কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old assamese song LIVE nonstop

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.พ. 2025
  • কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old assamese song LIVE nonstop #timesguwahati #news
    About us
    We are a web portal from North-East
    Times Guwahati
    Follow us on FB
    / timesguwahatinewsassam
    Follow Us at Google news.google.co...
    Follow Us at Twitter: / times_guwahati
    follow Pulak Nath at inst
    / pulaknath123
    Visit our website
    timesguwahati.com
    Thanks for visit us

ความคิดเห็น • 782

  • @rashmiborah1103
    @rashmiborah1103 9 หลายเดือนก่อน +93

    কল্পতৰু অনুষ্ঠান শুনি শ্ৰোতাসকলৰ ইমান সুন্দৰ সুন্দৰ কমেণ্টতে ভৰি পৰা দেখি আপ্লুত হলো সঁচাকৈয়ে এই গীতিকাৰ, সুৰকাৰ, তথা শ্ৰদ্ধাৰ শিল্পীৰ সকললৈ জনালোঁ কোটি প্ৰনাম আমাৰ মাজত আৰু প্ৰতি শ্ৰোতা ৰাইজৰ অন্তৰে,অন্তৰে সজীৱ হৈ থাকিব আৰু এই গীত সমূহ বৰ্তমানৰ গীত সমূহৰ লগত কোনো পাৰ্টিৰ নাপাই এই শিল্পী গীতিকাৰ, সুৰকাৰ, শিল্পী সকল চন্দ্ৰ, সূৰ্য, পৃথিৱী থকালৈকে থাকিব প্ৰজন্মৰই,প্ৰজন্মই শুনিব বহুত ভাল লাগিল শুনি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রৰ জৰিয়তে প্ৰায় ৰেডিঅত শুনি থাকোঁ 🙏🙏🙏🙏

    • @monikakakati3907
      @monikakakati3907 8 หลายเดือนก่อน +4

      ai gitbur khuni dangor halu montu val lagi jai ari aha dinburoloi monat pora

    • @JogeshChoudhury-hw1dc
      @JogeshChoudhury-hw1dc 7 หลายเดือนก่อน +3

      ❤❤❤

    • @rajenchutia4918
      @rajenchutia4918 6 หลายเดือนก่อน +1

      ❤❤❤🎉

    • @nayanjyotikalita1215
      @nayanjyotikalita1215 5 หลายเดือนก่อน +2

      মোৰ ল'ৰাটোক সদায় শুনিব লাগে হিয়াৰ মৰম।

  • @bhabanandanath9184
    @bhabanandanath9184 ปีที่แล้ว +22

    পুৰণি দিনৰ চিৰ সেউজ গীত বোৰ " কল্পতৰু"ত শুনিবলৈ পাই নথৈ আনন্দিত হলো। আপোনাৰ সুন্দৰ উপস্থাপনে সোণত সুৱগা চৰালে সুন্দৰ শ্ৰুতিমধুৰ বোৰক।
    আপোনাৰ প্ৰচেষ্টাৰ শলাগ লৈছো।
    আপোনালৈ অশেষ আন্তৰিক ধন্যবাদ তথা অভিনন্দনৰ শৰাই নিবেদিলো।

  • @putulnath1715
    @putulnath1715 ปีที่แล้ว +37

    প্ৰথমে এই গীতবোৰৰ গায়াক সকললৈ শ্ৰদ্ধাৰে সেৱা জনালোঁ । হাঁহি থাকক আৰু আনকো হাঁহি বলৈ শক্তি দিয়ক ।এওঁলোক হৈছে আমাৰ অসমীয়াৰ আয়ুস ৰেখা।

  • @Hunter-x1t1n
    @Hunter-x1t1n 10 หลายเดือนก่อน +6

    Dada khub dhunia apuni bhogoban

  • @nivagogoi5779
    @nivagogoi5779 ปีที่แล้ว +24

    বহুত ভাল লাগিল।কল্পতৰু মোৰ বৰ প্ৰিয় অনুস্থান আছিল।আজি বহু বছৰৰ পাছত শুনিবলৈ পাই বৰ ভাল লাগিল।

