'যাত্রা'ৰ 'ৰেন মৌ'ত আইচেংফাৰ স'তে আবেদনভৰা কণ্ঠৰ শিল্পী বিশ্রুত শইকীয়া

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 มิ.ย. 2024
  • Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
    Credits -
    Host and Concept - Aichengfa Boruah
    Direction & Audio Production - Xulfi
    Video Edit - Dipankar Saharia
    Camera - Nihar Ranjan Gogoi, Shyamal Gogoi, Jintu Kumar
    Make-Up - Manash Rabha

ความคิดเห็น • 194

  • @aichengfaboruah
    @aichengfaboruah  หลายเดือนก่อน +97

    এই সাক্ষাৎকাৰটিত মোৰ বিশ্রুত শইকীয়ালৈ এটি প্রশ্ন আছিল যে আজিলৈকে তেওঁ আনে লিখা গীত বা আনে সুৰ কৰা গীতত কণ্ঠদান কৰিছেনে নাই, উত্তৰটি আছিল 'এতিয়ালৈ গোৱা নাই কিন্তু সুযোগ- সুবিধা পালে নিশ্চিতভাৱে গাম' !
    যিহেতু এই সাক্ষাৎকাৰটিৰ শ্বুটিঙ আমি এমাহমান আগতেই কৰিছিলোঁ, সেই গতিকে তেওঁৰ উত্তৰটি সেয়া আছিল কিন্তু অতি শীঘ্রেই মুক্তি পাবলগীয়া এখনি নতুন ৱেবচিৰিজ ' চুপা চুপি'ৰ বাবে তেওঁ খুউব সুন্দৰ গীত এটিত কণ্ঠদান কৰিলে, যিটো গীতৰ কথা আৰু সুৰ আছিল অসমৰ বিশিষ্ট সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ সকলোৰে শ্রদ্ধাৰ পলাশ সূর্য গগৈ দেৱৰ... গীতটিৰ শীর্ষক আছিল 'মৰম এনেকুৱাই'...গতিকে আপোনালোক সকলোৰে জ্ঞাতার্থে এই বার্তাটি জনালোঁ... গীতটি সকলোৱে আদৰিব বুলি আশা কৰিলোঁ আৰু শেষত আমাৰ সকলো মৰমৰ সহযাত্রীয়ে আমাৰ এই খণ্ডটিক মৰম দিব বুলি আশা ৰাখিলোঁ... কুশলে থাকিব ! ✨♥🙏

  • @linaborah5011
    @linaborah5011 หลายเดือนก่อน +10

    ভাবিছিলো অকল মইহে ভাবো নেকি,এতিয়া কমেণ্টবোৰ চাই গম পালো বেলেগেও ভাবে।বিশ্ৰুতক জয়ন্ত হাজৰিকাৰ দ্বিতীয় প্ৰতিচ্ছবি যেন লাগে।যেন তেওঁহে আহিছে বিশ্ৰুত হৈ❤

  • @priyankasharma.6304
    @priyankasharma.6304 หลายเดือนก่อน +6

    বাকী সকলো বঢ়িয়া
    এটা কথা কিন্তু ঠিক যে বিশ্ৰুত দাদা এজন গভীৰ প্ৰেমিক।🤗

  • @mrinalisaikiadutta3844
    @mrinalisaikiadutta3844 หลายเดือนก่อน +13

    এজন প্ৰকৃত শিল্পী।
    অনন্য একক

  • @Ritimoyee575
    @Ritimoyee575 หลายเดือนก่อน +15

    কিমান যে গভীৰতা শিপাই আছে তেওঁৰ মনটোত।

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc หลายเดือนก่อน +11

    ইমান অকনমাণি ল'ৰাটিৰ জ্ঞান গম্ভীৰ কথা বোৰ শুনি আপ্লুত হলো। আজি কিন্তু আইচেংফাৰ মুখতো বিশ্ৰুতৰ কথা শুনি ভাবুক হোৱা দেখা পালোঁ। খুব সুন্দৰ তেওঁৰ কন্ঠ আৰু গীত বোৰ। আৰু আগুৱাই যোৱা ❤❤❤❤

