Motivational Speech at KAKOJAN College, Jorhat. Dipak Sarma
ฝัง
- เผยแพร่เมื่อ 28 ก.ย. 2024
- In this video Dipak Sarma talks about happiness. How to stay happy with smaller things.
Motivational Speech at KAKOJAN College, Jorhat. 15/12/18
Motivational Speech of Dipak Sarma, Advocate Guwahati High Court And Anchor.
দুখঃ নাথাকিলে সুখৰ মূল্য বুজাটো টান। জীৱন বাটত দুখঃ হৈছে প্ৰতিটো সুখৰ লগৰী। ভাল লাগিল আপোনাৰ কথাখিনি শুনি।
Aponar ktha bor xonile mor saklo dukh pahri jao . aponak abar lgk pab bisaro
Really sir...
Man doesn't happy without realize Sadness
আপোনাৰ কথা যদু আছে সৰু ল'ৰা ছোৱালী জ্ঞান পাব ধন্যবাদ দিপকদা
True ..
Love you digital sahay
আপোনাৰ কথাবোৰে মনত সাঁচ বহুৱাই দিয়ে । শুনিলে শুনি থাকিব মন যায় আপোনাৰ কথাবোৰ।👌👌👌👌👌👌👌👌👌👌
Respected Deepak Sharma. First of all I am going to salute by heart, because you have delivered a great lecture to the audience in kakojan college which motivated, inspireted also short thinking few people of our area. Actually you know that " Hope in an eternal spring" So every person having their own imagination in time to time. People never think that at the time of birth they are coming with full property which are extremely mandatory for their life. But, nobody is satisfy themselves, because of Greediness covered in their sight. Simple matter everyone should happy that they born with complete organ which they can do everything as per their requirements. At last you are a great person who is having full knowledge for motivation power to the present generation.
P
Thanks so much for your encouragement. It will help me to work more in this field.
জীৱন জিন্দাবাদ...
সুন্দৰ মন্তব্য দিপক দা ।
লগতে কাকজান মহাবিদ্যালয় ছাত্র ছাত্ৰী লৈ ।
দিপক দাক নিমন্ত্ৰণ জনোৱা বাবে ।
আপোনাৰ কথা বোৰ শুনি সঁচাই বহুত ভাল লাগে, কেতিয়াবা পঢ়াত কম জুৰি ছাত্ৰ ছাত্ৰী সকলৰ ওপৰত এটা ভিডিঅ বনাবাছো।
Yes good speech. You can see my channel for motivational videos
আমাৰ গতানুগতিক জীৱনৰ কৰ্মবোৰ দেখুৱাই দিয়া বাবে....ছাৰ.... আপোনাক অশেষ ধন্যবাদ
LOVE YOU SIR
Dada Koba.. sir is too formal
ঠিক আছে বাৰু...আজিৰ পৰা দাদা কম
সচাকৈ দীপক ছাৰ আপোনাৰ কথা খিনি এ বহুত শান্তি দিছে মোক।বহুত সাহস পাইছোঁ।
Khub val lagil ktha khini...Dipak Dada,,,,
Apunar ktha khiniye hkluke Anuperna jugab....hsa ktha koise,,,,
Khub val lagil...
Thank you so much Dada
Apunar progem tu sai bohut val lage. Nojona kotha bohut xikisu. Thank you Dipak da anekua topice amar majot dia babe
চাৰ বহুত দিন পাছত পাইছোঁ আপোনাৰ কথা শুনিবলৈ। বহুত ভাল লাগে আপোনাৰ কথাবিলাক।
Sir moi anor logt ketiao compromise nokoru... moi mur life t happy bohut nd I am the best
apunar kotha bur khosai bohut utkha jonok thank u
My inspiration motivator
Thanx a lot Dipak Sir
Hope you are always give us to many valuable speeches
বহুত ভাল লাগিল আপোনাৰ কথা শুনি । আৰু কওঁক আগুৱাই নিয়ক আমাৰ দৰে নৱপ্ৰজন্মক । জয় আই অসম ✊
জীৱন জিন্দাবাদ দীপক শৰ্মা জিন্দাবাদ 🙏
imn hundor...apunar kothai mk bht kotha a realize koraise. thank you so much sir
ছাৰ আপোনাৰ বক্তৃতা অতি সুন্দৰ।।। সকলোৰে জীৱনৰ বাবে উপযোগী এই সুন্দৰ কথাখিনি।।।
বহুত মূল্যবান কথা কলে শৰ্মা দা ,বহুত ভাল লাগিল।
আপোনাৰ কথাবোৰৰ পৰা জীৱনত আগুৱাই যোৱাৰ প্ৰেৰণা পাওঁ।জীৱন জিন্দাবাদ
Many many thanks for sir. Really your advice is very important l do love you very much.
