MjnbmkmmjjimiminmmjjmmbjmjjmjmjnmmjmjjjmjjmjbjnmjjmmmmjmmiiinmjbimjjjibjmbmbjjmjmmnmjnmjjmnmbmjjnmjmjjbmjmmiimibimmmbimjibmnmjmmjjmmjjjbmiimijnjjmiimimimimjmmiimimmkmiimjnimmmbminmknimjmmnijnmjjmimmmnmjimmimiijmimimimimimbnmkmkkmkkbijmjjbmjjkmkjmnmjmiijjbjmijmjimnimimiiimjmjmjmjmnmjmjjijjjmijjmjnmjimimjmijmjimiiimjmiiinmnilmmimiikmimimjinkmjmiimimmilimmmiiiijmmmjjmbbmmmlijmimiijiiimjikibkmkimkiikibnbjinimiiiibmiijmbibimimjmimijbiiniiimkkjijikiibiiiiminjiimimniimiiiinmibbinijiminiikniiibjbiiibiinmijmmimnbmmiiiimmiiilmkkkiikbiiimlmbinmmimnbiiljiimiimniikbmijljikmmbimnmjmimibinjmiNJnkiibmkiibkmbkjibinmibminbiiiiinijilmmkbiihbjmibmibjmimbmbbijbkjiibjiibibiijbiikjm8jbkmjibkkbkmbjiiibmjbbiibmkjiiiijbjmikbinmimjkjmkijmijmijbmijibninbiininknmmijbniijibibkNJnmiminmmibmijmjibmbmiinmbijimbiibbbjibibbiiibmjbimbmjkmjmijmjmkmibinmiiiijiinbkbbmmbk!jbkbmibiimbjiiibiibiibiiikiiiiiminibjinimijmijbmkiijmjmkjkbmjiibjmimjblimmiiiiibbjiijibijbmbbmnbiljbkiibjjbbijohinbibijbjjnbiiniijjibjmkkjbmimjlknmibijbiiibibbmbjbbjibjbibblinjimminobmblbjkbmijimbjbmbbibmlbmmijbijbbiibiiibjbiiiibjibjbbnkmbijbijkijmjbmbijibmbmjjbmbmjmimjiiiiinibibmbijiiiiiibimjbbbmiiikibbnmiijbbinknbiimbmmnmnmmnmmnmbmnmnnmmmnnmnmnnnmmnnmmmnmnmnmnmnnmmmmnmmmmmmmmnmmnmbmnmmmnnmmnnmmnmnmnmmkmmmnmmmmnnnmnmmmnmnmmmnnmnmnmnmmmmnmnjmmmnmnmnmknmnmmnnmnmmnmnmjnmmnmmmnmmmmmmmnnmnmnmnnmnmmnmnmnnnnmmmmnmnmmmmmmnmnmnmnnjnnmnmmnjnmknnnnnmmnnmnmmmbnnmmnmnmnnmmnmnnnnnmnmnmnmbmmmnmmmnmmnmmnnmnmnmnmnnnnnnnnnnnmmmnmmmnmnmmmmnnnnnmnnmnmnnmmmmnmnmmmmmmmmmmnnmmnmmmmnmnmnnnnmknnnnmnmmmnmmnmmnmmbmmmmnnmmmmnmnnnnknnmkmmnmnjmmmmmnmmnmmnmnmmmnmmmmnmnmnnnnnnnnnnnnmnnmmbmmmmmnmmnmmmmmnmnknmmmnnmnkmnmnmnknmmmnmmmbmnmmnmnmmmmnmmnmmmnmmnmnnnnnnmmnnmnmnnmnmnmmmmmbmmmmmmmnmnmmnmmmmnmmnmnmnmnmmnnnmnnmnnmmmmmmnmnmnnmmmmnbmnmmnnmnmmnmnnmmnnmnmnnmmmnmmmnmnmmnmnmmmnmmnnmmmmmmnmnmmnnmmnnnnnnmmnmmmmmnnmmmmmmmbmnmmmnnmmnnmnkkmnnmnmnmmnnnmnmmnmmmnmmnmmnmnnmnnmmnnnmnnmmmmmmmnmmmmnmmnmnmmnnnnnmmnnmnnnmmnnmnnmmnmnmmmmmmnmnmnmmnmmmnmmmnmmnnmmnnmnmnnnnnnmnmmnmmnmmnnmmmmmnmmmmmnnnmmnnmnknmnnnmmmmmmmmmnmmmpmmnmmnmnmnmnnmnjmjmnnmnmmnmnmmmnmmnmmnmnnmnnmimjnnnnnmnnnmmmnmmmnmnmmmnnmmjnmmnnnmmnnnmmmnmmmmmmmmmnmmnmmmmnmnnmnnnnnnnmmmmnmmmmmmmmmmmmmnmmnnmmmnnnnmnnnnnknknnmnmnmnmmmmmmmbnmmmmnmnmnnnbnnnmnnnmjnmmmmmnmmmmnnnnknmnnnnmmnnmmnmmnmnnnmnjnnnnnnnnnmnmnnmmnnnnnkmnnnnmjmnnnnnmmmmnmnnmnmmnjmnnmnmnnmnmnknmmmmmnnjmnnmnnnmnmnnmnmmmmmmmnmmmnnnnnmnnnmnnmnnnnmmmmmnmmmnmnnnmmnnnnmnnmnmmnmmmmnmmmmnnmnmnnnnnnnnnnmmbmmmmmmmnnkmmmmmmnnnnnnnnnmbmnmmmmmmmmmmnnnnnnnnnnnknjnmnpmnpo9😊plpllhlllhllhppujlplpupuujKii kitByMI MI MI
চলে বলে কৌশলে এইটোৱেই বুজাই দিছে আমাৰ C M SIR এ যে এইবাৰ বিজেপিক ভোট নিদিব বিপদ অনিবাৰ্য। 🦞🐊 Directory টো কব নোৱাৰেঁ গতিকে বুজিব পাৰিছে নিশ্চয়েই অসমৰ ভাষিক সচেতন অসমীয়া ৰাইজে। জয় আই অসম। ধন্যবাদ। 🙏
Yes yes yes I'm interested I love you sir you are very very good work, Modi ,yougi tar parsot Amar baghe Himanta ssssssss siiiiiiirrrrrrrr I proud to you sir ,
সেইবোৰ কৈ কৈ মানুহ বোৰক আৰু কিমান সাধাৰণ মানুহৰ মূৰৰ বিকৃতি কৰাই , সাধাৰণ মানুহক , সুখ শান্তিৰে জীয়াব দিয়ক , ধনী বোৰ আৰু আপোনালোকে বুজি নাপায় , যে আমি কেনেকৈ তিল তিল কৈ জীয়াই আছোঁ
জনসাধাৰণৰ ভালৰ বাবে কাম কৰিলে বেছি ভাল লাগে,,,,, দুখীয়া দৰিদ্ৰ মানুহক শান্তিৰে জীয়া ই থাকিবলৈ দীয়ক,,, সন্মানীয় মুখ্য মন্ত্ৰী ডাঙৰীয়া কথাষাৰ কোৱা বাবে ক্ষমা কৰিব,,,
3D or 1w
চাকৰিৰ কাৰণে exam দিব কিয় ওচৰৰ ঠাইৰ পৰা বহু দূৰত exam চেণ্টাৰ পৰে সেইটো লাগে ওচৰত কিয় দিব নোৱাৰে এইবোৰ কি ভেকো ভাওনা নহয়
Bht fotuwami hoi ase amar lgt . Simple ktha kintu kuneu buj noloi
Ahi thaka exam sage cancel ea kori dibo
channel kot pabo tetia hoine 😂😂
Mr dkhn osrt a pori ase
0
Bu @@zng0606
কথা চহকী.... এওঁ ভালকে জানে অসমীয়াক কেনেকুৱা কথাই মন ভুলাব পাৰে.... আজি লৈকে অসমীয়া ৰ মূল সমস্যা বোৰ সমাধান ৰ বাবে কি পদক্ষেপ গ্রহণ কৰিছে....
Lecture main
Kotha sohoki nohoi kamor manuh hoi.Kintu sobe support korile ha 100% result pabo
😂😂😂😂👍👍👍👍
100%
@@deepkalita1398 0
এইটো system চলি আছে আৰু চলি থাকিব😢নহ'লে গুৱাহাটিত ফ্লেট কিদৰে কিনিব?এতিয়াও oc,sp,dc,mondol,sdc এ টকা খোৱা বন্ধ কৰা নাই
Mondol a aibilak besi kore
Right
Misa ktha kunew ak paisa o nakhay
Hoi, BJP Aru enti corruption beleg hobo nware.
