কিয় ৰাইজৰ আদালতত থিয় হ’বলগা হৈছে আছু নেতৃত্ব? শোণিত কুমাৰ ভূঞাৰ সৈতে LIVE & EXCLUSIVE

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 พ.ย. 2024

ความคิดเห็น • 37

  • @RobinTamulay
    @RobinTamulay หลายเดือนก่อน +1

    আবেগ ভৰা কণ্ঠস্ব,সদায় আমাৰ আবেগ হয়েই থাকিব ।ফলাফল কিন্তূ শূন্য।

  • @SdGohain
    @SdGohain หลายเดือนก่อน +8

    আগতে দেখিছিলো আছুৱে চৰকাৰৰ ভুল নীতিবোৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি চৰকাৰৰ সেই কামবোৰ কাৰ্যকৰী কৰাত বাধা দিছিল। আমিও বহুত সমৰ্থন জনাইছিলো।কিন্তু বৰ্তমান এই বিজেপিৰ চৰকাৰৰ ভুল নীতিবোৰ দেখিও আছুৱে কোনো প্ৰতিবাদ নকৰি নিৰবে থাকে। সন্দেহ হয় কংগ্ৰেছৰ চৰকাৰ আঁতৰাবৰ বাবে আছুৱে RSS ৰ এজেণ্ট হিচাপে কাম কৰি আছে নেকি। কাৰণ বিজেপিৰ নেতা সকলৰ ভিতৰত এবিভিপি ৰ পৰা অহা নেতাতকৈ আছুৰ পৰা অহা নেতা সংখ্যা বেছি। হয়তো ৯০%। আৰু মাইকেলৰ বৰ্ত্তমানৰ গতিবিধিবোৰ দেখিও ভাব হয় যে তেওঁৰ মিছনটো সম্পূৰ্ণ কৰিলে। বৰ্ত্তমানৰ পৰিস্থিতিত আছু এৰিব লাগিছিল মাইকেলে কিন্তু এৰিলে শংকৰজ্যোতি বৰুৱাই।

    • @anilgogoi876
      @anilgogoi876 หลายเดือนก่อน

      একেবাৰে সঁচা কথা কৈছে আপুনি। মাইকেল এশ শতাংশ সফল।

  • @PalHumsafar
    @PalHumsafar หลายเดือนก่อน +14

    দলৰ কোনো নিজাববীয়াকৈ মূল মন্ত্ৰ নাই ।
    ৰাজনৈতিক দলবোৰে আছুক নচুৱাই থাকে ।
    ছাত্ৰ সমাজ বা অসমৰ প্ৰতি বা অসমৰ জাতীয়, কলা সংস্কৃতিৰ প্ৰতি কোনো দ্বায়িত্ব নাই । ইমান পুৰণি দল এটাৰ নিজাববীয়াকৈ আত্ম নিৰ্ভৰশীল চিন্তা ধাৰা নাই । চৰকাৰে ইচ্চা কৰিলেই আছুৰ প্ৰতিবাদবোৰক নিমিষতেই বন্ধ কৰাই দিয়ে ।
    এটা সময়ত বহুত ভাল লাগিছিল আছুক কিন্ত এতিয়াও অনুভৱ হয় আছু এটা 'সুবিধাবাদী' দল সংগঠন ।
    আছুত আজিলৈ মহিলাক গুৰুত্ব দিয়া প্ৰতিফলিত হোৱা দেখা নাই । মহিলাই নেতৃত্ব লব নোৱাৰেনে কৰিবই দিয়া নাই । সেয়া অকল আছুক কোৱা হোৱা নাই সকলো দল সংগঠনক কৈছো । কি মহিলা বুধি বিচাৰ বিবেচনা কৰিব নোৱাৰে নেকি ? ন্যায়ালয়ৰ বিচাৰপীঠ হব পাৰে, DIG, SO, MAJOR, PILOT etc হব পাৰে এই দল সংগঠনক (বোৰক) নেতৃত্বত দিব পৰা মহিলা আজিলৈ জন্ম হোৱাই নাই নেকি ???
    ছাত্ৰ ছাত্ৰীৰ, স্কুল কলেজ, সমাজ, জাতীয়তাবাদে নাই সেই দলবোৰ উদ্দেশ্যবোৰ কি??? সমাজ কল্যাণ নে অন্য কিবা... ।
    কথাখিনি কলো মনত আছিল আৰু অসম খনক ভাল পাওঁ কাৰণে কলো । আমাক দল সংগঠন লাগে । আৰু দল সংগঠনবোৰ অলপ সবল কাৰ্য্যকৰীকৰণ হব লাগে ।

