Tridib Bhagabati
Tridib Bhagabati
  • 63
  • 1 580 809
আলফা, অসম আৰু ৰতন টাটা||ধনদাবীৰ পৰা কেঞ্চাৰ কেয়াৰলৈ
আলফা, অসম আৰু ৰতন টাটা||ধনদাবীৰ পৰা কেঞ্চাৰ কেয়াৰলৈ
0:00-0:32 - আৰম্ভণি
0:33 - 2:55 - আলফাৰ ধনদাবী, অপহৰণ আৰু ৰতন টাটা
2:56 -3:54 - Tata Tapes বিতৰ্ক
3:55 - 4:52 - অসমৰ শৈক্ষিক ক্ষেত্ৰত টাটাৰ TISS
4:53 - 5:55 - অসমৰ স্বাস্থ্য খণ্ডত টাটা
5:56 - 7:01- অসমৰ ঔদ্যোগিক খণ্ডত টাটাৰ Semiconductor
7:02 - 7:49 - অসম বৈভৱ ৰতন টাটা
7:50 - 10:31 - শেষ কথা, মূল কথা
#ratantata #assamesenews #assamese
มุมมอง: 6 366

วีดีโอ

চুমি জেলত! চুমিক নায়িকা সজাই এতিয়া মুখ ঢকাবোৰক পাল কেতিয়া? ASSAM FAKE TRADING SCAMচুমি জেলত! চুমিক নায়িকা সজাই এতিয়া মুখ ঢকাবোৰক পাল কেতিয়া? ASSAM FAKE TRADING SCAM
চুমি জেলত! চুমিক নায়িকা সজাই এতিয়া মুখ ঢকাবোৰক পাল কেতিয়া? ASSAM FAKE TRADING SCAM
มุมมอง 24K27 วันที่ผ่านมา
চুমি জেলত! চুমিক নায়িকা সজাই এতিয়া মু ঢকাবোৰক পাল কেতিয়া? #sumibora #sumiborahscam #faketradingscam
চুমি-বিশালক আইডল সজাইছিল কোনে কোনে||টকাৰ খক আৰু বিত্তীয় সাক্ষৰতাহীন অসমীয়াচুমি-বিশালক আইডল সজাইছিল কোনে কোনে||টকাৰ খক আৰু বিত্তীয় সাক্ষৰতাহীন অসমীয়া
চুমি-বিশালক আইডল সজাইছিল কোনে কোনে||টকাৰ খক আৰু বিত্তীয় সাক্ষৰতাহীন অসমীয়া
มุมมอง 26Kหลายเดือนก่อน
অসমত চুমি-বিশালক আদৰ্শক সজাইছিল কোনে? অসমীয়াৰ বিত্তীয় সাক্ষৰতা 0:00-1:31 পাতনি 1:32-2:52 - অসমৰ চোটা মালিয়া বিশালৰ কাহিনী 2:53 -3:28 - জাকজমক চুমিৰ বিয়া 3:29 -5.46 - এওলোকক ভোটাতৰা সজোৱাসকল কোন কোন? 5:47-6:12 - বিত্তীয় সাক্ষৰতা 6:13-7:06 - ট্ৰেডিং আৰু ৰাকেশ জুনজুনৱালা 7:07-8:39 - অৱহেলিত আকাশ গগৈ, হিৰ কেৱল চুমিসদৃশ ভোটাতৰা 8:40-10:02 - অসমত বিত্তীয় ঠগনৰ ইতিহাস আৰু চাহাৰাৰ কাহিনী 10:03 -13:05 - ...
