এটা সাথঁৰ ! পৰেশ বৰুৱাৰ উত্তৰ 'হাবিত কাঁহে ওলাই নাহে'

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 มิ.ย. 2024
  • " বিধিগত স্পষ্টীকৰণ"
    এই সাক্ষাৎকাৰত অতিথিজনে দিয়া মতামত আৰু মন্তব্য সম্পূৰ্ণ তেওঁৰ নিজৰ। এই সাক্ষাৎকাৰটো কেৱল এটা অনানুষ্ঠানিক কথোপকথন । সাক্ষাৎকাৰ গ্ৰহণকাৰী বা বাৰ্তলাপে অতিথিৰ মতামত বা মন্তব্যক সমৰ্থন নকৰে।

ความคิดเห็น • 763

  • @Danirojasfc6
    @Danirojasfc6 26 วันที่ผ่านมา +551

    আপোনালোক আছে কাৰণেই অসম আৰু অসমীয়া জাতিটো জীয়াই আছে।
    জয় আই অসম। 🙏

    • @amarruchao4596
      @amarruchao4596 26 วันที่ผ่านมา +19

      😂

    • @hnd8030
      @hnd8030 25 วันที่ผ่านมา +22

      অসম শেষ হলেই আৰু স্বাধীন অসম কিহৰ প্ৰয়োজন?

    • @BhupenSahariah-er1cs
      @BhupenSahariah-er1cs 25 วันที่ผ่านมา +4

      ,🙏🙏🙏🙏

    • @dhirajbarman1845
      @dhirajbarman1845 25 วันที่ผ่านมา

      Apuni hoito dhemaji r ghotonatu pahori gol

    • @sasankaborah9347
      @sasankaborah9347 23 วันที่ผ่านมา +7

      Akodl vl nhoi taha ako bl dl a naja na . Axomt kiki km krila Assam or lora sowali bura job pbo. Kiki km krila Assam or farmers bur or lv hbo haibur ktha naja nai. Enj boki thakila ki lv 🥹. Okl xoru xru manoh mri ako lv nai prila mla montri ajnk dhori apuna lokr dabi janowk. Xoru xoru mnohk dhori ki lv hbo 😢

  • @paragsarma4374
    @paragsarma4374 21 วันที่ผ่านมา +84

    ছাৰ আপোনাৰ কথাখিনি হৃদয় চুই গল । আপোনাৰ দৰে আদৰ্শশীল , জ্ঞানী গুণী , মানুহ এজন যদি অসমৰ মুখ্যমন্ত্ৰী হিচাপে পালো হয় আমাৰ দৰেই দুখীয়া নিচলা মানুহখিনিৰ কিমান যে সুবিধা হল হয়। বহুত বহুত মৰম ককাইদেউ ভগৱানে সদায় আপোনাৰ মংগল কৰক ।
    জয় আই অসম 🙏🙏

  • @gingul
    @gingul 23 วันที่ผ่านมา +130

    বৰদেউতা আপুনি ভালে থাকক ❤ জয় আই অসম

    • @korobiingti2157
      @korobiingti2157 19 วันที่ผ่านมา +2

      😊

    • @gingul
      @gingul 19 วันที่ผ่านมา

      @@korobiingti2157 💕

  • @BhaijanBoruah-zl5cf
    @BhaijanBoruah-zl5cf 25 วันที่ผ่านมา +110

    দদাইদেউৰ দীৰ্ঘআয়ু কামনা কৰিলোঁ।।

    • @bkp9774
      @bkp9774 3 วันที่ผ่านมา

      কেতিয়া মৰিব এই বুঢ়া শগুন টো।

  • @Baanislifestyle1111
    @Baanislifestyle1111 25 วันที่ผ่านมา +218

    আলফা বুলি কমেণ্ট নাই কৰা। অসমীয়া জাতিৰ অসমীয়া মানু্হ বুলি মই পৰেশ বৰুৱা চাৰক বহুত সন্মান কৰোঁ। আৰু তেওঁলোকৰ মাজৰে এজন জ্যেষ্ঠ নেতা সমাজসেৱি উপেন বৰগোহাঁই চাৰক মই লগ পাইছিলো আৰু তেখেতে মোক নিজৰ ছোৱালীৰ দৰে পঢ়া-শুনাৰ ক্ষেত্ৰত বহুত সহায় আগবঢ়াইছিল। ভবিষ্যতৰ দিন বোৰত কেনেদৰে আগুৱাই যাব লাগিব সেই বোৰ বুজাই দিছিলে । মই ভাবো প্ৰত্যেক জন মানুহৰ সদায় নিজস্ব স্বাধীনতা থাকিব লাগে

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 25 วันที่ผ่านมา +8

      ধুনীয়া মন্তব্য আগবঢ়াইছে ।

    • @GAHORIJUGULI-wk8oy
      @GAHORIJUGULI-wk8oy 24 วันที่ผ่านมา +4

      একমত

    • @HGNAH0
      @HGNAH0 24 วันที่ผ่านมา +4

      নিশ্চয়, ✅️

  • @M.G.615
    @M.G.615 25 วันที่ผ่านมา +87

    পৰেশ বৰুৱা ডাঙৰীয়াই ঠিকেই কৈছে ৰাজনৈতিক নেতা বোৰৰহে উন্নয়ন হৈছে।অসমীয়া জাতি আৰু অসমীয়া মানুহৰ ব্যক্তিগত উন্নয়ন হোৱা নাই।
    ভাল কথা কলে---ৰাইজৰ ভোট,ৰাইজৰ টকা, ৰে এজন ৰাজনৈতিক নেতাৰ সৃষ্টি হয়,তথাপিও অসমৰ অসমীয়া সকলো ফালৰ পৰাই বঞ্চিত।
    ধন্যবাদ পৰেশ বৰুৱা ডাঙৰীয়া, আপোনাৰ কথা খিনিয়ে ৰাজনৈতিক নেতা বোৰৰ নিশ্চিত ভাৱে জ্ঞান ঘুৰি আহিব।
    প্ৰত্যেক জন ৰাজনৈতিক যিকোনো দলৰ নেতাৰ আছে বিশাল সম্প্ৰতিৰ পাহাৰ আছে ভাল কথা অনুভৱ কৰিছে।
    ধন্যবাদ 🙏🙏🙏

