১৫ দিনৰ বাবে অসমলৈ আহিব পৰেশ বৰুৱা ! EXCLUSIVE...

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 มิ.ย. 2024
  • ১৫ দিনৰ বাবে অসমলৈ আহিব পৰেশ বৰুৱা !EXCLUSIVE....
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

ความคิดเห็น • 672

  • @jadavchseal5159
    @jadavchseal5159 26 วันที่ผ่านมา +41

    আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাৰ্তা লাপৰ যোগেৰে দিয়া অসম আৰু অসমীয়াক উপদেশ আৰু উদগনি মূলক বক্তব্য ৰ বাবে ধন্যবাদ যাচিলো ।

  • @bobi1345
    @bobi1345 26 วันที่ผ่านมา +73

    অভিভুত হলো । জনমভূমিৰ প্ৰতি কিমান ভালপোৱা থাকিলে মানুহ ইমান দেশ প্ৰেম অন্তৰত ৰাখিব পাৰে । বহুত বহুত শুভকামনা থাকিল ।

  • @utpalsonowal713
    @utpalsonowal713 26 วันที่ผ่านมา +101

    পৰেশ বৰুৱা ডাঙৰীয়াৰ চিন্তাধাৰা শুনি অতিভুত হলো। আপোনাক দীৰ্ঘায়ু কামনা কৰিলো। ❤❤জয় আই অসম। ❤❤❤❤❤❤❤

  • @mamoniborah8809
    @mamoniborah8809 26 วันที่ผ่านมา +41

    পৰেশ বৰুৱা ডাঙৰীয়া আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলোঁ।জয় আই অসম।❤❤❤

  • @user-uu8el3rn6o
    @user-uu8el3rn6o 26 วันที่ผ่านมา +81

    ধন্যবাদ চক্ৰপাণি ।পৰেশ বৰুৱা ডাঙৰীয়াক আপোনাৰ অনুষ্ঠানটোৰ জৰিয়তে তেওঁ মনৰ কথা প্ৰকাশৰ সুবিধা দিয়া বাবে ।

  • @dhanjitpathak5589
    @dhanjitpathak5589 23 วันที่ผ่านมา +13

    পৰেশ বৰুৱা ডাঙৰীয়াই জুবিন দা বিষয়ে যিখিনি কথা কৈছে ভাল লাগিল অপোনাক ধন্যবাদ জনালো সঁচাকৈ বহুত ভাল লাগিল । 🙏🙏❤️❤️

  • @pratapmedhi8161
    @pratapmedhi8161 23 วันที่ผ่านมา +14

    উকিলে প্ৰশ্নকৰা দিছে পৰেশ বৰুৱা জিন্দাবাদ আগতে আলফা সকলোৰে ঘৰত আছিল চাৰৰ স্থতি একে আছে বৰ্তমান অসমত এনে নেটাৰ আভাব হৈছে সাধাৰন জনতাৰ বাবে অসমীয়া ভাষা জীয়াই আছে জয়আই অসম

  • @mrinalmedhi8346
    @mrinalmedhi8346 26 วันที่ผ่านมา +65

    অসমী আইক নিস্বাৰ্থ ভাবে ভালপোৱা ১নম্বৰ মানুহ জন মোৰ অন্যতম প্ৰিয় মানুহ 🙏🙏🙏

  • @simantachangmai8072
    @simantachangmai8072 26 วันที่ผ่านมา +243

    বেছি দিন নাই আৰু অসমত অসমীয়া ভাষাৰ অস্তিত্ব নাইকিয়া হবলৈ গৈ আছে...... আমাৰ গৌৰৱ পৰেশ বৰুৱা ডাঙৰীয়া.... ✊✊✊

    • @rubulthabildar3689
      @rubulthabildar3689 26 วันที่ผ่านมา +11

      😅😅😅😅😅😅

    • @prakashchandrakalita8278
      @prakashchandrakalita8278 26 วันที่ผ่านมา

      Kkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkk
      Kkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkk
      Kkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkk​@@rubulthabildar3689

    • @BudeswarDas-kq3dh
      @BudeswarDas-kq3dh 26 วันที่ผ่านมา

      ঔ😊ঔক্কপ্টপ্টনননননননন পপ🎉🎉ণৌষ​@@rubulthabildar3689

    • @bkp9774
      @bkp9774 26 วันที่ผ่านมา +6

      তোৰ বাপেৰ ফৰেষ্ট বহুৱা বুঢ়া শগুন টো অসম গৌৰব কেলা ।

    • @GunjanGunjan-cc6bg
      @GunjanGunjan-cc6bg 26 วันที่ผ่านมา

      ​@@bkp9774sudmarani mokkel toi ki bl korisa assamor karone rendir batsa

  • @apunalukormoipurnima3588
    @apunalukormoipurnima3588 26 วันที่ผ่านมา +19

    বহুত ভাল লাগিলে পৰেশ বৰুৱা ডাঙৰিয়াৰ কুশল কামনা কৰিলোঁ

  • @tiwavlogerboy1362
    @tiwavlogerboy1362 23 วันที่ผ่านมา +10

    জাতি সুৰক্ষিত থাকিলেহে । আমাৰ ঘৰ ঘৰ খন আৰু পৰিয়াল সুৰক্ষিত থাকিব। জয় আই অসম ❤

  • @shreeja4587
    @shreeja4587 26 วันที่ผ่านมา +167

    🙏পৰেশ অসম ডাঙৰীয়া আপুনালৈ মোৰ অনোৰুধ আপুনি অসমৰ‌ সমস্যাবোৰ ৰাষ্ট্ৰসংঘৰ(UN) মজিয়াত দাঙি ধৰিব নোৱাৰি নেকি।আশা কৰো আপুনি অসমৰ হৈ স্বাধীন অসমৰ বাবে ৰাষ্ট্ৰসংঘৰ সহায় লওক। আপুনি এই ক্ষেত্ৰত আগবাঢ়ক অসমৰ জনগন আপুনাৰ লগত আছে আৰু সদায় থাকিব 🙏 জয় আই অসম 🙏