শিৱসাগৰ আৰু ধিঙৰ বাৰ্তা|| বাচিবনে অসম আৰু অসমীয়াশিৱসাগৰ আৰু ধিঙৰ বাৰ্তা|| বাচিবনে অসম আৰু অসমীয়া
শিৱসাগৰ আৰু ধিঙৰ বাৰ্তা|| বাচিবনে অসম আৰু অসমীয়া
มุมมอง 23Kหลายเดือนก่อน
শিৱসাগৰ ধিঙৰ বাৰ্তা||বাচিবনে অসম আৰু অসমীয়া 0:00-1:18 - অসমীয়া প্ৰথম পৰিচয় যাৰ নহয়, আগলৈ নাচাব 1:19 -2:24 - ধিংৰ ধৰ্ষণ, বিক্ষিপ্ত নহয় 2:25 - 2:55 - শিৱসাগৰৰ ঘটনাও নহয় বিক্ষিপ্ত 2:56 - 4:28 - দুয়োটা ঘটনাৰ মূল বাৰ্তা 4:29 - 5:02 - অসম চুক্তিয়ে কি কৈছিল 5:03-6:18 - ৪০ বছৰত কিমান বিদেশী খেদা হ’ল 6:19 - 7:54 - আইনৰ শাসন ব্যৰ্থ, খন্তেকীয়া নিৰ্বাচনী অংক 7:55 - 9:29 - অসমৰ নিষ্ঠুৰ বাস্তৱ 9:30 - 11:31 -...
ভোজপুৰী গানত মাতাল অসমীয়াৰ ব’ল বম||অসমৰ শিৱ পূজাৰ ইতিহাসভোজপুৰী গানত মাতাল অসমীয়াৰ ব’ল বম||অসমৰ শিৱ পূজাৰ ইতিহাস
ভোজপুৰী গানত মাতাল অসমীয়াৰ ব’ল বম||অসমৰ শিৱ পূজাৰ ইতিহাস
มุมมอง 28K2 หลายเดือนก่อน
ভোজপুৰী গানত মাতাল এচাম অসমীয়াৰ ব’ল বম সংস্কৃতি|| অসমৰ শিৱ পূজাৰ ইতিহাস
অসমলৈ আহিব নেকি বিদেশী|| বাংলাদেশৰ বিপৰ্যয়ৰ কাহিনী||TRIDIB BHAGABATIঅসমলৈ আহিব নেকি বিদেশী|| বাংলাদেশৰ বিপৰ্যয়ৰ কাহিনী||TRIDIB BHAGABATI
অসমলৈ আহিব নেকি বিদেশী|| বাংলাদেশৰ বিপৰ্যয়ৰ কাহিনী||TRIDIB BHAGABATI
มุมมอง 9K2 หลายเดือนก่อน
Chapters 0:00-0:39 - Intro 0:40-2:32 - মুজিবুৰ ৰহমানৰ হত্যা, এন কাওৰ সাহসিক কাম 2:33-3:20 - ৰেজিয়া আৰু হাছিনাৰ প্ৰাণৰক্ষা 3:21-4:02 - বেগম হাছিনাৰ পৰা শ্বে হাছিনালৈ যাত্ৰা 4:03-4:41 - শ্বে হাছিনাৰ চৰকাৰৰ অৰ্থনৈতিক প্ৰগতি 4:42-5:21 - হাছিনাৰ স্বৈৰাচাৰী চৰিত্ৰ 5:22-6:13- ছাত্ৰ বিদ্ৰোহৰ পটভূমি 6:14-6:34 - ৰাজাকাৰ ৰাজাকাৰ 6:35-7:16- সংৰক্ষণ বিৰোধী আন্দোলন হ’লগৈ হাছিনা বিৰোধী 7:17-7:52 - ইছলামিক মৌল...
কেনেকৈ কোনে হত্যা কৰিলে গুৱাহাটীক||স্মাৰ্ট চিটীৰ শ্মশান যাত্ৰাকেনেকৈ কোনে হত্যা কৰিলে গুৱাহাটীক||স্মাৰ্ট চিটীৰ শ্মশান যাত্ৰা
কেনেকৈ কোনে হত্যা কৰিলে গুৱাহাটীক||স্মাৰ্ট চিটীৰ শ্মশান যাত্ৰা