  • @kkvlogs108
    @kkvlogs108 12 ชั่วโมงที่ผ่านมา +1

    ভগৱানে আপোনাক ভালে কুশলে ৰাখক 🕉️🙏🏻 জয় আই অসম ✊🏻

  • @mjchetia386
    @mjchetia386 24 วันที่ผ่านมา +74

    পৰেশ ককাই আপুনি সদায় ভালে থাকক সু স্বাস্থ্যৱান হৈ। বহুত মৰম, সন্মান, শ্ৰদ্ধা জনালোঁ।
    জয় আই অসম।

  • @gourangagogoi5401
    @gourangagogoi5401 25 วันที่ผ่านมา +32

    এনেকুৱা আলোচনাবোৰ হ'ব লাগে। বৰুৱা ডাঙৰীয়াই ঠিক কথা কৈছে। আমাৰ মানুহবোৰে এই কথাবোৰ জানিব লাগে আৰু বিষেশকৈ নৱপ্ৰজন্মই এই কথাবোৰত গুৰুত্ব দিব লাগে আৰু জনা উচিত। সুন্দৰ পদক্ষেপ চক্ৰপাণি ককাইদেউ।

  • @arupbahoi6185
    @arupbahoi6185 24 วันที่ผ่านมา +19

    আপোনাৰ কথাই মন চুই গল। যুক্তি পূৰ্ন কথাবোৰ । আপুনি সদায় ভালে থাকক।

  • @beautidihingia7252
    @beautidihingia7252 26 วันที่ผ่านมา +147

    বেলেগ ধনি হওক বা নহওঁক ৰিণিকী বাইদেউ কিন্তূ থিকেই ধনি হৈ গৈছে।।

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 25 วันที่ผ่านมา +3

      😂😂😂👍🏻👍🏻

    • @bhaviks5213
      @bhaviks5213 25 วันที่ผ่านมา +4

      Hosa kotha...facts facts

    • @user-lg8ob3lx7o
      @user-lg8ob3lx7o 24 วันที่ผ่านมา +1

      Fact!!

    • @baruahaxom4670
      @baruahaxom4670 23 วันที่ผ่านมา +2

      Xsa koise

    • @gautamkalita4053
      @gautamkalita4053 22 วันที่ผ่านมา +1

      Ako ni tew asomiya hoi ...

  • @JayantaRay-qn6ku
    @JayantaRay-qn6ku 25 วันที่ผ่านมา +33

    ভাল লাগিলে লুকাই থকা এনেকুৱা এটা বাস্তৱিক কাহিনী আজি অসমৰ জনগণৰ মাজত প্ৰকাশ হল

  • @BRabha2
    @BRabha2 23 วันที่ผ่านมา +46

    ULFAৰ এই ভিদিঅটো চাই আছো আমি ১৪ জন ল'ৰাই ওদালগুৰিৰ পৰা। ধন্যবাদ চক্ৰপানী পৰাশৰ দাদা আপুনি কোৱাধৰনে আমি আলফাত যাবলৈ সাজু হৈছো।সোনকালে গাড়ী পঠিৱাওক আপুনি ম্যানমাৰ যাবলৈ। বহুত ভাল লাগিল এইদৰে সু সম্পৰ্ক ৰখাৰ বাবে।জয় আই অসম।

    • @subhajit12356
      @subhajit12356 19 วันที่ผ่านมา +4

      Jbo mon ase jodi direct jabi dom ase jodi toi jodi mota aiat comment t kori blgok dekhabo hunabo nlage

    • @mdanish6101
      @mdanish6101 17 วันที่ผ่านมา

      ❤❤❤

  • @mridulnath1556
    @mridulnath1556 26 วันที่ผ่านมา +42

    অসমত বহু অনাঅসমীয়াই দপদপনী কৰি আছে। সোণৰ অসম এতিয়া নাই। অসমৰ স্বাভিমান আছে।

  • @mr.bidyutkumarpathak
    @mr.bidyutkumarpathak 23 วันที่ผ่านมา +134

    ১০০ জন IAS বিষয়াৰ সমান ১ জন মানুহ হল পৰেশ বৰুৱা (অসম)। আপোনাক হাজাৰ কৌটি প্ৰণাম।। ❤️❤️🙏🙏🙏

    • @banjitdas4593
      @banjitdas4593 21 วันที่ผ่านมา +3

      🙏❤️

    • @Xoyabon
      @Xoyabon 21 วันที่ผ่านมา +2

      100 জন Nhoi লাখ জন কাছ বিষয়া

    • @papudasinfo
      @papudasinfo 18 วันที่ผ่านมา +3

      IAS officer xoman Kuntu angle't

    • @syntaxconsultancy2017
      @syntaxconsultancy2017 10 วันที่ผ่านมา

      Wah 😂😂😂😂

  • @Scientist.yt__
    @Scientist.yt__ 5 วันที่ผ่านมา +6

    আমি অসমীয়া হৈ আছো আৰু সদায় থাকিম । অসমৰ কাৰণে সদায় যুঁজ দি যাম🙏🏻🙏🏻🇰🇮 জয় আই অসম ❤❤

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 4 วันที่ผ่านมา

      পতাকা খন , মজা দিছে ।

    • @HappyBuffalo-co4uu
      @HappyBuffalo-co4uu วันที่ผ่านมา

      ​@@SumonBaruah-bb2pu❤❤
      By
      😊

    • @ashimadas1936
      @ashimadas1936 วันที่ผ่านมา

      খুব সুন্দৰ মন্তব্য আগবঢ়ালে চাৰ,, আপোনালৈ বহু ত বহুত ধন্যবাদ জনালো 🎉🎉🎉 আপোনালোক আমাৰ পিতৃ স্বৰূপ 🎉🎉 দেশখনৰ বাবে বহুত ভাল চিন্তা কৰে,, পুনৰ অসম লৈ আহক চাৰ, welcome sir🎉🎉