  • @Moksharaj7
    @Moksharaj7 10 หลายเดือนก่อน +4

    অনুষ্ঠানটোৱে অতীতৰ স্মৃতি জীপাল কৰিলে। তাৰবাবে আপোনালোকক বহুত ধন্যবাদ জনালোঁ

  • @SiddharthaRay7
    @SiddharthaRay7 ปีที่แล้ว +2

    feeling nostalgic

  • @dipjyotihazarika2879
    @dipjyotihazarika2879 ปีที่แล้ว +5

    Old is gold. Bahut bhal lagil huni. Nostalgic hoi golu. Dhanyabad. 🙏🏻

  • @junalidutta1692
    @junalidutta1692 10 หลายเดือนก่อน +3

    Siro xeuj geet xamuh aamar xodai Priya 🎉🎉🎉

  • @chanadra
    @chanadra 3 หลายเดือนก่อน +1

    বৰ ভাল লাগিছে কল্পতৰু অনুষ্ঠান টি শুনি। ধন্যবাদ আপোনাসৱলৈ।

  • @jayantapratimakalita1129
    @jayantapratimakalita1129 ปีที่แล้ว

    Bahut bhal lagil . Agaloi o anekuwa anuthan sunibo pam buli akha karilu

  • @jyotikamallsvlog
    @jyotikamallsvlog ปีที่แล้ว +20

    মই class 1বা 2 ত আছিলো চাগে । মনটো কিবা এটা ভাল লাগি গ'ল । হয়তো সেই সময়তেই দেউতাই এটা ৰেডিঅ' আনিছিল। তেতিয়া আমাৰ ঘৰত এইটোৱে একমাত্ৰ মনোৰঞ্জনৰ আহিলা আছিল , T.V. আহিছিল যদিও আমাৰ ঘৰত নাছিল; আনকি মোবাইল এটাও নাছিল। মই খুব গান শুনি ভাল পাইছিলো মা দেউতাই বেলেগ অনুষ্ঠানৰ লগতে যেতিয়া যুৱবাণী , মইনা মেল , কল্পতৰু আদি অনুষ্ঠান বোৰ লগাইছিল মই বহুত স্ফূতি পাইছিলো । আৰু যিমান পাৰোঁ volume টো বঢ়াই দিছিলোঁ, নিজেটো শুনিছিলো এ লগতে আনে শুনক বুলি volume টো বঢ়াই ৰাখো ; কাৰণ আজিৰ পৰা ১৫-২০ বছৰ আগতে music system বুলি গাঁৱত বিশেষ একো আহিলা নাছিল । আজি মোৰ recommend videoত এই videoটি আহিল , নিজকে যেন সেই ১৫-২০ বছৰ আগত আবিষ্কাৰ কৰিছো তেনে অনুভৱ হ'ল। অশেষ ধন্যবাদ ❤️ হয়টো বহুতেই ভাবে আজিৰ দিনত এই অনুষ্ঠানবোৰৰ আদৰ আমি নৱ প্ৰজন্মই নকৰো । মোৰ কিন্তু আজিও এই গান আৰু অনুষ্ঠান বোৰৰ ওপৰত এক বিশেষ দুৰ্বলতা আছে । পুনৰ বাৰ ধন্যবাদ 🙏

  • @dhrubajyotisarma1845
    @dhrubajyotisarma1845 ปีที่แล้ว +24

    পুৰণি গীতবোৰ শুনিলে নষ্টালজিক হৈ পৰোঁ‌।সচাঁ‌কৈয়ে OLD is GOLD.

