আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে বাৰ্তালাপ। EXCLUSIVE...

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 มิ.ย. 2024
  • " বিধিগত স্পষ্টীকৰণ"
    এই সাক্ষাৎকাৰত অতিথিজনে দিয়া মতামত আৰু মন্তব্য সম্পূৰ্ণ তেওঁৰ নিজৰ। এই সাক্ষাৎকাৰটো কেৱল এটা অনানুষ্ঠানিক কথোপকথন । সাক্ষাৎকাৰ গ্ৰহণকাৰী বা বাৰ্তলাপে অতিথিৰ মতামত বা মন্তব্যক সমৰ্থন নকৰে।

ความคิดเห็น • 500

  • @KanakDas-ii8bo
    @KanakDas-ii8bo 21 วันที่ผ่านมา +270

    অসমত এতিয়াও বহিৰাগতৰ দপদপনি চলি আছে😢😢অসমত অসমীয়াৰ সুৰক্ষা নহোৱা যেন অনুভৱ হয়😭

    • @user-nz7oi4wf9e
      @user-nz7oi4wf9e 21 วันที่ผ่านมา +24

      Main Ahomor dinote kela bhal asil tetia kunu Bongali bihari nasil. Jetia Mohatma gandhi Assamot humal tetiar porai pura North East Assamoku India logot logai diar porai aibilak bahira manuh humai gutei Assam khon gelai dise kela.

    • @pankajkaushik9043
      @pankajkaushik9043 21 วันที่ผ่านมา

      Ahomr dinote process Tu start hol bhalkoi itihaas salei bujiba

    • @deba9186
      @deba9186 21 วันที่ผ่านมา +3

      Thik koisa.

    • @user-nz7oi4wf9e
      @user-nz7oi4wf9e 21 วันที่ผ่านมา

      Bihari Bongali aibilak Jati Letera Jati Ji Lukor Matit thaki Dangor Dangor kotha koi. Lukor mati karhi khuwa Jati aibilakei.

    • @nayan7311
      @nayan7311 20 วันที่ผ่านมา

      ​@@user-nz7oi4wf9e উজিনি অসম হে ভাল আছিল। নামনিত পাত্তা পোৱা নাছিল। কোঁচ ৰজা আছিল আমাৰ নামনিত।

  • @X_criminal459
    @X_criminal459 7 วันที่ผ่านมา +3

    অতি কৈ প্ৰিয় মানুহ জন।❤ সুষ্ট থাকক

  • @XubarnaMoran
    @XubarnaMoran 19 วันที่ผ่านมา +53

    আলফাৰ জন্ম হৈছিল বাবেই সেই সময়ত অসমীয়া মানুহবোৰে অলপমান হলেও শান্তিৰে জীৱন জীয়াৱ পাৰিছিল, মোৰ মা, দেউতা, আইতাহতে কয় নহয়, আৰ্মিয়ে কেনেকৈ অত্যাচাৰ কৰিছিল সেই সময়ত, সেইকিছুমানবোৰ কাৰণতে মই আলফাক সদায়েই সমৰ্থন কৰো, আৰু আগলৈও কৰি যাম।
    জয় আই অসম ❤✊

    • @amarbaishya3679
      @amarbaishya3679 14 วันที่ผ่านมา +3

      ❤❤❤❤

    • @user-ve1sx6bb9q
      @user-ve1sx6bb9q 12 วันที่ผ่านมา +2

      সঁচা কথা ❤॥

    • @amlan_daflari06
      @amlan_daflari06 11 วันที่ผ่านมา +4

      হয়, আৰ্মিৰ অত্যাচাৰৰ কথা আমাক আইতা, মা'হতে কয়। আৰ্মিৰ অত্যাচাৰ বাবে তেওঁলোকে হেনো গাঁত খান্দি মাটিৰ তলত সোমাই থাকিব লগীয়া হৈছিল। নহলে হেনো ল'ৰা মানুহ দেখিলেই আৰ্মিয়ে ধৰি নি মাৰি পেলাইছিল। তেনেদৰে এবাৰ আমাৰ কঁকাৰ ককায়েকৰ ডাঙৰ পেতেকক( সম্বন্ধত মোৰ বৰদেউতা হব)আৰ্মিয়ে ধৰি নি প্ৰেনৰ ওপৰৰ পৰা পেলাই দিছিল। সেই দিবোৰৰ কথা ভাবিলে এতিয়াও বুকু কঁপি উঠে।

    • @user-ve1sx6bb9q
      @user-ve1sx6bb9q 11 วันที่ผ่านมา

      @@amlan_daflari06 হয়! মোৰ দেউতাক Army এ ধৰি নি খুব অত্যাচাৰ কৰিছিল! এজন সাধাৰণ মানুহ আছিল মোৰ দেউতা কোনো বেয়া বা অবৈধ কামত লিপ্ত নাছিল ! এইবোৰ কথা মোক মোৰ মা এ কৈছিল....

