'ৰেন মৌ'ত আইচেংফাৰ স'তে বিশিষ্ট জনপ্রিয় অভিনেত্রী জেৰিফা ৱাহিদ

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ค. 2024
  • Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
    Credits -
    Host and Concept - Aichengfa Boruah
    Direction & Audio Production - Xulfi
    Video Edit - Dipankar Saharia
    Camera - Nihar Ranjan Gogoi, Jintu Kumar, Dipankar Saharia, Vedant
    Make-Up - Binita Das

ความคิดเห็น • 587

  • @manalisharoychoudhury8443
    @manalisharoychoudhury8443 15 วันที่ผ่านมา +77

    জেৰিফা ৱাহিদ ৰ সুন্দৰ আৰু স্পষ্ট কথাবোৰ শুনি বৰ ভাল লাগিল। নিকা সমাজ এখন গঢ়াত তেওঁলোকৰ অৱদান ৰ নিশ্চয় প্ৰয়োজন আছে।

  • @himasribora35
    @himasribora35 15 วันที่ผ่านมา +52

    তেখেতৰ প্ৰতিটো কথাই অন্তৰ চুই গ'ল মোৰ আজি।।ভালে থাকক সদায় আৰু নেদেখাজনে শক্তি দিয়ক আপোনাক এনেকৈ আগুৱাই যাবলৈ🙏🏻🫰🏻💐

  • @kankanakeot4947
    @kankanakeot4947 14 วันที่ผ่านมา +35

    জেৰিফা বাৰ মনটো পৰিষ্কাৰ কাৰণে কথাবোৰ সুন্দৰ আচলতে.... ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ জীৱনলৈ যাতে কেতিয়াও দুষ আহিবলৈ নিদিয়ে ঈশ্বৰে.... কেৱল সুখ সমৃদ্ধিৰে ভৰি পৰক আপোনাৰ জীৱন......আপুনি কোৱাৰ দৰেই সঁচাকৈ আপুনি আজীৱন প্ৰিয় হৈ থাকিব আমাৰ মাজত, কেৱল প্ৰিয় অভিনেত্ৰী হিচাপেই নহয় ! এটা আদৰ্শবান সত্তা হিচাপেও ।

  • @AnkurJoyti123
    @AnkurJoyti123 12 วันที่ผ่านมา +33

    অসমৰ আটাইতকৈ ধুনীয়া দেখা অভিনেত্ৰী দুগৰাকী হৈছে জেৰিফা বা আৰু মৃদুলা বা❤️। বহুত বেছি প্ৰিয় জেৰিফা বা আৰু মৃদুলা বা❤️

  • @pratikshyaborah
    @pratikshyaborah 13 วันที่ผ่านมา +28

    অধ্যয়নপুষ্ট, মেধাৱী, নিৰ্ভীক, স্পষ্টবাদী লগতে ধুনীয়াও -- জেৰিফা বাইদেউৰ পূৰ্বৰ ইন্টাৰভিউ বিলাক চালেও ব্যতিক্ৰমী কিবা এটা বিচাৰি পাওঁ। এই অনুষ্ঠানটোৱে মানুহগৰাকীক আৰু অলপ জনাত সুবিধা কৰি দিলে। তাৰ বাবে ইমান সুন্দৰ অনুষ্ঠান এটা চলাই নিয়াৰ বাবে আইচেংফা বাকো আন্তৰিক ধন্যবাদ।

    • @dhunurumurlife6151
      @dhunurumurlife6151 10 วันที่ผ่านมา

      Hello Tumi muru frd hba ni moiu back krim tumk

  • @nayanmonidutta7369
    @nayanmonidutta7369 9 วันที่ผ่านมา +9

    ইমান স্পষ্টবাদী, সৰল মনৰ অধিকাৰী জেৰিফা বা জনীৰ কথাবোৰে বুকুৰ কোনোবাখিনিত চুই গ'ল❤ ভালে থাকক সদায়☺️

  • @dhirumani9340
    @dhirumani9340 6 วันที่ผ่านมา +4

    দুয়ো গৰাকীৰ ব্যক্তিত্ব সচাকৈ প্ৰসংশনীয় ❤❤❤ Interview লোৱা গৰাকীৰয়ো সুন্দৰ কথনভংগী আৰু দিয়া গৰাকীৰ তোহ কথাই সুকীয়া ৷ খুব সুন্দৰ interview ❤❤❤❤

