বিজেপিৰ ভিতৰচ'ৰাৰ অস্থিৰতাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ก.ค. 2024
  • বিজেপিৰ ভিতৰচ'ৰাৰ অস্থিৰতাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক তলব। দলীয় সংঘাত সন্দৰ্ভত ভৱেশ কলিতা-মুখ্যমন্ত্ৰীৰ বৈঠক। চাওক সবিশেষ।
    #PratidinTime #HimantaBiswaSarma #BJP

ความคิดเห็น • 105

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 22 วันที่ผ่านมา +66

    এই সমস্যাৰ মূল কাৰণ কিন্তু মূখ্যমন্ত্ৰী, দলৰ সভাপতি সহ কেইজন মান নেতাৰ অতি অহংকাৰী কথা-বতৰা ।

  • @rohinidas5237
    @rohinidas5237 22 วันที่ผ่านมา +25

    অসমৰ কাৰনে খুবেই ভাল খবৰ।

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j 22 วันที่ผ่านมา +71

    পিযুষ , জয়ন্ত মল্ল, দিগন্ত কলিতা আৰু ৰূপজ্যোতি কুৰ্মী ইহঁতে মামাক ধ্বংস কৰিলে ৷ পিযুষৰ দম্ভালি মৰা আৰু বডিলেংগুৱেজ ঠিক নহয় ৷ জয়ন্ত মল্লই ডিঙি বেকা কৰি কৰি উফাইদং মৰা কথা আৰু ঠাট্তা মছৰকৰা কৰি অসম বিজেপী শেষ কৰিলে ৷ ইহঁতৰ মন্ত্ৰীত্ব কৰ্তন কৰক ৷

  • @FunnyCornflowers-jj7fs
    @FunnyCornflowers-jj7fs 22 วันที่ผ่านมา +36

    CM go back

  • @dhrubajitmedhi5713
    @dhrubajitmedhi5713 22 วันที่ผ่านมา +36

    Bjp চেছ holi ভাল hoi

  • @user-vo7ei8ki5v
    @user-vo7ei8ki5v 22 วันที่ผ่านมา +52

    মামাই অসম বিজেপিক শেষ কৰিলে ।।
    সোণোৱাল দেৱক নানিলে ২০২৬ ত বিজেপি শূন্য

    • @QwertyUiop-zx6xc
      @QwertyUiop-zx6xc 22 วันที่ผ่านมา +1

      Hijarananda

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 21 วันที่ผ่านมา

      @@user-vo7ei8ki5v হিন্দু-মুছলমান কৰি অসমত ৰাজনীতি স্থায়ী নহয় । সকলো মুছলমান বিদেশী নহয় আৰু সকলো বঙালী-হিন্দু ভাৰতীয় নহয় । অসমীয়া মানুহে বিদেশীক ( অভাৰতীয় হিন্দু + মুছলমান) অসমত ৰখাৰ পক্ষপাতী নহয় । মূখ্যমন্ত্ৰীয়ে অসমীয়া মানুহে কি বিচাৰে সেইটো বুজিও নুবুজাৰ ভাও ধৰি থাকে। গতিকে তেওঁৰ ৰাজনীতি 2026 তে ইতি হবলৈ বাধ্য ।

    • @user-vo7ei8ki5v
      @user-vo7ei8ki5v 21 วันที่ผ่านมา

      @@prabinmallabaruah8845 অসমত হিন্দু মুছলমানৰ ৰাজনীতি নচলে সচা কিন্তু আগন্তুক দুটা দশকত অসমত সকলো হিন্দু মিলাই ৫০% ৰ তলত মানে সংখ্যা লঘু হোৱা চিৰন্তন সত্য ।
      এনেকুৱা ভয়ানক দিন আহি আছে অসমৰ হিন্দু ৱে কল্পনা কৰিব নোৱাৰিব।
      এতিয়া বিজেপি চৰকাৰৰ দিনত দিন দুপৰতে গৰু ছাগলী ঘৰৰ পৰা উঠাই লৈ গৈ আছে ।ভৱিষ্যত অন্ধকাৰ

