যুগমীয়া গীত , শুনি থাকিলে ল'ৰালি দিনলৈ মনত পৰে । সেই দিন বোৰ কিমান মধুৰ আছিল !
চিৰ যুগমীয়া গীত।
অতিতলৈ মনত পৰি যায়। বৰ ভাল পাওঁ এই গীত বোৰ।
অতি সুন্দৰ চিৰসেউজ গীত।
বাইদেউ, আপুনি,সেই সময়লৈ, ঘূৰি,যাওক,ভগৱানক,ওচৰত, পাৰ্থনা,কৰিছো
বাইদেউ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।পুৰনী গীতসমূহে অতীতৰ দিনবোৰলৈ বৰকৈ মনত পেলাই দিয়ে ,ম ই বৰ আবেগীক হয় যাও আজি মোৰ শৈশৱলৈ ঘুৰি যাবৰ মন গৈছে।
ইমান ধনীয়া গীত ❤❤❤❤ শুনি ভাল লাগিছে ❤❤❤
আপোনাৰ কণ্ঠত এই গীত শুনি ভাল লাগিল❤❤❤❤
সঁচা আগৰ দিনবিলাকলৈ মনত পৰে ধন্যবাদ
আমাৰ যৌৱনকাল এনেবোৰ সংগীতেৰেই ওপচি আছিল,মন তাহানিলৈ উৰি যায়,
মোৰ প্ৰিয়া গীত।নমস্কাৰ বাইদেউ। দীৰ্ঘায়ু কামনা কৰিলো ।
💓 hundor lagise
Geet xuni val lagil thank s ; kabita geet bure morm usor spai Ane tomar mor val puwar nohoine baru ? 🎉🎉 @ 5&6 & ?
বহুত ভাল লাগে দেই শুনি। মনত দুখ থাকিলেও দুখ বোৰ পাহৰি যাও সেইকন সময়ত,👪❤
অতি সুন্দৰ
My favorite song melody mur piyo singar nomita bhattacharya ❤ baideo
Axomor Lata didi I love Nomita Baideu, apunar konthoi mur hridoy sui jai
সুনীলে শূনি থাকিবৰ মন যায়❤
🎉 Nice collection. Thanks. from Andharpradesh neillore dist. Meil.
Aagr purni gan bure hridoi xat pori Jai thank you so much
Evergreen song no example with others modern song .we salute to respected N. Bhattacharya madam.
❤❤❤purani git hunile huni thakiboi mon jai❤❤❤
পুৰণা গীতবোৰ মিঠা মধুৰ ৰসাল ❤❤❤❤❤❤❤❤
Mur balyo kal aibur gan sunisilu. Bixek koi deobare kolpoturu xunib napahorisilu.
Nice ❤❤❤❤❤❤
I like it remember to childhood nice songs hojai.
Sweet song sweet voice
মোৰ প্ৰিয় শিল্পীৰ সুৱদী কণ্ঠৰ প্ৰিয় গীত।
সদায় প্রিয় এই গীতবোৰ❤️
শুনিলে লগত নোগোৱাকৈ নোৱাৰি ❤️❤️❤️
Aibur gith hunila huni thakibor monjai aakow gaboloi loksun aajkali gitbur hunila khongha uthe
আজি কালি লাজেই নকৰে আৰু গানতও সোভা নাপাই ।তোমাৰ লৈ অশেষ ধন্যবাদ থাকিল 🎉🎉🎉
Old is gold
Amar jibon kalar sumdhur geetbur suni montu cata parijay.baideo aponar suodi kantha gitbbur saday jipal hoi thaki asamia samajak sanjibin diyak.
Nomita baidu uponer Goun tow bor Val lageel ❤
❤খুব মনপৰশা গীত🙏
Namita Baa 🙏
চিৰ সেউজ এই গীতবোৰ শুনি থাকিলেও হেঁপাহ নপলায়।
Mor bohut bhal lage geet tu
Monot Santi lage..