    • @XubarnaMoran
      @XubarnaMoran 10 วันที่ผ่านมา

      @@amlan_daflari06 হয়, হয়, এইবোৰ চব সত্য কথা, কাৰণ সৰু হৈ আছিলো যদিও কিছু হলেও তেনে ধৰণৰ কৰ্মকাণ্ডবোৰ মইও দেখিবলৈ পাইছিলো ।
      আজিৰ পৰা প্ৰায় ৮,৯বছৰ মান আগৰ কথা, মোৰ দাইটী এটাক আৰ্মি পেন্ট পিন্ধি ফুৰাৰ কাৰণেই জাঙ্গিয়া পিন্ধাই পঠিষাই দিছিল, ২কি'লমিটাৰ দুৰৰ পৰা, ৰাতিৰ সময়ত।

  • @ankursharma2282
    @ankursharma2282 20 วันที่ผ่านมา +122

    অসমত আলফাৰ প্ৰয়োজন আছে, অসমীয়াৰ সুৰক্ষাৰ স্বাৰ্থত অসমৰ স্বাভিমানী জাতীয় ইতিহাসৰ ক্ষেত্ৰত। আশা কৰিম আলফাৰ জাতীয় সংগ্ৰাম এদিন সফল হ'ব। #স্বাধীন‌_অসম #independent_assam

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 20 วันที่ผ่านมา +5

      কেৱল আশা এই কৰিব পাৰি ।।

    • @ankursharma2282
      @ankursharma2282 20 วันที่ผ่านมา +10

      @@SumonBaruah-bb2pu খিলঞ্জীয়াৰ স্বাধিকাৰৰ দাবী, আশা থাকিলে বাস্তৱতা থাকে। sovereignty লাগিব‌ই।

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 20 วันที่ผ่านมา

      ​@@ankursharma2282 কথা টো ১০০% সঁচা কৈছে ।। অসমীয়া জাতিয়ো প্ৰথিষ্টা হোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে ।।

    • @Legend5110
      @Legend5110 20 วันที่ผ่านมา

      Assam khon boxing ring nohoi bop boponi ki bostu. Talent aru resource uporat sab agbahi goisa. Apunak kunau bandhi rakha nai. Ankua video bonai terr*** promote nokorebo. Apuni janene Paresh Barua r agot kiman jaane employment besare jai aru kiman jaane bohi rajyt employment visare jay. Bohiragoto buli kola amar karone illegal Bangladeshi ha hobo lage.

    • @pribrazakpritam4931
      @pribrazakpritam4931 15 วันที่ผ่านมา +4

      Miya r raj hobo axomt. Axom k Bangladesh bonai dibo. Namoni axom(except kamrup/Nalbari ) muslim majority. 😢

  • @sanjibbora1789
    @sanjibbora1789 21 วันที่ผ่านมา +67

    কি সুন্দৰ অনুষ্ঠান ,সঁচাকৈয়ে সুন্দৰ পদক্ষেপ । ২ ই জন ব্যক্তিকে সন্মান জনাইছোঁ ,মোৰ অতিকে প্ৰিয় মানুহ ।

    • @Legend5110
      @Legend5110 20 วันที่ผ่านมา

      Assam khon boxing ring nohoi bop boponi ki bostu. Talent aru resource uporat sab agbahi goisa. Apunak kunau bandhi rakha nai. Ankua video bonai terr*** promote nokorebo. Apuni janene Paresh Barua r agot kiman jaane employment besare jai aru kiman jaane bohi rajyt employment visare jay. Bohiragoto buli kola amar karone illegal Bangladeshi ha hobo lage.

  • @Dipankar.fires..
    @Dipankar.fires.. 13 วันที่ผ่านมา +8

    এই মানুহ জনে যি কেইটা কথা কলে অসমৰ কোনোবা এজন মানুহৰ মুখত শুনিছিল নে কোনোবাই কোৱা বহুত ভাল মানুহ ..mr পৰেশ বৰুৱা ❤

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 12 วันที่ผ่านมา

      নাই, কাৰণ তেওঁৰ কথা বুজিবলৈ মগজ লাগিব, যিটো বৰ্তমান সময়ত নোহোৱা হৈ পৰিছে ।

  • @harendranathkalita990
    @harendranathkalita990 21 วันที่ผ่านมา +33

    এই বিষয়ে বহুত জানিলোঁ। এই বিষয়ে আৰু বহুত জানিব লগীয়া আছে। এনে অনুস্থান পুনৰ পাম বুলি আশা কৰিলোঁ।পৰাশমণি ডাঙৰীয়া আৰু বৰুৱা ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন জনালোঁ।

  • @rajumonibaruah8389
    @rajumonibaruah8389 21 วันที่ผ่านมา +36

    অসমক সুৰক্ষা প্ৰদান কৰক। সেৱা জনালোঁ

  • @mrinalmedhi8346
    @mrinalmedhi8346 21 วันที่ผ่านมา +35

    এতিয়াও আমাৰ এচাম বদনৰূপী, পালেহেতেনকাৰী ৰ বাবে বহিৰাগত ৰ দপদপনি চলি আছে।

    • @Legend5110
      @Legend5110 20 วันที่ผ่านมา

      Assam khon boxing ring nohoi bop boponi ki bostu. Talent aru resource uporat sab agbahi goisa. Apunak kunau bandhi rakha nai. Ankua video bonai terr*** promote nokorebo. Apuni janene Paresh Barua r agot kiman jaane employment besare jai aru kiman jaane bohi rajyt employment visare jay. Bohiragoto buli kola amar karone illegal Bangladeshi ha hobo lage.