มุมมอง 15K2 หลายเดือนก่อน
Chapters 0:00 - 1:28 - আৰম্ভণি 1:29 - 2:07 - স্মাৰ্ট চিটী গুৱাহাটী প্ৰজেক্ট 2:08 - 2:32 - ১০০খনৰ ভিতৰত ৯৭ তহে আছে স্মাৰ্ট গুৱাহাটী 2:33-3:30 - গুৱাহাটীৰ ভয়ংকৰ Deforestation 3:31 - 4:16 - কিয় পৃথক গুৱাহাটী 4:17 - 5:28 - গেৰিচন টাউন গুৱাহাটীৰ অতীত-বৰ্তমান 5:29-6:56- দুই তিনিটা মগজু আৰু গুৱাহাটীৰ মৃত্যু 6:57-9:01 - কেৱল Flyover ৰ চমক, নাই পৰিকল্পনা 9:02- 9:49 - গুৱাহাটী উন্নয়ন দপ্তৰৰ চৰম ব্যৰ্থতা ...
গোপীনাথ বৰদলৈ আৰু গ্ৰুপিং আঁচনি|| অসম পাকিস্থানৰ সলনি ভাৰতৰ অংগ হোৱাৰ কাহিনী || TRIDIB BHAGABATIগোপীনাথ বৰদলৈ আৰু গ্ৰুপিং আঁচনি|| অসম পাকিস্থানৰ সলনি ভাৰতৰ অংগ হোৱাৰ কাহিনী || TRIDIB BHAGABATI
গোপীনাথ বৰদলৈ আৰু গ্ৰুপিং আঁচনি|| অসম পাকিস্থানৰ সলনি ভাৰতৰ অংগ হোৱাৰ কাহিনী || TRIDIB BHAGABATI
มุมมอง 15K2 หลายเดือนก่อน
Chapters 0:00-1:37 - আৰম্ভণি 1:38-2:21 - অসমলৈ অবাধ প্ৰব্ৰজন আৰু সমস্যাৰ সৃষ্ঠি 2:22 - 2:56 - কেবিনেট মিছনৰ প্ৰস্তাৱ - বংগৰ সৈতে অসম 2:57 - 4:18 - গোপীনাথ বৰদলৈৰ নেতৃত্বত APCC ৰ তীব্ৰ বিৰোধিতা 4:19-5:20 - কেবিনেট মিছন, কেন্দ্ৰীয় নেতৃত্বক বৰদলৈৰ সাক্ষাৎ 5:21 -5:36 - কেন্দ্ৰীয় নেতৃত্বক কঠোৰ সকীয়নী 5:37-6:43 - মহাত্মা গান্ধীৰ অসমৰ পক্ষত অৱস্থান 7:02 -7:40 - হাইকামাণ্ডৰ বিৰুদ্বে যোৱাৰ তেতিয়াৰ সাহস,...
বৰুৱাৰ সংসাৰ|| বিখ্যাত বৰুৱা পৰিয়ালৰ ইতিবৃত্ত || বিৰল বিচিত্ৰ পৰিয়ালবৰুৱাৰ সংসাৰ|| বিখ্যাত বৰুৱা পৰিয়ালৰ ইতিবৃত্ত || বিৰল বিচিত্ৰ পৰিয়াল
বৰুৱাৰ সংসাৰ|| বিখ্যাত বৰুৱা পৰিয়ালৰ ইতিবৃত্ত || বিৰল বিচিত্ৰ পৰিয়াল
มุมมอง 131K2 หลายเดือนก่อน