Wow
Wow
Wow
Wow
অতীতটোৱেই স্থায়ী হৈ ৰৈ গ,ল
❤❤❤❤
Bohut val lage aibur git huni abegik hoi jow
মোৰ সৰুকালটো এইবোৰ গীত শুনিয়েই পাৰ কৰি আহিছো। যিমান শিল্পী ওলালেও এইবোৰ শিল্পী দৰে হ'ব নোৱাৰে। এইবোৰ গীতৰ সোৱাদেই বেলেগ। এতিয়াও শুনো গান কিন্তু আগৰ অতিতৰ গানবোৰ।মানুহে কয় এইবোৰ গানেই শুনিছনে কিন্তু সিহঁতে এইবোৰ গানৰ অথ কি জানে। অসমৰ ৮০% মানুহে গান শুনিব নাজানে । সিহঁতে শুনে অটৱালা,ছেলফী,ডিস্ক, টেক্সী গাড়ী,পেডেল মাৰি, এইবোৰ কি গানেই হ'ল ।
Old is really gold
Atitoloi mont pori jai
এই গানৰ ধাৰাটোৱে আধুনিকতাৰ নামত সলাই পেলাইছে ৷ এনেধৰণৰ গীত আজিকালি লিখাৰ অভাব নে জ্ঞানৰ অভাব ?
Very nice songs❤❤🎉
Namita baideo mur favourite singer hoi. ❤❤🎉
❤❤❤❤❤🎉🎉🎉🎉🎉
❤
Namita baidew gaan Suni mur bor bhal Lage Utpal Jorhat
Evergreen song as compared to present songs.
sundar
Old is gold ❤❤❤❤❤❤
ইমান সুন্দৰ, সুমধুৰ আৰু চিৰ সেউজ গীত শুনিলে শুনি থাকিবৰ মন যায়। গীতৰ কথা, সুৰ সকলো অনন্য অতুলনীয়, তাতে আকৌ মাননীয়া নমিতা ভট্টাচাৰ্য্য বাইদেউৰ দৰে এগৰাকী অভিজ্ঞ,কুকিল কণ্ঠী শিল্পীৰ কণ্ঠত গীত কেইটিয়ে প্ৰাণ পাই উঠিছে আৰু শ্ৰুতা মণ্ডলীকো সুৰৰ মায়া জালেৰে মোহাচন্ন কৰি ৰাখিছে। বাইদেউ যতেই আছে, পভু ভগৱন্তই সুখত ৰাখক, শান্তিত তাকেই কামনা কৰিলো। ধন্যবাদ।
Old is always gold good song thanks
বাঃ কি মাত কি বাজনা কি সুৰ কি যে গীতৰ কথা অমৰ গীত এই বোৰকে কয় |
Sooooo Sweet Song Amazing ❤❤❤🎉🎉🎉
Nice songs
My fevauurite Song
Very melodious voice.
Aitu Mur favourite song hoi
❤❤❤❤❤❤no language ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
My favorite song.
Mou mitha sur
নামৰূপৰ লৈ ম নট প ৰিল
Bor vl lage
ৰেডিঅৰ পৰা কিমান যে শুনিলো উ: অতীতলৈ উভতি যাও .
Evergreen song😂
Mur priyo gaan bilak, huni thakibor mon jai, amoni nalage, montu puroni dinoloi gusi jai
Yeibor gaan hunile horukalir dinbor barukoiye monot pore. Aaru sokur pani ulai aaru Maa- Deotakoi bohut monot pore.
Ei geetbure mur sunamoi dinbur monot pelai diye aru mur source Pani ulai
Moi nigkey saisb Jan lagey baidew dirgiou kamna janalo
Nice beautiful
Vallagel
J
I
এই গীত বোৰ শুনিলে এৰি দিনবোৰলৈ মনত পৰি যায় 🙏🙏🙏
💥💥🪔💥🪔AssamJayGood🥀🦚🐦🦜💥🪔💥💥
Bar. Suadi. Kantha
❤❤❤❤❤🎉🎉🎉🎉🎉
❤
Old is gold
Mou mitha sur
❤❤
My always favourite song, Evergreen song
Old is gold.
Mou mitha sur
গা-মন শাঁত পৰি যায় এইবোৰ গীত শুনিলে ❤আহ!কি সুন্দৰ গীত ❤