Utpal Sarma AASU: Income, Relationship & TRUTH about the 'Chanda Culture' || Assamese PODCAST - 130

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 ต.ค. 2024

ความคิดเห็น • 468

  • @KaSiYali
    @KaSiYali 2 หลายเดือนก่อน +131

    '"বসন্তত যদি বিশ্বাস আছে
    ফাগুনলৈ কিহৰ ভয়!
    সোঁতৰ সতে উটি যাবলৈ
    আমিতো মৰা মাছ নহয়!"-মোৰ যদি ভুল হোৱা নাই তেখেতে ক'ৰবাত এই পষ্টটো দিছিল।তেতিয়াৰ পৰা তেখেত প্ৰিয়।তেখেতনো কোন,কি কৰি আছে সেই বিষয়ে তেতিয়া একোৱেই নাজানিছিলোঁ কিন্তু তেতিয়াৰ পৰাই তেখেতক শ্ৰদ্ধা কৰোঁ।ব্যক্তিগতভাবে,
    শব্দক ভালপোৱা আৰু শব্দৰ উচ্চাৰণ শুদ্ধকৈ কৰা মানুহলৈ সন্মান জাগে।তেখেত সেয়ে ক'ৰবাত সুকীয়াকৈ আছে।

  • @jehirulhuda3147
    @jehirulhuda3147 2 หลายเดือนก่อน +48

    মই এজন ৫৯ বছৰীয়া শিক্ষক। শিৱসাগৰত
    আমি অসম আন্দোলনৰ লগত বিশেষভাৱে জড়িত আছিলো। সেইবাবে এতিয়াও ছাত্ৰ সন্থাৰ প্ৰতি দুৰ্বলতা আছে। গতিকে আজি গোটেই interview টো চালো। উৎপলৰ knowledge আৰু issue based কথনশৈলী বা উপস্থাপনক মই শ্ৰদ্ধা কৰো। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। লগতে অবয়বকো মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিলো। জয় আই অসম।

  • @niorbikashcreations6096
    @niorbikashcreations6096 หลายเดือนก่อน +13

    "প্ৰেম দৰ্শনৰ বিষয়,
    প্ৰদৰ্শনৰ বিষয় নহয়"
    তামাম দিছে...👌
    জয় আই অসম🙏

  • @AlimpyshreyamGogoi
    @AlimpyshreyamGogoi 2 หลายเดือนก่อน +39

    ইমানেই ধুনীয়াকৈ কথাবোৰ কয় শুনিলেই শুনি থাকিব মন যায় তাৰোপৰি আপোনাৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে , সদাই আমাৰ কণ্ঠ হৈ থাকক

  • @bibeksaikiaofficial5500
    @bibeksaikiaofficial5500 2 หลายเดือนก่อน +31

    উৎপল দাৰ মাত টো বৰ মিঠা লগতে শব্দৰ শৈলী বোৰ খুবেই ভাল লগা। মোৰ personally ভাল লগা এজন ব্যক্তি । খুব সুন্দৰ podcast 🤗
    মৰিগাঁও জিলাৰ যাদুৰ নগৰী মায়ং ৰ পৰা অৱয়ব দা লৈ মৰম যাচিলোঁ। ❤

  • @bedabikashsaikiamusical5625
    @bedabikashsaikiamusical5625 2 หลายเดือนก่อน +4

    পূৰ্বে আছিল অসমীয়া ভাষাৰ মাজত দুই-এক ইংৰাজী শব্দ আৰু বৰ্তমান ইংৰাজীৰ মাজত দুই-এক অসমীয়া শব্দ😊 উৎপল দাক আকৌ এবাৰ নিমন্ত্ৰন কৰিব বুলি আশা থাকিল।এতিয়ালৈকে যিমান খণ্ড চালো,সকলোতকৈ ভাল লগা খণ্ড❤

