টাৰ্গেট মুখ্যমন্ত্রী, আক্রমণাত্মক ভূপেন বৰা...‘কেন্দ্রৰ পৰা পুঁজি অনাত কিয় ব্যৰ্থ মুখ্যমন্ত্রী?’

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ค. 2024
  • দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিপৰায়ণ ব্যক্তিজনেই অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে। ২০২৬ৰ বিধানসভা নিৰ্বাচনত এটা পৰিয়ালৰ দুৰ্নীতিয়েই হ’ব কংগ্ৰেছৰ মূল নিৰ্বাচনী অস্ত্ৰ। এই মন্তব্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ আক্ৰমণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। ভূপেন বৰাৰ মতে কেন্দ্ৰৰ পৰা পুঁজি অনাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ড০ শৰ্মা। সমান্তৰালকৈ ৬০ মাহৰ সময় বিচৰা বিজেপিয়ে ১২০ মাহ পিছত কংগ্ৰেছক সমালোচনা কৰাৰ যুক্তি নাই বুলিও মন্তব্য ভূপেন বৰাৰ।
    #pratidintime #assam #assamnews

ความคิดเห็น • 136

  • @PhilosopherAssam
    @PhilosopherAssam 23 วันที่ผ่านมา +27

    ২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ✅🇮🇳
    জয় আই অসম ❤️

    • @rameshpayang7871
      @rameshpayang7871 22 วันที่ผ่านมา +1

      Maiki massh to 😂😂😂😂😂, Bangladesh t. Cm bonibo 😂😂😂😂

    • @GrooveEcho22
      @GrooveEcho22 21 วันที่ผ่านมา +2

      ​@@rameshpayang7871gourav gogoi pure and nika parthi. No criminal charges way better than two faced mama. . Mama for Bihari, Bengali , marwadi, Upper cast people 😂

    • @rameshpayang7871
      @rameshpayang7871 21 วันที่ผ่านมา

      @@GrooveEcho22 👎👎👎👎 bad diya he😂😂😂

    • @TheBharatConvenor
      @TheBharatConvenor 21 วันที่ผ่านมา +1

      ​@@rameshpayang7871 Sakuni mama'ye edin tumar dore vagin gitak val baah dbo,xaju thaka🙏😂

    • @rameshpayang7871
      @rameshpayang7871 21 วันที่ผ่านมา +1

      @@TheBharatConvenor Assam r pappu to no 😂😂🤣😅

  • @bakulboruah2026
    @bakulboruah2026 24 วันที่ผ่านมา +42

    অসমত বিজেপি চৰকাৰ হোৱাৰ পৰা কেৱল এটা পৰিয়ালৰ মাটি, সম্পত্তি, চাহ বাগিচা, ৰিজৰ্ট,প্ৰাইভেট স্কুলৰ সংখ্যা বৃদ্ধি হল।

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 24 วันที่ผ่านมา +3

      Congress ahelee miyaland hbo....miyar utpat bht besi hbo...Congress ye miya kiba krile aku action nloi...axomiyar krne bipod

    • @riyand6689
      @riyand6689 24 วันที่ผ่านมา +2

      গেদাবোৰে বিজেপি চৰকাৰ ভাল পদক্ষেপ বিলাক কোনোদিন মূল্যায়ন নকৰে । কিছুমানে ধুতি আৰু লুংগী পাৰ্থক্য নবুজে গতিকে সিহতবোৰে লুংগীৰ হৈ প্ৰচাৰ কৰাটো স্বাভাবিক

    • @pratimasarma1737
      @pratimasarma1737 24 วันที่ผ่านมา +3

      ​ভাল পদক্ষেপ একো দেখা নাই। আজি আকৌ নতুন বাতৰি পালোঁ। অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত শিক্ষক হ'বলৈ বহিৰাগত প্ৰাৰ্থী য়েও চাকৰি পাবলৈ সক্ষম হ'ব।PRC নালাগে। এই টো অতি উত্তম কাম নহয় নে?

    • @riyand6689
      @riyand6689 24 วันที่ผ่านมา

      @@pratimasarma1737 ১ মিনিটৰ কাৰনে বিজেপি বেয়া মানি লৈছো । আপোনাৰ মতে কোনটো ৰাজনৈতিক দল ১০০ শতাংশ ভাল ?

