
    @darshitabora5184 หลายเดือนก่อน +9

    বহুত আগৰ পৰাই তেওঁক দেখি আহিছো, শুভেচ্ছা জনালোঁ অষ্ট্ৰিয়ানা🎉

  • @user-qg9dt9zb1c
    @user-qg9dt9zb1c หลายเดือนก่อน +1

    ইমান মৰম লগা মাজনী ।জীৱনত সিদ্ধি লাভ হওঁক ।

  • @jayaborah2926
    @jayaborah2926 หลายเดือนก่อน +15

    অতি সুন্দৰ কণ্ঠ, আগুৱাই যোৱা। শুভেচ্ছা জনালোঁ।

  • @anjubharali3686
    @anjubharali3686 หลายเดือนก่อน

    বৰ মৰমৰ লগা অষ্ঠিয়ানা। উজ্বল প্ৰতিভা বিকাশৰ কামনা কৰিলোঁ ভগৱানৰ ওচৰত ❤

  • @niranjangogoi3026
    @niranjangogoi3026 หลายเดือนก่อน +1

    আগুৱাই যোৱা । ভাল লাগিল

  • @keshadutta8302
    @keshadutta8302 หลายเดือนก่อน +3

    অষ্টীআনাৰ ভবিষ্যত উজ্জল হক।ভগবানে তেওঁৰ আশা পূৰন কৰক।

  • @padmalochangogoi1357
    @padmalochangogoi1357 หลายเดือนก่อน +73

    অসমত ইমান ভাল ৰাজনৈতিক নেতা আছে। নাম কৈছে শুনা

    • @BhupenGogoi-jp6ti
      @BhupenGogoi-jp6ti หลายเดือนก่อน +2

      Hosa.kotha.

    • @jugeswarphukan9726
      @jugeswarphukan9726 26 วันที่ผ่านมา

      Haituai.nambar.katil

    • @mbgohain7262
      @mbgohain7262 20 วันที่ผ่านมา

      Maney eibur xubidha badi suali

    • @PompiBaruah-ee4bk
      @PompiBaruah-ee4bk วันที่ผ่านมา

      Sbre vl puwa2 blg blg..so moi jonat aku prblm nai..tumaluke blg kunu politician k vl puwa hai2 blg ktha ..tat karu pakor jolibole aku nai hl

  • @aruptamulimusical6252
    @aruptamulimusical6252 หลายเดือนก่อน +3

    আগুৱাই যোৱা ভাগিন জনীলৈ অফুৰন্ত মৰম শুভেচ্ছাৰ থাকিল

  • @jharnaghandique8729
    @jharnaghandique8729 หลายเดือนก่อน +8

    বৰ মৰম লগা ছোৱালী জনী । ভালে থাকা দেই ।

  • @nituchetia4297
    @nituchetia4297 หลายเดือนก่อน

    বহুত ভাল লাগিল দেই

  • @purobeegogoi1343
    @purobeegogoi1343 หลายเดือนก่อน +5

    Bor morom loga suwalijoni, bhal lagil. Thank you

  • @niruborah3096
    @niruborah3096 16 วันที่ผ่านมา +1

    তুমি আগবাহি যোৱা বা❤❤❤❤❤

  • @domborugogoi971
    @domborugogoi971 หลายเดือนก่อน +7

    Girl is very spiritual I gratitude to her mother
    Kothabur iman binomrabhal lagil

  • @mamanigoswami4340
    @mamanigoswami4340 28 วันที่ผ่านมา

    বঢ়িয়া হৈছে ভাল লাগিল কথাবোৰ

  • @matiabora3945
    @matiabora3945 หลายเดือนก่อน +2

    খুব সুন্দৰ। শুভেচ্ছা থাকিল অষ্ট্ৰিয়ানালৈ❤️❤️

    • @jitumanisaloi2443
      @jitumanisaloi2443 หลายเดือนก่อน

      খুব ভাল লাগিল, বহুত শুভকামনা জনালোঁ

  • @DhurboPegu
    @DhurboPegu 14 วันที่ผ่านมา +1

    Bor dhuniya suwali joni hosai hurtu mat'tu jiman dhuniya suwalijoniu himane dhuniya👌amar dadwo bordhuniyakoi sinaki didiya tarkarone bor val lagil apunarvideotu thankyou.