  • @AlimpyshreyamGogoi
    @AlimpyshreyamGogoi 2 หลายเดือนก่อน +46

    ইয়াতকৈ কি হব পাৰে তীব্ৰ ৰাগী
    যি প্ৰেমত মই বৈৰাগী🤍
    ইমান সুন্দৰ উত্তৰ

  • @pranjitkonch1924
    @pranjitkonch1924 2 หลายเดือนก่อน +7

    আজিলৈকে চোৱা সৰ্ব্বশ্ৰেষ্ঠ podcast... ইমান সাৱলীল ভাষা... অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ প্ৰতি প্ৰেম জাগ্ৰত কৰিব পৰা এক podcast.... 😍

  • @RcS6930
    @RcS6930 2 หลายเดือนก่อน +16

    আজি এই podcast তো দ্বাৰা বহু কথা বুজিব পাৰিলো গতিকে ইমান এটি সুন্দৰ podcast দিয়াৰ বাবে উৎপল দা ❤ তথা আপোনালৈ অত্যন্ত ধন্যবাদ 😊❤️
    লগতে, লক্ষীমপুৰ বাসীৰ পৰা আপোনাৰ লগতে আপোনাৰ সমূহ কৰ্ম কৰ্তালৈ ভালপোৱা ❤
    জয় আই অসম ✊❤️

  • @shreemoyeephukan7388
    @shreemoyeephukan7388 2 หลายเดือนก่อน +6

    ইমান সুন্দৰকৈ কথাখিনি উপস্থাপন কৰিছে। আমাৰ ভাষাটো কিমান সুন্দৰ উৎপল শৰ্মা ডাঙৰীয়াৰ কথাৰ মাজেৰে অনুভৱ কৰিব পাৰি।

  • @pranjitঅসম
    @pranjitঅসম 2 หลายเดือนก่อน +14

    মৰিগাঁও পৰা দুয়োজনলৈ মৰম যাচিলোঁ! উৎপল দাক লৈ আমি মৰিগাঁওবাসীয়ে সঁচাকৈয়ে গৌৰৱবোধ কৰোঁ❤

    • @wrongwithyou-i9i
      @wrongwithyou-i9i 2 หลายเดือนก่อน

      মৰিগাঁওৰ নেকি ?

  • @pujasriborgohain3654
    @pujasriborgohain3654 2 หลายเดือนก่อน +10

    One of my favourite person is Utpal.
    One of the Nice episode.
    নিজক বিচাৰি পোৱা যেন অনুভৱ। আছু,কা,সকলো মোৰ বাবে এক আৱেগ। আছু মোৰ বাবে এক সত্বা🙏
    নতুন প্ৰজন্ম‌ই উৎপলৰ ভাষ্যবোৰ শুনা প্ৰয়োজন। উৎপলক অনুকৰণৰ বাবে নহয়..অসমীয়া ভাষাটো শুদ্ধকৈ ক'বৰ বাবে।
    সদায় ভাল ভাল কাম কৰি যোৱা🙂
    I m watching from Hyderabad 😊

    • @wrongwithyou-i9i
      @wrongwithyou-i9i 2 หลายเดือนก่อน

      অসমীয়া বোলে অন্য ৰাজ্যত নাথাকে অসমৰ একাংশ দল সংগঠনৰ মতে 😂

  • @EvaRajkhowa-g4h
    @EvaRajkhowa-g4h 2 หลายเดือนก่อน +8

    খুব ভাল লাগিল , এনেকুৱা প্ৰতিভা বান ছাত্ৰ নেতাৰ হাতত আছুৰ ভৱিষ্যত উজ্বল হব বুলি আশা কৰিলো।

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 15 วันที่ผ่านมา +1

    উৎপল শৰ্মা দেও , সুন্দৰ কৈ কথা কোৱাতো , আপোনাৰ এটা ধুনীয়া কলা । আপুনি নিশ্চয় কৈয়ে ইয়াৰ বাবে প্ৰশংসিত ।

  • @SimantaSwarajGogoi
    @SimantaSwarajGogoi 2 หลายเดือนก่อน +4

    মই লহ্মীমপুৰ পৰা উৎপল শৰ্মা ৰ কথা বার্তা বোৰে সচাঁ ই অনুপ্রাণিত কৰে। তেখেতক পুনৰ বাৰ podcast ৰ মজিয়াত চাব বিচাৰিছো। AASU ✊ long live