  • @shubhalakshmeedas5141
    @shubhalakshmeedas5141 หลายเดือนก่อน +11

    জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ "জোনোৱালী নিশা" গীতটি মইয়ো দুবাৰকৈ চাবুৱা আঞ্চলিক মইনা পাৰিজাতৰ দুখন অনুষ্ঠানত গাই প্ৰথম স্থান লাভ কৰিছিলো .... তাৰপাছত এই গীতটি যেন মোৰ সিৰে সিৰে প্ৰৱাহিত হৈ পৰিছিল..... আজি বিশ্ৰুত দাৰ কন্ঠত পুনৰ গীতটি শুনি মইনা পাৰিজাতৰ সময়খিনিলৈ মনত পৰি গ’ল ..... ❤❤

  • @user-pt3vb3ul8n
    @user-pt3vb3ul8n หลายเดือนก่อน +13

    তৰুণ শিল্পী অতি সুন্দৰ। আগুৱাই যোৱা অ' পিতা। মুঠতে মানুহক পাহৰি নেযাবা।

  • @jyotsnabaruahhandique2325
    @jyotsnabaruahhandique2325 หลายเดือนก่อน +14

    জয়ন্ত হাজৰিকা মোৰ অতি প্ৰিয় শিল্পী।বিশ্ৰুত তাতকৈয়ো প্ৰিয়।হয়তো জয়ন্ত হাজৰিকাৰ আত্মাটোৱেই পুনৰ জন্ম ললে বিশ্ৰুত শইকীয়া হৈ!

    • @linaborah5011
      @linaborah5011 หลายเดือนก่อน

      মোৰ মনৰ কথাটোয়েই ক'লে😢।মই আগতেও এই কথাটো কমেণ্ট কৰিছিলো।

  • @KapilKBorah
    @KapilKBorah หลายเดือนก่อน +16

    এইবাৰ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক শ্ৰী নিতুমণি শইকীয়াকো যাত্ৰাৰ “ৰেন মৌ” লৈ আমন্ত্ৰণ জনাবচোন!

  • @manishadeka6600
    @manishadeka6600 หลายเดือนก่อน +21

    Bishrut saikia ৰ গানবোৰৰ লগত জয়ন্ত হাজৰিকাদেৱৰ কণ্ঠৰ গানবোৰৰ প্ৰভাৱ পৰা যেন লাগে।আগতেও এটা interview চাইছিলো।তেতিয়াৰ পৰাই বিশ্ৰুতৰ গান শুনো।ভাল লাগে।
    "ৰেন মৌ"ৰ প্ৰত্যকগৰাকী অতিথিয়েই ব্যতিক্ৰম।আপোনাৰ অতিথি নিৰ্বাচন অনন্য বা❤️❤️।সেইবাবেই "যাত্ৰা" সদায় একক আৰু অনন্য।এনেকৈয়ে অদ্বিতীয় হৈ থাকক "যাত্ৰা"🙏🙏

    • @linaborah5011
      @linaborah5011 หลายเดือนก่อน

      হয়।মোৰো লাগে।এনে লাগে জয়ন্ত হাজৰিকাই যেন বিশ্ৰুত হৈ আহিছে।কি ঠিক!

  • @navajyotisaikia6698
    @navajyotisaikia6698 หลายเดือนก่อน +8

    বিশ্ৰুত শইকীয়া লৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ।বয়স বহুত কম।ইমান সৰুতেই ইমান ভাল কথা কৈছে ভাল লাগিল।আগবাঢ়ি যোৱা।তোমাৰ সন্মুখত এটা সুন্দৰ ভৱিষ্যত ৰৈ আছে।

  • @mayuribaruah571
    @mayuribaruah571 หลายเดือนก่อน +12

    নতুন প্ৰজন্মৰ গায়কসমূহৰ ভিতৰত এগৰাকী অন্যতম ৷ আন্তৰিক শুভকামনা জনালোঁ ৷ তিতাবৰৰ বাসিন্দা হিচাপে গৰ্বিত ৷

  • @user-il2eo7lf3x
    @user-il2eo7lf3x หลายเดือนก่อน +5

    ধুনীয়া পৃথিৱী খনত এখন খুবেই মৰম লগা মুখ, গহীন সুৰ, নিজক জীপাল কৰি ৰাখিব পৰা এজন সৰল মনৰ ল'ৰা বিশ্ৰুত শইকীয়া।
    তুমি অনন্য সদায় ভাল হওঁক তোমাৰ লগত।❤
    বা এদিন pinkal pratyush দাক মাতিব চোন please😊🙏

  • @polashjyotigogoi
    @polashjyotigogoi หลายเดือนก่อน +17

    Thank you Aichengfa for bringing Bishrut on the show, he's one of my favorites.

