কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old Assamese song || Part4

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ม.ค. 2025

ความคิดเห็น • 259

  • @harensarmah5159
    @harensarmah5159 4 หลายเดือนก่อน +43

    নমস্কাৰ,, বহুত দিনৰ পিছত কপ্লতৰু শুনি বৰ ভাল লাগিল।আয়োজক সকললৈ ধন্যবাদ থাকিল ।পুনৰ শুনিবলৈ পায় বুলি আশা থাকিল।

    • @TimesGuwahati
      @TimesGuwahati  3 หลายเดือนก่อน +3

      Dhanyabad

    • @lakshyabaruah1991
      @lakshyabaruah1991 หลายเดือนก่อน


      ডট
      ়ট়
      ৭ত়য়ৎটৎূ😊দটতীীটৎৎ.ৎ়ড

  • @AchyutBaishya-e5r
    @AchyutBaishya-e5r 12 วันที่ผ่านมา +1

    বহুত ভাল লাগে

  • @karabiurang9763
    @karabiurang9763 4 หลายเดือนก่อน +6

    আজি বহুত বছৰ পিছত এই পুৰনি গীতবোৰ শুনিছোঁ কিমান ভাল লাগিছে বুজাবলৈ ভাষা বিছাৰি পোৱা নাই এই সোনালী গীতবোৰ পুনৰ ৰাইজৰ মাজলৈ লৈ অহা বাবে বহুত বহুত ধন্যবাদ।

  • @TapanSaikia-i8w
    @TapanSaikia-i8w หลายเดือนก่อน +3

    সুন্দৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিলো।

  • @panchamborah6298
    @panchamborah6298 7 หลายเดือนก่อน +3

    সুন্দৰৰ আৰাধনা জীৱনৰ খেলা 🎉

  • @jogengogoi336
    @jogengogoi336 5 หลายเดือนก่อน +3

    সুন্দৰ প্ৰদক্ষেপ।মই বিশেষ ভাবে উপকৃত হৈছো

  • @swapnasarma6034
    @swapnasarma6034 5 หลายเดือนก่อน +3

    খুউব ধুনীয়া পুৰণি গীত।শিল্পী গৰাকীলৈ অভিনন্দন জনালো

  • @kushalchetia2670
    @kushalchetia2670 5 หลายเดือนก่อน +2

    সুন্দৰ পদক্ষে । ভাল লাগিছে

  • @TNath-c8m
    @TNath-c8m 22 วันที่ผ่านมา +2

    Bor sundar anusthan .
    Dhanyavad aayojok sokaloloi.

  • @harmohanbarman6850
    @harmohanbarman6850 6 หลายเดือนก่อน +6

    এনেকুৱা পুৰণি চিৰসেউজ গীতসমূহ সঁচাকৈয়ে ভাল লাগে

  • @nabajitdas1364
    @nabajitdas1364 18 วันที่ผ่านมา +1

    Old is gold- we go through our real, natural world through you

  • @samsulzamanhazarika3278
    @samsulzamanhazarika3278 7 หลายเดือนก่อน +4

    কি যে সুন্দৰ সুৰ কথা কণ্ঠ বহুত ধুনীয়া এতিয়া এনেবোৰ গান শুনিবলৈ নাই

  • @NabinKachari
    @NabinKachari 5 หลายเดือนก่อน +2

    পুৰণি গীতৰ সুৰ মজাই বেলেগ। মন জুৰ পৰি যায়। ❤❤🎉

  • @nibeditabarman-mj6ej
    @nibeditabarman-mj6ej 13 วันที่ผ่านมา +1

    Old is gold. Bohut val lagile geet bor xuni. Dukanot bohi bohi xuni aso.

  • @manmohansingh6090
    @manmohansingh6090 3 หลายเดือนก่อน +2

    Bohud vL lagil

  • @RinjuSarmah
    @RinjuSarmah 5 หลายเดือนก่อน +3

    বৰ ভাল লাগে পুৰনা গীতবোৰ শুনি

  • @nipendas4386
    @nipendas4386 7 หลายเดือนก่อน +3

    বহু বহু ধন্যবাদ আৰু আগলৈ দিব । কালজই গিত

  • @riturabha943
    @riturabha943 6 หลายเดือนก่อน +12

    তাহানিৰ শৈশৱৰ সময়বোৰ লৈ যেন উভতি গলো! ..... স্কুললৈ ওলোৱাৰ আগমূহুৰ্তত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত বজোৱা(৯.৪৫) সুন্দৰ গীতবোৰ শুনি ভাল পাইছিলোঁ।.... আগলৈও এনেকুৱা সুন্দৰ গীতবোৰ শুনিবলৈ পাম বুলি আশা কৰিলোঁ।

