অম্বুবাচী

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 มิ.ย. 2022
  • #ভাগৱতপাঠ #pranjitgogoi #bhagawatpath#pranjalprotimborah
    ভাগৱত পাঠ ব্যাখ্যা
    স্থান--নামতি লোনপুৰিয়া।
    পদ্ম কাকতি বাপজনাৰ বাসগৃহ।
    পাঠ আৰু ব্যাখ্যা-প্ৰাণজিৎ গগৈ,খনামুখ।
    ভিডিঅ এডিট-প্ৰাঞ্জল প্ৰতীম বৰা।
    শব্দযন্ত্ৰ-ভাই চাউণ্ড চাৰ্ভিচ,খনামুখ।
    অনুষ্ঠানটি আত ধৰোতে আমি মহা অধমে জ্ঞাতে বা অজ্ঞাতে কৰা ভুলৰ বাবে আপোনাসৱ মহা মহন্তৰ চৰ#sibsagar ণত সেৱা জনাইছো...🙏🙏🙏

ความคิดเห็น • 1.6K

  • @bhusansarma8073
    @bhusansarma8073 7 วันที่ผ่านมา +45

    শংকৰদেৱে সকলোকে সমান বুলি ভাৱিছিল কিন্তু এতিয়া ৰ শংকৰী বোৰে ধৰ্ম টোৰ মাজত বিভেদ অনা বুলি পৰিলক্ষিত হয় | ভগৱানৰ ওপৰত কোনো হব নোৱাৰে | জয় শ্ৰী ৰাম জয় মা কামাখ্যা ❤

    • @Jaanrdas6364
      @Jaanrdas6364 5 วันที่ผ่านมา

      Val lagile huni krishno..
      Mi kotha ata janib bisaru j Dev devi Ku puja koru Aru bisakh Koru ! Mi namghor logot tu jorit vogwank bisakh koru.! Kotha2 hol atia mi kak Ki korim kak manim.?
      Aru ata kouk beleg Dev Devir murtik sab korib napay ! Kintu krishno murti sab pay kio..? Krishno murtitu, murti nohoy neki ?

    • @ArunaBhuyan-ob1ey
      @ArunaBhuyan-ob1ey 5 วันที่ผ่านมา

      Krishnak pujile Puja hokolure hoi . Prithoke pujile Puja kehu nolovoiyo. Buji louk

    • @pujapanservice3710
      @pujapanservice3710 4 วันที่ผ่านมา +3

      @@ArunaBhuyan-ob1ey Tur baperok Puj okol marok nupujibi , marok khedi de gharor pora . Krishna k pujile hokoluke Puja hoi kotha kobole aaho . Krishna i koisile nki ? Muke pujibi belegok nupujibi buli . Ninda kora kotha eibur tohotor . Beleg rajyar krishna bhaktaitu hokluke Mane. Tohoti pabot joga adharmi mohapapi tohot.

    • @user-ug5xk3dg9o
      @user-ug5xk3dg9o 16 ชั่วโมงที่ผ่านมา

      Apuni debi puja kore ki paise

    • @pujapanservice3710
      @pujapanservice3710 14 ชั่วโมงที่ผ่านมา +1

      @@user-ug5xk3dg9o Toi Sankar dharma loi ki bal dal paiso, musolane Allah Mane ki paise , Christian a jishuk Mane hihote ki paise . Anor dharmak kamurai Kam tohotor . Tohotor dharma tu a hatya nki ei prithibit hajarta dharma ase . Tohotor sankari dharma harbe harba nohoi.

  • @swadhinsaikia6947
    @swadhinsaikia6947 2 ปีที่แล้ว +13

    কৃষ্ণ কৃষ্ণ আপোনাৰ অমৃত বৰষা ভাগৱতৰ ভাঙনি ভাগ শুনি বৰ আমোদ পালো ৷ভগৱানে সহায় কৰক ৷

  • @bishwabora8408
    @bishwabora8408 5 วันที่ผ่านมา +10

    শাস্ত্ৰৰ উওম গীতা ভাগৱত
    ধৰ্মৰ উওম নাম
    দেৱৰ উওম দৈৱকী নন্দন
    চৰণে কৰো প্ৰমাণ🙏
    কৃষ্ণ বাপ🙏

  • @kamalsharma2034
    @kamalsharma2034 ปีที่แล้ว +68

    ভগৱন্ত আৰু আমাৰ মনুষ্যৰ মাজত বহুত পার্থক্য আছে। আমি শ্রীমন্ত শঙ্কৰ দেৱ আৰু মাধৱ দেৱৰ জন্ম আৰু মৃত্যু তিথি পালন কৰোত অথচ তেওঁলোক তো আমাৰ বংশৰ নহয়। কিয় পালন কৰো তেওঁলোক গুৰু দুজনা আমাৰ পিতৃ স্বৰূপ। ঠিক তেনেকৈ মা কামাখ্যা ৰজশ্বলা হ'লে আমি মাতৃ দেৱী হিচাপে হে মান্যতা দিও ৷ তেওঁ দেৱী .মানৱ নহয় ৷ ভগৱতত কোৱা মতেই যেনেকৈ বসুমতি আৰু বৰাহৰ সঙ্গমৰ ফলত নৰকাসুৰৰ জন্মৰ কথা কৈছে 'ঠিক তেনেকৈ মাতৃ বসুমতিৰ সৈতে যেতিয়া আমাৰ সান্নিধ্য স্থাপন হয় অর্থাৎ আমি বসুমতিত হাল বাও , কোৰ মৰা হয়, গছ পুলি ৰোৱা হয় তেতিয়া বেয়া প্রভাৱ পৰে বুলি পৌৰাণিক কালৰে পৰা বিশ্বাসক লৈ চলি আহিছে। মই মোৰ মনৰ ভাৱহে প্রকাশ কৰিলোঁ৷ ভুল হ'লে ক্ষমা কৰিব ৷

    • @mamilabhuuyan6391
      @mamilabhuuyan6391 9 วันที่ผ่านมา

      পুৰনি কাল নাই,বৰতমান যুগত ভাগৱত ধৰ্ ম পালন কৰিব লাগে তেতিয়া জীৱনত মুকুতি লাভ কৰিব পাৰি

    • @hemantakumardatta284
      @hemantakumardatta284 8 วันที่ผ่านมา +1

      Aeku bhul kowa nai.