  • @bandanabhuyan4881
    @bandanabhuyan4881 หลายเดือนก่อน +4

    bor morom loga suali joni..ru voice tu je ki mitha❤❤.aguai jua Astriana❤️🥰

  • @nivamonichutia2973
    @nivamonichutia2973 หลายเดือนก่อน +5

    আমাৰ ধেমাজিৰ গৌৰৱ ❤️❤️

  • @ProdipKonwar-kq8km
    @ProdipKonwar-kq8km หลายเดือนก่อน +4

    সোনদৰ। ঈশ্বৰে আশীবাদ কৰক। মাইনাই বহু দূৰলৈ আগবাহি যাৱক

  • @akhimmoran7716
    @akhimmoran7716 13 วันที่ผ่านมา +1

    আশীৰ্বাদ জনালোঁ ।

  • @chiranjibdeka66
    @chiranjibdeka66 หลายเดือนก่อน +2

    অষ্ট্ৰিয়া আৰু অষ্ট্ৰেলিয়া বেলেগ বেলেগ। অষ্ট্ৰিয়ানা ৰ লগত অষ্ট্ৰিয়া হে মিলিব ।

  • @user-jx9uu7lx4u
    @user-jx9uu7lx4u หลายเดือนก่อน +3

    বহুত ভাল লাগিল❤❤

  • @pradipgogoi3182
    @pradipgogoi3182 22 วันที่ผ่านมา

    সুন্দৰ কণ্ঠ বহুতো ভাল লাগিল। আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্।

  • @letsplay9856
    @letsplay9856 หลายเดือนก่อน +1

    অষি্টয়ানাৰ উজ্বল ভৱিষ্যত কামনা কৰিছোঁ।

  • @user-el9dz2yp1g
    @user-el9dz2yp1g หลายเดือนก่อน +8

    Austriyana ba mur favourite hoi ❤

  • @bantibora750
    @bantibora750 25 วันที่ผ่านมา +1

    বৰ মৰম লগা❤

  • @PurnanandaTaid-ll2yw
    @PurnanandaTaid-ll2yw หลายเดือนก่อน +16

    সকলো ভাল লাগিল। বাকী পিয়াজৰ এডভাৰটাইচটো ভাল নালাগিল😂😂😂

    • @jugeswarphukan9726
      @jugeswarphukan9726 26 วันที่ผ่านมา

      Aituai.beakarise.oparmaltu.vhalooakarane

  • @sumitradeb8538
    @sumitradeb8538 24 วันที่ผ่านมา

    বহুত ভাল লাগিছে অষ্টিয়ানা❤❤তুমাক আৰু লগ পাম

  • @jagatgogoi3281
    @jagatgogoi3281 หลายเดือนก่อน +2

    বহুত বহুত ভাল লাগিল ❤❤❤

  • @Bituchutiaofficial
    @Bituchutiaofficial หลายเดือนก่อน +2

    ধেমাজী বৰদলনিৰ পৰা ❤

  • @agcreation866
    @agcreation866 หลายเดือนก่อน +1

    হাঁহিটো ইমান মৰম লগা অষ্ট্ৰীয়ানাৰ❤

  • @nityasashibsaikia3571
    @nityasashibsaikia3571 11 วันที่ผ่านมา

    ভাল লাগিল। নৱ প্ৰজন্ম ই অনুকৰণ কৰা উচিত। কেৱল ধেমাজি ৰ বাবে নহয় সমগ্ৰ মানৱ জাতি ৰ বাবে গৌৰৱৰ প্ৰতীক।

  • @shreeja4587
    @shreeja4587 หลายเดือนก่อน +215

    Priyush Hazarikai maiki manuhok honman koribo najane. Teo ajon gunda aaru ohongkari montri hoi. Austrinia val lagil tumar bartalap sai aasha karu aaru aaguwai juwa.