  • @saratnath6782
    @saratnath6782 24 วันที่ผ่านมา +2

    অসমৰ সমাজ জীৱনৰ পৰা যি সকল ব্যক্তি মোৰ প্ৰিয় সেই সকলৰ ভিতৰত উৎপল শৰ্মা অন্যতম।তেওঁৰ প্ৰতিটো কথাৰ পৰা এক সুকীয়া মাদকতা পাওঁ, তেওঁৰ কবিতা কবিতা লগা প্ৰতিটো কথাই হৃদয় স্পর্শ কৰে। শৰ্মা দা সদায় ভালে থাকক। তেওঁৰ কথা কোৱাৰ কৌশল অন্যতম। কবিতা ভালপোৱা মানুহবোৰ প্ৰেমিক হয়। তেওঁ প্ৰেমিক হয় বহুত তেওঁ নহয় বুলি ক'লেও নামানো, তেওঁৰ প্ৰেমত সত্য আৰু সততা আছে। তেওঁৰ দৰে প্ৰতিজন মানুহ প্ৰেমিক হ'লে পৃথিৱীখন বৰ সুন্দৰ হৈ পৰিব।

  • @mintuallfriends7494
    @mintuallfriends7494 2 หลายเดือนก่อน +18

    ছয়গাঁও মহাবিদ্যালয়ত উৎপল শৰ্মা ডাঙৰীয়াৰ মই প্ৰথম ভাষণ শুনিছিলো সঁচাই বহুত ভাল লাগে তেওঁৰ কথাবোৰ 🙏❤️
    জয় আই অসম ❤

  • @dhrubajyotiborgohain2843
    @dhrubajyotiborgohain2843 2 หลายเดือนก่อน +18

    উৎপল দাৰ interview চাই ভাল লাগিল। কিন্তু Aboyob লৈ এটা request podcast ৰ time টো কমাব লাগে, আধা ঘণ্টাতকৈ বেছি হলে চাবলৈ ইমান হাতত সময় নাথাকে।
    ধন্যবাদ
    ড: ধ্ৰুৱ জ্যোতি বৰগোহাঁই

  • @Sanjibbora345
    @Sanjibbora345 2 หลายเดือนก่อน +60

    আমাৰ দাদা উৎপল শৰ্মা ❤
    সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ ✊🏼

  • @bhaktadeepchaliha700
    @bhaktadeepchaliha700 2 หลายเดือนก่อน +11

    Bhal uttar dise, Utpal Sarma. Aboyob, you should stand for the nation and its people, not for fleeting opinions or partial support of a particular political narrative.

  • @dhunupiyavlogs9558
    @dhunupiyavlogs9558 9 วันที่ผ่านมา +1

    প্ৰেম দৰ্শনৰ বিষয়,
    প্ৰদৰ্শনৰ বিষয় নহয়।❤
    এখনেই পতাকা, এটাই পন্থা,
    সদৌ অসম ছাত্ৰ সন্থা ✊
    জয় আই অসম ❤✊

  • @shahrukhsultan8727
    @shahrukhsultan8727 หลายเดือนก่อน +1

    He has economic vision for Assam, understands business. Thats a great quality.

  • @DigboiBorbil
    @DigboiBorbil 2 หลายเดือนก่อน +1

    উৎপল দা আপোনাৰ কথা বোৰে মনবোৰ চুই গল।।।। কথা বতৰা ফালৰ পৰা আপুনি এজন যোগ্য ব্যক্তি।। আগুৱাই যাওঁক।
    From CHARAIDEO

  • @shyamkanumahanta702
    @shyamkanumahanta702 2 หลายเดือนก่อน +6

    I am not directly an AASU supporter but utpal sharma da❤❤❤

  • @bhaijandas-ss7fg
    @bhaijandas-ss7fg 2 หลายเดือนก่อน +8

    লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ পৰা 🙏✊
    সদৌ অসম ছাত্ৰ সন্থা✊
    ছাত্ৰ সন্থা কৰিবলৈ সাহস দিয়া এগৰাকী সবল সংগ্ৰামী নেতা উৎপল শৰ্মা দাদা🙏❤।

