আজি সদনত গৌৰৱ গগৈৰ উদাক্ত ভাষণ শুনি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ভয়ত কম্পিত | Assamese News Today

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ต.ค. 2024
  • আজি সদনত গৌৰৱ গগৈৰ উদাক্ত ভাষণ শুনি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ভয়ত কম্পিত | Assamese News Today
    Assam Media 24 is the highly popular Assamese news channel from northeast Assam . Here you can watch Assamese news, breaking news, politics news, latest news, entertainment news, tech news, auto news, lifestyle news, local news, regional news, district news & more...
    দিনটোৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে চাওঁক Assam Media 24 ।
    প্ৰতিটো মূহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল Assam Media 24 ত ।
    Follow us on Twitter -
    me...
    Facebook - www.facebook.c...
    Instagram - ...
    Your Search Keyword
    Assamese News Live today
    Assamese Today News
    Assamese breaking news
    Assamese news live
    Assamese live news
    Assamese News
    Assamese all news
    Assamese news breaking
    Assamese news today
    News live Assam today
    News trend Assamese news
    Time8 news today
    #assamesenews #newsliveassam #assamesebreakingnews #assamesenewslivetoday

ความคิดเห็น • 926

  • @ফলীয়াবেপাৰীFoliyaBepari
    @ফলীয়াবেপাৰীFoliyaBepari 2 หลายเดือนก่อน +69

    এনে এজন মানুহক সকলোৱে যেন আশীৰ্বাদ কৰে। এনেধৰণৰ মত উত্থাপন কৰিব পৰা ব্যক্তি খুব কম । ভগৱানে আপোনাক সদায় কুশলে ৰাখক। বানপিৰিত লোকসকলৰ কথা, সাধাৰণ জনতাৰ কথা আপুনি সদনত উত্থাপন কৰাৰ বাবে মই খুব আনন্দিত ❤❤❤❤

  • @bipangogoi207
    @bipangogoi207 3 หลายเดือนก่อน +88

    এই অসমৰ অতি মেধা সাংসদজনকেই হৰুৱাব বিছাৰিছিল এটা চামে।লগ লাগিছিল অন্ধ ভক্ত বোৰ।এনে এজনক নিবিচাৰে সেই সকল লোকে যি সকলে নিজৰ বিবেক ক বিক্ৰী কৰি ৰাজনিতী কৰে।

    • @HappyKnittingYarn-wx1pw
      @HappyKnittingYarn-wx1pw 3 หลายเดือนก่อน +12

      কৈ লাভ নাই বৰ নিলাজ অ ইহঁত।মোদীৰচৰনত শিৰ থৈহে শান্তি পায়।

    • @kumudbaruah2001
      @kumudbaruah2001 3 หลายเดือนก่อน +9

      ছোনিয়া ৰাহুল প্রিয়ঙ্কাৰ পদ লেহন কাৰী হৈ বৰ বৰ ভাষণ দিয়াত কৈ নিৰবে অসমৰ হৈ কাম কৰাটো উত্তম। গৌৰব গগৈ কামৰ মানুহ নহয়। কংগ্রেসত নিজৰ স্থিতি বজায় ৰাখিবলৈ হে বিবোধীক আক্রমনাত্মক ভাষণ দিয়ে।বিজেপিক আক্রমণ কৰাৰ বাদে গৌৰৱ গগৈৰ কোনো গঠন মুলক আলোচনা আজিলৈকে দেখা পোৱা নগল। তাতে দূৰ্নীতি কাৰি, কেলেঙ্কাৰি, সামপ্রদায়িক (মুছলমান)কংগ্রেসী বোৰৰ আনন্দত পাৰ ভাঙি গৈছে। পিছে সকলো মিছা বিজেপিয়েই সচা। জনতাই বিজেপিক জনাদেশ দিছে। চৰকাৰ চলিছে চলি থাকিব। বিজেপি জিন্দাবাদ। ভাৰত মাতা কি জয়। ❤❤❤❤❤

