ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
পুৰনা গানবোৰ শুনিলে মনতো ইমান ভাল লাগে শৰু কাললৈ মনত পৰি যায় ৰেডিঅয় আমাক অতিজৰ পৰা শুনায় আছে আৰু শুনায় থাকিব বূলি আশা থাকিল আৰু আপোনালোকৰ ডিঘাও কামনা কৰিলো ভগবানে ভালে ৰাখক
কি যে বিনন্দীয়া গীতৰ সুৰত আমি ডাঙৰ হৈছিলোঁ৷ সৌভাগ্যবান আমি৷
তাহানিৰ এৰি অহা দিনবোৰলৈ মনত পৰে । বহুত ভাল লাগিল ।
❤ মন ভৰি পৰে
Mojjjaaa Lagil O Huni OP Song 🕺💃 hai hai Gd Song
These melodius songs should not let to be lost. They're enriching the treasure of Assamese music.
বৰ ধুনীয়া
অসমীয়া সংগীত জগতৰ চিৰসেউজ গীতকেইটি শুনি আপ্লুত হলোঁ।🙏❤
আগৰ মনপৰশাগীতৰ কথাই বেলেগ 🌷🌷ভাল লাগিল
❤ আমাৰ দিনৰ গান,বৰ ভাল লাগিল
দোভাগ ৰাতি..... গীতটি সুলেখা ডেকা বাইদেৱেহে গাইছে। অনুগহ কৰি শুধৰাই দিয়ক
পুৰণি গীতৰ কথা,সুৰৰ মধাই বেলেগ 👌🌹🙏❤️
Evergreen Assamese songs.. thanks for upload1. Dubhag Rati sung by Sulekha Deka5. Riniki O' Riniki sung by Pahari Saikia
সুন্দৰ গীত কেইটি। শুনি আপ্লুত হলো। ধন্যবাদ
Hasakoi bohut vl lagise
"বহাগ ধুনীয়া জোনালী পৰতশুকুলা কপৌ পাহি।চেনাই আহিব সন্ধিয়া পৰতমুকুতা-মালা গাঁঠি।" 5:28
Dhonyobad sir
সুন্দৰ
Anakuwa purani gan huniboloi puwar babe bohut dhanyabad.
কিমান ভালপাওঁ এই গীতবোৰ, ভাষাৰে বুজাব নোৱাৰো ❤️❤️💝
😊😊
Bohag dhunia mur ati prio geet
🙏
অতি ধুনীয়া গীত শুনি আনন্দিত হৈছো ।
Ggyhuaad
Biswajit tomar ai anusthantir babe dhanyabad.Bartaman punar purani gitburr darkar haise.Ami alapate radio ata online kari aniso.
উমেশ গগৈৰ " মই দেখিছোঁ তোমাক মানস চকুৰে পাহৰা দিনৰ ৰূপত" গীত টি শুনিবলৈ পোৱা হ'লে !!!❤❤❤
গীত সমূহ বৰ ভাল লাগিল। পাৰিলে সুৰকাৰ আৰু গীতিকাৰ সকলৰ নাম সমূহ দিবলৈ চেষ্টা কৰিব ছোন 🙏
For the first time I have iisten Manoranjan Gogoi ,s Sweet voice
Nothing to comments old is always purest gold for ever and ever
পুৰণি গীত বোৰ শুনি বৰ ভাল লাগে ,মই শুনি এই থাকোঁ ,
Bahut val lage ai purani git bur
সদায় দি থাকিব❤❤❤❤❤❤
Lovely. Lovely. Song👍❤❤❣️❣️❣️😊
Assamese old song hune baut vl lg
80 r geetbur sunile mon korobale uri jai. Bohut bhal lage 👍
হয়, এই গীতবোৰৰ মাদকতাই বেলেগ..
Very very thans👍❣️❣️❣️❣️
♥️💚♥️👏👍
অৰ্থ আছিল পুৰনি গীত বোৰত সেয়ে মই আজিও শুনি থাকো ৷ গায়ক সকল হয়তু জীবিত নাই সকলো শিল্পীলৈ সেৱা জনালো ৷ ❤❤
❤❤
I love all assames old songs. Old is Gold.
