মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন কোম্পানীৰ বেআইনী মাটি ক্ৰয়ৰ অভিযোগক লৈ আজিও উত্তাল বিধানসভা

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ก.ย. 2024
  • মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন কোম্পানীৰ বেআইনী মাটি ক্ৰয়ৰ অভিযোগক লৈ আজিও উত্তাল বিধানসভা। অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা বিধানসভাৰ মজিয়াত স্পষ্টীকৰণ বিচাৰিলে বিৰোধীয়ে। কিন্তু ভূমি কেলেংকাৰীক লৈ প্ৰশ্ন সুধিবলৈ নিদিয়াত ক্ষুব্ধ বিৰোধী বিধায়কে সদন ত্যাগ কৰে। মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ পৰিৱৰ্তে সংবাদমাধ্যমৰ আগত দিয়া মন্তব্যক লৈও সৰৱ হ’ল বিৰোধী বিধায়ক।
    #pratidintime #himantabiswasarma #assamassembly

ความคิดเห็น • 414

  • @deepdeka7104
    @deepdeka7104 ปีที่แล้ว +58

    মজা দিচে দেই .এতিযা কত গল bjp ৰ চামচা বোৰ

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw ปีที่แล้ว +103

    cm ৰ পৰিয়াল অসমৰ বাবে মাৰাত্মক ভাইৰাচ ,

  • @BaneswarKonwar-s2c
    @BaneswarKonwar-s2c ปีที่แล้ว +40

    ৫ শম বাগান লবলৈ কৰ টকা পালে ৰিনিকি ভূূএাঁই উজনি অসমত আজিলৈকে আমাক বি যে পি চৰকাৰে একো দিয়া নাই

    • @KhruloraPatar-yt3cf
      @KhruloraPatar-yt3cf หลายเดือนก่อน

      Riniki ji Kam korise apunio kori dekhuwak . Aponak sorkare dib lagib neki ghort .ahe nijar dm ase jdi nije kostar kori luwa

  • @Suraj-CR36
    @Suraj-CR36 ปีที่แล้ว +18

    ৰিণিকি ৰিণিকি বিহু পাতিলে....আৰু এতিয়া মাটি কিনিলে

  • @ipshita9737
    @ipshita9737 ปีที่แล้ว +106

    শাস্ত্ৰৰ মতে এদিন সকলো শেষ হ'ব বামুনক ৰজা পাতিলে।

    • @NoOne-tg9tk
      @NoOne-tg9tk ปีที่แล้ว +11

      ৰিণিকী বামুণ নহয়...ভূঞা..ভূঞা মানে ভূমিৰ মালিক..সামন্ত

    • @bishalsarma5306
      @bishalsarma5306 ปีที่แล้ว +3

      কোৰান ৰ মতে tohot সোনকালে morib বুলে 😂😂

    • @kishorsarma1704
      @kishorsarma1704 ปีที่แล้ว +1

      ​@@ipshita9737প্ৰথম মূখ্যমন্ত্রী কোন আছিল, তেও কি জাতৰ আছিল জানেনে??? যদি বামুন ৰজা হ'লে ৰাজ্য শেষ হয় তেনেহ'লে কোনোবাদিনাই শেষ হ'ব লাগিছিল।। নাজানিলে নক'ব

    • @ipshita9737
      @ipshita9737 ปีที่แล้ว +5

      @@kishorsarma1704 Bamun roja hobo nuare. Buronjir pate pate likha ase, Ahom roja asil, Chutiya roja asil, Kachari roja asil, Koch roja asil kintu bamun roja ketiyau hua nai aru hobo nuare.‌ Aru jetiya'e hoise dekh dhongxo kori dise. Udhahoron Longkar Raabon

    • @kishorsarma1704
      @kishorsarma1704 ปีที่แล้ว +3

      @@ipshita9737 সৰ্বপল্লী ৰাধাকৃষ্ণণ, প্ৰনৱ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী আদিও বামুনেই আছিল।।

  • @gogoigamingnuub
    @gogoigamingnuub ปีที่แล้ว +4

    Moza Gogoi da

  • @_itz_lucky_338
    @_itz_lucky_338 ปีที่แล้ว +59

    Excellent Akhil dada excellent 👍🏻👍🏻👍🏻

  • @muskanmusicvideo1593
    @muskanmusicvideo1593 ปีที่แล้ว +14

    hosa kotha kobo lage

  • @anantasingha3413
    @anantasingha3413 ปีที่แล้ว +12

    Akhil sir r kotha val lage ! Pura hilai dise BJP k 😂

  • @njsarmah1570
    @njsarmah1570 ปีที่แล้ว +4

    Akhil gogoi is great...