  • @user-et5tq1em6o
    @user-et5tq1em6o 17 วันที่ผ่านมา +25

    অসমত হিন্দী লবী আৰু বহিৰাগতৰ দপদপনি বহুত বাঢ়িছে,
    এইক্ষেত্ৰত আলফাৰ লগতে অসমক ভালপোৱা সকলোৰে কৰণীয় আছে

  • @kunalkakati7974
    @kunalkakati7974 21 วันที่ผ่านมา +47

    #প্ৰতি_পৰেশ_বৰুৱা_ডাঙৰীয়া
    অসমত এতিয়া হিন্দী ভাষী ( মাৰোৱাৰী, বিহাৰী, পাঞ্জাবী) মানুহৰ বহুত বেছি দপ্-দপনি বাঢ়ি গৈছে। গাওঁ সমূহত সহজ সৰল থলুৱা মানুহৰ পৰা বিভিন্ন লোভ তথা ভয় দেখুৱাই মাটি সমূহ ক্ৰয় কৰি আছে। ভবিষ্যতে থলুৱা মানুহ খিনিৰ অৱস্থা কি হ'ব ভাবিলে ভয় লাগে। পৰেশ ককাইদেউ, আপুনি অসমত আহিলেহে অনুমান কৰিব পাৰিব। গতিকে, ককাইদেউক অনুৰোধ জনালো, ইয়াৰ ওপৰত যেন অতি সোনকালে কিবা ব্যবস্থা গ্ৰহণ কৰে যেন। অন্যথা আপোনাৰ - আমাৰ সোণৰ অসম খন অসম হৈ নাথাকে আৰু।
    পৰেশ ককাইদেউক এই অনুষ্ঠানৰ জৰিয়তে অনুৰোধ জনালো। 🙏🙏 ধন্যবাদ।

    • @Legend5110
      @Legend5110 20 วันที่ผ่านมา +2

      Talent ase mul dhon ase agbahi goisa. Tumi Hui thaka.

    • @kunalkakati7974
      @kunalkakati7974 20 วันที่ผ่านมา +3

      @@Legend5110 marwari, biharir usrt j mati bikri kori diya dalal ase.. tar majot tumiu ejon mane... Ai dalali tokare keidin soliba bhai.. nijor jagat tolotia hoi thakibo lagibo... tumalukor dore Badan r babe ajir assam r ai obostha ! !

    • @Legend5110
      @Legend5110 20 วันที่ผ่านมา

      @@kunalkakati7974 Myanmar r pora tumak independent korebo. Moi majuli r dai age 20. Karubar talent ase resource ase agbahi goisa Tumi Hui taka. Atear pora sage poresh borur usorot sakori bisare jabo Hyderabad, Bengaluru, Maharashtra, Gujarat t najabo.

    • @kaustavsarmah5351
      @kaustavsarmah5351 16 วันที่ผ่านมา +1

      Punjabi manuhr dopdoponi naihua apuni line to milaboloi Bihari, Maruarir logote Punjabi tuo add kri dle asolote. Punjabi manuh baki burr nisina nhoi tewlok dildar manuh, USA, Canada, England adi dekhot bohut dangor dangor business, service kri ase tewloke. Apuni likha prothom duta hobdor bahire 3rd hobdo to prothom dutar holoni thoka hle aji Axomia homaj khon nissoi hukhi hoi thakil haten

    • @kunalkakati7974
      @kunalkakati7974 16 วันที่ผ่านมา +1

      @@kaustavsarmah5351 apuni Jalukbarir pora Rangia loi ebar khbr korok... national highways r side r mati bilak..aru tar usrr gaon xomuhot bighai bighai mati kinise Punjabi manuhe, Marwari manuhe.... information paisu.. dukh lage ... Mati bilak...ona-oxmiyai kini lole...

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 19 วันที่ผ่านมา +7

    ❤❤❤❤❤ Grand salute. God bless to him. Go ahead way to your journey. Always be positive and happiness.❤❤❤❤❤

  • @Jugaantor
    @Jugaantor 21 วันที่ผ่านมา +30

    অসমৰ দুৰৱস্থাৰ কাৰণ বেলেগ নহয় অসমীয়া মানুহ নিজেই। এই কথাষাৰ উনবিংশ শতিকাতে আনন্দৰাম ঢেকিয়াল ফুকনে কৈছিল যিষাৰ এতিয়াও খাটে। এফালে যদি বহু ডেকা গাভৰুৱে স্বাধীনতাৰ নামত নিস্বাৰ্থ ভাৱে আত্মবলিদান দিলে, আনহাতে এচামে জাতিৰ কথা বাদ দি নিজৰ ব্যক্তিস্বাৰ্থ পুৰণৰ নামত দুৰ্নীতি অনিয়ম কৰি অসমখন শেষ কৰিলে। অসমৰ দুৰৱস্থাৰ কাৰণ এই অসমীয়া মানুহখিনিয়েই। বেলেগক দোষ দি লাভ নাই। অসমীয়া ল'ৰা ছোৱালীয়ে যদি অসমীয়া ভাষাটো ক'ব নেজানে আমি কাক দোষ দিম? অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাই যদি অসমৰ ইমান ঘটনাবহুল ইতিহাস বা সাহিত্যিক সমল থকা স্বত্বেও বলিউডৰ কাহিনী - চিকুৱেন্সৰ নকল কৰি চিনেমা বনায় আমি কাক দোষ দিম ?
    সাহিত্যৰ লগত আমাৰ সম্পৰ্ক নাই। সংস্কৃতি মানে আমাৰ কাৰণে অকল গান গোৱা দুজনমান মানুহ। অসমৰ বহুধাবিভক্ত সাংস্কৃতিক ইতিহাসক আমি কেতিয়াও সামাজিক মাধ্যমলৈ তুলি অনা নাই। কেতিয়াও আমন্ত্ৰণ জনোৱা নাই জনজাতীয় সমাজ -সংস্কৃতিৰ প্ৰতিনিধিক। ৰাজনীতিৰ কথা নকলোৱেইবা। কিন্তু জাতিৰ কাৰণে কৰণীয়খিনি আমি নিজে কিমানে কৰিছোঁ? অসমীয়াৰ দুৰ্গতিৰ কাৰণ যে অসমীয়া মানুহ নিজেই, এই কথা হৃদয়ংগম নকৰিলে হেজাৰটা সংগঠনেও আমাক উদ্ধাৰ কৰিব নোৱাৰে।

