ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বহুত মূল্যবান মন্তব্য । মোৰ মতে আপোনাক সকলোৱে অনুসৰন কৰিব লাগে।যিজনে এইবোৰ কথা নাজানে বিশেষকৈ তেওঁলোকক।মই মেঘালয়ৰ ল'ৰা হয় কিন্তু মই অসম পঢ়ি আছু কাৰণ মোক অসমৰ সংস্কৃতি আটাইতকৈ ভাল লাগে আৰু ইয়াতে থাকিব বিচাৰো কাৰণ ইয়াত থাকি দীপক দা ৰ ভাল ভাল মন্তব্য শুনাৰ লগতে অসমৰ কলা-সংস্কৃতিৰ এনাজৰী জীয়াই ৰাখিব পাৰো।
খুব সুন্দৰ বক্তিতা দীছে আপুনাৰ জীৱন দীঘ্ দীনীয়া হউক । আগলৈকো এনেদৰেই কথা কৈ আমাক আমোদ দী জওক সেইয়ে কামনা কৰীলো
Bohut vhal lagil kothakhini huni vhakhon huni . . Anekuwa kothar hobdok koi jibonabodho ortho. Aibur hobdor orthoi manuhor jibonok val kormor rastatuloi dekhuwai ag bohai loi jai . . Moi apunak hotokuti pronam jonaisu dipok sir 🙏🙏🙏👍👍👍
সত্য আজি যি সকল বৃদ্ধাশ্ৰমত আছে সকলোৰে পু-বোৱাৰীয়ে লেখত লব লগিয়া ডাঙৰ ডাঙৰ ছাকৰি কৰে কিন্তু পিতৃ -মাতৃক ৰাখিছে বৃদ্ধাশ্ৰমত। যি সকলে পিতৃ মাতৃক বৃদ্ধাশ্ৰমত ৰাখিছে ভগৱানে নকৰক তেখেত সকল যাতে এদিন বৃদ্ধাশ্ৰমলৈ যাবলগা নহয়। দুুখ লাগে মোৰ পিতৃ- মাতৃয়ে ইহ সংসাৰৰ পৰা বিদায় ললে কিন্তু আজি কাক কম ডেউতা বা মা বুলি। জিবিত কালত যদি তেওঁলোকক সুখ দিব নোৱাৰো কিহৰ বাবে এই মানৱ জিৱন কিহৰ বাবে এটা সন্মানিয় চৰকাৰি পদবি? এইবোৰ পদবি বৃথা নিস্পয়োজন এনে পদবি ই মাত্ৰ আৰ্বজনা।
যেতিয়াই জীৱন টোক লৈ দুখী অনুভৱ কৰোঁ তেতিয়াই আপোনাৰ video বোৰ বাৰে বাৰে চাওঁ,,আপোনাক বহুত বহুত ধন্যবাদ sir,
Sem moio
Jl
Khosai bohut val lagil khuni.
আপোনাৰ ভাষন বোৰৰ পৰা বহুত কথা শিকিছো চাৰ আপোনাৰ কথাবোৰে মন চুই নিয়ে🥰
আপোনি এজন মহান ব্যক্ৰি এনে কথা কোনো কোৱা নাই বা পচা মাধ্যমত প্ৰকাখ হোৱা নাচিল ইমান সুন্দৰকৈ বুজাই গল তাত অলপ নহয় অলব প্ৰভাৱ পৰিব !ধন্যবাদ 🙏
সুন্দৰ দাদা,ভগবান আপোনাৰ সহায় হওঁক।
সুন্দৰ কথা কৈছা তুমি ভাইটি... সঁচাকৈয়ে বহুত ভাল লাগিল শুনি...💐💐
এখেতৰ ভাষণ শুনি থাকিলে কেতিয়াও চকি এৰি উঠি আহিবলৈ মন নাযায়। সঁচাকৈয়ে বহুত বেছি জ্ঞান থকা ব্যক্তি দীপক শৰ্মা ছাৰ।
বহুত মুল্যবান মন্তব্য আগবঢ়াইছে।
Nice speeches 👏👏👏
Apunakbohut.dhonybad
Dipak daa Mr bohut priyo❤️. তেখেতৰ সুস্বাস্থ্য ৰ কামনা কৰিলো 🙏
Apunar speech bur bohut val lage sir hidoikhon sui jai sir god bless you sir..