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 26 วันที่ผ่านมา +16

      ইয়াত জনসাধাৰণৰ সম্পূৰ্ণ সমৰ্থন থাকিব লাগিব , তেতিয়াহে সম্ভৱ হব ।

    • @mrinalmedhi8346
      @mrinalmedhi8346 26 วันที่ผ่านมา +5

      মই জনাত সংগঠনৰ ফালৰ পৰা কেবাবাৰো UN উত্থাপন কৰিছিল।

    • @murakibali9598
      @murakibali9598 26 วันที่ผ่านมา +1

      Apunar lora suali ki medium pohe

    • @shreeja4587
      @shreeja4587 26 วันที่ผ่านมา

      @@murakibali9598 অসমীয়া মেডিয়ামত পঢ়ে মহাশয়, আপোনি পিছে অসমীয়াটো শুদ্ধ কৈ কব পাৰেনে? মোৰ পিছে আপোনাৰ ওপৰত...?

    • @snazzyc5889
      @snazzyc5889 26 วันที่ผ่านมา

      ৰাষ্ট্ৰ সংঘ কি ধোঁৱা তুলসী পাত বুলি ভাবিছে নেকি ডাঙৰীয়া

  • @JayantaRay-qn6ku
    @JayantaRay-qn6ku 26 วันที่ผ่านมา +91

    আপোনালোকৰ নামৰ পিছৰ "অসম" উপাধিটো সঁচাকৈ যুক্তিপূৰ্ণ।

    • @bkp9774
      @bkp9774 26 วันที่ผ่านมา

      অসম স্বাধীন কৰিব নোৱাৰি নিজৰ উপাধি তোকেই স্বাধীন কৰি ললে, কি যে হাস্যকৰ,😄😄😄😄

    • @user-bn6kx9wo9z
      @user-bn6kx9wo9z 26 วันที่ผ่านมา

      ​@@bkp9774gadho toi ke kori aso? tur gat bangla gulamir tej ase.

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 25 วันที่ผ่านมา

      ​@@bkp9774 তেওঁ যিখিনি কথা কৈছে সেইখিনি সত্য

    • @naturevillage.life.
      @naturevillage.life. 23 วันที่ผ่านมา

      ​@@bkp9774toi kun ?

    • @Gowahativine
      @Gowahativine 23 วันที่ผ่านมา +3

      Tur baporo mura2

  • @ranjugogoi4117
    @ranjugogoi4117 26 วันที่ผ่านมา +19

    অসম আৰু অসমীয়াৰ কাৰণে আলোচনাটো বৰ যুক্তিযুক্ত হৈছে । এনেকুৱা আলোচনা আৰু হব লাগে

  • @PranjalTamuli-sd4bl
    @PranjalTamuli-sd4bl 26 วันที่ผ่านมา +42

    সুন্দৰ চিন্তাধাৰা সকলোৱে চোৱা উচিত ।।

  • @dipengogoi5076
    @dipengogoi5076 26 วันที่ผ่านมา +38

    ,Nice 👍 বহুত সুন্দৰ বাৰ্তা বৰুৱা ডাঙৰীয়াৰ সঁচা কথা কৈছে অসমীয়া ভাষা সন্মান কৰিবলৈ হ'লে দেশ প্ৰেম থাকিব লাগিব।

  • @Danirojasfc6
    @Danirojasfc6 26 วันที่ผ่านมา +106

    আমাৰ ঘৰটো আলফাৰ খোৱা বোৱা চলিছিল। স্কুলৰ পৰা আহি কেতিয়াবা কেতিয়াবা ভাত খাবলৈও নাপাইছিলোঁ কাৰণ আলফাৰ সদস্য সকল আহি ভাত খাই যাই.....
    কাৰণ তেওঁলোকৰ......???
    আমাৰ মায়ে আকৌ নতুন কৈ ভাত বহাই দিয়ে।
    তেওঁলোক যতেই থাকক শান্তিত থাকক কাৰণ আলফা আছে কাৰণেই অসম আৰু অসমীয়া জাতিটো জীয়াই আছে।
    জয় আই অসম। 🙏

    • @XubarnaMoran
      @XubarnaMoran 26 วันที่ผ่านมา +6

      আমাৰ ঘৰটো খাইছিল, থাকিছিল।

    • @shymantakoch1305
      @shymantakoch1305 26 วันที่ผ่านมา +1

      Amar ghorotu khaisil kela

    • @naturevillage.life.
      @naturevillage.life. 23 วันที่ผ่านมา

      ​@@shymantakoch1305toi kela hobdo kio kole eyat

    • @jayantadutta5009
      @jayantadutta5009 13 วันที่ผ่านมา

      ভাত খাইছিল থিকেই আছে বাৰু। চাইৰেণ্ডাৰ কৰাৰ পাছত আপোনালোকক পিটন দিছিল নে? বহুতৰ ঘৰত তেনেকুৱা কৰিছিল।