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 18 วันที่ผ่านมา +1

      একেবাৰে শুদ্ধ কথা ।

    • @Forestbaruah
      @Forestbaruah 8 วันที่ผ่านมา

      Xuddho motamot. Bhal laagil. Bohiragotoi Jodi dopdopaise xei xubhidha tu aami nijei disu.

  • @PranjalTamuli-sd4bl
    @PranjalTamuli-sd4bl 21 วันที่ผ่านมา +17

    ককাইদেউ কথাবোৰ হৃদয় স্পৰ্শি স্বাৰ্থলুবি মনুহবোৰে উপলব্ধি কৰিব নোৱাৰে।থলগীৰি অ সমীয়াৰ চেতনা ঘূৰি আহিব বুলি ভাবো।।অসমীয়া কিমান শোশিত নিস্পেচিত অনুধাৱন কৰা উচিত আজিও।

  • @abhijitcreations1431
    @abhijitcreations1431 16 วันที่ผ่านมา +5

    সকলোতকৈ ভাল লগা বাতালাপ.... জয় আই অসম❤

  • @kamalkalita338
    @kamalkalita338 20 วันที่ผ่านมา +10

    পৰশ বৰুৱা দাঙৰীয়া অসম স্বাধীন হবনে , অসমীয়াই কেটিয়া স্বাধীন পাব । নে স্বাধীনৰ স্বপ্ন অথলে জাৱ , কাৰণ বহু লৰা ছোৱালী শ্বহীদ হল , বহু লৰা ছোৱালী সংগঠন এৰি গুচি আহিলে আৰু বহু লৰা ছোৱালী আপোনাৰ লগতে ৰল সেয়েহে জানিব বিচাৰিছোঁ ।

  • @DebasishChaliha
    @DebasishChaliha 21 วันที่ผ่านมา +76

    শিকিবলগীয়া বহুতো আছে ব্যক্তিজনৰ পৰা ....

  • @CC.nabadipnath
    @CC.nabadipnath 21 วันที่ผ่านมา +10

    Respect and Love for this Man ❤

  • @umanadagogoi1033
    @umanadagogoi1033 21 วันที่ผ่านมา +18

    পৰেশ বৰুৱা ডাঙৰীয়াই কোৱা কথাবোৰ আমাৰ ককা হঁতেকৈছিলে।
    ঘৰৰপৰা মাইকী মানুহ ওলাবলে ভয় কৰিছিলে।

  • @Jyotiprasad958
    @Jyotiprasad958 21 วันที่ผ่านมา +17

    হৃদয় চুই গৈছে ককাইদেউ, আৰু লাগে বাকী কথাবোৰৰ ভিডিও।
    জয় আই অসম✊

  • @dhetterii_as_03
    @dhetterii_as_03 20 วันที่ผ่านมา +11

    অতীজৰে পৰা অসমত হোৱা আন্দোলন আৰু শ্বহীদৰ অৰ্থ শূণ্য হৈছেগৈ ।
    বৰাক উপত্যকাত অসমীয়া ভাষা লুপ্ত অৱস্থাত , থলুৱা মানুহৰ সংখ্যা কমি বহিৰাগত লোকৰ সংখ্যা বাঢ়িছে ।
    বদনৰূপী সকলৰ অসম বিক্ৰীৰ চেষ্টা অব্যাহত আছে, তথাপিও কিছুমান ধুডৰূপী জনতাই তাহতকেই মৰম জাচিছে।
    অসম ৰখাতলৰ পথত গতি কৰি আছে, ভীষণ পৰিবৰ্তনৰ প্ৰয়োজন হৈছে.....

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 15 วันที่ผ่านมา +1

      কেৱল স্বাধীন অসমেই একমাত্ৰ উপায় , খিলঞ্জীয়া ক প্ৰতিষ্ঠা কৰাৰ ।

  • @prafulladas6597
    @prafulladas6597 21 วันที่ผ่านมา +19

    এতিয়া ও বহিৰাগত সকলৰ দপদপনিৰ অন্ত নাই ইয়াৰ বাবে কিন্তু আমি নিজেই নিজৰ বাবে দায়ী কাৰণ বহিৰাগতক সুবিধা আমিয়ে দি আহিছোঁ ।

  • @67Vijay67
    @67Vijay67 2 วันที่ผ่านมา +2

    জয় আই অসম

  • @pankajtalukdar8696
    @pankajtalukdar8696 16 วันที่ผ่านมา +18

    এই অনুষ্ঠানতো সকলো অসমীয়া চাই
    যাতে অনুৰোধ জনালোঁ
    জয় আই অসম

  • @deepakkachari6846
    @deepakkachari6846 21 วันที่ผ่านมา +5

    ভাল লাগিল কথাবোৰৰ হুনি | আকাশৰ তলত চুতালৰ মাজত সনধীয়া সাধু কথা হুনা যেন অনুভব হল । আপোনালোক দুয়োকে মই বহুত বহুত কৃতজ্ঞতা গিয়া পন জনালো 🙏🙏🙏 ইমান সুন্দৰ ভাবে এনেকোৱা এটা কাহিনী আমাৰৰ অসমৰ ৰাইজৰ বাবে আগবঢ়োৱাই দিয়া বাবে।।
    L❤ From Lakhimpur 🥰

  • @AdityaKumarPhukan
    @AdityaKumarPhukan 20 วันที่ผ่านมา +6

    Joi Aai Axom

  • @ASSAMESEYOUTUBE-wx2hn
    @ASSAMESEYOUTUBE-wx2hn 21 วันที่ผ่านมา +8

    Ulfa jindabad Apuni bahut val manuh sir apuni Axom sokti ari nidibo .