  • @sonalisenguota176
    @sonalisenguota176 22 วันที่ผ่านมา +6

    Next cm Gaurav gogoi zindabaad

  • @khagenkakati6380
    @khagenkakati6380 22 วันที่ผ่านมา +12

    মামাইBjp শেষ কৰিলে। অসমীয়া ৰ তেজ খোৱা মামাৰ Venture teacher সকলক যি দুখ দিছে তাৰ অভিশাপ

  • @pankajchetia8107
    @pankajchetia8107 22 วันที่ผ่านมา +18

    মামাৰ দিন গৈছে আৰু, ৰাম ৰাম সত্য হে

  • @jeherulislam7954
    @jeherulislam7954 22 วันที่ผ่านมา +11

    সেই কাৰণে নিজকে সৰ্বজ্ঞানী বুলিব নালাগে। সকলো কাম জালুকবাৰী সমষ্টিৰ মানুহক দিব বাকী সমষ্টিৰ মানুহে আপুনাক কিহৰ কাৰণে মুখ্যমন্ত্ৰী বনাৱ

  • @user-pz9sp5dv9r
    @user-pz9sp5dv9r 22 วันที่ผ่านมา +21

    ১২ বাজিছে😂

  • @pmn20071
    @pmn20071 22 วันที่ผ่านมา +13

    তিনি মোমায়ে ধ্বংস কৰিলে BJP. এইবাৰ BJP ৰ 26 ত return কৰা টান আছে। বিশেষ কৈ পীযুষ আৰু জয়ন্ত মাল্লাই BJP ৰ image বেয়া কৰিলে। এওলোকে জাতি মাটি আৰু ভেটিৰ কথা কৈ একোৱেই নকৰিলে। খালি নিজৰ সম্পতি বনালে আৰু লোক সভা Election ত মিঞাৰ ভৰিত ধৰিলে। অসমৰ মানুহে এইবাৰ গৌৰৱ গগৈৰ মুখলৈ চাইছে

    • @sanjibdas3774
      @sanjibdas3774 22 วันที่ผ่านมา +2

      সছা কথা

  • @sanjibdas3774
    @sanjibdas3774 22 วันที่ผ่านมา +6

    জয়ন্ত মল্ল আৰু পিয়ুজ এই দুটা অহংকাৰি প্ৰাণী যত থাকে সেই দলক ভোট কোনেও নিদিয়ে। মই ও নিদিও। এতা হৈছে গৰু এতা হৈছে ওপৰৰ মাল।

  • @user-eh2md8tz6e
    @user-eh2md8tz6e 22 วันที่ผ่านมา +17

    ২০২৬ত হিমন্ত শুৱ 😁😁

  • @mixxup8075
    @mixxup8075 22 วันที่ผ่านมา +15

    dhuniya CM a nijoke sarbe sorba buli vabe, so anekuwa hb a lage

  • @jagatrabha3269
    @jagatrabha3269 22 วันที่ผ่านมา +14

    Jummoni Rabha r mritur pap lagise

  • @prabalsarania1100
    @prabalsarania1100 22 วันที่ผ่านมา +2

    Bohut val lagil kotha khini huni.

  • @bikashdeka60
    @bikashdeka60 22 วันที่ผ่านมา +17

    Congress ata timet jne hoisil atiya bjp hbu

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 22 วันที่ผ่านมา

      @@bikashdeka60 সেই সময়ৰ কংগ্ৰেছী মূখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া অসুস্থ থকাত অন্য মন্ত্ৰী সকলে নোপোৱাই পোৱাৰ দৰে ধাহি-মুহি লুটন দিছিল । সাধাৰণ ৰাইজ বাদেই আনকি দলীয় কৰ্মীকো সেই সকলে চিনি নোপোৱা হৈছিল । ৰাইজেও বিকল্পৰ সন্ধান কৰি আছিল আৰু পৰবৰ্ত্তী নিৰ্বাচনত দলটোৰ ককাল ভাঙি দিলে। পিচে কিছুমান সুবিধা বাদীয়ে নিৰ্বাচনৰ কিছু দিনৰ আগতেই শিবিৰ সলাই ভাল মানুহ হৈ থাকিল আৰু এতিয়া তাতো কাৰ্য্য আৰম্ভ কৰি দিছে। অবশ্যে কংগ্ৰেছে নতুন নেতৃত্বৰে দলটোক থিয় কৰাৰ চেষ্টা কৰিছে ।