❤❤❤❤moja
Mon porosha geet bohut dinor পাছত। শুনিছোঁ
আজিৰ পৰা বিশ বছৰ আগতে ঘৰত ৰেডিঅ আছিল এই গাণ বোৰ শুনিছিলো সুৰৰসাতহৰি, গীতিমালিকা, কল্পতৰু আদি নামেৰে অনুষ্ঠান বোৰত এই বোৰ প্ৰচাৰ কৰিছিল বহুত ভাল লাগিছিল আজি কালি এইবোৰ গাণ শুনিবলৈ নোপোৱা হলো অউ
😊😅😊
Osm👌👌👌
Romantic evergreen songs are very nice. 💞💞💞
Old is Gold 🥇
Happy . Thanks ❤ from andharpradesh.
Very sweet❣️👍❣️❣️❣️❣️
Very nice evergreen assamese song.
Thank you
Ki kom vaxa nai eman modhur git bohut bohut dhoinybad
Bahut prio geet for me
So good. So. Nice❣️❣️❣️❣️🌹😊
Very nice ok🌹🌹
Thank you! Cheers
Ever green song❤
নষ্টালজিক হৈ পৰিলোঁ,ভাল লাগিল শুনি
Ever green assamese song
Mojja .👌❤🥰
আকাশবাণী গুৱাহাটীৰ গীতিমালিকা ৰ গীত বোৰ খুব সুন্দৰ আছিল... আপোনালোকে সংগ্ৰহ কৰিব পাৰিবনে
নিশচয়, চেষ্টা কৰা হ'ব
@@biswajit3070ধন্যবাদ আপোনালৈ... আপেক্ষা কৰিলো....
I love all Assamese old songs is gold🌹🌹🌹
Nostalgic !!! Awesome Songs.
এনেদৰে ৰেডিঅ গান সদায় শুনাবচোন।
এই গীতবোৰ চিৰ যুগমীয়া
Very. Nice. Song
গানটোৰ শুনি থাকিলে সময় বোৰ কেতিয়া কেনেকৈ পাৰহৈ যায় গমকে নেপাও ।
Evergreen song
Ever green song💘☺️❤❣️❣️❣️
শুনি আমনি নলগা
Very. Good
অসমীয়া গীতবোৰ শুনি মই বৰ ভাল পাওঁ।
Old is gold ❤
Old is. Gold❣️❣️❣️🌹🌹
এইবোৰ গান শুনিলে সছাই দুচকুৰে দুধা চকুপানি বৈ যায়।
Moro ase ati sundar redio ki je val lage huni huni
Very very nice song ❤️
ধন্য়বাদ
@@biswajit3070 আজি প্ৰায় দহ বছৰ হ'ল এই টো বস্তো নোসোনা।আগতে ৰাতিপুৱা ৬ বজাতৰ পৰাই আৰম্ভ হয়।কিজে সুমধুৰ ৰাতিপুৱা আৰম্ভণি হয়।এয়া আকাশবাণী কেন্দ্ৰ ডিব্ৰুগৰ বাতৰি কৈছে শ্ৰী প্ৰয়ব্ৰত হাজৰিকাই।আজি কিবা মোৰ সপোন সপোন যেন লাগিছে।
Old is gold
Moja😂
Ei geetbur mur bohut bhal lage.
I❤
old is always gold so donot forget past
❤❤❤❤❤
Mon ura mari gol tahanidinoloi
Redio tu Mur logori puar pora godhuli loi ke eman mojja lage. Kintu Mur seventy bosor😅😅❤
Aibilak hol aku akuta mukuta..asomiya jatir swarnarekha aru symbol
Aru dibo plz
BAYA LOGA NAI
সচ
যোৱনৰ বৃন্দাবন খনিতে, তাৰ পাছৰ লাইন টো কি আছিল মোক কোনোবাই অনুগ্ৰহ কৰি জনাব নেকি বাৰু
নষ্টালজিক হৈ পৰিলো ।
Old is gold 🪙
,old is everyday gold n there is no advertising* as like Janata Sabin !
Bohut kiba kibi monoloi ahe.
Agor kotha monot pore
Assam.f.s.