    • @carshorts7621
      @carshorts7621 2 หลายเดือนก่อน

      ​@@kumudbaruah2001লাভ কিবা হ'ল জানো?১০০কোটিতকৈও অধিক খৰচ,যোৰহাট লোকসভা সমষ্টিটো নিৰ্বাচনৰ সময়ত দিছপুৰ বনাই দিছিল। তথাপিও গু হাৰণ খালে।আমি জানো কি সঁচা কি মিচা। কংগ্ৰেছ চৰকাৰ অহাটো আমিও বিচৰা নাই। কিন্তু ভাল জনপ্ৰতিনিধি আমাক লাগে যিয়ে আমাৰ সমস্যা দিল্লীৱালাক কব পাৰে।তপন, কামাখ্যাৰ দৰে সংসদত টোপনি মৰা সাংসদ প্ৰয়োজন যে নাই এই কথা যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজে দেখাই দিলোঁ।আনেহে নালাগে বিগত ২০/২৫বছৰ বিজেপি কৰি থকা পুৰণি বিজেপিয়ে গৌৰৱক ভোট দিলে।

    • @adilurrahman6471
      @adilurrahman6471 2 หลายเดือนก่อน

      You r right

    • @MonujKhanikor-vv8gz
      @MonujKhanikor-vv8gz 2 หลายเดือนก่อน +3

      Hoi thikai koise apuni.ajn mp r kam raijar avab ru homosayabur hodont utthapn kra2 daitow ru he2 kthat amar mp Jan hofl hoise.agolio u anedre tekhete raijar homosaya bur uthai jabo

  • @momisaikia8468
    @momisaikia8468 2 หลายเดือนก่อน +7

    ইমান সুন্দৰ উদাত্ত ভাষণ, গৌৰৱ গগৈ সঁচাই এ সুন্দৰ মনৰ সাহসী সাংসদ ৰাজনীতিক।

  • @RizulAli-i1k
    @RizulAli-i1k 3 หลายเดือนก่อน +36

    এনেকুৱা m p অসমত 10 ,লাগে

  • @bijuchangmai5839
    @bijuchangmai5839 3 หลายเดือนก่อน +51

    Gaurav Gogoi Lion🦁 of Assam

  • @DibyajyotiBaruah-lz2mm
    @DibyajyotiBaruah-lz2mm 3 หลายเดือนก่อน +69

    যোৰহাট লোকসভা সমষ্টিৰ আগৰ বাৰৰ সাংসদ জনৰ এনেকুৱা ভাষণ শুনিবলৈ পাইছিলো নে ? এটা শব্দও ছাগে কৈ নাপালে ৷ এনেকুৱা এজন সাংসদ যোৰহাট সমষ্টিবাসীৰ বাবে সৌভাগ্য ৷

    • @rjcreation4872
      @rjcreation4872 2 หลายเดือนก่อน

      Hora agor haghod jon je birudhi nasel

    • @rjcreation4872
      @rjcreation4872 2 หลายเดือนก่อน +2

      সদনত নাটক কৰি লাভ নাই জনসাধাৰণৰ উচৰত আহিব লাগে বিপদৰ সময়ত।

    • @koushikhazarika204
      @koushikhazarika204 2 หลายเดือนก่อน

      ​@@rjcreation4872parliament t aibor kotha nakoi tv t bahi koi thakibo lagichil nk ...

    • @nabajitgogoi3792
      @nabajitgogoi3792 2 หลายเดือนก่อน

      Hindia জানিলেহে কব

    • @dijenbaishya7953
      @dijenbaishya7953 2 หลายเดือนก่อน +2

      হিন্দী বা ইংৰাজী ভাল কৈ কলে নহব।কামেহে পৰিশ্বয় দিব।

  • @RinjuGogoi-j2f
    @RinjuGogoi-j2f 3 หลายเดือนก่อน +33

    সুন্দৰ ভাষন দিঘায়ু কামনা কৰিলোঅসমৰ গৌৰৱ গৌৰব গগৈ

  • @ranjitadeori6018
    @ranjitadeori6018 3 หลายเดือนก่อน +90

    গৌৰৱ গগৈ জিন্দাবাদ অসমৰ সন্তান দীঘায়ূ কামনা কৰিছো ❤❤🎉🎉🎉🎉

  • @kamalagogoi2699
    @kamalagogoi2699 2 หลายเดือนก่อน +15

    আবেগিক হৈ পৰিছো।মানুহ হিচাপে ভাবিছো অসম মাতৃয়ে সচাকৈ এজন সূযোগ‍্য সন্তান জন্ম দিলে। ৰাজনৈতিক দৃষ্টিৰে চোৱা নাই ।সচাকৈ মেধা সম্পন্ন লগতে নৈতিক শিক্ষাৰে শিক্ষিত।এয়াই তেওঁৰ অলংকাৰ।🙏🏼🙏🏼🙏🏼সহস্ৰবাৰ