কোৱা আৰু কৰা বহুত পাৰ্থক্য।
সমগ্ৰ ভাৰতৰ ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীৰ
ভিতৰত অসমৰ মুখ্যমন্ত্ৰীয়েই সবাতকৈ দাম্ভিক আৰু অহংকাৰী ।
কেৱল দাম্ভিক অহংকাৰীয়েই নহয় তৰল তথা ফটোৱা লাগ বান্ধ নোহোৱা কথাৰে মুখ্যমন্ত্রীৰ আসন গৰিমা লাঘৱ কৰিব পৰা ব্যক্তি। তাৰোপৰি নিজ স্বাৰ্থৰ সিদ্ধিৰ বাবে যিকোনো পৰ্যায়লৈ নামিব পৰা দ্বিতীয় জন হয়তো নোলাব। আমাৰেই অতি দু্ৰ্ভাগ্য যে এনে এজন অধীনত থাকিব লগা হৈছে।
মহম্মদ বিন টোঘলকৰ দ্বিতীয় সংস্কৰণ।
সচা কথা। সচাকৈ ভাল লাগিল। কিন্ত অসম, অসম হৈ নাথাকে।
সুন্দৰ শৰ্মা ছাৰ ।
অহংকাৰ কৰাতো একদম ভুল,অহংকাৰে পতনৰ মুল কাৰন ~~~🙏❤️🙏❤️🙏❤️
কথাটো সত্য । ভাষণত আৱেগিক হৈ কোনো লাভ নাই । ৰাইজে যাতে সচেতন হয় । বাৰে বাৰে যাতে ঠগ নাখায় উন্নতিৰ নামত । তাৰ বাবে আমি practically মজবুত হোৱা উচিত ।
সুন্দৰ কথা কৈছে
Great সকলো আপোনাৰ দৰে হব লাগে
সকলো বোৰ কথাই সঁচা ,কিন্তু ইয়াক কেনেকৈ নিকা কৰিব লাগে, তাৰ বাবে পদক্ষেপ লব লাগে ।
সুন্দৰ নিদৰ্শন।
কথাখিনি বৰভাল, উদ্দেশ্য ও ভাল, কিন্তু এই সময়টোত প্ৰচাৰৰ অন্য উদ্দেশ্যৰ গোন্ধও আছে ।
এইবোৰৰ সমাধানৰ বাবে সহজ লভ্য কৰাৰ ব্যৱস্থা কৰিব লাগে।আগৰ ঘুনেধৰা নিয়ম বাদ দি নতুন নিয়ম গঢ়িব লাগিব।
হয় মন্ত্ৰী মহোদয়,মই 09/03/2022 মোৰ গাড়ী RC কাম শেষ কৰিলো।ডাক যোগে পাব বুলি ক'লে।কিন্তু ডাক ঘৰত আজিলৈকে নাই অহা বুলি কয়।উৎকোচ নিদিলে এনেকুৱাই লেহেমীয়া হয়।
বিজেপি অহংকাৰী আন চৰকাৰ ইমান অহংকাৰী নহয়৷ সকলো চেলেপু গোট খাই আছে।
সুন্দৰ অতি সুন্দৰ ছাৰ
Aji mor vall lagil kotha khini.Thanks.Sir
Mama verry verry thank.
অতি সুন্দৰ স্বীকাৰোক্তি। অহংকাৰেই পতনৰ মূল...
Really...... true ur bites...done it. God bless u
P
মুখ্যমন্ত্ৰী মি: হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া , আপোনাক এনেদৰেই কও --- এই ব্যৱস্থাটো আপোনালোকৰ মৰিগাঁৱৰ এম এল এ জনে মীন বিভাগত বিভাগীয় বিষয়াৰ দ্বাৰা দালাল লগাই সাত/আঠ লাখ টকাকৈ ধন তুলি তেওঁও ভাগলৈ চাকৰি দিলে । পৰবৰ্তী প্ৰায় ২১৩ জনৰ দুই তিনি বছৰৰ পিচত চাকৰি হেৰুৱালে । এতিয়া মাটিবাৰী বিক্ৰী কৰি লন্দাচাৰ হ'ল । ধন বিচাৰি গলে ধন ওভতাই নাপায়। কোনোৰ ঘৰত মতা তিৰোতাৰ প্ৰায় বিচ্ছেদৰ অৱস্থা । নিতৌ মাৰ পিত । ধন বিচাৰি গলে দালাল আৰু বিষয়াই গুণ্ডা লগাই মাৰ পিত ( প্ৰয়োজন হলে মেডিকেল আদি দিব পাৰিম ) কৰা সহজহৈ পৰিছে । আপোনালোকে এম এল এ , বিষয়া , দালাল ৰক্ষাৰ সহজ কথাকৈ দিব " উৎকোচ লওতা কিম্বা উৎকোচ দিওতা সমানেই দায়ী " আখ্যা দি সেই বদমাচ সকলক বচোৱাৰ উপায় কৰি থৈছে। এই ব্যৱস্থাটো অৱসান কি সেই বিষয়ে কিয় সমিধান নিদিলে ? ঘৰে ঘৰে জ্বলা জুই কুৰাৰ উপসমৰ ব্যৱস্থা কি ??