  • @abhijitkalita7332
    @abhijitkalita7332 หลายเดือนก่อน +5

    A comment from a person who rarely comments anywhere...
    Thank you Aichengfa for this one.
    Bishrut heals me everytime I hear him. He cures me with his talks and his music. He is like a precious gem which I would love to keep as a secret from my world.
    'He is so me or I am so he' case with Bishrut.
    Thank you host for hosting the show so beautifully. This is not common Aichengfa.

  • @mrinalnath2788
    @mrinalnath2788 หลายเดือนก่อน +5

    যাৰ গানে প্ৰতিবাৰে সতেজ কৰে মোৰ মন প্ৰান আৰু হৃদয়। মোৰ যিকোনো যাত্ৰাৰ সহযাত্ৰী বিশ্ৰুত শইকীয়াৰ গান।

  • @differentway7788
    @differentway7788 หลายเดือนก่อน +5

    Brishut vaity amar ghorr usorore...bohutu huvokamona tumaloi logote aisengfa baa khub priyo apuni❤

  • @ashonasarmah5685
    @ashonasarmah5685 หลายเดือนก่อน +8

    ভাল লাগিল অনুষ্ঠানটি বা ❤️
    অসমীয়া সংগীত জগতলৈ বিশ্ৰুত দা যেন এক উপহাৰ 💚 খুব ভাল পাওঁ তেওঁৰ গীতসমূহ আৰু বিশেষকৈ "উপহাৰ", "তেনেকৈ" আৰু "আমাৰ কাহিনী বিশেষ" গীতকেইটি মোৰ খুবেই প্ৰিয়💕
    বা, পাৰিলে এবাৰ "কৌশিক নন্দন বৰুৱা" দাক আমন্ত্ৰণ কৰিবচোন☺️

  • @Xopuntora
    @Xopuntora หลายเดือนก่อน +5

    বিশ্ৰুত শইকীয়াৰ প্ৰতিটো গীতে কেনেকৈ চুই যায় এক বুজাব নোৱাৰা অনুভৱ ❣️he is like a gift for us ❤️✨

  • @100rajdeepdeka2
    @100rajdeepdeka2 หลายเดือนก่อน +2

    Of everything all he keeps a happy face always , cheerful ,sharing positivity ❤

  • @gunakantabaruah1988
    @gunakantabaruah1988 หลายเดือนก่อน +2

    সুন্দৰ হৈছে ❤
    মৰম দিলোঁ তিনিচুকীয়া পৰা। তোমাক ভালেই লাগিছে এবাৰ লগ পোৱাৰ আশা কৰো।

  • @NabaDeep-ti9tb
    @NabaDeep-ti9tb หลายเดือนก่อน +2

    Bishrut daa❤ apunar gaan bur moi bohut relate koriboo paruu 🥺🩷 aguwaii juaa ,lots of love ❤️

  • @monikantagogoi7858
    @monikantagogoi7858 หลายเดือนก่อน +4

    Bishrut r sinta dhara khini bhal lagil ❤ congratulations to him 🎉

  • @jodumonibora2457
    @jodumonibora2457 หลายเดือนก่อน +4

    বিশ্ৰুত শইকীয়া
    তুমি সদায় বিশেষ তুমি সদায় আপোন তুমি সদায় নতুন🤍
    বহুত দূৰ আগুৱাই যোৱা তুমি...........

  • @TuhinaDas-yi8hw
    @TuhinaDas-yi8hw หลายเดือนก่อน +3

    বিশ্ৰুত দা আইছেংফা বা দুইজন খুব আদৰৰ
    ভালে থাকক আপোনালোক
    আমাৰ কাৰণ আৰু বহুত সুন্দৰ সুন্দৰ সমল উপহাৰ দিযাওঁক
    এগলমান মৰম💙💙

  • @sikhadutta422
    @sikhadutta422 หลายเดือนก่อน +2

    My favourite singer bishrut ❤❤

  • @ritikmaramsavlogs6694
    @ritikmaramsavlogs6694 หลายเดือนก่อน +7

    জোনোৱালি নিশা গীতটি ময়ো অসম সাহিত্য সভাৰ অনুষ্ঠানত গাইছিলোঁ Baa 💞 বৰ বেছি ধুনীয়া গীতটি