  • @mridulnath1556
    @mridulnath1556 21 วันที่ผ่านมา +65

    জয় আই অসম। শোষনৰ পৰা অসমৰ মুক্ত হব লাগে।

    • @KarishmaKonwar-em3ps
      @KarishmaKonwar-em3ps 21 วันที่ผ่านมา +1

      Kihor pora mukti hobo bisarise dangoriya..

    • @user-nz7oi4wf9e
      @user-nz7oi4wf9e 21 วันที่ผ่านมา +3

      ​@@KarishmaKonwar-em3psAssam Sadhinot Assam oil tu main ahe aibilak kothat

    • @KarishmaKonwar-em3ps
      @KarishmaKonwar-em3ps 21 วันที่ผ่านมา +1

      Adhoruwa Gyan hei karone bor bhoyonkor ...

    • @KarishmaKonwar-em3ps
      @KarishmaKonwar-em3ps 21 วันที่ผ่านมา +1

      Poresh boruah sir bor bhal manuh teuk moi bohut srodha koru kintu sadhin axom or hopun dekhuwai axomor suka suka lora suwali bilakok bipothe porisalito kora tu kunu poidhye xomorthon koribo nuwari .

    • @sanjoydeka6615
      @sanjoydeka6615 21 วันที่ผ่านมา

      ​Toi bangladeshi hoii​@@KarishmaKonwar-em3ps

  • @sdchutiaaxom8796
    @sdchutiaaxom8796 13 วันที่ผ่านมา +6

    নিয়ায্য প্ৰাপ্তিৰ সংগ্ৰাম কৰিলে কেতিয়াও সন্ত্ৰাসবাদী হব নোৱাৰে।

  • @onpassion6939
    @onpassion6939 20 วันที่ผ่านมา +6

    অসমীয়াৰ হকে অসমৰ হকে সামগ্ৰিক ভাবে বৰ অসমৰ সকলো আৰ্য্ অনাৰ্য,,,জনজাতি-অ-জনজাতি ,,,,জনগোষ্ঠীৰ প্ৰতি সামূহিক সুদূৰ প্ৰসাৰিত ইতিবাচক মহান চিন্তাই আপোনাক এজন মহান দেশপ্ৰেমীক সজাইছে। আপুনি কৰা অসমীয়া জাতিটোৰ চিৰো হিত চিন্তাই আপোনাক অসমীয়াৰ চকুত চিৰদিন অমৰ কৰি ৰাখিব ।।

  • @hirakjyotigogoi1131
    @hirakjyotigogoi1131 19 วันที่ผ่านมา +6

    What a good personality......

  • @simantadeka1191
    @simantadeka1191 19 วันที่ผ่านมา +6

    তিক্ত কথাতু হ'ল অসমৰ প্ৰায়বোৰতে বহিৰাগতৰ কবলত যত মন্ত্রী বিধায়কেও তেওঁলোকক উদগনি দিছে।

  • @partha_p76
    @partha_p76 19 วันที่ผ่านมา +16

    জয় আই অসম 🙏🏻🙏🏻❤️ অসমত এনে আৰু কেইজন মান মানুহ লাগিছিল। যি ডাঙৰিয়াৰ দৰে নিস্বাৰ্থ ভাবে অসম দেশ খন খেৱা কৰে ❤

  • @radaliassame3397
    @radaliassame3397 20 วันที่ผ่านมา +5

    আপুনি অসমলৈ ঘুৰি আহক ককাইদেউ আপোনাৰ লগত গতেয় অসমীয়া ৰাইজ থাকিৱ জয় আই অসম

  • @BaserAli-yi9rs
    @BaserAli-yi9rs 15 วันที่ผ่านมา +4

    জয় আই অসম ❤ জয় আই অসম

  • @santonugogoi
    @santonugogoi 21 วันที่ผ่านมา +7

    Mon sui juwa Kisuman kotha koi gol

  • @67Vijay67
    @67Vijay67 2 วันที่ผ่านมา +2

    LOVE FROM BORSOLA 💜✅

  • @phuleswarrzbnc8003
    @phuleswarrzbnc8003 21 วันที่ผ่านมา +7

    ❤জয় আই অসম ❤️

  • @manjubarman1855
    @manjubarman1855 21 วันที่ผ่านมา +7

    নৱপ্ৰজন্মই জানিব লগীয়া কথা।আপুনি সন্মুখৰ পৰা যুঁজ দিব পাৰিলে ভাল আছিল।

  • @pronabjyotigohain6352
    @pronabjyotigohain6352 20 วันที่ผ่านมา +4

    জয় আই অসম।

  • @BhaskarjyotiPegu-bv1jw
    @BhaskarjyotiPegu-bv1jw 21 วันที่ผ่านมา +41

    Bir lachit sena k hokoluwe support korok❤

    • @RintuPhukan
      @RintuPhukan 21 วันที่ผ่านมา

      ❤❤❤❤❤❤❤❤❤❤

    • @jitenpatowary18
      @jitenpatowary18 20 วันที่ผ่านมา

      Ok

  • @binudpahar1745
    @binudpahar1745 16 วันที่ผ่านมา +4

    অসমীয়া অসমীয়াৰ মাজত হিংসা স্বভাৱ কিন্তু এতিয়াও আছে,,আপুনি খুবেই প্ৰয়োজন কথা এষাৰ কলে🙏🙏,