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 23 วันที่ผ่านมา

      @@pratimasarma1737 apuni sage njane congress ye nijor menefesto t ki koisil..Congress govt ahele 50% reservation to increase krai dim...may be 70-80% reservation eaitu ki bhal???atya Sakori puar chance asw being general tatya 0% chances.. Bjp beya koleee nhobo bhal kun Eaitu o sabo lgibo juntu least beya eaitu ye rakhi thobo lgibo

  • @user-cy8lv7es5m
    @user-cy8lv7es5m 24 วันที่ผ่านมา +32

    অসমৰ মুখ্যমন্ত্ৰী কিমান শত আৰু নিকা আমি দেখি আছো !

    • @hirokjyotiborah5966
      @hirokjyotiborah5966 23 วันที่ผ่านมา +1

      কাজিৰঙাৰ মাটি দখল কৰি কৰি মামীয়েৰে ৰিজৰ্ট , চাহ বাগান খুলিছে, চাবি কেতিয়াবা তোৰ ঘৰ থকা মাটিখিনিও দখল কৰিব

  • @user-ij4yt6jk4i
    @user-ij4yt6jk4i 23 วันที่ผ่านมา +8

    Congress🎉❤

  • @RinaBasumatary-xz9rs
    @RinaBasumatary-xz9rs 24 วันที่ผ่านมา +10

    Hosa sir 🙏👌

  • @mukutsaikia6302
    @mukutsaikia6302 24 วันที่ผ่านมา +9

    I love congress❤❤❤❤❤❤❤❤❤❤

    • @AbdulKalamAzad-v4s
      @AbdulKalamAzad-v4s 21 วันที่ผ่านมา

      Ahok ami Congress sorkar anu allah hu akbar

  • @bipulbrahma9871
    @bipulbrahma9871 24 วันที่ผ่านมา +7

    Good job sir...

  • @Legal_weapon295
    @Legal_weapon295 22 วันที่ผ่านมา +5

    চন্দ্ৰবাবু নাইডুয়ে যদি কেন্দ্ৰৰ পৰা ৬০ হাজাৰ কৌটি টকা পুজি উলিয়াব পাৰে উন্নয়নৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল চৰকাৰী ঘৰ আৰু গোটৰ মহিলাৰ বাবেহে অকল পুজি উলিয়াব পাৰে, অসমৰ অন্যান্য গুৰুত্বপূৰ্ণ উন্নয়নৰ কথা কিয় নাভাবে অসমৰ মুখ্যমন্ত্ৰীয়ে !!
    এক চিন্তনীয় বিষয় !!!

  • @SaratiPraja
    @SaratiPraja 24 วันที่ผ่านมา +8

    Mooja vopen sir

  • @TamimIslam-ss2nh
    @TamimIslam-ss2nh 24 วันที่ผ่านมา +11

    Bhupen Bora good Man

  • @jagatchandrabordoloi6564
    @jagatchandrabordoloi6564 21 วันที่ผ่านมา +2

    I love congess❤❤❤

  • @videomediaindia6177
    @videomediaindia6177 21 วันที่ผ่านมา +1

    Very good 💯💯💯

  • @gopalbiswas1990
    @gopalbiswas1990 24 วันที่ผ่านมา +4

    এশ শতাংশ সত্য কৈছে আপোনি

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 23 วันที่ผ่านมา +2

    Congress zindabad

  • @SandiyUrao
    @SandiyUrao 24 วันที่ผ่านมา +2

    Congress zindabaad

  • @FireJodOP
    @FireJodOP 23 วันที่ผ่านมา +3

    ,💯%...Hosa 🖐️🖐️🖐️🖐️🖐️

  • @user-rw3pv9dw1j
    @user-rw3pv9dw1j 24 วันที่ผ่านมา +7

    ৰাজনাথ সিং কলৈ গ’ল ?বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে আন্দোলন কৰি চমক সৃষ্টি কৰি শাসনৰ বাঘজৰী লোৱা বিজেপিৰ বিয়াগোম নেতাবোৰ অসমত বাণপানী হোৱা সময়ত ক’ত মৰিল ?এতিয়া নাহে কিয় টেটুফালি চিঞৰিবলে ?