    • @manashhazarika076
      @manashhazarika076 7 วันที่ผ่านมา

      বসুমতী আহাৰ মাহত ৰজচলা বুলি আপুনি কেনেকৈ গম পালে । আহাৰ মাহত টো কামাখ্যা দেৱীহে ৰজচলা হৈ চোৱা হ'ল। তেন্তে হাল কোৰ কিয় নমাৰিব । যদি বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চোৱা যায় তেন্তে আহাৰ মাহত টো হাল বাবলৈ, কোৰ মাৰিবলৈ নাপায় বুলি পোৱা নাই ।

    • @baikunthagagai7359
      @baikunthagagai7359 7 วันที่ผ่านมา

      Vul hoise akou,val dore bislyekhon kora buji paba

    • @pujapanservice3710
      @pujapanservice3710 7 วันที่ผ่านมา

      Tohotor dharma branchat khula account. Hindu nohoi tohot

  • @rumigogoi8881
    @rumigogoi8881 2 ปีที่แล้ว +34

    কৃষ্ণ কৃষ্ণ ভাগৱতত উপবিষ্ট সমস্ত জনলৈ ভক্তি ভৰা সেৱা নিবেদিলো কৃষ্ণ। আপোনাসবৰ অমৃত ময় বাখ্যা সময় উপযোগী শ্রৱণ কৰি পৰম সন্তুষ্টি লভিছো।

    • @lakhyagayan734
      @lakhyagayan734 2 ปีที่แล้ว +2

      কৃষ্ণ কৃষ্ণ বা প। সেৱা জনাই ছো🙏🏻🙏🏻🙏🏻🙏🏻

    • @prativabora3555
      @prativabora3555 ปีที่แล้ว

      Yes GB

    • @sayanikadeori9672
      @sayanikadeori9672 ปีที่แล้ว

      ​@@lakhyagayan734²
      Cc

  • @SIVASAGAR_GOD
    @SIVASAGAR_GOD 2 ปีที่แล้ว +10

    কৃষ্ণ মই বহুত দিনৰ পৰা ভাবি আছিলো এই বাখ্যা টো শুনি বৰ বাবে ভাল লাগিল

  • @jibonchborah3819
    @jibonchborah3819 ปีที่แล้ว +23

    বসুমতী এগৰাকী মাতৃ বুলি ভাগৱতে কৈছে। বসুমতী ৰজস্বলা হয়। ৰজস্বলা অৱস্থাত বৰাহৰুপী বিষ্ণুৱে বসুমতীক উদ্ধাৰ কৰোঁতে ৰমণ কৰাৰ বাবে নৰকৰ জন্ম , এগৰাকী মাতৃ ৰজস্বলা মাতৃৰ যোনীমণ্ডলেদিয়েই হয় , পৃথিৱীৰ মাতৃৰ যোনী সেয়েহে এঠাইতেই থাকিব সেয়েহে গোটেই পৃথিবীয়েই অম্বুবাচীত অশুচী হয় ,,পাৰে যদি আমাৰ দ্বাৰা ৰচিত পৰম ব্ৰহ্মৰ সন্ধানত কিতাপ খনি পঢ়িব ,, আপুনি যে ক'লে শিব ই ভাং খাই, সেই তথ্য ক'ত পালে জনাব চোন,,আমি সেই তথ্য বিচাৰি কতো নাপালোঁ,,

    • @jodujunakakashmusical266
      @jodujunakakashmusical266 8 หลายเดือนก่อน +3

      শিৱ‌ই ভাং খোৱা বুলি আমি আজিলৈকে পোৱা নাই 🙏🏻। আৰু জোতিময় বাপেও আজিলৈকে কোৱা নাই কৃষ্ণ ।

    • @anant8469
      @anant8469 5 หลายเดือนก่อน +1

      আৰু কব গ'লে সকলো জীৱৰ পাৰ্বতী মা হয় । কোন মাকে নিজৰ সন্তানৰ বলি নিবিচাৰে।

    • @PratapKalita-xc7bb
      @PratapKalita-xc7bb 15 วันที่ผ่านมา

      ​@@anant8469jn ni

    • @bnjn5135
      @bnjn5135 13 วันที่ผ่านมา

      ​@@anant8469 ঠিকেই কৈছে আপুনি।

    • @sourabhborah9418
      @sourabhborah9418 11 วันที่ผ่านมา +1

      কামাখ্যা দেৱী আৰু বসুমতি একে গৰাকী নহয়

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 3 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকলো লৈকে সেৱা নিবেদন কৰিছো
    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ

  • @tonmoinath275
    @tonmoinath275 2 ปีที่แล้ว +67

    হৰ হৰ মহাদেৱ সকলোকে আমি সমান বুলি ভাবো আগতে ত্তত্ব বুজি লবা তাৰ পিছত ব্যত্ত কৰিবা । হৰ হৰ মহাদেৱ জয় মা কাম্যাখা

    • @jyotimoy6018
      @jyotimoy6018  2 ปีที่แล้ว +5

      কৃষ্ণ

    • @Littlemissperfect369
      @Littlemissperfect369 2 ปีที่แล้ว

      5gp9 5th 3D was Xu Fu 9h tf@@jyotimoy6018
      3 ||}

    • @niramchandrahaloi1871
      @niramchandrahaloi1871 2 ปีที่แล้ว +4

      "আগতে তত্ত্ব বুজি লবা" এইখিনি অনুকৰণ কৰিলেই হব। কৃষ্ণ--- কৃষ্ণ----।

    • @Mrbeatsshorts01263
      @Mrbeatsshorts01263 ปีที่แล้ว +6

      Har har mahadev🙏

    • @SurprisedBaseball-nx7xw
      @SurprisedBaseball-nx7xw 11 วันที่ผ่านมา +3

      Toi nijake bahut maha pandit buli vabisa neki?

