AJP নেতা জিয়াউৰ ৰহমান সমকামী নেকি? NB NEWSৰ ষ্টুডিঅ'ত জিয়াউৰৰ পত্নীৰ বিস্ফোৰক মন্তব্য

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ธ.ค. 2024

ความคิดเห็น • 584

  • @joynalahmed3235
    @joynalahmed3235 5 หลายเดือนก่อน +115

    চাকৰি পাই স্বামীক ফাকি দিয়াটো এতিয়া এটা সাধাৰণ ঘটনা হৈছে পৰকীয়া

  • @mslabibcreation9335
    @mslabibcreation9335 5 หลายเดือนก่อน +65

    ইমান ছোৱালীৰ নিচা থকা পুৰুষ এজন সমকামী কেতিয়াও হব নোৱাৰে তাৰমানে বুজা গ'ল এইজনীয়ে চব মিছা কথা কৈছে।।

    • @ujjalasaikia1904
      @ujjalasaikia1904 5 หลายเดือนก่อน +2

      We too feel .

    • @JyotiGogoi-us8hy
      @JyotiGogoi-us8hy 4 หลายเดือนก่อน

      ❤🎉ugu😅​@@ujjalasaikia1904

  • @ashmarahman4260
    @ashmarahman4260 5 หลายเดือนก่อน +2

    'অতি সৎ সাহসী মহিলা❤️❤️ ছোৱালী দুয়োজনীকে মানুহ কৰি গঢ়ি তোলাৰ দ্বায়িত্ব আৰু কত্তব্য তোমাৰেই ।। দুয়োগৰাকীৰে সুন্দৰ আৰু সফলতাৰ কামনা কৰিলো ❤❤❤❤

  • @budheswarnath6516
    @budheswarnath6516 5 หลายเดือนก่อน +26

    আজি জিয়াউৰ ৰহমান ৰ সংবাদ মাধ্যম লৈ দিয়া সাক্ষাৎ কাৰ টো দেখিলো... তেওঁ দিয়া তথ্য বোৰ ( প্ৰমাণবোৰ) দেখি বুজি পালো যে আজিৰ দিনত কেৱল পুৰুষেহে যে মহিলাক ব্লেকমেইল কৰে তেনে নহয় , মহিলায়ো পুৰুষক ব্লেকমেইল কৰে !!.... তাৰেই উদাহৰণ এয়া ! ..... জিয়াউৰ ৰহমান ক ৰাজনৈতিক ভাৱে বধ কৰাৰ এয়া এক গঙীৰ ষৰযন্ত মাত্ৰ , বুজাই বুজিছে ভালদৰে !!!

  • @abdullahansari7240
    @abdullahansari7240 5 หลายเดือนก่อน +28

    এক কথাত দুয়োটা চৰিত্ৰহীন।এক মূখে কথা শুনি সঁচা মিচা নিৰ্নয় কৰিব নোৱাৰি।৯০ শতাংশ সংসাৰত অশান্তিৰ মূল কাৰণ হ'ল ঘৈনিয়েকৰ চাকৰি বা আৰ্থিক সুচলতা।

  • @হালোৱাৰপুতেকমই
    @হালোৱাৰপুতেকমই 6 หลายเดือนก่อน +99

    আপোনাৰ DIVORCE হৈছে ৷ আপুনি তাত চহী মাৰি থৈছে ৷ আপুনিটো অবৈধ সম্পৰ্ক ৰাখিছিল ? আপুনি কেলা যাৰে তাৰে গাড়ীত যোৱা মই নিজে দেখিছোঁ ৷

    • @zaved2008
      @zaved2008 6 หลายเดือนก่อน +7

      তই সেই দিছপুৰৰ Gay টো নেকি?

    • @dhritirekhadas2757
      @dhritirekhadas2757 6 หลายเดือนก่อน +14

      কাৰোবাৰ গাড়ীত গলেই বেয়া হব নেকি ? জিয়াউৰ এটা তিৰোতা চুৰ ৷

    • @mrpranabmili6318
      @mrpranabmili6318 6 หลายเดือนก่อน

      ​@@dhritirekhadas2757w muum😂❤

    • @pd3414
      @pd3414 6 หลายเดือนก่อน +3

      Eitu ziaur😂😂.. Ee ako kar garit kun goise kio jupi asil😂😂

    • @probindoley655
      @probindoley655 6 หลายเดือนก่อน +10

      এজনী নাৰী হিচাপে তোমাৰ ওপৰত যিবোৰ অভিযোগ আছে সেইবোৰ যদি সঁচা তেন্তে তোমাৰ ওপৰত আমাৰো যথেষ্ঠ সন্দেহৰ থল আছে।

  • @nripenborgohain201
    @nripenborgohain201 5 หลายเดือนก่อน +19

    জিয়াও ৰহমান ভালমানুহ - test কৰি দুটি সন্তান পালি ৷ এতিয়া কি হ’ল ?

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 6 หลายเดือนก่อน +67

    তুমিও ধোঁৱা তুলসীৰ পাত নহয়।তুমি চাকৰি কৰা মহিলা হিচাপে ছোৱালী দুজনীৰ পঢ়া খৰছ তুমি দিব নোৱাৰাৰ কাৰণটো কি? সাংবাদিক জনে অসম জাতীয় পৰিষদক এই ঘটনাৰ লগত একাকাৰ কৰাটো উচিত নহয়।

    • @sweetchildhood3479
      @sweetchildhood3479 6 หลายเดือนก่อน

      Sudurbhai hot ai Jatiyata bade naytar hoi dalale nokarrbe. Nejor kote khan pate nedeyo keyo.

    • @surenboruah3241
      @surenboruah3241 6 หลายเดือนก่อน +2

      সঁচা

    • @অসমীয়াগীত-ঙ৯খ
      @অসমীয়াগীত-ঙ৯খ 6 หลายเดือนก่อน +6

      বাপেক হিচাপে তাৰ কি দায়িত্ব নাই নেকি, অকল কামতো 🤪কৰিব জানিলেই নহয়তো ।

    • @DeepamoniGohain
      @DeepamoniGohain 6 หลายเดือนก่อน

      Sakori kora holei nohobo, he swalir bapek hoi.tar dayetta palon koribo lagibo.Jiaurr ai porissoi.