  • @ritumanibarman4381
    @ritumanibarman4381 19 วันที่ผ่านมา +2

    গুৱাহাটী মহাবিদ্যালয়ত উৎপল শৰ্মা ডাঙৰীয়াইৰ মই প্ৰথম ভাষণ শুনিছোঁ, তেওঁ কোৱা কথা বোৰ বহুত ভাল লাগে

  • @dharitryboruah9379
    @dharitryboruah9379 2 หลายเดือนก่อน +7

    উৎপল শৰ্মাৰ ব্যক্তিত্বৰ লগতে সুস্পষ্ট কথন শৈলীয়ে পডকাষ্টটো আকৰ্ষণীয় কৰি তুলিছে।
    বৰ্তমানলৈকে হোৱা ভাল পডকাষ্টসমূহৰ ভিতৰত এইটো অন্যতম।

  • @rinjugogoi5969
    @rinjugogoi5969 หลายเดือนก่อน

    খুব ভাল লাগিল অনুষ্ঠানটো।ভাতৃসম উৎপল সুন্দৰ কঠন শৈলী আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী। ছাত্ৰ নেতা হিচাপে অসমৰ বাবে ভাল ভাল কাম কৰি যোৱা। অনাগত দিনৰ বাবে দুয়োলৈ শুভেচ্ছা জনাইছো।

  • @karabideka1305
    @karabideka1305 2 หลายเดือนก่อน +26

    ইমান Smartly হেন্দেল কৰিছে কথাবোৰ,ভাল লাগিল।
    (কেৱল ছাত্ৰ সন্থাৰ কৰ্মী বাবে কথাখিনি কোৱা নাই। )

    • @rajubarman4078
      @rajubarman4078 2 หลายเดือนก่อน +3

      Smarty handle? তেওৰ কথাখিনি শুনি কিবা লাভ হ'ল জানো?

    • @manashthakuria
      @manashthakuria 2 หลายเดือนก่อน +1

      ​@@rajubarman4078🤣🤣🤣

    • @CmantaDka
      @CmantaDka 2 หลายเดือนก่อน

      😅​@@rajubarman4078

  • @birantabarman2086
    @birantabarman2086 2 หลายเดือนก่อน +2

    Khub val lagil sai ....Apuni AASU k agor stan ghurai dibo buli aakaha thakil

  • @monikadas3103
    @monikadas3103 2 หลายเดือนก่อน +3

    তিনি ও জনৰ interview দেখিলো, অসমীয়া ভাষা সাৱলীল ভাৱে কোৱা সুন্দৰকৈ কৰা উপস্থাপন ভাল লাগে শুনি ভাল লাগে

  • @jayantachakravarty6129
    @jayantachakravarty6129 หลายเดือนก่อน

    উৎপল ভাইটিৰ কথাবোৰ বহুত ভাল লাগিল। বহুত বহুত শুভেচ্ছা থাকিল। জয় আই অসম।

  • @dibakarmali5637
    @dibakarmali5637 2 หลายเดือนก่อน +1

    উৎপল শৰ্মাৰ কথাখিনি শুনি আপ্লুত হলো। ছাত্ৰ সন্থাৰ কৰ্মৰাজি অসমীয়া ৰাইজে নতুন দৃষ্টিৰে আঁকোৱালি লব বুলি আৰু সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ।

  • @Lover-o5d
    @Lover-o5d 2 หลายเดือนก่อน +9

    সুৰীয়া সুৱদী অসমীয়া ভাষাৰ মাধুৰ্য্যতাৰে পৰিপূৰ্ণ কথোপকথন আৰু এগৰাকী নেতাৰ পৰিপক্ক চিন্তাৰ পূৰ্ণ প্ৰতিফলন।

  • @hridoybaruah8145
    @hridoybaruah8145 2 หลายเดือนก่อน +10

    অসমৰ নতুন সূৰ্য্য উৎপল শৰ্মা ✊

  • @nilutpalgogoi4353
    @nilutpalgogoi4353 2 วันที่ผ่านมา

    মানুহজন মোৰ বহুত প্ৰিয়। তেখেতৰ কথাবিলাক শুনি কেতিয়াও আমনি নালাগে। বৰ সুন্দৰভাৱে সকলো কথা বুজায় কয়।❤❤❤❤

