কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old assamese song LIVE nonstop

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ต.ค. 2024
  • কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old assamese song LIVE nonstop
    Join this channel to get access to perks:
    / @timesguwahati
    follow us at intragram :- / timesguwahti
    Fb :- / timesguwahti
    for any news information please share 8011767104 (whatsapp)
    Website :- timesguwahati.com

ความคิดเห็น • 917

  • @dipunath7834
    @dipunath7834 ปีที่แล้ว +28

    অতি সুন্দৰ আশাকৰোঁ পুৰণি গীতবোৰ এনেকৈ শুনিবলৈ পাম

  • @runusaika4715
    @runusaika4715 ปีที่แล้ว +41

    এই গীত বোৰ শুনি বৰ ভাল লাগে , এই গীত বোৰে আমাক কিশোৰ অৱস্থালৈ লৈযায়

  • @SushilRay-fk5ps
    @SushilRay-fk5ps 10 หลายเดือนก่อน +8

    হ্যায় কল্পতৰু অনুষ্ঠান, ----------আজি ৫৫ বছৰীয়া জীৱনকালত হাইস্কুলীয়া ছাত্ৰ জীৱন লৈ বৰ কৈ মনত পৰিল অ ।

  • @himanibanikya8168
    @himanibanikya8168 ปีที่แล้ว +51

    মোৰ বয়স ৫ বছৰৰ পৰা ৰেদিঅ শুনিছো বহুত দাদাহতৰ পৰা বহুত গালি খাইছো এতিয়াও ৬৪ Years তো শুনি আছো ৰিদঅ মোৰ প্ৰানৰ প্ৰান

    • @AkaniMedhi-td9nt
      @AkaniMedhi-td9nt ปีที่แล้ว

      সুন্দৰ লাগিছে বহুত পুৰণা গান শুনিব পাই মই বৰ শুনি হৈছো ❤❤❤ হেপি

    • @akshaykumardas4929
      @akshaykumardas4929 ปีที่แล้ว

      Iam verry verry lnterested hearing the song of kalpataru anusthan from school life and till now.

  • @ManikVowmik
    @ManikVowmik ปีที่แล้ว +26

    অনুষ্ঠান টো খুব সুন্দৰ নতুনৰ হেচাত পুৰণি গীত বোৰ যেন কত হেৰাই গল । এতিয়া শুনিবলৈ পাই খুব ভাল লাগিছে। ডক্তৰ বেজবৰুৱা বোলছবি খন মই 7 বাৰ চালোঁ অকল ধুনীয়া গীত বোৰৰ বাবে ।

  • @ParbanandaPatowary
    @ParbanandaPatowary 9 หลายเดือนก่อน +11

    সুন্দৰ 👌 আকৌ এবাৰ শৈশৱৰ হেৰুৱা দিনবোৰ চুই চোৱাৰ অনুভৱ হল এইবোৰৰ মাজেৰে।

  • @kulasaikia740
    @kulasaikia740 6 หลายเดือนก่อน +14

    সুন্দৰ । পুৰণি গীতবোৰ শুনিলে নতুন গীতত কোনো সোৱাদেই পোৱা নাযায় ।🙏🙏

  • @JaganathLalung-tx6xe
    @JaganathLalung-tx6xe 9 หลายเดือนก่อน +7

    তেতিয়াৰ এই গীতবোৰ ভাল নোপোৱা ব্যক্তি নাছিল আৰু এতিয়াও নহ'ব । শৰীৰৰ তেজে তেজে সোমাই যোৱা এইবোৰ গীত ।

  • @himanibanikya8168
    @himanibanikya8168 ปีที่แล้ว +18

    ইমান ভাল লাগে সদায় শুনিব পাম বুলিবহুত আশা কৰিলোGodbless u

  • @dilipdeka9734
    @dilipdeka9734 6 หลายเดือนก่อน +14

    এই অনুষ্ঠানৰ জৰিয়তে আমি আৰু পুৰনি গীত বোৰ শুনিবলৈ পাম । সুন্দৰ অনুষ্ঠান কল্পতৰু।