  • @Ansh_illu666
    @Ansh_illu666 20 วันที่ผ่านมา +4

    জয় আই অসম ❤️❤️❤️

  • @Charlie-tp9wy
    @Charlie-tp9wy 20 วันที่ผ่านมา +4

    জয় আই অসম

  • @zakirahmed9677
    @zakirahmed9677 21 วันที่ผ่านมา +4

    Joi aai akhm ❤

  • @3030mana
    @3030mana 19 วันที่ผ่านมา +4

    তেখেতৰ অসম প্ৰেম অতুলনীয়

  • @sukleswardas3869
    @sukleswardas3869 21 วันที่ผ่านมา +4

    Khosa koi বাৰ্তা লাভ অনুষ্ঠান টো চাই বৰ ভাল লাগিল sir kintu অসমৰ খিলংজ্জীয়া মানুহ খেনিৰ অৱস্থা টো দেখি চকুৰ পানী ওলাই আজি আমাৰ ভৱিষ্যত অন্ধকাৰ কাৰণ বাহিৰা গতাৰ দপ দপানি দেখি

  • @mainaborgohain1344
    @mainaborgohain1344 21 วันที่ผ่านมา +4

    Movement will never come to an end!!

  • @jadupathak5435
    @jadupathak5435 20 วันที่ผ่านมา +13

    স্বাধীন অসমৰ সপোন কেতিয়া পূৰণ হব । আশাৰে বাত চাই আছোঁ❤❤

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 18 วันที่ผ่านมา +3

      তেতিয়াহে হব যেতিয়া খিলঞ্জীয়া টোপনি ৰ পৰা সাৰ পাব ।

    • @anujkumarsaha0454
      @anujkumarsaha0454 13 วันที่ผ่านมา

      Until and unless, single drop of blood is present in the body of Nationalists like me...no one can separate any portion of my country. Bharat Mata ki Jay❤

    • @Designawinyall
      @Designawinyall 10 วันที่ผ่านมา

      ​@@anujkumarsaha0454 "...Mago! Bago! Dago! নে কিবা কিবি..." ☺️

    • @Designawinyall
      @Designawinyall 10 วันที่ผ่านมา

      ​@@anujkumarsaha0454 Quit focusing on "single drop of blood" and those kinda cringy, usurpy, violence-instigating shyt. *Instead, focus on what is necessary, kid. Focus on uplifting/reforming **_YOURSELF FIRST_** and then your own Bengali people (in general). Just like Swami Vivekananda ji - get to publicly rebuking the miscreants among your own Bengali people, and teaching them righteous values and proper conduct early on: that's the only way it remains a nation.* I do the same for our Assamese people. A genuine comment, this. Get to work.

  • @anandataid4943
    @anandataid4943 6 วันที่ผ่านมา +1

    আপুনি চিৰদিন জীয়াই থাকিব লাগে তাৰে কামনা কৰিলো।আজি অসম অসম হৈ থকা নাই। Private val job ata pabloi kotin.gute Anaahmiya .

  • @GiridharThakuria
    @GiridharThakuria 20 วันที่ผ่านมา +7

    আপুনি আহক দাদা আপোনাৰ প্ৰতি আকর্ষণ এতিয়াও আছে, জাতিৰ বাবে আপোনাৰ ত্যাগক ইতিহাসে মনত ৰাখিব।কিন্তু দাদা স্বাধীন অসমৰ বাস্তৱিক চিন্তাধাৰা একেবাৰেই নাই আপুনি এৰি থৈ যোৱা পৰিবেশে এতিয়া আৰু নাই, অনুৰোধ এটি কৰিছোঁ চৰকাৰৰ সতে আলোচনাত সন্মতি দিয়ক।

  • @debojitbabu6718
    @debojitbabu6718 6 วันที่ผ่านมา

    সুন্দৰ অনুষ্ঠিত ❤

  • @bestclips5089
    @bestclips5089 15 วันที่ผ่านมา

    বহুতো ভাল লাগিলে।
    আজি মূল কথাবোৰ তেঁওৰ মুখেৰে জানিব পায়
    ❤❤❤ জয় আই অসম ❤❤❤

  • @user-ng2yl7rl8j
    @user-ng2yl7rl8j 6 วันที่ผ่านมา

    Porash da good luck ..
    Apunar kotha aita huni vhl lagil
    Kunuba ajon asa ja haituya amar karona bahut
    Apunar kotha t moiu ak mot

  • @gopalboruah1233
    @gopalboruah1233 11 วันที่ผ่านมา

    ধন্যবাদ পৰাশৰ ! ভাল লাগিল !