  • @EakubAli-fk7nh
    @EakubAli-fk7nh 17 วันที่ผ่านมา

    Absolutely right 👍🏻👍🏻👍🏻

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j 24 วันที่ผ่านมา +14

    গৌৰৱ গগৈ ২০২৬ মুখ্যমন্ত্ৰী

  • @dipakgogoi5084
    @dipakgogoi5084 24 วันที่ผ่านมา +3

    হিমন্ত বিশ্বই কি কেন্দ্ৰৰ পৰা টকা আনিব। আজি নীতিশ কুমাৰ আৰু চান্দ্ৰবাবু নাইডুৱে বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্যৰ বাবে দাবী কৰিছে। কিন্তু অসমে বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্য হিচাপে কেন্দ্ৰৰ পৰা সেই সুবিধা অসম আগৰ পৰাই পাই আহিছিল কেন্দ্ৰৰ পৰা মোদী অহাৰ আগলৈকে। মোদীয়েহে কৰ্তন কৰিলে অসমে পায় অহা বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্যৰ স্বীকৃতি। হিমন্ত নতুনকৈ বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্যৰ দাবী কৰিব । সুবিধাবাদী হিমন্তই মোদীয়ে অসমৰ পৰা বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্য কৰ্তন কৰাৰ পিছতো মাত এটা মাতিবলৈও সাহস গোটাব নোৱাৰিলে।

  • @puspadhardowarah1932
    @puspadhardowarah1932 22 วันที่ผ่านมา +1

    ধন্যবাদ বৰা ডাঙৰীয়া।

  • @YeasinAli-cb1dj
    @YeasinAli-cb1dj 24 วันที่ผ่านมา +3

    Yess

  • @user-hh2jb3io5k
    @user-hh2jb3io5k 19 วันที่ผ่านมา +2

    আজমলক কনো কাৰনত লগ নলব

  • @_i_am_animetuber2902
    @_i_am_animetuber2902 22 วันที่ผ่านมา

    ভূপেন বৰা ❤❤❤❤❤

  • @kamalrajbongshi5164
    @kamalrajbongshi5164 21 วันที่ผ่านมา

    Right

  • @tutumonidoley9008
    @tutumonidoley9008 11 วันที่ผ่านมา

    Verygoodcoment

  • @HopefulBanjo-rb4cw
    @HopefulBanjo-rb4cw 23 วันที่ผ่านมา +1

    ভুপেন ফলীয়া হৈছে।

  • @karabikarabihandique3320
    @karabikarabihandique3320 24 วันที่ผ่านมา +2

    Apunak Aibar vote dim..

    • @AbdulKalamAzad-v4s
      @AbdulKalamAzad-v4s 21 วันที่ผ่านมา

      Tohotor hindu r mjt unity nai bhoriya....congress amr party bjp Hindu party...assam t miyar odhikar asw

  • @Krishna-rc2ws
    @Krishna-rc2ws 23 วันที่ผ่านมา

    Yes

  • @iriyanyt5298
    @iriyanyt5298 24 วันที่ผ่านมา

    Man of strong and straight backbone

  • @RofikulIslam-gx3so
    @RofikulIslam-gx3so 24 วันที่ผ่านมา

    Bhupendra bora jindabad

  • @user-ie6dx5zb5i
    @user-ie6dx5zb5i 24 วันที่ผ่านมา +1

    Ami Sakalu Dakhisu . Sakulu Bujisu .. Raijya Sidhanta Samayat Laba ..

  • @user-zd6oy9dy8p
    @user-zd6oy9dy8p 2 วันที่ผ่านมา

    Only requirrd the Vote of E V M to BJP.

  • @kusheswarmedhi3307
    @kusheswarmedhi3307 24 วันที่ผ่านมา +2

    Toi kiman koribi bupa!

  • @Jaggu12385
    @Jaggu12385 24 วันที่ผ่านมา

    Sir kiba eta korok , durniti bondho korok.