  • @rupaneog5513
    @rupaneog5513 5 หลายเดือนก่อน +2

    সচাই বহুত ভাল লাগিল।

  • @kamalsaikia8601
    @kamalsaikia8601 5 หลายเดือนก่อน +2

    ইমান সুন্দৰ, ইমান ধুনীয়া এই কালজয়ী গীত বোৰ। যিমান শুনিলেও হেঁপাহ নপলায়। এই গীত বোৰশুনিলে আজিৰ দিনৰ এজন গায়কলৈ ঘীন লাগে।

  • @pabitrakonwar3974
    @pabitrakonwar3974 5 หลายเดือนก่อน +2

    Bohut bhal lagil muninda ai geet ti huni.

  • @debojanimoran2122
    @debojanimoran2122 5 หลายเดือนก่อน +3

    আগতে কল্পতৰু অনুষ্ঠালৈ হেপাহেৰে অপেক্ষা কৰি থাকো গান শুনিবলৈ 🙏🙏
    ভাল লাগিছে 🙏🙏

  • @doleyisha699
    @doleyisha699 4 หลายเดือนก่อน +2

    ধুনীয়া" হৈছে! এনেকৈ পূৰণা ''''''''' ?

  • @mohankalitambrs8642
    @mohankalitambrs8642 หลายเดือนก่อน

    Bohut Bohut val lagil . Dhanyawad

  • @rewatiraman7532
    @rewatiraman7532 หลายเดือนก่อน +1

    খুব সুন্দৰ। পুৰণি দিনলৈ মনত পৰিল। আজি হেঙুল থিয়েটাৰৰ বাকৰিত কল্পতৰু শুনি আছোঁ ওদালগুৰিৰ পৰা। শুভেচ্ছা জনালোঁ

  • @pulindutta4149
    @pulindutta4149 5 หลายเดือนก่อน +2

    পুৰণি দিনৰ কল্পতৰু অনুস্থানৰ গীত শুনি আনন্দিত হলো। মনৰ ভাব প্ৰকাশ কৰিবলৈ যেন ভাষা নাই।

  • @NabaKumar-p1e
    @NabaKumar-p1e 5 หลายเดือนก่อน +2

    সচাই এইবোৰ গীত সুনিলে শৈশৱৰ দিন বোৰলৈ বৰকৈ মনত পৰে ৷

  • @basantidas8161
    @basantidas8161 5 หลายเดือนก่อน +3

    পুৰণি গানবোৰ শুনিলে মন জুৰ পৰি যায়। ইমান ভাল লাগে ❤

  • @ManjitHazarika-zz1lq
    @ManjitHazarika-zz1lq 4 หลายเดือนก่อน +2

    Bohut xundor vl lagil apunar kothabur aru gitbur xuni tq

  • @PranjalBorah-g5d
    @PranjalBorah-g5d 5 หลายเดือนก่อน +2

    ৰেডিঅত প্ৰতিদিনে শুনা মোৰ প্ৰিয় অনুষ্ঠানটো আছিল কল্পতৰু ৷ এতিয়া ইয়াত ইমান সুন্দৰ সুন্দৰ মন চুই যোৱা গীতবোৰ শুনি মনটো আনন্দৰে ভৰি পৰে ৷ মনৰ দুখ অশান্তি নাইকিয়া কৰাৰ ঔষধ কল্পতৰু ৷

  • @Binapani-l9t
    @Binapani-l9t 2 วันที่ผ่านมา

    BahutvallagilSadayesuniTakimThanks❤❤🎉🎉

  • @AffectionateBambooForest-jd4hp
    @AffectionateBambooForest-jd4hp 4 หลายเดือนก่อน +4

    All the best

  • @mrinalmedhi8346
    @mrinalmedhi8346 7 หลายเดือนก่อน +3

    বৰ সুন্দৰ , আগলৈ এনেদৰে শুনিবলৈ পায় বুলি আশা কৰিলো আৰু কল্পতৰু অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিলো 🙏