  • @Rose-ps8fj
    @Rose-ps8fj 9 วันที่ผ่านมา +7

    Interview লোৱা গৰাকীৰ যে কথা বোৰ প্ৰশ্ন বোৰ ইমান গম্ভীৰ ইমান ধুনীয়া❤

  • @nripenborah1612
    @nripenborah1612 4 วันที่ผ่านมา +2

    বহুত ভাল লাগিল।সুন্দৰ মনৰ অধিকাৰী। কিবা এটা শিকিব লগীয়া কথা কৈ গৈছে।।

  • @archanadevi9970
    @archanadevi9970 2 วันที่ผ่านมา +1

    বহুত সুন্দৰ মনৰ জেৰিফা ৱাহিদ, বহুত বহুত ভাল লাগিল, হেপাহে নপলাল❤❤❤❤❤❤ আকৌ শুনিব পোৱাৰ হেপাহেৰে বাত চায় ৰম❤❤❤❤

  • @Sum672
    @Sum672 14 วันที่ผ่านมา +17

    বাৰে বাৰে প্ৰেমত পৰিব পৰা এটি ব্যক্তিসত্ত্বা - জেৰিফা ৱাহিদ! আপোনাৰ সৰলতা, স্পষ্টতা আৰু অনুভৱী বাৰ্তালাপৰ জবাব নাই।❤🌻

  • @Kaushik632
    @Kaushik632 13 วันที่ผ่านมา +62

    জেৰিফা বাক চিনেমা ত চাবলৈ কোনে কোনে বিচাৰে?
    লাইক কৰিব।👍👍👍👍

  • @tarulatamahantadas6256
    @tarulatamahantadas6256 11 วันที่ผ่านมา +8

    প্ৰথমৰ পৰা শেষলৈ একে বহাই চালো কাৰণ জেৰিফাৰ কথাবোৰে মোক বৰকৈ মোহিত কৰিলে ।প্ৰত্যেক টো কথাই যুক্তিসংগত। জেৰিফা আগবাঢ়ি যোৱা ,আশাবোৰ পূৰণ হওঁক ।

  • @user-id1hy8ml2t
    @user-id1hy8ml2t 3 วันที่ผ่านมา +2

    জেৰিফা ৱাহিদ বা ❤ bohut বছৰ মূৰত ❤ bohut val lagi ❤😢❤

  • @pranpratimbordoloi397
    @pranpratimbordoloi397 10 วันที่ผ่านมา +17

    মৃদুলা বৰুৱা, মলয়া গোস্বামী আদি শ্ৰদ্ধেয় অভিনেত্ৰী সকলৰ পিছৰ জেনেৰেচনৰ অভিনেত্ৰী সকলৰ ভিতৰত জেৰিফা ৱাহিদ কালজয়ী অভিনেত্ৰী আৰু মহান ব্যক্তিত্ব বুলি একে আষাৰে ক’ব পাৰি ৷
    পৰিচালকেই হওক বা অভিনেতা/ অভিনেত্ৰী বা আন কলা-কুশলী, যিসকল লোকে সৎ পৰিশ্ৰম তথা দুৰ্দান্ত অভিনয়েৰে অসমীয়া চিনেমাক নতুন আয়তন দিছিল তাৰ ভিতৰত নিঃসন্দেহে জেৰিফা ৱাহিদ অন্যতম বাটকটীয়া ৷ কলেজৰ দিনত তেখেতে আমাতকৈ এটা শ্ৰেনী ওপৰত একে বিষয়তে মেজৰ লৈ একেখন কলেজত পঢ়িছিল ৷ তেতিয়া এদিনো কথা পাতি বা মাতি নোপোৱা নম্ৰ-ভদ্ৰ, মেধাৱী আৰু ব্যক্তিত্বশালী ছোৱালীজনী আমি শ্ৰদ্ধা কৰিছিলো ৷ ভাল ছাত্ৰ-ছাত্ৰীৰ উদাহৰণ দি শিক্ষক সকলে সদায় আমাৰ ওপৰ শ্ৰেণীৰ জেৰিফা ৱাহিদৰ কথা কৈছিল ----৷ আজিৰ মননশীল প’ডকাষ্টটো চাই তেখেতৰ বিষয়ে ভালকৈ জানিলো ৷ জেৰিফা ৱাহিদে প্ৰমাণ কৰি দেখুৱাইছে - "The greatest glory in living lies not in never falling, but in rising every time we fall." আন্তৰিক শ্ৰদ্ধাৰে শুভেচ্ছা জনালো ৷

  • @nimishadeury3399
    @nimishadeury3399 วันที่ผ่านมา +1

    I love her since my childhood..she is elegant classy and beautiful and she maintain the dignity of Assamese film industry

