সাংবাদিক এঞ্জেলা চাংমাই ' ৰাভা দিৱসৰ ওপৰত যি ভাষণ দিলে শুনি আপোনাৰো গাত লাগিব পাৰে শুনি লওক এবাৰ !
ฝัง
- เผยแพร่เมื่อ 28 พ.ย. 2024
- সাংবাদিক এঞ্জেলা চাংমাই ' ৰাভা দিৱসৰ ওপৰত যি ভাষণ দিলে শুনি আপোনাৰো গাত লাগিব পাৰে শুনি লওক এবাৰ !
আধ্যাত্মিকতাৰ পৰা কলাগুৰু লৈকে বিশ্লেষণ ॥ সাংবাদিক এঞ্জেলা চাংমাই ॥ দুলীয়াজান অগ্ৰণী সাংস্কৃতিক মঞ্চৰ উদ্যোগত কলাগুৰু বিষ্ণু ৰাভা দিৱস ।।দুলীয়াজান ক্লাৱ প্ৰেক্ষাগৃহ ॥ ধন্যবাদ 🙏🙏
অসমৰ এগৰাকী অতি প্ৰতিভাসম্পন্ন, স্পষ্টবাদী, সাহসী আৰু অধ্যয়নপুষ্ট এগৰাকী যুৱ সাংবাদিক। তেওঁৰ কথনশৈলীয়েও আমাক যথেষ্ঠ আকৃষ্ট কৰে। ভ্গ্নীস্বৰূপ এঞ্জেলাৰ শব্দৰ খেলা কৰি ভাল পোৱা আমাৰ প্ৰিয় সাঙবাদিক। তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলো। তেওঁ সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকক। ধন্যবাদ।❤❤❤
এনেকুৱা বক্তব্য ঘণ্টা জুৰি শুনি থাকিলেও আমনি নালাগে, ভাল লাগিল বাইদেউ🙏
আমি এনেকুৱা ধৰণৰ অনুষ্ঠান , কাৰ্যক্ৰম চাবলৈ শুনিবলৈকে ৰিচাৰ্জ কৰোঁ। আপোনাক ধন্যবাদ ❤
Good. Bah
সচাকৈ ভাষনেই আপোনাৰ পৰিচয়।। ধন্যবাদ বাইদেউ।
ইমান সুন্দৰ আৰু স্পষ্টকৈ কথা খিনি কৈছে সঁচাই বৰ ভাল লাগিল বাইদেউ। ৰাভা দেৱৰ বিশাল ব্যক্তিত্বৰ বিষয়েও চমু আভাস পালো ভাল লাগিল। আৰু আগুৱাই যাওঁক তাৰ শুভকামণাৰে❤
এনেকুৱা সাৰুৱা বক্তৃতা শুনিবলৈ পালে অলপো আমনি নলগাকৈ শুনি থাকিব মন যায় ।
আপোনাৰ ভাষণ শুনি থাকিলেও আমনি নালাগে। বৰ সুন্দৰ কণ্ঠ আৰু স্পষ্ট উচ্চাৰণ, ধন্যবাদ, এনে এটা সুন্দৰ ভাষণ শুনিবলে পোৱাৰ বাবে
😢
মোৰ সন্দেহ হৈছে,এই ছোৱালী জনী আমাৰ অসমৰে নে?মুখত আখৈ ফুটাদি ফুটিছে উচ্চমানৰ অসমীয়া ভাষা,শংকৰ -মাধৱৰ ঘোষা আৰু বিষ্ণু ৰাভাৰ জীৱন শৈলী। অভিনন্দন জনালো। আগুৱাই যোৱা।
সচাকৈ সুন্দৰ আৰু হৃদয় পৰশা অভিভাষণ।মহাপ্ৰভূ জগন্নাথৰ কৃপা লাভ হওঁক।
বহুত সুন্দৰ
বাৰে শুনি থাকোঁ মই
এন্জেলা চাংমাইলৈ নমস্কাৰ।।
সুন্দৰ বক্তৃতা শুনি ভাল লাগিল