  • @kalyannath459
    @kalyannath459 ปีที่แล้ว +34

    শৈশৱলৈ মনত পৰি গল। ৰেডিও শুনাৰ কি যে মধুৰ স্মৃতি।

    • @kusumsarma4484
      @kusumsarma4484 ปีที่แล้ว

      Very good song ❤❤❤❤

    • @kusumsarma4484
      @kusumsarma4484 ปีที่แล้ว

      So sweetßong b sir❤❤❤❤❤

    • @kusumsarma4484
      @kusumsarma4484 ปีที่แล้ว

      Very veru lovely song bsir ❤😂😂❤❤❤

  • @dhrubajyotisarma1845
    @dhrubajyotisarma1845 ปีที่แล้ว +21

    অনুষ্ঠানটো শ্ৰুতিমধুৰ হৈছে।আগলৈকো এনে অনুষ্ঠানৰ বাবে আশা থাকিল।

  • @KrishnaNirala-m3x
    @KrishnaNirala-m3x ปีที่แล้ว +10

    Old is gold. বৰ প্ৰিয় অনুষ্ঠান আছিল কল্পতৰু l ধন্যবাদ থাকিল।

  • @PutumoniHazarika-s8v
    @PutumoniHazarika-s8v ปีที่แล้ว +12

    পুৰণি গীত কেইটি শুনি ‌ভাল লাগিল। আগলৈও শুনাব বুলি আশা কৰিলো।

  • @kironbordoloi3680
    @kironbordoloi3680 ปีที่แล้ว +13

    পুৰণি গানবোৰ শুনিবলৈ বৰ সুন্দৰ।

  • @GitaDeka-qq1tt
    @GitaDeka-qq1tt ปีที่แล้ว +7

    এটা সুন্দৰ দিন মনলৈ আহে লগতে সময়ৰ সংকেত পাইচিলো সকলো সময়তে ,অতীতলৈ বহুত মনত পৰে

  • @monudevi6911
    @monudevi6911 ปีที่แล้ว +44

    আপোনালোকৰ অনুষ্ঠানৰ জৰিযতে পুৰণি গীত সমুহ শুনিব পাই ভাল লাগিল।আগলৈও এই অনুষ্ঠানটো চলি থাকিব বুলি আশা ৰাখিলো।

  • @HiyaRabha-on1wh
    @HiyaRabha-on1wh ปีที่แล้ว

    Duniya, aagole jen xunible pam

  • @santanaphukongogoi7275
    @santanaphukongogoi7275 ปีที่แล้ว +7

    সুন্দৰ .পুৰনা গীতবোৰশুনিলে অতীতৰ বহু কথা মনত পৰে.খুব ভাল লাগিছে .

  • @ashalatarabha1100
    @ashalatarabha1100 ปีที่แล้ว +9

    বহুত ঝুনিয়া লাগিল মনটো...আগতে য়ে কিমান চিঠি লিখিছিলো তাৰ হিচাপ নাই...আকৌ শুনিবলৈ ৰৈ থাকিম

  • @prematullah
    @prematullah ปีที่แล้ว +2

    উফ..........ভাল লাগিল পুৱাই পুৱাই।

  • @AnilDutta-ps1fl
    @AnilDutta-ps1fl ปีที่แล้ว +2

    Frantastic ...

  • @pankaj88440
    @pankaj88440 6 หลายเดือนก่อน +2

    সেই যে সুৰীয়া ঘোষনাৰে ধৰা দিয়ে অসীম কুমাৰ কাজী, প্ৰৱাল শৰ্মা, চন্দ্ৰিমা শৰ্মা !! মন মগজুত আজিও ক্ৰিয়া কৰে অহৰহ !!

  • @promeswarronghang8646
    @promeswarronghang8646 ปีที่แล้ว +3

    Nice..
    Keep it up and go on.

  • @syedalberuni2360
    @syedalberuni2360 ปีที่แล้ว +13

    এনে ধৰণৰ পুৰণা গীত শুনি সচাকে আপ্লুত হলো।পাৰিলে পুৰণি তৰমাই ছবি খনৰ গীত কেইটা শুনোৱা ব বুলি আশাৰে ৰলো।

    • @jogannathdutta8000
      @jogannathdutta8000 7 หลายเดือนก่อน

      Bor val lagil .samai mamsab or gitow sunabson

  • @amritsonowal3747
    @amritsonowal3747 ปีที่แล้ว

    Vl lgi jaii

  • @ramadas5839
    @ramadas5839 10 หลายเดือนก่อน +2

    Thanks for your this great initiative taken by u .God bless you.