  • @manuarabegum527
    @manuarabegum527 2 หลายเดือนก่อน +2

    Long live our Gourob

  • @pranjalbora1736
    @pranjalbora1736 3 หลายเดือนก่อน +85

    অসমৰ গৌৰৱ,গৌৰৱ গগৈ ।

  • @jalaluddinahmed9888
    @jalaluddinahmed9888 3 หลายเดือนก่อน +196

    অতি সুন্দৰ ভাষন প্ৰদান কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই। তেখেতলৈ ধন্যবাদ।

    • @MukulSaikia-uj6pe
      @MukulSaikia-uj6pe 3 หลายเดือนก่อน +6

      We are proud of gourab g0goi x

    • @moinarabha8642
      @moinarabha8642 2 หลายเดือนก่อน

      ​@@MukulSaikia-uj6pepp

    • @JanokiDevi
      @JanokiDevi 2 หลายเดือนก่อน

      @@jalaluddinahmed9888 সুন্দৰ ভাষণ আমাক নালাগে ৰাইজৰ কাম কৰি দেখুৱাই দিব লাগে।

    • @BimalPaul-g4b
      @BimalPaul-g4b 2 หลายเดือนก่อน

      ​@@MukulSaikia-uj6pe445?🎉 by

  • @princehussain3538
    @princehussain3538 3 หลายเดือนก่อน +38

    Very good speech

  • @piyanwow447
    @piyanwow447 2 หลายเดือนก่อน +5

    আমি পঠিয়াইছো আমি যোৰহাটীয়ানে। যোৰহাটৰ গৌৰৱ, গৌৰৱ যোৰহাটৰ, অসমৰ, ভাৰতৰ....

  • @brokenbrookie6943
    @brokenbrookie6943 2 หลายเดือนก่อน +4

    আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো ৷ভগৱানে কুশলে ৰাখক আপোনাক ৷

  • @tonandas9839
    @tonandas9839 2 หลายเดือนก่อน +5

    ভক্ত সকলে হুনিছে নাই বাৰু এই সুন্দৰ কৈ কোৱা কথাখিনি।
    নে শুনিও নুশুনা ভাও ধৰিছে।

  • @Foodu_soul_2005
    @Foodu_soul_2005 3 หลายเดือนก่อน +194

    অসমৰ গৌৰৱ গগৈ গৌৰৱ হৈ থাকক এনেকৈয়ে ভাল লাগিলে আপোনাৰ ভাষণ ।ধন্যবাদ।

    • @MoneswarMajhi-rz7jp
      @MoneswarMajhi-rz7jp 3 หลายเดือนก่อน +6

      😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

    • @DilipRabha-ld7jj
      @DilipRabha-ld7jj 2 หลายเดือนก่อน +1

      😅😅 c38😊7😅​@@MoneswarMajhi-rz7jp

  • @jibongogoi6940
    @jibongogoi6940 3 หลายเดือนก่อน +60

    গৌৰব গগৈ জিন্দাবাদ
    নৰেন্দ্ৰ মোডী আৰু অমিত shah অসমৰ বানপানী চাবলৈ এতিয়া আঁহক l নিৰ্বাচন ৰ সময়ত সকলোৱে ভোট ৰ আশা কৰি অসম লৈ আহে l