    • @ice-creams-are-not-real
      @ice-creams-are-not-real 6 หลายเดือนก่อน

      ​@@অসমীয়াগীত-ঙ৯খপোৱালী চম্ভালিব নোৱাৰে যদি চুদন খাইছিল কিয়? চাকৰি কৰিছে, সন্তানৰ খৰছৰ দায়িত্ব লওক নিজে।

  • @abdulawal1706
    @abdulawal1706 5 หลายเดือนก่อน +14

    ছোৱালী জনী কেৱল মিডিয়াত অভিনয় কৰি আছে। কাৰণ আজি কালি চাকৰি পালেই আকাশত উৰে

  • @AnantakumarDeka-ib8hu
    @AnantakumarDeka-ib8hu 6 หลายเดือนก่อน +67

    ছোৱালী জনীয়ে ইমান ধুনীয়াকৈ কথাখিনি কৈ আছে এই সাংবাদিক জনে মাজতে নিজে আউল লগাই প্ৰশ্নৰ অৱতাৰণা কৰে

    • @hiteshdeka2902
      @hiteshdeka2902 6 หลายเดือนก่อน +3

      😊😊😊😊😊😊😊😊😊

    • @arupchandradas4443
      @arupchandradas4443 5 หลายเดือนก่อน

      😂😂😂😂😅

  • @user-ed5sw6hk4s
    @user-ed5sw6hk4s 5 หลายเดือนก่อน +6

    এনেবোৰ talk show য়ে হে এখন সুষ্ঠ সমাজ গঢ়াত সহায় কৰিব । বহুত বহুত ধন্যবাদ দেই NB News ক😊

  • @njyotinjyoti7541
    @njyotinjyoti7541 6 หลายเดือนก่อน +34

    লোকৰ মূৰত কঠাল ভাঙি খোৱা অভ্যাস আমাৰ অসমীয়া মানুহৰ আছে।অসমত সমস্যা এয়া নেকি কোন মাইকী কলৈ গল, কোনে কাৰ লগত সংস্পৰ্শ কৰিছে।বয় বস্তুৰ দামে আকাশ লম্ভিছে সাধাৰন মানুহ চলাত কিমান অসুবিধা হৈছে এইবিলাক সমস্যা মন্ত্ৰী,বিধায়ক সোধিবলৈ শাহস নাই সাংবাদিক কেইটাৰ কাৰন চৰকাৰী পক্ষৰ নহয় জিয়াউৰ ৰহমান ্

  • @snigdhajonakmusic2324
    @snigdhajonakmusic2324 5 หลายเดือนก่อน +10

    বহু তিৰুতাই এইটো কৰে, নিজৰ আৰ্থিক স্বচ্ছলতা হোৱাৰ লগে-লগে স্বামীক স্বামী জ্ঞান কৰিব এৰি দিয়ে ।

  • @RupamKamrup
    @RupamKamrup 6 หลายเดือนก่อน +40

    প্ৰেমিক প্ৰেমিকা অথবা জীৱন সঙ্গীও এটা সময়ত কিমান ভয়ংকৰ শত্ৰু হৈ উঠিব পাৰে আপোনালোক দুয়োজনৰ কথাবোৰেই প্ৰমাণ।
    মই ভাবোঁ আপোনালোক দুয়োৰে মনৰ ভিতৰত কেতিয়াও প্ৰেম নাছিল। দুয়োজনৰেই শাৰীৰিক আকৰ্ষণহে আছিল।
    আপোনালোক দুয়োজনেই সঠিক নহয়। দুয়োজনে দুয়োজনৰ প্ৰতি কৰা অভিযোগবোৰ, কথা বাৰ্তাবোৰৰ পৰা মই এইখিনিকেই উপলব্ধি কৰিছোঁ।
    এটা কথা থিক যে জীয়াউৰ ৰহমানে এটা সাধাৰণ পৰিয়ালৰ পৰা উঠি আহিছে। জীৱন সংগ্ৰাম কৰি উঠিছে।
    যি নহওঁক দুয়ো পৰৱৰ্তী জীৱন দুটা পৃথক ৰাস্তাৰে গৈ থকাই ভাল হ'ব।
    আপোনালোকৰ সন্তান দুটাৰ ভাল হওক। শেষত এয়ে কামনা কৰিলোঁ।
    আপোনালোকৰ দুয়োজনৰ ভুলৰ বলি সন্তান দুটা হৈছে। হ'ব।
    সন্তান দুটাৰ দায়িত্ব, খৰচ জীয়াউৰ ৰহমানে কিছু হ'লেও বহন কৰা উচিত। পত্নীৰ (ex ?) চাকৰি থাকিলেও তেওঁ নিজেও কিছু হ'লেও নৈতিক দায়িত্ব পালন কৰা উচিত। (ৰহমানে সংবাদ মাধ্যমক জনালে যে তেওঁ খৰচ বহন কৰে। বিদ্যালয়ৰ খা খৰচো তেৱেঁই দিয়ে।)

    • @MAINULHOQUE-cc8fi
      @MAINULHOQUE-cc8fi 6 หลายเดือนก่อน +1

      তোমাৰ কথাৰ লতং পতং পাইছো। যেহেতু আমি তোমাৰ কথাবোৰ শুনি আছো। তুমিও কম বস্তু নহয়। . নিজৰ গীৰিয়েকক চৰিয়াব পাৰিছ।

    • @অসমীয়াগীত-ঙ৯খ
      @অসমীয়াগীত-ঙ৯খ 6 หลายเดือนก่อน

      তোকো দিব ৰ বিয়াখন পাতি ল

  • @Rameshyadav-wb5ms
    @Rameshyadav-wb5ms 6 หลายเดือนก่อน +40

    পমুৱা মুছলিম আৰু খিলঞ্জীয়া মুছলমান ৰ পাৰ্থক্য এয়াই!!! 😢😢

  • @nayan_2472
    @nayan_2472 5 หลายเดือนก่อน +5

    তুমি সাহসী যুঁজি যোৱা। May God give you More power.