  • @pranabhaloi458
    @pranabhaloi458 2 หลายเดือนก่อน +2

    বহুত ভাল লাগিল সাক্ষাৎকাৰটি চাই । তোমালোকৰ গোটেই দলৰ সদস্য সকলক বহুত মৰম।❤

  • @NUnicadventures
    @NUnicadventures 2 หลายเดือนก่อน +3

    Greatest podcast I have seen really eman philosophy

  • @manashhazarika4744
    @manashhazarika4744 2 หลายเดือนก่อน +1

    পৰিপক্ক ,জ্ঞানী আৰু অনাগত দিনত অসমৰ ৰাজনৈতিক প্রেক্ষাপটৰ এজন উজ্জ্বল জ্যোতিষ্ক
    Podcast তোৰ মাথ্যমৰে এইয়ে উমান পোৱা গ'ল ।

  • @kalpanakataky9092
    @kalpanakataky9092 2 หลายเดือนก่อน +1

    শুনিলে শুনি থাকিবৰ মন যোৱা আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী উৎপল শৰ্মাৰ লগত podcast টো ভাল লাগিল। from nagaon

  • @Mrin_Moy411
    @Mrin_Moy411 2 หลายเดือนก่อน +4

    দাদা আমাৰ আবেগ আমাৰ উৎসাহ
    উৎপল দা জিন্দাবাদ
    সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ ✊✊✊

  • @hridayanandasaikia6383
    @hridayanandasaikia6383 12 วันที่ผ่านมา +1

    Utpal Sarmah very talented boy.

  • @Prince_deka123
    @Prince_deka123 2 หลายเดือนก่อน +9

    Utpal daa k xosake bht vl lge ... last month t Tihu t ahisil bht vl lgisil log pai

  • @manjubarman8824
    @manjubarman8824 2 หลายเดือนก่อน +3

    মই মৰিগাঁও পৰা কৈছো উৎপল ভাইটীৰকথাবোৰ বহুত বেছি ভাল লাগিল। ভাষা শৈলীৰ গঠন বহুত বেছি ভাল। ভাইটী ৯ নম্বৰ ward ৰ ৰাস্তা বোৰ একদম অবস্হা নাই মানুহ ওলাব নোৱাৰি। দযাকৰি অপমান চোৱা হলে

  • @intikaburrahman3597
    @intikaburrahman3597 หลายเดือนก่อน

    বহুদিনৰ পাছত এটা বৰ সুন্দৰ interview চালো। উৎপল শৰ্মাৰ ডাঙৰীয়ালৈ বহুত বহুত শুভেচ্ছা জনালো

  • @lovelyassam9974
    @lovelyassam9974 2 หลายเดือนก่อน

    জীৱনত যদি, মই কাৰোবাক অনুসৰণ কৰো তেন্তে সেয়া হ’ল উৎপল শৰ্মা! দাদা ৰ কথাবোৰ শুনি বহুত ভাল লাগিছে তেখেতৰ কথা কোৱা শৈলী মন চুই যাই ❤️😌 We Love u Utpal daa 🙏🏻 জয় আই অসম ✊🏻

  • @AnjanOzah
    @AnjanOzah 2 หลายเดือนก่อน +2

    বৰ ভাল লাগিল। উৎপল শৰ্মালৈ শুভেচ্ছা জনাইছোঁ।

  • @PobitroBharali-ut5gt
    @PobitroBharali-ut5gt 2 หลายเดือนก่อน +4

    জয় আই অসম ✊✊ সদৌ অসম ছাত্ৰ সন্থাৰ জিন্দাবাদ ✊✊ মই মাজুলী পৰা চাই আছোঁ 🙏🙏

  • @abikdey2574
    @abikdey2574 2 หลายเดือนก่อน +1

    এজন নেতা হিছাপে তেওঁৰ আদৰ্শ সদায় সুকীয়া আৰু শ্ৰেষ্ঠ 🙏❤

  • @JerifaWahida-o3w
    @JerifaWahida-o3w หลายเดือนก่อน

    বৰ ভাল লাগে দাদা আপোনাৰ কথা বিলাক শুনি। শুনিলে শুনিব মন গৈ থাকে। মানুহজন সৎ ভাবেৰে চলি থকা এজন সত্য মানুহ। ভালে থাকক আপুনি।