সন্মানীয় দীপক শৰ্মা ক আমাৰ বিদ্যালয়লৈ নিমন্ত্ৰণ কৰিবলৈ বৰ মন আছে।ইমান নীতি শিক্ষা মূলক ভাষণ বৰ ভাল লাগে ।
তেওঁ আদৰ্শ আমি সকলো মানুহে লোৱা উচিত মই ভাবোঁ বাইদেউ ৷ এইয়া হৈছে জ্ঞানী মানুহৰ আদৰ্শ ৷
Aapunar ghr kt
@@binoyhazarika6054 ঞঝঝ
Nice
নাম একেই কিন্তু বহুত মন আছে দীপক দা লগ পাম বুলি আশা কৰিলোঁ পাৰিলে কণ্টেক কৰিম এদিন লগ পাম 99%
Bohut dhuniya lagil Dada❤️🙏
বহুত ভাল লাগিল ❤🙏❤
আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিছে ❤️❤️❤️❤️দীপক চাৰ
Bht dhuniya kotha 💜❤ touching video.. Goutom buddha ma homan dangor kunu nai
আপোনাৰ কথাবোৰ শুনিলে কিবা এটা সাহস পোৱা যাই♥️♥️
Hosake
সচাকৈ বহুত উৎসাহ পাওঁ💐💐
Xosake
Um
Bahut val lage manuh jone manuhk bahut hukh santi aru hahok diye
পৃথিবীত সন্তান জন্ম হলে নিতুমনি শইকীয়া, দীপক শৰ্মাৰ দৰে হওক।
L
sir apunar motivate bur bohu vl lage tq sir
Xundor video,monot xahos paisu sir
আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ চাৰ বহুত মুল্যবান বক্তব্য দাঙি ধৰিছে 🙏🏻🙏🏻
দীপক দা আপোনাৰ কথা বোৰ শুনিলে শুনি থাকিব মন যায় থাকে ।
আপোনাৰ কথা বোৰে মনত বহুত আনন্দ দিয়ে...... লগ পোৱাৰ আশা আছে .....♥️♥️♥️♥️♥️
মোৰ জীৱনৰ সকলোতকৈ ভাল প্ৰবক্তা হৈছে দীপক শৰ্মা ছাৰ ❤
অতি মূল্যৱান আৰু প্ৰেৰণাদায়ক ভাষণ ,the great man
ধন্যবাদ শমাদেব আপোনাৰ ভাষাণৰ বাবে
অতি মূল্যবান আৰু প্রেৰণা মূলক ভাষন 🙏
Hsyyy no puwalii😍
Bhut hundor Dipak dada keep it up
সেৱাহে আপোনাক । আপোনাক ঈশ্বৰে সদায় কুশলে ৰাখক দীপক দা । কৃষ্ণ
Dipak daEman bhal lagise.bujabo nuwaru
Bohut dhunia dada ❤️❤️
আপোনাৰ কথাবোৰ শুনিলে জীৱনত আগুৱাই যোৱাৰ সাহস পাওঁ👍👍
Val lagil dada video to sai moi aponar video sai bohot utsa pao ❤❤🙏🙏❤❤
দীপক শৰ্মাদেৱৰ ভাষণ শুনি বৰ ভাল লাগে। ভিডিঅটো সম্পূৰ্ণকৈ চোৱাৰ হেঁপাহ থাকি গ'ল।
ভাল লাগে সচাকৈ আপোনাৰ প্ৰেৰণাদায়ক কথাবোৰ শুনি👍👍 🙏🙏
Bht vl lagil ktha xini xuni sir🙏🙏🙏🙏
Apnar arhi mulok bhakhon suni bohut bhal lagil, dhonyabad.🙏
হৃদয়স্পৰ্শী বৰ্ণনা। বহুত ভাল লাগিল ছাৰ শুনি। 👏👏👏
আপুনি সদায় এনেকুৱাই ভাষণ দি থাকিব ছাৰ best ছাৰ 👍👍👍👍👍👍
Amoni napau apuna vakhon khuni tahkileu kotah bur bohut morom loga rokhal ...love u Dipak Sir...
