|Pratipakhya|- Where did journalist Rajeev Bhattacharya meet ULFA(I) chief Paresh Baruah?

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ม.ค. 2025

ความคิดเห็น • 981

  • @debajyotikalita5588
    @debajyotikalita5588 ปีที่แล้ว +46

    ৰাজীৱ দাই কথাবোৰ কৈ থাকোঁতে তেখেতৰ কথাৰ মাজত বহুবাৰ interfere কৰা যেন অনুভৱ হ’ল ৷ যেন সাক্ষাৎকাৰ লোৱা গৰাকীয়ে নিজৰ উপস্থিতি বুজাবলৈ বাৰে বাৰে চেষ্টা চলাই থাকিল ৷

    • @ArupKalita-le9xh
      @ArupKalita-le9xh 11 หลายเดือนก่อน +5

      Right

    • @shyamaldas762
      @shyamaldas762 11 หลายเดือนก่อน +1

      Rajiv, val journalist hobo loi 1st opposite jonok xunibo lagibo...eneke nhbo

    • @sahidrohman774
      @sahidrohman774 11 หลายเดือนก่อน +1

      Oi kala Rajid Dak Val k katha bur kabolea dey..

    • @BijoyMoran-g5h
      @BijoyMoran-g5h หลายเดือนก่อน

      😊

    • @BiswajitSaikia-gt2rx
      @BiswajitSaikia-gt2rx 12 วันที่ผ่านมา

      একেবাৰে সঁচা কথা কৈছে।

  • @chandragogoi460
    @chandragogoi460 2 ปีที่แล้ว +57

    ৰাজীৱ দাৰ কথাবোৰ বৰ ভাল লাগিল,শুনি হেপাহেই নপলালে। আগলৈ এনেধৰণৰ কথাবোৰ অৱগত কৰাব বুলি আশা ৰাখিলোঁ

  • @fortisfortunaadiuvat7095
    @fortisfortunaadiuvat7095 2 ปีที่แล้ว +161

    Feedback: Jitumoni Daa e nuarise interview loboloi hompadok hoiu, kotha bur clear nhoi mukhot bhitorote koi ase and eman interrupt korise odorkari. Eifale Rajeev daa e eman dhuniyakoi kotha koise, hunie bhal lagise.

  • @tarundas8552
    @tarundas8552 2 ปีที่แล้ว +6

    আলোচনাটো চাই যথেষ্ট ভাল লাগিল। আৰু বহুত তথ্য সমৃদ্ধ। আগলৈ আৰু আশা কৰিছোঁ।

  • @paranbharadwaz9339
    @paranbharadwaz9339 2 ปีที่แล้ว +143

    টিভি চেনেলৰ সাংবাদিক জনে কিয় বাৰে বাৰে ৰাজীৱ ভট্টাচাৰ্য্যৰ কথাৰ মাজতে নিজৰ কাহিনী আৰম্ভ কৰে ? তেওঁক কিয় ভালকৈ কথা কবলৈ নিদিয়ে ? উষ্টাডি নেকি অলপ ?? ৰাজীৱ ভট্টাচাৰ্যৰ দাদাৰ কথা খিনি ভাল লাগিল ।

    • @neelsum2994
      @neelsum2994 2 ปีที่แล้ว

      😆

    • @priyomrkh9768
      @priyomrkh9768 2 ปีที่แล้ว +1

      পৰেশ বৰুৱাৰ সন্ধানত কিতাব খন পঢ়িবা সব ধুনীয়াকৈ লিখিছে ৰাজীৱ ভট্টাচাৰ্য্য ডাঙৰীয়াই।

    • @rahul-zq5zf
      @rahul-zq5zf 2 ปีที่แล้ว +3

      কাম নাই তাৰ লেবেল

    • @greentomato2638
      @greentomato2638 2 ปีที่แล้ว +6

      Toplai kotha koboi najane... Basic knowledge ni mokkel Tu... Ru attention di huna ni toplai

    • @apuboruah4803
      @apuboruah4803 2 ปีที่แล้ว +2

      Agree 👍🏿

  • @jayantatamuli6377
    @jayantatamuli6377 2 ปีที่แล้ว +29

    সাংবাদিকজন ওস্তাদ। কথাকেইটা ভালকৈ শুনিবলৈ সময় নাই। সাংবাদিকজনকো মাতিছিল বোলে সেইটো ডাঙৰ ফিট মাৰিল।