  • @nayannath9264
    @nayannath9264 24 วันที่ผ่านมา +21

    সোণৰ অসম খন গঢ়াত আপোনাৰ দৰে এজন সৎ প্ৰকৃত অসমপ্ৰেমীৰ বাবে হে সম্ভৱ। জয় আই অসম আপোনি সুস্থ হৈ থাকক মহাশয়।

    • @tanumoydas8327
      @tanumoydas8327 20 วันที่ผ่านมา +1

      সেই কাৰণেই কও আমি আমাৰ স্বাধীন অসম লাগে। ভাৰতৰ লগত আমি থাকিব নিবিচাৰোঁ। আমাৰ কাষৰ দেশ ভাৰতবৰ্ষৰ পৰা অসমত বহুতো মানুহ প্ৰবজন কৰি আহিছে সেই কাৰণেই অসমৰ সেনাই ভাৰতৰ সেনাৰ লগত যুদ্ধ ঘোষনা কৰি দিব লাগে। Boycott India, all Indian Go back from our land of Assam .

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 19 วันที่ผ่านมา

      ​@@tanumoydas8327 বহুত কঠিন । কোনো স্থলগীৰিয়ে সমৰ্থন নকৰে আজি ...... সেইকাৰণে অসমীয়া জাতিৰ ভৱিষ্যত অন্ধকাৰ ।

  • @priyalataphukan4619
    @priyalataphukan4619 25 วันที่ผ่านมา +28

    আপোনালোক নোহোৱা হলে আজি অসম অসম হৈ নাথাকিল হলে দাদা ভগৱানে নিশ্চয় সহায় কৰিব 🙏🙏❤️🙏🙏

  • @Contentssss
    @Contentssss 22 วันที่ผ่านมา +15

    My father was a professor of history, and since childhood I have learnt all the history of assam, and Paresh uncle is historically and coronogically 100% saying the facts.

  • @3030mana
    @3030mana 25 วันที่ผ่านมา +25

    তেখেতৰ দৃঢ়তা আৰু নিস্বাৰ্থ অসমপ্ৰেম , যুগে যুগে বিৰাজমান হৈ থাকিব !!

  • @crazymaker7325
    @crazymaker7325 21 วันที่ผ่านมา +29

    অসম খন বহুত সলনি হল বৰদেউতা। আপুনি দেখা সপোনৰ অসম খনত এটিয়া বহিঃৰাজ্যৰ দপদপনি। আপুনি ভালে থাকক। এইখন অসমক সোণৰ অসম কৰি ৰাখিব কাৰণে মোৰ দৰে বহুত নতুন প্ৰজন্মৰ গজালি মেলিছে। জয় আই অসম❤

    • @user-ic3lj8xy3k
      @user-ic3lj8xy3k 16 วันที่ผ่านมา

      Jai aai axom

    • @biki456
      @biki456 ชั่วโมงที่ผ่านมา

      2004 dhemaji school bom blast pahorili nki

  • @ms.Rao7539
    @ms.Rao7539 21 วันที่ผ่านมา +23

    পৰেশ ককাই আপুনি অসমীয়া জাতিটোৰ বাবে কৰা ত্যাগ সদাই আমাৰ বাবে অমৰ হৈ ৰব। আপোনালোকৰ বাবেই অসমীয়া জাতিটো সুৰক্ষিত হৈ আছে আজিৰ দিনত।।। আপুনি সদাই ভালে থাকক ককাই❤
    জয় আই অসম🤍

  • @JayantaBaruah-sg2pq
    @JayantaBaruah-sg2pq 24 วันที่ผ่านมา +80

    আলফা আছে বুলি আজি আমি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ সাহস কৰি আছোঁ।
    আলফা নোহোৱা হলেই আমি বহিৰা গতৰ চাকৰ হৈ থাকিব লাগিব।
    জয় আই অসম

    • @bikramdebnath4379
      @bikramdebnath4379 22 วันที่ผ่านมา +7

      কিয় ইমান ভয়াতু নেকি অসমীয়া

    • @pjprotim6009
      @pjprotim6009 20 วันที่ผ่านมา

      Voiya2 nhi kin2 heruwabo voi kore ​@@bikramdebnath4379

    • @papudasinfo
      @papudasinfo 18 วันที่ผ่านมา

      nijor dom aai nekt

    • @syntaxconsultancy2017
      @syntaxconsultancy2017 10 วันที่ผ่านมา

      Yeh Dar hona chahiye 😂😂

  • @hrishikeshcreation1552
    @hrishikeshcreation1552 25 วันที่ผ่านมา +13

    Salute The Real hero🙏 অসমীয়া জাতিৰ ইতিহাসত সোনালী আখৰেৰে লিখা থাকিব আপোনাৰ নাম। জয় আই অসম....

  • @hydralobo1808
    @hydralobo1808 23 วันที่ผ่านมา +101

    আজিৰ পৰা প্ৰায় 20 বছৰ আগত।
    মই মোৰ দেউতাক হেৰুৱাইছো। তেওঁ surrender কৰাৰ এবছৰ পাছত হত্যা কৰা হৈছিল। আজি লৈকে না আলফাৰ পৰা কিবা সহাৰি পাইচো না চৰকাৰৰ পৰা।
    পৰেশ বৰুৱা ডাঙৰীয়া যদি মোৰ comment তো আপুনি পঢ়ে যতিন তালুকদাৰ নামটো মনত কৰিবচোন ।

    • @Nobyakishor
      @Nobyakishor 18 วันที่ผ่านมา +2

      Kune korile hotya😢

    • @progamers1068
      @progamers1068 18 วันที่ผ่านมา +2

      ​@@Nobyakishorpolice hbo

    • @subhradeepsinha2
      @subhradeepsinha2 15 วันที่ผ่านมา

      ​@@progamers1068ki j koi ru de.. surrender krile teo

    • @mgnkl
      @mgnkl 12 วันที่ผ่านมา

      Gupta Hatya time r nki?