  • @dhrubajyotigogoi2269
    @dhrubajyotigogoi2269 ปีที่แล้ว +5

    কৃষ্ণ প্ৰভু🙏, কৃষ্ণ প্ৰভু🙏, কৃষ্ণ প্ৰভু🙏,

  • @bibhikonperme2957
    @bibhikonperme2957 ปีที่แล้ว +4

    অতি সুন্দৰ নিশ্চিত ব্যাখ্যা।
    আশা কৰিছোঁ ভাগৱত শব্দটো পুনৰ ব্যাখ্যা কৰিব যত ভাগৱতৰ ভা ৰ শব্দটো ব্যাখ্যা হ'ল, গ ৱ ত ৰ শব্দটো ব্যাখ্যাৰ বাকী থাকিল।
    জয় গুৰু ৰমানন্দ।

  • @debojanibhattacharjya7385
    @debojanibhattacharjya7385 7 วันที่ผ่านมา +3

    জয় মা কামাখ্যা। এই মহাপণ্ডিত ৰ জ্ঞান অপৰিসীম যেন পাওঁ

    • @ArunaBhuyan-ob1ey
      @ArunaBhuyan-ob1ey 5 วันที่ผ่านมา

      Apunar he Gyan oprikhim diok . Eman hundorkoi Sastro honmotto kotha kuar pisotu eyake Buji pale

  • @ramaborah3940
    @ramaborah3940 2 ปีที่แล้ว +11

    কৃষ্ণ সেৱা জনালোঁ🙏🙏

  • @DKNath-oe2ts
    @DKNath-oe2ts 2 ปีที่แล้ว +6

    কৃষ্ণ বাপ জন
    ভক্তিভৰা সেৱাভাগি নিবেদিলো 🙏🙏🙏🙏

  • @ratulHandique10
    @ratulHandique10 6 วันที่ผ่านมา +11

    হৰ হৰ মহাদেৱ। জয় মা কামাখ্যা।

  • @youcan671
    @youcan671 ปีที่แล้ว +2

    কৃষ্ণ 🙏জয় গুৰু শংকৰ 🙏
    প্ৰভু বিতৰ্কিত মন্তব্য বোৰ মচি দিয়ক অনুৰোধ কৰিছোঁ 🙏

  • @daisyrabha2343
    @daisyrabha2343 2 ปีที่แล้ว +5

    Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏🙏🙏

  • @mousamhazarika8972
    @mousamhazarika8972 2 ปีที่แล้ว +8

    সকলো সুন্দৰ ভাগৱতৰ বাখ্যা,কিন্ত এটা কথাই সদায় মনত বিভান্তি কৰে,শঙ্কৰ সংঘৰ সমাজে কি নিয়মত তিনি দিনৰ ৰাতিৰ পৰা সেৱকীৰ ঘৰত শাষ্ট পাঠ কৰিৱ পাৰে,পৰিয়ালৰ সকলোৰে সকাম নোহোৱালৈকেটো ব্ৰতট থাকে,ভূল হ'লে ক্ষমা কৰিৱ ।

    • @jyotimoy6018
      @jyotimoy6018  2 ปีที่แล้ว +2

      কৃষ্ণ পাৰিলে ফোন এটা কৰিব

    • @lifeetc4679
      @lifeetc4679 2 ปีที่แล้ว +1

      @@jyotimoy6018 প্ৰভু বৰ সুন্দৰ ব্যাখ্যা ।বহু উপকৃত হলো।

    • @dhrubajyotisarmah6733
      @dhrubajyotisarmah6733 ปีที่แล้ว

      Si ekodal najane dharma ki

    • @AnilTantibhagawat
      @AnilTantibhagawat ปีที่แล้ว

      Hongat nuhumai bahirar para gale lav ni

  • @anantarajkhowa6613
    @anantarajkhowa6613 ปีที่แล้ว +28

    কাৰো মনত আঘাত দিব নেপাই ।যিজন মানুহক আপুনি ভাল নেপাই হেই বুলি মানুহ জনৰ বদনাম গাব নেকি ।যেতিয়া সমুদ্ৰ মুনথন হৈ চিলে তেতিয়া প্ৰথমে বিহ ওলাইছিল জি বিহ সমগ্ৰ জীৱ কুল পতি বিপদ নামি আহিছিল আৰু হেই বিহ পান কৰিছিল মহাদেৱ । আৰু হেই বিহ পান কৰা পিছত তেওঁ হৰি তাপ বাহি গৈছিল তেওঁ কৈলাসত গৈ শান্তি পোৱা নাছিল । তেতিয়া সকলো দেৱ দেৱী তেওঁক হেই বিহ পৰা মুক্ত হব কাৰণে কেঁচা গাখীৰ আৰু ভাং বেল তেওঁক খুৱাইছিল হেই কাৰণে তেওঁৰ পূজাত বিবহাৰ কৰা হয় ভাং বেল পাত আৰু গাখীৰ । মানুহক নিছাৰ পয়োজন হয় ভগৱানক নহয় ।কৃষ্ণ শিৱ পূজা কৰিছিল। ৰাম অৰ্জুন ৰাৱণ সকলৰ শিৱ পূজা কৰিছিল। যেতিয়া কৃষ্ণ জন্ম হৈছিল তেতিয়া শিৱ বাবা গৈছিল তেওঁ চাবলৈ বামুণৰ ৰূপ ধাৰণ কৰি । আৰু যেতিয়া কৃষ্ণ ১৬গোপী লগত বিন্দাবনত আছিল । তাত বেলেগ পুৰুষ প্ৰবেশ কৰিবলে দিয়া নাছিল । কিন্তু শিৱ গৈছিল নাৰী ৰূপ ধাৰণ কৰি।