  • @puskarsharma6935
    @puskarsharma6935 2 ปีที่แล้ว +22

    ৰাজীৱ দাৰ কথাবোৰ ভাল লাগিছে। চাংবাদিক জনে মাজে মাজে অদৰকাৰী interrupt কৰিছে। কথাবোৰো স্পষ্ট নহয়।

  • @romabora2399
    @romabora2399 2 ปีที่แล้ว +27

    অতি সুন্দৰ গুৰুত্ব পূৰ্ণ আলোচনা হল ,লগতে অসমৰ অসমীয়াৰ শান্তি সুৰক্ষাৰ ক্ষেত্ৰত সুন্দৰ চিন্তা ভাল লাগিল।

    • @rajeswarswargiari5366
      @rajeswarswargiari5366 ปีที่แล้ว +1

      অসমীয়াৰ দাদাগিৰি

    • @asmitgogoi8739
      @asmitgogoi8739 ปีที่แล้ว +2

      @@rajeswarswargiari5366 eitu dadagiri dekhaboi lgbo nhole amk hehk kri dibo bidekhi a

    • @sinkusmita
      @sinkusmita 11 หลายเดือนก่อน

      ​@@rajeswarswargiari5366😅😅⁰😊

  • @Axomiyageri
    @Axomiyageri 2 ปีที่แล้ว +116

    অসমৰ প্ৰতিজন অসমীয়া ডেকা ল'ৰা এক হ'বলৈ অনুৰোধ জনালোঁ জাতিৰ স্বাৰ্থত জয় আই অসম

  • @jkbaruah2700
    @jkbaruah2700 2 ปีที่แล้ว +145

    সাক্ষাৎকাৰটো যথেষ্ট দীঘলীয়া যদিও কিছুমান মূল্যবান কথা ক'বলৈ ভট্টাচাৰ্য্যদেৱক সুবিধা নিদিয়া যেন লাগিল ।

    • @bituphukan693
      @bituphukan693 2 ปีที่แล้ว +2

      Muru lgil...

    • @pareshneog6190
      @pareshneog6190 2 ปีที่แล้ว

      সকলো বোৰ কবলৈ নিদিয়াটোৱে মঙ্গল যেন বোধ হয়!!!!!!

    • @greentomato2638
      @greentomato2638 2 ปีที่แล้ว +4

      Toplai kam ni kla.... Ustad kla hi... Nitumoni saikia hole mojja lagil hy... Toplak kyo rakhise prag channel... O quality toplar

    • @hirakjyotisarma1711
      @hirakjyotisarma1711 2 ปีที่แล้ว +2

      right koise apuni

    • @hirakjyotisarma1711
      @hirakjyotisarma1711 2 ปีที่แล้ว +2

      right jitumoni olp uport koi

  • @nayanmonidutta9768
    @nayanmonidutta9768 2 ปีที่แล้ว +5

    সাংবাদিক জনে ওপৰাওপৰিকৈ কথা কোৱাতকৈ ৰাজীৱ ভট্টাচাৰ্য্যক কথাখিনি ভালকৈ কবলৈ দিব লাগিছিল , কাৰণ তেওঁ স্পটত থাকি খবৰ সংগ্ৰহ কৰিছে | আজিহে শুনিলো | ভাল লাগিল, আৰু জানিবলৈ মন গৈছে...

  • @nilutpalgogoi445
    @nilutpalgogoi445 2 ปีที่แล้ว +3

    Bohut straight forward aru Intelligent hoi Sir apuni. Val lagile kotha botora bilak huni aru apunar hard work or karne Salute. ❤️
    JOI AAI AXOM

  • @nipankalita1216
    @nipankalita1216 2 ปีที่แล้ว +49

    কোনে কোনে অসম স্বাধীন হোৱাটো বিচাৰে। 1 like please.