  • @suman8244
    @suman8244 29 วันที่ผ่านมา +1

    "মানুহে তই নোৱাৰ বুলি কলে বেছি ভাল পাওঁ মই।" Fvrt one ❤️ Inspired

  • @dishabora5448
    @dishabora5448 หลายเดือนก่อน +4

    বৰ ভাল পাওঁ অ' বিশ্ৰুতক🙈😘

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 หลายเดือนก่อน +5

    খুব ভাল লাগিল ।। বিশ্ৰুত ভাইটিৰ গানে মোক সদায় জীয়াই থকাৰ প্ৰেৰণাৰ দিয়ে খুব ভাল লাগে তেওঁৰ গান বিলাক হাঁহি হাঁহি শেষৰলৈকে চালোঁ অনুষ্ঠানতি ,,আইচেংফা বা লৈও বহুত বেছি ধন্যবাদ জনালো ❤️🥰🤗

  • @itskaira5759
    @itskaira5759 หลายเดือนก่อน +2

    Bohut dhuniya kontho mon sui goise aguwai juwa❤❤

  • @backbencherkid
    @backbencherkid หลายเดือนก่อน +7

    Please invite DEBO 🎉

  • @priyankihazarika1747
    @priyankihazarika1747 หลายเดือนก่อน +3

    বিশ্ৰুতৰ গীতবোৰ যেনেকৈ ধুনীয়া হাঁহিটোও তেনেকৈ বৰ ধুনীয়া..

  • @MurchanaBuragohain-ek7zb
    @MurchanaBuragohain-ek7zb หลายเดือนก่อน +5

    Nice to see Bishrut’s happy face 🙂 way to go brother

  • @jimmyraju
    @jimmyraju หลายเดือนก่อน +4

    Mur je kobo nuara abeg aitu lora logot najanu kio ba bhal lage iman kotha houk,ba gaan houk, aji le eta interview moi nusua nohoi moi sob bure saisu. God bless you❤

  • @readyvlog7188
    @readyvlog7188 หลายเดือนก่อน +3

    Bishrut is a true gem of music ❤ whole half an hour watched this episode and didn't skip a bit because i didnot want to loose a single chance to listen to him . My only wish is to meet him one day and talk to him for a while and want to fall for him every bit ❤

  • @dharitrisarkar7448
    @dharitrisarkar7448 หลายเดือนก่อน +5

    বিশ্ৰুতৰ পৰা শিকিবলৈ সদায়ে কিবা নহয় কিবা থাকেই । কথাবোৰ যে ইমান গভীৰ । ভাল হওক তাৰ ।❤❤❤❤❤❤

  • @maxina8222
    @maxina8222 หลายเดือนก่อน +2

    ভাল লাগিল অনুষ্ঠানটি Bishrut Saikia এটি সুন্দৰ উপহাৰ আমাৰ অসমৰ বাবে ...

  • @swarnabhajani6884
    @swarnabhajani6884 หลายเดือนก่อน +2

    কথাবোৰ ইমান ধুনীয়াকৈ কৈছা বিশ্ৰুত ! অভিজ্ঞতা, পৰিৱেশ-পৰিস্থিতিৰ অধ্যয়ন আৰু আত্মবিশ্বাসেৰে ভৰা কথা।
    নিজৰ ক্ষেত্ৰখনত নতুন প্ৰজন্মৰ দায়িত্বশীল প্ৰতিনিধি তুমি । আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছোঁ‌। ভাল হওক তোমাৰ।

  • @punyashreedas1617
    @punyashreedas1617 หลายเดือนก่อน +3

    Oti morom loga ati anusthan upobhog koriboloi palu...bahut bahut morom Aichangfa aru Bhal loga silpi Bishrut loi...