  • @jyotikumarnath
    @jyotikumarnath หลายเดือนก่อน +5

    শোণিত কুমাৰ ভূঞা স্তিমিত হৈ থাকিল উৎপল শৰ্মাৰ চতুৰালিৰ সন্মূখত। উৎপল শৰ্মা হওক, চৰ্জুন হাঞ্চেই হওক এওঁলোকৰ বৌদ্ধিক জ্ঞানৰ মান আৰু কথাৰ ফুলজাৰি দেখিলে ছাত্ৰসন্থা যে এতিয়াও বগা চাৰ্ট আৰু ক'লা লংপেন্টেই হৈ আছে সেই কথা এটা দুগ্ধপোষ্যইও অনুমান কৰিব পাৰে। এওঁলোকক লৈ আমি উৎসাহিত হোৱাটো আমাৰ মূৰ্খামি নহয়নে? চৰ্জুন হাঞ্চে সহজ-সৰল মানুহ। বৃদ্ধসকলে চলাব পাৰিব।

  • @RuprazKhilonzia
    @RuprazKhilonzia หลายเดือนก่อน +2

    Utpol Shorma Bohut Val Lora.aami bohut aakha koru.Sarjun Hanse Congresletion Bro

  • @durgeswarphukan8498
    @durgeswarphukan8498 หลายเดือนก่อน +1

    ধন্যবাদ

  • @durgeswarphukan8498
    @durgeswarphukan8498 หลายเดือนก่อน

    উপযুক্ত সভাপতিজনক ধন্যবাদ থাকিল । আমি আশাবাদী

  • @ruhitdihingia8210
    @ruhitdihingia8210 หลายเดือนก่อน

    শোণিত, উৎপল আৰু সম্মুজ্জল বৃন্দই যি ইতিমধ্যে কাৰ্য্যকৰী কৰিলে মূৰৱী হিচাপে, সন্হাৰ প্ৰধান নেতা হিচাপে, সেয়া যিদৰে ১০০% অৱধাৰিত, ১% শতাংশ ইফাল - সিফাল বা তিল মাত্ৰ ব্যতিক্ৰম হোৱা হলেই অনাকাঙ্খিত ক্ষতিৰ উদ্ভৱ হল হেতেন। উৎপল - সুমুজ্জল দ্বয়ক,অভিজ্ঞ সকলে ধন্যবাদ জ্ঞাপন কৰা উচিত। এইখিনিতে উল্লেখযোগ্য যে নেতাদ্ব‌য়ে Reluctantly ( অনিচ্ছাকৃতভাৱে) বাধ্য - বধকতা আছিল। দ্বিতীয়তে, সদৌ অসম ছাত্ৰ সন্হাৰ ভবিষ্যত জীৱন কালৰ বাবে প্ৰতি গৰাকী মৰমৰ সদস্য - সদস্যাই চিন্তা - চেতনা, ধৰ্য্য, বাস্তৱিক জ্ঞান আহৰণ ক্ষেত্ৰত সচেতনতা লাভত এই তিক্ততা
    পাথেয় হব। চাওক, চকুৰ আগতে দপদপনিৰ পাৰা কেনেকৈ নিম্নগামী হব পাৰে, যিহেতু সংগঠন সমাজে ৰক্ষকৰ দায়িত্ব লয় আদালতে সিমান নলয়।

