How beautiful.. Never knew about such a great lady. Thank you Chakrapani. How to reach Mandira baidew. Her words gv tears as well as goose bump and deep confidence. Chakrapani u are so humble and intelligent,u are the most suitable person to talk to these highly valued people😊❤
অতি সুন্দৰ, বাস্তৱ জীৱনৰ অভিজ্ঞতাৰে পুষ্ট সুন্দৰ মনৰ প্রিয় নাৰী ।।। এনে কথাই বিষ নিদিয়ে বাইদেউ, শক্তিশালী মনৰ এটা সঁচা কথাই দুৰ্বলক সবল কৰে❤❤❤👌👌👌
ইমান সুন্দৰ আৰু আধ্যাত্মিক চিন্তা সম্পন্ন এগৰাকী নাৰী পোহৰলৈ অনাৰ বাবে চক্ৰপানী তোমাকো বহুত ধন্যবাদ ।ইমান আদৰ্শবান এগৰাকীনাৰী সচাই অসমৰ গৌৰব ।
শুনিয়েই থাকিব মন যায় এই কথোপকথন।।। ইমান যে সুন্দৰ নিদৰ্শন মিঠা জীৱন এটাৰ।।। বাইদেউ লৈ বহুত বহুত ❤❤❤❤ আৰু সেৱা ।।। চক্ৰপাণি বৰ সুন্দৰ পদকাষ্ট ।।। জীৱনৰ বাটত আপোনালোকক লগ পোৱাৰ আশা ৰাখিলোঁ
❤
cVerry nice.
বহুত ভাল লাগিল বাইদেউৰ কথা বিলাক শুনি ইমান ধুনীয়া কৈ কয় শুনিয়েই বহুত ভাল লাগিছে কথা বিলাকে মন চুই গ'ল। বাইদেউলৈ ভক্তি ভৰা শ্ৰদ্ধা জনালোঁ ❤️🙏❤️
সঁচাকৈ বৰ সুন্দৰ এটি বাৰ্তালাপ উপভোগ কৰিলোঁ। বাইদেউৰ কথাবোৰে আপ্লুত কৰিলে। বহুত সাহস দিলে। আগলৈও এনেধৰনৰ বাৰ্তালাপ আগবঢ়ায় থাকিব পৰাকৈ চক্ৰপাণিৰ চক্ৰ খন ঘুৰি থাকে যেন ❤❤❤❤❤❤❤❤❤
The
❤⅙
মন্দিৰা বাইদেউৰ লগত হোৱা বাতালাপে মোৰ লগতে অসমৰ সকলোৱে বাবে আদশ হৈ ৰওক তাৰে কামনাৰে। ❤❤
বাইদেউৰ কথাবোৰে মন চুই গল। এই মনোৰম বাৰ্তালাপে বহুতকে অনুপ্ৰানিত কৰিব। বাইদেউৰ বিষয়ে আৰু জনাৰ মন থাকি গল। চক্ৰপানিক অশেষ ধন্যবাদ।
বহুত ভাল লাগিল বাইদেউৰ বিষয়ে জানিবলৈ পাৰি।
Baidew apunak bor val lagil
বাইদেউলৈ বহুত মৰম আৰু শ্ৰদ্ধা 🙏 তেখেত আদৰ্শ হৈ ৰব ।।
সচাকৈ বহুত ভাল লাগিল। ইমান ধুনীয়া কৈ কথাবোৰ কৈছে। বহুত ভাল লাগিল।
সচাকৈ বৰ শক্তিশালী মনৰ অধিকাৰী,
কথা বোৰ ইমান সুন্দৰকৈ কয়
শুনি থাকিবৰ মনযোৱা।
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
Very good
বাইদেউ ;এই অনুষ্ঠানটো চাৰি পাঁচবাৰ মান চাইছো ।কি কম মুখৰ মাত হেৰাই গৈছে ।কথোপ কথন অতি সুন্দৰ । শেষত এটাই কম " নাৰী তুমি অন্যন্যা " ।সদায় ভগৱানে মন্দিৰা বাইদেউক আগুৱাই নিয়ক ।❤❤❤
বাইদেউৰ কথাবোৰে হৃদয় চুই গল সঁচাকৈ।
How beautiful.. Never knew about such a great lady. Thank you Chakrapani. How to reach Mandira baidew. Her words gv tears as well as goose bump and deep confidence. Chakrapani u are so humble and intelligent,u are the most suitable person to talk to these highly valued people😊❤
ইমান সুন্দৰ উদাহৰন সহউপদেশমূলক কথাবোৰে সকলোৰে অন্তৰ জয় কৰিব পৰাটো নিশ্চিত ৷
দাদা মন্দিৰা বাইদেউ ফোন নং কেনেকৈ পাম ?
