Vul dharona juwai nai noh aasu akl satroi kre ane nkre iyat poha xuna lora suwali hoke sinta kre dangr hoi personality life hoi jai tak iyat bekoto krile apunak mukho jen lage kunubai sakri krise kunubai rajniti . Aru aru rajnitir jixon low tate ase korim koi kri nedexai
ভবিষত এজন জাতীয় নেতৃত্ব লব পৰা যুব নেতা । গভীৰ অধ্যয়ন আৰু বিবেকৰে আগবাঢ়ি যোৱাটো বিছাৰো । আন্তৰিক শুভেছা থাকিল।
আছু কৰিলে পঢ়িবলৈ কেতিয়াবা অসুবিধা হয় ৷ তেনে ল'ৰাই প্ৰতিযোগিতামূলক পৰীক্ষাত সাধাৰণতে নবহে ৷ বেছিখিনিয়ে ৰাজনীতিতহে ভৰি থব খোজে বুলি বহুতে কয় ৷
It is a Beacon of hope for Assamese regionalism and chauvinism which is a urgent need to preserve our identity in the giant Indian democracy.
আপোনাৰ দৰে দক্ষ নেতা এজনক পাই আমি পৰম সুখি দাদা ..... 🌼❤️🙏
South kamrup district ABSU r torofor pora okhekh dhoinobaad aru hubessa jonaisu, God bless you 💐
উৎপল দা অযুত শুভকামনা । অসম অসমীয়াৰ হৈ কাম কৰি যাওঁক ।
২০০৭ চনৰ পৰা ২০১৮ চনলৈ আছুৰ লগত সন্মুখৰ পৰা জড়িত হৈ সমাজ কাম কৰিছিলো।।এটি জ্যোতিষ শাস্ত্ৰ লগত জড়িত হৈ সমাজ সেৱা কৰি আছো।
জয় আই অসম
Bohut vhal lagil kothabur xuni
আন্দোলন নালাগে বুলি এইষাৰ বাক্য বিজেপিয়ে আনিছে এইকাৰণে যে তেওঁলোকে জনগনক থগি লুটিপুটি খাব পাৰে আৰু সেই হিচাবে সফলো হৈছে। আমি তেতিয়াই বুজি পাইছিলো অথচ জনগনে এতিয়াহে লাহে লাহে বুজি পাই আহিছে। বহু সাম্প্ৰদায়িক অন্ধ লোকে কথাটো এতিয়াও বুজি পোৱা নাই সেইটোহে ডাঙৰ কথা হৈছে। দেশখন শেষ কৰিলে তথাপিও আজিৰ সাম্প্ৰদায়িক লোক সকলে বুলি পোৱা নাই। বস্তুৰ দাম বাঢ়িলে দেশখন উন্নতি হোৱা বুলি কয় এই সুবিধাবাদী সকলে। দাম কমিলেহে দেশখন উন্নতি হয় বুলি আমিপঢ়িছো। ঋণ ল'লে, সম্পদ বিক্ৰী কৰিলে দেশখন ৰসাতলে যায় বুলি আমি জানো কিন্তু এওঁলোকে ওলোটাকৈ কয় । বিদেশী আনিলে দেশখনৰ উন্নতি নহয় বৰং ধ্বংস হয়। তেতিয়া হ'লে আন্দোলন কিয় নকৰিব হে।
Utpal da nicina AASU t xot mnuh ajon AASU e napabo.. bohut val mnuh bixexkoi moi dadak nije lg paisu dadak .. bohut val kokai jon❤❤
জাতীয়তাবাদ দেশপ্ৰেম কৰমনিপূনতা নেতৃত্বতা অধ্যয়নতপস্যা সকলোতে লাগে ত্যাগবীৰ সত্যনিষ্ঠতা তাতেই থাকে সফলতা ৷ জয় আই অসম ৷
সুন্দৰ কথনশৈলী❤
কটনৰ মাটি লীজত দিব!
কটনৰ মাটি তেনেই কম। ইতিহাসে কয় - কটনক কিদৰে সংকুচিত কৰা হৈছে। আকৌ এতিয়া মাটি বন্ধকত দিয়াৰ কাৰচাজি। ছাত্ৰ-ছাত্ৰীক আন্ধাৰত ৰাখি লোৱা এই সিদ্ধান্তৰ বিৰুদ্বে সকলোৱে মাত মাতক। বেপাৰ কৰিবলৈ নিদিব। মাটি বন্ধকত দিব ওলোৱা কটনৰ কৰ্ণধাৰসকল সাৱধান হওক। চৰকাৰ কটনিয়ানৰ কাষত থাকক। save cotton 🙏🙏🙏
Great utpal dada joi i akhom
বৰ সুন্দৰ অনুষ্ঠান এটা চালো ভাল লাগিল
Aru ajon Sarma.