  • @aparajitasarmabaruah8986
    @aparajitasarmabaruah8986 14 วันที่ผ่านมา +11

    আজিলৈকে ইমান স্পষ্ট কথা কেতিয়াও শুনা নাই।। শুনিলে শুনি থাকিব পৰা কথা।। ধন্যবাদ ৰেন মৌ

  • @swarnabhajani6884
    @swarnabhajani6884 6 วันที่ผ่านมา +2

    সমাজ বাস্তৱৰ সুন্দৰ নিৰীক্ষণ আৰু বিশ্লেষণ ফুটি উঠিছে জেৰিফা ৱাহিদৰ কথাত
    শুভেচ্ছা জনালোঁ‌ শুভ দিনৰ বাবে।

  • @mercydowari3784
    @mercydowari3784 14 วันที่ผ่านมา +9

    খুউৱ ভাল লাগিল,,, ইমান সময় কেনেকৈ গ'ল সচাঁকৈয়ে গম নাপালো,, জেৰিফা বা ৰ বিষয়ে আগতে ইমানবোৰ কথা কেতিয়াও জনা নাছিলোঁ,,আগৰ পৰা তেওঁক এগৰাকী অভিনেত্ৰী হিচাপেহে ভাল পাই আহিছিলো,, তেওঁৰ পৰা আমাৰ শিকিব লগীয়া বহুত খিনি কথা আছে‌,,,তেওঁৰ যি স্পষ্টতা আৰু সৰলতাৰ মনোভাৱক সচাঁকৈয়ে সন্মান কৰাৰ লগতে সলাগিব লগীয়া,, তেওঁ সদায় আমাৰ আৰ্দশ হৈ ৰওক,, তেওঁলৈ বহুতো মৰম আৰু শুভকামনা,,❤️❤️

  • @babitadeka8849
    @babitadeka8849 13 วันที่ผ่านมา +8

    একদম প্ৰথমৰ পৰা শেষলৈকে চালো অনুস্থানটো বৰ ভাল লাগিল। দুয়োগৰাকী মোৰ খুবেই প্ৰিয় ❤

  • @krishnarani1180
    @krishnarani1180 14 วันที่ผ่านมา +11

    Not only a legendary Assamese actress, she is a graceful lady. Really loved the conversation 🫰

    • @dhunurumurlife6151
      @dhunurumurlife6151 10 วันที่ผ่านมา

      Hello Tumi muru frd hba ni moiu back krim

  • @parishmitaozahnew1447
    @parishmitaozahnew1447 8 วันที่ผ่านมา +4

    সাক্ষাৎকাৰটো আৰু দীঘলীয়া হোৱা হ’লে ভাল আছিল। যুক্তিপূৰ্ণ কথাখিনি শুনি বৰ ভাল লাগিল আৰু আইচেংফা বাৰ দৰে কৌশলপূৰ্ণভাৱে কোনেও প্ৰশ্ন সুধিব নোৱাৰে ❤ সুস্থ ৰুচিবোধসম্পন্ন তেওঁৰ অতিথিসকল ❤

  • @birajsonowal8447
    @birajsonowal8447 5 วันที่ผ่านมา +1

    Ba joni bhut qute ...val lgixa bhut dinr pasot dakhi ...❤❤❤❤ Horu pora tiyr movie sai dangr hoisu ru ami dangr hoi ahisu ba joni horu hoi ase sehara tu bhut qute baa.,❤❤

  • @priyankagogoi5617
    @priyankagogoi5617 14 วันที่ผ่านมา +11

    কিমান যে ভাল পাও জেৰিফা বাক শব্দ নাই কবলৈ । আগুৱাই যাওঁক সদায় ভগোৱানে ভালে ৰাখক।❤❤❤❤❤

    • @dhunurumurlife6151
      @dhunurumurlife6151 10 วันที่ผ่านมา

      Hello Tumi muru frd hba ni moiu back krim

  • @nibeditakalita3980
    @nibeditakalita3980 10 วันที่ผ่านมา +7

    গোটেই অনুষ্ঠানটো অকণমানো বিৰতি নোলোৱাকৈ চালো । কাদম্বৰী , অগ্নিসাক্ষী , দেউতা দিয়া বিদায়ৰ দৰে সহজ সৰল আঁকি যোৱা ছবি কেইখন আজি ওচৰতে চোৱা যেন লাগিলে । আপোনাৰ পৰা সাহস বহুত শিকিব লগা আছে বা কুশলে থাকক । লগতে মৰমৰ কথাৰে নদী বোৱাই দিয়া আইচেংফা বা জনীলৈ ও মৰম । ❤❤❤

