ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বহুত আবেগিক হৈ গলো। মোৰ দেউতাওঁ খেতি কৰি ইমান কষ্ট কৰি মোক পঢ়ালে। সকলো কথা লিখিব নোৱাৰিম এতিয়া। এতিয়া মাথোঁ যি কৰিব লৈছোঁ বিচাৰিছোঁ মাথো দেউতাৰ বাবে। বহুত ডাঙৰ উপহাৰ দিম দেউতাক
কথা কেইটা সচাকে ১০০ শতাংশ সত্য। আমাৰ গাঁৱত পাও বেছিভাগ।
ছাৰ বহুত সুন্দৰকথা।আগলৈ দিযাব
ছাৰ আপোনাক বহুত বহুত ধন্যবাদ । জীৱনৰ বাটত খোজ কাঢ়িব পাৰিম আপোনাৰ দৰে এজন ব্যক্তিৰ লগত সংযোগ হোৱাৰ কাৰণে ।
ভাল লাগিল। এনে motivational কথা শুৱি বহুতে ঊপকৃত হ’ব। ধন্যবাদ।
আপোনাৰ বহুমূলীয়া তত্বগধূৰ বক্তব্যক কৃতজ্ঞতা জনোৱাৰ লগতে আপোনাক ধন্যবাদ জনালোঁ
আপোনাৰ কথাবোৰ সচাঁকৈয়ে বহুত ভাল লাগে
আপোনাক ভগৱানে কুশলে ৰাখক😌🙏
বহুত বহুত মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো 💐
Right now
আপোনাৰ ভাষণ তথা কথা বহুত শুণি বৰ ভাল লাগে
বহুত প্ৰেৰণাদায়ক মন্তব্য 🙏
আপোনাৰ সুন্দৰ মন্তব্যই আৰু চিন্তাধাৰা অতি উচ্চ। ভাল লাগিল শুনি আপোনাৰ সুন্দৰ অনুভূতিবোৰ ছাৰ।
এশ শতাংশই শুদ্ধ আপোনাৰ কথাবোৰ ।বিশেষকৈ মাতৃ সমাজে এই কথাবোৰ হৃদয়ংগম কৰিব লাগে ।
বহুত সাহস পালো❤❤❤
ভগৱানে আপোনাক আৰু শক্তি দিয়ক। আপোনাৰ দৰে আৰু জন্ম হয়।আমি বহুত বহুত সাহস পালো ❤❤❤
আপোনাৰ কথাবোৰ শুণি বহুত সাহস পাও মনত🙏আপোনি great sir
Sir bohut vallagisay speach tu huni pelaie
th-cam.com/video/jdr7GjAY3H4/w-d-xo.html hapa comdey new video 📸📸📸📸 tmmmmm jomoni
DipakSirApunarKathaBurBhutBhutDhainobat
আপোনাৰ কথাবোৰ ষোল্ল অনাই শুদ্ধ।আপোনালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ।
আপোনাৰ বহুমূলীয়া কথাখিনি শুনি আৱেগিক হোৱাৰ লগতে বহুত উপকৃত হ'লো। আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো।
😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄
@@hrishita9279 😯😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄
Good@@tikusarmah1910
বাহঃবাহঃ সুন্দৰ ভাষনহৃদয় চুই গ'ল
অন্তৰ চুই যোৱা ভাষণ। বৰ ভাল লাগিল।
Bohut bohut val lagil . Hriday sui jai.sunile suni thakiba maan jai.
চাৰ বহুত ভাল লাগিল।আপুনাৰ প্ৰতিটো ভাষণে মোৰ হৃদয় চুই যায়।
আপোনাৰ কথাবোৰ শুনি সচাঁয় ভাল লাগে চিৰসত্য কথা দাদা
ধন্যবাদ। বহুত বেছি মূল্যৱান উপহাৰ দিলে। ভৱিষ্যতৰ বাবে সহায়ক হ'ব।
Bht vl katha kyse apuni.bht vl lage mr apunar katha bilk xuni🙏🙏🙏
বশুত বশুত ভাল লাগিল ছাৰ
Bht Bht thank you sir
ছাৰ আপোনাৰ কথাবোৰে সচাই জীয়াই থকাৰ সাহস দিয়ে.
Hi
❤❤❤❤❤❤❤@@dhananjaykalita4581
Jiyai thakar prerana jage. Thanks.