  • @AsinurSk-xf1lv
    @AsinurSk-xf1lv หลายเดือนก่อน +1

    I wish AASU long live.❤

  • @rupjyotiborah6040
    @rupjyotiborah6040 หลายเดือนก่อน

    ভাল লাগিল অনুষ্ঠানটো ❤

  • @swaminath7698
    @swaminath7698 หลายเดือนก่อน +6

    আছু আজিৰ তাৰিখত জাতীয় জীৱনৰ মূল সমস্যা ৰ পৰা আতৰি ৰাজনৈতিক দলৰ comand মতে চলে

  • @raktimlahkar8290
    @raktimlahkar8290 หลายเดือนก่อน +1

    ছৰ্জুন হান্সেৰ প্ৰতি শুভকামনা ।

  • @BabluAli-l1g
    @BabluAli-l1g หลายเดือนก่อน

    আমাৰ উজনী অসমৰ এজনু নাই

  • @poragpriyaminfo3196
    @poragpriyaminfo3196 หลายเดือนก่อน

    দুলীয়াজান অধিৱেশনত উদ্দীপ দাক ছাত্ৰ সন্থাৰ নেতৃত্ব প্ৰদান নকৰাটো ভুল আছিল।

  • @KaustovSarma
    @KaustovSarma หลายเดือนก่อน

    আছু জিন্দাবাদ ❤
    উৎপল শৰ্মা জিন্দাবাদ ✊

  • @sanjeebsarma4485
    @sanjeebsarma4485 หลายเดือนก่อน

    বয়স 30বছৰ হলে AASU ৰ পৰা বিদায় দিব লাগে

  • @AlikBorah-l4w
    @AlikBorah-l4w หลายเดือนก่อน

    Good

  • @thedevogramstory7483
    @thedevogramstory7483 หลายเดือนก่อน +3

    Janu aru sob nijar mnuh ani loisa... AASU lobi sola aru samjual aru utpal mili ujjoni leader burok side kri asa.. Amr murkho ujjoni neta bura samsa hoi thakiba... Best of luck... Kam nai

  • @arianapragya
    @arianapragya หลายเดือนก่อน

    😢 nice decision from aasu platform.

  • @DKD-co3be8mg4j
    @DKD-co3be8mg4j หลายเดือนก่อน +1

    AASU thoka bordauta, khura aru dada xokolok dikha pali hahi uthi tauluki neji laj kio napai xaituhi buji napau eai bidha bayaxotu nejoki students leader buli koboli.... Eai xakalak jiteya white shirt black pan dikha pau titeya students leader nesina nalagi joker nesinahi lagi

  • @rahul-y8w5v
    @rahul-y8w5v หลายเดือนก่อน

    AASU ✊✊✊

  • @mcqsassam
    @mcqsassam หลายเดือนก่อน +1

    Next aasu a ai lora tuk General Secretary de dakhauk tatiya aasu hudha buli kom

  • @amarh9566
    @amarh9566 หลายเดือนก่อน

    Politics kora hol

  • @sukleswarnath6079
    @sukleswarnath6079 หลายเดือนก่อน +1

    উৎপল শৰ্মাহঁতে জানিছিল,পাৰিলেহেতেন আছুক বদনামৰ পৰা ৰক্ষা কৰিবলৈ,কিন্তু শঙ্কৰজ্যোতিক খেদিবলৈকেই এখন নাটক ৰচিত আছুক বলিৰ পঠা সজালে ।

  • @gajendragogoi1903
    @gajendragogoi1903 หลายเดือนก่อน

    Assu is a police party

  • @oneplustabgo-q1s
    @oneplustabgo-q1s หลายเดือนก่อน

    Angu pangu😂

  • @mcqsassam
    @mcqsassam หลายเดือนก่อน

    Sonit o toi Aibur bad da.... Toi janu Taj de piso..... Tut ka ami base aasu korixu .... Aitya aibur futuka fan bujiso

  • @kushagogoi4876
    @kushagogoi4876 หลายเดือนก่อน

    vsssssvvdvssv

  • @pratuldas6125
    @pratuldas6125 หลายเดือนก่อน

    Utpal Sarmah is not cretitable . 18:49