! TV
No clue ... VccZ
@@bishwajitmazumder9361 qwwwww$wwwwwwwwwww
এতিয়া অসম কেবিনেট মানেই হিমন্ত বিশ্ব। তেখেতৰ ইচ্ছাই আইন। আন সকল মন্ত্ৰী তেখেতৰ ওচৰত নিৰৱ, নিমাত, নিজৰ মত প্ৰকাশ কৰিৰ্বলৈ অপাৰগ,। আজ্ঞাবহ ভৃত্য।
Aaa
MjnbmkmmjjimiminmmjjmmbjmjjmjmjnmmjmjjjmjjmjbjnmjjmmmmjmmiiinmjbimjjjibjmbmbjjmjmmnmjnmjjmnmbmjjnmjmjjbmjmmiimibimmmbimjibmnmjmmjjmmjjjbmiimijnjjmiimimimimjmmiimimmkmiimjnimmmbminmknimjmmnijnmjjmimmmnmjimmimiijmimimimimimbnmkmkkmkkbijmjjbmjjkmkjmnmjmiijjbjmijmjimnimimiiimjmjmjmjmnmjmjjijjjmijjmjnmjimimjmijmjimiiimjmiiinmnilmmimiikmimimjinkmjmiimimmilimmmiiiijmmmjjmbbmmmlijmimiijiiimjikibkmkimkiikibnbjinimiiiibmiijmbibimimjmimijbiiniiimkkjijikiibiiiiminjiimimniimiiiinmibbinijiminiikniiibjbiiibiinmijmmimnbmmiiiimmiiilmkkkiikbiiimlmbinmmimnbiiljiimiimniikbmijljikmmbimnmjmimibinjmiNJnkiibmkiibkmbkjibinmibminbiiiiinijilmmkbiihbjmibmibjmimbmbbijbkjiibjiibibiijbiikjm8jbkmjibkkbkmbjiiibmjbbiibmkjiiiijbjmikbinmimjkjmkijmijmijbmijibninbiininknmmijbniijibibkNJnmiminmmibmijmjibmbmiinmbijimbiibbbjibibbiiibmjbimbmjkmjmijmjmkmibinmiiiijiinbkbbmmbk!jbkbmibiimbjiiibiibiibiiikiiiiiminibjinimijmijbmkiijmjmkjkbmjiibjmimjblimmiiiiibbjiijibijbmbbmnbiljbkiibjjbbijohinbibijbjjnbiiniijjibjmkkjbmimjlknmibijbiiibibbmbjbbjibjbibblinjimminobmblbjkbmijimbjbmbbibmlbmmijbijbbiibiiibjbiiiibjibjbbnkmbijbijkijmjbmbijibmbmjjbmbmjmimjiiiiinibibmbijiiiiiibimjbbbmiiikibbnmiijbbinknbiimbmmnmnmmnmmnmbmnmnnmmmnnmnmnnnmmnnmmmnmnmnmnmnnmmmmnmmmmmmmmnmmnmbmnmmmnnmmnnmmnmnmnmmkmmmnmmmmnnnmnmmmnmnmmmnnmnmnmnmmmmnmnjmmmnmnmnmknmnmmnnmnmmnmnmjnmmnmmmnmmmmmmmnnmnmnmnnmnmmnmnmnnnnmmmmnmnmmmmmmnmnmnmnnjnnmnmmnjnmknnnnnmmnnmnmmmbnnmmnmnmnnmmnmnnnnnmnmnmnmbmmmnmmmnmmnmmnnmnmnmnmnnnnnnnnnnnmmmnmmmnmnmmmmnnnnnmnnmnmnnmmmmnmnmmmmmmmmmmnnmmnmmmmnmnmnnnnmknnnnmnmmmnmmnmmnmmbmmmmnnmmmmnmnnnnknnmkmmnmnjmmmmmnmmnmmnmnmmmnmmmmnmnmnnnnnnnnnnnnmnnmmbmmmmmnmmnmmmmmnmnknmmmnnmnkmnmnmnknmmmnmmmbmnmmnmnmmmmnmmnmmmnmmnmnnnnnnmmnnmnmnnmnmnmmmmmbmmmmmmmnmnmmnmmmmnmmnmnmnmnmmnnnmnnmnnmmmmmmnmnmnnmmmmnbmnmmnnmnmmnmnnmmnnmnmnnmmmnmmmnmnmmnmnmmmnmmnnmmmmmmnmnmmnnmmnnnnnnmmnmmmmmnnmmmmmmmbmnmmmnnmmnnmnkkmnnmnmnmmnnnmnmmnmmmnmmnmmnmnnmnnmmnnnmnnmmmmmmmnmmmmnmmnmnmmnnnnnmmnnmnnnmmnnmnnmmnmnmmmmmmnmnmnmmnmmmnmmmnmmnnmmnnmnmnnnnnnmnmmnmmnmmnnmmmmmnmmmmmnnnmmnnmnknmnnnmmmmmmmmmnmmmpmmnmmnmnmnmnnmnjmjmnnmnmmnmnmmmnmmnmmnmnnmnnmimjnnnnnmnnnmmmnmmmnmnmmmnnmmjnmmnnnmmnnnmmmnmmmmmmmmmnmmnmmmmnmnnmnnnnnnnmmmmnmmmmmmmmmmmmmnmmnnmmmnnnnmnnnnnknknnmnmnmnmmmmmmmbnmmmmnmnmnnnbnnnmnnnmjnmmmmmnmmmmnnnnknmnnnnmmnnmmnmmnmnnnmnjnnnnnnnnnmnmnnmmnnnnnkmnnnnmjmnnnnnmmmmnmnnmnmmnjmnnmnmnnmnmnknmmmmmnnjmnnmnnnmnmnnmnmmmmmmmnmmmnnnnnmnnnmnnmnnnnmmmmmnmmmnmnnnmmnnnnmnnmnmmnmmmmnmmmmnnmnmnnnnnnnnnnmmbmmmmmmmnnkmmmmmmnnnnnnnnnmbmnmmmmmmmmmmnnnnnnnnnnnknjnmnpmnpo9😊plpllhlllhllhppujlplpupuujKii kitByMI MI MI
মামা আপুনি সঁচাকৈ বহুত ভাল আপুনি ৰাইজৰ কথা ভাবে
সুন্দৰ বক্তব্য ধন্যবাদ আপোনাক ❤❤❤
সুন্দৰ মূখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক প্ৰণাম জনাইছোঁ 👏, আপুনি ভাল কথা কৈছে
Hamanta Mama jindabad Modi sarkar jindabad.
Really Right Assam C M
বহুত ভাল কথা কৈছে ছাৰে । সময়ে সময়ে ব্যৱস্থা লোৱা উচিত এইসকলৰ ওপৰত ।
ৰাইজক এই বোৰ টুপী পিন্ধাই বাহ বাহ লোৱা কথা।
আপুনি মামা আৰু পিযুজ হাজৰিকা জয়ন্ত মল্লব বৰুৱাই অহংকাৰ বেচিকৈ কৰে
Bohut val lagil sir 🌹🌹🌹🌹🙏🙏🙏
ভাল লাগিল কথাখিনি।🙏
Good speach C m sir
A great leader, unique leader, leader of the people.
এইবাৰ বিজেপিক ভোট নিদিও
সত্যং ব্ৰূয়াৎ প্ৰিয়ং ব্ৰূয়াৎ মা ব্ৰূয়াৎ সত্যমপ্ৰিয়ম্ ।
Verry pointed speech..i like
মামা কিন্তু এই কথাটাত মই আপনাৰ লগত ১০০./' ই লগত আছো। 👍
News live zindabad
Sar beutiful sepch .
Thank you so much sir
It is a TRUE fact
এই বিলাক কৈ বা বা লোৱা চিন্তা,কাৰন কোনো কামে কোৱা ধৰণে হোৱা নাই,।আগতিয়াকৈ জত ইলিগেল কাম হৈ আছে , তাতেই তটক্ষনাত ইকচন লৱ লাগে। তেতিয়াহে কৱ,অ যেনেকৈ কয় তেনেকৈ কাম কৰে, ধন্যবাদ
মহৎ লোকৰ মহান চিন্তা
Very right point so we are sugaring so problem..!