  • @noyanbora1914
    @noyanbora1914 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ 🙏 বাপ জন আপোনাৰ দ্বাৰা গুৰুজনাৰ ভাগৱত ব্যাখ্যা শুনি অশেষ ভাল লাগিছে 🙏

  • @jibonjyotidutta622
    @jibonjyotidutta622 2 ปีที่แล้ว +27

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

    • @jibonjyotidutta622
      @jibonjyotidutta622 2 ปีที่แล้ว +3

      ধন্যবাদ

    • @subornaroy9303
      @subornaroy9303 2 ปีที่แล้ว +1

      Krishna.krishna.hundar Byakhya.hewajanalu

    • @gitakotoky733
      @gitakotoky733 ปีที่แล้ว +1

      @@jibonjyotidutta622 Narayan Narayan Narayan .

    • @videoassamese.123
      @videoassamese.123 ปีที่แล้ว

      ঐতিহাসিক ঠাই🙏কাতি মাহত মনোবাঞ্ছা পূৰণৰ বাবে ভক্ত ই আগবঢ়াই ভোগ🙏th-cam.com/video/d7dpa4EzCNY/w-d-xo.html

  • @mridusmitasaikia7123
    @mridusmitasaikia7123 2 ปีที่แล้ว +11

    জয় জয় শ্ৰীকৃষ্ণ 🙏

  • @Miduldutta
    @Miduldutta ปีที่แล้ว +9

    কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ বিশ্লেষণ এনেকৈ শুনিবলৈ পাম বোলি ভৱাই নাছিলো,,,,, আপোনাক ধন্যবাদ জনালো প্ৰভু, আমাৰ ভুল বিলাক আতৰি গৈছে প্ৰভু, অন্তৰত স্পৰ্শ হৈছে জয় গুৰু শংকৰ জয় গুৰু শংকৰ জয় গুৰু শংকৰ

  • @dipalitamulyboruah9037
    @dipalitamulyboruah9037 ปีที่แล้ว +7

    কৃষ্ণ।বাপ গৰাকীৰ শ্ৰীমুখে অমৃতময় ভাগৱত ব্যখ্যা শুনি ধন্য মানিছো।বাপ গৰাকীলৈ প্ৰনাম জনাইছো।কৃষ্ণ।

  • @kabitasaikia1476
    @kabitasaikia1476 2 ปีที่แล้ว +5

    বাপ আপোনাৰ সুমধুৰ কণ্ঠত সাবলীল ভাষাৰ কথাখিনিয়ে হৃদয় চুই গৈছে। বহুতো নজনা কথা জানিলো। ভগবানে আপোনাক কুশলে ৰাখক।

  • @mridulasonowal7096
    @mridulasonowal7096 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভু। সেৱাহে🙏🙏

  • @jayantidas3472
    @jayantidas3472 ปีที่แล้ว +6

    কৃষ্ণ বাপ ভক্তিৰে ভৰা সেৱা প্ৰদান কৰিলো গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ 🙏🙏

  • @mpofficial4972
    @mpofficial4972 ปีที่แล้ว +9

    ব্যাখ্যা সুন্দৰ হৈছে ৷ শুনি ভাল লাগিল ৷কিন্ত যুক্তিৰ ওপৰত সামান্য সন্দেহ আছে

  • @pulakesh1669
    @pulakesh1669 2 ปีที่แล้ว +6

    কৃষ্ণ 🙏🙏🙏 আপোনাৰ ভিডিও আজি প্ৰথম চাইছো বহুত ভাল লাগিল আৰু আপুনি বহুত ভালকৈ বুজাই দিছে🙏🙏আপোনাক এটা কথা সুধিব বিচাৰো মানে ""কলিৰ শেষত যে কল্কি অৱতাৰ, বুলি কই এই কল্কি অৱতাৰ মানে কি হয়,,, 🙏যদি বেয়া নাপাই জনাবচোন

  • @yourgamingyt469
    @yourgamingyt469 2 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ হৰি ৰাম 🙏🙏🙏

  • @punashwrdas
    @punashwrdas ปีที่แล้ว +4

    Krishana krishna krisana 🙏🙏🙏

  • @jyotirekhahazarika9276
    @jyotirekhahazarika9276 ปีที่แล้ว +3

    Aponar mukhar ai amrit banie antar atma sui gol. Bahut val lagil. Vogobank prathana korisu apuni dirghau, nirogi aru ajiban Krishna r kirtan kori xukhat thakok. Krisna

  • @sarbeswarmadahi3058
    @sarbeswarmadahi3058 2 ปีที่แล้ว +6

    ধন্য‌ আপোনাৰ বিশ্লেষণ

  • @mallikaborah3507
    @mallikaborah3507 4 วันที่ผ่านมา +5

    মানৱ সেৱা আচল ধৰ্ম

  • @srletusitubahutu.670
    @srletusitubahutu.670 ปีที่แล้ว +5

    কৃষ্ণ 🙏ভাগৱত= ভা,গ,ৱ এইতিটা আখৰৰ অৰ্থ বুজিলো কিন্তু ত আখৰটোৰ অৰ্থ নুবুজিলো।কৃপা কৰি বুজাই দিলে সুখি হ'ম। কৃষ্ণ 🙏