  • @SatishDaimary-wg6sl
    @SatishDaimary-wg6sl 26 วันที่ผ่านมา +58

    বৰুৱা আপোনাৰ উদ্দ্যম অটুত থাকক ৷তাৰে কামনা কৰিলোঁ ম

  • @HDRMUSICALLIANCE
    @HDRMUSICALLIANCE 25 วันที่ผ่านมา +11

    আপুনি সুস্থ হৈ থাকক❤❤❤ অসমৰ বাবে যুঁজি যাবলৈ ভগৱান শক্তি দিয়াক

  • @mr.skbhai1214
    @mr.skbhai1214 23 วันที่ผ่านมา +64

    অসমৰ বাঁহ গৈ এতিয়া উত্তৰ প্ৰদেশ পাইছে গৈ।।।।যদি অসমত পেপাৰ মিল থাকিল হৈ।।।সেই বাঁহ আজি অসমতেই থাকি ।।। কাগজৰ ৰূপ ললে হৈ।।।।।সব বেছি আজি।।।এক ৰাতিত ৰজা।।।। সেইহে অসমৰ সম্পদ অসমত থাকি অসমৰ নিবনুৱাসকল আত্মনিৰ্ভৰশীল হব লাগে।,।।। উক্ত কথাষাৰ যদি কিবা ভুল হৈ ক্ষমা কৰিব❤❤❤ জয় আই অসম❤❤⚔️❤️🇮🇳

    • @Aashingfa6706
      @Aashingfa6706 21 วันที่ผ่านมา +1

      Thik kotha koise..xob bikil aku nai

    • @dipusarma89
      @dipusarma89 20 วันที่ผ่านมา

      সকলো থাকিও একো নাই আমাৰ, বাঁহ বাহিৰত যায় বাহিৰৰ‌ পৰা কাগজ আহে, ইমান‌ স্কুল আছে অসমত,‌ ভাবি চাওক কিমান কাগজ লাগে আমাক😢

    • @dipankumarnath5199
      @dipankumarnath5199 20 วันที่ผ่านมา

      জয় আই অসম

    • @tutumonisaikia4522
      @tutumonisaikia4522 19 วันที่ผ่านมา

      Jagirood papermill henu atiya tata company hobo sau baru amar assamor kimn nobonua km pai

    • @mr.skbhai1214
      @mr.skbhai1214 19 วันที่ผ่านมา

      @@tutumonisaikia4522 take

  • @sofikulislam7533
    @sofikulislam7533 25 วันที่ผ่านมา +32

    পৰেশ বৰুৱা ডাঙৰীয়া আপোনাৰ কথা শুনি ভাল লাগিল।আপুনি ভালে থাকক।

  • @fcdaisyentertainment1945
    @fcdaisyentertainment1945 25 วันที่ผ่านมา +19

    জল জীৱন আঁচনি নামত কিমান মাৰোৱাৰী বিহাৰী কোটি পতি হল কোনে জানে

  • @PinkuNeogAllAssamFamous
    @PinkuNeogAllAssamFamous 17 วันที่ผ่านมา +4

    অসমত আলফা আছে কাৰণে আজি অসমীয়া জাতিটো জীয়াই আছে💯
    Thank you bro🫂♥️friend hoi lobo Val lagibo.

  • @gauravborah8184
    @gauravborah8184 20 วันที่ผ่านมา +12

    জয় আই অসম ✊❤️ সদায় সুখত থাকক ককা❤️

  • @radaliassame3397
    @radaliassame3397 25 วันที่ผ่านมา +45

    কথাতো কিমান দুৰ সত্য হব মই নেজানো কিন্তু এনেকুৱা লাগে যেন পৰেশ বৰুৱা ককাই আছে কাৰনে হয়তো অসমীয়া অলপ হলেও সুৰক্ষিত 😢

  • @ajoybarman-kl2lb
    @ajoybarman-kl2lb 23 วันที่ผ่านมา +9

    বৰুৱা দদাইদেউৰ কথা বোৰ শুনি ভাল লাগিলে। জয় আই অসম।🙏

  • @user-vu5dr3ln6f
    @user-vu5dr3ln6f 23 วันที่ผ่านมา +15

    ছাৰ আপোনাৰ বিশ্লেষণ , অসমৰ প্ৰতি থকা আপোনাৰ ভালপোৱা ❤

  • @dimpalgohain7614
    @dimpalgohain7614 25 วันที่ผ่านมา +50

    আমি সকলোৱে কথাবিলাক বুজিব হ'ল, নহ'লে অসমত অসমীয়া ৰ অষ্টিত্ত নাইকীয়া হ'ব। সদায় আমি প্ৰতিটো কামতে বেলেগৰ তলতেই থাকিব লাগে । দেশ ৰক্ষা কৰিবলৈ আমি পৰেশ বৰুৱাৰ ওচৰলে গ'লেহে যে পাৰিম তনেকোৱা একো কথা নাই তেওঁ তাৰ পৰা চেষ্টা কৰিছে আৰু আমি ইয়াতে থাকিও বহুত কৰিব পাৰিম । সকলো কথাতে আমি বেলেগৰ তলতীয়া হৈ থাকিব লাগে, অসমৰ প্ৰায় বিলাক অফিচাৰ এ বাহিৰৰ । আমি সকলো অসমৰ মানুহ একগোট হৈ থকাটো আৱশ্যক। দেশ বুলিলে নালাগে আদেশ, জয় আই অসম ❤️❤️❤️

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 25 วันที่ผ่านมา +2

      সঁচা কথা , প্ৰত্যেক ক্ষেত্ৰতেই আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব অসমৰ খিলঞ্জীয়া জাতিএ ।