  • @meghalideka3560
    @meghalideka3560 22 วันที่ผ่านมา +2

    himanta go back congress wellcome ..gaurav❤

  • @gh12138.
    @gh12138. 22 วันที่ผ่านมา +3

    Assamese jati,axom karone val khobor🙏

  • @khirodkr.laskar8486
    @khirodkr.laskar8486 22 วันที่ผ่านมา +6

    Mojahh...bisambad hobo lage ru...khomotai murot dhorise CM r

  • @rokibuddin344
    @rokibuddin344 22 วันที่ผ่านมา +5

    অহংকাৰ পতনৰ মূল কাৰণ
    ২০২৬ত ১০০%‌ BJPশেষ ।

  • @ranjitgowsami7891
    @ranjitgowsami7891 22 วันที่ผ่านมา +4

    মামা আপুনি মামী ক মাটি কিনা বন্ধ কৰাওক, লগতে আপোনাৰ লগত থকা ৯টাকৈ মন্ত্ৰী, MLA ক গুৰুত্ব দিয়া বাদ দিয়ক

  • @Grbora94953
    @Grbora94953 22 วันที่ผ่านมา +2

    মুখ্যমন্ত্ৰী আৰু লেমধৰা কেইটাৰ অহংকাৰ দৰ্প চূৰ্ণ হ'ব লাগে।

  • @dbhargab
    @dbhargab 22 วันที่ผ่านมา +8

    সৰ্বানন্দক মুখ্যমন্ত্ৰী দিয়ক যদি চৰকাৰ ৰাখিব বিচাৰিছে ,নহ’লে ২০২৬ ত বিজেপি এটা সংখ্যাত আহি যাব পাৰে ।

  • @yogeshborpatragohain6775
    @yogeshborpatragohain6775 22 วันที่ผ่านมา +4

    Saroda mama jot bikhombad tot

  • @ritumonideka5120
    @ritumonideka5120 21 วันที่ผ่านมา +2

    মামাক খেদিব লাগে aibar.

  • @mrdeka4745
    @mrdeka4745 22 วันที่ผ่านมา +4

    News Live t ai news tu ndie kio 😂

  • @pgoswami5378
    @pgoswami5378 22 วันที่ผ่านมา +3

    তাল বেতাল দুজনক তেপতেপাই নাথাকি মুখ বন্ধ ৰাখিব কলেই সকলো‌ সাম কাটি যাব। ৰাইজে মাষ্টাৰৰ
    কথাবাৰ্তাও বৰ অহংকাৰী বুলি কয় দেখোন।

  • @user-jq1pb7vv5c
    @user-jq1pb7vv5c 22 วันที่ผ่านมา +2

    Piyaj. Moluwa krna bht aribo bjp

  • @Bnb717
    @Bnb717 22 วันที่ผ่านมา

    Good

  • @pradipbedasarma
    @pradipbedasarma 22 วันที่ผ่านมา

    Bhobesh kalita don't know about the old BJP workers

  • @arabidadas9160
    @arabidadas9160 21 วันที่ผ่านมา

    Venture teachers abhishap

  • @bijoydeka9134
    @bijoydeka9134 22 วันที่ผ่านมา +3

    Xukuni mama I asom bjp ses karile.