    • @haluakhelebgmi5565
      @haluakhelebgmi5565 ปีที่แล้ว

      ত বৰ্ণ‌ য়ে তৰণ অৰ্থ প্ৰকাশ কৰিছে অৰ্থাৎ বৈষ্ণৱী জ্ঞানৰে জীৱ তৰণৰ উপায় 'শ্ৰীমদ্ ভাগৱত' অমৃত পান 🙏🏽 কৃষ্ণ

  • @binitaborah9125
    @binitaborah9125 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ🙏 বাপ বৰ সুন্দৰ লাগিল।

  • @modanborah2333
    @modanborah2333 ปีที่แล้ว +7

    🙏🙏 কৃষ্ণ কৃষ্ণ,বাপজন সেৱা নিবেদিছো।বৰ সুন্দৰ ব্যাখ্যা কৰা হৈছে। গুৰু জনাৰ কৃপা মিলক। কৃষ্ণ

  • @bantideka823
    @bantideka823 ปีที่แล้ว +3

    বহুত ভাল লাগিল আপোনাৰ অমৃতময় কথা শুনি কৃতাৰ্থ হৈছোঁ।

    • @anantadoley4009
      @anantadoley4009 ปีที่แล้ว +2

      অমৃতময় কথা ভাল লাগিছে

  • @manojkolita6221
    @manojkolita6221 10 หลายเดือนก่อน +33

    হুইবেক ‎প্ৰচুৰ ‎চোৰ ‎ডকাইত ‎কলিত। ‎
    পাষণ্ডে ‎কৰিবে ‎বেদ পথক ‎দূষিত ।
    ‎পাষণ্ডৰ ‎মুখত ‎শুনিবে ‎ধর্মজ্ঞান । ‎
    কলিত ‎কৰিবে পাষণ্ডক ‎বহুমান ।।
    ‎মূৰ্খৰ ‎উন্নতি ‎হৈবে ‎ফুৰিবে ‎উল্লাখি ‎।
    ধৰ্ম বসানিবে ‎উচ্চ ‎আসনত বঢ়ি ।।
    (ভাগৱত দ্বাদশ স্কন্ধ)

    • @manashhazarika076
      @manashhazarika076 7 วันที่ผ่านมา

      ভকতৰ চৰিত্ৰ যেনেকুৱাই নহওঁক সেইটো প্ৰয়োজন নাই। আমি মাত্ৰ ভকতক সেৱা কৰিলে ভগৱান সন্তুষ্ট হ'ব। কৃষ্ণ

    • @pujapanservice3710
      @pujapanservice3710 7 วันที่ผ่านมา +1

      নিজে নিজক শ্ৰেষ্ঠ আক্ষা দিয়া হেই ভাগৱত নিজেই অহংকাৰী।

    • @debajitborah1673
      @debajitborah1673 3 วันที่ผ่านมา

      Bor har ukti dile dei.. ekebare heijonor logot khap khai porise..

    • @pujapanservice3710
      @pujapanservice3710 3 วันที่ผ่านมา

      @@manojkolita6221 গুণ নাম যিটো বিষ্ণুৰ শিৱৰ ।.
      তাক ভিন্ন কৰে যি নৰ।।
      নামৰ হিয়ো মহা অপৰাধী ।
      নৰকত পৰে দৈবে নাবাধি ।।
      কীৰ্তন (নাম অপৰাধ)
      Gotike tohoti moha papi , norokot bhugibi tohoti sankari Gitai.

    • @pujapanservice3710
      @pujapanservice3710 3 วันที่ผ่านมา

      @@manashhazarika076 Tohotor bhokot beesibhagei nnari kelengkari , saritrahin besibhag hangkori . Mohapapi durasari tohoti.

  • @bibekanandabora4843
    @bibekanandabora4843 ปีที่แล้ว +11

    🙏কৃষ্ণ কৃষ্ণ বাপ বহুত সুন্দৰ ব্যাখ্যা

  • @user-kaushikvlog
    @user-kaushikvlog 2 ปีที่แล้ว +6

    বৰ ভাল লাগিল শুনি, 🙏🙏🙏

  • @sadanandaburagohain4169
    @sadanandaburagohain4169 2 ปีที่แล้ว +8

    কৃষ্ণ, আপোনালৈ সেৱা নিৱেদিলো।ভাল লাগিল আজিৰ ব্যাখ্যা ভাগো 🙏

  • @user-sc4kq9dz3r
    @user-sc4kq9dz3r ปีที่แล้ว +2

    আমি চাৰি মুঠি জীৱৰ মঙ্গল কামনা কৰা মানে ঈশ্বৰকেই সেৱা কৰা হয়। কাৰণ জীৱ আৰু পৰম আত্মাৰ মাজত একো পাৰ্থক্য ্নাই। ঈশ্বৰক বিচাৰি এশ এটা ধৰ্ম কৰি লাভ নাই। ধৰ্ম কম্ম ঈশ্বৰ এজন। নিজৰ হ্নদয়ততেই আছে। জন্ম মূতু কাল মায়া সব তেওঁ হিয়াতে আছে। ভগৱান বিচাৰি ধৰ্ম ক বিচাৰি হাবাথুৰি খাব নালাগে। জগত খনেই ঈশ্বৰ ময় দেখক জীৱৰ মঙ্গল কামনা কৰা কেই ধৰ্ম বুলি বিশ্বাস কৰা। ঈশ্বৰে ভাল পাব। ঈশ্বৰে ভাল পালে প্ৰকৃতিৰ 24তত্ব পঞ্চ মহাভূতৰ গুণ ও মায়াই একো কৰিব নোৱাৰে। প্ৰদীপ গগৈ। নমস্কাৰ।

