Baartalaap with Padma Shri Kailash Kher
ฝัง
- เผยแพร่เมื่อ 3 ต.ค. 2024
- Padma Shri Kailash kher
#kailashkher
#kailashkherlive
#kailashkherinterview
Contact with Chakrrapanni Parashar on
📷 Instragram: ....
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : youtube.com/@B....
👱♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
Baartalaap Media Academy
Admission Enquiry : 9101068803
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
ইমান গভীৰ চিন্তন কেৱল এজন সমৰ্পিত ভক্ত এ হে অনুভৱ কৰিব পাৰে 🙏🏼 অনন্য ব্যক্তিত্ব .... ❤❤
মোৰ প্ৰিয় শিল্পীকেইজন হৈছে-
Kishore kumar ,Lata Mangeshkar,Bhupen Hazarika,Zubeen Garg,Krishnakumar kunnath,Arjit Singh,
আৰু ❤❤❤❤❤Kailash Kher ❤❤❤❤❤❤❤❤❤❤
কি কম সঁচাই, একো ভাষা নাই। এইবোৰ আত্মা সঁচাই বৰ বেলেগ। কিমান জ্ঞানী আৰু কিমান শক্তিৰে সমৃদ্ধ। এটা এটা কথা যেন কথা নহয় মহৎ বাণী। কিমান সমর্পিত, সুললিত, একাগ্র। আজি প্ৰথমবাৰ জানিলো এওঁক ভালকৈ, অধ্যয়ন কৰিম মানুহজনক। উৰ্যা বুলি কোৱা বাক্য কেইটাই তেওঁৰ শক্তিৰ পৰিচয়।❤
আলে বালে জয় শ্ৰী ৰাম কোৱা কেইটা , আৰু হাবিয়ে বননিয়ে ফুকি নিজক বৰ সনাতনী বুলি কৈ থকা কেইটাক কৈছো শিকি ল অলপ মান প্ৰভু আৰাধনা কি । বাকী নকও আৰু শুনিয়ে মন প্ৰাণ ভৰি গৈছে । নেদেখা জনৰ চৰণ ছায়াঁলৈ যেন ধাৱমান হৈছো । ধন্য হলো কৈলাস দা । চক্ৰপাণি দা আপুনাকো চাগে হাজাৰ ধৈন্যবাদ দিলেও ক'ম পৰিব ইমান এটা সাৱলীল বিতুপন অনুষ্ঠান পৰিবেশন কৰাৰ বাবে । আধ্যামিকতাক লগত লৈ জীৱন এটাক কি দৰে সফল কৰিব পাৰি এই বাৰ্তালাপৰ যোগেদি অনুধাৱন কৰিব পাৰিছোঁ লগতে বহুতখিনিয়ে প্ৰভাম্বিত হলো । কুশলে থাকক দুয়োজন🙏🙏
Har har Mahadev.... Mahadev sabko kripa karein..
Bht bht dhanyabad❤❤❤❤❤ai bartalaploi
বাৰ্তালাপৰ সৰ্বশ্ৰেষ্ঠ episode দাদা । বহুতো শুভকামনা, মৰম বাৰ্তালাপলৈ ❤❤❤
ॐ नमः शिवाय 🙏🏻❤
সুন্দৰ মাতৰ সংগীতৰ সৈতে কি সুন্দৰ কথা, কি সুন্দৰ গাথা, কি অদ্ভুত ব্যক্তিত্ব, সঁচাই অদ্বিতীয়, আকৰ্ষণীয় শ্ৰদ্ধাৰ পদ্মশ্ৰী কৈলাশ খেৰ ডাঙৰীয়া। বাৰ্তালাপৰ শ্ৰেষ্ঠতম পডকাষ্ট অভিহিত কৰিব পাৰে চক্ৰপাণি পৰাশৰ দা।
Mind-blowing very Spiritual best ever podcast Chakrapani Dada❤️❤️🤗😍🙏🙏Har Har Mahadev 🍀❤️🚩🙏🙏 Kailash Kher Ji jeise Sant Ko sat sat Naman❤️🙏🙏
When he started singing Literally got goosbumps😢
বহুত বহুত ধন্যবাদ পৰাশৰ দাদা,ইমান জ্ঞানী ব্যক্তি এজনৰ বহুমূলীয়া বাৰ্তালাপ শুনিবলৈ পালো।প্ৰতিটো কথাই যেন কিবা নহয় কিবা শিকাই গৈছে।
A real Gem❤
কৈৱৰ্ত সন্তান।।
অসমীয়াৰ সন্মান।।
ডা ভূপেন হাজৰিকা💙
সঁচাই আপ্লুত হলোঁ তেখেতৰ কথা শুনি, কি সুন্দৰ কথা, কি সুন্দৰ বিচাৰ তেখেতৰ ।
❤❤❤❤
আজিৰ সন্ধ্যাপৰতো বৰ মধুৰ কৰিলে ধন্যবাদ 🙏🙏 ভগৱানে আপোনাক কুশলে ৰাখক🙏
Kailash sir is the most simple man 13:30 in the Bollywood industry singer ❤🎉🎉🎉 .... He is my most favourite singer after Arijit Singh 😊
বহুত বহুত বহুতে ভাল লাগিল অনুষ্ঠানটি চাই, north east ৰ বিষয়ে কোৱা kelash kher ৰ মন্তব্য য়ে অন্তৰ চুই গ'ল।❤ মহান কলাকাৰ । তেওঁ কোৱাৰ দৰে মনোমোহা ভাৰতবৰ্ষ এটি জনমত ঘূৰি শেষ কৰিব নোৱাৰি ।।।।
❤ wow beautiful ❤️
Sir ur voice ♥️ can't express in words
Wow.... কথাবোৰ শুনি ভাল লাগিল.... বহুত নতুন কথা জনিলো
Really, greatful kailash sir and we assamese people always proud to Dr Hazarika sir.