  • @TilakGogoi-ff2xn
    @TilakGogoi-ff2xn 6 หลายเดือนก่อน +2

    সুন্দৰ পুৰণি দিন বোৰ পুনৰ ঘুৰি অহাযেন লাগিছে । বহুত বহুত ধন্যবাদ । 🙏🙏

  • @sirudas-e9o
    @sirudas-e9o 6 หลายเดือนก่อน +2

    পুৰণি দিনবোৰলৈ মনত পৰি গ'ল। কল্পতৰু অনুষ্ঠানটি বহুত ভাল লাগিছিল । এতিয়াও পুৰণি গানবোৰ শুনি বহুত ভাল লাগে ।

  • @KularamBori
    @KularamBori 2 หลายเดือนก่อน +1

    Bar hundr lagise bhut bhut d

  • @ajitgogoi2860
    @ajitgogoi2860 2 หลายเดือนก่อน +3

    সচাকৈ আজি বহু বছৰ পিছত কল্প তৰুণ অনুষ্ঠান টিৰ জৰীয়তে পুৰণি গীত সমূহ শুনি বৰ আনন্দিত হলো । এইদৰে আগলৈকে যেন আৰু ধুনীয়া ধুনীয়া পুৰণি গীত। শুনি বলে পাম তাৰ আশা ৰে কল্প তৰু অনুষ্ঠান পিছলৈ অশেষ ধন্যবাদ থাকিল ।

    • @TimesGuwahati
      @TimesGuwahati  2 หลายเดือนก่อน

      ধন্যবাদ

    • @Jonomotwithanju
      @Jonomotwithanju หลายเดือนก่อน

      @@ajitgogoi2860 ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @TridipDas-i8e
    @TridipDas-i8e 5 หลายเดือนก่อน +2

    Bohut val lage khuni

  • @rumidas4087
    @rumidas4087 5 หลายเดือนก่อน +2

    পুৰণি গীতবোৰ শুনি বহুত ভাল লাগে আধুনিক গীত৷বাতৰি কল্পতৰু অনুস্হান৷ নাটক৷ প্ৰায়বিলাক অনুস্হান শুনি বহুত ভাল লাগিছিল৷

  • @_anne_4610
    @_anne_4610 6 หลายเดือนก่อน +2

    বৰ সুন্দৰ
    শৈশৱ, কৈশোৰ সকলোঁ পাৰ কৰিছিলোঁ এই কালজয়ী গানবোৰ শুনি

  • @NirmaliSaikia-do6wf
    @NirmaliSaikia-do6wf 6 หลายเดือนก่อน +1

    বৰ সুন্দৰ প্ৰচেষ্টা

  • @juntihazarika7144
    @juntihazarika7144 24 วันที่ผ่านมา

    বৰ ভাল লাগিল ❤

  • @RanjuMoniSaikia-qm6dk
    @RanjuMoniSaikia-qm6dk 7 หลายเดือนก่อน +9

    বহুত বহুত ভাল লাগিছে আশা কৰো পিছলৈ আৰু হুনাব বুলি

  • @DipakDas-ui4qg
    @DipakDas-ui4qg 7 หลายเดือนก่อน +2

    বহুত ভাল লাগে , মায় জয়ণট হাজৰিকা আৰু 17:02 দিপালী বৰঠাকুৰ, প্ৰতিমাপানেদৰ গান বিলাক ৰেডিওত শুনিবলৈ কৈছিল, আৰু গীত গাবলৈ শিকাৰ লগতে গীত গাবলৈয়ো পেৰণা দিছিল।

  • @mukutbaishya8315
    @mukutbaishya8315 5 หลายเดือนก่อน +3

    Bahut val lagil. Sarur para mor ai anusthan bar priya aasil.

  • @milankumarhazarika725
    @milankumarhazarika725 6 หลายเดือนก่อน +3

    Lorali dinbur akou ebar sajib kori tulile ei sumadhur geetbure. Apunar prosesthak bahu dhanyawad 🙏

  • @montudutta7017
    @montudutta7017 7 หลายเดือนก่อน +2

    বৰ সুন্দৰ অনুষ্ঠান পৰিবেশন কৰিছে আপোনালোকে 🙏 এই অনুষ্ঠান গীত শুনি লৰালিৰ কাললৈ মনত পৰি যাই 👍 ধন্যবাদ 🙏🙏🙏🙏🙏🙏