  • @CCMp3
    @CCMp3 10 วันที่ผ่านมา +1

    ❤❤❤ Love from Assam Paresh Da

  • @anandataid4943
    @anandataid4943 6 วันที่ผ่านมา

    জয় আই অসম ❤️❤️❤️❤️❤️

  • @bedantaborah2507
    @bedantaborah2507 9 วันที่ผ่านมา +1

    Joi ai axom🥹💓

  • @SumitaKochSumitrakoch
    @SumitaKochSumitrakoch 2 วันที่ผ่านมา +1

    Joy Ai Axom 💜

  • @debasischetia3290
    @debasischetia3290 20 วันที่ผ่านมา +2

    Jai Aii Aoxom❤❤❤❤

  • @adityaroy1659
    @adityaroy1659 20 วันที่ผ่านมา

    Chakrapani sir....is very humble and down towards the Earth..... I met him once in Duliajan......his conversation towards everyone is mesmerizing.....❤ Keep going sir... keep watching Baartalaap guys❤

  • @hairprasaddeori2325
    @hairprasaddeori2325 15 วันที่ผ่านมา +1

    Great..... salute....

  • @user-ng2yl7rl8j
    @user-ng2yl7rl8j 6 วันที่ผ่านมา

    Joi ai axom.....
    ❤❤✌️✌️👍

  • @ontheway8555
    @ontheway8555 15 วันที่ผ่านมา +1

    জয় আই অসম❤🎉ভাল লাগিল চাই ❤️‍🩹🙏

  • @madhurjya-wy2ls
    @madhurjya-wy2ls 17 วันที่ผ่านมา +2

    Joi ai axom ❤✊

  • @AnandaKhound-jr3te
    @AnandaKhound-jr3te 21 วันที่ผ่านมา +46

    পৰেশ বৰুৱা ডাঙৰীয়া আপুনি অসমলৈ ঘুৰি আহক ।উদোগপতিৰ পৰা কৌৰ কৌৰ টকা লৈ সেইবোৰ নাগপুৰীয়া ৰজাই অসমৰ ৰাইজক মূল্য বৃদ্ধি ৰে তেজ শুহি খাই শেষ কৰিছে ।কা আইন আনি অসমীয়া ক নিঃশেষ কৰা পৰিকল্পনা কৰিছে ।আপুনি অসমলৈ আহি অসমখন বচাওক ।আমাৰ সোনৰ অসম খন বিজেপি চতুৰ লিডাৰ বোৰে বিক্ৰী কৰি শেষ কৰিব ।

    • @user-yz1tf5in7c
      @user-yz1tf5in7c 21 วันที่ผ่านมา

      Congress besi dangerous

  • @PNR1m
    @PNR1m 11 วันที่ผ่านมา +1

    Joy ai axom❤❤❤❤❤

  • @gunjanvlogs6300
    @gunjanvlogs6300 21 วันที่ผ่านมา +3

    Paresh Barua Dadai voba kothabur bohute val asil xosa kotha koise...

  • @anupamdas1823
    @anupamdas1823 19 วันที่ผ่านมา +8

    অসমত এতিয়াও বহিৰাগতই আমাৰ কৃষিভূমি সমূহ শ্ৰেণীৰ পৰিৱৰ্তন অতি আগ্ৰাসী ভাৱে দখল কৰিছে। আপোনাৰ বিপ্লৱী সত্তাক আমি শ্ৰদ্ধা জনাওঁ।

  • @chandanjyotikalita6229
    @chandanjyotikalita6229 8 วันที่ผ่านมา

    ❤❤❤❤ joi ai axom

  • @zubeenfhitnesschannel3212
    @zubeenfhitnesschannel3212 19 วันที่ผ่านมา +2

    জয় আই অসম 🫡✊❤️

  • @apurbajunak4725
    @apurbajunak4725 20 วันที่ผ่านมา +1

    ভাল লাগিল।

  • @pinkubengia8071
    @pinkubengia8071 12 วันที่ผ่านมา +1

    Joi ai axom❤

  • @palashkalita7291
    @palashkalita7291 21 วันที่ผ่านมา +1

    বহুত ভাল লাগিল

  • @jaansaikia9308
    @jaansaikia9308 20 วันที่ผ่านมา +1

    Val vedio disaa .dei val lagil .aru tomar qulty ase so tomi paribaa Kisuman kothaa xudhibaaa ..

  • @ssassam_1.5Million.
    @ssassam_1.5Million. 14 วันที่ผ่านมา

    Bohut val lagile nojona kotha janibo pari ❤ Love from Majuli ❤

  • @dreamway2210
    @dreamway2210 19 วันที่ผ่านมา +1

    জয় আই অসম 🙏

  • @rajusarma9691
    @rajusarma9691 21 วันที่ผ่านมา +11

    পৰেশবৰুৱা ডাঙৰীয়া দেৱক নমস্কাৰ জনালো। সচাঁ কথা কইছে। বতমান আপোনাৰ অভাব অনুভব কৰো।

  • @user-yw9wj4hv5j
    @user-yw9wj4hv5j 4 วันที่ผ่านมา +1

    অসমত এটিযা অলফা বহুত পৈযূজন,আপুনাৰ সন্য লৈ সুনকালে আহক

  • @hirakjyotigogoi1131
    @hirakjyotigogoi1131 19 วันที่ผ่านมา +1

    Jai Ai Axon kokaideu.Ulfa ZINDABAD.........