ভাই ইংৰাজী নাজানিলে অসমীয়াতেই লিখি দিবি৷ একো নহয়।
@@nathanbravo6944 kio ki bhul hol🙏. Jonabo sun.
@@nathanbravo6944 😂😂
@@tanmoykalita2653toi manuhtuei vul o bhai
সৰু এ পৰা তেওঁৰ গান শুনি ভাল পাওঁ ।ধন্যবাদ চক্ৰ দা..ইমান এটা সুন্দৰ সাক্ষাৎকাৰ হৈছে ।❤
So pleased to hear from this great personality ❤
Edit: 9:50 goosebumps ❣️
What a voice ❤
Best episode ever✨
❣️❣️❣️
Unexpected guist. Love from tezpur
ভাল লাগিল
❤❤❤❤❤❤
❤❤❤❤❤
22:30awesome and beautiful lines🙏🙏
Mind blowing podcast ever.. magic in words.. you are great kailash ❤
Wahh, asorit kotha koi gol.❤❤❤❤
Very good interview..Chakrapani thanks for this interview of Great Kailash Kher
❤❤
❤🎉❤ Heart touching video. All the best wishes to kailash ji❤🎉❤
❤❤❤❤❤
Salute kailash sir ji 🙏 aap se bohot kuch janneko Mila🙏
What a great podcast 😮
Really great episode.
❤
Hey god🙏
❤❤❤❤
Really Great One
বহুত ভাল লাগিলে
Really so nice.lot of knowledge full.very nice dada.
❤❤❤ Really great full. Unique and ultimate interview. Grand salute to kailash kher ji. God bless you. ❤❤❤
Kothakhini xuni bhal lagil dei ❤❤❤❤
One of the great episode
Best gift from Bartalap❤❤
Wow great thinking ❤
One of my fvrt singer ❤❤❤
বৰ ভাল লাগিল চক্ৰপাণি, নতুন এটা শিকিবলৈ পালোঁ। প্ৰকৃত অৰ্থত শিল্পী। হৰ হৰ মহাদেৱ। ❤
th-cam.com/video/5KlM5bMwWkI/w-d-xo.htmlsi=nD3O36-qPmAWW0qo
Bohut gyaani manuh dei ❤
Best episode I have ever seen
What a greatful interview ❤❤❤
Love you kailash kher....my all time favourite singer 😊
Val lgil bht ❤
Har har Mahadev 🙏
Skip কৰিব মন নোযোৱা কথাবার্তা ❤❤❤❤ হেপাহেৰে শুনিলো 🙏
Really good sir❤❤❤❤❤
One of the best episode
Apuni aji bohut nervous huwa jen lagise Chakra daa.
Really great full kailash sir ❤
Chakra, your best bartalaap
Best interview❤🎉
Just wow
Awsome podcast❤
Best episode of your channel ❤
Wow ❤
Love from Assam
he is so deep
gods child ❤
One of my favorite Singer❤
I like Bahuboli movies all the theme❤the first love❤
Har har mahadev❤
How many fans of kailash kher, like me😊
উ...ফ!!!!...... বহুত ভাল লগা ❤❤❤❤❤
❤
Love love lots of love and thanks for the podcast dada
ইমান সুন্দৰ মনৰ অধিকাৰী, আৰু ইমান ধুনীয়া সাৱলীল ভাবে তেখেতৰ জ্ঞানৰ চমক প্ৰদ কথা খিনি বুজাই কলে সঁচাকৈ বৰ ভাল লাগিল।
Favorite one
Best Episode ever.
অদ্ভূত জ্ঞানৰ অধিকাৰী ❣️❣️❣️❣️
Moi tu bohu agor porai salute diu teuk..bohu gyani byokti tekhet.
ইমান সুন্দৰ তেওঁৰ প্ৰতিটো শব্দ প্ৰতিটো বাক্য শুনিলে শুনি থাকিব মন যায়।ধন্যবাদ চক্ৰ দা তেওঁৰ মন্ত্ৰমূগ্ধ কথাৰে অনুস্থানতো জিপাল কৰি তুলিলে।❤
Deep, very deep conversation
That festival was #Deijwing
A wonderful artist - Kailash Kher
Saiyaan ❤
Vl lagil Sai ..
Kashtiyan laakh nazdik sahil sahi,par khuda phir koi chal chal jayga
সচাকৈ বহুত বেছি ভাল লাগিল। ❤
Great Kailash Kher sir ji🙏
Great speech kailash Sir
Always Favourite singer 💖💖
aaj se kailash ji ke liye mera respect 10 guna bad gaya ...
এই বাৰ্তালাপটিয়ে কিমান শান্তি দিছে ,আৰু কিমান ভাল লাগিছে,বুজোৱাৰ ভাষা নাই...
❤
সচাঁই, এক অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী🙏 মন প্ৰাণ ভৰি গ'ল। ধন্যবাদ চক্ৰপাণি পৰাশৰ দাদা এই অমূল্য সময় খিনি আমাক বিলায় দিয়াৰ বাবে। ধন্য হ'লো🙏
lv frm Udalguri
God he sangeet ka kailash ji❤
❤️
🙏
Moja lgl ❤❤