  • @jurikalita1502
    @jurikalita1502 14 วันที่ผ่านมา +6

    ইমান সুন্দৰ এটি অনুষ্ঠান উপহাৰ দিয়াৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনাইছো

  • @jyotikadekamusicworld3003
    @jyotikadekamusicworld3003 10 วันที่ผ่านมา +5

    জেৰিফা বাৰ কথাবোৰ বৰ ভাল লাগিল একেবাৰে শেষৰলৈকে চালোঁ ৷ অভিনয়ৰ লগতে জীৱনটোও খুুউব সুন্দৰকৈ আত্মউপলব্ধি কৰিব পৰাৰ কাৰণেই কথাবোৰ অতি সাৱলীল লাগিল ৷

  • @madhurimasarmah6767
    @madhurimasarmah6767 15 วันที่ผ่านมา +12

    ইমান বেছি স্পষ্টতা,সততাৰে কথাবোৰ প্ৰকাশ কৰিছে কি ক'ম ।🌼💚

  • @tulikatalukdar630
    @tulikatalukdar630 14 วันที่ผ่านมา +5

    আয়ো ইমান মৰম লগা কথা,শুনিলে যেন শুনি থাকিম । বহুত বহুত মৰম তোমালৈ বা ,ভালে থকা সদায় ❤

  • @bandanatalukdar941
    @bandanatalukdar941 15 วันที่ผ่านมา +7

    Kotha khini e mon sui gol baa...apuni bahut nijok hokti hali kori rakhibo sesta korise...khub vl..nedekha jone apunk aguai juat aru hokti diok baa...lv u❤❤

  • @anupamgogoi6244
    @anupamgogoi6244 14 วันที่ผ่านมา +11

    ভাল লাগিল..🎉 মহেন্দ্ৰ হাজৰিকাক এবাৰ মতিব বুলি আশা থাকিল।❤

  • @pankajbaruah4690
    @pankajbaruah4690 7 วันที่ผ่านมา +3

    জেৰিফা ৱাহিদ সঁচাকৈ ষ্ট্ৰং মানসিকতাৰ এগৰাকী অভিনেত্ৰী, সঁচাকৈ ইমান গহীন গম্ভীৰ কথাবোৰে মোক তেখেতৰ প্ৰতি বৰ আকৰ্ষিত কৰিলে, আপোনালৈ বহুত শোভকামনা থাকিল,God bless you.

    • @mridulaboruah6200
      @mridulaboruah6200 4 วันที่ผ่านมา

      Baar kotha khiniye hridoy sui gol.. Baar hu sayistho kamana korilu

  • @BhitashreeSaikia-dt1rl
    @BhitashreeSaikia-dt1rl 14 วันที่ผ่านมา +5

    সংকোচবিহীনভাৱে প্ৰতিটো কথাৰ যুক্তিসম্পন্ন আৰু ধুনীয়া বক্তব্য।🦋🦋
    অশেষ ধন্যবাদ জেৰিফা বা 🤍🤍আৰু আইচেংফা বা🖤🤎ভালকৈ থাকিবা দেই🦋🦋🦋🦋🦋

  • @mritunjoys6579
    @mritunjoys6579 13 วันที่ผ่านมา +8

    Bohut besi highly intellectual personality..
    Khubei besi Down to earth .
    Bohut bhal lagil.

  • @krishnashreehandique6668
    @krishnashreehandique6668 13 วันที่ผ่านมา +5

    Manuh gorakik usor r pora log pabo mon goise aru bohut kotha patibo mon goise..bohut bohut morom apunalukloi..❤from sivasagar

  • @bidishanazir6026
    @bidishanazir6026 8 วันที่ผ่านมา +1

    বহুত ভাল লাগিল।

  • @maramidas5569
    @maramidas5569 10 ชั่วโมงที่ผ่านมา +1

    বহুত ভাল লাগিল শেষলৈকে চালো

  • @Kim_lily81
    @Kim_lily81 12 วันที่ผ่านมา +3

    দুয়োগৰাকী নাৰী মনৰ পৰাই সুন্দৰ ❤ যাত্ৰা পৰিয়াললৈ শুভ কামনা জনাইছোঁ 🎉

    • @dhunurumurlife6151
      @dhunurumurlife6151 10 วันที่ผ่านมา

      Hello Tumi muru frd hba ni moiu back krim tumk

  • @user-uw5rj5ql9t
    @user-uw5rj5ql9t 14 วันที่ผ่านมา +6

    Salute..Baa.. tumak.Ajir generation k apunar dore voice eta laage.