  • @nitulgogoi5703
    @nitulgogoi5703 ปีที่แล้ว +7

    100/ Percent right

  • @khursadabegum2162
    @khursadabegum2162 ปีที่แล้ว +12

    মামা কি মামি ,,,,,,,,,,,

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv ปีที่แล้ว +2

    Great news for the year of the 2023 & long live pratidin time

  • @samsulhaque4571
    @samsulhaque4571 ปีที่แล้ว +14

    ৰাইজক তদানতো লাগে।

  • @kamaltalukdar46
    @kamaltalukdar46 ปีที่แล้ว +1

    moja Akhil da moja .

  • @robinkumardoley3710
    @robinkumardoley3710 ปีที่แล้ว +30

    দুই দিন দেৰি হলেও সত্যৰ সদায় জয় হয়

  • @amarhazarika9880
    @amarhazarika9880 ปีที่แล้ว +7

    Ans only from land and revenue Minister ,Speeker Sir.

  • @monuranjangogoi6276
    @monuranjangogoi6276 ปีที่แล้ว +6

    😄😄😄😄😄😄 gom palu mama tumi misa matisa

  • @NirmolRay1996
    @NirmolRay1996 ปีที่แล้ว +4

    সদনত সকলো কথা ক্লিয়াৰ কৰিব লাগে।।।

  • @hbk..6107
    @hbk..6107 6 วันที่ผ่านมา

    মামা মামা আমাৰ মামা

  • @assamcreature8399
    @assamcreature8399 ปีที่แล้ว +2

    CBI todonto hbo lage

  • @bipulboruah3353
    @bipulboruah3353 หลายเดือนก่อน

    হিমো মামা কি শুনিছোঁ এই বোৰ26 ৰাইজে অসেকা দিব

  • @hafijurrhman7237
    @hafijurrhman7237 3 หลายเดือนก่อน

    এইবিক কথা আগতে কব লাগিছিল এতিয়া কিও

  • @vlog-ex3mr
    @vlog-ex3mr ปีที่แล้ว +4

    Eaibar Akhomor khoseton raije BJP k vote nidiye. Jodi iman bur jonar pasotu BJP jike tente ami mani lom je-
    1. Akhomor manuh murkho.
    2. BJP e be aaini hisape jikise.

  • @ManikIslam-o1h
    @ManikIslam-o1h หลายเดือนก่อน

    আমাৰ অসমত বহুত মাটি আছে ।মামা মামি অলপ মাটি ললে কি হব বাদ দিয়া হে।

  • @EducationScience-q1c
    @EducationScience-q1c 8 หลายเดือนก่อน +1

    মই maths ত 18 কৰিছিলো 30 পাইছোঁ😂😂

  • @ajitboruah6314
    @ajitboruah6314 ปีที่แล้ว +2

    Kiman misa matibo aru

  • @bkp9774
    @bkp9774 4 หลายเดือนก่อน

    ধৰ কেলা , নেৰিবি ইহঁতৰ সম্পত্তি ৰাইজে আমি ৰাইজে কাঢ়ি লব লাগিব।

  • @anjalirajbongshi5840
    @anjalirajbongshi5840 ปีที่แล้ว +4

    Himanta morileo sob soli thakibo

  • @Anowar-p4f
    @Anowar-p4f ปีที่แล้ว

    CBI, ED Kot?

  • @kabirahmed-oh6vj
    @kabirahmed-oh6vj 5 หลายเดือนก่อน

    What about chitfound

  • @urmideka2292
    @urmideka2292 ปีที่แล้ว +49

    ওপৰৰ মালটোৱে খঙত ইমান জ্বলিছে কিয়?