  • @robinsaikia5347
    @robinsaikia5347 11 หลายเดือนก่อน +6

    যি কোনো বিনিময়ত এই অনুষ্ঠানতো জিয়াই ৰাখিবলৈ উদোগতা সকলক ভগৱানে শক্তি দিবলৈ প্ৰাথনা জনালোঁ

  • @swopnachangmai3838
    @swopnachangmai3838 ปีที่แล้ว +18

    বর ভাল লাগিল দেই ।হৃদয় চুই গৈছে। আগলৈ আৰু আশা থাকিল।

  • @nkd73
    @nkd73 ปีที่แล้ว +21

    সুন্দৰ প্রয়াস, আগলৈও বিচাৰো.. 💗

  • @rintusaikia4376
    @rintusaikia4376 ปีที่แล้ว +9

    Aji ha ukhaa paisu ai puroni geet bur eka raha hunibor pai bor val laga...... Puroni din bur loi monot pora ...... That's why
    Old is Gold ....😘😘😘😘😘

  • @JitulJituldeka-ss2pg
    @JitulJituldeka-ss2pg ปีที่แล้ว +6

    মোৰ প্ৰিয় গীত সৰুতেই দেউতাৰ লগত খুব শুনিছিলো আগতে আমাৰ ফিলিপ.চ কোম্পানী এতা তেপৰেদীঅ আছিল এই গীতবোৰ কেছেট কিনিছিল

  • @makeupobsessed5910
    @makeupobsessed5910 ปีที่แล้ว +10

    জানু..কিয় পুৰণি দিনবোৰত উভতি যাব মন কৰিছে..গানবোৰ শুনি ❤
    সৰু থাকোঁতে মায়ে ৰেডিওত বহুতো গীত -নাটক বজাইছিল ☺️☺️
    এইবোৰ যেন আকৌ চকুৰ আগত জীয়াই গ'ল🙃

  • @mrinalmedhi8346
    @mrinalmedhi8346 ปีที่แล้ว +10

    🙏বৰ সুন্দৰ অনুষ্ঠান,নষ্টালজিক হৈ পৰিছো। সেই দিনবোৰ দুপৰীয়া আৰু নিশা কল্পতৰু অনুষ্ঠান শুনিবলৈ বৰ হেপাহেৰে বাট চাই আছিলোঁ।

  • @kanakpranvachyas3588
    @kanakpranvachyas3588 ปีที่แล้ว +12

    খুব ভাল লাগিল ধন্যবাদ দিলো আৰু আগলৈ পুনৰ আশা কৰিলোঁ

  • @bkgogoi8636
    @bkgogoi8636 ปีที่แล้ว +10

    অতি সূন্দৰ আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল ❤️❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏

  • @champakdekanicesong.zubeen2679
    @champakdekanicesong.zubeen2679 ปีที่แล้ว +7

    Very good, অনুস্থান বহুত সুন্দৰ হৈছে, " ৰেডিঅ' " সুন্দৰ মাধ্যম টো আজি প্ৰায় নোহোৱা হৈ গ'ল। ভিডিঅত দেখি মনত পৰিছে । এই চেনেলত তাহানিৰ গীতবোৰ যেন শুনিবলৈ পাম । Thanks very much.

  • @amitabhsharma7360
    @amitabhsharma7360 ปีที่แล้ว +22

    সেই মধুৰ দিনবোৰ লৈ মনত পৰি গল।

  • @ndskitchennvlogs3165
    @ndskitchennvlogs3165 ปีที่แล้ว +12

    বাঃ বঢ়িয়া, মন ভৰি গ'ল, সচাকৈয়ে বহুত ভাল লাগিল। তাহানিৰ সেই দিনবোৰলৈ উটি ভাহি গ'ল মনটো কব নোৱাৰাকৈয়ে।
    আপোনাসবক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো ইমান সুন্দৰ উপহাৰৰ বাবে। আগলৈ অপেক্ষা কৰিলো। 👌❤️🌹