  • @manabdas4735
    @manabdas4735 2 หลายเดือนก่อน +9

    উৎপল ককাইদেউ ❤
    জয় আই অসম ✊
    তামুলপুৰ পৰা....❤

  • @pranabjyotisaikia7155
    @pranabjyotisaikia7155 2 หลายเดือนก่อน +1

    সুন্দৰ, কথাবোৰে মনটো চুই গল ।। বিশ্বনাথ চাৰিআলিৰ পৰা

  • @gitanjalibaishya9831
    @gitanjalibaishya9831 2 หลายเดือนก่อน

    মানুহজনক খুব ভাল লাগিল। শুনি থাকিব পাৰি । তেওঁৰ ভাষা, উচ্চাৰণ খুব ধুনীয়া।

  • @manashdeka7545
    @manashdeka7545 2 หลายเดือนก่อน +3

    আমাৰ সকলোৰে কথাবোৰ,মনৰ ভাৱবোৰ,চিন্তাধাৰাবোৰ এওঁৰদৰে হলে আমি ছাগে আজি বেলেগ এটা স্তৰত থাকিলো হয় !

  • @bikramsarma7476
    @bikramsarma7476 2 หลายเดือนก่อน

    God bless you Utpal.Hodai jen Jatiyatabadi hoi thaka .

  • @ranjantamuly2942
    @ranjantamuly2942 2 หลายเดือนก่อน +5

    সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ✊
    জয় আই অসম✊
    Next episode Punam gogoi mam r lgt lage
    ACS rank10. 2019 ❤

  • @kabitaboro2178
    @kabitaboro2178 29 วันที่ผ่านมา

    বৰ ভাল পালো এই podcast. আৰু উন্নতি হওঁক উৎপলৰ। শ্ৰুতিমধুৰ - - - -!!!!"

  • @MasumChoudhury-tv4bi
    @MasumChoudhury-tv4bi 2 หลายเดือนก่อน +8

    Infront of Utpal da Aboyob be like nursery children...😅😅 ....

  • @bhumismitapatgiri9469
    @bhumismitapatgiri9469 2 หลายเดือนก่อน +2

    তেখেতৰ কথাবোৰ সদায় প্ৰিয়।। জয় আই অসম ❤

  • @miki9666
    @miki9666 2 หลายเดือนก่อน

    One of the best podcasts so far ❤ Utpal Sarma is so handsome and well spoken

  • @bonzo.lifestyel2077
    @bonzo.lifestyel2077 2 หลายเดือนก่อน +3

    আকৌ যদি যাব লাগে শৰাইঘাটলৈ
    লুইত পাৰৰ ডেকা বন্ধু নাথাকিবা ৰৈ !
    জয় আই অসম ❤🫡

  • @chimpi..
    @chimpi.. หลายเดือนก่อน

    তেখেতৰ আদৰণীয় ব্যক্তিত্বৰ লগতে সাৱলীল কথনশৈলীৰ অনুৰাগী। ❤তেওঁ সঁচাকৈয়ে এক অতুলনীয়, প্ৰভাৱান্বিত ব্যক্তিত্বৰ অধিকাৰী।

  • @bijoybarman4358
    @bijoybarman4358 2 หลายเดือนก่อน +4

    সদাই ভালে থাকক উৎপল দা এইদৰে আগুৱাই যাওঁক

  • @kandarpakumar8347
    @kandarpakumar8347 2 หลายเดือนก่อน

    মানুহ জনৰ কথা বতৰা বোৰ শুনি বহুত বেছি ভাল পালোঁ। ধন্যবাদ অবয়ব

  • @khanindrathakuria289
    @khanindrathakuria289 2 หลายเดือนก่อน

    উৎপল দাদাৰ কথাবোৰ শুনি ইমানে ভাল লাগিলে, অনুষ্ঠানতো চাই থাকিলো।

  • @mintuchetia4668
    @mintuchetia4668 2 หลายเดือนก่อน +1

    ❤ from goa I am AASU supporter, joi Ai Axom✊️

  • @paragsway
    @paragsway 2 หลายเดือนก่อน +2

    মোৰ‌ প্ৰিয় অনুষ্ঠান । উৎপল শৰ্মাৰ কথনশৈলী খুবেই আকৰ্ষণীয় । তেজপুৰ জামুগুৰিহাটৰ পৰা অনুষ্ঠান চাই আছোঁ ।