  • @indrasaikia3594
    @indrasaikia3594 หลายเดือนก่อน +3

    বৰ সুন্দৰ অনুষ্ঠান লগতে বিশ্ৰুত শইকীয়াৰ কণ্ঠ বৰ সুন্দৰ 🙏

  • @missanamikahandiqueanamika9067
    @missanamikahandiqueanamika9067 หลายเดือนก่อน +5

    অপেক্ষা অন্ত পৰিল 🧿❤️❤️❤️

  • @jitumonithakuria2745
    @jitumonithakuria2745 หลายเดือนก่อน +1

    বৰ ভাল লাগিল। বিশ্ৰুত আমাৰ গাঁৱৰে ল'ৰা। শুভেচ্ছা জনালোঁ।

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 หลายเดือนก่อน +1

    অনুষ্ঠানটি ভাল লাগিল। বিশ্ৰুতলৈ বহুত মৰম আশীৰ্বাদ যাচিলো।

  • @DEBAJIT.PATHAK
    @DEBAJIT.PATHAK หลายเดือนก่อน +2

    আজি Video চাবলৈ অহা নাই দেই , অকণমান ব্যস্ত আছোঁ .. চাম বাৰু পিছত ।
    থামনেল খন দেখি Comment এটি কৰিব হে আহিলো .... আইচেংফা বাক আজি বেছি ধুনীয়া লাগিছে (এনেও ধুনীয়া বাৰু) আজি চুলি মেলি থকা বাবে বিশেষ লাগিছে ।
    বাৰ ৰূপতকৈ কথা কোৱা Style আৰু হাঁহিটিহে বৰ বেছি মৰম লাগে ।❤

  • @grishmasarmah5650
    @grishmasarmah5650 หลายเดือนก่อน +3

    বা মোৰ 😘🥰ধন্যবাদ বা বিশ্ৰুতক মতা কাৰনে😍খুব ভাল লাগিল দেই বা

  • @KrishnajitGogoi-c5e
    @KrishnajitGogoi-c5e 15 วันที่ผ่านมา

    One Deep convo and Bihu song with a new metering Really amazing.

  • @dibyahazarika3408
    @dibyahazarika3408 หลายเดือนก่อน +3

    ভাল লাগিল অনুষ্ঠানটি। দুয়ো জনেই মোৰ অতি প্ৰিয় ❤️

  • @arindomgogoi6927
    @arindomgogoi6927 หลายเดือนก่อน +1

    বিশ্ৰুত শইকীয়াৰ সাংগীতিক যাত্ৰা বিশ্ব বিশ্ৰুত হওক তাৰেই শুভ কামনা থাকিল।

  • @sangmaryan5127
    @sangmaryan5127 หลายเดือนก่อน +1

    Love and Respect is all i can give to this young, dynamic and truly extremely talented artist.

  • @pronatikonwar
    @pronatikonwar หลายเดือนก่อน +1

    Moi aji আপোনাক সপোনত dekhisilu❤

  • @debakshichutia3781
    @debakshichutia3781 หลายเดือนก่อน +1

    ক'লা চাৰ্টটোত খুউব ধুনীয়া লাগিছে তোমাক 🖤.. অনাগত সময়বোৰতো তুমি তোমাৰ সৰলতাখিনি লৈয়েই আগুৱাই যোৱা... সকলোৰে মাজত এটি উজ্জ্বল নক্ষত্ৰ হোৱা... তোমাৰ আকৰ্ষণীয় কণ্ঠ সকলোৰে মাজত বিলাই দিয়া...🌝

  • @sliceoflife1600
    @sliceoflife1600 หลายเดือนก่อน +3

    After pajna prajakta(Hiya) this is my 2nd fav ❤

  • @karabideka8466
    @karabideka8466 หลายเดือนก่อน +1

    বা আপোনাৰ প্ৰতিটো ৰেনমৌ চাও । কি যে ভাল লগা ৷ অতিথিৰ লগতে প্ৰতিদিনেই আপোনাৰ কথা শুনিবলৈ , আপোনাক চাবলৈও আগ্ৰহী হৈ থাকো ৷

  • @MousumiDevi-kv2lj
    @MousumiDevi-kv2lj หลายเดือนก่อน +3

    Hundor ❤❤❤❤❤

  • @anganasaikia4599
    @anganasaikia4599 หลายเดือนก่อน +1

    Bishrut. Tumar interviewbur sai hodai val lage. Tumi mur vaitir boyokhor ekeloge poha Angarag from Pragjyotika Junior College. Tumar kothabur eman besi matured, eman besi govir. The way you think, the way you speak. Just speechless. How can someone be this much sorted in life at this age? You are truly inspiring. And as you said "Dukhi hobole bohut reasons ase, kintu hukhi hobole bohut kom reason ase." It touched my heart. I am so proud of you like an elder sister. Shine more Bishrut. ✨

  • @yutikagogoiburhagohain8765
    @yutikagogoiburhagohain8765 หลายเดือนก่อน +2

    অনুষ্ঠানটি বৰ সুন্দৰ লাগিল।দুইজনেই মোৰ‌ অতি প্ৰিয়। পাকঘৰত কাম কৰি থাকিলেও বিশ্ৰুতৰ গান শুনি থাকোঁ --- ----!!!