  • @tarunchandranath
    @tarunchandranath 21 วันที่ผ่านมา

    এতিয়া।।কথা।।কৈথাকিলে।নহব।।অসমৰ।।চোকে।।কোনে।।সোমাবৰ।।হল।।

  • @SADAGARMILI
    @SADAGARMILI 16 วันที่ผ่านมา

    🤚🤚🤚🤚🤚🤚🤚🤚💯✔️

  • @Jeherul-uy6mx
    @Jeherul-uy6mx 22 วันที่ผ่านมา

    🖐️🖐️🖐️🖐️🖐️

  • @gh12138.
    @gh12138. 3 วันที่ผ่านมา

    Mama soman fotua neta nai😢😢😢😢

  • @parthaboruah634
    @parthaboruah634 24 วันที่ผ่านมา

    Hasa

  • @JoyguramBora
    @JoyguramBora 19 วันที่ผ่านมา

    2026ত।অসমত।মোগল 4:47

  • @KrishnaMandal-cl8xk
    @KrishnaMandal-cl8xk 24 วันที่ผ่านมา

    ভোট কমি জাবো

  • @KrishnaMandal-cl8xk
    @KrishnaMandal-cl8xk 24 วันที่ผ่านมา +4

    মিয়াৰ পৰা আহিবো

  • @kunalkoch3949
    @kunalkoch3949 20 วันที่ผ่านมา

    Axomot yogi nisina cm lage,himanta biswa sharma is not good for assam

  • @digantamahanta1430
    @digantamahanta1430 24 วันที่ผ่านมา +1

    Mama bipad ahi ase kinto, alp saba

    • @AbdulKalamAzad-v4s
      @AbdulKalamAzad-v4s 21 วันที่ผ่านมา

      Amr krne bhal Congress ahele...allah hu akbar

  • @myway3433
    @myway3433 21 วันที่ผ่านมา +1

    ভুপেন বৰা ডাঙৰীয়া জিন্দা বাদ ।

  • @ditulhazarika4082
    @ditulhazarika4082 20 วันที่ผ่านมา

    Apuni c.m hole asomiya mnuhor goti nuhua hbo gom pai ne birudhi man

  • @jahirulislam4311
    @jahirulislam4311 24 วันที่ผ่านมา +1

    ভূপেন বৰা ডাঙৰীয়া অসমত বানপানী নতুনকৈ হোৱা নাই আপোনালোকৰ চৰকাৰ থকা সময়তো বানপানী হৈছিল তেতিয়া কিয় বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা কৰা নাই। ভূপেন বৰা ডাঙৰীয়া আনক সমলোচনা কৰাৰ আগতে নিজকে সুধক নিজে কি কৰিছিলে।

  • @sanjibkalita8479
    @sanjibkalita8479 21 วันที่ผ่านมา

    মিঞাক লৈ অসমীয়াক জাতিক বচাব আহিছে এইজনে। ভাল আত্ম পৰ্য্যালোচনা কৰিব ওলাইছে।

  • @JoyguramBora
    @JoyguramBora 19 วันที่ผ่านมา

    কংগ্রেস। কেতিযাও।অসমিযা কথা। কব।নোযারে।মোগল র।কথা।কব।পারে

  • @riyand6689
    @riyand6689 24 วันที่ผ่านมา +2

    যি কংগ্ৰেছী কাৰ্য্যলয়ত নিষিদ্ধ মাংসৰ ভোজ ভাত চলে তেনে ৰাজনৈতিক দলৰ প্ৰতিজন নেতাক অসমৰ হিন্দুসকলে বৰ্জন কৰিব লাগে । লোকসভাৰ ৩ অসন জিকোতে এনে অবস্হা যদি গোতেই অসমত চৰকাৰ গঠন কৰে তেন্তে বিধানসভাৰ ৰান্ধনী ঘৰতো বাদ নপৰিব চাগে । গতিকে ধুতি আৰু লুংগীৰ পাৰ্থক্য নেতাই নবুজিলেও জনতাই বুজা দৰকাৰ

    • @bitukonwar2116
      @bitukonwar2116 23 วันที่ผ่านมา +2

      কঙগ্ৰেজৰ কাৰ্যালয়ত নিষিদ্ধ ভোজন কৰা নেতা কেইজন বৰ্তমান ন বিজেপি হৈ টিঘিল ঘিলাই আছেছোন

    • @TheBharatConvenor
      @TheBharatConvenor 21 วันที่ผ่านมา +1

      Dhuti-lungi gai gai,tumr BJ party't gutei Congressi bur xumai gol. Atiya aaru agor BJ party nai,atiya only Congress VS Ex-Congress hoi ase Axomot..!