    • @prafullabhuyan8798
      @prafullabhuyan8798 ปีที่แล้ว +1

      Oh what beautiful songs I feel very happy l wish bright future of Kalpataru

    • @monowarabegame9306
      @monowarabegame9306 ปีที่แล้ว

      These are nice songs

  • @gunaramdas131
    @gunaramdas131 ปีที่แล้ว +23

    সচা কৈ বহুত ভাল লাগে! কিজে মধু
    অলং কৰন প্ৰাণ বৰ্ষা গীত! শুনি থাকিবলৈ মন জাই।

    • @Dipendu-d6j
      @Dipendu-d6j 8 หลายเดือนก่อน

      Every sunday want to hear the kolpotaru

  • @moniramdas4569
    @moniramdas4569 ปีที่แล้ว +5

    Sarute anatar ba radiot kalpataro anusthantot assamiya aie suwala geetbor sunisilo,bahut bhal lage aie geetbor Soni .

  • @anjumoniphukan12
    @anjumoniphukan12 ปีที่แล้ว +10

    পুৃৰণা গীতবোৰ প্ৰায়ে চিৰসেউজ l বহুত ভাল লাগিল l❤❤

  • @hemantaranjankagyung9782
    @hemantaranjankagyung9782 ปีที่แล้ว +9

    বৰ সুন্দৰ। মোৰ অতিকৈ প্ৰিয়।

  • @dipalisaharia7296
    @dipalisaharia7296 ปีที่แล้ว +7

    সুমধুৰ গীত সমূহ শুনিবলৈ পাই সুখী হৈছোঁ । ' শকুন্তলা আৰু শংকৰ যোচেফ আলি ' বোলছবিৰ দীপেন বৰুৱাৰ কণ্ঠত ' যায় শকুন্তলা পতি গৃহে যায়,,,,, গীতটি শুনিবলৈ পালে সুখী হ'ম ।

  • @tilakkalita9523
    @tilakkalita9523 3 หลายเดือนก่อน +4

    সময়ে সেই পুৰনি গানবোৰ হেৰাই পেলালেও আমাৰ বুকুত আজিও সজিব হৈ আছে।

  • @nabamallika23
    @nabamallika23 ปีที่แล้ว +7

    অতীত সোঁৱৰণীয়ে মনটো জীপাল কৰি তুলিলে🙏

  • @dharitriroy1525
    @dharitriroy1525 ปีที่แล้ว +24

    মোৰ মায়ে শুনি বৰ ভাল পালে। তেওঁৰ পুৰণি দিনলৈ বৰকৈ মনত পৰি গৈছিল। আপোনালোকে খুব ধুনীয়া প্ৰচেষ্টা আগবঢ়াইছে। আকৌ পৰবৰ্তী খণ্ডবোৰ দি থাকিব বুলি আশা কৰিলো ❤

  • @bhupendeka290
    @bhupendeka290 ปีที่แล้ว +6

    আকৌ মন যায় সেই দিনবোৰ ঘূৰাই পাবলৈ।মনত কৰকছোন সেই বিদ্যাৰ্থীৰ অনুষ্ঠান আৰম্ভনিৰ মধুৰ মিউজিকটো।আৰু ৰাতিপুৱাৰ চিত্ৰ গীত আৰম্ভ হল মানেই স্কুল যাবৰ হলেই।আৰু যে কত সোণালী শৈশৱৰ সপোন জৰিত হৈ আছে আমাৰ এই আকাশ বাণীৰ সৈতে।

    • @ashishchakrabortty3395
      @ashishchakrabortty3395 ปีที่แล้ว

      Aai samastha ganbur 0rtha Purna gan katiao madokota Kom hoi nejai ,Hale Jale oi.gantu sunar loge loge 20 years age t ghuri oha jen lage really this moment I listening that song I just dream appology