  • @tajulislam1727
    @tajulislam1727 ปีที่แล้ว +34

    চি:চি:চি:চি:দুখিয়া মানুহক উচ্ছেদ কৰি তোমালোকে মাতি কব্জা কৰিছা লাজৰ কথা।

  • @anuphazarika1849
    @anuphazarika1849 ปีที่แล้ว +33

    😂এইবাৰ দুয়োকে ডাইভৰচ কৰাইহে এৰিব যেন পাইছো সকলোৱে

  • @jadavgogoi944
    @jadavgogoi944 ปีที่แล้ว +57

    অধ্যক্ষৰ ভূমিকা যে অতি পক্ষপাতদুষ্ট সেয়া অতি স্পষ্ট হৈ পৰিছে।
    এটকা পালেও পদত্যাগ কৰাৰ কথা একেবাৰে বিশ্বাস কৰিব নোৱাৰি, কাৰণ ৰিপুণ বৰা হাৰিলেও (কংগ্ৰেছত থকা কালত) পদত্যাগ কৰাৰ কথা আছিল নহয়, কৰিলে জানো? মিছলীয়াক কেৱল মূৰ্খ‌ইহে বিশ্বাস কৰে।

  • @PritamDas-si1nz
    @PritamDas-si1nz ปีที่แล้ว +24

    মন্ত্ৰী মহোদয়, আপোনাৰ ইমান মাটি কেলেংকাৰী কিহৰ..?

  • @HorenGogoi-my8dk
    @HorenGogoi-my8dk ปีที่แล้ว +57

    বামুনে ভৰা মানুহো নেৰে ।
    জীয়াই থকা মানুহক কিয় এৰিব ।

    • @air33-ias53
      @air33-ias53 ปีที่แล้ว +4

      গগৈ কেইটা বম্ পেট গেলা বুলি শুনিছোঁ হয় নি?

    • @srigunajitsharma8282
      @srigunajitsharma8282 ปีที่แล้ว

      Gogoi manuh neki ,ehotar 90% manuh pagol hoi .

    • @bhontigogoi2875
      @bhontigogoi2875 ปีที่แล้ว +1

      Kot sunile ???? Iat to gogoi gogoi buli to Katha aha nai...ahise mati kina takar kotha ...Toka khai kar bom pet Gela raije najanake thaka nai ...khabar futi fati goise ...bujile

    • @MagneticShock-me5kk
      @MagneticShock-me5kk ปีที่แล้ว +7

      @@air33-ias53 গগৈ কেইটাহে আচল হিন্দু, কাৰণ গাহৰি খায়, শৰ্মা মোদী য়ে গাহৰি নেখায়। তেনে হ'লে কিহৰ হিন্দু সেই কেইটা।ৰঘুমলা,পাবত গজা খচ্চৰ হিন্দু।

    • @ipshita9737
      @ipshita9737 ปีที่แล้ว +9

      @@air33-ias53 bamun't koi letera buddhir manuh gutei biswa brahmanda't nai buli hunisu pai. Heikarone bule tikoni edaal besi. Hei tikoni dalote joto puto gela buddhi bur henu thake

  • @ArunKonch-ur4zh
    @ArunKonch-ur4zh ปีที่แล้ว +32

    ৰাম ৰাম মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বাবেই বিধান সভাৰ অধিবেশন বাৰে বাৰে স্থগিত ।তৰুণ গগৈৰ দৰে পোন্ধৰ বছৰ শাসণ কৰিলে কি যে হ..ব.. ?

  • @b.kalita1381
    @b.kalita1381 ปีที่แล้ว +7

    5বছৰ CM পাৰ হোৱা ই নাই মাটি মাটি বাগিচা ই বাগিচা বনাই ললে। বামুণৰ ভাত দৰিদ্ৰ ৰ মূৰে কপালে হাত

    • @NoOne-tg9tk
      @NoOne-tg9tk ปีที่แล้ว

      বামুণ নহয় তাৰ ঘৈণী ভূঞা..ভূঞা মানে‌ মাটিৰ মালিক.. দুখীয়া খেতিয়কক শোষন কৰা এটা সামন্ত জাতি