  • @JagannathBaishya-xr1pf
    @JagannathBaishya-xr1pf 24 วันที่ผ่านมา +1

    Bhupen Bora Hindu ?

    • @kumudbaruah2001
      @kumudbaruah2001 24 วันที่ผ่านมา +1

      কংগ্রেসে অসম খন মিঞা মুছলমানৰ হাতত তুলি দিলে। অসমীয়াই এতিয়া কংগ্রেসৰ চক্রান্ত বুজি পাইছে। কংগ্রেসক অসমৰ পৰা পুলিয়ে পোখাই উৎখাত নকৰিলে অসমখন এদিন বাংলাদেশৰ লগত চামিল কৰিব।

  • @Yoyo60204
    @Yoyo60204 24 วันที่ผ่านมา

    2026 ke kobo...

  • @rakashdas9087
    @rakashdas9087 21 วันที่ผ่านมา

    লাজ লাগে দুৰ্নিতি কৰি কৰি হাজাৰ হাজাৰ কৌতিৰ মালিক হৈছে জনতাই কি পাইছে সোপাতো

  • @nozmulkarim4261
    @nozmulkarim4261 24 วันที่ผ่านมา

    60 years congres ki korisel

  • @tinkurabha7921
    @tinkurabha7921 24 วันที่ผ่านมา

    Ipnlk no ki krisili sobe ata pukhurire mas , totapi BJP dint certificate lobo gle Bina pisat paisu kintu cngrss dint Toka nhle ami ofcc kasarir pra akoi pwa nasilu BJP ahar pra olp xokah paisu

  • @mainahazarika8295
    @mainahazarika8295 21 วันที่ผ่านมา

    Tumalukor dinot ki korila

  • @paintinggram2870
    @paintinggram2870 24 วันที่ผ่านมา

    Aijon cm ku khedok axomor pora oddisa fale

  • @user-oz6hz5dg9s
    @user-oz6hz5dg9s 21 วันที่ผ่านมา

    প্ৰতিদিন টাইম bjp ye kini loise

  • @tulshiramchetry5267
    @tulshiramchetry5267 24 วันที่ผ่านมา

    99mal Congress

  • @taponboro65
    @taponboro65 24 วันที่ผ่านมา

    Bhupen bora bodmas

  • @DeepDewri-pl3vf
    @DeepDewri-pl3vf 22 วันที่ผ่านมา

    Bj party'washing machine

  • @ramadas-og3he
    @ramadas-og3he 24 วันที่ผ่านมา

    Go back BJP

  • @arunsaikia585
    @arunsaikia585 24 วันที่ผ่านมา

    Tumi tu bihpuriya harila sar

  • @nlv7creation647
    @nlv7creation647 23 วันที่ผ่านมา

    সোপাটো কৰিৱ।

  • @PapudasPapupapu
    @PapudasPapupapu 23 วันที่ผ่านมา

    Puhkuri khandi ban mukt karib pareneki aapuni ki manu he.?

  • @UtpalakshyaDas
    @UtpalakshyaDas 24 วันที่ผ่านมา

    M.P. r Tiket dim buli je paisa khaisil monot ase ne. Sarbananda Sonowal e central minister hua r karone apuni beya pai o love nai. 3 khan M.P. seat he paise tar pisoto laz nai. Apunar sur tani tani dia lecture manuhe val napai to

  • @bhadreswarsarma1967
    @bhadreswarsarma1967 24 วันที่ผ่านมา +5

    তহতে কেলা ইতুক সিতক হানিবলৈহে ৰাজনিতি কৰি আছ দেশৰ একো হিত সাধিব নোৱাৰা আমাৰ মাঠাবোৰ তহতে খালি ভাল

