Ganbilak xuni bahut bhal lagil moi Baidewk bahut bhal pao moi o gan gao Baidewr ganbilak gao aru xunilo bahute Val pao moi abar Aonima Baidewk log paiso amar Patacharkuchi t
LollLooL lLlolL L oloollplllollloolllolllloloollplllollloolllolllll oloollplllollloolllolllll loo shana lovelolllopl only l00lone oll oo oo pain pata nahi kab tachalegakolllll0llollloloilllolollol0lll0llplllolllloolollllllolololplllolllllllllollllllllll L
ৰেডিঅ টোলৈ মনত পৰিল ভাল লাগিলধণ্য
অনিমা চৌধুৰী বাই দে উ শিল্পী গৰাকীৰ গীত সমূহ বৰ ভাল লাগে, শুনিলে এৰিব মন নাযায়, ধন্যবাদ
সৰুতে ৰেদি অ ত শুনা গীত এতিয়া শুনি থাকিব মন যায় এ ই গীত বোৰে স্কুল পঢ়ি থকা সময়ৰ কথা সোঁৱৰাই দিয়ে, নমস্কাৰ,
এনে সুন্দৰ সু মধু গীত, সচা কৈ বহুত ভাল লাগে!প্ৰযোজক লৈ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ।
8:35 🙋👍🤑
Ganbilak xuni bahut bhal lagil moi Baidewk bahut bhal pao moi o gan gao Baidewr ganbilak gao aru xunilo bahute Val pao moi abar Aonima Baidewk log paiso amar Patacharkuchi t
Super Find
বহূত বহূত ভাল লাগিল।🎉🎉।
বৰ সুন্দৰ গীত পৰিৱেশন। শুনিলে শুনি থাকিবৰ মন যায়।
আপোনাৰ গীত শুনিলে সেই সময়কণত নিজক বিলিন কৰি দিওঁ আপোনাৰ গীতৰ সুৰত।সৰুৰ পৰাই আপোনাৰ গীত শুনি আহিছো।শ্ৰদ্ধাৰ অনিমা বাইদেউক এইবাৰ বাইদেউক দিয়া শিল্পী বঁটা প্ৰদান অনুস্থানত ওচৰৰ পৰা লগ পালোঁ নুমলীগড়ত। তেওঁৰ চৰণ চুই আৰ্শীবাদ লৈ নিজকে ধন্য মানিলোঁ।হৃদয়ত সদায় সজীৱ হৈ থাকিব এই স্মৃতি।🙏🙏🙏🙏❤️❤️❤️❤️🙏🙏🙏🙏
ধন্যবাদ দাদা আপোনালৈ সংগীত মোৰ জীৱন মই বৰ ভাল পাওঁ কেতিয়াবা মই গাওঁ গাৱঁত কিবা অনুষ্ঠান পাতিলে
বাইদেউ শুভেচ্ছা জনালোঁ, আপোনাৰ পাঠদান বোৰলৈ মনত পৰি যায়
😮 এই বোৰ গীত শুনিলে শুনি থাকিব মন যায়,,আজি কালি গীত বোৰ অধকীয়া,,সময়ত হে শুনা jai কিছুমান গীত,,পুনৰ সুৰীয়া কণ্ঠত শুনিবলৈ পোৱাৰ আশাৰে ,, ধন্যবাদ জনালোঁ 🎉🎉
তেটিয়া দিনত নাছিলো জদিও এতিয়া এই বয়সত এই গীত সমূহেই ভাল লাগে ।❤
🎉😂
এইয়াহে হূদয় চুই যোৱা গান ধন্যবাদ ❤❤❤❤
কালজয়ী গান।
শুনি থাকিব মন যায়।
ৰেডিঅ আছিল মোৰ সংগি আৰু গীত হল মোৰ জীৱণি। বহূদিন বিৰতিৰ পাছত অনাতাঁৰ শিল্পিসকলৰ গীত শুনা পাই সঁচাকৈ আপ্লুত হৈ গলো।
গতিকে অভিজিৎলৈ ধন্যবাদ আৰু অনিমা বাইদেউলৈ সূ-স্বাস্থ লগতে দীৰ্ঘায়ু কামনা কৰিলো।🙏🙏🎉🎉🎉।
আপ্লুত হলো।আগলৈও শুনিবলৈ পাম বুলি আশা কৰিলোঁ ।
প্ৰিয় গীত শুনি পাই বৰ ভাল লাগিছে 🙏
Ghan sure val lagil aru Base val lagil apunar kotha bilak bhut monot pore aibilak. ..
পুৰণি গীত বিলাক শুনি থাকো বহুত ভাল লাগে ❤❤❤❤❤❤।
সুকন্ঠী গায়িকা শ্ৰদ্ধাৰ ড:অনিমা চৌধুৰী বাইদেউৰ চিৰসেউজ এমুঠি গীত শুনি ধন্য হলোঁ। ৰেডিঅ'ৰদালিক জনালোঁ শত সহস্ৰ প্ৰণাম।আৰ.জে.অভিজিৎ ডাঙৰীয়াক সুন্দৰ উপস্থাপনৰ বাবে জনালোঁ আন্তৰিক শ্ৰদ্ধা ও সশ্ৰদ্ধ প্ৰণাম 🙏🙏
Mahendra, monat bahut aananda diea.