  • @deepjyotideka2563
    @deepjyotideka2563 2 ปีที่แล้ว +59

    সাংবাদিক জনৰ প্ৰশ্ন কেইটা ভাল কিন্তু তেওঁৰ উত্তৰটো শুনিবলৈ সময় নাই।

  • @ajitneog7659
    @ajitneog7659 2 ปีที่แล้ว +58

    বহুত গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিলে ভট্টাচাৰ্য ছাৰে। বহুত নজনা কথা জানিব পাৰিলো। অসমীয়াৰ হৈ পৰেশ বৰুৱা ডাঙৰীয়াই নিজৰ জীৱন উৎসৰ্গা কৰিছে যেতিয়া, প্ৰতেক অসমীয়াই তেখেতক সহায় কৰক।
    জয় আই অসম 🙏 😭 😭

    • @CSGOGAMER-eg7qj
      @CSGOGAMER-eg7qj ปีที่แล้ว +1

      সেই কথাবোৰ অসমীয়াই কেতিয়া বুজিব 😢😢

    • @asmitgogoi8739
      @asmitgogoi8739 ปีที่แล้ว

      @@CSGOGAMER-eg7qj axomiya manuh aji kali nije nijor hotru hoi goise kor pra bujibo....nij sarthor babe nijor matri bhumik bikri kri dise kor pra bujibo axomiyai dekhor proti thoka morom aru val pua

  • @utpalbdas
    @utpalbdas 2 ปีที่แล้ว +9

    তেওঁৰ কিতাপ পঢ়িছোঁ! ভাল লাগিল!বহুত দিনীয়া মনে বিছৰা সাক্ষাৎকাৰটি

    • @ipboracisf..8485
      @ipboracisf..8485 2 ปีที่แล้ว

      Piz kitap khnr namtu jnaksun

    • @utpalbdas
      @utpalbdas 2 ปีที่แล้ว +2

      @@ipboracisf..8485
      "পৰেশ বৰুৱা ৰ সন্ধান ত" কিতাপখনৰ নাম

    • @ipboracisf..8485
      @ipboracisf..8485 2 ปีที่แล้ว

      @@utpalbdas tq

    • @utpalbdas
      @utpalbdas 2 ปีที่แล้ว

      @@ipboracisf..8485 🙏

  • @mukutkalita5145
    @mukutkalita5145 2 ปีที่แล้ว +5

    বহুুত ভাল লাগিল
    নজনা কঠা বহুুুত জানিলো
    আলফাক কেতিয়াও ঘতিৰাম বাতিৰাম বুলি নাভাবিব

  • @louis13vlogs20
    @louis13vlogs20 2 ปีที่แล้ว +2

    Bahut hundor kotha kole Rajeev Da. Bhal lagile bahutu kotha jaani. Thank you.

  • @nitulgogoi9614
    @nitulgogoi9614 2 ปีที่แล้ว +67

    আলফাৰ মনৰ কামনা পূৰন হওঁক

  • @MG-c4f
    @MG-c4f 3 หลายเดือนก่อน

    'পৰেশ বৰুৱাৰ সন্ধানত'
    কিতাপখন পঢ়িলো বহুত ভাল ❤

  • @champakbarman6636
    @champakbarman6636 2 ปีที่แล้ว +11

    আমি স্বাধীন অসম নিবিচাৰোঁ। কাৰণ অসম আজিৰ তাৰিখত বাংলাদেশী মিঞাৰে ভৰি গ'ল।

    • @mr.boruahproduction6485
      @mr.boruahproduction6485 2 ปีที่แล้ว +3

      West Bengal gusi ja, tat dhei koch rajbinshi ase,koch behar t dhei ase ,kaliyaganj t

  • @bitupangogoi2117
    @bitupangogoi2117 2 ปีที่แล้ว +18

    আপোনাৰ porash boruar hondhanot কিতাপ khon 5yrs manor আগতেই পৰিছিলো, bohut nojona কথা জানিব পাৰিলোঁ, আপোনাক okhekh dhonyobad rajib da