  • @parameswardas-sk2uq
    @parameswardas-sk2uq ปีที่แล้ว +6

    কি সুন্দৰ। মন কিবা ভাল লাগি গল। সৰুৰে black/white TVত চাইছিলো এইখন চিনেমা। বহুত বহুত ধন্যবাদ গীতটি শুনোৱা বাবে।

  • @jyotshnarani799
    @jyotshnarani799 ปีที่แล้ว +22

    বহুত ভাল লাগি গল মনটো ৷যেন তাহানিৰ দিনৰ সময়টোক বান্ধী ৰাখিম ❤❤❤❤❤❤❤আগলৈ পুৰনি গীতবোৰ উদ্ধাৰ কৰি জনসমাজত প্ৰচাৰ কৰে যেন ৷

    • @balindranathbardalai4930
      @balindranathbardalai4930 ปีที่แล้ว +1

      বৰ ভাল লাগিল। মনটো পুৰণি দিনলৈ উৰা মাৰিলে।

    • @gajendraswargiary
      @gajendraswargiary ปีที่แล้ว

      I love

  • @anjanagogoibordoloi9500
    @anjanagogoibordoloi9500 10 หลายเดือนก่อน +8

    অতি সুন্দৰ অনুস্থান বহুত ভাল লাগিল

  • @jyotimonisaikia1195
    @jyotimonisaikia1195 ปีที่แล้ว +10

    কিমান যে সুন্দৰ সুন্দৰ গীত এইবোৰ...

  • @mrpareshmedhi730
    @mrpareshmedhi730 ปีที่แล้ว +2

    শেষৰ গৰাকী কণ্ঠ শিল্পীৰ নামটো কিয় নকলে ?
    মানে নীলিমা খাতুনৰ ?
    আগলৈ শিল্পীৰ নাম কবলৈ নাপাহৰিব।

  • @Chayanikasarma-k9g
    @Chayanikasarma-k9g 11 หลายเดือนก่อน +6

    বৰ ভাল লাগিল সৰুতে শুনিছিলো,শৈশৱ দিন বোৰ মনত পৰিল বহুতো

  • @joydevbaishya1991
    @joydevbaishya1991 11 หลายเดือนก่อน +5

    গানবোৰ শুনি মনটো নষ্টালজিক হৈ পৰিল।

  • @tilutomachetia4042
    @tilutomachetia4042 10 หลายเดือนก่อน +4

    Sundor puroni gite bur bor bhal lage

  • @DigambarNath-g5r
    @DigambarNath-g5r 8 หลายเดือนก่อน +5

    কল্পতৰু অনুষ্ঠান শূনি ভাল লাগে।

  • @anitaborgohain50
    @anitaborgohain50 4 หลายเดือนก่อน +4

    বহুত ভাল লাগিছে।জীয়াই ৰাখিব পুৰণা গানবোৰ

  • @Random-bc4qx
    @Random-bc4qx 5 หลายเดือนก่อน +4

    Apunalukoloi bohut morom❤

  • @RaniRaja-bs1rc
    @RaniRaja-bs1rc ปีที่แล้ว +5

    Purana gan collection bahut hundar bhal lagise 👌👌

  • @antieditz92
    @antieditz92 ปีที่แล้ว +1

    মন টো আকৌ আগৰ দিনলৈ গুছি গল

  • @horeshdutta9539
    @horeshdutta9539 7 หลายเดือนก่อน +3

    Old is gold বুলি এনেয়ে নকয় । এই চিৰ সেউজ গীত বোৰ সঁচাই মন পৰশা । সদায়েই শুনি থাকিব পাৰি । খুউব ভাল লাগিল ।

