খুব ভাল লাগিল বাইদেউৰ কথাবোৰ শুনি, মইও বাইদেউৰ লগত body yoga আৰু face yoga কৰি আছো। কিন্তু yoga ৰ লগতে বাইদেউৰ কথাখিনিয়ে মনত বহুত শক্তি দিয়ে আৰু নিজৰ লগতে জীৱনটোক ভাল পাবলৈ শিকিছো। ধন্যবাদ বাইদেউ 🙏🏻😊
কথা খিনি শুনি বহুত ভাল লাগিল বাইদেউ.... বহুত খিনি কথা শিকিব পাৰিলোঁ।
Bhal lagil
Dhoinyabad bohut bhal lagil
চক্ৰপাণি দাদাৰ বাৰ্তালাপ অনুষ্ঠানটো মোৰ খুবেই প্ৰিয় ভালে থাকক দাদা🙏
বাইদেউ কথাবোৰ বহুত ভাল লাগিল ।
ভাল লাগিল
অনুষ্ঠানটি বহুত ভাল লাগিল। ধন্যবাদ জনালোঁ বাইদেউক।
মোৰ মানুহ জনে কিতাপ চাই আজি চলিলচ বছৰ ধৰি যোগ কৰি সুন্দৰ হৈ আছে
বহুত বহুত ভাল লাগিল , বহুত শিকিলো , আগলৈও শিকিম ,আগবাঢ়ি যাওঁক ,জনসাধাৰণৰ উপকাৰ হব , ধন্যবাদ 🙏🏻🙏🏻
বহুত ভাল লাগিল অনুষ্ঠানটি
@@tulumoniborgohain1799baa breast size kmoa yoga lgisile ....breast tone up....pls hlp😢
মোৰ ৰাতিপুৱা সোনকালে শুই উঠাৰ motivation হৈছে ma'am ৰ ক্লাছটো । শাৰিৰীক, মানসিক সকলো দিশৰ পৰা উৎকৰ্ষ সাধন কৰিছে!!!
সঁচাকৈ খুব ভাল লাগিছে।
বৰ ভাল লাগিল। বাইদেউৰ পৰা yoga প্ৰশিক্ষণ লাভ কৰি মই যঠেষ্ট উপকৃত হৈছোঁ। তেখেতৰ প্ৰশিক্ষণ প্ৰণালীৰ লগতে কথা - বাৰ্তা সদায় ধনাত্মক আৰু প্ৰেৰণাদায়ক।
বাৰ্তালাপ অনুষ্ঠানটো মই চাওঁ ভাল লাগে।মোৰ বাইদেউৰ লগত yoga কৰি থকা নমাহ হৈছে।বহুত উপকৃত হৈছো ।বহুত বহুত ধন্যবাদ বাইদেউ 🙏
ভাল লাগিল বাইদেউ , আপোনাৰ ধনাত্মক কথা বতৰাই বহুত অনুপ্ৰেৰণা যোগায় , আপোনাৰ জীৱনৰ বৰ্ণিল যাত্ৰা সদায় শুভ হওঁক ।
ভন্টি , বাৰ্তালাপ ত ইণ্টাৰ ভিউ টো চাই খুব ভাল পালোঁ ।তোমাৰ উজ্জল ভৱিষ্যত কামনা কৰিলোঁ😊😊
বহুত ভাল লাগিল বাইদেউ..আপুনি ইমান ধুনীয়াকৈ কথাখিনি ক'লে..মই আপোনাৰ ভিডিঅ চাও..❤❤
Baa is such a nice person and a fabulous trainer ❤❤ Always grateful for her guidance!! Much love baa ❤
ভিডিঅ'টো চাই বহুত ভাল লাগিল ।❤❤❤
Taur kotha bur hunila huni thkibo mon jai..taur kothburta jan motivation humai thka..taur usrt yoga kori nijoka vhl pabo loisu,nijor uprt trust bahisa...Ma'am bohut morom apunaloi ❤
Great work ❤
বহুত ভাল লাগিল বাইদেউ
Very interesting and helpful broadcast...tq bartalap channel ❤👍
বাইদেউৰ তাত মই শিকি আছোঁ। বহুত বেছি উপকৃত হৈছোঁ। মানসিক ভাবে সবল হৈছোঁ।
বহুত ভাল লাগিল চাই। মই তেওঁৰ লগত যোৱা এবছৰ ধৰি ফেচ যোগা কৰি আছো। বহুত ভাল লাগে…
বহুত ভাল লাগিল বাইদেউ,আপোনাৰ পৰা বহুত শিকিবলগীয়া আছে। ধন্যবাদ আপোনাক ❤
বাইদেউৰ লগত yoga কৰি মই বহুত উপকৃত হৈছোঁ। বিশেষকৈ তেখেতে কোৱা কথা খিনি ভাল লাগে❤। face yoga কৰাৰ পৰা মুখৰ আকাৰ সলনি হ'ল।
@@tulumoniborgohain1799 baideu mio belly fat aru face yoga koribo bisaru kenekoi contact korim
Bohut val lgil ❤
বৰ ভাল লাগিল আপোনাৰ কথাবোৰ নিজৰ বাল্যকাল বোৰত আমি , মই কৰিছিলোঁ,গছৰ লতা ,নদীত সাঁতোৰ নেকি দিয়া ।
Very good advice baidew🙏
Tulumoni baa..bor bhal lagil dei
Baida apunar kathabur bahut val lagisa❤❤❤❤❤❤😊😊😊😊🎉🎉🎉🎉
বহুত বহুত ভাল লাগিল Vdoটো৷ধন্যবাদ৷
I am joining with you since 2023 and I am happy to join with you ❤. Your teaching method is so unique . You teach us wholeheartedly. Thank you. I get huge benefit in life after joining with you.