  • @bitumedhi8392
    @bitumedhi8392 16 วันที่ผ่านมา +3

    অসমক দক্ষিণ ভাৰতীয় ৰাজ্য বিলাকৰ নিচিনা সক্ষম কৰিব লাগে ।।সকলো কোম্পানী ত অসমীয়া নিযুক্তি হব লাগে ।।।বৰ্তমান নামনিত মিয়া সকলে অসমীয়াৰ কাম মাটি কাঢ়ি লৈ গৈ আছে।।আমাৰ অসমীয়া সকলো ৰ ভুল আছে

  • @tapanuzir5713
    @tapanuzir5713 20 วันที่ผ่านมา

    Bhut vl lagil sai Jai ai Assom

  • @user-pt7bn9ps6s
    @user-pt7bn9ps6s 19 วันที่ผ่านมา +1

    জয় আই অসম ✊

  • @kalendas1935
    @kalendas1935 21 วันที่ผ่านมา +5

    Dhuniya lagil sai dada🙏🙏🙏🙏 dhoinyobad

  • @jyotishmangohain3159
    @jyotishmangohain3159 15 วันที่ผ่านมา +1

    এটা সময়ত অসমত অসমীয়াৰ অস্তিত্ব নাইকীয়া হৈ যাব। যদিহে অসমীয়া মানুহ এতিয়াই সজাগ নহয়।
    জয় আই অসম।

  • @paragkalita8649
    @paragkalita8649 13 วันที่ผ่านมา +1

    Jai aai Axom 🫡

  • @InternationalAffairs-mm4cd
    @InternationalAffairs-mm4cd 19 วันที่ผ่านมา +3

    আপুনি কোৱা কথা বোৰ এতিয়া নতুন চামে না জানে | আপোনাৰ কথাবোৰ যদি প্ৰতিখন অসমীয়াৰ ঘৰত কলে হেতেন তেনেহলে অসমীয়াই আকৌ মূৰ দাঙি উঠিল হয়।

  • @user-uq3ss5lz3e
    @user-uq3ss5lz3e 21 วันที่ผ่านมา +1

    Huni bhal lagil ❤❤❤❤❤❤

  • @UGCNETECONOMICS
    @UGCNETECONOMICS 15 วันที่ผ่านมา

    Bhut val lagil Jai Aai Axom

  • @vlogs7636
    @vlogs7636 11 วันที่ผ่านมา +1

    মোৰ ফালৰ পৰা পৰেশ বৰুৱা ডাঙৰীয়াক বহুত সমৰ্থন কৰো। আমাৰ অসম খনক স্বাধীন লাগে । কেতিয়াবা নিজৰ অসমত থাকিও পৰিধীন অনুভৱ কৰো । 😢 জয় আই অসম ❤

  • @user-ef1ey4cs6g
    @user-ef1ey4cs6g 21 วันที่ผ่านมา

    Dhuniya lagil Sai Baarta laap joriute aaji sirk dekha Pai
    Jai aai axom Jai shree Ram, ... Dhonyabad thakil ..da from Hyderabad,ch rabha

  • @Withhprcreation
    @Withhprcreation 15 วันที่ผ่านมา +1

    অসম স্বাধীন হব নোৱাৰে....কিন্তু বৰুৱা দেৱৰ উদ্দেশ্য সফল কৰিবলে আমি চেষ্টা কৰিব পাৰোঁ....আলফা অসমীয়াৰ এক বিশেষ শক্তি....এই শক্তিৰ উচিত ব্যবহাৰ হওঁক❤

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 15 วันที่ผ่านมา

      সকলো এক গোট হলে সম্ভৱ হোৱাৰ আশা নথকা নহয় । জয় আই অসম

    • @Withhprcreation
      @Withhprcreation 15 วันที่ผ่านมา

      @@SumonBaruah-bb2pu chinai লৈ লব

    • @anujkumarsaha0454
      @anujkumarsaha0454 13 วันที่ผ่านมา

      ​@@SumonBaruah-bb2pu ভাইটি ৰাষ্ট্ৰীয় ৰাইফেলছ ৰ বন্দুক ৰ আগত তিষ্টিব পাৰিবা?

  • @Farhan99916
    @Farhan99916 12 วันที่ผ่านมา +5

    being a Assamese you can hate ulfa But not
    Paresh Baruah 🗿
    .
    .
    .
    Joi ai axom✊

    • @amaraxom7007
      @amaraxom7007 10 วันที่ผ่านมา

      Alpha nhoi ulfa

    • @Farhan99916
      @Farhan99916 9 วันที่ผ่านมา

      @@amaraxom7007 🥲

  • @manjulchinte7236
    @manjulchinte7236 2 วันที่ผ่านมา +1

    👍

  • @Jibonzindabad786
    @Jibonzindabad786 21 วันที่ผ่านมา +112

    চক্ৰপাণি ছাৰক ভালপোৱা সকলে এটা লাইক কৰি যাব❤

  • @PNR1m
    @PNR1m 11 วันที่ผ่านมา

    Love from Rabha tribe ❤❤❤

  • @dailyupdates6469
    @dailyupdates6469 21 วันที่ผ่านมา

    Jai Aii Axom❤

  • @ujjalkonwar2859
    @ujjalkonwar2859 21 วันที่ผ่านมา +1

    জয় আই অসম ।

  • @karenbburagohain9214
    @karenbburagohain9214 19 วันที่ผ่านมา +1

    This is really unexpected from you Paresh Baruah uncle.
    Thank you for discrediting my father whereas we all know the truth. Your lies are unexpected.I know what my father did n for his idea today you are in this mission. You should also see his sacrifices . Would u do the same if he was alive??
    (Daughter of Late Bhadreswar Buragohain)

  • @dhaneswarmoran9863
    @dhaneswarmoran9863 9 วันที่ผ่านมา

    Val lagil
    Kotha bur jani
    Po.... Ba... Sar
    Jinda b.. ❤