  • @rehenasultana8860
    @rehenasultana8860 5 หลายเดือนก่อน +6

    নিজৰ সংসাৰ খন ঠিক ঠাককৈ ভালদৰে চলাব নোৱাৰিলে শিক্ষা দিক্ষা, জ্ঞান গৰিমাৰ একোৱেই মূল্য নাই। যি শিক্ষাই ভাল চৰিত্ৰ গঠন কৰিব নোৱাৰে সেই শিক্ষাৰ কি মূল্য ।

  • @AltafHussain-le8fc
    @AltafHussain-le8fc 4 หลายเดือนก่อน

    ফাৰনাজ সঁচাকৈয়ে তুমি বহুত সাহসী নাৰী। মই আন্তৰিক ভাৱে তোমাৰ শলাগ লৈছো। মহান আল্লাহৰ ওচৰত তুমি আৰু তোমাৰ দুই গৰাকী ছোৱালীৰ ভৱিষ্যত শান্তিৰ বাবে দোৱা মাগিছো।

  • @kanakpathak6875
    @kanakpathak6875 5 หลายเดือนก่อน +8

    আপোনাৰ বক্তব্য আৰু যুক্তি বোৰ যথাযথ বুলি গণ্য কৰোঁ। জিয়াউৰ হতৰ দৰে বুধিয়ক আৰু চৰিত্ৰ হীন মানুহৰ পৰা আইনী যুজত বাহিৰে অন্য ধৰণে একো আশা নকৰিব।এই বিষয়ত অসমৰ ৰাইজে ও সহযোগিতা আগবঢ়োৱা উচিত। জিয়াউৰৰ দৰে মানুহক সমৰ্থন কৰিলে অন্যায় কৰা হব। মোৰ ব্যক্তিগত, মমৰ্থন আপোনালৈ থকাৰ লগতে ছোৱালী দুজনীৰ প্ৰতি আশিৰ্বাদ থাকিল। Flat society ৰ সহযোগিতা ৰ বাবে আটাইলৈ ধন্যবাদ জনালোঁ।

  • @prasujyaprannath276
    @prasujyaprannath276 6 หลายเดือนก่อน +12

    সাংবাদিক জনে কোন খিনি সময়ত ফেচ খন দেখাব পাৰিম নেকি সুধিছে ,কাক বুৰ্বক বনাব বিছাৰিছে আপুনি ? আৰু সাংবাদিক ডাঙৰীয়া শুনক তেওঁ যে ইমান ভালকৈ কথা খিনি কৈছে সেই খিনি কথা শুনি আপুনি ভালকৈ প্ৰ্শ্ন কৰিব লাগে ।কিয় অযথা প্ৰশ্ন কৰিছে আপুনি ? অলপ প্ৰেক্টিচৰ প্ৰয়োজন ।

  • @pranjalhaloi
    @pranjalhaloi 5 หลายเดือนก่อน +4

    স্ক্ৰিপ্ট টো সকলো ঠিকেই আছিল । কিন্তু সমকামী আখ্যান টোৱে সকলো পোকৰ মাৰি দিলে।
    সমকামী মানুহ কেতিয়াও নাৰী পাগল নহয় আজলী।
    বধ্ব আজলী তুমি।
    সকলো গম পালো।

  • @santanudutta278
    @santanudutta278 6 หลายเดือนก่อน +6

    Bohut Val Lagil, Manuhgiraki Ye Right Kotha Koise, From Goa.

  • @amalchandrasarmah2849
    @amalchandrasarmah2849 6 หลายเดือนก่อน +13

    Proud of you Farnaz যুজি যোৱা সাহসেৰে থমকি নৰবা আমিও লগত আছোঁ তোমাৰ লগত 👍🏼

  • @BijuBorah-yn4iw
    @BijuBorah-yn4iw 4 หลายเดือนก่อน

    আপোনাৰ সহসাক ধন্যবাদ

  • @rafikulali4396
    @rafikulali4396 6 หลายเดือนก่อน +8

    ভাল পোৱা তেনে,,,ভাল পালে ভাল পোৱা জনকে লাগে কাকো নিবিচাৰে,,,,
    মিডিয়াত আহি কলে যে সচা কথা কোৱা বুলি মানি ল'ব নেকি সকলোৱে,,,,
    নাকৰ বতাহত এটা নহয় দুটা কৈ জন্ম এনে হয় গল,,
    সচা কৈছে নে

  • @abhijitkakaty88
    @abhijitkakaty88 6 หลายเดือนก่อน +16

    6 বছৰ কত আছিল। এতিয়া তাইৰ পুকৰ জলিছে। যিহেতু তেখেতে বেলেগ বিয়া পতিছে। তাই নাটক কৰিলেও আদৰি নলবো তাইক। তাই কেনেকুৱা vdo টোত দেখিলোঁ। জীয়াৰুৰ ৰহমান বহুত ভাল কাম কৰিলে।

    • @Indian23537
      @Indian23537 5 หลายเดือนก่อน +1

      Toi ata.....hoi

    • @ultra8142
      @ultra8142 5 หลายเดือนก่อน

      Right

    • @ultra8142
      @ultra8142 5 หลายเดือนก่อน

      ​@@Indian23537
      Heei Maiki Pujari 😂😂😂😂

    • @RUPJYOTIKALITA-ez8fq
      @RUPJYOTIKALITA-ez8fq 5 หลายเดือนก่อน

      Toi kela,...... Muslim nhoi jihetu
      AJP support kora...