  • @user-ct1wc3nd6n
    @user-ct1wc3nd6n 4 วันที่ผ่านมา

    Beautiful😍💓 sweet smile and very Tellened girl 😍💖proud of you👌

  • @JonaliSharma
    @JonaliSharma 25 วันที่ผ่านมา +3

    Jiman a dhunia 2mi kotha buru himan a morom loga o vonti jni 2mi ru aaguai jua❤

  • @krishnakurmi4527
    @krishnakurmi4527 หลายเดือนก่อน

    বহুত শুভেচ্ছা পোৱালি ❤️

  • @hitutpalboruah
    @hitutpalboruah หลายเดือนก่อน +2

    Axomor xompod aeulukei.. very talented girl.. love u

  • @bhupennath7630
    @bhupennath7630 หลายเดือนก่อน +9

    বুজাব নোৱাৰা এক অনুভৱ আজিৰ বাৰ্তালাপ চাই লাভ কৰিলো। ধন্যবাদ চক্ৰপাণি দা🙏♥️

  • @debajitmithi4475
    @debajitmithi4475 หลายเดือนก่อน +1

    Bohut dhuniya lagise from dhemaji ❤

  • @user-sf3fm6ev8o
    @user-sf3fm6ev8o หลายเดือนก่อน +2

    Chakra Da Khub vl lge emn Dhunia Progrmr babe

  • @nabajitgohain8137
    @nabajitgohain8137 9 วันที่ผ่านมา +1

    suwali joni bor dhunia lage❤❤

  • @user-xw5ei5jv6r
    @user-xw5ei5jv6r หลายเดือนก่อน +3

    Katha bor eman dhuniya tumar❤❤

  • @dilipbaruah1655
    @dilipbaruah1655 หลายเดือนก่อน +1

    কৃষ্ণ🙏আৰু আগ বাৰি য়ুৱা

  • @sandhyadas7651
    @sandhyadas7651 หลายเดือนก่อน +48

    পিযুজক ভাল পোৱা মানুহক ভাল নাপাওঁ দেই

  • @anupamray9833
    @anupamray9833 หลายเดือนก่อน +1

    হৃদয় চুই জায়❤❤❤❤❤❤💖💖💖💖💖

  • @pronatiboruah668
    @pronatiboruah668 หลายเดือนก่อน +1

    বৰ মৰম লগা ছোৱালী জনী

  • @sikumonidutta1420
    @sikumonidutta1420 3 วันที่ผ่านมา

    Imn mrm loga koi kotha bilak koi bht vl lge ❤❤

  • @RunikaRamchiary
    @RunikaRamchiary หลายเดือนก่อน +2

    Hoisakoi bor val lagil austriyana❤

  • @jintumahanta3094
    @jintumahanta3094 หลายเดือนก่อน +1

    Val lagil bohut ❤❤❤

  • @AxomiyaSanskriti-hi8fk
    @AxomiyaSanskriti-hi8fk หลายเดือนก่อน +5

    কিহৰ পিযুজ হাজৰিকাক ভাল লাগে।

  • @losermt999
    @losermt999 หลายเดือนก่อน +16

    মোৰ জনামতে অষ্টিয়ানা ই Dhemaji mather pride school ত পঢ়িছিল আৰু পঢ়া ক্ৰমে অষ্টিয়ানা ই এইবছৰ HS final exam দিব লাগে।।
    আশা কৰোঁ তুমি আগলৈ আগবাঢ়ি যোৱা ❤❤

  • @nabamollikakakati6967
    @nabamollikakakati6967 หลายเดือนก่อน

    Kotha Keita bor dhuniya sualijnir..val lagil❤

  • @nayanaborah5181
    @nayanaborah5181 หลายเดือนก่อน

    Khub val lagil sai interview tu aji ❤❤

  • @user-vq6ol9ur3g
    @user-vq6ol9ur3g หลายเดือนก่อน +2

    ভাল লাগিল। ভগৱানে সহায় কৰক তোমাক।

  • @abanirabha1427
    @abanirabha1427 หลายเดือนก่อน +5

    দুয়োজনে মোৰ খুবেই জনপ্ৰিয় ৷ভাল লাগে দুয়োতাকে ৷

  • @ajaygogoi1495
    @ajaygogoi1495 หลายเดือนก่อน +6

    She is naturally talented. All rounder. n has a bright future. May God Bless her for all round development.