  • @manuranjankonwar4346
    @manuranjankonwar4346 หลายเดือนก่อน +1

    কল্পতৰু সদায় প্ৰিয় আছিল, আছে, থাকিব

  • @narayankalita5327
    @narayankalita5327 ปีที่แล้ว +4

    পুৰনি দিন বোৰ লৈ মনত পৰিল। মন চুই যোৱা গীতবোৰ।

  • @dilipkrnath9158
    @dilipkrnath9158 ปีที่แล้ว +10

    অতি সুন্দৰ অনুস্থান ৷

    • @salimchoudhury7343
      @salimchoudhury7343 ปีที่แล้ว

      সুন্দৰ গান আপোনালোকে ধৰি ৰখাৰ কাৰনে আন্তৰিক ধন্যবাদ।

  • @rupenkakati185
    @rupenkakati185 ปีที่แล้ว +11

    অনুষ্ঠানটো খুবেই ভাল লাগিল 🙏

  • @muniramunda-no7wt
    @muniramunda-no7wt ปีที่แล้ว +4

    Horute school ot gaisilu khub val lagise I miss horu kal

  • @NiluBorah
    @NiluBorah ปีที่แล้ว +1

    Purani git suni bor
    Bhal lagil. 28:08

  • @northeastsurvivelskill9610
    @northeastsurvivelskill9610 ปีที่แล้ว +10

    এনেকৈ কল্পতৰু অনুস্থান সমূহ দি থাকিবচোন।মনটোৱে শৈশবলৈ উৰা মাৰে।

  • @baharali8785
    @baharali8785 ปีที่แล้ว +1

    Old is gold. Good step.

  • @PANKAJSHARMA-px3tl
    @PANKAJSHARMA-px3tl ปีที่แล้ว +3

    Really fantastic to create the refreshing the old memories

  • @aleeborgohain7439
    @aleeborgohain7439 9 หลายเดือนก่อน +2

    Agor dinbur monot pori goise .redio t hunar dore lagise thanks

  • @khirodborah1862
    @khirodborah1862 ปีที่แล้ว

    Bahut bhal lagil thankyou

  • @jintupathak8947
    @jintupathak8947 ปีที่แล้ว

    বঢ়িয়া

  • @akashchoudhary2638
    @akashchoudhary2638 ปีที่แล้ว +3

    বহু দিনৰ পিছত মধুময় কিবা শুনিলো, অতীত সেই জীপাল গীত কেইটাৰ বাবে ধন্যবাদ ।

  • @pradipdoley6949
    @pradipdoley6949 ปีที่แล้ว +5

    অতি প্ৰশংসনীয় প্ৰচেষ্টা ।এনেয়ে নকয় নহয় OLD IS GOLD

  • @amulyasarma4057
    @amulyasarma4057 8 หลายเดือนก่อน +1

    Most enjoyable and favourite program of A I R since my childhood. This program should continue in future
    Thanks lot's. ❤

  • @gitalibasumatary
    @gitalibasumatary ปีที่แล้ว +5

    সোনালী শৈশৱলৈ মনত পৰি গ'ল। বহুত ভাল লাগিল😊

  • @rupjyotidevi5416
    @rupjyotidevi5416 ปีที่แล้ว +5

    Evergreen songs..really awesome...thanks

  • @monujgogoi6111
    @monujgogoi6111 ปีที่แล้ว +2

    Old is Gold এইদৰেই দি থাকিব।শুভেচ্ছা থাকিল।ধন্যবাদ।

  • @apurbabaishya7485
    @apurbabaishya7485 3 หลายเดือนก่อน +1

    চিৰ সেউজ অসমীয়া গীত বোৰ আজিও সমানেই অন্তৰত ঝংকাৰ তোলে, deh- মন সিহৰিত কৰি তোলে, অশেষ ধন্যবাদ আপোনালোকক ।❤

  • @akonchandrasaikia732
    @akonchandrasaikia732 ปีที่แล้ว +1

    Old is gold very nice l remember my past life & recalled my romantic memories lot of thanka.