😯😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄
আপোনাৰ কথা বোৰ সচাকৈ বহুত ভাল লাগে সোনীলে সোনী থাকিব মন জাই
কথাবোৰ ধুনীয়াকৈ প্ৰকাশ কৰাত সহজেই হৃদয়ঙ্গম হয়। আপোনাৰ বহুত বেছি বাক্ পটুতা দেখি ভাল লাগে। এনেদৰে ভাল ভাল কথা কৈ ল'ৰা ছোৱালী বোৰক জ্ঞান দিয়া বাবে ধন্যবাদ।
বহুত ভাল লাগিল শুনি।যাৰ উপহাৰস্বৰুপে দীপক শৰ্মা চাৰলৈ অশেষ ধন্যবাদ জনালোঁ ।
Right 👍👍👍
চাৰ আপোনাৰ ভাষনে অন্তৰ চুই গ'ল আৰু সাহস আৰু পেৰনা পালো 🙏🙏🙏
Thankyou sir.
আপোনাক ভগবানে কুশলে ৰাখক
সচাঁ দে শব্দৰে নাই কবলৈ সুন্দৰ 💝💝💝 অতি 💗💗 সুন্দৰ 💗💗
আপোনাৰ বহুমূলীয়া কথা খিনি শুনি খুব ভাল লাগিল। বহুত বহুত ধন্যবাদ।
Very good motivation
দীপক দা মই আপোনাৰ কলেজত দিয়া ভাষণত উপদেশ আৰু কথা বোৰশুনি মই বৰ ভাল পাওঁ। সেইবাবে মই আপোনাৰ অনুষ্ঠান প্ৰায় চাও।
Dipak.da.thanku
সচা কথা । ভাল লাগিল ।
সচাঁ কথা কৈছা দা দা আপোনাক ভাষন বহুত ভাল লাগিল
আপোনাৰ কথা বোৰ সঁচাকৈয়ে বহুত ভাল লাগে।
দাদা বহুত ধুনীয়া কথা ❤️❤️❤️
আপোনাক এবাৰ Really লগ পালে life 2 কিবা এটা বহুত বেলেগ ধৰনে success হৱ ছাগে , lv u sir ❤
Heart touching motivational speech
😠😡😢😇😁 😄😄😄😄😄
Apunar kotha bor bhut vl lage kiba ata jen amaro ovigota hoise jen lage
well said sir
Aunar kthabore bhut anuprerona die.love for u💙💙
ইমান ভাল কথা কইছে ভাল লাগিল হোনি😘😘😘
যেতিয়া মনটো বেয়া লাগে আপোনাৰ video চাওঁ মনটো বহুত ভাল লাগি যায়
আপোনাৰ কথাখিনি প্ৰকৃততে তাৎপৰ্যপূৰ্ণ৷শুনি বহুত ভাল লাগিল৷
Aapunar kotha bor xuni bohut val lage..natun kiba ata xikibo pari
Hodai speech dibo dei bohut val lagey.
Sir dhunia kotha kole sodai hit updas dile amar Bohut upokar hobo dhonybad
Bht vl lgil sir
Very nice brother.Good motivated speech.
Sir aponar ktha bor xuni mr bht vl lgee ru jibont jiabr babe xahokh pao
Bohut val lage aponar ktha bur sir
Thank you so much sir
Great motivational speech
Bhut Bhal lagil ,,,
Bhut vll lage Dipak da. Apunar video belak
ভাল লাগিছে
দাদা আপোনাৰ কথাখিনি শুনি বহুত ভাল পালো...😘😘😘
ছাৰ বহুত ভাল লাগে আপোনাৰ কথা শুনি।বহুত কামত দিছে ছোৱালী জনীৰ ক্ষেত্ৰত।
Thanks too sir
Very good idea for future generations
সঁচাকৈ অক অন্ত ৰ চুই যোৱা আৰু। প্ৰে ৰ না dayak। ভাষণ ।
Bohut val kotha koisa
সুন্দৰ👌👌
মই আজি বহুত কথা জানিব পাৰো 🙂মনত বহুত ভাল লাগিলে আপোনাৰ কথাবোলে মন চোই যায় ❣Thank you sir🙏
Right 100000000000000000000%
Aji dudin hl apunr vdio swa bhut utsahito hlu val lage agoloi xuni thakim
Sir apunar vakhon huni bor val lagil...