  • @ranubarman857
    @ranubarman857 ปีที่แล้ว +15

    কিমান যে সুন্দৰ সুন্দৰ গীত এইবোৰ শুনিলে শুনি থাকিবৰ যন যাই ।

  • @gajendraswargiary
    @gajendraswargiary ปีที่แล้ว +7

    I am love old songs of Assamese

  • @mondiragogoi3345
    @mondiragogoi3345 ปีที่แล้ว +7

    বহুত ভাল লাগিল। অতি সুন্দৰ এই বিলাক গান।

  • @angshubharali946
    @angshubharali946 ปีที่แล้ว +7

    বিনা ইণ্টাৰনেটৰ দিনবোৰ বহুত সুখৰ আছিলে। 😢😢

  • @niranjandas2602
    @niranjandas2602 ปีที่แล้ว +2

    DekaKalor Geet Kalporu Shuni Bhal Lagil

  • @hareswarsarma7212
    @hareswarsarma7212 9 หลายเดือนก่อน +9

    কল্প তৰু অনুষ্ঠানৰ গীতবোৰ শুনি সচাকৈ বৰ ভাল পালো।

  • @jaichakraborty1179
    @jaichakraborty1179 ปีที่แล้ว +2

    Nostalgia geet bor ..deutai bojuwa radio ot xunisilu.aaji aakou Jen lorali ghurai puwa Jen lagil❤❤❤❤

  • @anjanabania5496
    @anjanabania5496 ปีที่แล้ว +31

    বহুত ভাল লাগিল । আগতে কল্পতৰু শুনিবলৈ বহুত ৰৈ আছিলোঁ ।আজি সেই পুৰণা গীত শুনি সেই দিনবোৰ লৈ মনত পৰিল । সুন্দৰ সেই পুৰণি গীত বো ৰ । ধন্যবাদ 🙏

    • @momatajbegom4512
      @momatajbegom4512 ปีที่แล้ว

      Q

    • @SushilRay-fk5ps
      @SushilRay-fk5ps 10 หลายเดือนก่อน +3

      গান বোৰ শুনি কিশোৰ জীৱন লৈ বৰ কৈ মনত পৰিল অ।

    • @SiboGogoi-jz6id
      @SiboGogoi-jz6id 8 หลายเดือนก่อน

      @@SushilRay-fk5ps siba gogoi thankfl

  • @anjalisharm7307
    @anjalisharm7307 ปีที่แล้ว +8

    Thanks for your approach to give us an opportunity to listen these melodious songs of 70s and 80s

  • @madhabdas3039
    @madhabdas3039 ปีที่แล้ว +18

    চিৰসেউজ গীতবোৰ মোৰ সদায়েই প্ৰিয় ❤❤❤❤❤

  • @devimedhi629
    @devimedhi629 11 หลายเดือนก่อน +3

    আগতে কল্পতৰু দিয়া সময় খিনিলৈ বৰ আগ্ৰহেৰে বাট চাই আছিলোঁ।আজি সেই পুৰণি দিনবোৰলৈ মনত পেলাই দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ ।

    • @SushilRay-fk5ps
      @SushilRay-fk5ps 10 หลายเดือนก่อน +1

      হায় সেই দিন বোৰ ! বহুত ভাল লাগিল।

  • @dhananjaydebnath9195
    @dhananjaydebnath9195 11 หลายเดือนก่อน +3

    Where has gone those golden days...

  • @baneswarnath4999
    @baneswarnath4999 11 หลายเดือนก่อน +3

    মই কলপতৰো অনুস্থান অথাত পুৰণি গীত সমুহ মোৰ প্ৰিয় শুনি বৰ ভাল লাগিল
    শ্রীদীপককুমাৰনাথ

  • @parsunirola6860
    @parsunirola6860 ปีที่แล้ว +6

    বহুত ভাল লাগিল শৈশৱত চিত্ৰ গীত অনুষ্ঠানত শুনা গীত বোৰ শুনি । প্রজোজক মহোদয়লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ।

  • @98647mahanta
    @98647mahanta ปีที่แล้ว +4

    কেতিয়াবা নিজক চিকুটি চাওঁ যে মই জীয়াই আছোনে? কিন্তু এই গান কেইটা শুনি আজি চিকুটিবৰ দৰকাৰ নহল। ভৰিৰ পৰা মুৰলৈকে এটা শিহৰণ অনুভৱ কৰিলোঁ।
    আজিকালি গান বোৰত melody ৰ অভাৱ।