    • @ZarnaranidDas
      @ZarnaranidDas 2 หลายเดือนก่อน +1

      ৰাহুল গান্ধী অসমৰ‌ বান‌পানী চাবলৈ কওক

    • @koushikhazarika204
      @koushikhazarika204 2 หลายเดือนก่อน +4

      ​@@ZarnaranidDasrahul gandhi pm nhy apuni janene najane

    • @RanaHussain-t1p
      @RanaHussain-t1p 8 วันที่ผ่านมา

      ​@@ZarnaranidDas চাব ধজ্য ধৰক কিয় ইমান জলিছে।

  • @sanjibbora1789
    @sanjibbora1789 3 หลายเดือนก่อน +95

    সঁচাকৈ আমাৰ গৌৰৱ ,গৌৰৱ গগৈ জী

  • @bipulmedhi9331
    @bipulmedhi9331 2 หลายเดือนก่อน +4

    সাংসদ হলে এনেধৰণৰ হব লাগে | যোৰহাটবাসী সচাঁই ধন্যবাদৰ পাত্ৰ |

  • @user-Loverx99
    @user-Loverx99 3 หลายเดือนก่อน +48

    আমি আশাবাদী, এদিন আপুনি ভাৰতৰ প্ৰধান মন্ত্ৰী হব।🙏🏻🙏🏻🙏🏻

  • @SAZADALI-b8k
    @SAZADALI-b8k หลายเดือนก่อน +1

    অসমৰ গৌৰৱ, আমাৰ গৌৰৱ 🙏🙏

  • @rirurajgohain7587
    @rirurajgohain7587 2 หลายเดือนก่อน +35

    আমাৰ গৌৰৱ, অসমৰ গৌৰৱ , তেখেতৰ মুখত হিন্দী , নে ইংলিছ ,নে অসমীয়া কোনটো ভাষা শুনিবা । শুনিলে শুনি থাকিব মন যায় । ভগৱানে যেন তেখেতক শক্তি দিয়ক আৰু সুস্থ কৰি ৰাখক তাকে কামনা কৰিলোঁ ❤❤❤

    • @JanokiDevi
      @JanokiDevi 2 หลายเดือนก่อน

      @@rirurajgohain7587 হিন্দী,ইংৰাজী,অসমীয়া ভাষা শুনি লাভ নাই ৰাইজৰ কাম কৰিবলৈ কওক।

    • @jonsonvlogs1397
      @jonsonvlogs1397 หลายเดือนก่อน

      Takei gourab gogoir bahire ru koneo dhuniya koi English Hindi kobo nazane 😊

  • @barashadas2802
    @barashadas2802 3 หลายเดือนก่อน +66

    ভাষন ভাল হৈছে।

  • @sabitrihazarika4149
    @sabitrihazarika4149 3 หลายเดือนก่อน +16

    Very Good

  • @nayankrsaikia7291
    @nayankrsaikia7291 3 หลายเดือนก่อน +30

    হেম বৰুৱা ৰ পিছত অসমে এজন দেশভক্ত, জাতি প্ৰেমী প্ৰতিনিধি লাভ কৰিলে

  • @SofikulAli-yt3du
    @SofikulAli-yt3du 2 หลายเดือนก่อน +124

    সেই কাৰণেই টো আমি যোৰহাট বাসীয়ে তেখেতক ভোট দিছিলো । গৌৰৱ গগৈ আমাৰ গৌৰৱ যোৰহাটৰ গৌৰৱ অসমৰ গৌৰৱ ।

    • @_Rabha_Uddhop_9300
      @_Rabha_Uddhop_9300 2 หลายเดือนก่อน +8

      Muratu tur.