  • @WhatsthehellXyz
    @WhatsthehellXyz 6 หลายเดือนก่อน +7

    ল'ৰা এজনক ফোনত কথা পাতি, প্ৰেমত পৰিছিল, ল'ৰা জনক দিখিয়েই ঘৰৰ মানুহক লগ নধৰি, ঘৰ খনৰ বিষয়ে একো জানিবলৈ চেষ্টা ছোৱালী জনীৰ দেউতাক, মাক, ককায়েক বা পৰিয়ালৰ আন সদস্য সকলে নকৰিলেনে ? নে পৰিয়ালৰ সদস্যৰ বিয়াত কোনো সন্মতি নাছিল ?
    গোটেই কথা বাৰ্তা সন্দেহৰ আৱৰ্তত। নাৰী চলনাময়ী বুলি এটা বাদ নে অপবাদ আছে নহয় জানো ?
    মই এজন খিলঞ্জীয়া খাৰ খোৱা অসমীয়া হৈ এজনী অসমীয়া ছোৱালীৰ বৈবাহিক জীৱনৰ সংঘাত দেখি বেয়া লাগিছে। কিন্তু মোৰ ভনী জনী যে এজনী কথা চহকী আৰু আজি নিজৰ ভুলৰ ফল ভোগ কৰিছে। সন্তান দুজনীৰ জীৱন ধ্বংস নহয় সিহঁতৰ জীৱন গঢ়িবলৈ আত্ম নিয়োগ কৰক।

  • @binoddutta4714
    @binoddutta4714 5 หลายเดือนก่อน +10

    এই সাংবাদিক জনে মাজতে অজাপ ক তানিবলৈ বিছাৰিছিল ৰাজনৈতিক পাক দিছিল।এইটো একেবাৰে পছন্দ নহল।

    • @debendas7430
      @debendas7430 5 หลายเดือนก่อน

      hoi moiu saisu... ai bur val kotha nohoi

  • @ridulali9326
    @ridulali9326 5 หลายเดือนก่อน +3

    Baideo be strong and move forward. All is temporary, after every dark night there is a brighter day.

  • @ajantabaruah2975
    @ajantabaruah2975 5 หลายเดือนก่อน +1

    আপুনি ব্দেতিয়াও বোলেগ মতাৰ বিলাসী গাড়ীত আহিব নালাগে আপুনি ভাল চৰিত্ৰ হলেও এটা বদনাম উলিয়াবলৈ সুবিধা পায়

  • @HRDS-at6
    @HRDS-at6 5 หลายเดือนก่อน +3

    যদি সমকামী ,ছোৱালীৰ বাপেক হ'ল কেনেকৈ ।
    দ্বায়িত্ব পত্নী গৰাকী প্ৰকাশ নকৰিলেহেঁতেন নে ? ৰাজনৈতিক প্ৰভাৱ নথকা বুলি কব নোৱাৰি । বিয়াৰ সময়ত জিয়াউৰ ৰহমান চিলটীয়া বুলি জানি বিয়া হ'ল কিয় ? জিয়াউৰ ৰহমান সৎ আৰু ভদ্ৰ তাত সন্দেহ নাই দে ! ইমান কোনচিয়াছ মহিলা জিয়াউৰ ৰহমানে ঠগিব নোৱাৰে । কথা বৰ ৰং সনা যেন লাগে ।

  • @anenjoyingmoments193
    @anenjoyingmoments193 6 หลายเดือนก่อน +27

    ইমান দিন ছোৱালীকেইজনীৰ খৰছ চলাব পাৰিলা এতিয়া কিয় নোৱাৰা, ৬বছৰ অকলে কেনেকৈ থাকিলা, এতিয়া স্বামীক বিছৰা, হয়তো তেতিয়া জিয়াউৰৰ চাকৰি নাছিল উপাৰ্জন কম আছিল, তেতিয়া গুচি গৈছিলা, এতিয়া জিয়াউৰ দুখন গাড়ীৰ মালিক টকা পইচা হল এতিয়া আকৌ জিয়াউৰক লাগে,! বা: বা: চিনেমা এতিয়া বাস্তৱত চাই আছো ,

    • @zaved2008
      @zaved2008 6 หลายเดือนก่อน +2

      দিছপুৰৰ Gay টো তই নেকি?

    • @BobitaSonowal-m8p
      @BobitaSonowal-m8p 6 หลายเดือนก่อน

      ​@@zaved2008r u the sex slave of her??

    • @DJ-tc6sq
      @DJ-tc6sq 6 หลายเดือนก่อน

      I was thinking the same

    • @PulakKalita-tz6hp
      @PulakKalita-tz6hp 5 หลายเดือนก่อน

      Kabo noari......😅😅😅😅

    • @হালোৱাৰপুতেকমই
      @হালোৱাৰপুতেকমই 5 หลายเดือนก่อน

      ​@@zaved2008 তোৰ কমেন্ট বোৰ চাইছো ৷ তইয়ে জিয়াউৰৰ পৰিবাৰৰ লগত অবৈধ সম্পৰ্ক ৰাখিছ ৷ তই জীয়াউৰৰ পৰিবাৰক কেইবাৰ নি ৰুমত ৰাখিছ জনাবিচোন য়দি কলিজা আছে ৷

  • @thanuramdas8699
    @thanuramdas8699 5 หลายเดือนก่อน

    মিছা কথা ইমান সুন্দৰ কৈ যুক্তিপুৰ্ণ ভাৱে কব নোৱাৰে। কথাবোৰ শুনাৰ পাছত মিছা কৈছে বুলি ভাবিব নোৱাৰি। এচাম মানুহে কিন্তু কথা বিলাক উপলদ্ধি নকৰি কমেন্ত বিলাক বেয়াকে দি আছে কিয়। মিছা কথা যদি কৈছে ইমান তথ্য প্ৰমাণ সহ কেনেকৈ কব পাৰিছে।

  • @BadshahMominur
    @BadshahMominur 5 หลายเดือนก่อน +5

    এই মহিলা danger হয় যিয়ে স্বামীক চৰ মাৰে।

  • @bontisarmah7541
    @bontisarmah7541 6 หลายเดือนก่อน +10

    এই বিলাক তোমালোকে নিজে নিজে সমাধান কৰা । এই বোৰ সমস্যা বহুতৰে আছে ।ঘৰুৱা কথাবোৰ শুনিবৰ ভাল লগা নাই

  • @nabaratnachannel2823
    @nabaratnachannel2823 5 หลายเดือนก่อน +4

    মিছা কথা কোৱাৰ অভ্যাস আছে কাৰণে কৈছে,,, এতিয়াও পত্নী কেনেকৈ হৈ আছে,,, বেলেগ পুৰুষৰ লগত সম্পৰ্ক কৰাটো কোনেও সয্য নকৰে,,,, সমকামী হ'লে সন্তান জন্ম নেদিলে হৈ,,,

  • @jamal5396
    @jamal5396 5 หลายเดือนก่อน +1

    ২০০৪ চনত জিয়াউৰ ৰহমানে আপোনাক মোবাইল ফোনত ফটো দেখুওৱা কথাটো মিছা কৈছে। কাৰণ ২০০৪ চনত মোবাইলত Internet বা তেনে ফটো দেখুৱাব পৰা ব্যবস্থা নাছিল।

  • @hairprasaddeori2325
    @hairprasaddeori2325 5 หลายเดือนก่อน +2

    U r right.