  • @JugalDas-oo5ph
    @JugalDas-oo5ph 2 หลายเดือนก่อน +3

    জয় আই অসম❤

  • @Boraanshu
    @Boraanshu 2 หลายเดือนก่อน +3

    Utpal sharma kothat dom ase .. terrific 👍

  • @JintuPatgiri-b8l
    @JintuPatgiri-b8l หลายเดือนก่อน

    উৎপল দা তুমি সচাই বিশেষ ❤
    জয় আই অসম ✊

  • @MrinmoySarmw-lg6eh
    @MrinmoySarmw-lg6eh 2 หลายเดือนก่อน +1

    খুব ভাল লাগিল কথাবোৰ শুনি❤️

  • @souravkalita8530
    @souravkalita8530 หลายเดือนก่อน +1

    এজন অসমীয়া হিচাপে AASU ওপৰত আমাৰ কোনো সন্দেহ নাই । কিন্তু এতিয়াও আপোনালোকৰ পিছফালে বহুতো AASU নেতাই pwd ৰাস্তাৰ কাম কৰা ঠিকাদাৰেই চান্দা নিদিয়া কাৰণে ঠিকাদাৰক খেদি পঠিওৱা কাৰ্য চলি আছে । বিচাৰোঁ আপুনি এই ground level reality বোৰত চকু দিব । জয় আই অসম 🌺

  • @digitalplus4208
    @digitalplus4208 2 หลายเดือนก่อน +3

    Love from barpeta ❤

  • @ankitaborah5949
    @ankitaborah5949 2 หลายเดือนก่อน

    Aww,his voice .Just mesmerizing and at the same he's using some so best words of Assamese language. Had the opportunity of listening to his live speech at a bihu function.

  • @mdgaming243
    @mdgaming243 2 หลายเดือนก่อน +1

    Radhe radhe 🙏🏻🙏🏻🙏🏻

  • @georgeronghang5038
    @georgeronghang5038 2 หลายเดือนก่อน +2

    বৰ ভাল পালোঁ। তেখেত এগৰাকী সুদক্ষ প্ৰতিনিধিৰ লগতে ভাল বক্তা।❤

  • @UsserOfficial-h1q
    @UsserOfficial-h1q 26 วันที่ผ่านมา

    সুন্দৰ লাগিল

  • @gairikdeb.5701
    @gairikdeb.5701 2 หลายเดือนก่อน

    Mojaa hoisay deh...
    I think 3ta podcast or bhitorot etu best hoisay ....
    And agot u assuk bhal paw but ajir pora 1 step 🪜 besi bhal puwa start korelu ....
    Well deserving president of the organization

  • @bishalthakuria12345
    @bishalthakuria12345 2 หลายเดือนก่อน +1

    Utpal sarma ❤ joi aai axom AASU LONG LIVE ❤🙏🤝

  • @Onlysanchi
    @Onlysanchi 2 หลายเดือนก่อน +1

    আচৰিত ধৰণে ভাল লাগিল...ইমান শুৱলা তেওঁৰ কথা...

  • @abhibadanhazarika8016
    @abhibadanhazarika8016 2 หลายเดือนก่อน

    বিশেষ খণ্ড...❤️ বহুত ভাল লাগিল

  • @Vivekshorts8
    @Vivekshorts8 2 หลายเดือนก่อน +2

    সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা দাদা জিন্দাবাদ ❤

  • @pritirekhabora9013
    @pritirekhabora9013 2 หลายเดือนก่อน +1

    বহুত ভাল লাগিল অনুষ্ঠানটো চাই

  • @kaveripradhan4753
    @kaveripradhan4753 2 หลายเดือนก่อน +1

    Hundor
    Charaideo pora sai asu. Agoloi aru val val podcast saboloi pam buli akha korilu logote xuvesa jonalu 💐

  • @khanindrabezbaruah9455
    @khanindrabezbaruah9455 2 หลายเดือนก่อน

    Bohutei besi vaal lagil.. interview tu saai utpal dak ebar log koribo mon goise. Neta hisape nohoi,,nijor kokai vai bulihe.