    • @ProgyanPritomBora
      @ProgyanPritomBora 2 หลายเดือนก่อน +3

      ​@@_Rabha_Uddhop_9300 tur ki hal tateh 😡

    • @AnupamNath-ic9lf
      @AnupamNath-ic9lf 2 หลายเดือนก่อน

      Ye kya vuk raha hain

    • @DebanandaChutia-xz6jt
      @DebanandaChutia-xz6jt 2 หลายเดือนก่อน

      Ll❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤​@@_Rabha_Uddhop_9300

    • @SajidHussain-il8pg
      @SajidHussain-il8pg 2 หลายเดือนก่อน +1

      Very true rightly said 👍

  • @rijitdas710
    @rijitdas710 2 หลายเดือนก่อน +2

    অতি সুন্দৰ মন্তব্য। গৌৰৱ গগৈৰ। শুভেচ্ছা থাকিল।

  • @rekhasaikia7336
    @rekhasaikia7336 3 หลายเดือนก่อน +19

    Every MP must be learn from Gaurav Gogoi. 🙏🏿

    • @nivababa281
      @nivababa281 2 หลายเดือนก่อน

      🎉

  • @Sports47prg
    @Sports47prg 2 หลายเดือนก่อน +2

    সুন্দৰ ভাষণ❤

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js 3 หลายเดือนก่อน +59

    ধন্যবাদ গৌৰৱ গগৈ। গৌৰৱৰ গৌৰৱ সাৰা ভাৰতত বিয়পক আৰু বিয়পক।

  • @tapanbordoloi5907
    @tapanbordoloi5907 3 หลายเดือนก่อน +17

    Assam tiger gaurav gogoi❤❤❤

  • @JMRajkonwar
    @JMRajkonwar 3 หลายเดือนก่อน +15

    Joy ai akhom ...... Gourav Gogoi zindabad

  • @monjulahon7712
    @monjulahon7712 3 หลายเดือนก่อน +15

    মলোৱা , পিয়াঁজে বিতৰণ কৰা টকা খোৱা অসমীয়া সকলে অসমৰ 14 জন MP ৰ সদনত দিয়া ভাষণ বোৰ পৰাপক্ষত মনদি শুনিব । বিশেষকৈ সন্মানীয় গৌৰৱ গগৈৰ ।

  • @akashdowari3479
    @akashdowari3479 3 หลายเดือนก่อน +22

    সুন্দৰ

  • @Grbora94953
    @Grbora94953 3 หลายเดือนก่อน +33

    চাৰ্ফ এক্সেল নে ডেটাৰযেন দি ধুইছে অ' আমাৰ গৌৰৱে। সাংঘাতিক ফেনাইছে।মোদী চাফা😜😝 5:33

    • @AnuChutia-o9w
      @AnuChutia-o9w 3 หลายเดือนก่อน +1

      RIN Sabune dhuese.😂😂😂

  • @monikabaishya225
    @monikabaishya225 3 หลายเดือนก่อน +11

    Good

  • @DibesharBora
    @DibesharBora 2 หลายเดือนก่อน +5

    ধন্যবাদ জ্ঞাপন কৰিছো গগৈ ডাঙৰীয়াক আপোনাৰ লগত ৰাইজ আছে

  • @NurhussainAli-ok7nd
    @NurhussainAli-ok7nd 2 หลายเดือนก่อน +8

    নামেই যাৰ পৰিচয় অসমৰ গৌৰৱ , অতি সুন্দৰ। দেশৰ সকলো লোকৰ সমস্যা সমূহ অতি সুন্দৰ ভাৱে সদনত উপস্থাপন কৰাৰ বাবে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাইছো।ভগৱানে সু স্বাস্থ্য দান কৰক।

  • @PodumHazarika-y4l
    @PodumHazarika-y4l 3 หลายเดือนก่อน +37

    100% Right& Fight

  • @sanatanrabha834
    @sanatanrabha834 2 หลายเดือนก่อน +4

    বানপানী আমেৰিকা লনদন তো হয় এইতো ডাঙৰ কথা নহয় এই কথা টো আপোনাৰ পাপাই কৈছিল মনত আছেনে গৌৰব ককাই বান পানিৰ সমস্যা কোনো চৰকাৰৰ হাতত সমধান নাই ইয়াৰ সমধান বিছাৰি চিনলে জাব লাগিব😂