@@tulumoniborgohain1799baideo moio apunar yoga class ot join hobo mongoiso. Kenekoi pam
বহুত ভাল লাগিল ❤️
Prio anusthanti mur❤
Tulumoni ba 😊 ❤ 4m charaideo
Thank you so much 💕
মোৰ আদৰ্শ বা , তোমাৰ পৰা কি পাইছো সেয়া মই ভাষাৰে বুজোৱা টান। তোমাৰ লগত জড়িত হোৱাৰ পিছৰে পৰা নিজক identify কৰিব পাৰিলো। কিবা সমস্যা হলেই তোমাৰ পৰা উচিত সমাধান পাও। Physically আৰু Mentally বহুত Strong যেন লাগে তোমাৰ সংস্পৰ্শত থাকিলে। ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা জনাও তোমাক যেন কুশলে ৰাখে। ।।।
Very nice tulumoni❤
আচৰিত 44 age t 30+lagise, inspire holo,
Nice baideu
Kenekoi jugajug koribo parim?
অতি সুন্দৰ
Val lagil dei
Great work
Apunar program sai hosai moy anupranita halu moyu yoga korar sestha korim thanks
❤ very nice
😊
... very nice
Nice program
Love from sivsagar banmukh 🥰❤ baidew apuna ghr amr ghr pora usrr ai hoi
Baidew mk online sikabu nki mor thairoid tu besi hoise medicine khai vl powa ni apunar kotha bor vl lgise bhut
Nice 👍👍❤❤❤
Premature grey hair r কথা সুধিছিলা নেকি চক্ৰপাণি ?? মোৰ হৈছে তাৰমানে,,,,,,,,,,,
মই জইন কৰিব বিচাৰো।
Apunar baarta laapar vedio bur moe prae Sai thaku kintu vedio play korar agot thamnilot bangala bhakhat ahe kio.
🙏
Kiman lb baidew
Moi aaponar a bartalab anustanto sai bhut vl pao
Mur suwali class k g 11 r pora skipping kori ahise kintu tai r hight tu nabarile
45 year nohoi 50 pash❤❤❤
Moi o yoga t join hbo bisaru..keneke contact krim plz jonabosn
পেটো কমাব বিছাৰো কেনেদৰে উগা কৰচ পাম জনাবছোন মবালত চাই খুব ভাল পালো
বাইদেউৰ বয়সটো বাৰু কিমান হৈছে?
Kiman fees loi baideu moi u join koribo bisaru.
বাইদেউ মোৰ ঘৰ মাজুলীত। মই আপোনাক কেনেদৰে যোগাযোগ কৰিম ।
New
বাইদেউৰ তাত মই য়োগা কৰি আছো। ৮ দিন হৈছে।
As a student of mem I personally feel great ....I physical feel fit n fine....n it always heal my mind n body...@@tulumoniborgohain1799
অখিল গগৈ। Pls
মই ও জইন কৰিব বিছাৰো। মই শিৱসাগৰৰ
Baidew on line kenekoi lobo arim
Join kenekoi koribo Lage.
বৰভাল পালো
Aponak abar holeu log pabo khoju kt lg paam bydeo...
মাহে ফিজ কিমান?
Apunar boyokh 40 hoise....
Invite prandeep das (bound morphemes)......!
Moro aponertat yoga koribman jai.Aponer addreseto dibne
সাত মাহ ধৰি বাইদেউৰ লগত Face yoga আৰু body yoga কৰি আছো। বহুত উপকৃত হৈছোঁ। আত্মবিশ্বাস বাঢ়িছে। নিজক ভাল পাবলৈ শিকিছো। Skin tight হৈছে। Jaw line ও sharp হৈছে। Body ৰ flaxibility বাঢ়িছে। দুশ্চিন্তাৰ পৰা মুক্ত হৈছোঁ। সদায় yoga কৰি যাম।
অশেষ ধন্যবাদ ❤
@@tulumoniborgohain1799ma'am, boyokhotkoi besi dekhatu komabo paribo ne nai ma'am? Please jonabosun. Boyokhotkoi bohut besi dekha hoise please jonabosun.🙏🙏🙏❤️
Guwahati Kot hoi yoga class tu
Mur face2 xoru koribor mon ase parim ne
Baidew apunak kot log pab parim @@tulumoniborgohain1799