অতি সুন্দৰ আৰু বাস্তৱ সম্মত ভাষন। তেওঁৰ ভাষণত গভীৰ অধ্যয়নৰ উমান পোৱা যায়। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো ❤❤❤
ইমান সুন্দৰ মন পৰষা ভাষণ শুনিলে শুনি থাকিবৰ মন যায় ৷ বহুত উচ্চ শিক্ষাৰে একোখন চাৰ্টিফিকেটৰ গৰাকী কোনোবা হব পাৰে কিন্তু দৈনন্দিন ব্যৱহাৰিক আধ্যাত্মিক জ্ঞানেৰে সমাজ সজাব নোৱাৰে ৷
বিষ্ণু ৰাভাৰ ওপৰত ইমান সুন্দৰ ভাষন আগবঢ়ালে নহয় শুনি বিৰাত সুন্দৰ লাগিল ৷
স্পষ্ট, শুনি বঢ়িয়া লাগিল। সকলোৱেই যদি এনেকুৱা হ'লহেঁতেন।
হৃদয় চুই গল madam God bless 🙏you😮
ইমান সুন্দৰ, ইমান সাৱলীল, ইমান উদাত্ত ! বিষয়বস্তুৰ ইমান সুন্দৰ ব্যাখ্যা ! এঞ্জেলা চাংমাইক ধন্যবাদ জনাইছোঁ । ভগৱন্তই কৃপা কৰক । কৃষ্ণ ।
সুন্দৰ বাইদেউ আপোনাৰ ভাঙনে হিয়াখন ছুই যায়।
আপোনাৰ কথা বোৰ সঁচা কথা। সেয়ে মই আপোনাৰ কথা বোৰ শুনি ভাল পাও।
আপোনাৰ কথা বোৰ সঁচাকৈ বহুত ভাল লাগিল বাইদেউ। হৃদয় চুই গৈছে ।
বহুত বহুত ভাল লাগিল। পৰৱৰ্তী সময়ত আৰু শুনিবলৈ পাম বুলি আশাৰে ৰলো ❤❤
খুব সুন্দৰ ভাষণ শুনিব পাই ভাল লাগিল
আপুনি মহান। এনেকুৱা ভাষন আজিয়েই প্ৰথম শুনিছোঁ। 🙏
অসমৰ এগৰাকী অতি প্ৰতিভা থকা স্পষ্টবাদী সাহসী যুৱ সাংবাদিক।সচাঁই এনেকুৱা কথা শুনি থাকিলেও আমনি নালাগে।
বহুত ভাল লাগিছে l শুনি থাকিব মন গৈছে
মনৰ সৌন্দৰ্য্য প্রকৃত সৌন্দর্য্য💚💚💚🌹🌹🌹
ধন্যবাদ ধন্যবাদ ধন্যবাদ জনাইছোঁ 🌹🌺🌹🌺🌹🌺🙏
সুন্দৰ বক্তব্য প্ৰকাশ কৰিছা ভনী,আমাৰ বংশৰ নাম উজ্বলাইছা
কোন বাৰু , বক্তা গৰাকী ..?
বহুত ভাল লাগিল আপোনাৰ এনে বক্তব্য শুনি আমনি নলগা 🙏
ইমান ধুনীয়া ভাষণ শুনি আমনি নালাগে । সুন্দৰ কণ্ঠ । আপুনি গান গাব পাৰিব ।❤❤
আপোনাৰ ভাষণ শুনি খূব ভাল লাগিল ।
অসাধাৰণ বাগ্মিতা এঞ্জেলা চাংমাইৰ ভাষণত, শুনিলে শুনি থাকিবৰ মন যায়॥
ভাল লাগিল ধন্যবাদ এনে এবিধ ভাযন আমাৰ সমাজত প্ৰয়োজন আছে আমি পশ্চিম কাৰ্বি আংলং পৰা কৈছো আমাৰ অন্তৰ। ধন্যবাদ থাকিল
ভাল লাগিল বাইদেউ আগুৱাই যোৱা,
অপূৰ্ব বক্তব্য, ভাল লাগিল
Bhout val lagil aru jate pai thaku pasoloi apunar..