Kosakoi bohut Val lagise aipunar video bur bohut
Dada bohut vl lgela si...❤
Thank you dada eman val kotha manuhor majot bilai dise
বহুত মূল্যৱান বক্তব্য আগবঢ়াইছে।
Thank you Dipak sarma you are very nice
Great information sir love you 💖💖
তিনিদিন ধৰি মই বহুতো ডিপ্ৰেচনত গুচি গৈছিলো।এইটো video এ মোক বহুতো উৎসাহ দিলে।আগলৈ দি যাব।
Pp ap ap ap
Sir.. Tammm
Dipak Sarmah দেৱক আমাৰ বিদ্যালয়লৈ নিমন্ত্ৰণ কৰিবলৈ মন আছিল। কেনেকৈ নিমন্ত্ৰণ কৰিব পাৰি জানঝ
Bohut val lagile sir
মনত শান্তি লগা কথা কয় আপুনি দাদা!
শৰ্মা মহাশয়ে অতি সুন্দৰ কথা কৈছে ৷
সচাকৈ হৃদয় স্পৰ্শ কৰি গল
Bor hundor lagile sar
তুমি গ্য়ান দি থাকিলে আমাৰ দেশ খন বহুত ভাল হব
জ্ঞান
Dipak sir apunar vakhon bohut vl lage ......bohut kiba kibi hikibo paru
দিপক ছারর নিছিনা মানুহ অসমত আরু বহুত দিপকর জন্ম হোওক তেতিয়া অসমর উন্নতি হব দিপক ছারক ধন্যবাদ🙏💕
বৰ সুন্দৰ ভাষন বহু জন উপকৃত হহ
Thank you sir ❤❤❤
❤❤
Excellent dad's your speaking...
Sir. Mor. Monoloi. Jatiya dukh. Ahe. Tatiyai. Aponar. Motivation. Salu. Very nice. Sir.
আপোনাৰ কথা শুনি থাকিলে বহুত উৎসাহ পাওঁ ।
সুন্দৰ। ছাৰ
হৃদয়স্পৰ্শী। চকুলো বৈ আহিল।❤️
Bohut val lagil sir kothakhini huni.🥰🥰🥰
🌹🌹🌹🌹 bohut val lagise sir
Buhot val lagil video ❤❤❤❤
aponar babe hoi2 bhut loke khahkh pai jabo...bhut vl lage aponar ktha bor
দীপক দা আপুনাৰ কথা বোৰ মোৰ মন চুই গৈছিল 🙏
Dada apunr motivation speech si bhut encourage hoisu anekoi khadi apuni amak utsahito kribo.
Very nice sir ❤❤❤
Bohot bhal lagil dada.Apunak log pabor bohot man aase.
Love from majuli sir ❤
Sir bht vl lgil apunar kotha bur
Dipak sir apuner vakhon xuni moi bohut anandito hoisu. Dhaniyaobad🙏
Bahut bhal lagil
Sosake apunar kotha suni thakebo aru mon goise.
Bhut vl lgil kothabur huni 😘
Boht vl lgile huni😍
বহুত ভাল লাগিল দাদা, আপোনাৰ প্ৰতিটো অনুষ্ঠান চাও ।
Val lagise
জীৱনৰ গতিপথেই সলনি হ’ব আপোনাৰ কথা শুনি থাকিলে!!ইমান শুনিছোঁ তথাপিও হেপাহ নপলাই আপোনাৰ মন্তব্য শুনি!!
আৰু অলপ শুনিব মন গৈছিল ।
😊❤❤❤❤
মহাশয় আপুনি বহুত ভাল কথা কৈছে ।
Dada bhut bhut tq
একো নাই হৈয় জাই 👍👍👍🇮🇳🇮🇳🇮🇳🇮🇳❤❤❤
My favourite motivetor ❤️Sharma sir
Congratulations but dipok da 🔥 best best
দাদা আপোনাৰ প্ৰতিটো অনুস্থান চাওঁ। সাহস পাওঁ বহুত
Dr
দীপক দাৰ কথা এইবাবেই ভাললাগে কাৰণ তেওঁ সম্পূৰ্ণ মৌলিক কথা কয় , মৌলিকতা টো তেওঁ বুজিপায় ।
Vl lgil sir apunar ktha sunibo pai.