  • @Bg22224
    @Bg22224 ปีที่แล้ว +113

    খকুৱা বামুণে মৰা মানুহকো নেৰে

    • @NoOne-tg9tk
      @NoOne-tg9tk ปีที่แล้ว +9

      বামুণ নহয় ভূঞা..ভূঞা মানে মাটিৰ মালিক...ভূঞা মাটিৰ খকুৱা

    • @rabinpathak8715
      @rabinpathak8715 ปีที่แล้ว +2

      Beya monor manuh Bamo

    • @NoOne-tg9tk
      @NoOne-tg9tk ปีที่แล้ว

      @@rabinpathak8715 Puran, Bhagavad o Bamune Likhisil....Etia ko

  • @BinandaHazarika-j1c
    @BinandaHazarika-j1c ปีที่แล้ว +18

    অধক্ষ্যৰ কাম কাজবোৰ BJP হকে। নিৰপেক্ষ অধ্যক্ষৰ অভাব এতিয়া।

  • @dhrubajyotidasnaturalworld3028
    @dhrubajyotidasnaturalworld3028 ปีที่แล้ว +24

    অসম খন এতিয়া কেৱল ৰিণিকি আৰু হিমন্ত..

  • @anupdas739
    @anupdas739 ปีที่แล้ว +21

    আদক্ষ জনক একপকক্ষ দৰে লাগে বিৰোধীৰ কোনো কথাই শুনিব নিবিচাৰে

  • @bubuldeka8138
    @bubuldeka8138 ปีที่แล้ว +14

    হিমু দাদাৰ যদি টকাৰ প্ৰয়োজন আছিল তেওৰ সহযোগী ministerক সুজিলেই হলহেতেন ? মাত্র ১০ কোটি টকাহে ৰাজসাহায্য নললেও হলহেতেন ! একদম কাচামাথা আছে ।

  • @RajaPahadi-lk1zt
    @RajaPahadi-lk1zt ปีที่แล้ว +45

    হিমন্ত বাবা আপোনাৰ ৰিণিকিৰ মাইকীৰ ওপৰত বুলডজাৰ চলাওক তেতিয়াহে মানিম।আপোনাৰ hornbill চৰাইৰ নাকটোক লৈ অসম ধ্বংস নকৰিবা।

    • @The_Proper_Joy
      @The_Proper_Joy ปีที่แล้ว

      ⚽😊

    • @bharatisaikia1388
      @bharatisaikia1388 5 หลายเดือนก่อน +1

      আচলতে সচা কথা কোৱা মানুহে ভয় নকৰে । অখিল গগৈ জিন্দাবাদ

  • @BjpHatao
    @BjpHatao ปีที่แล้ว +13

    হিমন্তক কোনে মূখ্যমন্ত্ৰী পাতিলে? আমি ৰাইজে সৰ্বানন্দ সোনোৱালক হে মূখ্যমন্ত্ৰী পাতিছিলো। হিমন্তক তো ৰাইজে মূখ্যমন্ত্ৰী পতা নাই।

  • @pushparabha1521
    @pushparabha1521 ปีที่แล้ว +9

    Junmani Rabhar Hoittya kanday hoise Aabhisap,, Axom police prakhakhanr Pap hoise Aabhisap,,kuneo Rehai.napai