  • @amulyasarma4057
    @amulyasarma4057 8 หลายเดือนก่อน +1

    A mind touching song program of A I R.. Thanks.

  • @minatidevi1064
    @minatidevi1064 9 หลายเดือนก่อน +1

    পুৰনা কালজয়ী গীত সমূহ অনমূল ! শুনিলে দেহ মন শাত পৰি যায় ! আগলৈকো দি যাব আশাৰে আছো

  • @anantaborgohain3971
    @anantaborgohain3971 ปีที่แล้ว +24

    পুৰণি গীতবোৰ শুনিলে মনটো ভাল ও লাগে আৰু বেয়াও লাগে। বেছিকৈ বেয়াহে লাগে। দুখ লাগে। অতীতৰ সোণালী দিনবোৰৰ কথা মনত পৰে। যিহেতু বৰ্তমানকলৈ মুঠেই সুখী হ'ব পৰা নাই। যি কি নহওক এই অনুষ্ঠানটো ভাল লাগিছে। পুৰণি গীতবোৰে বেছিকৈ মোক বেছিকৈ টানে। "আকাশৰ ৰংবোৰ হেঙুলীয়া --------"। কিবা বেলেগ ধৰণৰ ভাল লাগে।

  • @jatindekaassam5382
    @jatindekaassam5382 ปีที่แล้ว

    Khub Hundor puroni git huni upluto holu. 👌👌👌👌👌👌👌👌👌

  • @sjbordoloi
    @sjbordoloi ปีที่แล้ว +1

    Absolutely fantastic,no words!

  • @rupalihazarika9752
    @rupalihazarika9752 ปีที่แล้ว +12

    বহুত বহুত প্ৰিয় গীত ❤

  • @mamoniroy871
    @mamoniroy871 8 หลายเดือนก่อน +1

    Very beautiful song Really old is gold 👌👌👍

  • @safrajblor7791
    @safrajblor7791 ปีที่แล้ว +2

    বহুত ভাল লাগিল ৷আগতে কল্পতৰো মানে ৰেদিয়তো আগত বািজবই ৷

  • @himanibanikya8168
    @himanibanikya8168 ปีที่แล้ว +8

    এই বোৰৰ বাহিৰে বহুত পুৰনি গীত আছে বেলেগ বেলেগ দি থাকিব❤❤❤❤❤❤🙏🙏🙏

  • @satyendrarabha9824
    @satyendrarabha9824 7 หลายเดือนก่อน +1

    অনুস্থানত বিজয় ভুঞাৰ কণ্ঠত গাতো শুনি ভাল লাগিল,পিছে বৰ্তমান তেওঁ গান গায় নে নাই কব নোৱাৰিলো।কলেজ দিনত এই গানটি চিঞৰি চিঞৰি গাইছিলো।

  • @narenborah8344
    @narenborah8344 ปีที่แล้ว

    Bahut Val lagil purni kalptur agr Katha mant parise

  • @sahidurrahman1576
    @sahidurrahman1576 ปีที่แล้ว +3

    Bht bht dhunia lagise dei

  • @khagennath4597
    @khagennath4597 ปีที่แล้ว +4

    অনুষ্ঠান টো ভাল লাগিছে।পুৰণা দিনৰ ৰেডিঅ ত কল্পতৰু অনুষ্ঠান শুনি থকা যেন লাগিছে। অনুষ্ঠান টি লৈ welcome