জয় আই অসম✊
এই দালালবোৰৰ সাক্ষাৎকাৰ কিয় লয় নাজানো। হ'ব পাৰে তেওঁলোক প্ৰতিভাবান। কিন্তু তেওঁলোকে আজিৰলৈকে অসমৰ বাবে কি কৰিলে? মাত্ৰ তেওঁলোকে নিজৰ ৰাজনৈতিক কেৰিয়াৰ গঢ়িলে। আছুৰ নীতি আদৰ্শৰে জনতাক আগবঢ়ায় নি পাছত নিজৰ ক্ষমতাৰ স্বাৰ্থত সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰে। উদাহৰণ স্বৰূপে দীপাংকৰ কুমাৰ নাথ, সৰ্বানন্দ সোণোৱাল, তপন গগৈ, শঙ্কৰপ্ৰসাদ ৰায় আদিকে কৰি অলেখ আছুৰ নেতা। আগৰ প্ৰফুল্ল কুমাৰ মহন্ত, অতুল বৰা এইকেইটাকটো বাদেই দিয়ক। আছুৰ নীতি আদৰ্শৰ মতে সকলো বিদেশী (হিন্দু মুছলিম কথা নাই সকলোকে) বহিস্কাৰ কৰিব লাগে। কিন্তু এতিয়াৰ সিহঁতৰ নীতি আদৰ্শ হৈছে মাত্ৰ মুছলমান বিদেশী বহিস্কাৰ কৰিব লাগে। অকল আছুয়ে নহয় অসমৰ সকলো জাতীয় সংগঠনবোৰ দালালে নেতৃত্ব দি আছে। সংগঠনবোৰৰ নীতি আদৰ্শ বেয়া নহয়। নেতাবোৰ দালাল। এইসকলোবোৰৰ ভিতৰত মাইকেল চূড়ান্ত।
Vul dharona juwai nai noh aasu akl satroi kre ane nkre iyat poha xuna lora suwali hoke sinta kre dangr hoi personality life hoi jai tak iyat bekoto krile apunak mukho jen lage kunubai sakri krise kunubai rajniti . Aru aru rajnitir jixon low tate ase korim koi kri nedexai
Very talented leader of ASSU.
জয় আই অসম ✊🏻✊🏻✊🏻✊🏻
আছু কৰি AIIMS -IIT বা বিদেশৰ Oxford -Harvard university ত ছিট লৈ দেখুওৱাক ।
Toi dekhuwa sun nijei
Baido AJYCP palash dak o matibo sun val lagebo
চাত্র নেতা80 বছৰীয়া কিয় ? ২৫ বছৰ কৰিব কিয় নোৱাৰে | এজনে দেখোন Flate ৰ গৰাকী হল প্ৰেয় ষীয়ে নিজেই কলে, গতিকে ঠিকাদাৰ চাত্র নেতা হোৱা উচিৎ নহয় |
কথা কেইটা শুনি বৰ ভাল লাগিল
আছু কৰিলে কেলা কোটা কেইতা থাকে যে 😂😂
জয় আই অসম ❤
জয় আই অসম ✊️✊️
আছু সদায় সুবিধা বাদী
Moja ❤
Akha rakhim protito jati jono jatiloi khomantoral vabe dristi koribo karon shormah khobdoto khub boikhomyo muluk
Depend kore ki pohi ase. Ejon sciencet phd kora studentr hatot time e nathake.. ratipuwa 9am pora rati 12-1 loike lab. Ketya hongothon koribo.
Jai aai axom✊✊✊
❤utpal da❤
Aasu mane atia bjp😢
Mukhosto dylok kisuman koi. Ru keidin maan pst rajnoitik dolot join kri ruup solab. Nasao eibor
জয় আই অসম
গুৱাহাটীত অসমীয়া ভাষা কিয় নিলিখা হল কাৰন কি কিয় নিমাত আছু
AASU originally daalalor group
Bht qualified and bht intelligent lora presence of mind bht bhal... But bjp logt alp link asa jan doubt hoi...
জয় আই অসম 🫶✊
Jagiroad station t axomiya knke likhe sai ahibosun..
Please anekwa video nobonabo..Val nalage
Kotha kuwar style tu manisu kintu
😊
মাইকেলহে মেইন
Assur kajyo pantha sathi bhabe raijar agat dagnhi dharak jalatya samisyaki bhabe samadhan habo.adarshagato bhabe kajyapantha loyok..khudra sartha habo nalage
atik bhave
Uttar bilk kintu kisu dise dada
When wil he join BJP.
Dont be common 😅
জয় আই অসম