Chapters 0:00 - 1:22 - আৰম্ভণি 1:23 - 2:08 - লতাশিল পুখুৰী হ’ল খেলপথাৰ 2:09 - 3:53 - গৃহ প্ৰৱেশ-বৰুৱা পৰিয়ালৰ আৰম্ভণি 3:54 - 4:51 - ব্ৰজেন বৰুৱাৰ অধ্যায় 4:52 - 6:28 - ড০ বেজবৰুৱা আৰু বৰুৱা পৰিয়াল 6:29 - 7:20 - নিপ বৰুৱাৰ অধ্যায় 7:21 - 7:43- দ্বিৱন বৰুৱাৰ অধ্যায় 7:44 - 8:26 - গিৰীন বৰুৱাৰ অধ্যায় 8:28- 9:07 - ৰমেন বৰুৱাৰ অধ্যায় 9:08-9:22- নীৰেন বৰুৱাৰ অধ্যায় 9:23 - 9:55 - দ্বীপেন বৰুৱাৰ অধ্যায় 10...
নাই পত্নী-পুত্ৰৰ নামত অগাধ সম্পত্তি|| চিটিবাছত ফুৰা অসমৰ অসাধাৰণ মুখ্যমন্ত্ৰীজননাই পত্নী-পুত্ৰৰ নামত অগাধ সম্পত্তি|| চিটিবাছত ফুৰা অসমৰ অসাধাৰণ মুখ্যমন্ত্ৰীজন
নাই পত্নী-পুত্ৰৰ নামত অগাধ সম্পত্তি|| চিটিবাছত ফুৰা অসমৰ অসাধাৰণ মুখ্যমন্ত্ৰীজন
มุมมอง 131K2 หลายเดือนก่อน
Chapters 0:00-1:05 - আৰম্ভণি 1:06 - 2:03 - নিৰ্বাচনত পৰাজয়ৰ পাছত খোজ কাঢ়ি ঘৰলৈ উভতা মুখ্যমন্ত্ৰীজন 2:03-2:26 - চাইকেলেৰে কাৰ্যালয়লৈ যোৱা চেয়াৰমেনজন 2:27-3:10- দলীয় কামলৈ ট্ৰেইনেৰে নিজৰ খৰচত 3:35-4:10 - গোৱালপাৰা জিলাক গ্ৰুপিংৰ পৰা ৰক্ষা 4:18-4:48 - অম্বিকাগিৰী, কটন আৰু শৰৎ সিংহ 5:10-6:12 - মুখ্যমন্ত্ৰী সালসলনি 6:13-6:31 - মুখ্যমন্ত্ৰী হিচাপে শৰৎ সিংহ 6:32-7:28 - ৰাজধানী শ্বিলংৰ পৰা গুৱাহাটীলৈ ...
প্ৰথম নহয়,তলৰ পৰাহে ৬ নম্বৰত অসম|| মুখ্যমন্ত্ৰীৰ অৰ্ধসত্য||SDG ৰিৰ্পটৰ প্ৰকৃত সত্যপ্ৰথম নহয়,তলৰ পৰাহে ৬ নম্বৰত অসম|| মুখ্যমন্ত্ৰীৰ অৰ্ধসত্য||SDG ৰিৰ্পটৰ প্ৰকৃত সত্য
প্ৰথম নহয়,তলৰ পৰাহে ৬ নম্বৰত অসম|| মুখ্যমন্ত্ৰীৰ অৰ্ধসত্য||SDG ৰিৰ্পটৰ প্ৰকৃত সত্য
มุมมอง 15K3 หลายเดือนก่อน
মুখ্যমন্ত্ৰীৰ অৰ্ধসত্য||তলৰ পৰাহে ৬ নম্বৰত অসম|| SDG ৰিৰ্পটৰ প্ৰকৃত সত্য #assamesenews #himantabiswasarma #assam #assamesevideo #assamesenewstoday #tridibbhagabati #tridipbhagawati #nitiayog মুখ্যমন্ত্ৰী হিমন্তHimanta biswa sarmaSdg report assamAssam cm himantaAssamese newsSdg report 2024Niti ayog sdg reportঅসম SDGsustainable developmentAssam cm pressmeetTridib bhagabatihimanta biswa sarma late...