  • @guninborah4612
    @guninborah4612 ปีที่แล้ว +20

    এনেধৰনৰ কালজয়ী গীতসমুহ শুনিলে মনবোৰ অতীতলৈ ঘৃৰি ৰায় অ।

  • @rubulhussain2840
    @rubulhussain2840 ปีที่แล้ว +1

    এই বোৰেই হল আচল গীত

  • @DibyaranjanLachan-wx6kn
    @DibyaranjanLachan-wx6kn 10 หลายเดือนก่อน +1

    কল্পতৰু অনুষ্ঠানলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @aparajitaphukan1371
    @aparajitaphukan1371 ปีที่แล้ว +1

    Bohut besi bhal lagil , xodai enedore huniboloi aakhare roi aasu .God bless you .

  • @DipaliTalukdar-sn8pe
    @DipaliTalukdar-sn8pe 9 หลายเดือนก่อน +1

    গীতৰ শৰাই বহুত ভাল লাগিছে। পুৰণি গীত আশা কৰিলো ।

  • @khushiandprince8792
    @khushiandprince8792 ปีที่แล้ว +1

    Bhout bhal lage aaru bhakha nai kiman bhal lage, sweet song

  • @opno3778
    @opno3778 ปีที่แล้ว

    Bohut borhiya lagil.anekoi.puroni.get xudai xuniboloi paw thank u

  • @KamalTalukar
    @KamalTalukar ปีที่แล้ว

    Thank you. Iman sundor gaanor karane

  • @hemantarajkonwar146
    @hemantarajkonwar146 ปีที่แล้ว +2

    "ধন্যবাদ জনাবলৈ ভাষা নাই ।"

  • @prabindeka5498
    @prabindeka5498 ปีที่แล้ว +14

    আপোনালোকৰ অনুষ্ঠান সচাই বহু ভাল লগা। আগলৈকে নিশ্চয় সুনিব পাম লগতে এই স্মৃতিত পৰিণত হব গীত বোৰ সংৰক্ষণ কৰাৰ চেষ্টাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @kanan5841
    @kanan5841 9 หลายเดือนก่อน +1

    এই পুৰণি গীতবোৰ শুনি খুব ভাল লাগে। সঁচাকে (old is gold ).

  • @mrinalchandrakalita627
    @mrinalchandrakalita627 7 หลายเดือนก่อน +2

    কল্পতৰুৰ জীতবোৰ শুনি সৰুকালৰ কথাবোৰ মনত পৰি যায় ৷ মনটো নষ্টালজিক হৈ উঠেদ ৷

  • @prabinkumarbaro3382
    @prabinkumarbaro3382 ปีที่แล้ว +10

    আৰু তেনকৈয়ে আমাৰ মনক অতীতৰ খেই অমৰ গীতবোৰ খুনাই জিপাল কৰী ৰাখিব l বহুত বহুত ধনযবাদ l প্ৰবীণ কুমাৰ বৰো l ৰঙিয়া l

  • @BidyadharMili-ss6ns
    @BidyadharMili-ss6ns ปีที่แล้ว +2

    Thank you to Kalpatoru for delicate lovely songs.

  • @diksitadas7785
    @diksitadas7785 ปีที่แล้ว

    Bohut val lagil ❤❤❤

  • @mrinalborthakurkaliabor5554
    @mrinalborthakurkaliabor5554 ปีที่แล้ว +5

    বৰ সুন্দৰ লাগিল।বহুত দিনৰ পাছত গান কেইটা একেলগে শুনিবলৈ পালো।

  • @satyajyotichetiakonwar7253
    @satyajyotichetiakonwar7253 ปีที่แล้ว

    বহুত ভাল লাগিছে ।
    অশেষ ধন্যবাদ

  • @manojpariyar4811
    @manojpariyar4811 ปีที่แล้ว

    Dhuniya....