  • @Sourav4rmAsom
    @Sourav4rmAsom 2 ปีที่แล้ว +10

    বৰ ধুনীয়া আলোচনা

  • @ankursharma2282
    @ankursharma2282 2 ปีที่แล้ว +101

    We want independent assam. জয় আই অসম‌। এই সংগ্ৰাম অব‍্যাহত থাকিব সদায়।❤️❤️

  • @DiamondAasamese
    @DiamondAasamese 2 ปีที่แล้ว +8

    ইমান ধুনীয়াকে কৈ থকাৰ পিছতো ইজনে কি কৰি ফুৰিছে ...মাজে মাজে

  • @sailenneog5497
    @sailenneog5497 2 ปีที่แล้ว +6

    মই আপোনাৰ কিতাপ খন পঢ়িছো, মোৰ লগতে আছে ।
    "পৰেশ বৰুৱা সন্ধানত" ......আজি আপোনাৰ পৰা শুনি সুখী হলো।আপোনাৰ সু-শৰীৰ কামনা কৰিলোঁ।

  • @sanmiholi1256
    @sanmiholi1256 2 ปีที่แล้ว +8

    অতি গুৰুত্বপূৰ্ণ আৰু সুন্দৰ সাক্ষাৎকাৰ...... ভাল লাগিল.... ধন্যবাদ

  • @deepkalita3487
    @deepkalita3487 2 ปีที่แล้ว +1

    পৰেশ বৰুৱাৰ সন্ধানত কিতাপখন পঢ়াৰ সময়ৰ পৰাই ৰাজীৱ ভট্টাচাৰ্য ডাঙৰীয়াৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ৷
    আজিৰ এই সংকতৰ সময়ত তেওঁৰ লিখনিয়ে যোগাত্মক বাতাৱৰণৰ সৃষ্টি কৰিছে৷
    আজিৰ এই সাক্ষাৎকাৰটো চাই সচাকৈয়ে ভাল লাগিল৷
    লগতে জিতুমনি দাৰ দৰে সাংবাদিক সকলে সমাজৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ উৎথাপন কৰি একো একোজন দায়িত্বশীল ব্যক্তিৰ পৰিচয় দি আহিছে৷

  • @tksarmah2632
    @tksarmah2632 2 ปีที่แล้ว +9

    প্ৰশ্ন সুধি নিজেই উত্তৰ দিয়ে যে সাংবাদিক জনে ?
    শুনাৰ ধৈৰ্য থকা দৰকাৰ।

  • @charukbgohain8670
    @charukbgohain8670 2 ปีที่แล้ว +38

    এই চিকুণ পিয়াঁজে সাক্ষাতকাৰ লৈছে নে জেৰা কৰিছে ধৰিবহে পৰা নাই

    • @henobchetia4365
      @henobchetia4365 2 ปีที่แล้ว +1

      চিকুন পিয়াজ । মজা

  • @dipjyoti2249
    @dipjyoti2249 2 ปีที่แล้ว +6

    ভাল লাগিল, কিতাপ খন কত কেনেকৈ পোৱা যাব কোনোবাই সহায় কৰকচোন

  • @mridulduwarah7897
    @mridulduwarah7897 2 ปีที่แล้ว +59

    তপা,কি ঘেন্টা কৰিবলৈ মাজতে মাত দিয়.

  • @shankusaikia2992
    @shankusaikia2992 2 ปีที่แล้ว +23

    আৰু অলপ ভাল লাগিল হয় যদি anchor জন ভাল হোৱা হলে

  • @motivationa...z9251
    @motivationa...z9251 2 ปีที่แล้ว +20

    দেখি আৰু শুনি বৰ ভাল লাগিল। কেতিয়া যে পূৰণ হব এই সপোন। জয় আই অসম।

    • @updas6200
      @updas6200 2 ปีที่แล้ว

      UしƒA ﻝÏǸdAʙArd , ﻝ✿Ï AAÏ Ax✿๓

    • @CSGOGAMER-eg7qj
      @CSGOGAMER-eg7qj ปีที่แล้ว

      ​​@user-vg3uc5pm1cআশা কেতিয়াও এৰিব নালাগে । জই আই অসম

    • @CSGOGAMER-eg7qj
      @CSGOGAMER-eg7qj ปีที่แล้ว

      @user-vg3uc5pm1c হয় একদম সঁচা এইয়া আমাৰ জন্মগত অধিকাৰ ।

    • @CSGOGAMER-eg7qj
      @CSGOGAMER-eg7qj ปีที่แล้ว

      @user-vg3uc5pm1c এদিন আমি আমাৰ অধিকাৰ পাম যে খাটাং

    • @asmitgogoi8739
      @asmitgogoi8739 ปีที่แล้ว

      @Ghazeee muru mon je nijok axom dekhor nagorik buli sinaki dibole.....ona axomiya aru Bangladeshi buror babe khilonjiar language culture borbad hoi goise....najanu ami joi hom ne nohon kintu axomiyar dinok dine din beya hoi ahi ase....lower assam miya aru barak bongali...ki hobo ge 😢