আম্বানী পুত্ৰৰ বিয়াৰ আঁত ধৰি || Ambani Wedding || ভাৰত বনাম ভাৰতআম্বানী পুত্ৰৰ বিয়াৰ আঁত ধৰি || Ambani Wedding || ভাৰত বনাম ভাৰত
আম্বানী পুত্ৰৰ বিয়াৰ আঁত ধৰি || Ambani Wedding || ভাৰত বনাম ভাৰত
มุมมอง 14K3 หลายเดือนก่อน
ভাৰত বনাম ভাৰত||১% বনাম ৯৯%||আম্বানী পুত্ৰৰ বিয়াৰ আঁত ধৰি #assamesenewstoday #assamesevideo #ambaniwedding Ambani weddingAnant ambani weddingAssamese news todayMukesh ambani assamese newsambani son weddingtoday news assameseঅসমীয়া বিয়াআম্বানী বিয়াTridib bhagabati talk showTridip bhagawatihimanta biswa sarmagautam adaniassam newsনিবনুৱা সমস্যা অসমAssam cm ambani weddin
খৰিকটীয়াৰ সাধু আৰু হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰ|| বিষয় - PRCখৰিকটীয়াৰ সাধু আৰু হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰ|| বিষয় - PRC
খৰিকটীয়াৰ সাধু আৰু হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰ|| বিষয় - PRC
มุมมอง 24K3 หลายเดือนก่อน
খৰিকটীয়াৰ সাধু আৰু হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰ|| বিষয় - PRC #assamesenews #assamesenewstoday #himantabiswasarma
অসমৰ বানপানী এখন ৭৪ বছৰীয়া ৰচনা|| লোকচান ৰাইজৰ কিন্তু লাভ কাৰ কাৰ?অসমৰ বানপানী এখন ৭৪ বছৰীয়া ৰচনা|| লোকচান ৰাইজৰ কিন্তু লাভ কাৰ কাৰ?
অসমৰ বানপানী এখন ৭৪ বছৰীয়া ৰচনা|| লোকচান ৰাইজৰ কিন্তু লাভ কাৰ কাৰ?
มุมมอง 10K3 หลายเดือนก่อน
অসমৰ বানপানী এখন ৭৪ বছৰীয়া ৰচনা|| লোকচান ৰাইজৰ কিন্তু লাভ কাৰ কাৰ? Assam flood news today 2024Flood in guwahatiGuwahati flood todayassam floodassam flood situationassam floodedassam floods newsassamese newsflood in assamflood in assam newsflood in guwahatifloods in assamfloods in guwahatiguwahati city floodwhy assam floods every yearঅসমৰ বানপানী ৰচনাঅসমৰ বানপানী ৰচনা class 10বানপানী 2024guwahat...