  • @pankaj88440
    @pankaj88440 หลายเดือนก่อน +1

    মন মোহা অনুষ্ঠান মোৰ 'কল্পতৰু' ! পোষ্টকাৰ্ডৰ পিঠিত গান শুনোৱাৰ অনুৰোধ ৰাখি লিখা দিনবোৰে আমনি কৰে বাৰেপ্ৰতি ।।

  • @sumiduwarah
    @sumiduwarah ปีที่แล้ว +5

    Old is gold thanks kolpotoru program

  • @jadavkonwar3531
    @jadavkonwar3531 5 หลายเดือนก่อน +1

    আজিৰ পৰা তিনি কুৰি বছৰ আগলৈ উৰি গৈছিলো । অনুষ্ঠান ভিতৰত কল্পতৰু অনুষ্ঠান ভাগীৰ সময়ত ভাত পানীও এৰিছিলো !

  • @sabitakalita7065
    @sabitakalita7065 ปีที่แล้ว +13

    কল্পতৰু অনুষ্ঠান টি এনেদৰে প্ৰচাৰ হৈ থাকক। তেতিয়াহে আমি সুন্দৰ সুন্দৰ গীতবোৰ উপভোগ কৰিব পাৰিম। 🙏🏻🙏🏻🙏🏻❤️🙏🏻🙏🏻

  • @AkbarAli-qb1oz
    @AkbarAli-qb1oz ปีที่แล้ว +3

    Ai bor gan hunibar babe duparia radio toa bukat tuliloi huichilo ,tq

  • @anukshadeka9424
    @anukshadeka9424 ปีที่แล้ว +4

    ❤bht dhuniya geet kaiti xuni

  • @Top1video766
    @Top1video766 3 หลายเดือนก่อน +1

    মই নৱম শ্ৰেণী ৰ ছাত্ৰ ,গান শুনি ভাল পুৰণি গীতবোৰ গীতবোৰ বৰকৈ মোক অপ্লুপ্ত কৰিছে। এই গীতবোৰ শুনিবলৈ নোপোৱাই,কিন্তু এই অনুষ্ঠানৰ লগত জড়িত হোৱাৰ পৰা আন গীতবোৰ শুনিবলৈ মনেই নোযোৱা হল। গীতবোৰে মোৰ ককা ৰ দিনলৈ মনত পেলাই দিলে,অশেষ ধন্যবাদ আপোনালোকক

  • @binubhuyan8304
    @binubhuyan8304 ปีที่แล้ว +9

    পুৰণি গীতৰ অনুষ্ঠান টি শুনি বৰ ভাল লাগিল। পুনৰ শুনিম বুলি আশা কৰিলোঁ ❤

  • @nabingogoi3179
    @nabingogoi3179 ปีที่แล้ว +1

    youtube ত গান লগাই ভাত ৰান্ধি আছিলো। হঠাতে কেইটা মান গান repeat হোৱাত কি হৈছে বুলি চাওঁতে দেখিলো স্ক্ৰীনত ৰেডিঅ এটা ! লগত, কোণত times guwahati. স্বয়ংক্ৰিয় ভাবে মই ভাল পোৱা গান বোৰ বাজি গৈছে । God gift বুলি ধৰি ললো । Many thanks TIMES GUWAHATI.

