বিধায়কৰ পুত্ৰই কিয় পেট্ৰল পাম্পত তেল বেচিছিল ? শান্তনুৰ পিতৃ ৪০ বছৰ বঙাইগাঁওৰ বিধায়ক

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 ส.ค. 2023
  • শান্তনুৰ পিতৃ বিধায়ক/প্ৰাক্তন মন্ত্ৰী ফনিভূষণ চৌধুৰী
    বিধায়কৰ পুত্ৰই পেট্ৰল পাম্পত তেল বেচি কৰিছিল উপাৰ্জন...
    কিয় বিলাসিতাই চুব নোৱাৰিলে এইজন বিধায়ক- পুত্ৰক ?
    #baartalaap #chakrapaniparashar #shantanuchoudhoury #bjp #mla #bongaigaon
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

ความคิดเห็น • 603

  • @heutimarak9137
    @heutimarak9137 หลายเดือนก่อน +19

    শান্তনু বৰ সহজ সৰল লৰা ।ভাল লাগিল। আগবাঢ়ি যাওঁক।

  • @tarundas7535
    @tarundas7535 11 หลายเดือนก่อน +36

    Like father like son.আশা তথা আশীৰ্বাদ কৰিছো ভোটা তৰাৰ দৰে জিলিকি থাকা।

  • @utpalbdas
    @utpalbdas 11 หลายเดือนก่อน +48

    ইয়াৰ মূলতে সংস্কাৰ ❤, পিতৃ ৰ সংস্কাৰৰ প্ৰভাৱ পেলায়।। পিতৃৰ দৰে পুত্ৰ ও নিজৰ কৰ্ম লৈ সুখী।। ভাল লাগে এনে ইতিবাচক সমালোচনা,, ধন্যবাদ এই অনুষ্ঠানৰ আঁত ধৰোতাজনক 🙏

  • @UjjalUjjal-po7gl
    @UjjalUjjal-po7gl 11 หลายเดือนก่อน +38

    সুন্দৰ! ভাইটি দেওতাৰ আদৰ্শৰে আগুৱাই যোৱা।

  • @navanitasaikia0260
    @navanitasaikia0260 3 หลายเดือนก่อน +5

    Ufff ❤ anekua okol cinema t he dekhisilu...
    such a down to earth personality ❤ ভগৱানে কুশলে ৰাখক ..... ভাল লাগিল 🥰

  • @JanSaikia-mv9bg
    @JanSaikia-mv9bg 3 หลายเดือนก่อน +7

    অবিশ্বাস্য, বিধায়কৰ পুতেক হয় নে নহয় সন্দেহ হৈ গৈছে। ইমান সৰল মনৰ। ভগৱান সদায়েই সহায় হওক তেওঁৰ।

  • @sushilkonwar7012
    @sushilkonwar7012 11 หลายเดือนก่อน +26

    আঠ বাৰ জয়ী হোৱা এম এল এ --- পৃথিৱীৰ গণতন্ত পৰিচলিত দেশত খূৱ কম আছে --- তেওঁ হয়তু নিজৰ সমষ্টিতোত ৰাম ৰাজ্য দৰে শান্তিত প্ৰতিস্থিত কৰাত আপ্ৰাণ চেষ্টা কৰে । ৰাইজে তেওঁৰ কৰ্ম আচৰণৰ প্ৰতি মুগ্ধ হৈ এৰিব নোৱাৰা এনাজৰী মাজত বান্ধ খাই আছে । চৌধুৰি চাৰক শত সহস্য প্ৰণাম --- পু্ত্ৰৰ ই আদৰ্শবান পিতৃৰ অনুকৰণ কৰিব লাগে । ধন্যবাদ পৰাশৰ ভাই -- তুমিও কম অভিজ্ঞ নহয় । তোমালোকেই জনমানসত -------সত্য নিষ্ঠ সংবাদ বিলাক --- দৰ্শৰ মাজলৈ কেমেৰা সন্মূখত ---- প্ৰতিফলন ঘটাই আহিচা ।

