Assamese Radio songs ll অসমীয়া ৰেডিঅ গীত ।।
ฝัง
- เผยแพร่เมื่อ 23 ต.ค. 2023
- #radiosongs #olisgold #assamesesong #assam
Assamese Radio songs ll অসমীয়া ৰেডিঅ গীত ।।
Assamese old songs.
Take a trip down memory lane with these timeless radio classics. Let the soothing melodies and iconic voices transport you to a bygone era of radio magic. Don't forget to like, share, and subscribe for more musical journeys through time! 📻🎶
#RadioHits #Nostalgia #OldiesButGoodies
#assameseradio #oldassamese #oldsongofassam #radiosongs #vintageassamese #asomiyaold #radiogeetassam #nostalgicassamesesong
A selected and rare collection of Assamese songs from radio. Subscribe, enjoy and be nostalgic.
Copyright of the songs reserved by their respective owner.
এই চিৰসেউজ গীত বোৰ শুনিলে মনটো অতীতলৈ উৰা মাৰে
❤❤❤❤❤❤বৰ সুন্দৰ সংগ্ৰহ ।মন জুৰাই গল ।
অতি সুন্দৰ 🙌❤❤❤✍✍✍✍✍✍✍
Very nice song 💝💝💝
বৰ সুন্দৰ, লৰালি কালতে ৰেডিঅ'ত শুনা পুৰনি মাটিৰ গুন্ধ থকা গীত ❤❤❤❤❤❤
এইবোৰহে অসমীয়া চিৰসেউজ গীত । ধন্যবাদ ।
সেই সোণালী সময়বোৰলৈ ঘূৰি যাবলৈ মন যায় এই গীতবোৰ শুনিলে
বৰ সুন্দৰ লাগিছে
সুন্দৰ কণ্ঠ
ল'ৰালি কালৰ পুৰণি সুৰীয়া গীত কেইটা শুনিবলৈ পাই বৰ ভাল লাগিল ।
যিমানেই নতুনত্বৰ পিনে গতি কৰিছোঁ সিমানেই পুৰণিক আদৰিবলৈ লৈছোঁ;কাৰণ নিজৰ জীৱন, যৌৱন এই গানবোৰৰ মাজতেই লুকাই আছে।অতি সুন্দৰ সংগ্ৰহ; ধন্যবাদ জনাইছোঁ এই গীতবোৰ সংগ্ৰহ কৰি শুনাত সহায় কৰাৰ বাবে 🙏
Jorhat j b g bohut hundor lagil
old song also amazing. proud this song also singer.
"বৰ অসম" নাম দি ঐতিহ্য লৈ ইউটীউব খুলি অসমীয়া ভাষাক শৰাধ কিয় ? বৰঅসমত বেজবৰুৱই "দোভাগ ৰাতি"টো "দুভাগ ৰাতি" লিখিছিল নেকি ?
দুখ বোৰ পাহৰি যাওঁ গীতৰ কথা আৰু সুৰৰ প্রত্বিধনি . শুনি
❤❤❤অতীতৰ বুকুত হেৰাই যাওঁ ❤❤❤❤
অপূৰ্ব
Bohut val laga .❤
Nice song ❤❤❤🎉🎉🎉❤❤
Nice song
Best song for me
মন পুলকিত হৈ পৰে
Aagar din buroloi monat pori gol o
Beautiful songs
❤❤❤
❤❤❤ Baba Hazarika ❤❤ Very Nice songs..
Nice song.
T.Dowarah.
1:24
Bohut din or murat ho that ei geet keiti eman val lagil. Hosakoi bondhu tumak bhut bhut dhonyobad.
অসমীয়া চিৰসেউজীযাগীত
Dhoniya
অতিৰ সুন্দৰ গীত