    • @anupamdas1823
      @anupamdas1823 25 วันที่ผ่านมา +4

      বতমান অসমীয়া জাতিটোৰ দূৰ্গতি হোৱা কাৰণটো আমি নিজেই, বৰ্তমান সময়ত যি হাৰত মাৰোৱাৰী, বিহাৰীক আমাৰ কৃষিভূমি সমূহ পানীদৰত বিক্ৰী কৰিছোঁ। সচাকৈ আমাৰ হাতত ভূমি বুলিবলৈ একো নাথাকিব।

    • @anupamdas1823
      @anupamdas1823 25 วันที่ผ่านมา +2

      জয় আই অসম।

  • @scaryp_gaming_9902
    @scaryp_gaming_9902 25 วันที่ผ่านมา +19

    Axomot axomiya r rajotto hoboi lagibo..himane ktha...JOI AII AXOM ✊🏻❤️

  • @aidul197
    @aidul197 21 วันที่ผ่านมา +5

    আজিৰ পৰা 20 বছৰ আগতে মই মোৰ মামাক হেৰুৱালো। মামাক লৈ মা, মাহী, নানি হতে সদাই কান্দে। পৰেশ বৰুৱা ডাৱৰীয়া যদি আপুনি মোৰ কমেন্ত টো চাই কাদেৰ আলিক মনত কৰিবচন এবাৰ।

  • @kaustavsarmah5351
    @kaustavsarmah5351 24 วันที่ผ่านมา +11

    আজি অনুষ্ঠানটো আৰু এটা কাৰণে ভাল লাগিলে, কাৰণটো হ'ল প্ৰশ্নকৰ্তাজনে উত্তৰ দিবলৈ যথেষ্ট সময় দিছে আৰু মাজত ঘপককৈ বিষয়টো সলনি কৰি দিবলৈ বিচৰা নাই

  • @oxomormusic4453
    @oxomormusic4453 26 วันที่ผ่านมา +27

    মই এটা কথাই কওঁ আৰু জানো যে পৰেশ বৰুৱা ডাঙৰীয়া আছে কাৰনে অসমীয়া জাতি অকন মান হলেও সুৰক্ষিত হৈ আছে ❤❤❤।জয় আই অসম

  • @mridulkalita5982
    @mridulkalita5982 24 วันที่ผ่านมา +9

    aibor ktha a moi vabi thaku ,ru Amar dekhor neta borok dekhi atiya mor Amar public borloi ako Val vab nohowa hoise,krn publicr krne a neta bore chance paise,
    full support Paresh Baruah Sir,
    স্বাধীন অসম আমাক লাগিবইয়ে ।

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 24 วันที่ผ่านมา +5

      সম্ভৱ হব , খালি বিশ্বাস ৰাখক । আৰু জাতিক একগোট কৰিবলৈ চেষ্টা কৰিব লাগিব ।

    • @tanumoydas8327
      @tanumoydas8327 20 วันที่ผ่านมา +2

      সেই কাৰণেই কও আমি আমাৰ স্বাধীন অসম লাগে। ভাৰতৰ লগত আমি থাকিব নিবিচাৰোঁ। আমাৰ কাষৰ দেশ ভাৰতবৰ্ষৰ পৰা অসমত বহুতো মানুহ প্ৰবজন কৰি আহিছে সেই কাৰণেই অসমৰ সেনাই ভাৰতৰ সেনাৰ লগত যুদ্ধ ঘোষনা কৰি দিব লাগে। Boycott India, Indian Go back from our land.

  • @user-qp3kn4kx3v
    @user-qp3kn4kx3v 21 วันที่ผ่านมา +7

    Joi ai axom✌️🤘moi apunak deuta hisape honman koru❤

  • @BipulMoran-km6vs
    @BipulMoran-km6vs 17 วันที่ผ่านมา +1

    ককাই 🎉আপোনাৰ জন্মভুমিৰ প্ৰতি থকা জাতি প্ৰেম আৰু নিস্বাৰ্থ মৰম ভালপোৱা নিস্থাৰে আৰু সততাৰে পালন কৰি যাওক। 🎉জই আই অসম❤❤❤❤❤

  • @pulakkonwar5082
    @pulakkonwar5082 26 วันที่ผ่านมา +24

    নিজ দেশক/থলগিৰিক আগুৱাই যোৱাত ভাল পোৱাতো বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো জীৱিত‌ৰেই লক্ষণ যেন লাগে দেই

  • @user-vs1id9iz2t
    @user-vs1id9iz2t 25 วันที่ผ่านมา +6

    মই ভাল পাওঁ বৰুৱা চাৰক❤ জয় আই অসম।

  • @axyarnav1557
    @axyarnav1557 24 วันที่ผ่านมา +3

    Thankyou for the interview....aji he janilu teu kiman informative, how brilliant personality

  • @Surajgogoi-
    @Surajgogoi- 25 วันที่ผ่านมา +5

    জয় আই অসম ❤❤❤❤❤❤❤আপোনাৰ সু-মঙ্গল কমনা কৰিলো❤❤❤❤

  • @NajrulAli-NA
    @NajrulAli-NA 26 วันที่ผ่านมา +7

    Write 100% write gota khani kotha xosa. Moi akmot dangriyar kothat. Aje ha kiba patol patol lagil monto.amar jono xadharan or mont soli thoka kotha bor koi dela dangriyai salut aponak. Apuni dirgha jebi hoiok sir. Apunar sinta dhara bor write...................