    • @pranabjkoch6869
      @pranabjkoch6869 11 หลายเดือนก่อน

      জুৱা খেলৰ সমষ্টি বৰ্তমান অৱশ্যে চৰকাৰী আইন কাঢ়া হোৱা বাবে জুৱা খেল নাই

  • @minatidas4573
    @minatidas4573 10 หลายเดือนก่อน +13

    মানুহ হ'লে এনে কুৱা হ'ব লাগে ধন্যবাদ

  • @patirabha325
    @patirabha325 2 หลายเดือนก่อน +4

    বৰ ভাল লাগিল সহজ-সৰল অমায়িক ল’ৰা ৷ ওচৰৰপৰা লগ পাবলৈ এটা হেঁপাহ জাগিছে ৷ তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ৷

  • @udipta72
    @udipta72 9 หลายเดือนก่อน +31

    এনেকুৱা মানুহ থাকিব পাৰে বুলি বিশ্বাস নাছিল। The man raised by a gentleman

  • @dbhargab
    @dbhargab 11 หลายเดือนก่อน +46

    সম্পত্তি,ক্ষমতা এইবোৰ মৃত্যুৰ পিছত নোহোৱা হৈ যাব কিন্তু ভাল কাম ভাল আদৰ্শ এইবোৰ মানুহৰ মাজত সদায় ৰৈ যাব ।🫡

  • @hiramoniborah5125
    @hiramoniborah5125 11 หลายเดือนก่อน +19

    আপোনাৰ ভিডিও প্ৰায়ে চাও, কিছুমান ভিডিও skip কৰো বেছি দিঘলীয়া হ'লে কিন্তু এই ভিডিও টো সম্পূৰ্ণ চালো, আচৰিত পজিটিভ শান্তনু, বহুত বেছি matured, খুব সোনকালে জীৱন কি বুজি পালে, শান্তনু লৈ শুভকামনা। খুব সুন্দৰ বাৰ্তালাপ এয়া, আপুনিও আগুৱাই যাওঁক চক্ৰপাণি পৰাশৰ ❤

  • @TapankumarBordoloi-nv1kf
    @TapankumarBordoloi-nv1kf หลายเดือนก่อน +4

    বহুত বহত কাম কৰিছা ভগৱানে মংগল‌ কামনা কৰিছো

  • @tarundas7535
    @tarundas7535 4 หลายเดือนก่อน +30

    সফল বাপেক চৌধুৰী দেৱ , বোপাই তোমাৰ উজ্বল ভৱিষ‌্যৎ কামনা কৰিছো।

  • @bhaskarjnath3637
    @bhaskarjnath3637 11 หลายเดือนก่อน +51

    কিছুমানৰ লগত দেখোন আকাশ পাতাল পাৰ্থক্য। ইমান সৰল, নিৰহংকাৰী ল'ৰা। শান্তনুৰ ভাল হওক। কুশলে থাকক সদায়।

  • @nirodsarma6198
    @nirodsarma6198 3 หลายเดือนก่อน +7

    খুব ভাল লাগিল..ইমান matured ল'ৰাজন..তেওলৈ শুভেচ্ছা থাকিল

  • @chitralekharay1840
    @chitralekharay1840 11 หลายเดือนก่อน +27

    যিয়ে বঙাইগাঁও আহি এবাৰ MLA sir লগ পাইছে তেওঁহে তেখেতৰ Personality অনুভৱ কৰিব পাৰিব । প্ৰায় ৪০বছৰ ধৰি জিলা এখনৰ অভিভাৱকৰ দায়িত্ব পালন কৰি থকাটো সহজ কথা নহয়... ভাল লাগিল শান্তনুৰ কথা - বাৰ্তা লগতে আপোনাৰ অনুষ্ঠান।

  • @mukulrabha3816
    @mukulrabha3816 2 หลายเดือนก่อน +6

    আঠ বছৰ বুলি কিয় কৈ আছে ! বুজি নেপালো ! ৮ বাৰ বিধায়ক হ'ব লাগিছিল নেকি। দুই তিনিবাৰ আঠ বছৰ বুলি উল্লেখ কৰি আছে।