  • @ajaykumarray4651
    @ajaykumarray4651 หลายเดือนก่อน +1

    ভন্তিলৈ আশীৰ্বাদ কৰিছোঁ।তুমি তোমাৰ প্ৰতিভাৰে আগুৱাই যোৱা। ভন্তি জনীৰ নিভাঁজ মৰমসনা কথাবোৰে মনটোক বাৰুকৈয়ে প্ৰভাৱিত কৰিলে।এই যান্ত্ৰিকতাৰ যুগতো ইমান সুন্দৰ মনৰ গৰাকী কৰি গঢ়ি তোলাৰ বাবে মা-দেউতালৈ মোৰ প্ৰণাম জনাইছোঁ। লগতে চক্ৰ ককাইদেউ লৈও মোৰ অশেষ ধন্যবাদ বাৰ্তালাপৰ মজিয়াত মৰমৰ ভন্তি জনীক মতাৰ বাবে। বাৰ্তালাপৰ দীৰ্ঘায়ু কামনা কৰি সকলোলৈকে মৰম যাচিলোঁ। 🙏🙏🙏

  • @NayanikaUnofficial8877.
    @NayanikaUnofficial8877. หลายเดือนก่อน +1

    ছোৱালীজনীকৰ quteness টো ভাল লাগে

  • @bhaskarphukan9978
    @bhaskarphukan9978 หลายเดือนก่อน

    Bor dhunia Pribekhon ; Aguwai juwa

  • @jibanray1250
    @jibanray1250 หลายเดือนก่อน

    ৩ নম্বৰ ইন্টাৰভিউ চাগে ❤
    ভাল লাগিলে বহুত 😊

  • @RashmiKonwar
    @RashmiKonwar หลายเดือนก่อน +10

    আই অ মোৰ টিকলো জনী ❤❤❤।ইমান মৰম লাগে কথাবোৰ

  • @padmaluson
    @padmaluson หลายเดือนก่อน

    Val lagil bhut ,

  • @PranabGogoi-gk1br
    @PranabGogoi-gk1br หลายเดือนก่อน +1

    Bohut val lagil

  • @debashreebhuyan7964
    @debashreebhuyan7964 หลายเดือนก่อน

    Vl lage vonti jni aaguai jua❤❤

  • @mayuripakhi
    @mayuripakhi หลายเดือนก่อน +1

    Austriyana r protitu interview e sau, bohut morom laage❤

  • @user-ut4zv1ki5g
    @user-ut4zv1ki5g หลายเดือนก่อน +1

    ভাল লাগে আপোনাক

  • @pankajgogoi5395
    @pankajgogoi5395 หลายเดือนก่อน +1

    Very very nice ❤❤❤❤❤❤❤❤ mojja love you austriana

  • @mayuri8872
    @mayuri8872 หลายเดือนก่อน +25

    Jaanmoni khonotei main actress austriana a pabo lagisil..jaanmoni lua goraki k akebare val nalage...

  • @krishnakhound6354
    @krishnakhound6354 13 วันที่ผ่านมา

    Most beautiful suwali

  • @user-xw5ei5jv6r
    @user-xw5ei5jv6r หลายเดือนก่อน +1

    Val lagil❤

  • @DB-xp2cn
    @DB-xp2cn 25 วันที่ผ่านมา +1

    Such a cute girl and her smile by god and her teeth ❤️

  • @GomugDoley-sn8de
    @GomugDoley-sn8de หลายเดือนก่อน +1

    Eman dhunia hahisa bha mur bhal lagigoise

  • @nayandas8446
    @nayandas8446 หลายเดือนก่อน

    Baideur Kotha bur bor morom loga aru dekhat o ❤❤❤

  • @paragjyotikonch5673
    @paragjyotikonch5673 หลายเดือนก่อน +1

    Amr dhemaji swali 😍 proud of you 😍

  • @pkpatar9930
    @pkpatar9930 หลายเดือนก่อน +1

    Very nice Ashtia from Nagaon. You will overcome.

  • @ratikantamili.5442
    @ratikantamili.5442 หลายเดือนก่อน

    Bohut morom loga suali dai... happy journey ❤❤❤❤

  • @anupamray9833
    @anupamray9833 หลายเดือนก่อน

    সুৰ তু বহুত ভাল