  • @kamal4780
    @kamal4780 3 หลายเดือนก่อน +13

    Good spech

  • @pranabgogoi8255
    @pranabgogoi8255 3 หลายเดือนก่อน +13

    Joi hindu গৌৰৱ গগৈ

  • @sumibhuyan1091
    @sumibhuyan1091 2 หลายเดือนก่อน +3

    Very nice 👍

  • @ranjitgohain8818
    @ranjitgohain8818 3 หลายเดือนก่อน +15

    Tiger of Assam,অসম গৌৰৱ, গৌৰৱ গগৈ।

    • @kalpajyotirabha6931
      @kalpajyotirabha6931 2 หลายเดือนก่อน

      Monkey of Assam Gaurav Gogoi 😂😂

  • @moromibora4566
    @moromibora4566 2 หลายเดือนก่อน

    ভাষন শুনি বহোত ভাল লাগিল চাৰ

  • @puspadhardowarah1932
    @puspadhardowarah1932 3 หลายเดือนก่อน +28

    জয় গৌৰৱ;জয়"কংগ্ৰেছ।

  • @koushikhazarika204
    @koushikhazarika204 2 หลายเดือนก่อน

    Great speech

  • @labanyaborah9948
    @labanyaborah9948 3 หลายเดือนก่อน +31

    ভাষণ অতি সুন্দৰ হৈছে তাৰ বাবে তেখেতক বহু ত ধন্যবাদ ❤

  • @ncmedia7191
    @ncmedia7191 2 หลายเดือนก่อน

    Very good advice

  • @AniSha-wx7fe
    @AniSha-wx7fe 3 หลายเดือนก่อน +21

    Like you

  • @globalmelody1
    @globalmelody1 หลายเดือนก่อน

    Very strong adorable presentation of real scenario.

  • @PulakSarmah-s4u
    @PulakSarmah-s4u 3 หลายเดือนก่อน +19

    অসমৰ গৌৰৱ গৌৰৱ গগৈ ।

  • @rajanisonowal6838
    @rajanisonowal6838 2 หลายเดือนก่อน

    সুন্দৰ ভাষণ

  • @BinodKumarDas-x6s
    @BinodKumarDas-x6s 3 หลายเดือนก่อน +28

    A great leader of assam who can speak in central

  • @harmohansaud134
    @harmohansaud134 3 หลายเดือนก่อน +1

    ধন্যবাদ গৌৰৱ গগৈ অসদৰ গৌৰৱ হৈ থাকক
    জয় আই অসম ।

  • @pranjaldas6500
    @pranjaldas6500 2 หลายเดือนก่อน +4

    অসমৰ ৰাইজ সকল তেওঁৰ প্ৰথম কথাটো শুনিলে নে ???
    তেওঁ আছে গৈ সদনত কিন্তু মনত পৰি আছে অসমৰ বান পানী হোৱা ঠাই বোৰ । সেই কাৰণে এই মানুহ জনক ভাল লাগে । আৰু এওঁক যাতে আমি মুখ্যমন্ত্ৰী সিঁচাপে পাওঁ ।

  • @pansingkroofficial8194
    @pansingkroofficial8194 2 หลายเดือนก่อน

    বিৰুদ্ধী নেতা হে হব লাগিছিল। গৌৰৱ জিন্দাবাদ।

  • @NomolRabha-vs4ly
    @NomolRabha-vs4ly 3 หลายเดือนก่อน +11

    Long life gourap gogoi

  • @durlovsaikia2354
    @durlovsaikia2354 2 หลายเดือนก่อน +2

    গৌৰৱ গগৈ সঁচাই অসমৰ গৌৰৱ।

  • @KanakDas-g8u
    @KanakDas-g8u 3 หลายเดือนก่อน +20

    গৌৰব গগৈ এবাৰ পাৰে যদি চৰকাৰ কৰি দেখুৱাক

    • @sanjaiboro6526
      @sanjaiboro6526 3 หลายเดือนก่อน

      Congress ahile Assam barbad hindu ses monot rakhibo

    • @gobindabrahma3662
      @gobindabrahma3662 3 หลายเดือนก่อน +3

      Homoy ahi ase.Future c.m ofAssam.

    • @indrajitbaruah1676
      @indrajitbaruah1676 2 หลายเดือนก่อน +1

      গৌৰৱ গগৈ জিকা নাই , জিকিল কংগ্ৰেছ ৰাহুল গান্ধীৰ সনাতন হিন্দু বিৰোধী , ভাৰতীয় সেনা বিৰোধী অপপ্ৰচাৰ , মিছা ফে্ক নেৰেটিভৰ মহাৰাজ
      ফৰফৰকৈ হিন্দী কোৱা টোৱেই একমাত্ৰ কোৱালীফিকেশ্বন হ'ব নোৱাৰে ,
      দেশৰ কিমান ক্ষতি সাধন এই পৰিয়ালটোৱে কৰিলে ,(১৯ ৪৭ চনৰ পৰা সৌ ২০১৩ লৈকে ) অসমৰ অসচেতন , ইতিহাস অধ্যয়ণ নকৰা বৰ্গই কি বুজিব ,