Apunr kthabur xuni mur mnr mjt thka dukhbur ptal hble dharise ....tnq u so much sir...
🙏🏽🙏🏽🙏🏽🙏🏽
আপোনাৰ কথাবোৰ ইমান ৰহস্যময় , আজি মই সুখ অনুভবি
বহুত বেছি প্ৰভাৱিত কৰে আপোনাৰ কথাবোৰে দাদা । ,, ভাল লাগে আপোনাৰ কথা বোৰ শুনি ।।।
Hoxa...... Ane bur speech bohot inspiring........ Thanks again Dipak Sir.
এই video টো আগুৱাই যোৱাত বহু বহু সহায় কৰিছে, দীপক ছাৰ আপোনালৈ বহু ধন্যবাদ থাকিল 🙏🙂❤️🔥
Nyc topics.....delivered by respected Dipok daa....God bless u..
Apunar boktobyp montobyo bohut vaal lagile. Ei karone vaal lagile j mur Dore vaab dharona thoka ei prithibit bohut Manuh asse.
Sir আপোনার নিচিনা মানুহ মোক ওপদেশ দিয়ার বাবে মই কামনা করো, but নাপাও।I like you sir
Deepok dada ami aponar pora bhuhot kotha hikosu. Ane video baner babe very very thanks...
Most valuable speech in world ❤❤
ভাল লাগে দাদা আপোনাৰ কথাবোৰ খুনি ।আপুনি আৰু আগুৱাই যাওক আৰু আমাক ভাল কথা খিখাই যাওক। ধন্যবাদ।
Bohut val Katha koi apuni , Thank you....
দিপক শৰ্মাৰ কথাকেইতা শুনি বহুত বহুত শক্তি পোবা যেন অনুভৱ কৰো
জীৱন জিন্দা বাদ।জীৱন বাটত বহুত দুখ কষ্ট আহে,জীৱনত দুখঃ নাথাকিলে সুখ নহয় আৰু সুখ নাথাকিলে দুখঃ নহয়।জীৱনটো দুখঃ সুখৰে পাৰ হৈ আৰু পাৰ কৰিব লাগে, দুখঃ বুলি ভাগৰি পৰিলে নহব জীৱনত আগুৱাই যাবলৈ বহুত দুখঃ আৰু বাধা আহিবই সেই দুখঃ, বাধাক গছকি মোহাৰি যাবলৈ যত্ন কৰিব লাগিব।
Jinda bad
Bhul lagise kathabor 😊😊😊😊😊😊 8:08
আপোনাৰ কথা খিনি শুনি ইমানেই মোৰ অন্তৰ চুই গৈছে দু চকুৰে গীৰ গিৰাই পানী ওলাই গল। আপোনাৰ কথা বোৰ শুনি মোৰ খুব ভাল লাগে,
Roi asilu sir video tu pam bli..moiu kakojan clgre kintu jbo nwarilu atia sai alp val lgise...thnks agai sir
Wauu..Sir..Mojaaa Lagil...Rly i Salute u..,🙏🙏🙏bht bht val lagil
I'm the biggest fan of u sir ,you are my World 😍😍😍🔥🔥🔥🥰🥰🥰
Love ewwww dr
apunr kotha bure jibon2t bohut khahokhi Kori tule khub bhl lagile
I have seen your bright future. Thanks a lot.
কি বুলি কম ভাষা নাইকিয়া হল, ইমান ধুনিয়া কথা, কবোলৈ ভাষা বিচাৰি পোৱা নায় কাথা বোৰ জানি, এয়াই অসমীয়া আইৰ প্ৰকৃত সন্তান,
Bah bahut dinor pisot Apunr kotha xunibo pai bahut Vl lgsil.... Happy magh bihu in advance..