  • @pranjalstatus7043
    @pranjalstatus7043 26 วันที่ผ่านมา +48

    ডাঙৰীয়াৰ কথা বোৰ শুনিলে শুনিএ থাকিব মন যাই ❤। জয় আই অসম 🎉

  • @ChidanandaChoudhury-qb1oh
    @ChidanandaChoudhury-qb1oh 26 วันที่ผ่านมา +5

    এই বাৰ্তালাপত যুক্তি যুক্ততা বহুত বহুত আছে। আজিৰ প্ৰজন্মই বুজিব লাগে বুলি মই বহুত বহুত ভাবো। চক্ৰপাণিলৈও বহুত বহত ধন্যবাদ এনে বাৰ্তালাপ আগবঢ়োৱাৰ বাবে।

  • @rdbcreation9694
    @rdbcreation9694 26 วันที่ผ่านมา +19

    ডাঙৰীয়াৰ কথাখিনি ইমান সুন্দৰ কৈ যে বাৰ্তালাপ যোগে উপভোগ কৰিবলৈ পাৰিলো ভাল লাগিল আশা কৰো পিছলৈও বুলি এনেকৈয়ে বাৰ্তালাপ পায় থাকিম (জয় আই অসম)🙏

  • @user-hu4je7lw9q
    @user-hu4je7lw9q 10 วันที่ผ่านมา +1

    পৰেশ বৰুৱা ডাঙৰৰীয়াৰ চিন্তা ধাৰা শুনি বহুত ভাল লাগিল। জয় আই অসম। ❤🙏👍👍

  • @ashimilahi09
    @ashimilahi09 26 วันที่ผ่านมา +84

    পৰেশ বৰুৱা ডাঙৰীয়াৰ কথোপকথন চাই সঁচাই ভাল লাগিল।

    • @barundeka4155
      @barundeka4155 26 วันที่ผ่านมา

      Apuni ata sakasr dalal apunar karenna bahut lara marirese

  • @bituponlahon-rp1vt
    @bituponlahon-rp1vt 25 วันที่ผ่านมา +7

    ডাঙৰীয়াৰ প্রতি সদায় শ্রদ্ধা আছে আৰু থাকিব। আপুনি যতেই আছে, ভালে থাকক। সংবাদকৰ্মী হোৱা হ'লে এবাৰ হলেও আপোনাৰ কাষ চাপিলো হয়। জনা হোৱাৰ পৰা আপোনাৰ কথাবোৰ শুনি আছো। কিন্তু, লগ পোৱাৰ সুযোগ এইটো জনমত হয়তো নহব। আমিবোৰ জাগিবৰ হ'ল। আমাৰ অসমীয়া জাতিটোয়ে এতিয়াও বুজিবলৈ বাকী আছে। আমাৰ দেশ ভাৰত নহয়। আমি ভাৰতীয় তেতিয়াও নাছিলো, এতিয়াও নহয়। মই সকলো মুক্তিকামী অমৰ মৃতকৰ চৰণত সেৱা জনাইছোঁ। বাকী, যি সকলে বৰ্তমান সময়ত যৌৱন জীৱন ত্যাগ কৰি দেশ জাতিৰ হৈ ভুকে পিয়াহে সশস্ত্র সংগ্রাম খনত কৰি আছে। তেওঁলোকক মোৰ শতকোটি প্রণাম। আপোনালোক যতেই আছে, ভগৱানে ভালে ৰাখক। যি খিনি সময়ত আমি মাছ মাংস খায় ফেনৰ বতাহ লৈ কোমল বিচনাত দিন পাৰ কৰিছো। একে সময়ত সম বয়সৰ ভাই ককাই বন্ধুৱে মাত্র দুবেলা দুমুঠি খায় সশস্ত্র সংগ্রাম কৰি বাঁহৰ চাঙত দিন পাৰ কৰিছে। সচাঁকৈ বুকুত অদম্য সাহস লৈ হাবিলৈ যোৱা আমাৰ তেজাল অসমীয়া ডেকা গাভৰু সকল একো একোজন মহান বীৰ।

  • @rinkumili2957
    @rinkumili2957 26 วันที่ผ่านมา +14

    পৰেশ বৰুৱা ডাঙৰীয়া আপোনালৈ সহস্ৰ বাৰ প্ৰণাম জনালোঁ 🙏

  • @hirokthoroughtryingtungste4724
    @hirokthoroughtryingtungste4724 25 วันที่ผ่านมา +9

    You tube ত প্ৰথমটু বাৰ্তা দিছোঁ, ১০০ টা চালাম পৰেশ অসমলৈ

  • @kanakchoudhury1118
    @kanakchoudhury1118 26 วันที่ผ่านมา +13

    মোৰ হিচাবত অসমৰ ভবিষ্যত আলফা কাৰণ । বহি ৰাজ্যৰ লোকে অসম শেষ কৰিলে। অসমিআৰ থাই নাই।