Apunar kotha hunile huni thakibo mon jaii
Bohut bhal lage deepak sharma saroo bhakon huni
দীপক দা এতিয়াও মনত পৰে মোক আপুনি কোৱা এটা কথা --- প্রথমতে এটা ভাল সন্তান হোৱা । তাৰ পাছত পাছতহে এজন সুযোগ্য বাপেক হিচাপে পৰিচিত হব পাৰিবা। । আপুনাৰ এখাৰ কথাই জীৱন নতুন ৰূপত গঢ় দিলে।
সুন্দৰ চাৰ 🎉🎉
Val lagil Sir sosake apunk ki km Sir... Sodai omor hoi thkok apuni...
Ultimate sir...
Sir হৃদয় চুই গৈছে 🥰🥰
সচাকে আপোনাৰ কথাবোৰ জীৱনত আগবাঢ়ি যোৱাত পেৰণা যোগায়🙏🙏
Really appreciate it
বহুত ধুনীয়া দাদা
বহুত মূল্যবান মন্তব্য । মোৰ মতে আপোনাক সকলোৱে অনুসৰন কৰিব লাগে।যিজনে এইবোৰ কথা নাজানে বিশেষকৈ তেওঁলোকক।
মই মেঘালয়ৰ ল'ৰা হয় কিন্তু মই অসম পঢ়ি আছু কাৰণ মোক অসমৰ সংস্কৃতি আটাইতকৈ ভাল লাগে আৰু ইয়াতে থাকিব বিচাৰো কাৰণ ইয়াত থাকি দীপক দা ৰ ভাল ভাল মন্তব্য শুনাৰ লগতে অসমৰ কলা-সংস্কৃতিৰ এনাজৰী জীয়াই ৰাখিব পাৰো।
খুব সুন্দৰ বক্তিতা দীছে আপুনাৰ জীৱন দীঘ্ দীনীয়া হউক । আগলৈকো এনেদৰেই কথা কৈ আমাক আমোদ দী জওক সেইয়ে কামনা কৰীলো
Bohut vhal lagil kothakhini huni vhakhon huni . . Anekuwa kothar hobdok koi jibonabodho ortho. Aibur hobdor orthoi manuhor jibonok val kormor rastatuloi dekhuwai ag bohai loi jai . . Moi apunak hotokuti pronam jonaisu dipok sir 🙏🙏🙏👍👍👍
সত্য আজি যি সকল বৃদ্ধাশ্ৰমত আছে সকলোৰে পু-বোৱাৰীয়ে লেখত লব লগিয়া ডাঙৰ ডাঙৰ ছাকৰি কৰে কিন্তু পিতৃ -মাতৃক ৰাখিছে বৃদ্ধাশ্ৰমত। যি সকলে পিতৃ মাতৃক বৃদ্ধাশ্ৰমত ৰাখিছে ভগৱানে নকৰক তেখেত সকল যাতে এদিন বৃদ্ধাশ্ৰমলৈ যাবলগা নহয়। দুুখ লাগে মোৰ পিতৃ- মাতৃয়ে ইহ সংসাৰৰ পৰা বিদায় ললে কিন্তু আজি কাক কম ডেউতা বা মা বুলি। জিবিত কালত যদি তেওঁলোকক সুখ দিব নোৱাৰো কিহৰ বাবে এই মানৱ জিৱন কিহৰ বাবে এটা সন্মানিয় চৰকাৰি পদবি? এইবোৰ পদবি বৃথা নিস্পয়োজন এনে পদবি ই মাত্ৰ আৰ্বজনা।
যেতিয়াই জীৱন টোক লৈ দুখী অনুভৱ কৰোঁ তেতিয়াই আপোনাৰ video বোৰ বাৰে বাৰে চাওঁ,,আপোনাক বহুত বহুত ধন্যবাদ sir,
Sem moio
Jl
Khosai bohut val lagil khuni.