  • @chitrakumarhazarika9224
    @chitrakumarhazarika9224 ปีที่แล้ว +1

    কৃষ্ণ বাপ..বৰ সুন্দৰ ব্যাখ্যা ভাগৱতৰ আশ্ৰয়ৰ, অৰ্থৰ।

  • @sukhamtamuli5759
    @sukhamtamuli5759 2 ปีที่แล้ว +15

    কৃষ্ণ বাপ বহুত ভাল লাগিল বহুতো নজনা কথা জনিলো🙏🙏🙏

  • @amritnath1156
    @amritnath1156 2 ปีที่แล้ว +87

    নিজৰ ধমক উচ্চ জ্ঞান কৰি আনৰ ধমক নিন্দা কৰাটো মহাপাপী বাপজন নাপাই নাপাই 🙏আপুনি যে দেবাদিদেব মহাদেৱক ভঙুৱা দাইভাৰ বুলি হাহি তেওঁক পূজা কৰিব নাপাই বুলি মিছা ফটুৱা ভাষণ বোৰ দিলে... সেইজন মহাদেৱ 🌍ভগৱানেই যে দেৱাসুৰৰ মাজত সমুদ্র মন্হন হওতে ওলোৱা গৰল(বিহ) খিনি খাই যে সমস্ত দেৱ-দেৱী সকলকেই যে ৰক্ষা কৰিছিল সেইবোৰ কথা পাহৰিলে নেকি???ভকত হ'ল বুলিয়েই যি টি কথা নকব🙏👎আপুনি এটা সাধাৰণ মানুহ হৈ এজন ভগৱানক যে দাইভাৰৰ লগত তুলনা কৰিলে আপুনি কি ভাগৱত পঢ়ি এয়াই জ্ঞান পাইছে নেকি?? আপুনি শঙ্কৰদেৱতকৈয়ো মহান যেন লাগিল😂আপুনি জানেনে যে ভগবান বিষ্ণুয়েও শিৱৰ পূজা কৰিছিল.. ভগবান ৰাম চন্দ্রই যে মহাদেৱক একান্ত গুৰু মানি পূজা কৰিছিল। ।আৰু এটা কথা জানেনে যে মহাদেৱক নিন্দা কৰি দক্ষৰ কি অবস্থা হৈছিল? ?নাপাই নাপাই মহাদেৱৰ নিন্দা শুনাটোও মহাপাপী বাপ🙏যিজন দেৱতাৰ গুণৰ সাগৰৰ কথা কৈ থাকিলেও অন্ত নপৰে আৰু আপুনি সেইজন দেৱতাৰ নিন্দা, অপমান কৰিছে.....

    • @dhrubajyotisarmah6733
      @dhrubajyotisarmah6733 2 ปีที่แล้ว +6

      Si eta pagol tak dekhileo mor magaj gorom hoi faltu murkha eta deboninduk mahapapi eta sibtatta si nubuje gorutoe

    • @barshadeka8088
      @barshadeka8088 2 ปีที่แล้ว +3

      Akdom khosa kotha koise

    • @pranjalhajong7107
      @pranjalhajong7107 2 ปีที่แล้ว +4

      har har mahadev🙏🙏🙏

    • @asomiaasom6008
      @asomiaasom6008 2 ปีที่แล้ว +11

      অল্গ বিদ্যা অতি ভয়ংকৰ ।এইজনাৰ ভাগৱত পঢ়োতে পঢ়োতে বহুবেছি জ্ঞান পাই মতিভ্ৰম হৈ নিন্দাবাদ কৰি ভাটৌৰ দৰে আওৰাই আছে ।

    • @amritnath1156
      @amritnath1156 2 ปีที่แล้ว

      @@asomiaasom6008 Hoi😂thike koise moti vrom hoise😅

  • @bashantiborah2411
    @bashantiborah2411 ปีที่แล้ว +2

    বৰ সুন্দৰ ব্যাখ্যা । সকলোৱে বুজিবলৈ চেষ্টা কৰক ।

  • @PopiHazarika-py2ug
    @PopiHazarika-py2ug ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ 🙏বাপজন । অতি সুন্দৰ ব্যাখ্যা আগবঢ়ালে । বহুত ভাল লাগিল ।🙏

  • @himangshugogoi3419
    @himangshugogoi3419 2 ปีที่แล้ว +5

    Krishna Krishna 🙏🙏🙏

  • @abmonty7274
    @abmonty7274 2 ปีที่แล้ว +24

    হে প্ৰভুসকল প্ৰণাম জনালো🙏🙏🙏 কৃষ্ণ
    অঞ্জলি দাস

  • @pratimabordoloi7295
    @pratimabordoloi7295 ปีที่แล้ว +2

    কাৰন সকলো লোকে সময় অনুসৰি সকলো নিষিদ্ধ নিয়ম পালন কৰি বিপদৰ পৰা মুক্তি বিচৰা দেখা যায় । বাপ সমস্ত আপুনি দায় নধৰিব এক শৰণীয়া সবেও মূৰ্তি সবৰ আৰাধনা কৰাৰ উদাহৰণ পোৱা যায়

  • @puheswarisonowal1661
    @puheswarisonowal1661 ปีที่แล้ว +8

    কৃষ্ণ কৃষ্ণ বাপজনা 🙏ইমান সূন্দৰকৈ বুজাই দিলে ! তন্ন তন্নকৈ,!!বহুত ভাল লাগিল!!জয় শ্ৰীকৃষ্ণ🙏🙏