  • @sabedaliahmed7233
    @sabedaliahmed7233 5 หลายเดือนก่อน +2

    কিছুমান ছোৱালী বিবাহৰ পাছত চাকৰি পোৱা মানে -- সংসাৰ ভঙা।

  • @InamulHaque-q7n
    @InamulHaque-q7n 5 หลายเดือนก่อน +1

    জিয়াউৰ ৰহমানে দিয়া গোটেই সাক্ষাৎকাৰ টো চালো গোটেই প্ৰমাণ হিচাপে দিছে। আপুনি ও দিছে কিন্তু আপোনাৰ একো প্ৰমাণ সহকাৰে দেখা নাই গতিকে ইয়াৰ পৰা কি বুজা যায়।

  • @parameswarnath-ps1fb
    @parameswarnath-ps1fb 6 หลายเดือนก่อน +12

    ভন্টি তুমি চিন্তা নকৰিবা ভগৱান ওপৰত সকলো এৰি দি আগুৱাই যোৱা এদিন তোমাৰ ভৰিত সি দিঘল দি পৰিব হাৰামজাদায় ।

    • @Banglahelppoor
      @Banglahelppoor 6 หลายเดือนก่อน +4

      This woman is not good because taw raijor agot koi asa ghoror kotha. Buhut poisa paisa

    • @মহাকাল-ৰুদ্ৰ
      @মহাকাল-ৰুদ্ৰ 6 หลายเดือนก่อน +3

      ​@@Banglahelppoorতই হেই গণেশগুৰিৰ কাপোৰৰ দোকানীটো নহয়টো 🤔🤔

    • @PulakKalita-tz6hp
      @PulakKalita-tz6hp 5 หลายเดือนก่อน

      Kabo noari....😂😂😂😂

  • @bholanathroy810
    @bholanathroy810 5 หลายเดือนก่อน

    You are a good,brave,& honest women, God bless u & fulfilled ur dream at all.

  • @NripenThakuria
    @NripenThakuria 5 หลายเดือนก่อน +3

    চৰটো দি সুন্দৰ কাম কৰিছে ৷

  • @deepshikhamalakar7803
    @deepshikhamalakar7803 5 หลายเดือนก่อน +5

    জিয়াৰুল আৰু নিতুমণি একে মাল.

  • @sabitrisvlog721
    @sabitrisvlog721 5 หลายเดือนก่อน

    তোমাৰ সাহসী ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🏼 আৰু নিজৰ ছোৱালী দুজনীক উপযুক্ত কৰি মিনুহ কৰা

  • @arfanalisikdar8083
    @arfanalisikdar8083 5 หลายเดือนก่อน +1

    নিজৰ সতীত্ব জীয়াই ৰাখিৱ লাগে ।

  • @koustubh8117
    @koustubh8117 5 หลายเดือนก่อน +4

    সাংবাদিকৰ মূল্যবোধ জীয়াই ৰাখিব। এনেকুৱা ফটুৱা মানুহ নানিব। অসমত বহুত সমস্যা আছে।

    • @utpalkrgogoi7430
      @utpalkrgogoi7430 5 หลายเดือนก่อน

      সুন্দৰ মন্তব্য

  • @siddharthabordoloi5548
    @siddharthabordoloi5548 5 หลายเดือนก่อน +1

    Tradition and Sanskar that you get to see in an Assamese girl...she possess all those Sanskar...such a strong gutsy Assamese women....our best of wishes to her and to her two daughters...God shall give her all strength to fight against all odds of life...

  • @BasantaBaishya-j7g
    @BasantaBaishya-j7g 5 หลายเดือนก่อน +2

    You are right.Try your best.

  • @Adnant732
    @Adnant732 6 หลายเดือนก่อน +6

    Zia ই তোমাক মাতৃত্বৰ সোৱাদ দিলে ,তাতকৈ শ্ৰেষ্ঠ প্ৰাপ্তি কি হ'ব পাৰে এগৰাকী নাৰীৰ বাবে?

  • @TridipDoley-ro3rr
    @TridipDoley-ro3rr 6 หลายเดือนก่อน +11

    This lady is really a wise assamese woman !

  • @manoveeborpuzari8656
    @manoveeborpuzari8656 5 หลายเดือนก่อน +4

    বাইদেউ আপুনি চিন্তা নকৰিব, ছোৱালী দুজনীক ভাল মানুহ বনাওক । ভগৱানে শক্তি দিব ।

  • @zakirahmed9677
    @zakirahmed9677 6 หลายเดือนก่อน +23

    জীয়াওল ৰহমানক আমাৰ AJP ৰ দলৰ সকলো দায়িত্ব পৰা বৰ্ষাষ্ট কৰিব লাগে । এটা মিঞাই প্ৰেমৰ জাল পেলাই মিঠা মিঠা কথা কৈ আমাৰ অসমীয়া গৰীয়া ছোৱালীক হৰণ কৰিছে । জিয়াল মিঞাই অসমীয়া ছোৱালী বিয়া পাতি অসমীয়া ভাষাৰ শিকি মিঞা পূৰ্বৰ পৰিকল্পনা সমূহ কৰিব বিচাৰিছে , গতিকে মিঞা স্বভাৱ কেতিয়াওঁ চিধা নহয় , ইহঁতৰ এইবোৰ যাতেই । আমাৰ উজনীত ভৰি দিবলৈ দিব নালাগে মিঞাক ।

    • @BaharulIslam-cq7fr
      @BaharulIslam-cq7fr 6 หลายเดือนก่อน +1

      Tohot khilonjiyar namot kolonko hoi

    • @মহাকাল-ৰুদ্ৰ
      @মহাকাল-ৰুদ্ৰ 6 หลายเดือนก่อน

      Miya bur eneu johorai hoi..