    • @RomoniDuwarah
      @RomoniDuwarah 8 หลายเดือนก่อน

      SI jonmoni Rava What do you killed emeded operation This my order

  • @jagatgohain199
    @jagatgohain199 ปีที่แล้ว +6

    এইটোৱে মিছলীয়া ঠগবাজী বাহিৰে একো নিদিয়ে অসমৰ জনসাধাৰক

  • @shussain3215
    @shussain3215 ปีที่แล้ว +29

    আমাৰ সন্মানীয় মূখ্যমন্ত্ৰী ৰাজহুৱা জীৱন ত্যাগ কেজিয়া কৰিব ,বাট চাই আছো

  • @malabikagogoi1328
    @malabikagogoi1328 ปีที่แล้ว +37

    এনেকুৱা লুভিয়া মূখ্যমন্ত্ৰী

    • @pratimasarma1737
      @pratimasarma1737 8 หลายเดือนก่อน +1

      লোভে পাপ পাপে মৃত্যু।

  • @saytanathtamuli9975
    @saytanathtamuli9975 ปีที่แล้ว +6

    আমি আগতে কৈছিলো ৰাজ্যত যেতিয়া বামণ ৰজা হয় তেতিয়া প্ৰজাৰ দুষ হয়

  • @tiputriraj9238
    @tiputriraj9238 ปีที่แล้ว +5

    বাইদেউ Apply কৰা RTPS নম্বৰ কেইটা ৰাজহুৱা কৰিব কওঁক

  • @jibongogoi6940
    @jibongogoi6940 ปีที่แล้ว +3

    ৰিনিকি ৰিনিকি ৰিনিকি মাটি মাটি মাটি
    অখিল গগৈ জিন্দাবাদ
    Bjp অসমr পৰা khedok

  • @utpalgoswami1990
    @utpalgoswami1990 11 หลายเดือนก่อน +1

    দেখিলেই ডকাইত, দালাল , যেন লগা ফিউজ বোলা সেইটোৱে কিয় মাটে বিধানসভাত ?

  • @sgogoi459
    @sgogoi459 ปีที่แล้ว +36

    বেলেগ দিছে দেই অখিল দাই... Excellent...

  • @karimali6015
    @karimali6015 ปีที่แล้ว +5

    ৰিনিকিয়ে বেং ডকাইত কৰা হলে ভালেই আছিল ????

  • @HorenGogoi-my8dk
    @HorenGogoi-my8dk ปีที่แล้ว +3

    দেশত কৈ মোমাই ডাঙৰ নহয় । গতিকে মমাইক মোমাই শিৰচ্ছেদ। কৰি দিব। লাগে ।

  • @ankurkblogger3931
    @ankurkblogger3931 ปีที่แล้ว +69

    হিমন্ত হিলি গৈছে

  • @srimantasaikia6432
    @srimantasaikia6432 ปีที่แล้ว +6

    খকোৱা চৰকাৰ খাই থাকিলেও পেত নভৰে

  • @cyber9345
    @cyber9345 ปีที่แล้ว +5

    Pijush hazarika aru kio mat mata buji npu .. tau ans dibo lga tu nai eyat

  • @saytanathtamuli9975
    @saytanathtamuli9975 ปีที่แล้ว +6

    অখিলে ৰাইজৰ হকে মাত মাতি অহিছে

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 ปีที่แล้ว +1

    এচাম অপৰাধী লোকে যে হিমন্ত চোৰক শাসনৰ গাডীত তুলি অসমক ঘিণ লগা কৰিলে তাৰ প্ৰমাণ হ'লনে?সেই কাৰবাৰ এই(প্ৰতিবাদী) ধৰনেৰে বন্ধ বা বলে নোৱাৰে ।হিমন্ত-পীযুয-জয়ন্ত দৈত্যক একে অস্ত্ৰেৰেই নেনাশিলে অসমৰ সজলোকৰ ভয়ানক বিপদ পালেহি।

  • @bikashhandique5777
    @bikashhandique5777 ปีที่แล้ว +38

    akhil da ekdom thik ktha koise 👍👍

  • @RajaPahadi-lk1zt
    @RajaPahadi-lk1zt ปีที่แล้ว +9

    পিয়ুজ গুণ্ডা 😂😂😂

  • @produmnya9340
    @produmnya9340 ปีที่แล้ว +11

    মৰি গলে টো মই ভাল পাম |

  • @leeoleeo5577
    @leeoleeo5577 ปีที่แล้ว +11

    Shukuni mama.😂😂😂😂

  • @rupamsaikia9198
    @rupamsaikia9198 ปีที่แล้ว +16

    Akhil da jindabad

  • @robeendas3623
    @robeendas3623 ปีที่แล้ว +12

    Piyajtu besera😂😂😂😂

  • @MakibarRahman-p7f
    @MakibarRahman-p7f 5 หลายเดือนก่อน +1

    অসমৰ সৰ্বশ্ৰেষ্ঠ চুৰ আমাৰ অতি মৰমৰ হেমন্ত মামা আৰু তেওঁৰ পত্নী (পৰিয়াল)

  • @nilimkumarsenai6773
    @nilimkumarsenai6773 ปีที่แล้ว +9

    Mama kinu tumr LEELA?