  • @User_Lala_zx
    @User_Lala_zx 18 วันที่ผ่านมา +1

    Xorur pora apunar kotha xuni ahisu aru eitu bartalap t jikhini kotha kole bohut vll lagil💯% juktipurno kotha koise apuni vale rakhok vogobane apunak ami asu apunar logot aru xodai thakim❤jai aai axom💪❤

  • @chinmoydeka5303
    @chinmoydeka5303 23 วันที่ผ่านมา +2

    আপোনাৰ লগতে আপোনালোকৰ বীৰ সেনানী সকলক শতকৌটি বাৰ প্ৰনাম জনাইছো । নাজানো আৰু অসমীয়াই এই ত্যাগৰ মূল্যায়ন কিদৰে কৰে । ঈশ্বৰে আপোনালোকৰ মঙ্গল কৰক 🙏

  • @Anku-s5b
    @Anku-s5b 14 วันที่ผ่านมา +1

    চক্ৰপাণি দা, পৰেশ অসমীয়াৰ সাক্ষাৎকাৰৰ ব্যৱস্থা কৰাৰ বাবে ধন্যবাদ

  • @user-bn6kx9wo9z
    @user-bn6kx9wo9z 25 วันที่ผ่านมา +10

    bohut bhal lagil. bortoman okhomot ata khub jotil bekhoi dekha dese . aetu hol jonohadharonor majot apun vab nuhua hoise. gustigoto boikhommyo, kokai vai beleg hua, gari-ghor-matir babe hingkha. aru ata bekhoi j adhunikotar rasta dekhuai manuhor mon-mogojubur ketei patol kori pelaise. dhormo dhormo kori dhormor voi dekhuai manuhok haririk, manokhik pongu bonua. kunu karu logot mil nai. sob arampryo hoise. kormo korahokol kebol hazira kora luk hoi kentu hazira kora hokolor kunuba jode toka bahil ba kanabakoi dhoni hol heu alop dinor pasotei alehua hoi pora dekha jai. kunuba boheragoto tolua seleka dusto sokroi goru bemar, sagoli bemar, kukura, gahori bemar beopai d okhomor tholua hokol jate orthonoitekvabe hobol hobo nuare aebur kori ase. manuh jemanei hikkhito hoi goise hemanei mathabur gubor humai hoktihin hoise.
    bekhekh dostoibbo -mur comnent khini kunu okhom varotor honghator logot hongutto nohoi. kebol okhomor poribekh poristitir bekhoi kua hoise

  • @himantagogoi248
    @himantagogoi248 21 วันที่ผ่านมา +2

    হাবিত কাহে ওলাই নাহে কথাষাৰ অলপ হুকীয়া ধাৰণা বৰণ কৰিছে দাদা । পৰেশ বৰুৱাৰ হৈতে বাৰ্তালাপ হোৱা হলে বেছি ভাল হয় বুলি ভাবোঁ। পতক্ষ ভাবে নহলেও কোনোবা এখিনিত উলফা নামৰ বাবে অসম ৰ ওজন বাঢ়ি থকাৰ উমান পাও

  • @manikchandradas7057
    @manikchandradas7057 25 วันที่ผ่านมา +6

    বহুত ধন্যবাদ বৰুৱা ডাঙৰীয়া আপোনাক ভূপেন দাৰ সলাগ লোৱাৰ কাৰণে। 🙏🙏🙏

  • @kushalbaruah8438
    @kushalbaruah8438 25 วันที่ผ่านมา +3

    Eyake koi. Assamiya.... good speech....God. Will help him...once upon a time by help public of ASOM...THALGIRI... THANKS OF LOTS...

  • @axomextra1
    @axomextra1 2 วันที่ผ่านมา

    সকলো অসমীয়া সজাগ হোৱা । ইজনে সিজনক সহায় কৰা । ❤

  • @mintutravelnfoodblogs9871
    @mintutravelnfoodblogs9871 24 วันที่ผ่านมา +9

    শেষৰ কথা খিনি য়ে সকলো অসমীয়া লোকৰ চকু মেল খাব লাগে কিছুমান কথাত যুক্তি আছে ।

  • @greatjubairkhan3220
    @greatjubairkhan3220 21 วันที่ผ่านมา +17

    এইজন অসম ত mp খেলিব লাগিছিল 🙏 পৰেশ বৰুৱা sir legend hoi ❤❤❤❤❤❤❤❤❤❤❤❤

  • @ag5541
    @ag5541 25 วันที่ผ่านมา +9

    উন্নয়ন হৈছে ।অসমৰ থলুৱা সংস্কৃতি বিলুপ্তি পথেৰে আগুৱাইছে।অসমৰ অসমীয়া ভাষা বিলুপ্তি পথেৰে আগুৱাইছে।অসমৰ দুখীয়া পৰিয়াল দিনকদিনে দুখীয়া পথেৰে গতি কৰিবলৈ আগুৱাইছে।অসমৰ ৰাষ্টা-পদুলি হৈ থকাবিলাক ভাল হৈছে ।বেয়া বিলাক বেয়াতেই ধুনীয়া বোকা হৈ ৰৈছে।চৰকাৰী বিদ্যালয় বিলাক বন্ধ দিশেৰে আগবাঢ়িছে।শৈক্ষিক পৰিবেশ বিনষ্ট হৈ মদৰ গোন্ধৰে আমোল-মোলাছে।

  • @dekapranjal...33k
    @dekapranjal...33k 22 วันที่ผ่านมา +2

    আপোনাৰ কথাবোৰৰ যুক্তি আছে ❤

  • @himangshudeka4364
    @himangshudeka4364 23 วันที่ผ่านมา +3

    ১০০% সঁচা কথা Sir❤

  • @ASSAMESEYOUTUBE-wx2hn
    @ASSAMESEYOUTUBE-wx2hn 25 วันที่ผ่านมา +12

    জয় আই অসম✊জয় আই অসম✊ জয় আই অসম✊

  • @KibaJanuAhok
    @KibaJanuAhok 12 วันที่ผ่านมา

    Apunak hodai bogobana mongol korok.
    Poresh da apuni nathakile aami azi baleg jatir tolot thakiluhetan❤

  • @boruahakash8237
    @boruahakash8237 25 วันที่ผ่านมา +24

    OIL'r sob RIG Gujarati, Bihari, Marwarir, ru Axomia lorai Rig't hajira kore, Contractual kam kore, laj lage