  • @rubitamuli3279
    @rubitamuli3279 หลายเดือนก่อน +1

    ৰেন মৌ, প্ৰায় চাও মোৰ বহুত ভাল লাগে, আজি কিন্তু বহুত বহুত ভাল লাগিছে ❤❤❤।

  • @santoshbonia4129
    @santoshbonia4129 หลายเดือนก่อน +3

    Enjoying ❤

  • @ujjwaldas2497
    @ujjwaldas2497 หลายเดือนก่อน +1

    Dhuniya gaan tu hide korise dada a ❤❤❤❤lots of love

  • @borah_simanta8707
    @borah_simanta8707 หลายเดือนก่อน +2

    অনুষ্ঠানটি চাই বহুত ভাল লাগিল । ❤

  • @Jahnvi03
    @Jahnvi03 หลายเดือนก่อน +1

    ইমান সৰল বিশ্ৰুত দাৰ কথাবোৰ, বৰ ভাল লগা ❤ ভালে থাকক আপুনি! ধুনীয়া ধুনীয়া গীতবোৰ গাই যাওক আমাৰ বাবে..✨

  • @trishnadeka5180
    @trishnadeka5180 หลายเดือนก่อน +3

    বহুত ধন্যবাদ বা বিশ্ৰুত শইকীয়াক মতা বাবে🙏.. নতুন প্ৰজন্মৰ প্ৰিয় গায়ক🌺💚❤

  • @ankitaasarmah
    @ankitaasarmah หลายเดือนก่อน +3

    Baa , surprise bur dibosun otithi burok...Val lge apunar xei idea tu..unique hoi❤

  • @debajitrajkonwar8698
    @debajitrajkonwar8698 หลายเดือนก่อน +1

    বাবা তোমাৰ ভৱিষ্যত উজ্জ্বল হওক ❤ তোমাৰ কন্ঠ এক ভগৱানৰ অৱদান।

  • @ankitakoushik5458
    @ankitakoushik5458 หลายเดือนก่อน +1

    এটি প্ৰিয় অনুষ্ঠান। সদাই জীপাল হৈ থাকক বাৰ অনুষ্ঠানৰ কথা বাৰ্তা

  • @user-wb8jo9wb5h
    @user-wb8jo9wb5h หลายเดือนก่อน +1

    Bor bhal lagil baa onuthanti Sai .....Rong dhemali majere aji bor gohin gohin onubhob bohut dinor murot jen onubhob korilu kiba eta bhal lagil....baa apuni kin2 Mur xubei prio💜....bishrutoloi huvesya aru morom💜duyugorakir bioktitto hosai muk aplutto korile...🫰

  • @karobigogoi1963
    @karobigogoi1963 หลายเดือนก่อน +1

    Bishrut da❤❤❤teur gaan khubei priyo❤❤❤😊😊

  • @user-gx2yf4gz9m
    @user-gx2yf4gz9m หลายเดือนก่อน +3

    my favourite ❤

  • @dipanjaliburaguhain9573
    @dipanjaliburaguhain9573 หลายเดือนก่อน +1

    Bor xundor❤

  • @learninanubhabeesworld3020
    @learninanubhabeesworld3020 หลายเดือนก่อน +1

    এই কণমাণি ল'ৰাজনৰ প্ৰতিটো কথাই,প্ৰতিটো গীতে সদায় মোৰ অন্তৰ চুই যায়! তেওঁলৈ সদায় মৰম শুভাশিষ আছে।

  • @JustWatchSwapna
    @JustWatchSwapna หลายเดือนก่อน +1

    Vhl lge dada jonok / teor gaan bur kun dhunia/ and dhunia lgile tumk jaatra aguwai jai jen ❤

  • @mamonidevi617
    @mamonidevi617 หลายเดือนก่อน +1

    Thank you Aichengfa kiman moromiyal Bishurtk show korila bhal lagil

  • @Satabdii.
    @Satabdii. หลายเดือนก่อน +3

    Super duper excited!!!!