  • @gobinbhuyan2158
    @gobinbhuyan2158 2 หลายเดือนก่อน

    Great speech by the Gourav Gogoi 🙏

  • @ParishmitaDavi-mv4zl
    @ParishmitaDavi-mv4zl 3 หลายเดือนก่อน +10

    Very good gaurav Thanks

  • @rupamonidebi955
    @rupamonidebi955 3 หลายเดือนก่อน +2

    সুন্দৰ হৈছে ভাষন গৌৰৱ গগৈ জয

  • @dakwamrongphar2729
    @dakwamrongphar2729 3 หลายเดือนก่อน +14

    Gorabh Gogoi Long Live 🙏👍🔥❤

  • @TimePass-qo7ch
    @TimePass-qo7ch 2 หลายเดือนก่อน +2

    Jai Shri ram🙏🙏🙏🙏🙏🙏

  • @Mchkretismili
    @Mchkretismili 3 หลายเดือนก่อน +28

    ❤❤❤gaurav gogoi jindabad ❤❤❤❤

  • @hariprasadphukan7013
    @hariprasadphukan7013 2 หลายเดือนก่อน

    Power of Assam

  • @kabitadas5563
    @kabitadas5563 2 หลายเดือนก่อน +3

    ভাল লাগিল ভাষণ,মই ৰাজনীতি নাজানো,কিন্তু গৌৰবৰ ভাষণে অসমীয়াক অলপ আগুৱাই লৈ যাওক

  • @debajitlagachu5174
    @debajitlagachu5174 2 หลายเดือนก่อน

    King of assam

  • @ajitkurmi3794
    @ajitkurmi3794 3 หลายเดือนก่อน +10

    Very nice.. Next c m confrom

  • @RajuDas-n7g
    @RajuDas-n7g 20 วันที่ผ่านมา

    Very good sir

  • @procodder3635
    @procodder3635 2 หลายเดือนก่อน +4

    যোৰহাট লোক সভা সমষ্টিবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ।

  • @Dejibegum-f8i
    @Dejibegum-f8i 2 หลายเดือนก่อน

    Very good speech

  • @hemantakumarroy1410
    @hemantakumarroy1410 2 หลายเดือนก่อน +13

    অকল ভাল ভাষণ দিলেই "অসম আকৌ উন্নতিৰ পথত" জয় আই অসম বোল । অসমীয়াৰ বুদ্ধিমত্তা এনেকুৱাই। ভাল ভাষণ শুনিয়েই মূখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ চকী আগবঢ়াই দিছে অসমীয়াই। ধন্যবাদ অসম আৰু অসমীয়া।👍👍👍🏿🤔

    • @BidyasingMaslai
      @BidyasingMaslai 2 หลายเดือนก่อน

      Right

    • @alakamazumdar2661
      @alakamazumdar2661 หลายเดือนก่อน

      ধান খেৰৰ জুইৰ দৰেই অসমীয়াৰ অভিমান। দপদপাই উঠিল আৰু অলপ পাছতেই জুইৰ চিনচাব নাই। যাৰ বিপক্ষে ছয় বছৰ আন্দোলন কৰি একো নাপালেও তেনে দলকে একেৰাহে তিনিবাৰ চৰকাৰ গঠনৰ সুবিধা প্ৰদান কৰা অসমৰ ৰাইজ। যি দুই চাৰিজন বিদেশীক আনিব পৰা নাছিল সেইবোৰ আনিবলৈ সুযোগ প্ৰদান কৰিছিল এই অসমৰ আবাল বৃদ্ধ বনিতাই। দোষাৰোপ কাক কৰিব?

  • @barnabasminj2027
    @barnabasminj2027 2 หลายเดือนก่อน

    Gourab gogoi jindabaad, Good speech

  • @sumansonowal8903
    @sumansonowal8903 3 หลายเดือนก่อน +4

    মজা

  • @RahulAmin-kp1cc
    @RahulAmin-kp1cc 2 หลายเดือนก่อน

    Good speech.