  • @medinitalukdar4873
    @medinitalukdar4873 ปีที่แล้ว +2

    ❤️❤️❤️❤️👍👍👍👍👍👍বাঃবাঃ কি সুন্দৰ অনুস্থান ...
    বৰ ভাল লাগিল দেই

  • @jibonsaikia6268
    @jibonsaikia6268 ปีที่แล้ว +4

    কল্পতৰু অনুষ্ঠান টি শুনি শৈশৱলৈ ঘূৰি গলো ।সচাই মনোমোহা পুৰণি গীত সমূহ। এই অনুষ্ঠানটি জীয়াই ৰখা লগতে পুৰণি গায়ক/গায়িকা সকলৰ স্মৃতি ৰোমন্থন কৰা সকললৈ আন্তৰিক শুভেচ্ছা যাচিলোঁ ধন্যবাদ 🙏।

  • @umeshchdeka5973
    @umeshchdeka5973 ปีที่แล้ว +5

    সচাকৈ মন ভাল লগা অনুষ্ঠান।

  • @manosibaruah2352
    @manosibaruah2352 ปีที่แล้ว +1

    Oti xundor geet, aru anushthaan ti

    • @TimesGuwahati
      @TimesGuwahati  8 หลายเดือนก่อน

      th-cam.com/video/TOF5oS9lqDU/w-d-xo.html

  • @mainubhuyan6457
    @mainubhuyan6457 ปีที่แล้ว +2

    বহুত ভাল লাগিল । কল্পতৰু অনুস্থান টো দিয়াৰো অধীৰ হেপাহৰে বাট চাই ৰৈছিলো

  • @anjalideka6955
    @anjalideka6955 ปีที่แล้ว

    যিমান শুনিলেও আমনি নলগা গীতবোৰ, সঁচাই বৰ ভাল লাগিছে আৰু শুনিব পাই

  • @pragyans9444
    @pragyans9444 ปีที่แล้ว +16

    আকাশ বাণী গুৱাহাটীৰ দ্বাৰা নিবে দিত জনপ্ৰিয় কল্পতৰু অনুষ্ঠান জীয়াই ৰখা সকলক ধন্যবাদ জনালোঁ।

  • @minakhiborah8070
    @minakhiborah8070 10 หลายเดือนก่อน +1

    গান বোৰ শুনি মনটো সেউজীয়া হৈ গৈছে। বহুত ধন্যবাদ থাকিল।

  • @abhijitdas1028
    @abhijitdas1028 ปีที่แล้ว

    Mon bhal loga gan eubur..
    Bhale man dinor pachot xuna hol

  • @hirenmusical8346
    @hirenmusical8346 ปีที่แล้ว

    অতি সুন্দৰ

  • @kanakchunkrang7273
    @kanakchunkrang7273 ปีที่แล้ว +5

    বহুত ভাল লাগিল ! প্ৰচাৰক সকললৈ ধন্যবাদ জনালো !

  • @hitendratalukdar8855
    @hitendratalukdar8855 ปีที่แล้ว +1

    Eman val lage agar gaan bor joi I axom

  • @harshvardhan2544
    @harshvardhan2544 9 หลายเดือนก่อน +2

    Melodious voice ❤️❤️

  • @pranabkrbora44
    @pranabkrbora44 ปีที่แล้ว +1

    পুৰণি দিনলৈ মনত পৰিছে.

  • @MihiramSaikia-y5z
    @MihiramSaikia-y5z ปีที่แล้ว +1

    ধন্যবাদ জনাইছো অতিতশিল্পীকজীয়াইৰখাৰবাবে

  • @rajeswarbasumatary7984
    @rajeswarbasumatary7984 ปีที่แล้ว +5

    পুৰণি গীত বোৰ মজায় বেলেগ শুনিলে শুনি বলৈ মন জাই😮

  • @ghanakantadeka7493
    @ghanakantadeka7493 ปีที่แล้ว +1

    Fantastic post and love it very much selute to the respected singers

  • @mayasaikia7388
    @mayasaikia7388 ปีที่แล้ว

    ❤purona dinoloi manat pari goise.

  • @kankandas1908
    @kankandas1908 7 หลายเดือนก่อน +1

    আগতে আমি ৰেডিঅ ত সুনিচিলো ❤