P
Xorute eta gaan xunisilu....Etia loike bisari pua nai gaantu
❤❤❤❤❤❤
পুৰনা গানবোৰ শুনিলে মনতো ইমান ভাল লাগে শৰু কাললৈ মনত পৰি যায় ৰেডিঅয় আমাক অতিজৰ পৰা শুনায় আছে আৰু শুনায় থাকিব বূলি আশা থাকিল আৰু আপোনালোকৰ ডিঘাও কামনা কৰিলো ভগবানে ভালে ৰাখক
কি যে বিনন্দীয়া গীতৰ সুৰত আমি ডাঙৰ হৈছিলোঁ৷ সৌভাগ্যবান আমি৷
তাহানিৰ এৰি অহা দিনবোৰলৈ মনত পৰে । বহুত ভাল লাগিল ।
❤ মন ভৰি পৰে
Mojjjaaa Lagil O Huni OP Song 🕺💃 hai hai
Gd Song
These melodius songs should not let to be lost. They're enriching the treasure of Assamese music.
বৰ ধুনীয়া
অসমীয়া সংগীত জগতৰ চিৰসেউজ গীতকেইটি শুনি আপ্লুত হলোঁ।🙏❤
আগৰ মনপৰশাগীতৰ কথাই বেলেগ 🌷🌷ভাল লাগিল
❤ আমাৰ দিনৰ গান,বৰ ভাল লাগিল
দোভাগ ৰাতি..... গীতটি সুলেখা ডেকা বাইদেৱেহে গাইছে। অনুগহ কৰি শুধৰাই দিয়ক
পুৰণি গীতৰ কথা,সুৰৰ মধাই বেলেগ 👌🌹🙏❤️
Evergreen Assamese songs.. thanks for upload
1. Dubhag Rati sung by Sulekha Deka
5. Riniki O' Riniki sung by Pahari Saikia
সুন্দৰ গীত কেইটি। শুনি আপ্লুত হলো। ধন্যবাদ
Hasakoi bohut vl lagise
"বহাগ ধুনীয়া জোনালী পৰত
শুকুলা কপৌ পাহি।
চেনাই আহিব সন্ধিয়া পৰত
মুকুতা-মালা গাঁঠি।"
5:28
Dhonyobad sir
সুন্দৰ
Anakuwa purani gan huniboloi puwar babe bohut dhanyabad.
কিমান ভালপাওঁ এই গীতবোৰ, ভাষাৰে বুজাব নোৱাৰো ❤️❤️💝
😊😊
Bohag dhunia mur ati prio geet
🙏
অতি ধুনীয়া গীত শুনি আনন্দিত হৈছো
।
Ggyhuaad
Biswajit tomar ai anusthantir babe dhanyabad.Bartaman punar purani gitburr darkar haise.Ami alapate radio ata online kari aniso.
উমেশ গগৈৰ " মই দেখিছোঁ তোমাক মানস চকুৰে পাহৰা দিনৰ ৰূপত" গীত টি শুনিবলৈ পোৱা হ'লে !!!❤❤❤
গীত সমূহ বৰ ভাল লাগিল। পাৰিলে সুৰকাৰ আৰু গীতিকাৰ সকলৰ নাম সমূহ দিবলৈ চেষ্টা কৰিব ছোন 🙏
For the first time I have iisten Manoranjan Gogoi ,s Sweet voice
Nothing to comments old is always purest gold for ever and ever
পুৰণি গীত বোৰ শুনি বৰ ভাল লাগে ,মই শুনি এই থাকোঁ ,
Bahut val lage ai purani git bur
সদায় দি থাকিব❤❤❤❤❤❤
Lovely. Lovely. Song👍❤❤❣️❣️❣️😊
Assamese old song hune baut vl lg
80 r geetbur sunile mon korobale uri jai. Bohut bhal lage 👍
হয়, এই গীতবোৰৰ মাদকতাই বেলেগ..
Very very thans👍❣️❣️❣️❣️
♥️💚♥️👏👍
অৰ্থ আছিল পুৰনি গীত বোৰত সেয়ে মই আজিও শুনি থাকো ৷ গায়ক সকল হয়তু জীবিত নাই সকলো শিল্পীলৈ সেৱা জনালো ৷ ❤❤
❤❤
I love all assames old songs. Old is Gold.