  • @durgaacharjya1116
    @durgaacharjya1116 5 หลายเดือนก่อน +3

    BAHUTO BHAL LAGE PURANI GEET THANK YOU

  • @hirudas4771
    @hirudas4771 5 หลายเดือนก่อน +4

    সুন্দৰ পদক্ষেপ ৷৷ লৰালি কাললৈ মনত পৰি গল ৷৷৷ ৰেডিঅ মোৰ খুৱ প্ৰিয় আছিল ৷আজি আকৌ তেনেকুৱা দিন এটা আপোনাৰ জড়িতে ঘুৰাই পাই বহুত বহুত ভাল লাগিল ৷

  • @assamesegamer0-27
    @assamesegamer0-27 5 หลายเดือนก่อน +2

    Soru kalor geet ti huni vhal lagil!

  • @tarulatanath6903
    @tarulatanath6903 6 หลายเดือนก่อน +2

    Purani ganbur xuni bohut bhal lagil

  • @nabajyotichabukdhara846
    @nabajyotichabukdhara846 2 หลายเดือนก่อน +1

    Bht vll lagilee..puroni dinbur monot pori goisaa

  • @sisirkrdas4465
    @sisirkrdas4465 4 หลายเดือนก่อน +3

    মই জেন ৪০ দশকলৈ উভতি গৈছো সেই সনালী দিনতোলৈ বহুত ২ ❤ ভাল লাগিল 🙏

  • @GirishNath-pw1bd
    @GirishNath-pw1bd 2 หลายเดือนก่อน +1

    বহু দিনৰ মূৰত কল্পতৰু অনুষ্ঠান শুনি বহুতো ভাল লাগিল

  • @DipaThengal
    @DipaThengal หลายเดือนก่อน

    Bohut xukhi adiotu loi dhanoni pothar khon dakha paisu ai onusthanor joriyta ati xundor xunali din xokoluka dhoinybad jonalu