  • @jibanilahari2877
    @jibanilahari2877 ปีที่แล้ว +4

    বিৰাট ভাল লাগিছে পুৰনি গীতশুনিব সাইমনত শান্তি লাগিছে❤❤❤❤

  • @barnalikalita8530
    @barnalikalita8530 11 หลายเดือนก่อน +2

    গান শুনিব পৰা হোৱাৰে পৰা ৰেডিয়ত এইবোৰ গান, এইবোৰ অনুষ্ঠান শুনি শুনি ডাঙৰ হলো ,ৰাতি এইবোৰ অনুষ্ঠান শুনি টোপনি যাও। সেই দিনবোৰ নষ্টালজিক হৈ পৰিল। মোৰ মায়ে বৰ আমোদ পালে। ধন্যবাদ আপোনালোকে। 🙏🙏😍😍😍😍☺️☺️

  • @badanchutia8428
    @badanchutia8428 ปีที่แล้ว +5

    পোলক।বেনজি।হুনিবলৈ।মনজাই

    • @uttamraj4141
      @uttamraj4141 ปีที่แล้ว

      Tathapio tekhete likhise bhaal lagise

    • @badanchutia8428
      @badanchutia8428 11 หลายเดือนก่อน

      পুৰনি।গিতহুনি।বহুত।।ভাললাগে।ধন্যবাদ

  • @ajijurrahman7145
    @ajijurrahman7145 4 หลายเดือนก่อน +2

    অতি সুন্দৰ এইবিলাক গীত সুনিলে দেহ মন জুৰ পৰি যায়। এনেকুৱা গীত সদায়য়ে শুনিবলৈ পাম বুলি আশা ৰাখিলো ধন্যবাদ।

  • @nababharatisaikia1843
    @nababharatisaikia1843 ปีที่แล้ว +29

    বৰ ভাল লাগিছে। সৰুতে শুনিছিলো, শৈশৱ ৰ দিনবোৰলৈ মনত পৰি গ'ল।

  • @rajibnewvlog12
    @rajibnewvlog12 ปีที่แล้ว +1

    Dipen Baruah debk kisor Kumar lgt tulana koribo pari❤❤❤

  • @sunandanath5635
    @sunandanath5635 ปีที่แล้ว +6

    😀😀⚘️⚘️✌🏻✌🏻✌🏻for ancient songs , feeling heart heartedly.

  • @Destiny-x1999
    @Destiny-x1999 11 หลายเดือนก่อน +13

    এইবোৰ গানে যৌৱনৰ যি হেন্দুলনিৰ সৃষ্টি কৰিছিল তাৰ ফলাফলতেই আমাৰ জন্ম এই পৃথিৱীত । Thank you

    • @pranamigogoi6422
      @pranamigogoi6422 10 หลายเดือนก่อน

      , Zee azttfws

    • @dhrubaindependent2321
      @dhrubaindependent2321 9 หลายเดือนก่อน +1

      সাংঘাটিক কথা ক'লে। মন চুই গ'ল।

  • @deepdeka2853
    @deepdeka2853 ปีที่แล้ว +3

    Agalai aru akha thakile... bhut vl lgile xuni

  • @surjakantapathak877
    @surjakantapathak877 9 หลายเดือนก่อน +2

    এইবোৰ গীত শুনি বহুত নষ্টালজিক হৈ যাও, বহুত ভাল আছিল এৰি অহা দিনবোৰ❤❤❤

  • @SunuBhuyan-e2e
    @SunuBhuyan-e2e 11 หลายเดือนก่อน +3

    Bohut val lagil

  • @cgoswami2265
    @cgoswami2265 3 หลายเดือนก่อน +2

    বহুত ভাল লাগিছে। পুৰণি দিনবোৰ লৈ মনত পেলাইছে।

  • @DhaniSarma-z8j
    @DhaniSarma-z8j ปีที่แล้ว +5

    সচাই ইমান ভাল লাগিছে ।

  • @yogajinikalita4754
    @yogajinikalita4754 11 หลายเดือนก่อน +5

    মন ভৰাই তোলা গীত বোৰ বাৰে বাৰে শুনি থাকিবৰ মন।

    • @JLI321
      @JLI321 11 หลายเดือนก่อน

      Hosai aji kali hihu hote Aya hune janu !❤❤❤❤

  • @Aparna-p8g
    @Aparna-p8g ปีที่แล้ว +10

    কালজয়ী গীতসমূহ শুনিবলৈ পাই আপ্লুত হলোঁ। ধন্যবাদ।

  • @JUMON488
    @JUMON488 8 หลายเดือนก่อน +2

    Puroni Assamese song bur huni bor bhal lagise,sadai huni thakiboloi pam buli aaxa korilu.👍👍👌👌♥️♥️