  • @jhoondeka8568
    @jhoondeka8568 3 หลายเดือนก่อน +34

    এইটো থিক,যে ফণিভোষণ চৌধুৰী এজন নিকা ,সহজ সৰল ব্যক্তি, এনে মানুহ বৰ কম থাকে

  • @dcddipudeka431
    @dcddipudeka431 11 หลายเดือนก่อน +26

    কিমান সহজ সৰল যুৱক। বাপেক চাই পুতেক। আগবাঢ়ি যোৱা।✌🏻☝️👌

  • @rajudeuri8235
    @rajudeuri8235 2 หลายเดือนก่อน +4

    চক্ৰপাণি বাৰে বাৰে ভুলকৈ আঠ বছৰ আঠ বছৰ কিয় কোৱা হ’ল আঠ বাৰৰ ঠাইত ৷ বৰ বেয়া শুনিলোঁ ৷ কিন্তু সাক্ষাৎকাৰটো উৎসাহজনক ৷

  • @bontibora5562
    @bontibora5562 10 หลายเดือนก่อน +4

    সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী শান্তনু চৌধুৰী তুমি। বহুত ভাল লাগিল কথাবোৰ শুনি। আগবাঢ়ি যোৱা। তোমাৰ সপোনে বাস্তৱ ৰূপ পাওক ইয়াকে কামনা কৰি তোমালৈ যাঁচিলোঁ অন্তৰভৰা শুভাশীষ।💖💖💖💖

  • @tultulborah5303
    @tultulborah5303 10 หลายเดือนก่อน +9

    আজিৰ যুগত প্ৰকৃত মানুহ হিচাপে ভাবিব পাৰি,

  • @smritychetia5794
    @smritychetia5794 หลายเดือนก่อน +3

    পৰাশৰ বৰ ভাল লাগিছে। তোমাৰ কথা বোৰ টো মৰম লগাই তাতে শান্তণু।

  • @harendoley2957
    @harendoley2957 หลายเดือนก่อน +1

    বাৰ্তালাপ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আজিৰ অনুষ্ঠানৰ অতিথি শান্তনু ভাইটিলৈ আমাৰ তৰফৰ পৰা শুভাৰ্শীষ যাচিছো । অসমৰ নৱপৰজম্মৰ আদৰ্শ হক।❤❤❤

  • @nilambarsarma1521
    @nilambarsarma1521 2 หลายเดือนก่อน +6

    বাৰ্তালাপত এনেকুৱা আলোচনাৰ মাজেৰে সমাজৰ কিবা পৰিৱৰ্তনৰ আশা কৰিব পাৰোনে ?

  • @akhilpathak6181
    @akhilpathak6181 11 หลายเดือนก่อน +15

    দেৰগাঁৱৰ মিছামৰা অঞ্চলত প্রায় বাৰজন থলুৱালোকে নাপিত বৃত্তিৰে নিজৰ পৰিয়াল সুন্দৰকৈ চলাই আছে |

  • @KaSiYali
    @KaSiYali 11 หลายเดือนก่อน +9

    এইখিনি সততাৰেই আগুৱাই যোৱা।ভাল হওক তোমাৰ।❤

  • @gitarthazgmedhi.
    @gitarthazgmedhi. 11 หลายเดือนก่อน +125

    আমাৰ ফালে MLA ৰ পুতেকে নিজকে Prime Minister বুলি ভাবে 😂

    • @Shortsvideo21803
      @Shortsvideo21803 11 หลายเดือนก่อน

      😂😂😂😂😂

    • @drutisagardeka
      @drutisagardeka 3 หลายเดือนก่อน +9

      Bhai putek keita baade disu, mla lgt pise pise ghuri fura lora keita he asol minister 🤣

    • @gitarthazgmedhi.
      @gitarthazgmedhi. 3 หลายเดือนก่อน

      @@drutisagardeka yes 😄😄😄

  • @bikashborah6109
    @bikashborah6109 11 หลายเดือนก่อน +34

    বহুত ভাল লাগিল কথাখিনি শুনি,বাৰ্তালাপ বুলি কলে এনেকোৱা হ'ৱ লাগে মোৰ লগতে মোৰ দৰে ১০০জন আগুৱাই যাব পাৰিব শান্তনোৱে কোৱা কথা খিনি শুনি😍😍😍❤️❤️❤️

    • @madanbharali5056
      @madanbharali5056 11 หลายเดือนก่อน

      Oooòoooooooooooòoooooòòo

    • @himurabha7021
      @himurabha7021 11 หลายเดือนก่อน +2

      Sir Lt.Sarat ch. Singha aru present phani bhusan Choudhary both ideal person of Assam.