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 22 วันที่ผ่านมา

      দুজনমান অসংকাৰী নেতা আৰু মিনিষটাৰৰ কাৰনেই যদুকুল ধ্বংস হোৱা দি ধবংস হব নেকি ।

  • @chandandutta3186
    @chandandutta3186 22 วันที่ผ่านมา +1

    Tarun gogoi third term thakote arajak paribekh srishti hoisil. Atia same bastu repeat hoi ase. Teo tu third time t eitu problem paisil, ekhetor dekhon first term t eitu problem dekha dise

  • @JakirHussain-hl2lj
    @JakirHussain-hl2lj 22 วันที่ผ่านมา

    Vagin buru kom nohoi dol change koribo bule.....mamai jenekoi change korisil

  • @bijoydeka9134
    @bijoydeka9134 22 วันที่ผ่านมา +3

    Mamar kuni chupi val powa bure douri douri goisil. Vag nepam buli. Kot gol atiya piyaj aru mollo bandor

  • @prakritirvlogs1463
    @prakritirvlogs1463 21 วันที่ผ่านมา

    26 t okhomor pora bjp ou hori ou Ram he koribo lage aru raij Krishna

  • @mixtvne6684
    @mixtvne6684 21 วันที่ผ่านมา

    Edin teu bisombad korisil

  • @tarundas6766
    @tarundas6766 22 วันที่ผ่านมา

    Diganta pishus jayanta rupjoyti go back from assam

  • @Sutmaroni-vu8vt
    @Sutmaroni-vu8vt 22 วันที่ผ่านมา +2

    Ami asu mama apur logt hodi bjp jindabad

  • @PuranjitMoran
    @PuranjitMoran 21 วันที่ผ่านมา

    অহংকাৰ হ'লে পতন হ'বলৈ বেছি সময় নালাগে

  • @manojbora2244
    @manojbora2244 21 วันที่ผ่านมา

    নামত বিজেপি চৰকাৰ ! লাভ হৈছে কেৱল কংগ্ৰেছীৰ !

  • @TahirKhadem
    @TahirKhadem 22 วันที่ผ่านมา

    People ned development. No ned hindu muslim.

  • @rambinaymahato9085
    @rambinaymahato9085 22 วันที่ผ่านมา +2

    BJP jindabad Himanta Sir jindabad

  • @bakulboruah2026
    @bakulboruah2026 21 วันที่ผ่านมา +1

    খুদ হিমন্ত, পিযুছ, জয়ন্ত, ৰূপজ‍্যোতি, মানৱ,দিগন্ত ইত্যাদি মানুহৰ বাবে আজি BJP দলটো শেষ হৈ গল।সৰ্বানন্দক খেদি হিমন্ত উঠি ৰজা বহি ৰজা হল।পুৰণি BJP ক গুৰুত্বহীন কৰি পেলোৱা হল।গৌৰৱ গগৈ ২০২৬ ত অসমৰ মূখ‍্যমন্ত্ৰী হব। পুৰণি কৰ্মীক অৱহেলা কৰা BJP য়ে ১৫ খন আসনৰ ভিতৰত থাকি যাব।

  • @IndalulKhalong...
    @IndalulKhalong... 22 วันที่ผ่านมา

    Good news..
    Original BJP leader hokolor value naikiya hoi gose..
    Only Congress pora aha mla hokole BJP t value ase..
    Asol BJP hokolok full support koru..
    Moi 22 years pora BJP k support kori ahisu..
    Piyush Hajarika, Jayanta Mallab Boruah nisina keita babei BJP Akhomor hekh hoi jabo.

  • @kanganamalhotra4875
    @kanganamalhotra4875 22 วันที่ผ่านมา

    Isi ke sath samachar samapt

  • @BenudharBorah-ie2dn
    @BenudharBorah-ie2dn 21 วันที่ผ่านมา

    Kam nai ai kolitar.