  • @SumonBaruah-bb2pu
    @SumonBaruah-bb2pu 26 วันที่ผ่านมา +22

    সুন্দৰ ভাৱে ব্যক্তব্য ফুটি উঠিছে , ডক্তৰ , শিক্ষক, সাংবাদিক, অভিযন্তা আৰু বিজ্ঞানী সকলৰ প্ৰথম মানসিকতা টো দেশ প্ৰেম হব লাগে, তেতিয়াহে এটা জাতি সবল হৈ উঠিব । সঠিক শিক্ষাই এটা জাতিক বহুত ওপৰলৈ লৈ যাব । কোনো টো কাজ্যএই সৰু নহয় ।
    আজি উন্নত দেশ বোৰত কি নাপিত নাই নেকি ? কাঠ মিষ্ট্ৰিৰ কাম কৰা লোক নাই নেকি ? যোগালি ৰ কাম কৰা লোক নাই নেকি ? ৰাজ মিস্ত্ৰী নাই নেকি ? উত্তৰ : আছে , কিন্তু সেই ঠাইৰ মানুহৰ মানসিকতা বহুত উন্নত মানৰ তেওঁলোকে কোনো কাৰ্য্য কেই সৰু বুলি নাভাবে , তেওঁলোকে কেৱল এটা বস্তুৰ উপৰত ধ্যান কেন্দ্ৰীভূত কৰে , সেইটো হৈছে - সেই কাম টোৰ প্ৰতি থকা তেওঁলোকৰ ইচ্ছা বা আগ্ৰহ , আৰু সেইটোৱেই তেওঁলোকৰ জীৱনত সুখ ভৰাই দিয়াৰ সাধন । জয় আই অসম ❤❤❤

  • @assamnoobgamer9752
    @assamnoobgamer9752 26 วันที่ผ่านมา +39

    পৰেশ বৰুৱা ডাঙৰীয়া আমি আপোনাক এটা কথা প্ৰশ্ন কৰিব খুজিছোঁ ।যিখন অসমত বিদেশী বাঙলাদেশীৰে পৰিপূৰ্ণ হৈ আছে সেই খন অসমত স্বাধীন অসম‌ৰ প্ৰোয়োজনীয়তা আছে নেকী বাৰু? আমি ভাবো স্বাধীন অসম হোৱাৰ আগতে বিদেশী বিলাকক আগত অসমৰ পৰা খেদি দিয়াতো ভাল হ'ব বুলি ভাবোঁ।❤🎉❤🎉❤🎉

    • @ASSAMESEYOUTUBE-wx2hn
      @ASSAMESEYOUTUBE-wx2hn 26 วันที่ผ่านมา +1

      Hoi tention nkriba ami aasu

    • @RajashreeBoruah-nz5cq
      @RajashreeBoruah-nz5cq 26 วันที่ผ่านมา +4

      সঁচা কথা অসম বহিৰাগতৰ মানুহে ভৰি পৰিল l চাকৰি বিলাকো বহিৰাগতৰ লৰাই কাঢ়ি লৈছে l😢😢

    • @bkp9774
      @bkp9774 26 วันที่ผ่านมา

      @@RajashreeBoruah-nz5cq তহঁতো যা Hyderabad, চেন্নাই, Delhi , bengalore ত কাম কৰিবলৈ ,

    • @bkp9774
      @bkp9774 26 วันที่ผ่านมา +1

      আৰে সি নিজেই এটা বাংলদেশী মিয়া, তাৰ নাম কমৰোজ জামন, তাত দিনত তিনিবাৰ নামাজ পঢ়িছিল বোলে। সি কিয় বাংলাদেশী খেদিব ।😃😃😃

    • @QwertyUiop-zx6xc
      @QwertyUiop-zx6xc 26 วันที่ผ่านมา

      @@bkp9774 মিয়া বঙাল চব যাব লাগিব বুজিলি গেদা

  • @Randeep-kb1xh
    @Randeep-kb1xh 26 วันที่ผ่านมา +34

    বাৰ্তালাপ ত আলফা সেনাধ্যক্ষ ডাঙৰীয়া ই যি মত প্ৰকাশ কৰিলে গুৰুত্বপূৰ্ণ আৰু যুক্তি পূৰ্ণ ।
    জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ভূপেন হাজৰিকা , অসমীয়া সমাজ , সত্ৰ সমাজ আদি বিষয়ত যি কলে সম্পূৰ্ণ একমত ।

    • @hemantanath6405
      @hemantanath6405 23 วันที่ผ่านมา

      কোন পকৰৰ জুবিন।পাত্তা পাই নেকি

  • @kusumbaruah2336
    @kusumbaruah2336 24 วันที่ผ่านมา +5

    ছাৰ মাতৃ হত্যাৰ বিৰুদ্ধে যুঁজ দি আপুনি মাতৃ সকলক সন্মান দিলে মই ভাল পাওঁ,জয় আই অসম

  • @prabitachutia448
    @prabitachutia448 26 วันที่ผ่านมา +6

    সময়োপযোগী বাৰ্তা চক্ৰপাণি , ধন্যবাদ , আগলৈ

  • @bikashbora9998
    @bikashbora9998 26 วันที่ผ่านมา +7

    আমি ১৩ জন লৰা যাবলৈ ৰৈ আছো
    অসমৰ হকে কাম কৰিবলৈ
    দেশ- মাতৃ কাৰণে জান তিয়াগ কৰিবলৈ
    সপোন নহয় আশা লৈ জিয়াই আছো
    ✊🏻জয় আই অসম✊🏻

    • @user-wp7mt2rt7d
      @user-wp7mt2rt7d 25 วันที่ผ่านมา +1

      Najaba borbàd hoba

    • @tiwavlogerboy1362
      @tiwavlogerboy1362 23 วันที่ผ่านมา

      Sudur Bhai toi najao nai blgk kio kobo ahiso...​@@user-wp7mt2rt7d

  • @sahadevboraik-lm7cc
    @sahadevboraik-lm7cc 21 วันที่ผ่านมา +2

    পৰেশ বৰুৱা চাৰ আপোনাক salute জনাইছোঁ।❤

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 26 วันที่ผ่านมา +20

    এটা জাতি, এখন দেশৰ প্ৰতি গভীৰভাৱে ভাল পোৱা পৰেশ বৰুৱা ডাঙৰীয়াই তেওঁৰ এই বাৰ্ত্তালাপত তেওঁৰ চিন্তাৰ যথাৰ্থতা প্ৰকাশ কৰিলে।