  • @trideepburagohain9857
    @trideepburagohain9857 28 วันที่ผ่านมา

    AASU long live ❤

  • @himangshubordoloi9535
    @himangshubordoloi9535 2 หลายเดือนก่อน

    ❤❤❤❤❤ mojjjja .. enekua podcast hobo lage
    Salute 🔥🔥🔥🔥

  • @Geetawaligogoi
    @Geetawaligogoi 2 หลายเดือนก่อน +2

    লৰা হ'লে উৎপল শৰ্মা দা ৰ দৰে হব লাগে❤.... মোৰ জীৱনৰ সংগীজনো এনেকুৱাই হব লাগিব 🌝

  • @tirthadeka9677
    @tirthadeka9677 วันที่ผ่านมา

    Utpal has a bright future...

  • @AnuKash9091
    @AnuKash9091 2 หลายเดือนก่อน

    বহুত ভাল লাগিল উৎপল।

  • @sankarjyotibasumatari9538
    @sankarjyotibasumatari9538 2 หลายเดือนก่อน +1

    best podcast bro

  • @dhirajsarma6420
    @dhirajsarma6420 2 หลายเดือนก่อน +2

    ভাল লাগিল চাই

  • @rupjyotisvlogs3264
    @rupjyotisvlogs3264 2 หลายเดือนก่อน +1

    Best episode ever 🎉

  • @dipakkurmi6545
    @dipakkurmi6545 2 หลายเดือนก่อน +6

    মৰিগাঁওৰ পৰা... দাদাক নিমন্ত্ৰণ কৰাৰ বাবে অশেষ ধন্যবাদ

    • @sinmoysaikia8957
      @sinmoysaikia8957 2 หลายเดือนก่อน

      Dadaa morigaon loi sivasagar pra knke jbo pri

    • @nabajyotibora124
      @nabajyotibora124 2 หลายเดือนก่อน

      Bus, train t​@@sinmoysaikia8957

    • @rakeshdasmorigaon
      @rakeshdasmorigaon 2 หลายเดือนก่อน

      গুৱাহাটী আহোঁতে এ গুৱাহাটী পোৱা আগতে জাগীৰোড বা আহঁতগুৰিত নামিব পাৰে​@@sinmoysaikia8957

    • @pranjeethazarika6821
      @pranjeethazarika6821 2 หลายเดือนก่อน

      ​@@sinmoysaikia8957 direct bus thake purple wings travels

  • @bonnysmitakalita427
    @bonnysmitakalita427 2 หลายเดือนก่อน +2

    Joi Aai Axom✊

  • @parthaneog5549
    @parthaneog5549 2 หลายเดือนก่อน +1

    কথাখিনি শুনিলে শুনি থাকিব মন যায় @উৎপল শৰ্মা দা

  • @KutubuddinAhmed-ms6dr
    @KutubuddinAhmed-ms6dr หลายเดือนก่อน

    Ai postcast bhut val lagise aru utpal da voice tu bhut val lagil

  • @deepjyotidas2397
    @deepjyotidas2397 2 หลายเดือนก่อน

    জয় জয়তে, জয় আই অসম ✊, অসমীয়া আৰু অসমি আইক জীয়াই ৰাখিবলৈ আমাৰ মানুহে যিয়েই নকৰোঁ কিও, জাতীয়তাবাদ সদায় আগত হব লাগে, মই এজন defence personal হয় কিন্তু মই ২৪*৭ জাতীয়তাবাদী ব্যক্তি, নিজৰ জাতিক লৈ বহুত সচেতন আৰু সচেতন হৈ জীয়াই থাকিম, জয় আই অসম ✊✊✊♥️♥️♥️

  • @joonprakashdigboi5249
    @joonprakashdigboi5249 2 หลายเดือนก่อน +1

    Best podcast ever

  • @subratdas6642
    @subratdas6642 หลายเดือนก่อน

    সচাকৈ ইমান ধুনীয়া অসমীয়া কথাকব পৰা ব্যক্তি জন