  • @abhilashamainavlogs3241
    @abhilashamainavlogs3241 22 วันที่ผ่านมา

    Amrit shah lobi a Axom BJP k ses korile

  • @hemendeka279
    @hemendeka279 22 วันที่ผ่านมา +1

    Tare ki hol
    CM nije rahol gandhir logot kotha pati aase

  • @manashbhuyan9615
    @manashbhuyan9615 22 วันที่ผ่านมา +2

    😂😂😂😂😂

  • @Jaggu12385
    @Jaggu12385 22 วันที่ผ่านมา

    Good... Oti ohonkar

  • @rakashdas9087
    @rakashdas9087 22 วันที่ผ่านมา

    এই বিলাক কৰি লাভ নাই ৰজাই নেগুৰ পেলালে আমাক এজন ৰজা নহয় সেৱক লাগে ভবেশ কলিতাই কথা কব নাজানে তেও ৰজাৰ ভৰিত ধৰি থকা সভাপতি ৰজাই বহিব দিলে বহে উঠিব দিলে উঠে কেনে মানুহ নিজত্ব একো নাই

  • @anantagogoi7206
    @anantagogoi7206 22 วันที่ผ่านมา +1

    😂😂😂😂😂😂😂😂😂😂😂😂

  • @dhantinath6927
    @dhantinath6927 22 วันที่ผ่านมา

    Pgla hoise.khekrne department burk exm patibo dia nai

  • @gh12138.
    @gh12138. 22 วันที่ผ่านมา

    Bjp ar aneo nathke🙏

  • @AbdurRahman-xw1fq
    @AbdurRahman-xw1fq 22 วันที่ผ่านมา +1

    Right now Assam CM Dr Himanta Biswa Sharma should take necessary action against some of his arrogant ministers and MLAs.

  • @bipulkalita6608
    @bipulkalita6608 21 วันที่ผ่านมา

    মুখ্য মন্ত্রীক সাধাৰন মানুহে ভাল নাপায়। কাৰন মুল্য বৃদ্ধি😂😂😂

  • @maheswarboro4589
    @maheswarboro4589 22 วันที่ผ่านมา

    Margherita nutun koi join kori central minister, bosor bosor dhori raijot thoka neta kotba pori thaake, kuni thaakibo.

  • @Abdulrazak-so2jq
    @Abdulrazak-so2jq 22 วันที่ผ่านมา

    BJP ৰ প্ৰকৃত নীতি আদৰ্শ HBS এ শ্মশান যাত্ৰা আৰম্ভ কৰি এক নায়কত্ব বাদৰ আৰম্ভণিৰ ফল স্বৰূপে এনে অবস্থা হৈছে।

  • @DIPANKARDAS-pt5co
    @DIPANKARDAS-pt5co 22 วันที่ผ่านมา

    Hahaha.....ei prithibit sobe karma fol pabo....edin congrass eneke bhangi mohan bekti sakale BJP ahi puronak laat marisil....ahi ase sei dinbur BJP t....santi pam aami

  • @jibanandachoudhury8859
    @jibanandachoudhury8859 21 วันที่ผ่านมา

    এতিয়া আলোচনা কৰি লাভ নাই সময় পাৰ হৈ গল ?

  • @mukshedullah6863
    @mukshedullah6863 22 วันที่ผ่านมา

    Doliyo xonghator mastermind r ghorot kerun 😂😂😂.kormofol.

  • @basisthaacharya6590
    @basisthaacharya6590 22 วันที่ผ่านมา

    CM take strict initiative on MLAs work, they want some freehand.

  • @nagenboro9154
    @nagenboro9154 22 วันที่ผ่านมา

    Oi burah uth moi boho

  • @thedevogramstory7483
    @thedevogramstory7483 22 วันที่ผ่านมา

    BJP bornad start 2014 is back again.. Welcome to congress those want to gain politicaly... And congress plz don't accept the leader who migrates to the BJP from congress

  • @user-zi9fh7ne2s
    @user-zi9fh7ne2s 22 วันที่ผ่านมา

    Himanta Mal fupjoty piyaz duranta ankuwa netar babae aei abosta aru hobloi ase aey armvoni

  • @rounakchowdhury4535
    @rounakchowdhury4535 22 วันที่ผ่านมา

    Congress obostai bjp t hoise aibar