  • @udayhazorika1247
    @udayhazorika1247 25 วันที่ผ่านมา +16

    আলফা নহলে অসম নেথাকে আলফা থকা কাৰণে বহুতে ভয় খাই অসমলৈ জয় আই অসম ❤

    • @sunyvai4291
      @sunyvai4291 22 วันที่ผ่านมา

      Aru tohote beleg extremist organisations bhoi khua hei krne jativede coments beleg beleg 😂😂😂

  • @labanyagogoi390
    @labanyagogoi390 24 วันที่ผ่านมา +1

    এটি ফলপ্ৰসূ সিদ্ধান্তত উপনীত হ'বলৈ পৃথিৱীৰ সকলো জনহিতৈষী শক্তিৰ লগত আলোচনাত উপনীত হ ওক, অসমীয়া আপোনাৰ লগত সদায় আছে।জয় আই অসম।

  • @user-fy1uz4sb1w
    @user-fy1uz4sb1w 26 วันที่ผ่านมา +7

    দাদা আপোনা অশেষ ধন্যবাদ অসম খনলৈ ভাৱক

  • @kamalapatar1465
    @kamalapatar1465 26 วันที่ผ่านมา +17

    ভাল কথা কৈছে দে ডাঙৰীয়াই।
    আমি অসমীয়া বিলাকে নিজৰ উৎসৱ পাৰ্বন পাহৰি বেলেগ জাতিৰ উৎসৱ বিলাকত বেছিকৈ মন কাণ দিও।

  • @EKRAM_FARHAAN
    @EKRAM_FARHAAN 12 วันที่ผ่านมา

    শুনি আহিছিলো কিবা বেলেগ, কিন্তু আজি বেলেগ হে দেখিলোঁ।
    ভাল লাগিল।
    পৰেশ বৰুৱা ডাঙৰীয়াক
    লগতে চক্ৰপাণি দাক ও ধন্যবাদ জনালোঁ।

  • @SurjyaKakoy
    @SurjyaKakoy 23 วันที่ผ่านมา +1

    আপোনাৰ এই বাৰ্তালাপ সম্পূৰ্ণ গাম্ভ্ৰীৰ্য পূৰ্ণ হৈছে ।সুন্দৰ বাৰ্তিা অসম বাসীৰ বাবে পৰেশ বৰুৱা ডাঙৰীয়াৰ লগতে আপোনাৰ ও দীৰ্ঘায়ু কামনা কৰিলো ।

  • @gupalbbb8745
    @gupalbbb8745 25 วันที่ผ่านมา +3

    মহাশয় আপোনাৰ কথা খিনি শুনি সচাকৈ মন চুই গ'ল ।

  • @MridulDas123
    @MridulDas123 22 วันที่ผ่านมา +2

    সুন্দৰ ভাল লাগিল, তেখেতৰ কথা বোৰে কৰবাত যেন চুই গল❤

  • @crazygirl8574
    @crazygirl8574 26 วันที่ผ่านมา +12

    ❤joi aaii axom ❤️ axom amar janambhumi ami garbito axamok loi❤❤

  • @ASSAMESEYOUTUBE-wx2hn
    @ASSAMESEYOUTUBE-wx2hn 26 วันที่ผ่านมา +7

    সত্য কথা অসমীয়া জাতিক ভাগ ভাগ কৰিব চেষ্টা কৰিছিল ভাৰতে।

    • @user-yf9ey7dc5e
      @user-yf9ey7dc5e 26 วันที่ผ่านมา +3

      Xofol hol aji axomiya divided hoi gol heikarne ami separate country bonabo nuaru

    • @ASSAMESEYOUTUBE-wx2hn
      @ASSAMESEYOUTUBE-wx2hn 26 วันที่ผ่านมา

      @@user-yf9ey7dc5e umm eitu plan mane bodo non Assamese bonale Akhamiya sadhin keneke anibo mising jodi bhag koribo pare tetiya sadhin Axom accept nhbo n buji pala axomt jodi bhumiputra Akhamiya i tetiya Bhartr pora axom atori gol hoi amar lav hol hoi bharte amar val hua nibisare eitu kotha aji Akhamiya under tribe bure buji napay, kabak st dise kabak diya nai eitu separate koribo babe korise bujisa karobak km karobak besi mane kotha to eitu hoi .

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 26 วันที่ผ่านมา

      ​@@user-yf9ey7dc5e সকলো আকৌ একগোট হোৱাৰ সময় হল ।

  • @XubarnaMoran
    @XubarnaMoran 26 วันที่ผ่านมา +18

    আমাৰ প্ৰজন্মটোয়ে বহুত শিকিবলগীয়া আছে এইসকল লোকৰ পৰা।

  • @surabhigogoi8792
    @surabhigogoi8792 17 วันที่ผ่านมา +1

    ডাঙৰীয়া ডেৱক আমি সদায়ে সন্মান কৰো আৰু কৰি থাকিম 🙏🙏🙏🙏🙏🙏🙏🙏❤❤❤❤

  • @merajuassam9640
    @merajuassam9640 22 วันที่ผ่านมา +8

    আজিলৈকে ইমান দীঘলীয়া অনুষ্ঠান বিশেষকৈ youtube ত চোৱাৰ মোৰ ধয্য নাই ৷
    কিন্ত পৰেশ বৰুৱা ডাঙৰীয়াৰ যুক্তিপূৰ্ণ কথাবোৰে আজি মোক বৰকৈয়ে মনত সাজ বহাই গল ! সচাকৈয়ে , কথাবোৰ শুনি আমনি নেপালোঁ !
    শেষত , জুবিন আৰু সএাধিকাৰৰ বিষয়ে কোৱ তেখেতৰ কথাখিনিয়ে বাৰুকৈ মোক হহুৱাবলৈও বাধ্য কৰালে !
    ডাঙৰীয়াৰ , দীৰ্ঘায়ুস কামনা কৰিলো !🙏