    • @zakirahmed9677
      @zakirahmed9677 6 หลายเดือนก่อน +3

      @@BaharulIslam-cq7fr তই গৰু পিতন চিনি পাওঁ নে নাপাওঁ

    • @DJ-tc6sq
      @DJ-tc6sq 6 หลายเดือนก่อน +1

      কি মিঞা কি গৰিয়া তহঁতৰ চব একেই যোৱা ২২ তাৰিখে মাজবাটৰ ঘটনাটো সংঘটিত কৰা ধৰ্ষণকাৰী কেইটা তোৰ বংশৰ গৰিয়াই হয় ৷ বাটত চৰিয়াই ঘাটত আঠু কৰাব লাগে তোক৷

    • @Indian23537
      @Indian23537 6 หลายเดือนก่อน

      Amar khilongia muslim hokol beya kam nokore. Bibek budhi hodai hamajik. But miyabur hodai uluta. Hihontor babe nari porhahuna koribo nalge. Kebol hontan jonma dbo lage. Miya faltu hoi.

  • @MuZamilBaHar
    @MuZamilBaHar 5 หลายเดือนก่อน

    Ziaur Rahman hero ziaur zindabad joy i axom

  • @sanjoyborah4886
    @sanjoyborah4886 5 หลายเดือนก่อน

    A--ASSAM, J---JHAMELA, P---PARTY. aji gom palu, ekhon cinema bonai diyok.

  • @amitavsarma454
    @amitavsarma454 5 หลายเดือนก่อน

    তুমি সঁচাযেন লাগিছে,সাহসী হোৱা, জয়ী হবা। জিয়াউৰ ৰহমানক দেখিলেই ধূৰ্তযেন লাগে।

  • @shahid7150
    @shahid7150 6 หลายเดือนก่อน +13

    এই মাইকী জনী বহুত বেছি বেয়া।

    • @dhunmixanimals8318
      @dhunmixanimals8318 5 หลายเดือนก่อน +1

      Suduvai bangladesi

    • @jhonekram6165
      @jhonekram6165 5 หลายเดือนก่อน

      Right

    • @shahid7150
      @shahid7150 5 หลายเดือนก่อน

      @@dhunmixanimals8318 Oi motherchod kak Bangladeshi buli koisa sutmarana muslim holew Bangladeshi neki ? Titaborot ahibi eta kantoliya khale barero biya dekhi pabi sudurbhai.

    • @MeghaliBordoloi-y2p
      @MeghaliBordoloi-y2p 5 หลายเดือนก่อน

      Toi kenekoi gom pali

  • @imranchowdhury9494
    @imranchowdhury9494 5 หลายเดือนก่อน +1

    Brave lady -. my whole hearted sympathy with you beti

  • @parvez528
    @parvez528 4 หลายเดือนก่อน

    আজিকালিৰ বোৱাঁৰীবোৰক সকলোৱেই জানেই চোন !😊

  • @jogamayahandiquesaikia1282
    @jogamayahandiquesaikia1282 5 หลายเดือนก่อน

    এগৰাকী শিৱসাগৰৰ সাহসী নাৰী । সততাৰে সদায় জীৱন টো উদযাপন
    কৰিবলৈ ভগৱানে তোমাক শক্তি দিয়ক । এদিন তোমাৰ উপযুক্ত সন্তানৰ প্ৰতাড়ক পিতৃয়ে ভিক্ষা খুজিব ক্ষমাৰ।

  • @Pinuri2222
    @Pinuri2222 6 หลายเดือนก่อน +5

    Kathaburate gam paai sualijoni 100% true ❤ata kathao misa nahai jen lage. Iman dhunia,kathaburu khasa jen lage

  • @sapiorrahman3765
    @sapiorrahman3765 4 หลายเดือนก่อน

    এই ছোৱালী জেনীৰ উপৰা খোৱাৰ অভ্যাস আছে।

  • @nktv7588
    @nktv7588 5 หลายเดือนก่อน

    Baidew you are Right

  • @JBorah-l7b
    @JBorah-l7b 5 หลายเดือนก่อน

    আগতে সকলো ঠিকেই আছিল ৷চাকৰি পোৱা পিছত বেয়া হৈ গ’ল ৷ ৰহস্য .......!

  • @kshemeswarsaikia5104
    @kshemeswarsaikia5104 6 หลายเดือนก่อน +10

    Real fighter 👍

    • @ultra8142
      @ultra8142 5 หลายเดือนก่อน

      Real Greedy

  • @nakulkalita8777
    @nakulkalita8777 5 หลายเดือนก่อน

    সত্যৰ জয় হওক, তাকে কামনা কৰোঁ!

  • @kunjalatadas1738
    @kunjalatadas1738 5 หลายเดือนก่อน +2

    😮এজনী মাতৃক মাৰিব পাইনে?কেনেকুৱা মানুহ তেওঁ।মানুহৰ নামত এটা জন্তু।

  • @AliHussain-y1s
    @AliHussain-y1s 6 หลายเดือนก่อน +2

    Love begest Love, ঐসোণজণী,, সুখ সমৃদ্ধিৰ ক'ৰবাত হৈছে

  • @ajantabaruah2975
    @ajantabaruah2975 5 หลายเดือนก่อน

    এই পৃথিবীত বহুত মতা মানুহ আছে এজনীৰ লগতে যৌথ সম্পর্ক কৰি আকৌ আন এজনীৰ লগতে আকৌ পিছত আকৌ বেলেগ এজনীৰ লগতে যৌথ সর্ম্পক কৰি ....... কৰি থাকে অবশ্য মই জিয়া বহমান কেনে চৰিত্ৰ নামানো জনাৰ প্রয়োজন নাই মাইকী মানুহ চৰিত্ৰ বেয়া হলে দুটা ব্দৈসন্তান জন্ম নিদিলে হেতেন

  • @ajantabaruah2975
    @ajantabaruah2975 5 หลายเดือนก่อน

    ছোৱালীকেইজনীক ভাল কৰক

  • @kushalkaibarta5461
    @kushalkaibarta5461 5 หลายเดือนก่อน

    বেছি হাঁহি মুখিয়া লোক দেখিলে জানিব তেওঁ বৰ ছালাক ,
    জিয়াউৰ ৰহমান এজন চেনিৰাম

