কংগ্ৰেছৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত হঠাৎ সৃষ্টি হ’ল এক হুলস্থূলীয়া পৰিস্থিতিৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 ส.ค. 2024
  • কংগ্ৰেছৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত হঠাৎ সৃষ্টি হ’ল এক হুলস্থূলীয়া পৰিস্থিতিৰ। এটা কোঠাত ৰং দিয়াক লৈ সৃষ্টি হ’ল এই অবাঞ্চিত পৰিস্থিতিৰ। প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অকণ বৰাই বাধা দিলে কোঠাটোত ৰং দিয়াত। কিন্তু কিয় ৰং কৰ্মীসকলক বাধা দিলে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই? চাওক এক ৰিপ’ৰ্ট।
    #pratidintime #assam #congress

ความคิดเห็น • 72

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 หลายเดือนก่อน +19

    বিজেপি লৈ যোৱা মানুহক কিয় ৰুম দিব । অকন বৰা দেৱৰ কি অসুবিধা ?

    • @user-xj4ij4lx2o
      @user-xj4ij4lx2o หลายเดือนก่อน

      Congress are juwa burak Lobonalage ehatburak ticket dibo nuwara Babe bjp Ata danger Sal khelise

  • @user-yq7gm1tg4z
    @user-yq7gm1tg4z หลายเดือนก่อน +20

    এইটো অকন বৰাৰ নিজা সম্পতি নহয়

  • @ajitnarah6687
    @ajitnarah6687 หลายเดือนก่อน +15

    ৰামানা দা এৰি নিদিব। বৰাক অফিচৰ পৰা উলিয়াই দে। লগতে বাপেকৰ কাম নাই।

  • @kishoridas6447
    @kishoridas6447 หลายเดือนก่อน +7

    বৰ্তমান congressৰ ভাল দিন। সেয়েহে Akan Bora‌দেৱে পুতেকক BJP ৰ পৰা ঘূৰাই আনিম বুলি ভাবিছে। গতিকে কেইদিন মান বাট চাওক। পুতেকৰ টকাৰে কিনা ফটো কেইটা congress office ত লগাইছে মানে congressৰ সম্পত্তি।

  • @Kiran-si2bf
    @Kiran-si2bf หลายเดือนก่อน +8

    Akon বৰা,মানস বৰা বিজেপি ,গতিকে মানবেন্দ্ৰ শৰ্মা complex ত কাম নাই ,

  • @jadavgogoi944
    @jadavgogoi944 หลายเดือนก่อน +4

    অকণ বৰা বোলাটো বেয়া মানুহ বুলি আগৰেপৰা দুৰ্নাম আছে। পুতেকে দল এৰিছে, ইয়াকো খেদা ভাল।

  • @user-rw3pv9dw1j
    @user-rw3pv9dw1j หลายเดือนก่อน +3

    বিজেপিৰ গৰাখহনীয়া দেখি অকণ বৰাই পুতেকক যি কোনো প্ৰকাৰে পুনৰ কংগ্ৰেছলৈ ঘুৰাই আনিবৰ বাবে যিমান পাৰে চেষ্টা কৰিছে কিন্তু আমিবোৰে তেখেতক প্ৰশ্ন কৰিছোঁ যে লোকসভাৰ নিৰ্বাচনৰ সময়ত হিমন্তৰ এটা ফোনতে গৌৰৱৰ গাড়ীৰ পৰা নামি আহি হিমন্তৰ ভৰিত দীঘল দি পৰা তেওঁৰ ৰাজহাড় নোহোৱাসপুতেক টোৱে তেওঁক দেখুন বাপেক বুলি গণ্যই নকৰিলে কিয় ?এইয়াই নেকি পিতা-পুত্ৰৰ নিদৰ্শন ?

  • @user-bx8gv2ct2i
    @user-bx8gv2ct2i หลายเดือนก่อน +2

    No entry please.. request to gaurav gogoi

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 หลายเดือนก่อน +5

    ভূপেন বৰাই কি কৰি আছে।

  • @rupenchdeka6297
    @rupenchdeka6297 หลายเดือนก่อน +5

    Akon r kam nai

  • @kamalkalita338
    @kamalkalita338 หลายเดือนก่อน

    অকণ বৰাই পুত্ৰক বিজেপিলৈ পথাইও ৰুম এৰি নিদিয়া তো বেয়া কথা হৈছে তেওঁ বিজেপিৰ নিৰ্দেশত কাম কৰিব লৈছে জেন অনুভব হয়