  • @amarjit2779
    @amarjit2779 2 ปีที่แล้ว +4

    Presh baruah mor kokar boyokh ar ...tewor nam tu xunilei Jen aru jobon ar sob moh Maya pahori jaw..morrar agoloi kebal teur e hoi thaku Jen... 😥❤️❤️❤️❤️

  • @pallabjyotiborah8073
    @pallabjyotiborah8073 2 ปีที่แล้ว +1

    Rajiv dar kotha khini huni bht val lagil ...aru Paresh Baruah sir r kotha bur o olp janib pari val lagil

  • @nitusaikia2848
    @nitusaikia2848 2 ปีที่แล้ว +75

    ভাল লাগিল কিন্তু তপা সাংবাদিক জনে কথা মাজত বহুত মাত মাতে হে ।

  • @ishankashyap8058
    @ishankashyap8058 2 ปีที่แล้ว +16

    Rajeev Bhartacharya you are a gem of a person❤

  • @jyotismanhazarika3524
    @jyotismanhazarika3524 2 ปีที่แล้ว +3

    Val news etq diya babe bhut dhlinobad

  • @chaanlekharu7465
    @chaanlekharu7465 ปีที่แล้ว +1

    One of d Quality Interview Perpective of ASSAM'S Future...

  • @dharmeswarsarmah6298
    @dharmeswarsarmah6298 ปีที่แล้ว +4

    বৃটিছে অসমক নিজৰ হাতলৈ নিয়া ইয়াণ্ডাবু সন্ধিৰ ২০২৬চনৰ ফেব্ৰুৱাৰীত দুশ বছৰ হ'ব।এই ইয়াণ্ডাবু সন্ধি বৃটিচ আৰু আহোম স্বৰ্গদেউ সকলৰ মাজতহে হৈছিল যেন পাঁও।সন্ধিত স্বাক্ষৰ কৰোতা কোনো ভাৰতীয় প্ৰতিনিধি নাছিল বুলি বুৰঞ্জী ৰ পাতত পঢ়িবলৈ পাইছিলো।

    • @asmitgogoi8739
      @asmitgogoi8739 ปีที่แล้ว

      Hoi aru hondhi khonot kotu likha nai je axom british r odhin buli boroncho axom a hei dina swadhinota he lav krisile Burmese r pra....pasot khali british a illegaly axom dokhol kri pelale

  • @gakullahkar9570
    @gakullahkar9570 2 ปีที่แล้ว +2

    Good Dada val lagil apunar katha bur

  • @arunjyotib482
    @arunjyotib482 ปีที่แล้ว +3

    Interview লোৱা জনৰ কথাৰ স্পষ্টতা নাই আৰু ইমান interrupt কৰি আছে। ৰাজীৱ ভট্টাচাৰ্যৰ কথাবোৰ ভালকৈ শুনিব নাপালোৱেই।

  • @kaustavsarmah5351
    @kaustavsarmah5351 ปีที่แล้ว

    Khub hundor
    Bohut val lgil kotha khini

  • @rajeshsinha1983
    @rajeshsinha1983 2 ปีที่แล้ว +16

    Nagaland is the father off all insurgency group of of North East.... 💐 NSCN is also a very ideal... 💐