  • @nomitadutta9340
    @nomitadutta9340 ปีที่แล้ว +4

    আগৰ সেই দিন বোৰৰ লৈ মনত পৰি গল কেতিয়াবা অকলে থকিলে শুনি ভাল লাগে ।

  • @sonowalkai5526
    @sonowalkai5526 12 วันที่ผ่านมา +1

    Nostalgic anubhob korai dile❤

  • @monojhaloi4317
    @monojhaloi4317 ปีที่แล้ว +6

    পুণৰ আগৰ দিন বোৰলৈ ওভতি যোৱা যেন লাগিল❤❤❤

    • @JLI321
      @JLI321 11 หลายเดือนก่อน

      Akdom

  • @RajuStudy-mv1rp
    @RajuStudy-mv1rp 3 วันที่ผ่านมา +1

    বহুত বহুত ধন্যবাদ। মন সতেজ হৈ পৰিল।

  • @binita631
    @binita631 ปีที่แล้ว +9

    সঁচাই আগৰ গান বিলাক বহুত ভাল লাগে ❤❤

  • @rumakatoky8806
    @rumakatoky8806 ปีที่แล้ว +1

    Dr.Bezbarua r gaan kita original nohoi remix dekhun.

  • @soilensorma1452
    @soilensorma1452 ปีที่แล้ว +5

    Old Song Nostalgic Fantastic ❤❤❤

  • @lalitpegu7518
    @lalitpegu7518 ปีที่แล้ว +11

    বহুত ভাল লাগিল। কল্পতৰু অনুষ্ঠান খন সামাজিক মাধ্যমেৰে শুনিবলৈ পাই নথৈ আনন্দিত। ভবিষ্যতে শুনিবলৈ পাম বুলি আশা কৰিলো। ধন্যবাদ।

  • @deepakkumardas6892
    @deepakkumardas6892 ปีที่แล้ว +4

    Excellent step.
    Many Many thanks

  • @LobonMedgi
    @LobonMedgi ปีที่แล้ว +2

    এনে কু ৱা গীত আঁৰু সনিবল।পাম আশা কৰিলোঁ

  • @20pranjaldutta99
    @20pranjaldutta99 ปีที่แล้ว +3

    All the songs uploaded here are beautiful.. But you will have to include those songs of Chameli Memsaab and films like Khoj, Aparupa , Mon Projapati.

  • @SwapanMarak-r7e
    @SwapanMarak-r7e 5 หลายเดือนก่อน +2

    Old is gold go ahead next kalpatru

  • @r.hazarika9231
    @r.hazarika9231 ปีที่แล้ว +3

    পুৰণি গীত বোৰ সদায়েই প্ৰিয় কাৰণ সেই সময়ৰ গীত সমূহ আমি ৰেডিঅ'ত খুবেই শুনি শুনি আমাৰ সৰুতে মুখস্থ হৈছিল। আজিও সেয়েহে পাহৰা নাই। পুনৰ শুনিবলৈ পোৱাৰ বাবে সহৃদয়তাৰে অশেষ ধন্যবাদ জনালোঁ ❤

    • @98647mahanta
      @98647mahanta ปีที่แล้ว +1

      শুনি থকাৰ বাবে নহয়। গান বোৰত melody আছিল বাৱে বাৰে বাৰে শুনিছিলো আমি। শিহৰিত হৈছিলোঁ।

    • @ratnakalita3020
      @ratnakalita3020 ปีที่แล้ว

      বহুত ভাল লাগিছে

  • @binaynath1248
    @binaynath1248 4 หลายเดือนก่อน +2

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো

  • @Nupur5667
    @Nupur5667 ปีที่แล้ว +3

    ভাল লাগিল