  • @khagendas5012
    @khagendas5012 5 หลายเดือนก่อน

    অসম জাতীয় পৰিষদৰ জিয়াউৰ ৰহমান আৰু প্ৰতিদিন time ৰ নিতুমনি শইকীয়া একে‌ পথৰ পথিক।

  • @MINE_Craze_81
    @MINE_Craze_81 6 หลายเดือนก่อน +2

    Apunar val hobo. Sahos neribo baideu. Respect you.. always

  • @rejaulkarim8664
    @rejaulkarim8664 5 หลายเดือนก่อน +1

    মাইকী সদায় মাইকী হৈ থাকিব লাগে। এজনী বিফল নাৰী হিচাপে তোমাক ঘিন লাগে। বাইদেউ তুমি খমা কৰিব।

  • @TiluDas-w6s
    @TiluDas-w6s 5 หลายเดือนก่อน

    Don't sad sister.kathabur Jani asarit lagil.but please agin grahan karak.

  • @SyedMaidulIslam-im6ct
    @SyedMaidulIslam-im6ct 4 หลายเดือนก่อน

    যি নাৰী নিজৰ স্বামীৰ কথা বদনাম কৰে সেই নাৰীৰ চৰিত্ৰ ভাল নহয়।

  • @surathbarman9588
    @surathbarman9588 6 หลายเดือนก่อน +10

    জাতীয় নেতার মূখা খুলিলে বাইদেউ

  • @tilokroy2666
    @tilokroy2666 5 หลายเดือนก่อน +1

    Mam, you are a great girl.

  • @SahaAlomBepariBepariSahaAlom
    @SahaAlomBepariBepariSahaAlom 6 หลายเดือนก่อน +5

    তুমি স্বামীক চৰ মাৰি বহুত মহৎ কাম কৰিলা ইয়াৰ ফল তুমি পাবাই ।তুমি যে কেনেকুৱা মাইকী তোমাৰ প্ৰমান তুমি নিজেই ।

    • @মহাকাল-ৰুদ্ৰ
      @মহাকাল-ৰুদ্ৰ 6 หลายเดือนก่อน +3

      তেনেকুৱা জহৰা স্বামীক মাৰিলে একো পাপ নহয় কেলা

    • @jahidulhaque8357
      @jahidulhaque8357 6 หลายเดือนก่อน

      Right

    • @SahaAlomBepariBepariSahaAlom
      @SahaAlomBepariBepariSahaAlom 6 หลายเดือนก่อน

      @@মহাকাল-ৰুদ্ৰ তুমি তাইৰ মুখৰ পৰা শুনি কেনেকৈ গম পালা ম্ইকী জনী শুদ্ধ বুলি, এটা চৰকাৰী চাকৰি থকাৰ পিছত কোনো স্বামীয়ে ঘৈনিয়েকক সহজত এৰি নিদিয়ে, এটা কাৰণত এৰিব পাৰে মাইকী জনী চৰিত্ৰত দোষ থাকিব লাগিব ।এইটো সময়ত বুজা যাব তাৰ কৰণে দেশত আইন ব্যাবস্থা আছে ।অন কেমেৰাত এজনী ম্ইকীয়ে স্বামীক চৰ সোধোৱা কিমান গ্ৰহণ যোগ্য অসমৰ জনতা আৰু ন্যায়ালয়ে বিচাৰ কৰিব আৰু ভাষাৰ জ্ঞান নাথাকিলে মন্তব্য নকৰিব কেলা কাক কয় তোমাৰ মা দেউতাই এনেকূৱা ভাষা শিকাইছে নেকি?

    • @MeghaliBordoloi-y2p
      @MeghaliBordoloi-y2p 5 หลายเดือนก่อน

      Bohut val korile soriyai

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef 6 หลายเดือนก่อน +12

    শ্ৰদ্ধাৰ জিয়াউৰ ৰহমান ডাঙৰীয়াই অসম জাতীয় পৰিষদৰ মুখপাত্ৰ অৰ্থাৎ বিৰোধী দলৰ নেতা। এনে দায়িত্ব পালন কৰিবলৈ যাওঁতে চৰকাৰী পক্ষৰ আক্ৰমণ মুঠতে বিপদ ২৪ ঘণ্টাই থাকেই তাৰেই এই মূহুৰ্ততটো এটা অংশ। বাইদেউ গৰাকীও হয় বিৰোধী পক্ষৰ কণ্টকময় জীৱন যাপনৰ সামৰ্থ্য নথকাটো স্বাভাবিক।
    আক্ৰমণ প্ৰতিআক্ৰমণে অসমৰ আঞ্চলিক ৰাজনীতিত অধিক হানিকাৰক।
    বেয়া ভাৱ অৱশ্যে আমিও কাৰোৱেই পক্ষে ল'বলৈ যোৱা উচিত নহয়।

    • @bhadranath2671
      @bhadranath2671 6 หลายเดือนก่อน +1

      Personal life tani ni rajneeti korib nalage

    • @nirmalibora-dy6cu
      @nirmalibora-dy6cu 6 หลายเดือนก่อน

      Patakarko kab bisaro kon bhal kon beya khodeli thaki aahkro mulak bataria prasar karar falat saru sowali duijanir gat ki probha parib abar bhabi sabsoon .

    • @harishnath7243
      @harishnath7243 6 หลายเดือนก่อน

      AJP leader, Mr Rahman homosexual, party should disappove this.

    • @pranjalsaikia8198
      @pranjalsaikia8198 6 หลายเดือนก่อน

      Go ahead ma'am

    • @anupkrdas6798
      @anupkrdas6798 6 หลายเดือนก่อน +1

      মহলা গৰাকী চাকৰিয়াল হলেও তেও গিৰিয়েকৰ পৰা সন্তান দুটিৰ খৰচৰ বাবদ টকা পইচা দিব লাগিবই। মহিলা গৰাকীয়ে ন্যায় পাওক ।

  • @ramasaikia5606
    @ramasaikia5606 5 หลายเดือนก่อน

    নিজৰ স্বামীৰ দুখ খুচৰিলেও জাতীয়তাবাদৰ কোনো ক্ষতি নহয় ।ৰাজনীতিৰ লেতেৰা পাকবোৰ জনসাধাৰণেও আজিকালি ভালকৈ বুজি পায় ।

  • @lakshikantarajbongshi3663
    @lakshikantarajbongshi3663 5 หลายเดือนก่อน

    Very clear of her tolking.She may be right to compensation for her doughter.