  • @jatindeka6784
    @jatindeka6784 ปีที่แล้ว

    ৰাজীৱ ককাইদেউ সচাই আনতকৈ বেলেগ । ভাল লাগিল । আগোৱাই য়াওক। জয় আই অসম ।

  • @niponboruah1516
    @niponboruah1516 2 ปีที่แล้ว +9

    সুন্দৰ লাগিল শুনি

  • @dasbsf178
    @dasbsf178 2 ปีที่แล้ว +42

    ৰাজীৱ sir salute আপোনাক

  • @rupamlahkar1285
    @rupamlahkar1285 2 ปีที่แล้ว +52

    দাদা আপুনি আগলৈকে interview nolobo

  • @americanboy6855
    @americanboy6855 2 ปีที่แล้ว

    Amazing interview alfer kotha khuni bhal lagil

  • @arpangogoi2167
    @arpangogoi2167 2 ปีที่แล้ว +13

    আলফা স্বাধীন জিন্দাবাদ জয় আই অসম 👆👆👆

  • @dmedme9249
    @dmedme9249 2 ปีที่แล้ว

    Bohut Val Lagil Dhoinyobad

  • @JuntilakA2Z
    @JuntilakA2Z 2 ปีที่แล้ว +25

    দাদা আপুনাৰ শব্দবোৰ স্পষ্ট নহয়। অতিথি জনৰ বাৰে বাৰে বাধা দি আছে।

  • @saminhazarika4505
    @saminhazarika4505 ปีที่แล้ว +1

    Kotha khini bahut importance di salu but kisuman bastu janibo isha thkil kintu hei kotha khini skkiped hl tothapiu bahut val lagil ajon bahut intelligent manuh tekhet

  • @HarmonyVerseCreations
    @HarmonyVerseCreations 2 ปีที่แล้ว +3

    সুন্দৰ ইণ্টাৰভিউটো এংকৰজনে বহু ঠাইত বিৰক্ত কৰিলে৷ অপ্ৰয়োজনীয় হস্তক্ষেপ কৰিছে;

  • @manashgogoi7747
    @manashgogoi7747 2 ปีที่แล้ว +1

    Rajeev kokaideo..... 🙏🙏🙏🙏🙏. Bohut vl lagil.....

  • @mozoomdar.
    @mozoomdar. 2 ปีที่แล้ว +6

    বৰা দেৱে কথাৰ মাজত কথা কৈ আচল কথাৰ ৰসটো অলপ হ্ৰাস কৰিলে।

  • @East4090
    @East4090 ปีที่แล้ว +2

    ৰাজীব ভট্টাচায্য ডাঙৰীয়া এজন বহুত অভিজ্ঞ ব্যক্তি❤️।

  • @chandanbaruahvulag9168
    @chandanbaruahvulag9168 2 ปีที่แล้ว +10

    অসম সদাই অসমীয়া হৈ য়ে থাকিব , এদিন নহয় , এদিন অসম খন স্বধীন অসম হব' অসম খন অসমীয়া হে , বিহাৰী , মাওৰাৰি , বাংলাদেশীৰ নহয় , জয় আই অসম , জয় অই অসম, অসম ’স্বধীন জিন্দাবাদ , ❤❤❤❤❤

    • @fresher3776
      @fresher3776 2 ปีที่แล้ว +1

      Tur bapek ki china pa ahse ne india r hoi Madhrchod 😂😂😂 ki ball koribo kori lo alp din ru sai lo knke thtr Gand Mari asu sai thak

    • @tulyajitsaikia7515
      @tulyajitsaikia7515 2 ปีที่แล้ว +1

      Jai Aai Axom ✊✊💖💖🔥🔥

    • @tulyajitsaikia7515
      @tulyajitsaikia7515 2 ปีที่แล้ว +1

      @@fresher3776 Pagol 😡😡❌❌

    • @tulyajitsaikia7515
      @tulyajitsaikia7515 2 ปีที่แล้ว +1

      @@DragonAssam-y9e 💖💖

    • @tulyajitsaikia7515
      @tulyajitsaikia7515 2 ปีที่แล้ว +1

      @@fresher3776 Miya Bangladeshi kela ❌❌😡😡

  • @munindeka3213
    @munindeka3213 8 หลายเดือนก่อน +2

    পৰেশ বৰুৱা হিৰ' হওক বা জিৰ' হওক তেওঁৰ অধ্যয়ন আৰু প্ৰত্যুৎপন্নমতি মানিব লাগিব কিন্তু

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 ปีที่แล้ว +7

    Good steps . were known for latest updates of ULFA organisation.