    • @adrggogoi743
      @adrggogoi743 19 วันที่ผ่านมา +1

      Ata u nai akhomiya lora 😢

  • @user-zy3dx3tz5y
    @user-zy3dx3tz5y 24 วันที่ผ่านมา +9

    বৰ্তমান এটা চক্ৰই উঠি অহা সকলক চল চাতুৰিয়ে বিপথে পৰিচালিত কৰা, অসমীয়াই কিছুমান উপাধি চাই বিপদত পেলাই মানসিক অত্যাচাৰ চলাই আছে, ব্যৱস্থা কৰক।ভাই ভাই মাজত সংঘাত লগুৱা সকলক বিচাৰক। আমাৰ শদিয়াত এটা জাতিৰ মাজত শিক্ষকতা কৰিব নোৱাৰা অবস্থা হ'ল, যিয়ে মাত মাতে মিছা অপবাদ দিয়া, মিছাকৈ প্ৰশাসন জনায়। উপাধি চাই, একাগ্ৰতা ৰে কৰ্ম কৰা সন্তানক বিপদৰ পেলায় ধ্বংস কৰা সকলক নাকি লগাওক।

  • @kangkanborah6556
    @kangkanborah6556 23 วันที่ผ่านมา +4

    Podcast anekua guest anok je youtube algorithm u confusion t gusi jai😅 !!
    unexpected broo
    Joi aai axom❤

  • @dhirajmedhi2943
    @dhirajmedhi2943 15 วันที่ผ่านมา +1

    আপুনি ভালে থাকক বৰদেউতা জয় আই অসম ❤

  • @ASSAMESEYOUTUBE-wx2hn
    @ASSAMESEYOUTUBE-wx2hn 25 วันที่ผ่านมา +8

    জয় আই অসম আমি আছো ❤

  • @user-bk9vq5mj4r
    @user-bk9vq5mj4r 19 วันที่ผ่านมา

    আপুনি ঠিকেই কৈছে দাদা 🙏 ধনী বোৰ হে ধনী হৈছে। দুখীয়া বোৰ আৰু দুখীয়া হে হৈছে। ডাঙৰীয়াই ঠিকেই কৈছে।কেতিয়াও নোৱাৰে । চৰকাৰে ধনীক হে ধন দিয়ে।🙏 সঁচা কথা কৈছে।❤❤❤ জয় আই অসম।✊✊✊

  • @anupdeka5004
    @anupdeka5004 25 วันที่ผ่านมา +6

    Kokadeu bht bht moram thakil joi ai axom ❤

  • @ParikshitDeka-z2k
    @ParikshitDeka-z2k 16 วันที่ผ่านมา +1

    Axom xonor asol sobi xon dangi dhrise...val lagil...

  • @theplaymaker868
    @theplaymaker868 21 วันที่ผ่านมา

    বৰদেউতা আপোনাক সন্মান জনাই লগতে আপোনাৰ ‌‌শুস্বাস্থ্য কামনা কৰিছোঁ।
    ধন্যবাদৰে
    জয় এই অসম

  • @ankurnath8742
    @ankurnath8742 17 วันที่ผ่านมา

    Finally i discovered a true talk show in assam👏👏..
    Joi Aai Axom..

  • @romeshmoran933
    @romeshmoran933 18 วันที่ผ่านมา +1

    জয় আই অসম । অতি সুন্দৰ ।

  • @Kingcobra4090
    @Kingcobra4090 24 วันที่ผ่านมา +4

    পৰেশ বৰুৱা ডাঙৰীয়াই সকলো কথা ভালদৰে পৰ্যবেক্ষণ কৰি কয়,একেবাৰে সথিক কথা কয় তেখেতে।ইয়াত কোনো ভেজাল নাই।

  • @kamalmichong9906
    @kamalmichong9906 20 วันที่ผ่านมา +2

    100 percent right......joi aii axom

  • @TankeswarNath-un4mq
    @TankeswarNath-un4mq 26 วันที่ผ่านมา +3

    Bohut dinor pora ane ata video akha kri asilu xundar bohu naja na kotha khikilu❤❤🙏🙏🙏 jai ai axom

  • @ramensaikia1813
    @ramensaikia1813 23 วันที่ผ่านมา +16

    অসমৰ নিউজ চেনেল কেইটাৰ ও অসমখন শেষ কৰাত বহুত অৱদান আছে।

  • @amritsaikia1176
    @amritsaikia1176 15 วันที่ผ่านมา +1

    Joi ai axom ♥

  • @jitendutta4990
    @jitendutta4990 26 วันที่ผ่านมา +18

    ALLFA ASE KARONE AKHOMIYA JIYAI ASE.

    • @Rahul-fk3mf
      @Rahul-fk3mf 25 วันที่ผ่านมา +3

      Baperr murtu...

    • @user-lg8ob3lx7o
      @user-lg8ob3lx7o 24 วันที่ผ่านมา +3

      ​@@Rahul-fk3mf Bihari maiki biya patiso ne ki

    • @Rahul-fk3mf
      @Rahul-fk3mf 24 วันที่ผ่านมา

      @@user-lg8ob3lx7o tk kio lge

    • @Rahul-fk3mf
      @Rahul-fk3mf 24 วันที่ผ่านมา

      @@user-lg8ob3lx7o ulfai keita bihari khedile hitu ko na

  • @PhoenixTooBeUnique
    @PhoenixTooBeUnique 26 วันที่ผ่านมา +4

    1st comment.... love from sivasagar ❤

  • @asitblogs2868
    @asitblogs2868 18 วันที่ผ่านมา +2

    Dekha pai Val lagil 🫡

  • @user-io9yh6uf2i
    @user-io9yh6uf2i 3 วันที่ผ่านมา

    আপোনাক ধন্যবাদ . কিছুমান জাতিৰ দোহ আছে কোন ?