  • @oxomormusic4453
    @oxomormusic4453 26 วันที่ผ่านมา +7

    জয় আই অসম, জয় আই অসম, জয় আই অসম ❤❤❤❤❤❤❤❤

  • @rupjyotisarania6976
    @rupjyotisarania6976 24 วันที่ผ่านมา +2

    অসমত ঘটি থকা প্ৰতিটো ঘটনাৰ বিষয়ে তেওঁৰ যিমান ইনফৰমেচন সিমান অসমত থকা বহুতৰেই নাই। ভাল লাগিল।।

  • @suranjona486
    @suranjona486 19 วันที่ผ่านมา

    নিজৰ অসম দেশ মাতৃৰ কাৰণে ইমানখিনি কথা শুনি সচাকৈ আমি অসমীয়া সজাক হব হল । কথাখিনি মন চুই গল । ইমান ত্যাগ অভূতপূৰ্ব অপূৰ্ব । salute ডাঙৰীয়া আপোনালোকৰ কাৰণে হয়টো অসম বাছি আছে

  • @tapanboruah4312
    @tapanboruah4312 26 วันที่ผ่านมา +11

    মই বহুত ভাল পাওঁ l বহুত সন্মান কৰোঁ l আলোচনা লৈ আহিবলৈ অনুৰোধ কৰিছো l

    • @mukulbaruah1833
      @mukulbaruah1833 25 วันที่ผ่านมา

      Tapan Baruah apunak kunubai lathi loi mariboloi ahile apuni khi morar agote nijor murtu lathire moriai fali lua manuh jen lagise. Alusona manei hol Babajika thullu janene.

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 25 วันที่ผ่านมา

      👍🏻👍🏻👍🏻

  • @KumudGoswami-cn4hw
    @KumudGoswami-cn4hw 11 วันที่ผ่านมา +1

    সময় উপযোগী সুন্দৰ আলোচনা।এটা সচা কথা অসমত আজি অসমীয়া নাই, আমি বামুন, আহোম, বড়ো, মিছিং,কাৰ্বি আদি কৰোতেই শেষ অসমীয়া জাতি।

  • @mjchetia386
    @mjchetia386 26 วันที่ผ่านมา +5

    ককাইদেউ সদায় ভালে থাকক। দেশ জাতিতকৈ প্ৰাণ ডাঙৰ নহয়।

  • @JutikaGog9i-zh2tu
    @JutikaGog9i-zh2tu 10 วันที่ผ่านมา +1

    আলফা সংগঠনক কুশল কামনা কৰিলো ,

  • @nirupoma5935
    @nirupoma5935 26 วันที่ผ่านมา +2

    সঁচাই অভিভূত হ'লো।জয় আই অসম 🙏🙏🙏🙏🙏

  • @AmritrajKakoti
    @AmritrajKakoti 26 วันที่ผ่านมา +1

    আজি সংযুক্ত মুক্তি বাহিনী আছে কাৰণে অসমীয়া জীয়াই আছে। জয় আই অসম 🙏

  • @bijudevi9905
    @bijudevi9905 25 วันที่ผ่านมา +2

    দুয়োজনকে ধন্যবাদ জনালো। কথাখিনি ভাল লাগিল।

  • @pabangogoi9105
    @pabangogoi9105 2 วันที่ผ่านมา

    মহাসয় আগলৈ চাই ণৈ থাকক গোতেই অসম বাহিৰ আপোনাৰ লগত আছে আৰু আছো

  • @warmaxgaming7790
    @warmaxgaming7790 21 วันที่ผ่านมา +1

    জয় আই অসম ❤❤

  • @sungohain-fe3oo
    @sungohain-fe3oo 18 วันที่ผ่านมา +1

    বৰুৱাদেৱৰ কথাখিনি ভাল লাগিল।

  • @BipulMoran-km6vs
    @BipulMoran-km6vs 21 วันที่ผ่านมา

    আপোনাৰ প্ৰতিটো কথাই যুক্তিসংগত আৰু মানিবলগিয়া। শতকোটি প্ৰনাম জনাইছো ককাই আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।যতেই আছে ভালে থাকক।।

  • @bijoylaxmikakaty
    @bijoylaxmikakaty 26 วันที่ผ่านมา +1

    উচিত অনুচিত ভাবিবলৈ বাধ্য হোৱাকৈ প্ৰত্যেক কথাতে যুক্তি আছে।।

  • @rajibdutta7881
    @rajibdutta7881 26 วันที่ผ่านมา +5

    সুন্দৰ বাৰ্তালাপ 😍

  • @jnyanendragogoi8768
    @jnyanendragogoi8768 26 วันที่ผ่านมา +4

    কথা খিনি শুনি উমান পালো বৰুৱাদেউৰ তুলনাত চক্ৰপানিৰ কোনো জ্ঞানেই নাই,

  • @AmritjyotiRajbongshi
    @AmritjyotiRajbongshi 26 วันที่ผ่านมา +5

    ঠিকেই কৈছে মধ্যপ্ৰদেশ ফালে ধৰ্মক ৰাখিলে । উত্তৰ পূৰ্বাঞ্চলৰ ফালে অসুৰ দানৱ বিলাকক ৰাখিলে