Mojja
আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগিছে দাদা একেবাৰে সছাঁ কথা অন্তৰ চুই গৈছে।
Tq sir❤apunr kotha bure jiyai thkibloi xahokh diye
সম্পুর্ন সত্য কথা।
Akdom hosa katha koise dada aapuni 👍👍
Bhut hundr mntbya dise
সুন্দৰ দাদা
Heart touching motivetor
😃😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄
আপোনাৰ কথাবোৰ বৰ আবেগিক ❤
বহুত বহুত ধন্যবাদ
Thank you so much sir ,moi bohut bohut motivated hoisu sir 🙏
বৰ ভাল লাগিল ❤️🌹
Sir apnar video sow apni koisil nhy jimn nije dukh holeo ank koyar kuno darkar ni sir apnk konr mon Jai ase krnr apuni mor situation to Bujibo aru an kaoro agt apuni nkoi o mor biskh ase sir apuni very good man 👍
কৱ নোৱাৰাকৈ চকুলো ওলাই আহিল ভিডিওটো চায়। অশেষ ধন্যবাদ দাদা ❤️🙏🙏🙏
Sir jibonot eta xothik xiddhanto loboloi xahox korisu apunar babe bohut thank you sir
Very impressive and motivational🎉
বহুত বহুত ধন্যবাদ চাৰ
100% Right
সচাকৈয়ে, আপুনি ইমান ধূনীয়া আৰু সুন্দৰ কথা কেনেকৈ কব পাৰে ছাৰ?
Thank you so much sir. You are great. 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
বহুত ধুনীয়া ❤
সুন্দৰ ভাষণ ।
Really we appreciate your heartful motivated😍😍😍😍
Bahut bhal lagil.
Heart ❤️ touching motivational speech ❤️❤️❤️❤️❤️❤️❤️❤️
Sir phon numberto deboneki
😄😄😄 😄😄😄😄😄😄😄😄😄
দাদা আপোনাৰ ভাশন বোৰ প্ৰায়ে ছাও অনূসৰন কৰো কিন্তু আগুৱাই যাব নোৱাৰোঁ ।
অন্তৰ চুই যোৱা ভাষণ সচাকৈ।
বহুত আবেগিক হৈ গলো। মোৰ দেউতাওঁ খেতি কৰি ইমান কষ্ট কৰি মোক পঢ়ালে। সকলো কথা লিখিব নোৱাৰিম এতিয়া। এতিয়া মাথোঁ যি কৰিব লৈছোঁ বিচাৰিছোঁ মাথো দেউতাৰ বাবে। বহুত ডাঙৰ উপহাৰ দিম দেউতাক
কথা কেইটা সচাকে ১০০ শতাংশ সত্য। আমাৰ গাঁৱত পাও বেছিভাগ।
ছাৰ বহুত সুন্দৰকথা।আগলৈ দিযাব
ছাৰ আপোনাক বহুত বহুত ধন্যবাদ । জীৱনৰ বাটত খোজ কাঢ়িব পাৰিম আপোনাৰ দৰে এজন ব্যক্তিৰ লগত সংযোগ হোৱাৰ কাৰণে ।
ভাল লাগিল। এনে motivational কথা শুৱি বহুতে ঊপকৃত হ’ব। ধন্যবাদ।
আপোনাৰ বহুমূলীয়া তত্বগধূৰ বক্তব্যক কৃতজ্ঞতা জনোৱাৰ লগতে আপোনাক ধন্যবাদ জনালোঁ
আপোনাৰ কথাবোৰ সচাঁকৈয়ে বহুত ভাল লাগে
আপোনাক ভগৱানে কুশলে ৰাখক😌🙏
বহুত বহুত মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো 💐
Right now
আপোনাৰ ভাষণ তথা কথা বহুত শুণি বৰ ভাল লাগে
বহুত প্ৰেৰণাদায়ক মন্তব্য 🙏
আপোনাৰ সুন্দৰ মন্তব্যই আৰু চিন্তাধাৰা অতি উচ্চ। ভাল লাগিল শুনি আপোনাৰ সুন্দৰ অনুভূতিবোৰ ছাৰ।
এশ শতাংশই শুদ্ধ আপোনাৰ কথাবোৰ ।
বিশেষকৈ মাতৃ সমাজে এই কথাবোৰ হৃদয়ংগম কৰিব লাগে ।
বহুত সাহস পালো❤❤❤
ভগৱানে আপোনাক আৰু শক্তি দিয়ক। আপোনাৰ দৰে আৰু জন্ম হয়।আমি বহুত বহুত সাহস পালো ❤❤❤
আপোনাৰ কথাবোৰ শুণি বহুত সাহস পাও মনত🙏আপোনি great sir
Sir bohut vallagisay speach tu huni pelaie
th-cam.com/video/jdr7GjAY3H4/w-d-xo.html hapa comdey new video 📸📸📸📸 tmmmmm jomoni
Dipak
Sir
Apunar
Katha
Bur
Bhut
Bhut
Dhainobat
আপোনাৰ কথাবোৰ ষোল্ল অনাই শুদ্ধ।আপোনালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ।
আপোনাৰ বহুমূলীয়া কথাখিনি শুনি আৱেগিক হোৱাৰ লগতে বহুত উপকৃত হ'লো। আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো।
😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄
@@hrishita9279 😯😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄
Good@@tikusarmah1910
বাহঃবাহঃ সুন্দৰ ভাষন
হৃদয় চুই গ'ল
অন্তৰ চুই যোৱা ভাষণ। বৰ ভাল লাগিল।
Bohut bohut val lagil . Hriday sui jai.sunile suni thakiba maan jai.