  • @kalyanidas9500
    @kalyanidas9500 หลายเดือนก่อน +1

    👌👌👍👍ইমান ভাল লাগিল চাই,শান্তনুৰ গহীন গম্ভীৰ কথাত অন্তৰ চুই গল....🙏🌹

  • @user-sd2cp7of3t
    @user-sd2cp7of3t 2 หลายเดือนก่อน +2

    বহুত ভাল লাগিল শান্তনু কথাবোৰ।অন্তৰ চুই গ'ল।

  • @dipaliphukan545
    @dipaliphukan545 หลายเดือนก่อน +1

    আজিহে চালো অনুস্থান টো, বৰ ভাল লাগিল🙏🙏🙏

  • @user-ew3nb1lk8w
    @user-ew3nb1lk8w 3 หลายเดือนก่อน +2

    বহুত ভাল লাগিল। পৰিবৰ্তন আহিব।যাত্ৰালৈ বহুত বহুত শুভেচ্ছা যাচিলো 🙏

  • @indrajitprosad4917
    @indrajitprosad4917 หลายเดือนก่อน +3

    আঠ(৮)বছৰ নহ'য়। আঠ(৮) বাৰ বিধায়ক হিচাবে নিৰ্ব্বাচিত হৈছে।

  • @sagarikaborpujari6238
    @sagarikaborpujari6238 หลายเดือนก่อน +2

    বৰ ভাল লাগিল ❤ সমাজলৈ এটা ভাল বাৰ্তা❤

  • @user-ct7ie3zy5o
    @user-ct7ie3zy5o 11 หลายเดือนก่อน +7

    সুন্দৰ উপস্থাপনৰ বাবে চক্ৰপাণি পৰাশৰ ডাঙৰীয়ালৈ লগতে এক সুন্দৰ তথা বৰ্ণিল জীৱন পৰিক্ৰমাৰ বাবে শান্তনু চৌধুৰীলৈকো সদিচ্ছাৰ একান্ত শুভকামনাৰে সৈতে যাঁচিছো আন্তৰিক অভিবাদন আৰু একাজঁলি শুভেচ্ছা....

    • @osamavlogs7505
      @osamavlogs7505 11 หลายเดือนก่อน

      14:50 14:53 14:55 14:55 14:55

  • @ayotriphukonmohan5638
    @ayotriphukonmohan5638 3 หลายเดือนก่อน +3

    সাক্ষাৎকাৰটোৱে অন্তৰ চুই গল ৷ শান্তনুৰ আগুৱাই যোৱা সাহসেৰে ৷

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 10 หลายเดือนก่อน +6

    Grand salute to him. God bless you. We're proud of you.He was real Hero of our society. ❤🎉❤