আপোনাৰ ভাষন বোৰৰ পৰা বহুত কথা শিকিছো চাৰ আপোনাৰ কথাবোৰে মন চুই নিয়ে🥰
আপোনি এজন মহান ব্যক্ৰি এনে কথা কোনো কোৱা নাই বা পচা মাধ্যমত প্ৰকাখ হোৱা নাচিল ইমান সুন্দৰকৈ বুজাই গল তাত অলপ নহয় অলব প্ৰভাৱ পৰিব !ধন্যবাদ 🙏
সুন্দৰ দাদা,ভগবান আপোনাৰ সহায় হওঁক।
সুন্দৰ কথা কৈছা তুমি ভাইটি... সঁচাকৈয়ে বহুত ভাল লাগিল শুনি...💐💐
এখেতৰ ভাষণ শুনি থাকিলে কেতিয়াও চকি এৰি উঠি আহিবলৈ মন নাযায়। সঁচাকৈয়ে বহুত বেছি জ্ঞান থকা ব্যক্তি দীপক শৰ্মা ছাৰ।
বহুত মুল্যবান মন্তব্য আগবঢ়াইছে।
Nice speeches 👏👏👏
Apunakbohut.dhonybad
Dipak daa Mr bohut priyo❤️. তেখেতৰ সুস্বাস্থ্য ৰ কামনা কৰিলো 🙏
Apunar speech bur bohut val lage sir hidoikhon sui jai sir god bless you sir..
সন্মানীয় দীপক শৰ্মা ক আমাৰ বিদ্যালয়লৈ নিমন্ত্ৰণ কৰিবলৈ বৰ মন আছে।ইমান নীতি শিক্ষা মূলক ভাষণ বৰ ভাল লাগে ।
তেওঁ আদৰ্শ আমি সকলো মানুহে লোৱা উচিত মই ভাবোঁ বাইদেউ ৷ এইয়া হৈছে জ্ঞানী মানুহৰ আদৰ্শ ৷
Aapunar ghr kt
@@binoyhazarika6054 ঞ
ঝঝ
Nice
নাম একেই কিন্তু বহুত মন আছে দীপক দা লগ পাম বুলি আশা কৰিলোঁ পাৰিলে কণ্টেক কৰিম এদিন লগ পাম 99%
Bohut dhuniya lagil Dada❤️🙏
বহুত ভাল লাগিল ❤🙏❤
আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিছে ❤️❤️❤️❤️দীপক চাৰ
Bht dhuniya kotha 💜❤ touching video.. Goutom buddha ma homan dangor kunu nai
আপোনাৰ কথাবোৰ শুনিলে কিবা এটা সাহস পোৱা যাই♥️♥️
Hosake
সচাকৈ বহুত উৎসাহ পাওঁ💐💐
Xosake
Um
Bahut val lage manuh jone manuhk bahut hukh santi aru hahok diye
পৃথিবীত সন্তান জন্ম হলে নিতুমনি শইকীয়া, দীপক শৰ্মাৰ দৰে হওক।
L
sir apunar motivate bur bohu vl lage tq sir
Xundor video,monot xahos paisu sir
আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ চাৰ বহুত মুল্যবান বক্তব্য দাঙি ধৰিছে 🙏🏻🙏🏻
দীপক দা আপোনাৰ কথা বোৰ শুনিলে শুনি থাকিব মন যায় থাকে ।
আপোনাৰ কথা বোৰে মনত বহুত আনন্দ দিয়ে...... লগ পোৱাৰ আশা আছে .....♥️♥️♥️♥️♥️
মোৰ জীৱনৰ সকলোতকৈ ভাল প্ৰবক্তা হৈছে দীপক শৰ্মা ছাৰ ❤
অতি মূল্যৱান আৰু প্ৰেৰণাদায়ক ভাষণ ,the great man
ধন্যবাদ শমাদেব আপোনাৰ ভাষাণৰ বাবে
অতি মূল্যবান আৰু প্রেৰণা মূলক ভাষন 🙏
Hsyyy no puwalii😍
Bhut hundor Dipak dada keep it up
সেৱাহে আপোনাক । আপোনাক ঈশ্বৰে সদায় কুশলে ৰাখক দীপক দা । কৃষ্ণ
Dipak da
Eman bhal lagise.bujabo nuwaru