চাৰ বহুত ভাল লাগিল।আপুনাৰ প্ৰতিটো ভাষণে মোৰ হৃদয় চুই যায়।
আপোনাৰ কথাবোৰ শুনি সচাঁয় ভাল লাগে চিৰসত্য কথা দাদা
ধন্যবাদ। বহুত বেছি মূল্যৱান উপহাৰ দিলে। ভৱিষ্যতৰ বাবে সহায়ক হ'ব।
Bht vl katha kyse apuni.bht vl lage mr apunar katha bilk xuni🙏🙏🙏
বশুত বশুত ভাল লাগিল ছাৰ
Bht Bht thank you sir
ছাৰ আপোনাৰ কথাবোৰে সচাই জীয়াই থকাৰ সাহস দিয়ে.
Right now
Hi
❤❤❤❤❤❤❤@@dhananjaykalita4581
Jiyai thakar prerana jage. Thanks.
😯😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄
আপোনাৰ কথা বোৰ সচাকৈ বহুত ভাল লাগে সোনীলে সোনী থাকিব মন জাই
কথাবোৰ ধুনীয়াকৈ প্ৰকাশ কৰাত সহজেই হৃদয়ঙ্গম হয়। আপোনাৰ বহুত বেছি বাক্ পটুতা দেখি ভাল লাগে। এনেদৰে ভাল ভাল কথা কৈ ল'ৰা ছোৱালী বোৰক জ্ঞান দিয়া বাবে ধন্যবাদ।
বহুত ভাল লাগিল শুনি।যাৰ উপহাৰস্বৰুপে দীপক শৰ্মা চাৰলৈ অশেষ ধন্যবাদ জনালোঁ ।
Right 👍👍👍
চাৰ আপোনাৰ ভাষনে অন্তৰ চুই গ'ল আৰু সাহস আৰু পেৰনা পালো 🙏🙏🙏
Thankyou sir.
আপোনাক ভগবানে কুশলে ৰাখক
সচাঁ দে শব্দৰে নাই কবলৈ সুন্দৰ 💝💝💝 অতি 💗💗 সুন্দৰ 💗💗
আপোনাৰ বহুমূলীয়া কথা খিনি শুনি খুব ভাল লাগিল। বহুত বহুত ধন্যবাদ।
Very good motivation
দীপক দা মই আপোনাৰ কলেজত দিয়া ভাষণত উপদেশ আৰু কথা বোৰশুনি মই বৰ ভাল পাওঁ। সেইবাবে মই আপোনাৰ অনুষ্ঠান প্ৰায় চাও।
Dipak.da.thanku
সচা কথা । ভাল লাগিল ।
সচাঁ কথা কৈছা দা দা আপোনাক ভাষন বহুত ভাল লাগিল
আপোনাৰ কথা বোৰ সঁচাকৈয়ে বহুত ভাল লাগে।
দাদা বহুত ধুনীয়া কথা ❤️❤️❤️
আপোনাক এবাৰ Really লগ পালে
life 2 কিবা এটা বহুত বেলেগ ধৰনে success হৱ ছাগে , lv u sir ❤