এখোজ আগুৱাই এখোজ পিছুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ก.ค. 2024
  • ১৫ আগষ্টৰ পূৰ্বে হোৱাৰ কথা আছিল অসম মন্ত্ৰীসভাৰ ৰদ-বদল। এখোজ আগুৱাই এখোজ পিছুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
    #pratidintime #assam #assamcm

ความคิดเห็น • 54

  • @hirudas4771
    @hirudas4771 21 วันที่ผ่านมา +24

    মৰিয়নীৰ বিধায়ক জন যদি কিবা কাৰণ মন্ত্ৰী হব লগা হয় তেতিয়া অসমৰ ৰাইজে ভাবকচোন এবাৰ আমাৰ অসমখন কলৈ নিবো ৷

  • @user-hy3rt6eb6i
    @user-hy3rt6eb6i 21 วันที่ผ่านมา +22

    চাকৰী পৰীক্ষা টো কিবা গৰু বেপাৰ যেন লাগিছে অ

  • @pranjal1393
    @pranjal1393 21 วันที่ผ่านมา +7

    উজনি অসমৰ ৰাজনীতি ইমান তললৈ কেতিয়াও যোৱা নাছিল, মৃণাল শইকীয়া, অখিলক বাদ দি এজনো শক্তিশালী বিধায়ক নাই। বাকী প্ৰায় পুতলা, ভিৰু, ৰাজহাড় নোহোৱা, মুখ্যমন্ত্ৰীৰ নেগুৰ হিচাপে বিধায়ক হৈ আছে এনেই। কামত একো নাই সেইকেইজন হোৱা নোহোৱা একেটাই কথা।

  • @parakhmoni21
    @parakhmoni21 21 วันที่ผ่านมา +11

    2026t change krim govt

  • @janardanbora2803
    @janardanbora2803 21 วันที่ผ่านมา +8

    ৰূপজ্যোতিক মন্ত্ৰী পদ দিলে সেইটো আৰু পাগল হৈ যাব আৰু এখোজ😅😅😅

  • @IndalulKhalong...
    @IndalulKhalong... 21 วันที่ผ่านมา +11

    Original BJP leader hokolor value naikiya hoi gose..

  • @janardanbora2803
    @janardanbora2803 21 วันที่ผ่านมา +8

    বিজেপি পতনৰ দিশে গৈ আছে অসমত😅😅😅

  • @user-zw1sl3zs1s
    @user-zw1sl3zs1s 21 วันที่ผ่านมา +4

    চাকৰিয়াল সকলৰ ভোট নেপায় ১0০/.

  • @kishoridas6447
    @kishoridas6447 21 วันที่ผ่านมา +1

    Rupjyoti Kurmi ক যেন এটা মন্ত্ৰী পদ দিয়ে।

  • @Axomi567
    @Axomi567 14 วันที่ผ่านมา

    Rupjyoti dak axomor education minister dibo lage

  • @nivasaikia2249
    @nivasaikia2249 21 วันที่ผ่านมา +2

    Good news❤❤❤

  • @Csk.16233
    @Csk.16233 21 วันที่ผ่านมา +3

    5 bosor nohotei teur je enekua din aahibo xeitu Assamt mur bahire kuneu voba nasil.... Kintu moi bohutok koisilu.... He is not an intelligent politician now....oneday he lost everything....

  • @MoonBora-ni1mc
    @MoonBora-ni1mc 21 วันที่ผ่านมา +2

    ৰূপজ্যোতি k মন্ত্ৰী দিলে BJP Sarkar aru নাইকীয়া হব অসমত

  • @nripenborgohain201
    @nripenborgohain201 14 วันที่ผ่านมา

    উপ- নিবা’চনৰ পিছত অদলবদল কৰক ৷ তেতিয়াহে আচল কেইজন ওলাব ৷

  • @user-fk6oz6k
    @user-fk6oz6k 21 วันที่ผ่านมา +1

    MacDonald mama

  • @DConfusedAatma
    @DConfusedAatma 21 วันที่ผ่านมา

    CM Sir Please ৰূপজ্যোতি বোলাজনক নিদিব।

  • @user-jq1pb7vv5c
    @user-jq1pb7vv5c 21 วันที่ผ่านมา +2

    Mama mne jeng

  • @pranabgogoi6283
    @pranabgogoi6283 21 วันที่ผ่านมา +2

    Bhabiboloi ki asae ? Prothom jonei hol opodartho montry chandramuhon , ji jonok atorabo lagae .

  • @BarunBaruah-zf7vd
    @BarunBaruah-zf7vd 21 วันที่ผ่านมา +1

    100 pap hoi gol

  • @bikashhandique5777
    @bikashhandique5777 21 วันที่ผ่านมา

    Rahul Gandhi ✊