কিমান যে যোগাত্মক চিন্তা ধাৰা ,সচাকৈ বাইদেউ বৰ ভাল লাগিল।চক্ৰপানি দা আপোনালৈও অশেষ ধন্যবাদ ইমান ধুনীয়া এটি অনুস্হান উপভোগ কৰিবলৈ সুযোগ দিয়াৰ বাবে ।Bartalap দীৰ্ঘজীৱী হওক।
সঁচাকৈয়ে প্ৰেৰণাদায়ক, অনুশীলন কৰিবলগীয়া বাইদেউৰ জীৱন গাথা💕👍🙏; ধন্যবাদ 🙏
বহুত ভাল লাগিল । সঁচাকৈয়ে আদৰ্শ মহিলা।
বাইদেউৰ কথাবোৰ শুনি থাকিবৰ মন যাই। ইমান ধুনীয়া চিন্তাধাৰাৰ মন এটি। আপুনি সদায় কুশলে থাকক আৰু বহুত দূৰ আগোৱাই যাউক। আপুনাৰ বাৰ্তালাপৰ পৰা বহুত সাহস পালো।
It's really inspiring.... I salute you . She is a brave and honest lady .
কথোপকথন খিনি শুনি বৰ ভাল লাগিল। বাইদেউৰ কথাবোৰে অনুপ্ৰাণিত হৈছো।ইমান ধুনিয়া episode এটা আমাৰ মাজলৈ লৈ অহাৰ বাবে বহুত ধন্যবাদ দাদা 🙏🥰
ইমান সুন্দৰ কথা শুনি বহুত ভাল লাগিল। তেখেতৰ মনোবল আৰু সাহসিকতাৰ শলাগ নলৈ নোবাৰিলো,,,তেখেতৰ কুশল কামনা কৰিলো,,,,,,
মানসিকভাবে শক্তিশালী এগৰাকী নাৰী! কিহৰ পৰিবেশ, কিহৰ পৰিস্থিতি? সকলোকে পেলাব মোহাৰি!!
বহুত বহুত ভাল লাগিল । বাইদেউ সকলোৰে প্ৰেৰণাৰ উৎস ।
সুন্দৰ বাৰ্তিলাপ ভাল লাগিল, বাস্তৱ জীৱনৰ সঁচা কাহিনীৰে ইতিবাচক চিন্তাৰে আগবঢ়া এগৰাকী সাহসী মহিলা,জীৱনৰ সেন্দুৰীয়া বাট সুন্দৰ হওঁক কামনা কৰিলোঁ।
বহুত ভাল লাগিছে। প্ৰেৰনাদায়ক।
You are the great women power in our Assam ❤❤❤
bayew kathabur huni bahot val lagil,anekoa kathabur honile bahot hahakh bahe
বহুত ভাল লাগিল কথাবোৰ শুনি সঁচাকৈ। আপুনি আৰম্ভণিৰ পৰাই ইমানবোৰ সংগ্ৰাম কৰি আহিছে সচাকৈ।
পৰিচালক ডাঙৰীয়া, আপোনাক ধন্যবাদ জনালো। ইমান সুন্দৰ ভাৱে পৰিচালনা কৰা ত অসমীয়া নাৰীসকলৰ বহু সহায় হ'ব।
তুমি মোৰ উদাহৰন বাইদেউ❤❤
দ্বিতীয় গৰাকী মাদাৰ টেৰেছা
❤❤❤❤
বহুত বেছি ভাল লাগিল এই বাৰতালাপ অনুস্থান তি। বাইদেউৰ দৰে সকলো মানুহেই সাহসী হয় যেন। তাৰেই কামনা কৰিলো।
Sister your realy son of the god.apuni knowledge utshab.live long God be with you.
ইমান ধুনীয়া কথা কাটাকাটির ৰিজু।
বাৰ্তালাপ ক ধন্যবাদ এনে এগৰাকী অতিথি ক মাতি অনা বাবে।মন্দিৰা এগৰাকী আদৰণীয় লগতে অনুকৰণীয় মহিলা। ধন্য তেওঁৰ জীৱন ।
Baideu loi salute. We need such lady more & more in our society.