  • @হালোৱাৰপুতেকমই
    @হালোৱাৰপুতেকমই ปีที่แล้ว +2

    হিমন্তক অসমৰ ৰাইজে পৰিত্যাগ কৰিব লাগে ৷ সাংসদ পল্লৱলোচন দাসে সকলো কথা লোকসভাত উদঙাই দিয়াৰ পাছত হিমন্তই লাজ পাব লাগে আচলতে ৷ ৰিনিকি ভূঞা শৰ্মাই কলিয়াবৰত ৫০ বিঘা মাটি আবন্টন ক’ৰ পৰা পালে ? আৰু ১০ কোটি টকাৰ ৰাজ সাহায্য ক’ৰ পৰা পালে ? এইবাৰ টো ভোট নিদিওঁ চিধা কথা ৷ অহংকাৰৰ পতন হ’বই এদিন ৷ বালৰো ভোট নিদিওঁ কেলা এইবাৰ ৷

  • @juggiiij
    @juggiiij ปีที่แล้ว +9

    Tumi dudh khaisa neki khuwa ni ,, 😂 mojja dise..

  • @bishnuramrabha4714
    @bishnuramrabha4714 ปีที่แล้ว +4

    Himanto chi chi chi chii nilaaz Baamun neki.

  • @ashimgohain8156
    @ashimgohain8156 ปีที่แล้ว +23

    Mazaa dixe akhil daaa...

    • @শ্ৰীসঞ্জীৱ
      @শ্ৰীসঞ্জীৱ หลายเดือนก่อน +1

      কিবা কৰিব পাৰিলে নে এতিয়ালৈকে 😂

  • @shirazahamed8149
    @shirazahamed8149 ปีที่แล้ว +28

    অখিল da keep it up

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 11 หลายเดือนก่อน +1

    বহিৰাগত বেপাৰীয়ে অসমৰ মাটি কিনাত কৈ অসমৰ মানুহে কিনাতো ভাল কথা। গতিকে সকলো মন্ত্ৰীয়ে কিনক।

  • @jyotishkalita3653
    @jyotishkalita3653 ปีที่แล้ว +2

    Himanta.badanbarfukan.sharma0

  • @BimalBarman-fk8et
    @BimalBarman-fk8et ปีที่แล้ว +3

    Akil Dada zindabad, Dada apunak atiya Saico katha kai attack diba para taar babay willpower strong kari rakiba.

  • @emamulkhan8733
    @emamulkhan8733 ปีที่แล้ว +9

    Jawan film to chabo ❤❤❤

  • @ramcharanthakuria928
    @ramcharanthakuria928 ปีที่แล้ว +91

    অখিল গগৈ সম্প্ৰতি অসমৰ হকে মাত মাতা ব্যক্তি।

    • @jayantagogoi9219
      @jayantagogoi9219 ปีที่แล้ว +3

      CBI, তদন্ত হব লাগে

    • @prakeshgogoi3541
      @prakeshgogoi3541 ปีที่แล้ว +3

      Right

    • @rameshpayang7871
      @rameshpayang7871 ปีที่แล้ว

      Akiluddin Assam r sabse ghatiya Dalal Manuh hoi. Mentel to. Pap😢 lagi murgi bemart t moribo. Johorato