Bohut dhunia dada ❤️❤️
আপোনাৰ কথাবোৰ শুনিলে জীৱনত আগুৱাই যোৱাৰ সাহস পাওঁ👍👍
Val lagil dada video to sai moi aponar video sai bohot utsa pao ❤❤🙏🙏❤❤
দীপক শৰ্মাদেৱৰ ভাষণ শুনি বৰ ভাল লাগে। ভিডিঅটো সম্পূৰ্ণকৈ চোৱাৰ হেঁপাহ থাকি গ'ল।
ভাল লাগে সচাকৈ আপোনাৰ প্ৰেৰণাদায়ক কথাবোৰ শুনি👍👍 🙏🙏
Bht vl lagil ktha xini xuni sir🙏🙏🙏🙏
Apnar arhi mulok bhakhon suni bohut bhal lagil, dhonyabad.🙏
হৃদয়স্পৰ্শী বৰ্ণনা। বহুত ভাল লাগিল ছাৰ শুনি। 👏👏👏
আপুনি সদায় এনেকুৱাই ভাষণ দি থাকিব ছাৰ best ছাৰ 👍👍👍👍👍👍
Amoni napau apuna vakhon khuni tahkileu kotah bur bohut morom loga rokhal ...love u Dipak Sir...
Kosakoi bohut Val lagise aipunar video bur bohut
Dada bohut vl lgela si...❤
Thank you dada eman val kotha manuhor majot bilai dise
বহুত মূল্যৱান বক্তব্য আগবঢ়াইছে।
Thank you Dipak sarma you are very nice
Great information sir love you 💖💖
তিনিদিন ধৰি মই বহুতো ডিপ্ৰেচনত গুচি গৈছিলো।এইটো video এ মোক বহুতো উৎসাহ দিলে।আগলৈ দি যাব।
Pp ap ap ap
Sir.. Tammm
Dipak Sarmah দেৱক আমাৰ বিদ্যালয়লৈ নিমন্ত্ৰণ কৰিবলৈ মন আছিল। কেনেকৈ নিমন্ত্ৰণ কৰিব পাৰি জানঝ
Bohut val lagile sir
মনত শান্তি লগা কথা কয় আপুনি দাদা!
শৰ্মা মহাশয়ে অতি সুন্দৰ কথা কৈছে ৷
সচাকৈ হৃদয় স্পৰ্শ কৰি গল
Bor hundor lagile sar
তুমি গ্য়ান দি থাকিলে আমাৰ দেশ খন বহুত ভাল হব
জ্ঞান
Dipak sir apunar vakhon bohut vl lage ......bohut kiba kibi hikibo paru
দিপক ছারর নিছিনা মানুহ অসমত আরু বহুত দিপকর জন্ম হোওক তেতিয়া অসমর উন্নতি হব দিপক ছারক ধন্যবাদ🙏💕
বৰ সুন্দৰ ভাষন বহু জন উপকৃত হহ
Thank you sir ❤❤❤
❤❤
Excellent dad's your speaking...
Sir. Mor. Monoloi. Jatiya dukh. Ahe. Tatiyai. Aponar. Motivation. Salu. Very nice. Sir.
আপোনাৰ কথা শুনি থাকিলে বহুত উৎসাহ পাওঁ ।
সুন্দৰ। ছাৰ
হৃদয়স্পৰ্শী। চকুলো বৈ আহিল।❤️
Bohut val lagil sir kothakhini huni.🥰🥰🥰
🌹🌹🌹🌹 bohut val lagise sir
Buhot val lagil video ❤❤❤❤
aponar babe hoi2 bhut loke khahkh pai jabo...bhut vl lage aponar ktha bor
দীপক দা আপুনাৰ কথা বোৰ মোৰ মন চুই গৈছিল 🙏
Dada apunr motivation speech si bhut encourage hoisu anekoi khadi apuni amak utsahito kribo.
Very nice sir ❤❤❤
Bohot bhal lagil dada.
Apunak log pabor bohot man aase.