  • @joyshreeborah7752
    @joyshreeborah7752 11 หลายเดือนก่อน +9

    লৰা জনৰ কথা বোৰ বহুত ভাল লাগিল। আগবাঢ়ি যোৱা ।

  • @mrinalkumarsaikia9351
    @mrinalkumarsaikia9351 2 หลายเดือนก่อน +4

    ভাল মানুহ ফনী ভূষন চৌধুৰী পূত্র ভালেই হব।

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 หลายเดือนก่อน +1

    God bless you oti hundor আগুৱাই যাওঁক ভাল মানু্হ হোৱা সুন্দৰ আশীৰ্বাদ

  • @ManojAssam7
    @ManojAssam7 11 หลายเดือนก่อน +6

    শান্তনুৰ কথাত তেওঁৰ মনত সহজ সৰল ভাবধাৰা ফুটি উঠিছে। লৰা জন যে ভাল নদিক কব পাৰি।

  • @abhijitkonwar3286
    @abhijitkonwar3286 3 หลายเดือนก่อน +24

    এনে ব্যক্তিত্বক শ্ৰদ্ধাৰে সন্মান জনাইছোঁ। সঁচাকৈ সাক্ষাৎকাৰটোৱে অন্তৰ চুই গ'ল।

  • @dhananjaydas1764
    @dhananjaydas1764 2 หลายเดือนก่อน +3

    আজি তোমাৰ লগত সাক্ষাৎকাৰতো কিন্তু তোমাৰ দেউতাৰ পৰিচয়ৰ বাবে ।

  • @S.M.8439
    @S.M.8439 11 หลายเดือนก่อน +21

    ভাইটিজন আইস্ক্ৰীমৰ নিচিনা ঠান্দা দেই।তেওৰ উৎজল ভৱিষ্যত কামনা কৰিছো।

  • @Grihini123
    @Grihini123 11 หลายเดือนก่อน +6

    শান্তনু খুব ভাল লৰা। সচাঁ কথাবোৰ কৈ ভাল পায়।

  • @gohandroburagohain3571
    @gohandroburagohain3571 11 หลายเดือนก่อน +11

    এটা সুন্দৰ মনৰ লৰা ❤❤❤❤

    • @dipankarbhuyan1447
      @dipankarbhuyan1447 11 หลายเดือนก่อน

      Ppp😊😊😊😊😊😊😊😊

  • @purobibordoloi7462
    @purobibordoloi7462 29 วันที่ผ่านมา

    ধন্যবাদ।শাতনু।তোমাৰ কথা আৰু কৰ্মৰাজিক প্ৰশাংসা কৰিছো 17:20 ।এনেধৰণে আগবাঢ়ি যোৱা আৰ্শীবাদ কৰিছো।

  • @nayankumarpawe2671
    @nayankumarpawe2671 2 หลายเดือนก่อน +1

    সুন্দৰ লাগিল বাৰ্তালাপ অনুষ্ঠানটো চাই।

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k 4 หลายเดือนก่อน +9

    নিজৰো উপাজন কৰা মন এটা থাকে। শান্তনু সচাই কবলগীয়া 🎉🎉🎉❤❤❤🎉🎉🎉

    • @jutikadeka6506
      @jutikadeka6506 3 หลายเดือนก่อน

      Perfect family and perfect boy 😢

  • @prabhatsingha1420
    @prabhatsingha1420 3 หลายเดือนก่อน +2

    This youngman is very lovely and also very kind hearted and transparent too.

  • @BKN05
    @BKN05 หลายเดือนก่อน +1

    এই ভিদিঅটোৰ পৰা শিকিবলগীয়া বহুত আছে দাদা । ভাল লাগিল ছাই

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 11 หลายเดือนก่อน +32

    যদি এই তেল দিয়া কামটো নাটক নহয় তেন্তে দৃঢ়তাৰে ক'ব বিছাৰিছো-- আদৰ্শবান পিতৃৰ আদৰ্শবান পুত্ৰ ।।👍👍👍🙏🙏🙏🙏❤️❤️❤️

    • @ranubhuyan9586
      @ranubhuyan9586 11 หลายเดือนก่อน

      😊😊😊😊😊

  • @purnanathborah2729
    @purnanathborah2729 3 หลายเดือนก่อน +19

    ৮ বছৰ নহয় চক্ৰপাণি ৮ বাৰৰ বিধায়ক ৷ ১৯৮৫ চনৰে পৰা দেখি আহিছোঁ ৷

  • @BhaduRay-ee6sk
    @BhaduRay-ee6sk 3 หลายเดือนก่อน +3

    Dada tumar onusthan bilak ci bor bhal lagil. shantonu tumi agbari jao.