❤❤❤❤moja
Mon porosha geet bohut dinor পাছত। শুনিছোঁ
আজিৰ পৰা বিশ বছৰ আগতে ঘৰত ৰেডিঅ আছিল এই গাণ বোৰ শুনিছিলো সুৰৰসাতহৰি, গীতিমালিকা, কল্পতৰু আদি নামেৰে অনুষ্ঠান বোৰত এই বোৰ প্ৰচাৰ কৰিছিল বহুত ভাল লাগিছিল আজি কালি এইবোৰ গাণ শুনিবলৈ নোপোৱা হলো অউ
😊😅😊
Osm👌👌👌
Romantic evergreen songs are very nice. 💞💞💞
Old is Gold 🥇
Happy . Thanks ❤ from andharpradesh.
Very sweet❣️👍❣️❣️❣️❣️
Very nice evergreen assamese song.
Thank you
Ki kom vaxa nai eman modhur git bohut bohut dhoinybad
Bahut prio geet for me
So good. So. Nice❣️❣️❣️❣️🌹😊
Very nice ok🌹🌹
Thank you! Cheers
Ever green song❤
নষ্টালজিক হৈ পৰিলোঁ,ভাল লাগিল শুনি
Ever green assamese song
Mojja .👌❤🥰
আকাশবাণী গুৱাহাটীৰ গীতিমালিকা ৰ গীত বোৰ খুব সুন্দৰ আছিল... আপোনালোকে সংগ্ৰহ কৰিব পাৰিবনে
নিশচয়, চেষ্টা কৰা হ'ব
@@biswajit3070ধন্যবাদ আপোনালৈ... আপেক্ষা কৰিলো....
I love all Assamese old songs is gold🌹🌹🌹
Nostalgic !!! Awesome Songs.
এনেদৰে ৰেডিঅ গান সদায় শুনাবচোন।
এই গীতবোৰ চিৰ যুগমীয়া
Very. Nice. Song
গানটোৰ শুনি থাকিলে সময় বোৰ কেতিয়া কেনেকৈ পাৰহৈ যায় গমকে নেপাও ।
Evergreen song
Ever green song💘☺️❤❣️❣️❣️
শুনি আমনি নলগা
Very. Good
অসমীয়া গীতবোৰ শুনি মই বৰ ভাল পাওঁ।
Old is gold ❤
Old is. Gold❣️❣️❣️🌹🌹
এইবোৰ গান শুনিলে সছাই দুচকুৰে দুধা চকুপানি বৈ যায়।
Moro ase ati sundar redio ki je val lage huni huni
Very very nice song ❤️
ধন্য়বাদ
@@biswajit3070 আজি প্ৰায় দহ বছৰ হ'ল এই টো বস্তো নোসোনা।আগতে ৰাতিপুৱা ৬ বজাতৰ পৰাই আৰম্ভ হয়।কিজে সুমধুৰ ৰাতিপুৱা আৰম্ভণি হয়।এয়া আকাশবাণী কেন্দ্ৰ ডিব্ৰুগৰ বাতৰি কৈছে শ্ৰী প্ৰয়ব্ৰত হাজৰিকাই।আজি কিবা মোৰ সপোন সপোন যেন লাগিছে।
Old is gold
❤❤
Moja😂
Ei geetbur mur bohut bhal lage.
ধন্য়বাদ
I❤
old is always gold so donot forget past
❤❤❤❤❤
Mon ura mari gol tahanidinoloi
Redio tu Mur logori puar pora godhuli loi ke eman mojja lage. Kintu Mur seventy bosor😅😅❤
Aibilak hol aku akuta mukuta..asomiya jatir swarnarekha aru symbol
Aru dibo plz
BAYA LOGA NAI
সচ
যোৱনৰ বৃন্দাবন খনিতে, তাৰ পাছৰ লাইন টো কি আছিল মোক কোনোবাই অনুগ্ৰহ কৰি জনাব নেকি বাৰু
নষ্টালজিক হৈ পৰিলো ।
Old is gold 🪙
,old is everyday gold n there is no advertising* as like Janata Sabin !
Bohut kiba kibi monoloi ahe.
Agor kotha monot pore
Assam.f.s.
P
Xorute eta gaan xunisilu....
Etia loike bisari pua nai gaantu
❤❤❤❤❤❤