পূৰনা গীত শুনি বৰ ভাল লাগিল
These songs reminds my days of childhood and adolsence. Heart touching
হয় দেই ইমান ধুনীয়া গীত বিলাক💝দুই তিনিবাৰ শুনি থাকিলে অলপো আমনি এ নেলাগে আজিকালি নাকীয়া হৈ গৈছে ☺️☺️☺️☺️
আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।
@@RadioRodaliEntertainmentde CE
13:34 @@RadioRodaliEntertainment ,
Old is gold .
ৰাতিপুৱা ৮-৩০ৰগিতীমালিকা শুনাযেন লাগিল ধন্যহলো
আপ্লুত হলো ।আগলৈও আশা কৰিলো এনে অনুস্ঠান শুনিবলৈ পাম বুলি ।
নিশ্চয় আমাৰ আগৰ কিছু অনুষ্ঠান আছে চাব চোন। আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।
অতি সু মধুৰ মন পৰশা গীত।বাইদেউৰ কণ্ঠত শুনি মই আপ্লুত হ'লো।
আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।
Baideur geet xuni moi bout bhal pau
সু দনর ❤আ জে❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
সঁচাই মন পৰশা গীত।,,,,,,,,,,B.Devi।
আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি
অনিমা চৌধুৰীৰ গীত শুনিলে শুনি থাকিবৰ মন যায়।
Baideor bikhye Jani bhal lagil
অনিমা বাই দেউ আপুনি আকৌ গান গাব বুলি আশা কৰিলো
Alput hoi goisu , bor xundor
মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।
সুস্বাস্থ্য কামনা কৰিলো ।
@radio rodali entertainment আপোনাৰ এই প্ৰচেষ্টাৰ বাবে অশেষ ধন্যবাদ
শুনিলে শুনি থাকিবৰ মন আকৰ্ষণতি হয়
Unforgettable song.
Very nice
প্ৰিয় গীত বোৰ শুনিব পাই বৰ ভাল লাগিছে
আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।
গীতবোৰ বচাই বৰ ভাল্ লাগে
Bor bhal lagile
আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।
Super Song and chanal
আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।
Old is gold
পূৰণী দিনৰ স্মৃতিয়ে আমনি কৰে
আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।
সচাকৈয়ে বাইদেউৰ গীতৰ বহুত অথ আছে নিশ্চয় আমাৰ সোণৰ অসম আগতে লুতিলে এতিয়াও লুতি আছে নকলি বদনে
Sundar
বাইদেউ লৈ নমস্কাৰ জনালোঁ। এই গানবোৰ মই সদায় শুনো গুণগুণাই থাকো.. নষ্টা লজিক
Xundor , bohut bhal lagil , apuni Oo La La 91.9 r RJ aasil neki jonabosoon .GOD BLESS YOU .
Thank you so much.. Stay in touch Radio Rodali.
আকাশবাণী গুৱাহাটী কেন্দ্ৰত শৈশৱতে শুনা এই বোৰ মনপৰ শা সুমধুৰ গীত ।
আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।
RZ 😘Aohijt ❤️💚 Thankyou 🌹🌿💚
Puronik pahori Notun hobo nuari
বহুত val লগিল পুৰণা গীত bur xasi ৰখা বাবে🙏, অনুগ্ৰহ kori পুৰণা ফিমেল voice r অসমীৰে sutalote gan tu xunabo sn,
মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।
Thanks
🌹🌹😘😘🥰
Thank you so much ❤️❤️
মই যদিও সেইটো যুগত নাছিলো তথাপিও তেতিয়াৰ গীত বিলাকে মোৰ ভাল লাগে । মই সেই তেতিয়াৰ গীত বিলাকত বহুতো........বিচাৰি পাওঁ ।
আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।ধন্যবাদ
Like o0l08p
LollLooL lLlolL L oloollplllollloolllolllloloollplllollloolllolllll oloollplllollloolllolllll loo shana lovelolllopl only l00lone oll oo oo pain pata nahi kab tachalegakolllll0llollloloilllolollol0lll0llplllolllloolollllllolololplllolllllllllollllllllll L
@@RadioRodaliEntertainment88888o
😊i
Agir get kaidenor karonay aigeet antar sui jawa
চিৰ যোগমীয়া হেপা নপলাই শুনি।
A
Bat ci ralu agloi
মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।
Val. Lagisa
😮 এই বোৰ গীত শুনিলে শুনি থাকিব মন যায়,,আজি কালি গীত বোৰ অধকীয়া,,সময়ত হে শুনা jai কিছুমান গীত,,পুনৰ সুৰীয়া কণ্ঠত শুনিবলৈ পোৱাৰ আশাৰে ,, ধন্যবাদ জনালোঁ 🎉🎉