  • @NipujitKalita
    @NipujitKalita 23 วันที่ผ่านมา +4

    ৰাজনীতি ক্ষেত্ৰখনৰ ব্যক্তি সকলে সময় উলিয়াই এই বাৰ্তাৰ পৰা সৎ জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰে যাতে, জয় আই অসম 🙏

  • @mizanurrohman7015
    @mizanurrohman7015 13 วันที่ผ่านมา

    Bht axa asile apnr ata interview sua... aji puron hol...
    .
    Hosake manisu apnk...
    .
    Bht val lagil...
    ..
    Bht tyag krile... huhaistha kamona krisu

  • @mriduldeori-fp7cz
    @mriduldeori-fp7cz 23 วันที่ผ่านมา +4

    জয় আই অসম। ✊✊✊

  • @Juman4
    @Juman4 7 วันที่ผ่านมา +1

    জয় আই অসম ✊🏻

  • @gyandeepcreation2493
    @gyandeepcreation2493 23 วันที่ผ่านมา +3

    ভালে থাকক আপুনি । জয় আই অসম ❤

  • @rintuborah6756
    @rintuborah6756 25 วันที่ผ่านมา +1

    Thankq dangriya buht dhunia kotha koise👏👏

  • @assamese_in_Amritsar
    @assamese_in_Amritsar 19 วันที่ผ่านมา +4

    Alfa swadhin ok val poa hokole like kori jabo🙏

  • @mrinal6641
    @mrinal6641 21 วันที่ผ่านมา +3

    ❤জয় আই অসম❤

  • @palashkalita7291
    @palashkalita7291 26 วันที่ผ่านมา +3

    সুন্দৰ প্ৰগতিশীল উপস্থাপন

  • @rip2ns
    @rip2ns 20 วันที่ผ่านมา +7

    গুৱাহাটীলৈ বাৰিষা আহিলে সঁচাকৈ অনুভৱ হয়, অসমৰ কিমান উন্নতি হৈছে।
    অন্য এটা কথা আলফাৰ কৃপাত আমাৰ গাৱঁৰ ঘৰত গুলীয়াগুলী হ'ল, বিনা দোষত স্কুলশিক্ষক বৰদেউতা ৰঙাঘৰৰ আলহী হ'ল, দেউতাই বছৰৰ পিছত বছৰ ধৰি কৰ্ট-কাছাৰীলৈ তাতঁ-বাটি কাঢ়িল, গাওঁবাসীয়ে আৰ্মী পুলিচৰ অত্যাচাৰ ভুগি থাকিল, আৰু কত'না কি দেখা নাছিলো ৯০ৰ দশকত। গোটেই জীৱনৰ অভিজ্ঞতা পালো সেইখিনি সময়ত । অসমখন স্বাধীন হলেও আজিৰ তাৰিখত ম্যানমাৰতকৈ ভাল অৱস্থাত থাকিলহেতেঁন বুলি ভাৱ নহয় । এইটোৱো কৈ থওঁ আলফা গঠন হোৱাৰ আগতে দেউতা, দদাইহঁতে পৰেশ বৰুৱাৰ লগত একেলগে ফুটবল খেলিছিল ।
    ইমানখিনি হোৱাৰ পিছতো কিন্তু উন্নয়নৰ নামত সুবিধাবাদী এমখা শিয়ালেহে অসমত ৰজাঘৰীয়া সবাহ পাতি আছে ।

  • @PinkiPachani
    @PinkiPachani 19 วันที่ผ่านมา

    Bohut vl lgel dada apunar kitha bur huni ,জয় আই অসম❤❤❤❤

  • @ProsantoPhukon-qs5mu
    @ProsantoPhukon-qs5mu 20 วันที่ผ่านมา +6

    হাবিৰ মাজত বহি দেশ স্বাধীন কৰিব পাৰি বুলি কোনে কোনে ভাবা...?
    বাকী জয় আই অসম ❤

  • @RahulSonowal-vp7ln
    @RahulSonowal-vp7ln 16 วันที่ผ่านมา +1

    ❤জয় খিলঞ্জীয়া ❤
    ❤জয় আই অসম ❤

  • @Ajont
    @Ajont 25 วันที่ผ่านมา +2

    Hosa kotha axomia enekuwa ha hob lage dhoinobad poresh sir

  • @user-xm6tp6ys4y
    @user-xm6tp6ys4y 19 วันที่ผ่านมา +2

    ২০২৬ চনত ইয়াণ্ডাবু সন্ধি শেষ হ'ব। গতিকে বিপ্লৱৰ সময় এয়া।
    জয় আই অসম ✊

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 19 วันที่ผ่านมา

      কি বুজালে?

    • @user-xm6tp6ys4y
      @user-xm6tp6ys4y 19 วันที่ผ่านมา +3

      @@SumonBaruah-bb2pu ইয়াণ্ডাবু সন্ধিমতে অসম ব্ৰিটিছ ইণ্ডিয়াৰ হাতলৈ ২০০ বছৰ কাললৈ গৈছিল ১৮২৬ চনত। গতিকে ২০২৬ চনত এই সন্ধি মাৰ যাব আৰু ভাৰতে অসমক সাৰ্বভৌমত্ব প্ৰদান কৰিব লাগিব সন্ধি মতে।

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 8 วันที่ผ่านมา

      ​​@@user-xm6tp6ys4y অ সেইটো কিন্তু সম্ভৱ হব , এইটো এটা ভাল সুবিধা হব , যদি জন গণে মনে প্ৰাণে আশা ৰাখে । মই এটা বিশ্বাস ৰাখোঁ অসম খনে বহুত বেছি পোৱাৰ যোগ্যতা আছে । এদিন সেয়া সম্ভৱ হব আৰু অসমীয়া( সমূহ খিলঞ্জীয়া) অৰ্থনৈতিক ভাৱে সৱল হৈ পৰিব ।

  • @pritamrabha6654
    @pritamrabha6654 23 วันที่ผ่านมา +3

    আমাৰ নিজৰেই থলগিৰী সকল নিমখ হাৰাম, সেই কাৰণে আমাৰ একগোট নাই

  • @sangitagogoi6085
    @sangitagogoi6085 16 วันที่ผ่านมา

    Paresh sir bht dhuniya kotha koise apuni..❤..Jai Aai Akhom❤...Moi gourab Karu Moi Akhomiy ❤