ความคิดเห็น

  • @birennath8618
    @birennath8618 6 ชั่วโมงที่ผ่านมา

    তেওঁ জীয়াই থাকোতেই ভাৰত ৰত্ন সন্মান পাব লাগিছিল।

  • @jagannathborah4057
    @jagannathborah4057 16 ชั่วโมงที่ผ่านมา

    Thank you Bro

  • @devajitkalita1003
    @devajitkalita1003 16 ชั่วโมงที่ผ่านมา

    মহানায়ক ভাৰতৰ ৰত্ন ৰতন টাটাক অসমীয়া তথা দেশবাসীয়ে সদায় মনত থাকিব। ৰাজ্যখনৰ এটা নতুন উল্লেখযোগ্য পথ বা অনুষ্ঠান ৰতন টাটাদেৱৰ নামত নামাকৰণ কৰিব লাগে কাৰণ তাৰ যোগেদি চিৰদিনলৈ তেওঁ জিলিকি থাকিব।

  • @himadriballavdeka9385
    @himadriballavdeka9385 18 ชั่วโมงที่ผ่านมา

    বহুত ভাল লাগিল ।

  • @PabitraBorah-l8g
    @PabitraBorah-l8g 18 ชั่วโมงที่ผ่านมา

    Ratan Tata ❤

  • @iblame_s_w_a_r_a_j
    @iblame_s_w_a_r_a_j 19 ชั่วโมงที่ผ่านมา

    অতি সুন্দৰ।

  • @trishnahaloi1115
    @trishnahaloi1115 20 ชั่วโมงที่ผ่านมา

    Smart pointor pora bazar kora ki darkar

  • @kashyabhazarika5323
    @kashyabhazarika5323 22 ชั่วโมงที่ผ่านมา

    Hai hospital khon a atia chabua r tata hospital 😊

  • @kochbitulrajbonshi689
    @kochbitulrajbonshi689 วันที่ผ่านมา

    Great man of the world ❤❤❤

  • @AnupamaDas-h3h
    @AnupamaDas-h3h วันที่ผ่านมา

    Ratan tata e axomor babe jiman korile,amar axomia e iman koribo pora nai

  • @himangshudeka1738
    @himangshudeka1738 วันที่ผ่านมา

    বহুত বহুত ভাল লাগে আপোনাৰ video সমূহ, আগুৱাই গৈ থাকা......❤❤

  • @rknowlede9563
    @rknowlede9563 วันที่ผ่านมา

    Apuni video kra thaikhini kor hoi

  • @SupriyaKalita-z2e
    @SupriyaKalita-z2e วันที่ผ่านมา

    অসমৰ ইতিহাসৰ বিষয়ে জানিবলৈ উৎসুক হৈ থকা মই আপোনাৰ ভিডিও সমূহৰ পৰা খুব লাভবান হওঁ। ধন্যবাদ ত্ৰিদিব দা। এটা মাথোঁ আবেদন, অসম আন্দোলন তথা সেই সময়ৰ অসমৰ বিষয়ে এটা ভিডিও বনাব পাৰিবনে? জানিবলৈ বৰ মন যায়। আৰু এই বিষয়ে বিতংকৈ বিশ্লেষণ কৰা কিবা কিতাপ আছে নেকি জনাবচোন। পুনৰ এবাৰ ধন্যবাদ যাচিলোঁ। পাঠশালাৰ পৰা❤

  • @debanandabharali5111
    @debanandabharali5111 วันที่ผ่านมา

    Ratan Tata ❤

  • @ppcycleridervlogs2895
    @ppcycleridervlogs2895 วันที่ผ่านมา

    Everything is temporary but the house is permanent.

  • @mayachetia3533
    @mayachetia3533 วันที่ผ่านมา

    সুন্দৰ উপস্থাপনৰ লগতে সুন্দৰ মূল্যাংকণ । তেখেতৰ অৱদানক নতশিৰে স্বীকাৰ কৰিবই লাগিব। তেখেতৰ আত্মাৰ শান্তি কামনা কৰিলোঁ।

  • @nabanitachakravorty8525
    @nabanitachakravorty8525 วันที่ผ่านมา

    সুন্দৰ বিশ্লেষণ ❤

  • @OmiBoktoBhai
    @OmiBoktoBhai วันที่ผ่านมา

    Nice content & content ❤

  • @স্মৃতিহাজৰিকাগগৈ
    @স্মৃতিহাজৰিকাগগৈ วันที่ผ่านมา

    জীৱনত পাহৰিব নোৱাৰা এজন ব্যক্তি। তেও যতেই আছে শান্তি ৰে থাকক।

  • @ayushmaanpegu3840
    @ayushmaanpegu3840 วันที่ผ่านมา

    ৰতন টাটাৰ বিয়ুগ সমগ্ৰ অসমবাসীৰ বাবে এক গভীৰ অপ্ৰীতিকৰ খবৰ 😢 তেখেটৰ বিদেশী আত্মাই চিৰ শান্তি লাভ কৰক🙏