  • @minutpal3025
    @minutpal3025 2 ปีที่แล้ว +1

    Real hero sir Val lgil apunar opinion bur

  • @khogenrajkhowa3479
    @khogenrajkhowa3479 2 ปีที่แล้ว +8

    দাদা আপোনাক ধন্যবাদ

  • @JBsMixMedia
    @JBsMixMedia 2 ปีที่แล้ว +1

    পৰেশ বৰুৱাৰ সন্ধান খন মই পঢ়িছোঁ । বৰ আমোদ জনক ।

  • @pinkudas9780
    @pinkudas9780 2 ปีที่แล้ว +13

    সাংবাদিক হ'ব লাগে ৰাজিৱ দা ৰ নিচীনা

    • @greentomato2638
      @greentomato2638 2 ปีที่แล้ว

      Topa super talented....

    • @greentomato2638
      @greentomato2638 2 ปีที่แล้ว

      😆😆😆😆🤣🤣🤣

    • @CSGOGAMER-eg7qj
      @CSGOGAMER-eg7qj ปีที่แล้ว

      ​@@greentomato2638টপা জন ৰাজীৱ দা নহয় ।।

  • @jatinbosu6487
    @jatinbosu6487 2 ปีที่แล้ว +7

    ৰাজীৱ দাক কথাবোৰ ভালকৈ কবলৈ নিদিল ।

  • @Aspirants_buddies
    @Aspirants_buddies 2 ปีที่แล้ว +4

    জিতুমণি বৰাদেৱ অনুষ্ঠানটো চাই থাকোতে আপোনালৈ বহুত খঙ উঠিছে কিন্তু মাজত কিয় ইমান interruption কৰিলে

  • @prachibarman6534
    @prachibarman6534 2 ปีที่แล้ว +4

    কথা বৰ শুনি ভালে লাগিল...

  • @nilutpalborah5814
    @nilutpalborah5814 2 ปีที่แล้ว +73

    RAJIV BHATTACHARYA is the ideal person for journalism... Thank u dada🙏

    • @jogennath6792
      @jogennath6792 2 ปีที่แล้ว +3

      স নধা বাতৰি

    • @somapaul4101
      @somapaul4101 2 ปีที่แล้ว

      Alop kuwar pora bahir hoi sagr khon sawk

    • @CSGOGAMER-eg7qj
      @CSGOGAMER-eg7qj ปีที่แล้ว

      ​@@somapaul4101কি চাম ???

  • @kailashkonwar8067
    @kailashkonwar8067 2 ปีที่แล้ว +4

    মোৰ মতে প্ৰথম সাংবিধানিক, দ্বিতীয় ইনাৰ লাইন পামিত, আৰু স্বদেশী আগ্ৰ্ক্ষন নিয়ন্ত্ৰণ কৰা মানে অসমৰ বাহিৰৰ মানুহক ইয়াত স্থায়ীভাৱে বসবাস কৰাতো ।

  • @tulyajitsaikia7515
    @tulyajitsaikia7515 2 ปีที่แล้ว +4

    Jai Aai Axom.✊✊💕💕🔥🔥

  • @manashnath3849
    @manashnath3849 2 ปีที่แล้ว +1

    Val lagile interview tu

  • @anjumanikalita7824
    @anjumanikalita7824 ปีที่แล้ว +5

    প্ৰাগ নিউজে কি ৰাখিছে এইজন ? সুৱলা সাক্ষাৎকাৰটো বেসুৰা কৰি দিয়ে এইজনে ।

  • @simantaroy1995
    @simantaroy1995 2 ปีที่แล้ว +4

    The Interviewer has spoiled the whole interview

  • @travelview8359
    @travelview8359 2 ปีที่แล้ว +34

    The interview would have been more interesting if the anchor would not have interpretated the speaker

  • @babitabaro5636
    @babitabaro5636 2 ปีที่แล้ว

    Bahut Val lagil kotha khini xuni

  • @mintugogoi5156
    @mintugogoi5156 2 ปีที่แล้ว +5

    Val lagil

  • @pareshneog6190
    @pareshneog6190 2 ปีที่แล้ว +5

    তেখেতসকল আছে বাবে আমি অসমীয়া সকল উচ্চ শীৰেৰে জিয়াই আছোঁ যেন বোধ হয়!!!!!