  • @ayshakhatun1855
    @ayshakhatun1855 5 หลายเดือนก่อน

    চাকৰি কৰা মহিলাই সন্তানৰ দায়িত্ব পালন কৰে, নিজৰ চাকৰিৰ দায়িত্ব বহন কৰে আৰু সংসাৰৰ দায়িত্ব ও নিয়াৰিকৈ চম্ভালে।চাকৰি নকৰা প্ৰায় মহিলা তাৰ স্বামী যদি পৰকীয়া ত লিপ্ত হয় তেতিয়া সন্তান কেইটাক মুখৰ ওপৰত দলিয়াই দি মাহে মাহে ভোৰন-পোষণ ৰ টকা মাহে মাহে আদায় কৰি মা দেউতাৰ ঘৰলৈ গৈ আৰামত জীৱন কটায়। চাকৰি কৰা মহিলা সমাজৰ আগত দুখৰ কথা ছাইনবোৰ্ড নবনায় সেয়ে আপোনালোকৰ সহ্য নহয়। আগৰ পৰা সম্পৰ্ক নাথাকিলে হঠাৎ বিয়া হৈ যায় নেকি? জীয়াউৰৰ মুখখন দেখিলে গম পোৱা যায় এটা ধূৰ্ত বদমাইচ। ঘৈণীয়েকৰ কথা বাদেই দিলোঁ সন্তানৰ জীৱনৰ কথা ভাৱিব লাগিছিল। সন্তানৰ জীৱন ধ্বংস কৰি নিজৰ জীৱনৰ সুখৰ সংসাৰ গঢ়ি আছে। ছিঃ, এনে ব্যক্তিক ধিক্কাৰ দিছোঁ। পৰকীয়া ত লিপ্ত পুৰুষৰ এটা সস্তীয়া শব্দ হল ঘৈণীয়েক চৰিত্ৰ হীন।

  • @ganeshgogoi4680
    @ganeshgogoi4680 6 หลายเดือนก่อน +1

    My dear, sister, Mr, Rhman is very clever, right . But you are realy nice . Enjoy your new life . God help you .

  • @dhritirekhadas2757
    @dhritirekhadas2757 6 หลายเดือนก่อน +20

    জিয়াউৰ তিৰোতা চুৰ ৷

  • @Islamshohidul01122
    @Islamshohidul01122 6 หลายเดือนก่อน +8

    Salute baidew actually apuni bhut val manuh

  • @sarbanandasingh269
    @sarbanandasingh269 5 หลายเดือนก่อน

    নিজৰে পৰিয়ালক সংস্থাপন দিব নোৱাৰা জীয়াউৰ ৰহমানৰ দেশ সেৱাৰ নমুনা!

  • @amiyachetia2017
    @amiyachetia2017 5 หลายเดือนก่อน +1

    চৰ, চাপৰি ৰ মিঞা যেন লাগিছে,তাহাতৰ হে চাৰি পাঁচ জনী মাইকী থাকে।

  • @fakrulislam1322
    @fakrulislam1322 5 หลายเดือนก่อน +3

    আফৰুজাৰ আগৰ গীৰীয়েক জনৰ নাম মেহবুব আলম

  • @iluahmed1051
    @iluahmed1051 5 หลายเดือนก่อน

    Val interview dla.

  • @DevVector365
    @DevVector365 5 หลายเดือนก่อน

    Interview লব লগা কি আছে?

  • @soonmoniborah3042
    @soonmoniborah3042 5 หลายเดือนก่อน

    ঘৰুৱা সমস্যাবোৰ এনেকৈ বাহিৰত আনিবলৈ লাজ নালাগেনে ? দেশৰ ইমান সমস্যা।এই সাংবাদিকবোৰে আক লোকৰ বেডৰুমৰ খৱৰ হে ৰাখে।ইমান নিলাজ তিৰী ।এখন তাল অকলে নাবাজে।ল'ৰাৰ লগত কেনেকৈ হ'ব ইমান নাৰীৰ প্ৰতি আকৰ্ষন থাকিলে।

  • @WhatsthehellXyz
    @WhatsthehellXyz 6 หลายเดือนก่อน +6

    সাংবাদিক জনৰ প্ৰশ্ন কৰাৰ ধৰণ আমনিদায়ক, বিৰক্তিকৰ। একেটা কথাকে বাৰে বাৰে উনিকিয়াই থকাটো বৰ আমনদায়ক।

  • @RationalistAssam
    @RationalistAssam 6 หลายเดือนก่อน +2

    Support u farnaz! 👍👍

  • @sacindradeka8192
    @sacindradeka8192 6 หลายเดือนก่อน +4

    জীয়াউৰে সামাজিক জীৱন ত্যাগ কৰা ভাল।

  • @MoniDas-rj1ry
    @MoniDas-rj1ry 6 หลายเดือนก่อน +3

    Iman dhuniya family suwali dujoni aapuni nijar family loy ghuri aahok jetiya bisanat podi thakibo nijor family ey sabo nijor suwali sabo

  • @jahangirhussain6989
    @jahangirhussain6989 5 หลายเดือนก่อน +1

    government service is the main culprit

  • @AtowarRahman-f9y
    @AtowarRahman-f9y 4 หลายเดือนก่อน

    Assamese people are so agressive. But they aren't stupid , They're most politeness. There fore u may solve ur behaviour...Best of life love....!

  • @KishnaPanging
    @KishnaPanging 5 หลายเดือนก่อน

    বংগ বাসী মুছলমান আৰু খীলনজীয়া মুছলমানৰ বহুতো প্রভেদ আছে।

  • @padmabatidas15
    @padmabatidas15 5 หลายเดือนก่อน

    God bless u