Bhut dhunia video sir .......moiu backward ghorore lora ajon Ru apuni kua kthbur hosa... Ru moi apuni kua speech tur pora bhut motivate hoisu .....thank you
Thank you Dipak Sir...
bhut bhut val lgisa huni jibonr dukhr hmy khnit apunr kathai bhut hahokh dbo
দাদা আপোনি কোৱা শব্দ বিলাক আমাৰ কাৰণে বহূত মূল্যবান ।আমি আগবাঢ়ি যাব পাৰিম ভালদৰে ।
সচা কথা কৈ দিয়ে আপুনি দাদা সেই কাৰনে ভাল লাগে বহুত বহুত লাগিচে আজি
মই ,আপোনাৰ অপূৰ্ব উদাক্ত ভাষনত মগ্ন হৈ পৰো ..!
Hiii....dipak da aji Apunar 2ta video salo bht vl lagisy
moi apunar speech bor xoday ratipua bisonar pora uthar agtei xuni loi dintu solai jao.. xosay apunar ei vdo bilake mk barukoie provab pelaise..
ভাল লাগিলে ৷ 👍
Sir hundor koise , nishoi pisloi ene Katha amak di jab buli akha krilu aru bhagobane jate apunak happy rakhok ter akha krisu
Apunar video ekflr pra gotai bor salo sir..aapunak amr clzt matibr krne o principal sirk request krim..thank you so much sir
ধুনীয়া ধুনীয়া কথা শিকিলোঁ ছাৰ আপোনাৰ পৰা
Wowwww wowwwww fantastic superb Dipak da...
বহুত ভাল লাগিল দাদা আপোনাৰ কথাবোৰ। বহুত বহুত ধন্যবাদ আপোনাক।
আপোনাৰ কথাখিনি শুনি খুব ভাল লাগিল চাৰ।
Sir.. Moi aji first salu apunar vdo... Bhht Val lagile xuni kathabur... 100%hosa Katha koise apuni...
apunak sir log pabole bht mon ase ...apunar dore manuhor adorxo proyujon hoi ....
Thank you Deepak Dada .ai formula khini jonuwar babe.
Jibon jindabad
Vl lagile ktha khini huni....ru agole eneke vl vl ktha amak di jbo buli akha rakhilu....
Apunar Ktha xunile xuni thakible mn jai..... Bhut val lagil
ভাল লাগিল কথাবোৰ বহুত উপকৃত হব পৰা কথা কলে আপুনি ছাৰ।
ইমান ধুনীয়া কথা ইমান প্ৰেৰণা ।ভাল লাগিল শুনি
what a beautiful expression sir
দাদা আপুনি কোৱা কথা খিনি শিলৰ ৰেখাৰ দৰে.ভাল কথা কৈছে আপুনি .মই আপোনাৰ কথা খিনি follow কৰিবলৈ চেষ্টা কৰিছোঁ
Jibon jindabad..... really u r great
ধন্য বাদ চাৰ আপোনাৰ কথাই মুক বিহুত সাহস দিছে
Well-done brother Good speech
Apunar kotha bohut val lage hini thanks a lot sir
দিপক দাৰ কথা আচলতে ভাল লাগে
Sir,Apluto korile apuner kotha Keitai. ..val lagil. ..apuner hu sasthoya kamona korilu. ..
Sir মই আপুনাৰ ভিডিঅ আৰু বহুত চাইছো but এইটো ভিডিঅ মোৰ heart ত চুই দিছে। আমাৰ college r ভিডিঅ same আাছিল (A J B D, DAGAON)
Sir Aje apunak log pai bohot val lagil.. Nisoi sir apuni ajon helpful person...