  • @MrArijitchakraborty
    @MrArijitchakraborty 22 วันที่ผ่านมา +1

    আপুনি অসমক International statue দিব পাৰিব। সম্ভব হলে ঘুৰি আহক। অসম আপোনাক বিচাৰে। আই মাতৃ আপোনাক বিচাৰে।

  • @shidharthaadhikary9306
    @shidharthaadhikary9306 22 วันที่ผ่านมา +2

    আলফা, লং লাইভ ❤❤❤❤❤❤❤

  • @konvlogs2886
    @konvlogs2886 25 วันที่ผ่านมา +2

    ককাইদেউ আপোনাৰ সকলো কথাৰ যুক্তি আছে। কিন্তু বিদেশত থাকি স্বাধীন অসম চিন্তা কৰাটো কিমান সম্ভৱ।

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu 25 วันที่ผ่านมา +2

      তেওঁক বিদেশত ৰখাৰ আঁৰত আমি বোৰেই আছোঁ ।

    • @europabarman6041
      @europabarman6041 23 วันที่ผ่านมา

      Karon aamar eyate direct kotha koa manuhok burok jiyai thakiboloi nidiye pikkhas bure. Dure dure thakio pare jene space ot thaki prithibir karone Kam kore

  • @DamarSBGurung
    @DamarSBGurung 26 วันที่ผ่านมา +4

    Hiya chui gol❤

  • @user-vn1wz2sc8i
    @user-vn1wz2sc8i 20 วันที่ผ่านมา +1

    বাকীবোৰ অসমীয়াই ল'ৰা, ছোৱালীক পাপা মাতিবলৈ দিয়ে।যুগ সলনি হ'লেও ভাষা সলনি হ'ব নালাগে। আপুনি হে যূজী আছে আনবোৰ অসমীয়াই ল'ৰা আৰু ছোৱালীক পাপা মাতিবলৈ শিকাইছে। তাতকৈ দূখ লগা অসমীয়া জাতিৰ বাবে আৰু কি হ'ব লাগে।জ‌ই আ‌ই অসম। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ।

  • @KunjalalBhagawati
    @KunjalalBhagawati 22 วันที่ผ่านมา +1

    সুন্দৰ আলোচনা জয় আই অসম 🙏🙏🙏

  • @hemalatachetia3765
    @hemalatachetia3765 26 วันที่ผ่านมา +12

    বৰুৱা ককাইদেউ,,আপোনালৈ সশ্ৰদ্ধ প্ৰণাম জনাইছো ,,আমাৰ অসমৰ অসমীয়া ভাষাৰ নি :শেষ হ'ব লৈ বেছি দিন নাই ককাইদেউ,,বহিৰাগত উৎপাত বেছি হৈছে ,,অসমীয়া ভাষা,,জাতি ,,কৃষ্টি সংস্কৃতিৰ থাকিব নে নাই বৰ চিন্তা হৈছে আপুনি কিবা এটা কৰিব বুলি অনুৰোধ জনালো ।।আপোনাক মোবাইলত দেখা পাই ভাল লাগিল। ।আপোনাক ঈশ্বৰে কুশল মংগল কৰক তাৰেই প্ৰাৰ্থনা কৰিলো ।
    চক্ৰপাণি ভাইটি ,,তোমাক ও বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ,,বৰুৱা ককাইদেউ লগত বাৰ্তালাপ কৰি আমাকো দেখুৱাই। দিয়া বাবে ।

  • @rameshchandradas1759
    @rameshchandradas1759 26 วันที่ผ่านมา +2

    কথোপকথনৰ অন্তৰ্নিহিত ভাৱাবেগক সন্মান দিবপৰা অৰ্থপূৰ্ণ

  • @princhipriyadoley4866
    @princhipriyadoley4866 26 วันที่ผ่านมา

    মাননীয় পৰেশ বৰুৱা দেৱলৈ শ্ৰদ্ধা ও প্ৰণাম জনালো ৷ অসমৰ বাবে শুভ বাত্তা আগবঢ়াইছে ৷

  • @PNR1m
    @PNR1m 18 วันที่ผ่านมา +1

    Rabha tribe ❤❤❤❤❤ all support you

  • @bijoykalita7241
    @bijoykalita7241 26 วันที่ผ่านมา +1

    বহুত বহুত ভাল লাগিল, জয় আই অসম

  • @DipulH6
    @DipulH6 23 วันที่ผ่านมา +1

    অতি সুন্দৰ কথা কলে ভাল লাগিল ❤❤❤❤❤❤❤❤❤❤❤

  • @mangra.adibasivlogs
    @mangra.adibasivlogs 23 วันที่ผ่านมา +1

    Moi tu vbiselu aijon manhu Gunda hoi kintu aji khota bur huni gom Palu 😮 je teu Ajon hero 😊 awwww hvy dekhun. Thank you chokropani da teu bikhye janiboloi hubidha kori dile 🎉