  • @joshi3116
    @joshi3116 8 วันที่ผ่านมา +1

    খুব relate কৰিব পাৰিছো জেৰিফাবাৰ সৈতে। খুব স্পষ্টবাদী আপুনি। জীৱনৰ বিষয়ে বহুকেইটা দৃষ্টিভংগী আপোনাৰ পৰা জানিব পাৰিছো ।‌খুব ভাল লাগিল আপোনাৰ কথাবোৰ।

  • @manuwarahazarika3020
    @manuwarahazarika3020 12 วันที่ผ่านมา +2

    জেৰিফা বাৰ সুন্দৰ সুন্দৰ গঠন মূলক কথাবোৰে মোৰ মনটো একেবাৰে ভৰপূৰ কৰি তুলিলে। সুন্দৰ আৰু নিভাজ মনৰ মানুহবোৰেহে সুন্দৰ সুন্দৰ কথা কব জানে। বহুত ভাল লাগিল কথোপকথন খিনি। সদায় হাহিৰে জীৱনটো আগুৱাই লৈ যাওক। দোৱা কৰিছোঁ ।আপুনি অকলশৰীয়া নহয় বা।❤❤। মৰিগাঁও।

  • @MurssanaBorah
    @MurssanaBorah 13 วันที่ผ่านมา +4

    সচাকৈয়ে খুব ভাল লাগিল। মূল্যবোধ আজিৰ সময়ত হেৰাই গৈছে তথাপিও প্ৰয়োজনীয় কথাবোৰে অন্তৰ চুই গ'ল।

  • @lipikabarman8467
    @lipikabarman8467 8 วันที่ผ่านมา +1

    Excellent.....just love ❤❤❤❤

  • @user-md1qh4bj4p
    @user-md1qh4bj4p 7 วันที่ผ่านมา +1

    Bht vl lagil program tu......jde pare borokha baku anibo

  • @manasheemoral8528
    @manasheemoral8528 3 วันที่ผ่านมา +1

    How beautifully she articulated her own thoughts ❤really a thought provoking podcast ❤

  • @nangsengkukoi6088
    @nangsengkukoi6088 2 วันที่ผ่านมา +1

    জেৰিফা বাক ইনেও ভাল লাগে বাবে পড্‌কাষ্টতো ৰাতি ১১:৫৩টো চাব লৈছো।অৱশ্যে শুই শুই।কিন্তু যেতিয়াই ক’লে মাক ’আহোম’ বুলি একেজাপে উঠি বহি ল’লো।ইনেও আমাৰ আহোমৰ জ্ঞাতি মৰম বেছি।❤❤❤❤❤❤।জেৰিফাবাৰ চকুত ইমান শূণ্যতা😢ধেই মৰম দিলো দেই বা আপুনি কুশলে থাকক।

  • @user-is2rv9sb4c
    @user-is2rv9sb4c 8 วันที่ผ่านมา +1

    Ba joni mur khub priyo❤

  • @anxborah
    @anxborah 8 วันที่ผ่านมา +1

    Thank you Aichengfa #jatra for giving us one of the best podcasts. Zerifa Wahid is such a cute,calm,relatable to life in most situations and gorgeous in and out ❤❤❤
    Lots of love
    Gayatri

  • @himadrigogoi2242
    @himadrigogoi2242 13 วันที่ผ่านมา +3

    বহুত ভাল লাগিল । সৰুৰে পৰা দেখা জেৰিফা ৱাহিদ নামৰ অভিনেত্ৰী গৰাকীৰ ব্যক্তিসত্বাক মই সন্মান জনাইছো🎉🙏 ঈশ্বৰে তেখেতক সদায় এনেকৈ সুন্দৰ মনৰ অধিকাৰী কৰি ৰাখক🙏🎉🎉🥰

  • @jollyrajkhowa4683
    @jollyrajkhowa4683 14 วันที่ผ่านมา +5

    Always so elegant.. beautiful n graceful.......she is so cultured and smart... Wishing you all the happiness in life Jerifa

  • @himadrinayanmonihazarika1208
    @himadrinayanmonihazarika1208 6 วันที่ผ่านมา +1

    সৰল, স্পষ্ট একোটা ব্যক্তিসত্বা।
    এগৰাকী মৰমলগা, ধুনীয়া মানুহ লগতে আইচেংফা বালৈও বহু মৰম❤।