Sir apunar video eta aji tiktok t dekhilu aru iyat bisarilu video bur huni bohut besi val lagil..thank you sir
শিক্ষনীয় বিষয় শুনি ভাল লাগিল ।
ধন্যবাদ আপোনাক, আপোনাৰ ভিডিঅ সমূহ চাই ভাল পাওঁ ।৷ সমাজত বহুত উপকাৰ হৈছে বিশেষ কৈ নৱ প্ৰজন্মৰ বাবে ।
mind blowing speech sir
আপোনাৰ প্ৰতিটো শব্দ মোৰ অন্তৰৰ লগত বিলীন হৈ আছে 🤗
Bohut val lagil
apunar kotha bor khoni bohut bohut val lage
বৰ প্ৰশংসা মূলক পদক্ষেপ , বহুত ধন্যবাদ আপোনাক ।
Nice speech dada......vargav
Bht vll lgil kthabor ..logote sokur Panio olal ..Thank u sir
দাদা আপোনাৰ কথা বোৰ বহুত ভাল লাগে শুনি সাহস পাওঁ আপোনাৰ কথা বোৰ শুনি ♥️♥️
Great man i love you
বহুত ভাল লাগিল । মনটো অলপ ভাল লগা হ'ল ।
দিপক দা বহুত বহুত ধন্যবাদ ।
চাৰ আপুনাৰ কথা বোৰ বহুত বহুত বহুত
ভাল লাগিল
Bahut bahut val lagil akha karu aru anedharanar hunibaloi pam
Xosai khub xundor kotha
koi apuni
eman dhunia kotha kowa apuni xsake apuni mohan
মানুহক সকলো প্ৰাণীৰ ভিতৰত শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়, সচা , কাৰণ মানুহে এনেকুৱা কিছুমান শ্ৰেষ্ঠ কৰ্ম কৰি দেখুৱাই য'ত এনেকুৱা যেন লাগে গোটেই পৃথিৱী খনেই যদি এনেকুৱা শ্ৰেষ্ঠ কৰ্ম কৰি দেখায় তেতিয়া পৃথিৱীখনৰ চেহেৰা, আকৃতিয়েই সম্পূৰ্ণ সলনি হ'ব কিন্তু কথাটো সম্পূৰ্ণ ওলোটা আৰু বিপৰীত এজনে যদি ভাল কৰ্মৰ নিদৰ্শন দেখাই দিয়ে আনজনে সেই কৰ্মখিনি কেৱল নিজৰেই শ্ৰেষ্ঠ হোৱাত কাম কৰিব কিন্তু আন দহোজনৰ উপকাৰত লগাকৈ কেতিয়াও নকৰে , আজিৰ পৰা কৌটি কৌটি বছৰ আগতে এইখনেই পৃথিৱীত বৃহৎআকাৰ ডাইনচৰাছ নামৰ এবিধ প্ৰতিপত্তিশীল আৰু পৰাক্ৰমি প্ৰাণী বসবাস কৰিছিল, কিন্তু এই পৰাক্ৰমি আৰু প্ৰতিপত্তিশালী প্ৰাণী বিধক আমাৰ এই ক্ষুদ্ৰ তাৰকাৰাজ্যৰ পৰা অহা কেৱল মাত্ৰ এটা সামান্য শিলৰ টুকুৰাই একদম চিৰদিনলৈ নিশেষ: কৰি দিলে , এতিয়া ভাবি চালে এনেকুৱা হয় যদি ডাইনাচৰাছৰ দৰেই ইমান শক্তিশালী প্ৰাণীৰ যদি এই অৱস্থালৈ যাব পাৰে, তেন্তে মানুহৰ? কাৰণ বিশ্বব্ৰহ্মাণ্ডৰ সংখ্যাৰ কথাটো দুৰৰে কথা আমি নিজেই জানো এতিয়া অকলশৰীয়া নহয় ডাইনচৰাছৰ পৰিনামৰ লেখিয়াকৈ । 😢🙏
Awesome Motivation Sir
জীৱন জিন্দাবাদ
Apunar speech honi amoni nalage
Eman dhuniyakoi, eman dhuniya katha koi apuni.,. Bht vl lage
দাদা সুখ দুখ টো থাকেই জীৱনত, মইও দেউতাক সৰুতেই হেৰুৱালো, এতিয়া সুখ বা দুখক মই বিবেচনা কৰিব পৰা হলো । কিন্তু মই জীৱনত অহা কঠিন সময় খিনি বা আহি থকা জীৱনটো কেনেদৰে আগবহাম সেইটোহে কঠিন যেন লগা হৈছে । দাদা এনেকুৱা topic এটা ৰ উপৰত video বনাব । যদি comment tu পঢ়িছে reply এটা দিব ।
Great motivator 👌👌👌
Sir apunar kothabure amak agowai jwat perona diye Dhoinyowad sir