Pitambar Deva Goswami Exclusive: দুলীয়াজানৰ ‘জিতু’ কিদৰে হ’ল ড০ পীতাম্বৰ দেৱগোস্বামী?
ฝัง
- เผยแพร่เมื่อ 6 ก.ค. 2024
- #LIVE | 📌 অইল ইণ্ডিয়াৰ কোৱাৰ্টাৰত জন্ম হোৱা এটি শিশু
📌 সেই শিশুটি কিদৰে হ’ল মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ?
📌 দুলীয়াজানৰ ‘জিতু’ কিদৰে হ’ল ড০ পীতাম্বৰ দেৱগোস্বামী?
📌 শৈশৱৰ খেয়ালি মনৰ ল’ৰাজন কেনেকৈ হ’ল শান্ত-সমাহিত?
📌 পিতৃ-মাতৃক সাক্ষাৎকাৰত সত্ৰৰ তৰফৰ পৰা আছে নেকি বাধ্য-বাধকতা?
📌 শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীৰ আত্মমন্থন
📌 মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাৰ ‘অণুবীক্ষণ’… A SERIES OF TALKS
#pitambardevagoswami #rajdeepbailungbaruah #talkshow
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 TH-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.
ইমান সুন্দৰ অনুষ্ঠানটোৰ বাবে অশেষ ধন্যবাদ। প্ৰভু ড° পীতাম্বৰ দেৱ গোস্বামীৰ জীৱন শৈলীৰ বিষয়ে জানিব পাৰি সুখী হলো। কথোপকথনৰ আঁত ধৰোতা ৰাজদীপ বাইলুং বৰুৱালৈও অশেষ ধন্যবাদ জনালো।
খুউব সুন্দৰ এক খণ্ড। অত্যন্ত ভাল লাগিল চাই। বাকী অংশ খিনি চাবলৈ আশা থাকিল লগতে তেখেতৰ পৰা আজিৰ সমাজতকৈ সত্ৰীয়া জীৱন আৰু পৰিবেশে মানৱীয় প্ৰমূল্যক কেনেদৰে উৰ্ধমুখী কৰি ৰাখে জানিবলৈ পালে সুখী হম ।
অতি সুন্দৰ কথোপকথন বহু। কথা। জানিব। পাৰিলো। পিছৰ। খণ্ডৰ। বাবে। অপেক্ষাত। আছো
Bhut ktha janilu provur val lagil
বৰ ভাল লাগিল জানিবলৈ পাই। মই তেখেতৰে শৰণীয়া শিষ্য।
Bht Val lagil programto. Aaro janiboloi hepah thakil. Tekhetor kotha kowar xundor Art aase. Aamar sikibologa bht aase .
সুন্দৰ অনুস্ঠান ❤
প্ৰভু ঈশ্বৰৰ দ্বিতীয় সাক্ষৰতালৈ অধিক অগ্ৰহেৰে বাত চালো।
অসমীয়া কৃষ্টি, ধৰ্ম্মীয় পৰম্পৰা আৰু ৰীতি-নীতি, সংস্কৃতিলৈ সত্ৰ সমূহৰ অৱদান অনস্বীকাৰ্য্য। জাতিটোৰ আজিৰ সন্ধিক্ষণত সত্ৰৰ অৱদান আদৰণীয়।
Sundar kathupakathan. Imanbur katha janiba pari bhal lagil
Sundor kathupakathan,tekhetor bikhoe janibopari Val lagil
Bar Sundar kathupakathan. Tekhetar pichar jivan parikrama janale sukhi hom.thank you.
Bahut bhal lagil
কৃষ্ণ -গোবিন্দ
প্ৰভু প্ৰণাম
Val lagil 🎉
🙏🙏
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Krishna Prabhu.
Krishna Probhu
Ha provu apone ote mohan
Ha peto joog ambor petambor Krishna Krishna provo
Kormkanb hoiaaiguasai
কিতাপখন কত লিখা?
তেখেতৰ ড০ ডিগ্ৰীৰ বিষয়ে নজনালে ।