  • @satyajitmoran9648
    @satyajitmoran9648 หลายเดือนก่อน

    বহুত ভাল লাগিল কথা খিনি শুনি শান্তনু। তুমি বহুত আগবাঢ়ি যোৱা

  • @anukalita705
    @anukalita705 11 หลายเดือนก่อน +7

    ইমান ঠান্ডা ল'ৰা। আচলতে ভাল বেয়া তেজত ( জিনত) থাকে। বাপেক চাই পুতেক। বৰ্তমান সময়তো ইমান সহজ সৰল ল'ৰা খুৱ কম হে পোৱা যায়। তোমাৰ ভৱিষ্যত উজ্জ্বল হওঁক।

  • @user-rz4ib3un3y
    @user-rz4ib3un3y 4 หลายเดือนก่อน +34

    সাধাৰণতে ডাঙৰ মানুহৰ সন্তানবোৰ বৰ অহংকেৰীয়া আৰু খমতাশালী হৈ পৰে ।শান্তনুৰ ক্ষেত্র্ত সৰলতা আৰু মানবতা প্ৰকাশ পাইছে।

  • @kaushikparashar6776
    @kaushikparashar6776 11 หลายเดือนก่อน +5

    Soft spoken yet simple... He spoke little but he meant a lot. Val lagil

  • @rinjuborah1758
    @rinjuborah1758 3 หลายเดือนก่อน +8

    লৰাটো ৰ সহজ সৰল ভাল লাগিল তেও কথাবোৰ। ভৱিষ্যত উজ্জল কামণা কৰিলো।

  • @MinecraftGamer-ks9ki
    @MinecraftGamer-ks9ki หลายเดือนก่อน +1

    বহুত সহজ সৰল যুৱক ভাল লাগিল

  • @banajitkalita160
    @banajitkalita160 2 หลายเดือนก่อน +2

    ভাল মানুহ ৰ পুত্ৰ সদাই ভাল এ হব সদাই

  • @dilipsarma3020
    @dilipsarma3020 หลายเดือนก่อน +1

    অতি উওম ধৰনৰ. লৰা আজি ৰ. দিনত. পোৱা নেতাই।

  • @mitalipegu181
    @mitalipegu181 11 หลายเดือนก่อน +3

    বৰ ভাল লৰা। আশীৰ্বাদ থাকিল❤❤❤❤❤❤❤

  • @namitanath1264
    @namitanath1264 24 วันที่ผ่านมา

    মাক আৰু দেউতাকো ধন্যবাদ

  • @mamitasaikia6194
    @mamitasaikia6194 11 หลายเดือนก่อน +10

    বহুত ভাল লাগিল কথাবোৰ। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

    • @rupankarbora792
      @rupankarbora792 11 หลายเดือนก่อน

      8 yr nohoi 8puron 5 saman 40 yrs

  • @NabinboraJan
    @NabinboraJan หลายเดือนก่อน +1

    বৰ ভাল লাগিল

  • @Pranjitsonowal-nm5pf
    @Pranjitsonowal-nm5pf หลายเดือนก่อน

    সম্পূৰ্ণ পৃথক বেলেগত কৈ বেলেগ,Go ahead 👍👍👍 Love frm Lakhimpur ভাল লাগিল ভাই😍😍

  • @minatidevi7122
    @minatidevi7122 4 หลายเดือนก่อน +7

    এই সৰলতাই সৌভাগ্য নিশ্চয় আনিব,শান্তনু আগবাঢ়ি
    যোৱা সৎপথেৰে,সফল হবাই

  • @letsplay9856
    @letsplay9856 2 หลายเดือนก่อน +1

    ভগৱান তেওঁৰ সহায় হৱক।❤

  • @pranabdas7121
    @pranabdas7121 11 หลายเดือนก่อน +6

    জালুকবাৰীৰ এম এল এ জনৰ লগত কোনেও ফেৰ মাৰিব নোৱাৰিব,, অৰাজক

    • @jai_my_boy
      @jai_my_boy 3 หลายเดือนก่อน

      Gu r lagat huna r tulana kiya kora?