  • @pasantagogoi5463
    @pasantagogoi5463 2 ปีที่แล้ว +17

    আপোনক শতকুটি প্ৰণাম জনাইছো বাপ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @alukdas2951
    @alukdas2951 2 ปีที่แล้ว +6

    জয় শঙ্কৰ গুৰু।

  • @kamakhyasaikia5217
    @kamakhyasaikia5217 ปีที่แล้ว +16

    বাপজনাৰ ভাগরত পাঠৰ ব্যখ্য৷ শুনি ভাল লাগিল কৃষন।❤

  • @simantakalita3171
    @simantakalita3171 ปีที่แล้ว +2

    Ki nis manar vakat . Mahadev ok Driver or lagat tulna . Har Har Mahadev 🙏🙏🙏

  • @subhamjyotiborah5179
    @subhamjyotiborah5179 2 ปีที่แล้ว +3

    কৃষ্ণ 🙏 বাপ আপোনাক ধন্যবাদ 🙏

  • @prakashborah1560
    @prakashborah1560 2 ปีที่แล้ว +7

    শংকৰ মাধৱ হৰি,গোপাল স্বৰূপ ধৰি অনিৰুদ্ধ কৃষ্ণ হৰি ৰাম। নামেহে পৃথক কৰি বিচাৰত একে হৰি পূৰিলা ভক্তিৰ মনস্কাম।।

  • @uditgogoi8701
    @uditgogoi8701 ปีที่แล้ว +8

    সচাকৈ ধন্য হলো প্রভূৰ অমৃত প্রাণ কৰি।কৃষ্ণ

  • @lilydas2649
    @lilydas2649 2 ปีที่แล้ว +1

    Hai Prabhu Krishna Guru Narayan 🙏🙏🙏🌺🌺🌺🙏🙏🙏

  • @kirangogoi8937
    @kirangogoi8937 ปีที่แล้ว +12

    ভাগৱতৰ বাই ক্ষা ভাগ শুনি বৰ ভাল লাগে,কৃষ্ণ

  • @mamonidas4988
    @mamonidas4988 2 ปีที่แล้ว +11

    প্ৰভূ আপোনাৰ ভাগৱত পাঠ শুনি বহুত ধন্যহলো ।

  • @user-sc4kq9dz3r
    @user-sc4kq9dz3r ปีที่แล้ว +2

    পৰম আত্মা পৰমপুৰুষৰ পৰা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সূস্টি হৈছে। অৰ্থাৎ তেওঁৰ উদৰস্থ এই অনন্ত কোটি ব্ৰহ্মাণ্ড। জীৱাত্মা আৰু পৰম আত্মাৰ কোনো পাৰ্থক্য ্নাই । বেলি আৰু বেলিৰ পোহৰৰ মাজত একো পাৰ্থক্য নাথাকে। ঠিক সেইদৰে পৰম পুৰুষ আৰু জীৱ আত্মা একে মাথো পৰিমাণে কম বেছি। উৰণ বুৰণ গজন ভ্ৰমণ চাৰিও মুঠি দেহত নিজৰ কৰ্মৰ ফলে জন্ম হয। পৰম আত্মা পৰমপুৰুষ এঠাইতেই থাকে। এজনেই। জীৱ বিলাক তাৰ জ্যোতি বিন্দু। গতিকে চাৰি মুঠি জীৱ ভগৱানৰ সন্তান।

  • @priyadoleypegu597
    @priyadoleypegu597 ปีที่แล้ว +2

    krishna krishna krishna ❤️🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @pallabigogoi1612
    @pallabigogoi1612 2 ปีที่แล้ว +13

    বিধৱা মহিলাসকলক বিষয়ে ভাগৱতে কি বুলি সিদ্ধান্ত দিছে জনাৱছোন কৃষ্ণ।।

  • @gauravjyotisaikia2596
    @gauravjyotisaikia2596 2 ปีที่แล้ว +5

    কৃষ্ণ বাপ। বহুত নজনা কথা জানিলো। ধন্যবাদ আপোনাক।

  • @amorjyotimixjorhat
    @amorjyotimixjorhat ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ,আপুনি ইমান সুন্দৰকৈ ভাগৱত ভাঙনি কৰে, শুনিলে শুনিয়েই থাকিব মই যাই। বৰ ভাল লাগে আপোনাৰ এই video বিলাক চাই। বৰ সুন্দৰকৈ বুজি পোৱা যায় কথাবিলাক। বহুত শিকিব পাৰিছোঁ ভাগৱতৰ কিছু কথা।🙏 আপোনাক দুৰৰ পৰাই নমস্কাৰ কৰিলো।🙏

  • @jjyotitamuly8837
    @jjyotitamuly8837 ปีที่แล้ว +2

    কৃষ্ণ প্ৰভু আপোনাৰ ভাঙনি বোৰ ইমান সুন্দৰ বাপ শুনি আপ্লুত হৈছো।

    • @kunjarajkhowasona8902
      @kunjarajkhowasona8902 ปีที่แล้ว

      Bap,jonar,Hundar,vangni,hamuh,be,bhal,lagise,,💐💐💐

  • @lombitmoranofficial7781
    @lombitmoranofficial7781 2 ปีที่แล้ว +5

    কৃষ্ণ 🙏

  • @mamanideka4369
    @mamanideka4369 ปีที่แล้ว +5

    🙏 জয় গুৰু শঙ্কৰ 🙏 জয় শ্ৰীকৃষ্ণ 🙏 27.11.2022.