Good very good your coman
We are proud of with our CM.He is great.!
But please look out the increase of price.! ..
চলে বলে কৌশলে এইটোৱেই বুজাই দিছে আমাৰ C M SIR এ যে এইবাৰ বিজেপিক ভোট নিদিব বিপদ অনিবাৰ্য। 🦞🐊
Directory টো কব নোৱাৰেঁ গতিকে বুজিব পাৰিছে নিশ্চয়েই অসমৰ ভাষিক সচেতন অসমীয়া ৰাইজে।
জয় আই অসম।
ধন্যবাদ। 🙏
এতিয়া পৰা হুলিয়া। ধন্যবাদ চাৰ।
Sir//active 🙏🙏
আপোনাক বহুতো ধন্যবাদ কিন্তু কথা আৰু কামৰ মাজত সদায় পাৰ্থক্য দেখা যায় গতিকে আৰু নিকা হয় যেন।
C m mohidaya sir apuni hosa hotha koice 🙏🙏🙏🙏🙏🙏
Sir val Kath kale thank u
Thik kotha
যুক্তি কাটিব পৰা মানুহৰ সংখ্যা কম আছে।
Very nice mama good bless you
good news sir 🙏🙏 apuni first CM apunar ai montyaba Val lagil
Eakdm🙏
Yes sir .... 💯% right
Joi Hoi Akhom 🙏🙏🙏
Great speech sir 🙏🙏🙏
মামাৰ এনেকুৱা কথাবোৰৰ বাবে ভাল লাগে।
শলাগিছো
🙏🙏🙏100%
Xosa kotha koise Mama 👌
Nomoskar sir moi kaku vote nidi u
Yes Sir, ❤❤❤ CM Sir
Simanta biswa sharma jai ho🙏🙏🙏🙏
এইবাৰ গম পাব মামাই
ভোটো দিব লাগে অহংকাৰো ভাঙিব লাগিব নোৱাৰি আৰু দেই।
Akdom hosa kotha sir.ài durniti bilak protiroth korar jonno tani onuroth jonalo sir.
500% carrect Sir. Pl take proper action
সুন্দৰ চাৰ
Dr himanta you are activitedlllllll best you cm কোনে পাতিলে
Good Thinking sir
Salute CM Sir🙏🙏🙏🔥
P
Excellent sir
সচা কথা।
Mur hoise sir anekua. Aje loike efalor pora hifalole ghuri asu
One of the best mama
In all India
Think positive
Be positive
All positive
Right Sir.
সচা কথা কৈছে ।
শিক্ষাবিভাগতো সাংঘাতিক উৎকোচৰ বেপাৰ চলি আছে।বিশেষকৈ BEEO ত...
Very good sir
১৮ মাহ ধৰ্য্য ধৰক,,
পাপৰ বোজা পৃথিৱীত নাইকীয়া হ’ব ৷
Next moi ready achu thanks
Very Very good Sar
মোৰ ঘৰখনো চকু দিয়ক চোৱা চাৰ ল'ৰাটো মেডিকেল ত খাতি থকা চৌধ বছৰ হ'ল। আপোনাৰ অকণমান সহায় লাগে ।
Like it well
very good speace
What a lovely excited lecture our c.m himonto biswa sarma...nd also news live 😀 👏
Yes sir.
Very good.
Iove you sir
Yes yes yes I'm interested I love you sir you are very very good work, Modi ,yougi tar parsot Amar baghe Himanta ssssssss siiiiiiirrrrrrrr I proud to you sir ,
ছাৰ সকলো বিভাগৰে ব্লক লেবেলৰ পৰা সকলো কৰ্মচাৰীকে দুই তিনি বছৰৰ মুৰে মুৰে বদলি কৰণৰ ব্যৱস্থা কৰিব লাগে। একেটা অফিচতে বছৰ বছৰ মানে ১৫/২০ বছৰলৈ চাকৰী কৰি থাকি একোখন দোকান খুলি লয় আৰু অফিচটো পিতৃ সম্পত্তি বুলি ভাবে। বকোত আছে দুজন মান কেৰানী নিজকৈ DC বুলি ভাবে।
কথা বোৰ সঁচা, কিন্তু যি কথা আগত কৈ আহিছে তাৰ আখৰে আখৰে হোৱা নাই,
C.m.sr.zindabad
Sir u are great 😃 apuni vgban