    • @DibyajyotiNath-yu9wh
      @DibyajyotiNath-yu9wh ปีที่แล้ว +2

      Toka dilehe mat mate😂😂😂

    • @TROLL_X_EDITS
      @TROLL_X_EDITS ปีที่แล้ว

      ​@@jayantagogoi9219q😮8fs😢🎉

  • @nitulsaikia8827
    @nitulsaikia8827 ปีที่แล้ว +18

    Akhil da jindabat

  • @PutanKhakhlary-xy3zk
    @PutanKhakhlary-xy3zk ปีที่แล้ว +1

    চুৰে কতিয়া সত্য কয়

  • @IdulHoque-ws8nh
    @IdulHoque-ws8nh ปีที่แล้ว +2

    Matik loi kajia kori thakile, jonoter khotha ketia kobo. Mane so be aci

  • @radhachura11
    @radhachura11 ปีที่แล้ว +4

    Eaitu eta Thag.... Ud bhetarokhiya in Assam.😅

  • @gdevburagohain4700
    @gdevburagohain4700 ปีที่แล้ว +5

    Akhil Da Moja Dise 😅😅😅😅

  • @ualtapaltagada3939
    @ualtapaltagada3939 ปีที่แล้ว +4

    Thik koise Aponi❤❤❤

  • @ShankarKalita-ru3vj
    @ShankarKalita-ru3vj ปีที่แล้ว +24

    Excellent akhil daa

  • @mainamoto-vlogs1992
    @mainamoto-vlogs1992 ปีที่แล้ว +4

    News livet kiba news bajesena baru? 😂😂😂

  • @Chakradhar1
    @Chakradhar1 ปีที่แล้ว +7

    Pijush Or utpat aru ahankar besi. Central ot Modi harile tohotor je ki hbo na abostha.

  • @triptikalita5534
    @triptikalita5534 ปีที่แล้ว +1

    বৰ সুন্দৰ। নিচৰ ঘৰতে চোৰ।

  • @LakhiramMurah-w8w
    @LakhiramMurah-w8w ปีที่แล้ว +1

    অখিল দাদা জিন্দাবাদ

  • @rebasaikia7452
    @rebasaikia7452 ปีที่แล้ว

    আৰু নকব অখিলদা,লাজহে লাগিছে,

  • @taradoi7957
    @taradoi7957 25 วันที่ผ่านมา

    মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে ইমান পইচা কৰপৰা পাইচে ?টকা বনোৱা কাৰখানা অাছে নেকি ?

  • @abdulhamidtalukdar9819
    @abdulhamidtalukdar9819 ปีที่แล้ว +7

    Akhil Gogoi is the decedent of Bidruhi KAZI Najrul Islam 🎉

    • @asmitgogoi8739
      @asmitgogoi8739 10 หลายเดือนก่อน

      Eibur information kor pra pao o 🤣...akhil a nije koisile sage hoine 🤣

  • @ajitgogoi4420
    @ajitgogoi4420 ปีที่แล้ว +3

    Akhil da Jindabad ❤❤❤

  • @parthajitdanceplus2077
    @parthajitdanceplus2077 ปีที่แล้ว +3

    Akhil da zindabad

  • @nitudeka-ks1sc
    @nitudeka-ks1sc ปีที่แล้ว +2

    কুকুৰ কুুকুৰ কুকুৰ কোন কুকুৰ সি নিজে গম পাইছে

  • @dipjyotigogoi4162
    @dipjyotigogoi4162 ปีที่แล้ว +1

    Bamunok roja patela ank hoboi

    • @NoOne-tg9tk
      @NoOne-tg9tk ปีที่แล้ว

      তাৰ ঘৈণি মাটি খকুৱা ভূঞাৰ জাত..বামুণে দানত পোৱা মাটিত বাস কৰে..ভূঞা ভূস্বামী সামন্ত

  • @uddhabkalita3510
    @uddhabkalita3510 11 หลายเดือนก่อน

    অখিল গগৈ ডাঙৰীয়া, আপুনি আজিলৈকে যিমান বোৰ অভিযোগৰ প্ৰমাণ গোটালে , সেই বোৰৰ এটাৰো সমাধান হ'ল নে ????

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js หลายเดือนก่อน

    ন্যায্য তদন্ত হ'ব লাগিব।আইন সকলোৰে বাবে সমান।আইনে ৰাষ্ট্ৰপতিকো নেৰে। এই বোৰ ল'ৰা ধেমেলীয়া কথা জগত সৃষ্টি হবৰে পৰা আজিলৈকে কোনো চৰকাৰৰ আমোলতে নোহোৱা ঘটনা। ইশ্বৰে আমাক ছাগলী বনুৱা হেতেন বুজি নাপালো হেঁতেন কিন্তু বনালে মানুহ যি মানুহক ন্যায় অন্যায় বিবেক বিবেচনাৰ দ্বাৰা বুজিবলৈ দিছে। এটা দুষ্ট প্ৰবৃত্তিৰ দাসত্ব কাৰে কেতিয়াও এখন ৰাজ্যৰ সকলো বোৰ মানুহকে ফাকি দিব পাৰে জানো?