  • @RojitaDas
    @RojitaDas หลายเดือนก่อน +1

    BJP ir hompoti nohoi..go back Manash Borah..😢😢😢😢

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k หลายเดือนก่อน

    ভুপেন বৰা দাঙৰিয়ালৈই অনুৰোধ জনালোঁ বেয়া দিনত জোয়া কোনো মানুহকে আকৌ নলৱ কাৰণ সেই মানুহ সুবিধা বাদি জাৰে ভাল দিন দেখা পাই সেই ফালে জাই নিজৰ টকা সম্প্ৰীতিৰ পাহাৰ কৰিবলৈ
    ভূপেন বৰা দাঙৰিয়াক আহ্বান জনালোঁ সেই বিলাক নেটাক আকৌ নলৱ নহ'লে ৰাইজৰ বিশ্বাস নাইকীয়া হ'ব আপোনালোকক

  • @Kiran-si2bf
    @Kiran-si2bf หลายเดือนก่อน +3

    অকন বৰা কাম নাই ,

  • @user-rw3pv9dw1j
    @user-rw3pv9dw1j หลายเดือนก่อน

    দ’ল নেতাই নকৰে তৃৃণমূল কৰ্মীয়েহে দ’ল ৰক্ষা কৰে ৷গতিকে বিপদত দ’ল এৰি যোৱা সকলক পুনৰ দ’লত ঠাই দি ভয়ংকৰ বিপদ চপাই নলবৰ বাবে আমি তৃণমূলৰ কৰ্মীয়ে আহ্বান জনাইছো ৷

  • @phanidharrabha8057
    @phanidharrabha8057 หลายเดือนก่อน

    মানস পণাকনে সৌ সিদিনা দাদা বীগ্ৰেদৰ ব্ৰীগেডিয়াৰ ককায়েক -বৌয়েক (চুৰিদাৰ পৰিহিত) আৰু ১৭ বছৰত ১৮টা কোম্পানীৰ মালিক হোৱা ভতিজাক হতৰ এখন ফটো দি লিখিছিল ,। ফটোখন দদায়েক -বৌয়েকৰ বিবাহ বাৰ্ষিকী উপলক্ষে দিছিল হেনো । গতিকে অকণৰ পুত্ৰ বুলি ৰূমটো মানসকে দিয়ক ।তেহে দদায়েকে কংগ্ৰেছৰ ভিতৰুৱা বাতৰি পাই থাকিব

  • @dsentertainment9545
    @dsentertainment9545 หลายเดือนก่อน +1

    Gate out korok

  • @puwalichaoching125
    @puwalichaoching125 หลายเดือนก่อน +4

    Putere damage kori gol tur nu aru vabmurti kidal thakile

  • @user-bx8gv2ct2i
    @user-bx8gv2ct2i หลายเดือนก่อน +1

    Kako excuse koribo nalage..ajon congress ajon bjp..aisob nosolibo... request to APCC

  • @BadshahMominur
    @BadshahMominur หลายเดือนก่อน +1

    নিলাজ প্ৰাণী অকন বৰা ডাঙৰীয়া

  • @DilipChaudhury-qi9ge
    @DilipChaudhury-qi9ge หลายเดือนก่อน

    নিজৰ পুত্ৰক control কৰিব নোৱাৰিলে আৰু ডাঙৰ ডাঙৰ কথা কয়, আপোনাক বা আপোনাৰ lorak কি দিয়া নাই কংগ্ৰেছ দিলে

  • @TridipSaikia-od3ko
    @TridipSaikia-od3ko หลายเดือนก่อน +1

    বাপেক পিতেক দুইতাক খেদি দিয়ক দুইতা বদমাছ

  • @user-ie6dx5zb5i
    @user-ie6dx5zb5i หลายเดือนก่อน

    ওলাল কেঢু সোমাবলৈ বাট নাই । সত্য সত্য সত্য । । ।

  • @user-mo9wi4gc4m
    @user-mo9wi4gc4m หลายเดือนก่อน +1

    kun hoi Akon bora

  • @saidulhaque9723
    @saidulhaque9723 หลายเดือนก่อน +1

    Apuni ajikali minarel water a ga dhui ne..😂😂😂😂

  • @indian7083
    @indian7083 หลายเดือนก่อน +3

    johra neta

  • @pgoswami5378
    @pgoswami5378 หลายเดือนก่อน

    সভাপতিয়ে বিষয়টি নিষ্পত্তি কৰি দিব নিশ্চয়।

  • @h1239640
    @h1239640 หลายเดือนก่อน

    এইটো এটা চাল হয়, বিজেপি এসোপামান কংগ্ৰেছলৈ আহিব ধৰাত সেই বাতৰি তল পেলাবলৈ কৰা চাল হয়😂😂 এতিয়া অসমত বিজেপিৰ ৰাজনৈতিক চাল সকলোৱে বুজি পোৱা হ'ল।।। 😂😂😂😂🐒🐒🐒