  • @ramkrishna3197
    @ramkrishna3197 11 หลายเดือนก่อน +3

    সচাকৈয়ে বহুত সহজ সৰল ল’ৰা ৷

  • @jasepahmed7706
    @jasepahmed7706 3 หลายเดือนก่อน +2

    Good keep it up brother, always Allah bless you 💖

  • @sashibaruah8868
    @sashibaruah8868 11 หลายเดือนก่อน +4

    ভগবানে❤❤❤❤❤সহাইকৰক

  • @user-sr6qi7dj9h
    @user-sr6qi7dj9h 2 หลายเดือนก่อน

    ভাল মানুহৰ ভাল সন্ধান ❤ লৰাটোৰ উজ্জ্বল ভৱিষ্যত আশা কৰিলো

  • @goalporiyaloramoi9981
    @goalporiyaloramoi9981 11 หลายเดือนก่อน +18

    লৰাটোৱে কথা অলপ কম কয়...তথাপি যিখিনি কলে খুৱ ভাল লাগিল

  • @khabiruddinahmed5028
    @khabiruddinahmed5028 3 หลายเดือนก่อน +2

    আজিৰ তাৰিখত আকৌ নেতা মন্ত্ৰীৰ পুতেকৰ ১৭/১৮ টা কোম্পানি হে থাকে,মিত্ৰ দলৰ লগত থকা সত্ত্বেও সুবিধা নিদিলে মানে .

  • @SanjibChetia-m5z
    @SanjibChetia-m5z 18 วันที่ผ่านมา

    আঠ বছৰ নহয় আঠ বাৰ। মুঠ চল্লিশ বছৰ তেওঁ বিধায়ক।

  • @moinasaikia9535
    @moinasaikia9535 หลายเดือนก่อน

    তেওঁৰ মাকক সলাগীব লাগিবই বাপেকটো ঘুৰিয়ে ফুৰে,এই যুগত তুমি সকলোৰে আদৰ্শ,

  • @user-vn3xi3xx8i
    @user-vn3xi3xx8i 4 หลายเดือนก่อน +1

    ❤সুন্দৰ ।শুনি ভাল পালো ।

  • @Manjuara-Begum786
    @Manjuara-Begum786 9 หลายเดือนก่อน +7

    সুন্দৰ ব্যক্তিত্ব সুন্দৰ অনুষ্ঠান ❤🎉

  • @theharo4084
    @theharo4084 26 วันที่ผ่านมา

    দেউতাক ৰ নিচিনা সহচ সৰল শান্তনু ❤❤❤

  • @gnavajoty
    @gnavajoty 11 หลายเดือนก่อน +2

    What a guy. Simple and straightforward. Great

  • @BidyutDas-vp6bg
    @BidyutDas-vp6bg หลายเดือนก่อน

    Santanu soudharir katha bor suni bar bhal lagil ajir para amio anekua habaloi sesta Kariba lage

  • @dipamoniraj2425
    @dipamoniraj2425 11 หลายเดือนก่อน +1

    Kotha bur xuni gat lagil aru tar logote jibonot aguwai jowat bhut khini xohari palu anekoi xokoluye agbarhi jaok tare kamona logote Thank you chakrapani Daa❤

  • @manudevi5009
    @manudevi5009 หลายเดือนก่อน

    Bahut bhal lagil.

  • @dipalibhagawati9050
    @dipalibhagawati9050 2 หลายเดือนก่อน +2

    বৰ ভাল লৰা দেউতাকৰ নিচিনাই।

  • @kalpanadeka6201
    @kalpanadeka6201 หลายเดือนก่อน

    ৰাইজে জয়ী কৰাইছেভোট দি সেয়ে ৰাইজকে দিছে | শান্তনুক অখিল গগৈয়ে লগ পালে ভাল আছিল | Simple Living high thingking. ইমান সহজ সৰল |এনেকুৱা নতুন প্রজন্মই মন্ত্রী-বিধায়ক হলে ৰাইজব উন্নতি অনিবার্য | _ লুভীয়া নহয় যেতিয়া ৰাজনীতিলৈ আদৰি নিব লাগে |