  • @sumedali5087
    @sumedali5087 24 วันที่ผ่านมา

    Hamara assam ka mukhymantri mahoday bolata hai ki agale 30 sal Tak kendron mein BJP Sarkar rahega abhi mukhymantri Ji ko poochh kar dekhiae ki agale 10 din tak rahega ki nahin rahega langra ghoda

  • @abhinandansaikia4780
    @abhinandansaikia4780 24 วันที่ผ่านมา +4

    ভূপেন বৰাৰ ৰাজনৈতিক কৌশল তচনচ কৰি দিব বিজেপিক

    • @kumudbaruah2001
      @kumudbaruah2001 24 วันที่ผ่านมา +4

      মিঞা মুছলমানৰ ৰখ্য়ক কংগ্রেসে বিজেপিৰ গাৰ নোম এডালো লৰাব নোৱাৰিব। নামনি অসম মধ্যে অসম আৰু উত্তৰ Can't প্রায় ভাগ মিঞা মুছলমানৰ হাতত কংগ্রেসে গতাই দিলে। অসমীয়া টোপনিত লালকাল হোৱা নাই। শাৰে আছে। কংগ্রেসে জাতীদোহীতাৰ ফল ভোগীছে আৰু ভৱিষ্যতেও ভোগীবলৈ সাজুহৈ থাকক। অসমীয়া জাতিয়ে প্রচণ্ড ঘৃণাৰে কংগ্রেসক নাকচ কৰিছে। ধুবুৰী আৰু নগাঁও মিঞা মুছলমানৰ অঘোষিত সংৰক্ষিত সমষ্টি হল। চাবলৈ গলে কেৱল যোৰহাট সমষ্টি টোহে কংগ্রেসে লাভ কৰিলে। বাকি এঘাৰটা সমষ্টি বিজেপি মিত্র জোতে লাভ কৰিছে। ভূপেন বৰা, গৌৰৱ গগৈ য়ে প্ৰচণ্ড হতাশাত ভোগী অবান্তৰ প্রলাপ বকিছে।

    • @ShakahanAli-pr2nc
      @ShakahanAli-pr2nc 24 วันที่ผ่านมา +1

      ​@@kumudbaruah2001sai thak oi

    • @Gogoi5
      @Gogoi5 24 วันที่ผ่านมา

      ​@@kumudbaruah2001apuni sai thakok congress or ji abosta hoisil heiya himanta krnei hoisil... congress or pora separate hoi logot loi goisil atiyar uporor maal borok.. sonowal or pisot mekuri dore thaki sonowalok lat mari delhit goi CM krne planning korile tar pisot ki hoise..Job dise aibor kaar himanta property bikri dise nki..Loan loi loan loi solai ase..ki korise medical college bonaise, bridges bonaise kewl bonai ase ru aji ata manuhe adin Kam koribo ngle ghrt khable nathake...BJP Congress buli ktha nai kone ki korise kotha nai kotha hol beya Kam korile mat mariblei paribo lage BJP andhovonkto hoi thakibo nalage baa congress or ..

    • @kumudbaruah2001
      @kumudbaruah2001 24 วันที่ผ่านมา +1

      ​@@ShakahanAli-pr2ncযোৱা লোক সভা ইলেকচনত ৯৯ খন বিধান সভা সমষ্টি ত বিজেপিৰ প্রচণ্ড অগ্রগতি হৈছে। পাহাৰ ভৈয়াম, বৰাক, ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনতাই বিজেপিক বিছাৰিছ। কংগ্রেসক নাকচ কৰিছে কাৰণ কংগ্রেস মিঞা মুছলমানৰ দল বাংলাদেশী পূৱপাকিসঠানীৰ দল এই মিঞা মুছলমানৰ দল টোক কোনো হিন্দু ৱে প্রহন নকৰে।

  • @suravispakghor4443
    @suravispakghor4443 24 วันที่ผ่านมา +6

    Bhupen bora ajon moha pagol

    • @lakhikrchintey5693
      @lakhikrchintey5693 24 วันที่ผ่านมา +1

      থাতকে তোমি বেছি পাগল

  • @apalnarah9459
    @apalnarah9459 22 วันที่ผ่านมา

    Jolon puron kotakobonage dukia raije banot dubgose hebar sabojabolage.kamnai beta