  • @rikibharali2384
    @rikibharali2384 2 หลายเดือนก่อน +3

    গৌৰৱ গগৈ অকল অসম গৌৰৱ নহয়, ভাৰত গৌৰৱ হৈ জিলিকি উঠক। তেখেত কুশলে থাকক।

  • @sarangabordoloi4518
    @sarangabordoloi4518 หลายเดือนก่อน

    Very good

  • @bulbulgogoi2966
    @bulbulgogoi2966 3 หลายเดือนก่อน +9

    Sonowal kot gol Etia .

    • @bimanh487
      @bimanh487 2 หลายเดือนก่อน

      Hoi thik koisa

  • @prashantasharma6419
    @prashantasharma6419 2 หลายเดือนก่อน

    Gorav Gogoi jindabad

  • @barasharajbangshi719
    @barasharajbangshi719 3 หลายเดือนก่อน +7

    Dilip saikiya অসমৰ জলণ্ত সমস্যা বোৰ দাঙি ধৰাৰ সলনি কংগ্ৰেছ দলক সমালোচনা কৰা দেখা গল ।এনে সংসদৰ কি প্রয়োজন ।গৌৰর গগৈ অসমৰ গৌৰর ।🙏🏻🙏🏻🙏🏻🙏🏻

    • @ramenpegu6741
      @ramenpegu6741 2 หลายเดือนก่อน

      Dilip Saikiya kham nai 000000

  • @DIMPOLMili-321
    @DIMPOLMili-321 3 หลายเดือนก่อน

    Gorov gogoi main❤❤

  • @khanindragoswami3464
    @khanindragoswami3464 2 หลายเดือนก่อน +4

    Nice performance 👌

  • @jogaduwarahrautela4083
    @jogaduwarahrautela4083 2 หลายเดือนก่อน +2

    Congratulations for adventure steps

  • @bipulrabha-xg7jr
    @bipulrabha-xg7jr 3 หลายเดือนก่อน +21

    Next CM

  • @Blue_gamer23235
    @Blue_gamer23235 2 หลายเดือนก่อน

    Good.

  • @nibeditaphukon4893
    @nibeditaphukon4893 2 หลายเดือนก่อน +4

    অতি সুন্দৰ ভাষণ আগবঢ়ালে। অভিনন্দন জনালোঁ🙏🙏

  • @DhrubaJyotiNath-r7x
    @DhrubaJyotiNath-r7x 2 หลายเดือนก่อน

    Gourab gogoi zindabad

  • @NirajanKalita
    @NirajanKalita 3 หลายเดือนก่อน +10

    Good dada

  • @sabitadeka9696
    @sabitadeka9696 2 หลายเดือนก่อน

    এনে এজন ব্যক্তি যিজন আমাৰ গৌৰৱ অসমৰ গৌৰৱ।🎉🎉🎉

  • @SofiqulHoque-e2z
    @SofiqulHoque-e2z 3 หลายเดือนก่อน +9

    Gruve gogoi jindabad

  • @krishnakantarobidas2454
    @krishnakantarobidas2454 2 หลายเดือนก่อน

    ❤gourab Gogoi zindabad

  • @krishnakantarobidas2454
    @krishnakantarobidas2454 2 หลายเดือนก่อน +3

    গৌৰৱ গগৈ অসমৰ অাৰু ভাৰত ৰ গৌৰৱ গগৈ হয় আপুনি আৰু আগলৈ জুৱা তাৰে আশা কৰিলো জয় কংগ্ৰেছ আমাৰ গৌৰৱ ❤

  • @nayebali3014
    @nayebali3014 2 หลายเดือนก่อน

    Thanks

  • @mahediahmed7733
    @mahediahmed7733 2 หลายเดือนก่อน +3

    Hundor boktyobo.Bohu dinor murot hosa manuh ejon dekha palu.

  • @dipawalisaikia2299
    @dipawalisaikia2299 2 หลายเดือนก่อน

    Congress Zindabad

  • @RajniPillai-b8w
    @RajniPillai-b8w 2 หลายเดือนก่อน +3

    I agree with respected Gaurav Gogoi Sir

  • @Kaushik9823
    @Kaushik9823 หลายเดือนก่อน

    সিংহৰ এটা, ভেৰাৰ এশটা… ভয় সিংহক হে কৰে… গৌৰৱ এটা সিংহ হয়… ❤