  • @SwapanMarak-r7e
    @SwapanMarak-r7e 3 หลายเดือนก่อน +1

    Old is gold many many thanks for
    You by radioactive

  • @RunuKalita-sl5ze
    @RunuKalita-sl5ze 7 หลายเดือนก่อน +2

    ,সূনি। বহুত। ভাল লাগিল। আগলৈএনেকূরা গান। শুনাবছোন

  • @birennath8618
    @birennath8618 6 หลายเดือนก่อน +3

    ১৯৬৭ চনত বহু কষ্ট কৰি এটা ৰেডিঅ কিনিছিলো এই গীতবোৰ শুনিবলৈ। দিনবোৰ মনত ভাহি উঠে।

  • @Bikash00007
    @Bikash00007 7 หลายเดือนก่อน +3

    😌😌😌😌 mon to bohut xanti pai puroni geet bur xuni

  • @ApurbaSaikia-e8e
    @ApurbaSaikia-e8e 5 หลายเดือนก่อน +2

    Bohut val lagil ❤❤❤❤😂

  • @suchandrachoudhury9607
    @suchandrachoudhury9607 5 หลายเดือนก่อน +2

    Ni ce

  • @naumandas
    @naumandas 6 หลายเดือนก่อน +2

    অতি সুমধুৰ এই গীত সমুহ হিয়াৰ এটা কোণত এতিয়াও সজীৱ হৈ আছে ।

  • @KabitaDas-d8g
    @KabitaDas-d8g 5 หลายเดือนก่อน +1

    অতি সুন্দৰ লাগিছে

  • @TepojayantaSonowal
    @TepojayantaSonowal 5 หลายเดือนก่อน +2

    মন কিয় উৰো উৰো কৰে। পাৰিলে এই গীতটো শুনাব চোন।

  • @santanasarma3158
    @santanasarma3158 7 หลายเดือนก่อน +1

    অতি সুন্দৰ পদক্ষেপ ।

  • @jyotsnachoudhury7920
    @jyotsnachoudhury7920 3 หลายเดือนก่อน +1

    গীত সমূহ শুনি বৰ ভাল লাগিল

  • @JoysingTeron-uu7xk
    @JoysingTeron-uu7xk 4 หลายเดือนก่อน +2

    Kolpotru anusthan mobilot pai juwar babe anusthantuk ahek dhonynobat jonalu.🙏🙏

  • @menakaborah2744
    @menakaborah2744 5 หลายเดือนก่อน +2

    বহুত ভাল লাগে কল্পতৰু অনুস্থান টি আগতে ৰেডিয় থাকোতে মই বহুত চাও

    • @pankaj88440
      @pankaj88440 5 หลายเดือนก่อน

      শুনো কওক ।

  • @jyotibahrg5554
    @jyotibahrg5554 หลายเดือนก่อน

    Nostajillk hoi golu de, এতিয়াৰ অসম বহুত বেলেগ

  • @ParamanandaPatgiri
    @ParamanandaPatgiri 4 หลายเดือนก่อน +2

    এনে ধৰণৰ পুৰণি গীতবোৰ শুনি সঁচাকৈয়ে নষ্টালজিক হৈ পৰো ।

  • @NilimadasDas-j5f
    @NilimadasDas-j5f 6 หลายเดือนก่อน +1

    This songis my fevaretsong

  • @upenkalita7103
    @upenkalita7103 5 หลายเดือนก่อน +2

    মোৰ সেই দিনবোৰলৈ মনত পেলাই মোক সচাকৈ আপলুত হৈ গলো

  • @prodyutborkotoky8531
    @prodyutborkotoky8531 2 หลายเดือนก่อน +2

    সকলো অসমবাসীয়ে গানবোৰ উপভোগ কৰি গীতিকাৰ, সুৰকাৰ আৰু গায়ক সকলো লৈকে শ্ৰদ্ধা মৰম জনোৱা উচিত।

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 7 หลายเดือนก่อน +1

    সুন্দৰ।

  • @nalinideka8804
    @nalinideka8804 6 หลายเดือนก่อน +3

    ❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @Panita-l2j
    @Panita-l2j 6 หลายเดือนก่อน +1

    ❤❤❤❤ Mojja

  • @prasantabori4434
    @prasantabori4434 6 หลายเดือนก่อน +2

    সচাঁ‌ বৰ ভাল লাগি গ'ল অ । এই গীতসমূহ শুনিলে ৰডিঅ' শুনাৰ দিনবোৰলৈ মনত পৰি যায়। স্কুল যোৱাৰ সময়, গাধুৰ সময় সন্ধিয়াৰ কিতাপ টেবুল এৰি ভাত খাবলৈ যোৱা .,..., ইত্যাদি সময়ৰ হিচাপ। আধুনিক অসমীয়া গীত, অসমীয়া বোলছবিৰ গীত, সৈন্যবাহিনীৰ অনুষ্ঠান , আঞ্চলিক বাতৰি , নাটক , উপন্যাস পাঠৰ অনুষ্ঠান ক্ৰমশঃ , আদি অনুষ্ঠানসমূহ নষ্টালজিক হৈ পৰোঁ।

  • @anjudadhora7839
    @anjudadhora7839 6 หลายเดือนก่อน +3

    Purani geet samuh bhut vaal lage. purani geetikar surkar sakal dhurba Tara hoi jug- jugantr babe jiliki thakibo.

  • @digenborha4987
    @digenborha4987 7 หลายเดือนก่อน +1

    সুন্দৰ

  • @subhashpayeng1665
    @subhashpayeng1665 หลายเดือนก่อน +1

    Re-collected past for a moment....feels very happy......

  • @ujwalabaishya5661
    @ujwalabaishya5661 4 หลายเดือนก่อน +2

    বহু বছৰ পিচুৱাই গলো । মনটো বৰ ভাল লাগি গল। মা দেউতাৰ লগত কটোৱা সময়লৈ মনত পৰি গল। মোৰ প্ৰিয়গীত

  • @SanjayBorkakoti
    @SanjayBorkakoti 5 หลายเดือนก่อน +2

    Bohut vAl lage ei geet bur

  • @mahmudulhassan4055
    @mahmudulhassan4055 6 หลายเดือนก่อน +1

    Bahut val lagil man tu

  • @EkumoniKoch
    @EkumoniKoch หลายเดือนก่อน

    সৰু কাললৈ মনত পেলাই দিলে।মনটো বৰ ভাল লাগি গ'ল।ধন্যবাদ🙏

  • @AbuMd-dh3rp
    @AbuMd-dh3rp 5 หลายเดือนก่อน +2

    Eman dhuniya asamia gitar hurbur deh man sui jai

  • @KumarDhirendraNarayanDev
    @KumarDhirendraNarayanDev 6 หลายเดือนก่อน +2

    ধন্যবাদ কল্পতৰু অনুষ্ঠানটো আকাশবানী গুৱাহাটীত ৰবিবাৰে ১২ বজাৰ পিছত আৰু বুধবাৰে নিশা ৮ বজাত হৈছিল ।