লগতে স্পষ্ট উচ্চাৰণ খুব ভাল লাগিল শুনি
'বিষ্ণু ৰাভা দিৱস ’ বোলা উচিত।......'একেধাৰে’ নহয়,'একাধাৰে’ হে শুদ্ধ।
সুন্দৰ,সাৱলীল আৰু উপাদেয় ভাষণ।ধন্যবাদ।
Xosakoi bohut xundor vakhon❤❤❤
আপোনাৰ কথা বোৰ শুনি বৰ ভাল লাগে ,আপোনাৰ ভৱিষ্যত উজ্বল কামনা কৰিলোঁ,
আজিয়ু আমি আমাৰ সমাজত পুঁজিবাদী সকলৰ ওচৰত মোৰ দুৱা আছোঁ , আমি কিয় কলাগুৰু আদশৰ কিয় লব পৰা নাই , হয়তো আমাৰ কিছু পূৰ্বৰ পুৰুষৰ নীতি সন্নিৱিষ্ট হৈ থকা বাবে । সেয়েহে আমি সকলো অসমৰ মানৱে নিজৰ নিজৰ ধৰ্ম পালন কৰি আমি সকলোৱে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱে কোৱা দৰে সাম্যবাদি চিন্তা ধৰা আগুৱাই যাওঁ ।
Emane val lagise kathabor, xuni bole mon goi thake
Bohut val lage apunar kotha bilak huni vogobane apunak kukhole rakhok
সুন্দৰ ব্যাখ্যা কথাবোৰ সঁচা।
Bohut val lagil kotha bilak huni
সুন্দৰ উপস্থাপন
Buhut dhunia lagile apunar kotha huni
খুব ভাল লাগিল।
বহুত সূন্দৰ হৈছে
আপোনাৰ বক্তৃতা শুনি আপ্লুত হলো
Th you aponar bktaba bahut bhal lagishe
Bhut Val lagil🙏
আন্তৰিক অভিনন্দন থাকিল
বাইদেউ কথাবোৰ খুব ভাল লাগিল ভিডিঅ'বোৰ আজি কেইদিনমানৰ আগত চাইছো ❤❤❤❤❤
Thanks Anjela baideo bohut val lagil❤❤❤
Ufff ki khundor kotha apuni baideo🥰❤️❤️
বহুত ধুনীয়া শুনি হেপাহে নপলাই
বৰ সুন্দৰ কথা আৰু ভাষণ, শুনি ভাল লাগিল
Eman val lagil❤
সুন্দৰ আগুৱাই যোবা ❤❤
আপোনাৰ বক্তব্য শুনি বহুত ভাল লাগিল, আপুনি জ্যোতিপ্ৰসাদ ৰাভা বুলি এবাৰ কৈছে কিন্তু ভুল কৈ
Thanks Anjela. God bless you
ভাল লাগিল বাইদেউ 🙏💓👍
Great speach
তোমাৰ কথা বোৰ শুনি বহুত ভাল লাগে আৰু কিছুমান কথা শিকিব পাৰিছো
এও এগৰাকী সু আবৃত্তি কাৰ। তেওঁৰ কবিতা আবৃত্তি শুনিলে শুনি থাকিবলৈ মন যায়।
ভাললাগিল ,আগলৈ আৰুআশা কৰিছোঁ।
সুন্দৰ
Iman hundor
সুন্দৰ বিশ্লেষণ , কবিতা আবৃত্তি সুন্দৰ ❤
Khub khundar.
Moja
ইমান সুন্দৰ বক্তব্য ডাঙি ধৰিছে।সঁচাকৈ শলাগ লবলগীয়া
Kotha kobita xokolu monumuha❤
সুন্দৰ বক্তৃতা
Very valueable speech. Thank you to Changmai.
খুন্দৰ কথা কৈছে ❤❤👌👌👍👍
Thank you soo very much ,,hunile huni thkibr mn ,imn practical ktha. 🙏🙏🙏🙏🙏
Long. Live. Sister. God. Seve. You
Val lagile kotha khini huni...
Hundor
Wow nice ❤❤❤❤❤❤❤❤❤❤
ভগৱান তোমাৰ লগত থাকক
Heartiest Congrasulation Madam.🎉
এনেকুৱা ভাষণ শুনাৰ ভাগ্য থাকিব লাগিব
I appreciate ur spreading of knowledge 🙏🙏🙏🙏
Bhanti tomar bhasan suni khub bhal lagil
Really out of tears
Eman. Je. Val
. Lagil. Bhanti
🙏 সুন্দৰ নিদৰ্শন শুনি শান্তি পালোঁ। আশীৰ্বাদ কৰিছো ভগৱানে আপোনাক ভগৱানে আগবাঢ়ি দিয়েক তাৰে প্ৰাৰ্থনা ভগৱানৰ শ্ৰী চৰণত ❤❤🎉💯🌞দৰে উঠক। ধন্যবাদ
xundor vaxon bohut val lagil
Hundor baideo
Wah wah wah wah wah wah
অতি সুন্দৰ বক্তব্য ভাল লাগিল
ভাল লাগিল অ....
মজা লাগিল ...
কথা বোৰ ...
নামতো হে নাজানিলো , কত বা ঘৰ , কি বা কৰে ....
একেবাৰে আমনি নালাগিল
মজা মজা ....
Very beautiful expressions to our nation's good morning
কৃষ্ণ কৃষ্ণ ধন্যবাদ থাকিল।
বহুত বহুত ভাল লাগিল ৷
Kiman dhuniya ke bakhon dile anjela changmai🥰👌
ভাল লাগিল ভন্তি