  • @diprajbongshi2019
    @diprajbongshi2019 2 ปีที่แล้ว +8

    জয় আই অসম ❤️

  • @rudrajitpatangia2862
    @rudrajitpatangia2862 2 ปีที่แล้ว

    বৰ ধুনীয়া লাগিল কথাখিনি ককাইদেউ...❤️

  • @ujjaljyotideka9513
    @ujjaljyotideka9513 2 ปีที่แล้ว +15

    জয় আই অসম

  • @Ranabhaivlog
    @Ranabhaivlog 2 ปีที่แล้ว +6

    Jitumoni da didn't let him to complete his talk
    Interrupted to much
    Rajiv da long live

  • @dulkumargogoi3886
    @dulkumargogoi3886 2 ปีที่แล้ว +17

    It's a good interview, but Jitumoni makes the interview a little bit low by interrupting to much.

  • @goutamchetia9952
    @goutamchetia9952 2 ปีที่แล้ว +6

    China🇨🇳🇨🇳 Myanmar🇲🇲🇲🇲 Same to Same Joined Ase government

  • @physicogogoida3656
    @physicogogoida3656 2 ปีที่แล้ว +4

    Great interview 🙏

  • @nishantasarmacse7831
    @nishantasarmacse7831 2 ปีที่แล้ว +8

    Jaii Aai axom.....

  • @ramanujsaikia7951
    @ramanujsaikia7951 2 ปีที่แล้ว +43

    Thats why Paresh Baruah is a genius and a Commander in Chief...

    • @somapaul4101
      @somapaul4101 2 ปีที่แล้ว +1

      Hoy nki... Etiya ki kheti korim jonabo

  • @swapnadeepbaruah8823
    @swapnadeepbaruah8823 2 ปีที่แล้ว +53

    Third class interviewing by the interviewer, not giving the guest person to answer properly.. ভালকৈ কথাই ফুটাই নাই। শুনাৰ যদি ধৈৰ্য্য নাই interview ল’ব নালাগে

  • @bhupendas3078
    @bhupendas3078 2 ปีที่แล้ว +52

    Very nice interview, constrictive opinion/statement, thanks 🙏

  • @insanehunk3997
    @insanehunk3997 2 ปีที่แล้ว +11

    I want independent Assam...
    Joi aai axom✊

  • @anaspirant9550
    @anaspirant9550 2 ปีที่แล้ว +8

    Moral of the interview-Najanile interview koribo nalage.

  • @jintuarandhara6724
    @jintuarandhara6724 2 ปีที่แล้ว +1

    ভাল লাগিল কথাবোৰ

  • @nayanjyotibaishya8483
    @nayanjyotibaishya8483 2 ปีที่แล้ว +7

    ধন্যবাদ🙏🙏🙏

  • @mridultalukdar7913
    @mridultalukdar7913 11 หลายเดือนก่อน

    বহুত ভাল লাগিল

  • @msbsgroup2799
    @msbsgroup2799 2 ปีที่แล้ว +6

    বগা মূলাই ঘৰত কথা পতা বুলি ভাবিছে নেকি?

  • @joydeep432
    @joydeep432 7 หลายเดือนก่อน +1

    চা, যেতিয়া এজন জেষ্ঠ Reporter ক মাতা. কথা বোৰ শুনাৰ আৰু কোৱা ৰ chance দিবো লাগে... কথা কব নিদিয়, খালী interrupt কৰিছো. ধেই.

  • @pradiprabha9636
    @pradiprabha9636 2 ปีที่แล้ว +31

    The great interviews.
    Salute

  • @pranabgemini
    @pranabgemini 2 ปีที่แล้ว +2

    Eitu interview Mrinal Talukdaror khoite besi bhal lagil hoi.Anyway good one.

  • @JayantaArunachal
    @JayantaArunachal 2 ปีที่แล้ว +26

    Very interesting interview and really commendable journalism by Rajeev Bhattacharjee 💐 Revolution path is tough

  • @kanikadas4735
    @kanikadas4735 2 ปีที่แล้ว +2

    Sir salute to you Paresh Baruah 🙏joi aai axom

    • @CSGOGAMER-eg7qj
      @CSGOGAMER-eg7qj ปีที่แล้ว

      ​​@user-vg3uc5pm1c Jai ai axom