  • @nilakshibaishya1591
    @nilakshibaishya1591 28 วันที่ผ่านมา

    বহুত বেছি ভাল লাগিছে দেই ❤❤❤❤

  • @TimesGuwahati
    @TimesGuwahati  7 หลายเดือนก่อน +49

    *New episod* th-cam.com/video/raWyoeogedo/w-d-xo.html

    • @KshirendraRabha
      @KshirendraRabha 6 หลายเดือนก่อน +8

      @@TimesGuwahati Dhoino jonaiso

    • @sureshchandraray50
      @sureshchandraray50 4 หลายเดือนก่อน

      লগ্ট😊জজ্ঞ😊

  • @digantasaikia9242
    @digantasaikia9242 6 หลายเดือนก่อน

    ভাল লাগিল পুৰণি গীতৰ অতি জনপ্ৰিয়।

  • @juntidevi7877
    @juntidevi7877 7 หลายเดือนก่อน +1

    *Mojaaa*

  • @NilimaDevi-z2j
    @NilimaDevi-z2j 7 หลายเดือนก่อน +1

    Bahut Val lagil .

  • @nirlavdeka
    @nirlavdeka หลายเดือนก่อน +1

    গানবোৰ শুনি সঁচাই কিবা এটা ভাল লাগি গ'ল। যেন এপলকৰ বাবে মই উৰি গৈছিলো মোৰ শৈশৱৰ দিনবোৰলৈ... আপোনাৰ প্ৰচেষ্টা সঁচাকৈয়ে শলাগিবলগা... গুণমুগ্ধ হিচাপে কেৱল কথা এটাই কও যে আপোনাৰ শব্দবোৰৰ চয়নত মোৰ অকণমান আপত্তি আছে, যেনে আপুনি "পাত্তা নাপায়" বুলি কৈছে, তাৰ ঠাইত "ফেৰ মাৰিব নোৱাৰে" বা তেনেকুৱা কিবা কোৱা হ'লে আৰু বেছি আকৰ্ষণীয় হ'লহেতেন বুলি মোৰ মনে কয়। কিন্তু হ'লেও এইবোৰ সৰু-সুৰা ভুল-ক্ৰুতিবোৰ যেন মেলান পৰি ৰয় আপোনাৰ কণ্ঠৰ বাবে, আপোনাৰ মাতটো সঁচাকৈ বৰ শুৱলা। আশা কৰোঁ আপুনি এই প্ৰচেষ্টা যেন অব্যাহত ৰাখে।

  • @tridipborah1124
    @tridipborah1124 12 วันที่ผ่านมา +1

    Yes old is gold

  • @mondiramech899
    @mondiramech899 3 หลายเดือนก่อน +1

    অতি সুন্দৰ ইমান ভাল লাগিল।আগতে মই ৰেডিঅত শুনিছিলো।ইমান ভাল লাগে।

    • @TimesGuwahati
      @TimesGuwahati  3 หลายเดือนก่อน

      ধন্যবাদ 🙏🙏

  • @PoritushDutta
    @PoritushDutta 3 หลายเดือนก่อน +1

    Nice 💚

  • @runusaika4715
    @runusaika4715 6 หลายเดือนก่อน

    ,,,,, এই গীতবোৰ শুনিলে হিয়া মন জুৰি পৰি যায়

  • @HasenAli-km3zb
    @HasenAli-km3zb 6 หลายเดือนก่อน

    Radio ot niyomit xunisilo, Bohut bohut dannayabad gaan keita upload kora babe❤

  • @jogeswarhaloi3073
    @jogeswarhaloi3073 5 หลายเดือนก่อน +2

    কল্পতৰু অনুষ্ঠান পুনৰ অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ

  • @BhupenDeka-bt3cu
    @BhupenDeka-bt3cu หลายเดือนก่อน

    So very great and lovely song ❤❤❤

  • @dipak6758
    @dipak6758 2 หลายเดือนก่อน +1

    কল্প তৰু গীতবোৰ সছাকে অতি মনোৰম মই তেতিয়া সৰু মোৰ পিতাই এটা ৰেডিও আনিছিল আমি সকলে দিনৰ ১২\৩০ আৰু সন্ধিয়া কল্পতৰুৰ কাৰনে ৰেডিঅৰ কাষত বহি থাকো আৰু বহুত আনন্দ পাইছিলো