  • @jahirulislam4311
    @jahirulislam4311 หลายเดือนก่อน

    অকণ বৰাৰ লাজ নাই নেকি।

  • @user-ky9bh9ze2m
    @user-ky9bh9ze2m หลายเดือนก่อน

    Yes ramana

  • @Bhabindeka-hf1sl
    @Bhabindeka-hf1sl หลายเดือนก่อน +2

    Kela kon skin bora

  • @equityresearch1995.
    @equityresearch1995. หลายเดือนก่อน +2

    Comedy he korise sun😅

  • @pranjitsarma3752
    @pranjitsarma3752 หลายเดือนก่อน

    Congress val apo but aibor Dalal amk nelage bahut property bonale nijor namt jadi time pai Sai lba

  • @DEARBAGARA
    @DEARBAGARA หลายเดือนก่อน

    Misaliya Akon Bora .Lutiputi khai jibhat lagise to Akon Bora

  • @santaramdeka3015
    @santaramdeka3015 หลายเดือนก่อน

    Bhupen bora Manas bola kanak congress t nalaba de

  • @manjitboro8344
    @manjitboro8344 หลายเดือนก่อน

    Laaj nai o... Eta room loi 😂

  • @Mridupabankonwar
    @Mridupabankonwar หลายเดือนก่อน

    Akon bora jon kunu kamor nohoi

  • @kalitakamal1859
    @kalitakamal1859 หลายเดือนก่อน

    Pita putra lag hoi kajiya sristi kari cong dalar vabmurti manuhar agat beya kari rajanaitik khyati kariba bisarise

  • @santaramdeka3015
    @santaramdeka3015 หลายเดือนก่อน

    Akon Borak gatiai diba lage

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh หลายเดือนก่อน

    Kam hai

  • @premsuba1847
    @premsuba1847 หลายเดือนก่อน

    এই শিশু খাদ্য কেলেংকাৰী বুঢ়া টোকো পুত্ৰ স্নেহে মুৰত ধৰিছে!

  • @eusufahmed9564
    @eusufahmed9564 หลายเดือนก่อน

    Manash borak ekdom join koribo dibo nalage akou

  • @MoniDas-rj1ry
    @MoniDas-rj1ry หลายเดือนก่อน

    Jibon t jikibi nuware bap aaru beta

  • @ImranAli-nl8st
    @ImranAli-nl8st หลายเดือนก่อน

    4:34 4:34 4:34

  • @nowashsharif5331
    @nowashsharif5331 หลายเดือนก่อน

    Akon borak showcause koribo Lage,

  • @KeshabHazarika-dr1ub
    @KeshabHazarika-dr1ub หลายเดือนก่อน

    মানসবৰাক
    ৰসাবনোৱাৰিলেকেলেবিজেপিলেজোৱাত

  • @pranjitsarma3752
    @pranjitsarma3752 หลายเดือนก่อน

    Akon Bora ata sor hoi. Beltolat kono manuh ai val nepai.

  • @dilipkrsharmah3384
    @dilipkrsharmah3384 หลายเดือนก่อน

    Anakua congress netak kio dolot rakhibo lagae
    Election ohar agotai Congress dolae xidhanto lolae val

  • @pranjitsarma3752
    @pranjitsarma3752 หลายเดือนก่อน

    Tar gharar front r manuh ai beya pai. Tat moi. Vara ghrt. Asilo nije. 2 ta sor

  • @mosudurrahman907
    @mosudurrahman907 หลายเดือนก่อน

    Johora 55 bosor congress t thaki toi congress dolok ki dili.congress t thaki luti puti khali.congress r karone tohotok raije sini pai.

  • @pranjitsarma3752
    @pranjitsarma3752 หลายเดือนก่อน

    He dokait

  • @sahilahmed6569
    @sahilahmed6569 หลายเดือนก่อน

    dramakorilovenai

  • @chinmoydeka5303
    @chinmoydeka5303 หลายเดือนก่อน

    Congressor kamei hoise gundagiri thogbaji lutraj musolman tustikoron anti Hindu etc..ami Congressor hei tita opohakhon pahora nai

  • @user-pm1gv4zv2h
    @user-pm1gv4zv2h หลายเดือนก่อน

    Akon bora dekhile alop Gunda nisina Lage 😂

  • @wahidurrahman2375
    @wahidurrahman2375 หลายเดือนก่อน

    😂😂😂😂😂😂

  • @indian7083
    @indian7083 หลายเดือนก่อน +1

    takla laj ni tur

  • @gaganborah8907
    @gaganborah8907 หลายเดือนก่อน

    😂😂😂😂😂😂