  • @sumitddey7705
    @sumitddey7705 24 วันที่ผ่านมา +3

    😂Miya,r dol congress

    • @BhupenGogoi-jp6ti
      @BhupenGogoi-jp6ti 24 วันที่ผ่านมา +2

      Moi.hindu
      Moi.nijor.hindu.koni

    • @kumudbaruah2001
      @kumudbaruah2001 24 วันที่ผ่านมา +1

      ​@@BhupenGogoi-jp6tiকংগ্রেস এতিয়া সম্পূর্ণ ভাবে মিঞা মুছলমানৰ দলত পৰিণত হল। মিঞা মুছলমানৰ বাদে কোনো সচেতন হিন্দুৱে কংগ্রেস ক পচণ্ড নকৰে। অসমলৈ কংগ্রেসেই মিঞা মুছলমান আনি অন্য এখন বাংলাদেশ সৃষ্টি কৰিলে। সেই কংগ্রেস অসমৰ শত্রু হিন্দুৰ শত্রু। কোনো সৱভিমানী হিন্দু ৱে কেতিয়াও কংগ্রেসক আঁকোৱালি নলয়।

  • @KrishnaMandal-cl8xk
    @KrishnaMandal-cl8xk 24 วันที่ผ่านมา +8

    ভোপেন বৰা পাগল

    • @BhupenGogoi-jp6ti
      @BhupenGogoi-jp6ti 24 วันที่ผ่านมา +1

      Ma.ka.dim

    • @lakhikrchintey5693
      @lakhikrchintey5693 24 วันที่ผ่านมา +2

      নিজে পাগল হোৱাৰ কাৰণে আনক পাগল বুলি কৈছে

    • @pratimasarma1737
      @pratimasarma1737 24 วันที่ผ่านมา +2

      পাগলে সকলোকে পাগল বুলিয়েই ভাবে।

  • @user-xh7gb3ze3g
    @user-xh7gb3ze3g 24 วันที่ผ่านมา +1

    ভূপেন বৰা হৰা নেতা 😂😂😂😂

  • @Xxhxjxjx
    @Xxhxjxjx 24 วันที่ผ่านมา +1

    Boka satiowa rajniti eri unnayanat gurutta dile raij upkrita hobo

  • @rishirajomivaidya5648
    @rishirajomivaidya5648 24 วันที่ผ่านมา

    Congress ahele miyar utpat besi hbo axomiya r krne beya....nlagee Congress

  • @DineshBaishya-le4oz
    @DineshBaishya-le4oz 21 วันที่ผ่านมา

    BJP mukta india

  • @nabasahariah4991
    @nabasahariah4991 24 วันที่ผ่านมา

    Balar congress

    • @lakhikrchintey5693
      @lakhikrchintey5693 24 วันที่ผ่านมา +2

      লেওৰা বিজেপি

    • @SwapnaDutta-he3xb
      @SwapnaDutta-he3xb 21 วันที่ผ่านมา

      ​@@lakhikrchintey5693bhapanborasgaborsckamilogatassuprodipduttagfromlakhipsthrr

  • @dipankusaika5754
    @dipankusaika5754 24 วันที่ผ่านมา +2

    আপোনালোকৰ দিনত কি কৰিছিল 15বছৰ লুটি পুতি খালি এতিয়া একো তেটো ফালি চিয়ৰিব আহিছে ? তহঁতে অসমীয়া জাতিটো ক শেষ কৰিলে ?

    • @bitukonwar2116
      @bitukonwar2116 23 วันที่ผ่านมา

      এতিয়া ন বিজেপিৰ কেওজন পূৰ্বৰ কঙগ্ৰেজত থাকি চুৱা চেলেকি আছিল নহয়।।।

    • @GrooveEcho22
      @GrooveEcho22 21 วันที่ผ่านมา

      Atia he assomia jatitu nuhua hobo dhorice.. JOI AAI AXOM r jagat JAI SHREE RAM hunibo paicu.

  • @PrabirChandraDeka-nh4qo
    @PrabirChandraDeka-nh4qo 21 วันที่ผ่านมา

    Right

  • @reofficialvideo4870
    @reofficialvideo4870 24 วันที่ผ่านมา +2

    Right