  • @DipenMoran-dl6tg
    @DipenMoran-dl6tg หลายเดือนก่อน +1

    Bishrut Saikia my favourite singer ❤

  • @jitulgogoi4809
    @jitulgogoi4809 หลายเดือนก่อน +1

    My favorite..Bishrut da ❤

  • @niloysaharia9028
    @niloysaharia9028 หลายเดือนก่อน +1

    Bishrut's Stage programme is ❤

  • @kalpanakataky9092
    @kalpanakataky9092 20 วันที่ผ่านมา

    Out standing onusthan।luv you both ❤luv from nagaon

  • @mukeshbasumatary6944
    @mukeshbasumatary6944 หลายเดือนก่อน +3

    Next episode Tanmoy Saikia please ❤

  • @user-pe9wn3qb2t
    @user-pe9wn3qb2t หลายเดือนก่อน +3

    Bhal lagil

  • @user-ct1wc3nd6n
    @user-ct1wc3nd6n หลายเดือนก่อน +1

    Ufff sobi aaaaakkkkki jai ki hindor voice😍✨👏👌

  • @JrBhaskarmiLi
    @JrBhaskarmiLi หลายเดือนก่อน +1

    কবলৈ বহু আছে কিন্তু চমুকৈ কলো তুমি অনুপম বিশ্ৰুত ❤❤❤

  • @ruligogoi9332
    @ruligogoi9332 หลายเดือนก่อน +1

    Bahut bhal lage gaan bur huni .. ❤

  • @user-ct1wc3nd6n
    @user-ct1wc3nd6n หลายเดือนก่อน +1

    Hobdo kisu amil dekhisu ganburt ❤ by the way very nice song.... Sweet voice😍

  • @Satabdii.
    @Satabdii. หลายเดือนก่อน +3

    Bishrut daa >>>

  • @Satabdii.
    @Satabdii. หลายเดือนก่อน +3

    I really enjoyed watching the show!!

  • @nayanjyotiboruah5892
    @nayanjyotiboruah5892 หลายเดือนก่อน +1

    খুব খুব সুন্দৰ 🥰🥰

  • @Sumitra-pj4bm
    @Sumitra-pj4bm หลายเดือนก่อน +3

    সুন্দৰ অনুষ্ঠান❤

  • @niharikadeka1077
    @niharikadeka1077 หลายเดือนก่อน +1

    Korobat roi jabo lage tewr kothat emn bikhal vab bur eman do koi vabe kintu uporte vobai deya manuhok just wawww

  • @aadivlogs4679
    @aadivlogs4679 หลายเดือนก่อน +3

    Xundar❤

  • @lawyersonowal9704
    @lawyersonowal9704 หลายเดือนก่อน +3

    Bishrut daa 😍✨

  • @callmeamrit2359
    @callmeamrit2359 หลายเดือนก่อน +1

    Bishrut Ejon val singer huwar logote ejon val Sinta dhara rakha byokti...jar pora bohu luk inspired huwar logote motivate u hobo pare..aitu Bohut rare aru lekhot lobo logia quality... Baki huvessa thakil..hodai enekoi aguwai juwa ru amak val val gaan upohar di thaka 😌❤️

  • @hemantakalita1847
    @hemantakalita1847 หลายเดือนก่อน +1

    Rajkumar Thakuria (Raku Da) r interview eta lobosun....Eagerly waiting

  • @KapilKBorah
    @KapilKBorah หลายเดือนก่อน +3

    Super Excited!🤩

  • @user-cg5ox3ou7b
    @user-cg5ox3ou7b หลายเดือนก่อน +1

    ভাল লাগিল❤

  • @lipikabora
    @lipikabora หลายเดือนก่อน +1

    Uff kthabur eman dhuniake koi ❤❤❤

  • @user-gq6ht9kd9c
    @user-gq6ht9kd9c หลายเดือนก่อน +3

    This looks like a national TV interview

  • @rohittaid8638
    @rohittaid8638 หลายเดือนก่อน +1

    Moja vhal lagil ❤❤❤❤

  • @user-rh5rr5yo3r
    @user-rh5rr5yo3r หลายเดือนก่อน +1

    বহুত ভাল লাগিল ।❤❤