    • @BikromMoran-kl3yl
      @BikromMoran-kl3yl 23 วันที่ผ่านมา

      Leura mangra sudur vai toi amar axomore nohoi amar poresh Dak kot sini pabi maksuda aru kla oi mangra tohotor axomot pora kheda khabo mon goise nki 😮

  • @mahabahu1760
    @mahabahu1760 26 วันที่ผ่านมา +1

    সুন্দৰ পদক্ষেপ,সুন্দৰ অনুষ্ঠান🙏 পৰেশ অসম ডাঙৰীয়াৰ ইতিবাচক কথাখিনি ভাল লাগিল।তেখেতে অসমীয়া ভাষাটোৰ সংকতকালৰ বিষয়ে ভৱিষ্যতে মন্তব্য আগবঢ়াব বুলি আশা কৰিছোঁ।

  • @heaventravelleroflife2332
    @heaventravelleroflife2332 17 วันที่ผ่านมา +2

    Ulfa would be won but the major problem is the unstabality and ulfa should use the internet to aware the peole of assam about the cruel govt . Like the nscn and other group

  • @mgvlogs9797
    @mgvlogs9797 26 วันที่ผ่านมา +5

    আলফা লগত চৰকাৰে আলোচনা কৰি সমস্যা সমাধান কৰক।

  • @hndekari8011
    @hndekari8011 26 วันที่ผ่านมา +7

    বাৰ্তালাপৰ এঙ্কৰৰ মনতো শংকা আৰু ভয় থকা যেন লাগিল । অনুষ্ঠানটি বৰ ভাল লাগিল ।।

  • @mnopvlog916
    @mnopvlog916 26 วันที่ผ่านมา +2

    গোটেই ভিডিওটো চালোঁ,ভাল লাগিল চাই ।।❤❤

  • @Sunil.pegu_
    @Sunil.pegu_ 23 วันที่ผ่านมา +1

    পৰেশ বৰুৱা ডাঙৰীয়া আপুনি মহান❤

  • @SurenBora-br9mz
    @SurenBora-br9mz 25 วันที่ผ่านมา +1

    Thanks Baruah sir,

  • @user-io4ys2yw5r
    @user-io4ys2yw5r 16 วันที่ผ่านมา

    মোৰ ভাইটি ও হাত আঠ বছৰ হ'ল আলফা লৈ যোৱা,মুন্না বৰুৱা লগত,😭😭😭 তাৰ চিন্তাত দেউতাক ঢ়োকাল, এতিয়া মাৰ গা ও বহুত বেছি বেয়া

  • @Deha_
    @Deha_ 24 วันที่ผ่านมา +1

    বৰদেউতালৈ সহস্ৰ প্ৰণাম👏

  • @PNR1m
    @PNR1m 18 วันที่ผ่านมา

    Amar baba , jetho khura khokolowe alfat jogdan kore akhono ❤❤❤❤❤❤❤ full support

  • @satyabrotrajkhowa9337
    @satyabrotrajkhowa9337 24 วันที่ผ่านมา +1

    Val lagil bohut kotha gom palu aru gyan o palu kotha bur huni katiya soku Pani ulai gol gom naplu❤

  • @KhananjitRabha-nf8tu
    @KhananjitRabha-nf8tu 23 วันที่ผ่านมา +1

    ভাল লাগিল কথাবোৰ শুনি🙏🙏🙏

  • @sungohain-fe3oo
    @sungohain-fe3oo 18 วันที่ผ่านมา

    পৰেশ বৰুৱাক ধন্যবাদ।

  • @DulenSON
    @DulenSON 23 วันที่ผ่านมา +1

    সুন্দৰ বাৰ্তা। বহুতো নজনা কথা জানিব পাৰিলো। পৰেশ ডাঙৰীয়াৰ সু-স্বাস্থ্য কামনা কৰিলো।

  • @ranjandasvarious....7424
    @ranjandasvarious....7424 26 วันที่ผ่านมา +1

    Bohut vl lagil ❤kotha bor jani...xuni... always bless you

  • @ranjubhuyan7960
    @ranjubhuyan7960 24 วันที่ผ่านมา +1

    আপোনাৰ সু সাস্থ্য কামনা কৰিলো।

  • @kanchankusnahihotahai.borg6995
    @kanchankusnahihotahai.borg6995 26 วันที่ผ่านมา +7

    Jubin mohakhoye tumi hunila nohoi Poresh Baruah ki kole tumak. Olop bhal huwa.

  • @QwertyUiop-zx6xc
    @QwertyUiop-zx6xc 26 วันที่ผ่านมา +5

    জাতীয় মুক্তি সংগ্ৰাম দিৰ্ঘজীৱি হওক ।
    সযুক্ত মুক্তি বাহিনী অসম স্বাধীন দিৰ্ঘজীৱি হওক ।
    জয় আই অসম ।

  • @AbhinabRabha82
    @AbhinabRabha82 17 วันที่ผ่านมา +2

    love from rabha tribe ❤❤❤❤❤

  • @hiteshhazarika4734
    @hiteshhazarika4734 26 วันที่ผ่านมา +2

    জয় আই অসম।

  • @monicharubhadra3358
    @monicharubhadra3358 19 วันที่ผ่านมา

    আলোচনাত বহিব লাগে কেন্দ্ৰৰ লগত ৷ ভৱিষ্যত যাতে অসমীয়া সুৰক্ষিত হৈ থাকিব পাৰে ৷

  • @ImranHussain-pq6gf
    @ImranHussain-pq6gf 26 วันที่ผ่านมา +1

    কথা বোৰৰ সঁচাকৈ যুক্তি আছে