অতি উত্তম অনুষ্ঠান। বহুত ভাল লাগিল। 🙏🙏🙏🙏
বহুত বেছি ভাল লাগিল আপোনাৰ কথা শুনি । 🎉🎉🎉🎉🎉
বহুত ভাল লাগিল বাইদেউৰ কথাবোৰ শুনি, দুয়োকে বায়েক ভায়েক যেন লাগিল,
ইমান সুন্দৰ কথাখিনি শুনি বহুত ভাল লাগিল৷আপোনাৰ কথাখিনিয়ে বহুত মহিলাক সাহস দিলে৷আপোনাক ধন্যবাদ জনালো৷
Bohut bohut bhal lagil.aupunar kothat bilak eman positive
বহুত মৰম বাইদেউ, অন্তৰ চুই যায় কথাবোৰ শুনি❤❤
বহুত ভাল লাগিছে। বাইদেউ লৈ বহুত মৰম আৰু শ্ৰদ্ধা জনালোঁ।❤️🙏
বহুত ভাল লাগিল ।বহুত সাহস আৰু অনুপ্ৰেৰণা পালোঁ ।
সচাঁকে ইমান ভাল লাগিল কথা বোৰ শুনি মন চুই গল, কুশলে থাকক সদায় 🙏
সচাকৈ বৰ শক্তিশালী মনৰ অধিকাৰী বাইদেউ, স্বাভিমানী আৰু সুন্দৰ মনৰ গৰাকী,কুশলে থাকক।
Km tc To🎉
মনতো বহুত পাতল আৰু বহুত ভাল লাগিল অতি সুন্দৰ কথা বোৰৰ
বাইদেউ আপোনাৰ কথাবোৰে মোক বহুত অনুপ্ৰাণিত কৰিলে 🙏🙏🙏❤❤❤
বহুত ধুনীয়া কথা শুনি থাকিব মন যায়
বাইদেউ আপোনাক কোনজন ভগবানে গঢিলে, আপোনী আদৰ্শ সৱৰূপ, নতুন পজনমই লব লাগে। অব্যাহত থাকক 🎉🎉🎉❤❤🎉🎉🎉
এটি সুন্দৰ উপস্থাপন।বহুত ভাল লাগিল
ইমান ভাল লাগিল শুনি কথাবোৰ। গোটেই দিনটো শুনি থাকিব পাৰিম ।
বহুত বহুত ভাল লাগিল। দুয়ো লৈকে শুভেচ্ছা যাচিলোঁ❤।
বহুত ভাল লাগিল, বাইদেউ লৈ অজস্ৰ মৰম আৰু শুভেচ্ছা জনালোঁ ❤
বহুত বহুত ভাল লাগিল | লগ পাবলৈ মন যায় |
অনুপ্ৰেৰণা মূলক সাক্ষাৎকাৰ।বহুত ধন্যবাদ পৰাশৰ ডাঙৰীয়া!
বহুত ভাল লাগিল ইমান পচিতিভ কথা বাইদেউৰ.....Best episode
বাইদেউ আপোনাক 🙏🙏🙏।দাদা আপুনি কত বিছাৰি পাই ইমান পজিটিভ মানুহবোৰ ।❤❤❤❤বহুত বেছি ভাল লাগে আপোনাৰ বাৰ্তালাপ ।
বৰ সুন্দৰ অনুষ্ঠানে মনবোৰ যোগাত্মক দিশে অগ্ৰসৰ হোৱাত সহায় কৰে। চক্ৰপাণিৰ অনুষ্ঠান চাবলৈ বৰ সুন্দৰ। ধন্যবাদ জনালো ।
নমস্কাৰ বাইদেউ আপোনাৰ কথাবোৰ বৰ ভাল লাগিল আৰু শুনিব মন গৈছিল।
বহুত বহুত ধন্যবাদ বাইদেউৰ লগতে বাৰ্তালাপ অনুস্থানলৈ । বহুত ভাল লাগিছে অনুস্থানটো চাই।
বাইদেউৰ কথাবোৰ বৰ ভাল লাগিল ❤
Bohut Val Lagile ❤
সঁচাকৈ অপূৰ্ব। বাইদেউ আপুনি এনেদৰেই থাকক তাৰ কামনা কৰো।
আপোনাৰ কথাখিনিয়ে একেবাৰে অন্তৰ ঢুই গল, খুবেই ভাল লাগিল কথাখিনি শুনি। মই চেয়াৰ কৰিছো। আপুনি আমাৰ সকলোৰে বাবে গৌৰৱ।🙏❤❤❤❤❤
বাইদেউ আপোনাৰ কথা বিলাকে মন চুই গৈছে। বহুত ভাল লাগিল। আকৌ লগ পোৱাৰ আশাৰে। ধন্যবাদ।
বহুত ভাল লাগিল। বাইদেউ সঁচাকৈয়ে আদৰ্শ মহিলা।
চক্র পানি পৰাশ ৰ লৈ বহুত ধন্যবাদ,এনে এগৰাকী অসমীয়া শক্তশালী সুন্দৰ মনৰ গৰাকীক সকলোৰে আগত চিনাকি কৰাৰ বাবে ।কথাখিনি অন্তৰ চুই গল ।সঁচাই এগৰাকী অসমীয়া প্ৰিয় নাৰী ।🙏🙏