  • @ipsita_bh
    @ipsita_bh 14 วันที่ผ่านมา +4

    জেৰিফা বা মোৰ প্ৰিয় অভিনেত্ৰী ।চিনেমা হলত প্ৰথম চিনেমাখন চাইছিলো জুবিন গাৰ্গ আৰু জেৰিফা বা লগতে প্ৰস্তুতি বা অভিনয় কৰা ছবি "তুমি মোৰ মাথোঁ মোৰ "আছিল।আজিৰ অনুষ্ঠানটি চাই থাকোঁতে মোৰ মনলৈ চিনেমা খনৰ এটি গানৰ কলি হঠাৎ মনলৈ আহি গ'ল।সচাকৈয়ে উপভোগ কৰিলোঁ।দুয়ো জনী মৰমিয়াল বালৈ মৰম দিলোঁ ।❤❤❤❤❤(কি যে পালোঁ তোমাক বুকুতে
    সাঁচি থলো তোমাক দুনয়নতে
    সামৰিলোঁ দিঠকে সপোনে ....তুমি মোৰ মাথোঁ মোৰ )

  • @kaustovmonisaikia429
    @kaustovmonisaikia429 13 วันที่ผ่านมา +3

    Eman hundor kotha koise.bahut,bahut bhal lagile,hodae enedore thakok jeripha.

  • @anjumanideka782
    @anjumanideka782 10 วันที่ผ่านมา +7

    সঁচাকৈ ইমান ভাল লাগিল,চাই থাকিবৰ মন যায়।বিশেষ কৈ জেৰিফা ৱাহিদ ৰ কথা খিনি বৰ বেছি ভাল লাগিল।

  • @dipamanikalita7099
    @dipamanikalita7099 7 วันที่ผ่านมา +1

    স্পষ্টবাদী, সাহসী বা জনী❤

  • @KarabiBarmanKalita
    @KarabiBarmanKalita 14 วันที่ผ่านมา +3

    খুৱ সাহসী , স্পষ্টবাদী ,অনুভৱী মনৰ মৰমৰ অভিনেত্ৰীগৰাকী । ভাল লাগিল ।

  • @manjulaborah1351
    @manjulaborah1351 14 วันที่ผ่านมา +4

    আহি থকা দিনবোৰ ভাল হওক, শুভেচ্ছা থাকিল ❤🎉

  • @RitrishaBoruah
    @RitrishaBoruah 14 วันที่ผ่านมา +6

    আপোনাৰ পৰা আমাক এখন ধুনীয়া অসমীয়া চিনেমা লাগে❤

  • @riturekhabaruah2750
    @riturekhabaruah2750 8 วันที่ผ่านมา +1

    জেৰিফাবালৈ মৰম❤️

  • @sanghamitrabora119
    @sanghamitrabora119 13 วันที่ผ่านมา +3

    Two beautiful ladies.....Bor bhal lagil ❤❤❤

  • @user-cf1tg5ki2y
    @user-cf1tg5ki2y 10 วันที่ผ่านมา +2

    জেৰিফা বা সঁচাই বহুত ভাল লাগিছে আপোনাৰ কথাবোৰ শুনি আৰু আপোনালৈ বহুত মৰম থাকিল ❤❤❤

  • @manishadeka6600
    @manishadeka6600 13 วันที่ผ่านมา +5

    জেৰিফা ৱাহিদ বাৰ চিনেমা চাইছো বহুত।সুন্দৰ আৰু শক্তিশালী ব্যক্তিত্ব তেখেতৰ।বহুত ভাল লাগিল চায়।
    ভাল লগাৰ আৰু ঢেৰ কাৰণ আছে আইচেংফা বা😊।আৰম্ভনিতে যে আপুনি Entry মাৰিলে চিনেমাৰ টিকেটৰ কথা কৈ,ভাল লাগিল।আপোনাক দেখিলেই মোৰ ভাল লাগে।
    জেৰিফা বা অধিবক্তা বুলি জনা নাছিলো,আজি জানিলো।ভাল লাগিল।কাৰণ ময়ো শিক্ষকতা নকৰা হ'লে ওকালতিয়েই কৰিলোহেতেন😀।ময়ো আইনৰ শ্নাতক বা।অধিবক্তা সকললৈ আকৰ্ষণ এটা সদায় আছে।
    শেষত কওঁ‌-"যাত্ৰা"ৰ প্ৰতিটো খণ্ডই কিবা নহয় কিবা শিকায়।আজিও তাৰ ব্যতিক্ৰম নহ'ল।বৰ গভীৰ আৰু জীৱনমুখী কথা কিছুমান কৈ গ'ল জেৰিফা বাই।সুখী থাকক তেখেত।সদায় প্ৰিয় আমাৰ।