  • @manujkalitamanujkalita865
    @manujkalitamanujkalita865 ปีที่แล้ว +6

    অমৃত বিলাই আছে এতিয়া লৱ পাৰিব লাগে 🙏🏼🙏🏼 কৃষ্ণ

  • @simantakalita3171
    @simantakalita3171 ปีที่แล้ว +8

    JAY MAA KAMAKHYA 🙏🙏🙏

    • @amritnath1156
      @amritnath1156 ปีที่แล้ว

      জয় মা কামাখ্যা🙏🌺🌺🌺🙏 🚩

  • @mouchumigogoi5024
    @mouchumigogoi5024 2 ปีที่แล้ว +4

    প্ৰাণজিৎ প্ৰভু ভাল লাগিলে

  • @biswajitbaruah3564
    @biswajitbaruah3564 2 ปีที่แล้ว +4

    Koti koti pranam prabhu

  • @pramiladeori6928
    @pramiladeori6928 ปีที่แล้ว +2

    Krishna bap pronam 🙏🙏🙏🙏

  • @bidurdekabidurdeka7268
    @bidurdekabidurdeka7268 ปีที่แล้ว +1

    Krishna krishna krishna bap xuni bor aanndor palu 🙏🙏🙏🙏🙏

  • @animadutta4133
    @animadutta4133 2 ปีที่แล้ว +9

    Krishna bapjona bohut val lagil sewa jonalu .

  • @prahladchetia4233
    @prahladchetia4233 2 ปีที่แล้ว +9

    কৃষ্ণ, ভাগৱত ৰ ৰস ভাগি শুনি ভাল লাগিল ।

  • @girishbasunia8769
    @girishbasunia8769 5 หลายเดือนก่อน +1

    খুব ধুনিয়া বাপ, খুব ভাল বুঝাইছ। কৃষ্ণ কৃষ্ণ বাপ।

  • @puspadhardeka5665
    @puspadhardeka5665 ปีที่แล้ว +1

    বহুত ভাল কথা জনিলোঁ, ধন্যবাদ, প্ৰভু,

  • @ruprampatar2446
    @ruprampatar2446 2 ปีที่แล้ว +16

    সুন্দৰ বাখ্যা হৈছে গুৰু জনাই আপোনাক কূপা কৰক

  • @jatnarabha9323
    @jatnarabha9323 ปีที่แล้ว +3

    কৃষ্ণ বাপ 🙏🙏 সুন্দৰ

  • @lukumonigogoi7833
    @lukumonigogoi7833 ปีที่แล้ว +2

    Krisna pravo.bap Jona apunar kantha moha vagoutor ktha huni b pai antor atma hanti pao.🙏🙏🙏

  • @surujkumarborah7473
    @surujkumarborah7473 ปีที่แล้ว

    Bhute Bhute Hundor emn hundor koi baykhya korise mon sui gol Krishna Krishna Krishna🙏🙏🙏

  • @kumudgayan1664
    @kumudgayan1664 2 ปีที่แล้ว +19

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ অমৃতময় ভাগৱত বাখ্যাৰ দ্বাৰা জাগতিক জগতত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কাৰণে আপোনাক অশেষ ধন্যবাদ জনালো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

    • @tapansaikia5798
      @tapansaikia5798 ปีที่แล้ว

      Excellent discussion. 🙏🙏🙏

  • @paruldutta5898
    @paruldutta5898 2 ปีที่แล้ว +4

    Krishna krishna krishna

  • @anupdas115
    @anupdas115 ปีที่แล้ว +4

    আপোনাৰ এনে ধৰ্মীয় অনুষ্ঠানত যুৱক,যুৱতী সকলক অনাৰ প্ৰয়াস কৰিলে উপকৃত হব বুলি ভাবো।

  • @thunukalita6191
    @thunukalita6191 ปีที่แล้ว +2

    Oti sundor krishna kotha

  • @Papu_Hhazarika
    @Papu_Hhazarika ปีที่แล้ว +4

    Ram bhi uska ravan uska jibon uska Maron bhi uska tandav hai or dhiyan bhi woh hain agyani ka gyan bhi woh hain 🕉️

  • @user-id4ov8zs9f
    @user-id4ov8zs9f 2 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ,,,,

  • @paragduarah1706
    @paragduarah1706 ปีที่แล้ว +1

    কৃষ্ণ বাপ সেবা আগবঢালো গ্ৰহণ কৰিব ।

  • @niveditaborkakati7826
    @niveditaborkakati7826 ปีที่แล้ว +2

    অতি সুন্দৰ, কৃষ্ণ 🙏

  • @jaganathsonowal2365
    @jaganathsonowal2365 2 ปีที่แล้ว +3

    🙏 কৃষ্ণ 👣👈🙌

  • @ranuhazarikanayak9601
    @ranuhazarikanayak9601 ปีที่แล้ว +3

    জয় কৃষ্ণ 👏👏

  • @bollywoodsongo7583
    @bollywoodsongo7583 ปีที่แล้ว +1

    Kishono kishoni bhut bhal lagil ❤❤❤❤❤❤❤kishono kishono

  • @champakdas7745
    @champakdas7745 2 ปีที่แล้ว +2

    val lagil bhu bhu dhynabad thakil

  • @jeetakotoky876
    @jeetakotoky876 ปีที่แล้ว +3

    Joi shri krishna.

  • @bhagyawatigohain3472
    @bhagyawatigohain3472 2 ปีที่แล้ว +5

    🙏🙏🙏🙏🙏 আপোনাক বহুত বহুত ধন্যবাদ 🙏🙏🙏

  • @gorkhafocus620
    @gorkhafocus620 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ হৰি হৰি

  • @buddhaboruah3008
    @buddhaboruah3008 ปีที่แล้ว +2

    Krishna krishna krishna❤❤❤🙏🙏🙏