এনেধৰণৰ অনুস্থান সকলোৰে কাৰণে অতি সুন্দৰ বাৰ্তা। বহুত বহুত ধন্যবাদ থাকিল।
বাইদেউ গৰাকী,বহুত মৰমিয়াল,,,বহুত সহজ সৰল,,,বহুত বেছি ভাল লাগিল,,,তেখেতলৈ🙏🙏🙏,জনাইছোঁ,,,
বাইদেউ ৰ কথাবোৰ শুনি ভাল লাগিল।
ড. মন্দিৰা বৰুৱা বাইদেউ লৈ নমস্কাৰ, আপোনাৰ বাৰ্তা লাপ অনুষ্ঠানটি চাই বহুত উপকৃত হৈছো , আপোনাৰ লগতে চক্ৰপাণি লৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত বাইদেউৰ সু-স্বাস্থ্য কামনা কৰিলোঁ।
বহুত ভাল বাইদেউ গৰাকী ❤
বাইদেউ কথা বিলাকৰ পৰা বহুত অভিজ্ঞতা পালো বৰ ভাল লাগিল ।বাইদেউলৈইঅলেখ শুভেচ্ছা থাকিল ।
সুন্দৰ এটি অনুষ্ঠান,যাৰ তুলনা নাই।
অভিভূত হলো।হে মহীয়সী পৃথিৱীৰ সকলো সুবিশেষণ আপোনাৰ বাবে কম হ'ব যেন লাগিছে।
I agree with you Mr. Kalita.
Tekhetak Maa buli matib mon jaay.
বহুত ভাল লাগিল বাইদেউ
It's inspiring story...
God greatful 🙏
অতি সুন্দৰ বাইদেউ আপুনি অমাৰ আদৰ্শ হওক ।❤🙏🏻🙏🏻
বৰ সুন্দৰ অনুষ্ঠান । বাইদেউৰ কথাবোৰে বৰ সাহস দিলে। ধন্যবাদ চক্ৰপাণি পৰাশৰ ডাঙৰীয়া।
অতি সুন্দৰ অনুষঠান , বৰ ভাল লাগিল ।
সচাকৈয়ে বাইদেউ ৰ বাৰ্তা অনুষ্ঠান ত কথাখিনি শুনি বলৈ পায়ভাল লাগিল সুন্দৰ ধন্যবাদ থাকিল
বাইদেউৰ কথাবোৰে বহুত সাহস দিলে ❤
বহুত ভাল লাগিল বাইদেউ ৰ কথা শুনি ।
বহুত বহুত ভাল লাগিল বাইদেউ।
ইমান ভাল লাগিল কথা শুনি ।
বৰ ভাল লাগিল চাই ❤❤❤
Very positive mind set r egoraki xahoxi nari...xokolure adorxo houk..salute...🙏🙏...kothon xoili oti xundor...❤
ধন্যবাদ, জনালোঁ ক'বলৈ ভাষা
নাই।❤😊
মন্দিৰা বৰুৱাৰ কথাখিনি শুনি বহুত শিক্ষা পালো।পৰিশ্ৰম কৰিব পাৰিলে জীৱনত আগবাঢ়িব পাৰি ।
বহুত বহুত ভাল লাগিল আপোনাৰ কথাখিনি, উৎসাহিত হলো।
আপোনাৰ জীবন সংগ্ৰাম আৰু সফলতাৰ কাহিনীয়ে মনত আনন্দ প্ৰদান কৰিলে।আপোনাৰ জীবন ৰংঙেৰে ভৰি পৰক।ভগৱান আপোনাৰ সহায় হওঁক।হিয়াভৰা শুভ কামনাৰে। 🙏❤️🙏ৰীতা দত্ত।
নিভাঁজ ব্যক্তিত্ব.... খুব ভাল লাগিল।
বাইদেউ কথা শুনি বহুত বহুত ভাল লাগিল। ইমান সুন্দৰকৈ
ইমান সুন্দৰ অনুষ্ঠান উপভোগ কৰি সঁচাকৈয়ে বৰ ভাল লাগিল চক্ৰপাণি। ❤❤
ইমান সুন্দৰ অনুস্থান ।নামৰ লগত কৰ্ম মিলি আছে।
বহুত সুন্দৰ লাগিল বাৰ্তালাপটো .....❤❤❤
Baideu aponar kotha bilak eman positive bohut val lagil
নমস্কাৰ জনাইছোঁ বাইদেউক।অতি positive এটি বাৰ্তা উপভোগ কৰিলোঁ।ভাল লাগিল।
🙏আপুনি আদৰ্শ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা আপোনাক আশীৰ্বাদ কৰক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰক