মুখ্যমন্ত্রীলৈ কি প্রত্যাহ্বান সাসংদ গৌৰৱ গগৈৰ?
ฝัง
- เผยแพร่เมื่อ 14 ก.ย. 2023
- গোসাঁইঘৰত কোন, মই কল খোৱা নাই। এই ফঁকৰা যোজনাটিৰেই মুখ্যমন্ত্রীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ প্রত্যুত্তৰ দিলে সাংসদ গৌৰৱ গগৈয়ে। গোলাঘাটত সংবাদমেল সম্বোধন কৰি বৃহস্পতিবাৰৰ দিনটোত বিধানসভাত ভূমি কেলেংকাৰীৰ সন্দৰ্ভত প্রত্যুত্তৰ প্রদান নকৰি সাংসদগৰাকীৰ সৈতে একপ্রকাৰৰ এক্স হেণ্ডেল চুপতিত লিপ্ত হোৱা ঘটনাক অতিকৈ লজ্জাজনক আখ্যা দিলে গৌৰৱ গগৈয়ে। সমান্তৰালভাৱে ভূমি কেলেংকাৰীৰ তদন্ত দাবী কৰি মুখ্যমন্ত্রীৰ পত্নীৰ কোম্পানীয়ে যদি ৰাজসাহায্য পোৱা নাই তাৰ প্রমাণ দিয়ক বুলি মন্তব্য সাংসদগৰাকীৰ।
#pratidintime #gauravgogoi #assam
Gaurav gogoi❤ the next CM of Assam
No,
Yes
হব লাগে ।
Good joke😂
@@PranganSharma.00001 সম্পত্তি বেছি দিয়া 1500 টকা পোৱা সকলে এনে কথা কয়। আপুনি কিয় দুৰ্নীতিৰ পৰায়ন হিমন্ত বিশ্বক সমৰ্থন কৰে কব পাৰিব নে ? নোৱাৰে। 1500 টকাত বিক্ৰী যোৱা ঘি নথকা মাথা থকা বিলাকে নোৱাৰে?
গৌৰৱ গগৈ এজন সাহসী মানুহ , গতিকে এই মিছলিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব কথা ৰাজহুৱা কৰি দেখাওক ৰাইজক । ৰাইজ সদায় গৌৰৱ গগৈ লগত থাকিব ।
Sergibmefat bal
ৰাইজৰ টকাৰে চিএমে মাইকী লগত মিলি আম্বাণী দৰে হব বিচাৰিচে গগৈয়ে সত্যতো কৈচে
বাঘৰ বাচ্ছা বুলি কলো গৌৰৱ গগৈক..যিজন মানুহে অমিত শ্বাহৰ নিচিনা এটা বিপজ্জনক মানুহক চকুত চকু থৈ সাহসেৰে সংসদত কথা কব পাৰে..কপাল সাধি অসমীয়াই এনে এজন সাহসী নেতা পাইছে..হিমন্তৰ দৰে চুৱা চেলেকা ডকাইত ফেউৰা নেতা অসমৰ গৌৰৱ নহয়... গৌৰৱ গগৈ অসমৰ গৌৰৱ
Right
Hasai গৌৰৱ গগৈ অসমৰ গৌৰৱ।future of assam
Good Gaurav Gogoi Da 🙏
বাছা লৰা বুলি তাচ্ছীল্য কৰা পৰিণাম কেনে?
জন
ল,
গৌৰৱ গগৈ ডাঙৰীয়া এজন সাধাৰণ মানুহ নহয় অসমৰ গৌৰৱ তেখেত ।
ইমান ঘোটালা কৰিছে লাজ লগা নাইনে বাৰু।কত থই বাৰু নাকটো ।চি হিমন্ত চি ।
অসমর গৌরব গৌরব গগৈ 🎉❤
পদত্যাগ কৰক মূখ্যমন্ত্ৰীয়ে যদি লজ্জাহীন নহয়
আপোনাৰ সকলো কথা সত্য
অহাবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক ৰাইজে মুখ্যমন্ত্ৰীৰ বাবে নিৰ্বাচন কৰক আমাৰ মাজত এনেকুৱা সাহসী ডেকা লৰাৰহে প্ৰয়োজন
K
Ekdom right 👍👍
Gourav gogoi jindabad
এতিয়া অন্ধ ভক্ত সকল কিবা কবনে।
Ki kobo BJP daalal hokole😮😮
Gourab Gogoi is an intelligent politician. Very humble and gentle. Our future CM. God bless you.
Right
Gourov dada you are right
Excellent dada we are always with you. Excellent 👍🏻👍🏻
দেশত কৈ মোমাই ডাঙৰ নহয়।
Right sir, এইবাৰ আপোনাক বিচাৰো৷৷ এইজন ডলাবগৰী ফাল্টু মূখ্যমন্ত্ৰী আমাক নালাগে৷
ভূমি ৰ চাইজ দেখি শীঘ্ৰে পতন হব যেন হে লাগিছে 😂 🍌
এইটো ধৰা পৰিল কাৰনেহে অসমৰ ৰাইজে গম পালে , কিন্তু এনেকুৱা কৌটি কৌটি টকা গম নোপোৱাকৈ আৰু কিমান খাই আছে কোনেও গম নাপায় ।
শিশু গৌৰৱক এতিয়া বুজি লওক মুখ্যমন্ত্ৰীজনে।
গৌৰৱ গগৈ ডাঙৰীয়া আপুনি সংসদত মাত মাতক তেতিয়া বুজি পায় যাব সকলোৱে
গৌৰৱ গগৈ আচলতে অসমৰ গৌৰৱ।অহাবাৰ মূখ্য মন্ত্ৰী হ'ব অসমৰ।
এতিয়া ইয়াত বিজেপি ৰ অন্ধভক্তই কমেন্ট নকৰে লাজ পাব যে
Tamam dise gogoi e
Gaurav gogol zindabad
Gourav gogoi zindabad
100%Right
Gaurav amar Axomor Gaurav ❤
যি সময়ত টিউটৰ শিক্ষক চিঞৰি চিঞৰি নিজৰ জীৱন শেষ কৰিলে। টকা নাই, দৰমহা বঢ়া নাই, সকলো টকা একে ঠাইত,
নিজৰ ঘনিয়েকৰ নামত ১০ কোটি টকা, আমি ১১৮০ টকাত Cylinder কিনিব লাগে ,মাহে মাহে current ৰ বিল বঢ়াই থাকিব কথা হল নেকি । CJI chandrachud ডাঙৰীয়া ভাল মানুহ আছে নহয় case কৰিব লাগে ।
আৰু ভোট দিয়া বিজেপিক
Gaurav Gogoi is really intelligent. We need such politicians in Assam.
0p
Kunu rajnoitik neta palinetak proxongkha kori lav ni... congress r dinotu durniti hoisil..
বাদ দিয়া হে, this is also important matter,গম পাবা মামা দিন চমু চাপিছে তোমাৰ,এইবাৰ সিংহ গুজৰিছে নীলা শিয়াল তুমি আৰু নোৱাৰিবা মামা 😮😮😮
GG is unquestionably Best MP from North East
ধন্যবাদ গৌৰৱ গগৈ ভাঙৰীয়া ।
অন্ধভক্ত কোনোবা আছেনে ?
Andhobokto kisuman ase but aitu video r tolot nai paralyse hoi gol bole 😂 andhobokto r 😅
মান হানি গোছৰ দিব পাৰিব নে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ? নোৱাৰে , কাৰণ নিজেই ফচি মৰিব কিজানি-😂😂
Bap sai beta salute Gaurav Gogoi sir ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Gaurav Gogoi zindabad
এই বিলাক খবৰ ৰাইজে গম পালে, আপোনাৰ যুক্তিক স্বাগতম 🙏🙏, এশ গৰু মাৰিলে বাঘৰ মৃত্যু হয়, ভগৱান আপোনাৰ সহায় হওক🙏🙏🙏🙏
BJP অন্ধ ভক্ত সকলে চকু কেইটা ডাঙৰকৈ মেলি চাওক। চি চি লাজৰ 😅😅😅
Goru suror xomorthok
চি চি মামা কেনেকৈ জীয়াই আছা তুমি
লোভীয়াৰ লাজ থাকিলেহে মৰিব ৷ ৰাইজ তেখেতক বুজিবলৈ আৰু পলম নকৰিব ৷
Right
অখিল
লুৰিণৰ পিছত গৌৰৱ গগৈ অসমৰ ভবিষ্যত
Bhal lage enekuwa ajon xangkhod paai
Ki hey apuni kia dumukhia khapr dore karise. Khatyor pratik Akhil gogoik gali pari Gaurab gogoi khamarehan karise. Thik ase Gaurab gogoi gogoi ajon santa swabhabr mulya budhr rajnity kora bekti. Kintu khenuk dekhi randhe khenuk dekhi duar dang mora arok.
Muku kunu arajnoitik ba rajnoitik dalr ajiloike khadisya hua nai aru bhabissateu nahou. Ji a mulyabudhr khamajik nyair rajnity kariba moi khei garakik khamarthan karim. Kintu bekti swarthar rajnity kora khakal k moi ghrina karu.
Mama tumi gola aru bjp sarkar bey bey 😅
গৌৰৱ গগৈ ,ছাৰ ,জিন্দাবাদ ।❤❤❤
Sudur bhai....himOto haril
Now that's called a matured politician. Each point has a valid reason.
আছু আৰু জুৱিন দাই কি কয় এই বিষয়ৰ ওপৰত বা
My favourite GGG , gutai bhartborkhot protinidhitwa kora biyokti, He is genuine leader
Moi nibisaru aru BJP eik amar Assomot sarkar hobo........😊😅😂
মহিলা সকলক পটাই থৈছে দেই ----টোপেই টোপ!
লভিয়াৰ যিমান পাই সিমানে নাতে
Well done G.G ❤🔥🔥🔥
Fali dise kintu Gogoi da e
Pura jagat disa kintu mamak
ভাল লাগিল আপোনাৰ কথাবোৰ /
Mama desh se bada nahi. 😂
দুখিয়াৰ তেজ সুহি সুহি খায়ছে।
Jab Miya Biwi Raji kya karega Kaji. Ji hok nohok aaji j panchayat bill tu Gaonr raizor uporot Sarkar ae Madhomaar dile. Pukhuri aru tubewell/ borewell aase Jodi diba Tax aaru😢😢😢 Anyways Hope to see you As a Future CM soon.
Mama I am BJP voter but aapunar din ses cage, karon aapuni je ki kore mama.... Kuno mai ka lal nai je kobo Modi ji ak toka kiba korise buli .........
Good question 🙋
Very very nice gourop
Zinda bad sir.
খেল জমিছে দেই ।
(সৰু ল'ৰা আৰু ডাঙৰ ল'ৰাৰ খেল)
Gaurav Gogoi Sir longlive next CM of Assam💯%💪
Gaurav gogoi,akhil gogoi,lurinjyoti gogoi ek hoi jok kunu hilabo nuwaribo.trimurti ❤
Gourav gogoi ajon val jona huna manuh❤
অভিযোগটো অতি গুৰুত্বপূৰ্ণ,ভাল কাম কৰিছে বহুত তাক অস্বীকাৰ নকৰো । কিন্তু বেয়াকাম নকৰে বাকৰা নাই বুলি কোনো নিৰপেক্ষ লোকে কব নোৱাৰে। বেয়াকামৰ অভিযোগবোৰ তথ্য আৰু বিধিগত ভাবে সনদন নকৰি বাৰেবাংকাৰা কথাৰে,ধমকিৰে ভয় খুৱাব খুজিলে কথা বিপৰীত হব পাৰে বুলি নাভাবে কিয় ! !
2026 100/ Comgress jitibo Assam Yot. Sir.Aponi Chief Minister Hobo Lage.Raij Wait Kori takilu..
Aru val nalage sei eketa sarkarok atia bor amuni lagigol amar Assomot......
gaurab gogoi is one of the best mp of assam
Hemanto family assam gili khise
We need you our future cm gourab gogoi
Correct correct
26+ CM gaurav Gogoi 100% zindabad ❤️❤️❤️
Sob hekh kri pelaise mama mami ye
Next road construction kelengkari tur uporot tadanta karak ...
Very good news
We want justice
great gogoi
Well come for future CM.
Well done GG
Good Better Best
Gaurav gogoi sir ❤ thike koise
Congress
Gorov gogoi batsa lora mama ..kene 😅badsa lorai udonghai dise hokolu ..
গৌৰৱ গগৈ সৎ সাহসী মানুহ
Atyahe haitha matit porile sage 🫵🏻🤣
Gaurav Gogoi jindabad ❤
Good salutes bhai
🎉
Good
G.Gogoi.very.good.Dhar.Dhar.val.ki.dhra.good.
Good action
Val lage Gaurav dak❤❤❤
Gowrob Gogoi jindabad
প্ৰতি দিনৰ স্বতাধিকাৰী জয়ন্ত বৰুৱা ডাঙৰীয়া,
আপুনি হিমন্তৰ পাল্লাত নপৰিব ৷ এটা অসাংবিধানিক মুখ্যমন্ত্ৰী অসমৰ ৰাইজে পালে ৷ ১০ কোটি টকাৰ ৰাজ সাহায্য সাংসদ পল্লৱ লোচন দাসে ই লোকসভাত তথ্য দিচে ৷ আৰু এতিয়া আবুল তাবুল বকি আছে হিমন্তই ৷ ফটোৱা এটা হিমন্ত ৷ টকাই খকে ধৰিচে তাৰ ৷
Gaurav Gogoi 🙏