  • @trishusvlog6550
    @trishusvlog6550 7 วันที่ผ่านมา +1

    She is beauty with brain ❤

  • @mousumichoudhury7409
    @mousumichoudhury7409 13 วันที่ผ่านมา +2

    আজিৰ এপিছোডটো বহুত ভাল লাগিল। জেৰিফা বাৰ কথা বোৰ শুনিলে শুনি থাকিবলৈ মন যায়।❤❤❤

  • @dimpygogoi2848
    @dimpygogoi2848 7 วันที่ผ่านมา +1

    She is always my favourite ❤❤

  • @dharitrihaloi8092
    @dharitrihaloi8092 14 วันที่ผ่านมา +4

    বাৰে বাৰে শুনি থাকিব মন যায় কথাবোৰ ❤

  • @moramisaikia8566
    @moramisaikia8566 15 วันที่ผ่านมา +4

    Mur favourite actress... beautiful ..bhut val lagile ajir episode tu..emn hundor koi jerifa mame kotha bilak koise...

  • @himuspraggya8469
    @himuspraggya8469 12 วันที่ผ่านมา +1

    Bahut val lagil.......Val manuh akalsaria nahay ...
    Nedekhajan teor lagat thake .ba .....have a grt future .aru jatra r aisengfa ba apunar bhasa sawalil aru spasta .

  • @amarkalita1360
    @amarkalita1360 15 วันที่ผ่านมา +5

    Waw, what a multi talented actress❤always favorite😍💕

  • @smritanjaliboragi8416
    @smritanjaliboragi8416 14 วันที่ผ่านมา +6

    বৰ ভালপাওঁ তোমাক জেৰিফা ।
    তোমাৰ দৰে মোৰো হৈছিল দেউতাৰ ক্ষেএত । মোৰো দেউতা গ'লগৈ । মা আছে কিন্তু অসুস্থ । ভালে থাকা তুমি ।

  • @sunitadas5724
    @sunitadas5724 6 วันที่ผ่านมา +1

    বহুত বেছি ভাল লাগিল ❤️ প্ৰিয় অভিনেত্ৰী ❤

  • @pritirekhagogoi5652
    @pritirekhagogoi5652 13 วันที่ผ่านมา +3

    বৰ সুন্দৰ ❤ বৰ সুন্দৰ। ধুনীয়া চিন্তা, ধুনীয়া কথা

  • @sabihakhatun1793
    @sabihakhatun1793 7 วันที่ผ่านมา +1

    খুব ভাল লাগিল চাই বহুত ধুনীয়া কথা বতৰা

  • @kalpanachoudhury3973
    @kalpanachoudhury3973 13 วันที่ผ่านมา +3

    খুব ভাল লাগিল দে জেনিফাৰ কথাবোৰ শুনি 😍

  • @user-ln2fr6kc7p
    @user-ln2fr6kc7p 14 วันที่ผ่านมา +5

    Iman je Val lgl jerifa bar video 2 Sai.... akou anibasn jerifa bak...

  • @usharaniboruah044
    @usharaniboruah044 7 วันที่ผ่านมา +1

    Love love love and love ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @kaverigogoi7726
    @kaverigogoi7726 14 วันที่ผ่านมา +4

    The best polite actress of her generation.....loved it to the core....Wishes to Jerifa and Jatra..

  • @hirennath2081
    @hirennath2081 10 วันที่ผ่านมา +1

    সুন্দৰ এটা অনুষ্ঠান। আপোনালোকৰ দুই গৰাকী ব্যক্তিত্ব সঁচাই বৰ সুন্দৰ। মই skip নকৰাকৈ অনুষ্ঠান চাইছিছো।

  • @bobitaborah1356
    @bobitaborah1356 12 วันที่ผ่านมา +1

    বহুত ভাল লাগিল অনুস্থানটি চাই । সদায় এনে দৰেই সকলোকে আনন্দ দি থাকিব ।

  • @jemimaahmed4151
    @jemimaahmed4151 7 วันที่ผ่านมา +1

    She is such a kind hearted person ❤️

  • @himadrisonowal4017
    @himadrisonowal4017 10 วันที่ผ่านมา +3

    ইমান যে সাহসী জেৰিফা বাহজনী অ😰বহু সৰুৰ পৰাই জেৰিফা বাৰ চিনেমা চাইছো।কিন্ত জনা নাছিলো তেওঁ যে ইমান আৱেগিক।খুৱ স্পষ্ট,খুৱ সততাৰে ভৰা এগৰাকী নাৰী।বহুত ভাল লাগিল অনুষ্ঠানটি চাই।