  • @manashmayukhkonwar2909
    @manashmayukhkonwar2909 11 หลายเดือนก่อน +1

    খুওব সহজ সৰল লৰা । বিধায়কৰ পূত্ৰ বুলি বেলেগকৈ এটা ভাব নিদিয়ে

  • @lakhiboruah7533
    @lakhiboruah7533 10 หลายเดือนก่อน +2

    সুন্দৰ তোমাৰ জীৱন

  • @ultimatevlogger9269
    @ultimatevlogger9269 หลายเดือนก่อน

    আকৌ কেইজন মান MLA পুতেকৰ নামত জীয়েকৰ নামত ঘৈনীয়েকৰ নামত মাটি সম্পত্তি ২০/২৫ টা কোম্পানী আছে এও প্ৰথম জন ব্যক্তি যাৰ কোনো Black money নাই

  • @niranjannath460
    @niranjannath460 11 หลายเดือนก่อน +5

    Published kora karone কৰিছে,,,দেউতাকৰ দিন শেষ কিবা কৰি আৰু আহিব লাগে publicity karone ,,,,

    • @banajitkalita160
      @banajitkalita160 2 หลายเดือนก่อน

      সুদূৰ ভাই justify নকৰা কৈ কৈ aneke কথা কব aaho বে

  • @user-zy1je8ms6h
    @user-zy1je8ms6h หลายเดือนก่อน +1

    আদৰ্শবান ব্যক্তিৰ আদৰ্শ পুত্ৰ হিচাবে ৰাইজে দেখিবলৈ পাইছে ।

  • @boibhabkashyapbordoloi3159
    @boibhabkashyapbordoloi3159 3 หลายเดือนก่อน +1

    Soku pani ulai gol bhaii tmr xdi bhal houk❤❤❤ log korebor bohut mon tmk....

  • @user-sc4kq9dz3r
    @user-sc4kq9dz3r 10 หลายเดือนก่อน +1

    জগতৰ সুমঙ্গলৰ বাবে কৰা কাম বিলাক ঈশ্বৰৰ কৰ্ম। ঈশ্বৰ মানে অনন্ত কোটি ব্ৰহ্মাণ্ডত আন একো নাই মাএ সত্য ব্ৰহ্ম আত্মা। তিনি টা এটাই। আত্মা চৈতন্য পূৰ্ণ ব্ৰহ্ম। সত্য সত্য ই। আত্মা মানে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিও মুঠি দেহৰ ভিতৰত থকা চেতনা শক্তি বা জীৱ। ইহঁতৰ সহায়ত মন দিয়া মানে সত্য বা ব্ৰহ্মক উপকাৰ প্ৰদান কৰা হয়। নিগূন কৰ্ম ঈশ্বৰৰ যজ্ঞ। কামনা বাসনা তামসিক গুণ। ৰাৱণে পৰতিৰি হ'ৰমন কৰি সোনৰ লঙ্কা ধ্বংস কৰে। মানু্হ ধনী মানি শিক্ষিত পণ্ডিত হোৱাত কৈ জ্ঞানী হোৱা শ্ৰেয়। নাপাই মাৰিলে ও অসৎ কৰিব নাপায়। ধৰ্ম বৰ্ণ জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সমাজ লিঙ্গভেদ আদি প্ৰাসঙ্গীকতাৰ পৰা বহুতো দূৰত্ব অতিক্ৰম কৰি থাকিব লাগে। মানুহ ঈশ্বৰৰ পিছতেই গতিকে আত্মা জ্ঞান মানুহৰ মাজত থকা দৰকাৰ। প্ৰদীপ গগৈ গহপুৰ।

  • @BabaniPayeng
    @BabaniPayeng 29 วันที่ผ่านมา

    Great ❤❤❤❤

  • @mandirasaikia-bi8qe
    @mandirasaikia-bi8qe 3 หลายเดือนก่อน

    সুন্দৰ অনুষ্ঠান ।খুউব ভাল লাগিল। ❤।

  • @PoranGogoi-bg7ws
    @PoranGogoi-bg7ws 11 หลายเดือนก่อน +3

    He will be a successful politician like his father.....the way he talk ,the way of his explanation that proves it

  • @Jyoti.raj-5913
    @Jyoti.raj-5913 11 หลายเดือนก่อน +11

    কথাবোৰ xoni ভাল lagile, bhut Simple Lora jon,, agoloi Aagbarhi jowa