  • @dhanjitapathak8326
    @dhanjitapathak8326 8 วันที่ผ่านมา +1

    প্ৰত্যেকটো মন্তব্য এ সুন্দৰ, এয়ে পৰিচয় ভাল ব্যক্তিত্বৰ।

  • @rashmirekhasaikia160
    @rashmirekhasaikia160 12 วันที่ผ่านมา +1

    ইমান ভাল লগা ব্যক্তিত্ব।তেওঁৰ পৰা দৰ্শকে বহু আশা কৰে।বহুত মৰম আৰু শুভেচ্ছা থাকিল এই শক্তিশালী ব্যক্তিত্বৰ গৰাকীলৈ❤️🙏

  • @raininath8023
    @raininath8023 7 วันที่ผ่านมา +1

    How beautifully she speaks.....such an amazing actress❤

  • @yutikagogoiburhagohain8765
    @yutikagogoiburhagohain8765 13 วันที่ผ่านมา +2

    দুয়োগৰাকীৰ মাজত যথেষ্ট মনৰ,আদৰ্শৰ মিল থকা যেন লাগিল। কেইবাবাৰো চালোঁ। অত্যন্ত ভাল লগা এটি অনুষ্ঠান।

  • @SimantaDas-sb3mz
    @SimantaDas-sb3mz 11 วันที่ผ่านมา +3

    জীয়াই থাকিবলৈ কিমান কষ্টকৰ,
    সেয়া মা-দেউতা নোহোৱা জনে হে বুজি পাই..
    কিয় কৈছোঁ, মোৰো মা-দেউতা মোৰ ১১মাহতে এৰি গুচি গৈছে..
    জেৰিফা বাৰ চকু পানী খিনি দেখি
    মনটোত কিবা এটাই জোঁকাৰি গ'ল..
    ভগৱানে কুশলে ৰাখকক জেৰিফা বা জনীক...

  • @juthikatalukdar1387
    @juthikatalukdar1387 8 วันที่ผ่านมา +2

    One actress I admire in our industry....she is thoughtful... beauty with brain❤

  • @Pallabibrh
    @Pallabibrh 12 วันที่ผ่านมา +2

    Bohut dinor murot eta bhal loga interview salu. Thank you Ren Mou

  • @rumidutta146
    @rumidutta146 13 วันที่ผ่านมา +4

    বৰ সুন্দৰ লাগিল অনুস্থানটি

  • @deepashreedutta7925
    @deepashreedutta7925 15 วันที่ผ่านมา +19

    অভিনেত্ৰী হিচাবে আপোনাক সন্মান তো আগৰেপৰাই কৰো ।এতিয়া আপোনাৰ স্পটবাদিতাই সন্মান দুগুণে বঢ়াই দিলে।

  • @navajyotisaikia6698
    @navajyotisaikia6698 13 วันที่ผ่านมา +2

    অনুষ্ঠানটো চাই খুব ভাল লাগিল।।

  • @VitaliGogoi-eb3hp
    @VitaliGogoi-eb3hp 8 วันที่ผ่านมา +1

    she is largely realistic❤ love it

  • @minakshidutta2376
    @minakshidutta2376 14 วันที่ผ่านมา +4

    এটি সুন্দৰ অনুভৱৰ অনুষ্ঠান ৷বহুকথাই শিকিব লগা আছে ৷

  • @PrakashDas-tz9pv
    @PrakashDas-tz9pv 3 วันที่ผ่านมา +1

    প্রিয় অভিনেত্রী ভাল লাগিল

  • @itsmeeveable
    @itsmeeveable 12 วันที่ผ่านมา +3

    ইমান ষ্পষ্ট,গাম্ভীৰ্যপূৰ্ণ কথোপকথন,খুবেই ভাল লাগিল ৷ Best Interview

  • @TYCOON_GX
    @TYCOON_GX 14 วันที่ผ่านมา +11

    Jerifhaba muru maa,dewta nai ghor khonot jabo mon najai .Maa Dewter ❤Homan kun hobo

  • @letsplaywithbj.260
    @letsplaywithbj.260 8 วันที่ผ่านมา +2

    ❤❤❤❤❤❤❤❤" ইমান স্পষ্টাবাদী"...

  • @chandramadevi2832
    @chandramadevi2832 13 วันที่ผ่านมา +2

    বহুত ভাল লাগিল❤

  • @PurabiBorah-fx4gj
    @PurabiBorah-fx4gj 6 วันที่ผ่านมา +1

    খুব ভাল সাক্ষাৎকাৰ। দুয়োগৰাকীৰ কথোপকথন গাম্ভীৰ্যপূৰ্ণ আৰু অন্তৰস্পৰ্শী।

  • @prankushborah2801
    @prankushborah2801 13 วันที่ผ่านมา +3

    কি সুন্দৰ কথা বতৰা বহুত ভাল লাগিল