  • @Rohitchoudhury12
    @Rohitchoudhury12 วันที่ผ่านมา

    বঢ়িয়া ত্ৰিদিপ দা ❤

  • @deborajgogoi1017
    @deborajgogoi1017 วันที่ผ่านมา

    🥹👍🙏😌

  • @Jiiintu
    @Jiiintu วันที่ผ่านมา

  • @MousumGogol
    @MousumGogol วันที่ผ่านมา

  • @tapanbaishya267
    @tapanbaishya267 วันที่ผ่านมา

    ❤❤

    • @dalimikalita3241
      @dalimikalita3241 17 ชั่วโมงที่ผ่านมา

      Bohut valla lagil

  • @Ashikulhoque-h9l
    @Ashikulhoque-h9l วันที่ผ่านมา

    Dada bohut din pist new video palu

  • @LabibHussain-j7j
    @LabibHussain-j7j วันที่ผ่านมา

    সঁচা কে আমি এজন মূল্যৱান সম্পদ হেৰোৱা যেন অনুভৱ হয়।

  • @binodgogoi2895
    @binodgogoi2895 3 วันที่ผ่านมา

    Great discussion

  • @syedamushlihahadi3229
    @syedamushlihahadi3229 5 วันที่ผ่านมา

    সুন্দৰ 🎉🎉🎉

  • @debakrsaikia2993
    @debakrsaikia2993 11 วันที่ผ่านมา

    Tridib, you are doing some exceptional work. Keep it up.

  • @OmiBoktoBhai
    @OmiBoktoBhai 14 วันที่ผ่านมา

    Aru content lage

  • @renumedhi5370
    @renumedhi5370 16 วันที่ผ่านมา

    Thik koi sa bhai

  • @OmiBoktoBhai
    @OmiBoktoBhai 17 วันที่ผ่านมา

    Darub Rathee for Assam

  • @bharatibaruah4882
    @bharatibaruah4882 17 วันที่ผ่านมา

    Bahut.dhanyanad .

  • @TrtyttrH
    @TrtyttrH 18 วันที่ผ่านมา

    Assamese Apurba gogoi

  • @msd.1627
    @msd.1627 19 วันที่ผ่านมา

    Nice explanation

  • @jadubharali2947
    @jadubharali2947 19 วันที่ผ่านมา

    বৰ সুন্দৰ ত্ৰিদিপ। তেখেতৰ কথা জানোঁঁ বাৰু বৰ আদৰ্শবান মানুহ আছিল, মূল্যবোধৰ ৰাজনীতি কৰিছিল। কিন্তু বৰ্তমান সেই সকলো বোৰ শেষ। ধন্যবাদ তোমালৈ ইমান সুন্দৰভাৱে উপস্থাপন কৰিলা।

  • @nibirbaruahvii-b-1713
    @nibirbaruahvii-b-1713 19 วันที่ผ่านมา

    Very good video 🙏👌🌹👍🏻🙏

  • @PadmaLalung-iq7ik
    @PadmaLalung-iq7ik 19 วันที่ผ่านมา

    পাৰিলে মেদিয়াত দালালৰ বাতৰি সমুহ কমকৈ telicaus কৰিব ৷কাৰণ উদিয়মান সকলৰ মনত ঘটনাবোৰ বেয়াকৈ শিপায়৷

  • @MainuGogoi-h6b
    @MainuGogoi-h6b 20 วันที่ผ่านมา

    Moja dise

  • @ekramhussainmir3903
    @ekramhussainmir3903 20 วันที่ผ่านมา

    Our respect for this legendary political personality, he is an example... ❤❤🎉🎉

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 20 วันที่ผ่านมา

    চমী তুমি, তাৰ্কিক চাৰকিক এই বিলাক আলোচনা কিবা নিলৰ্জৰ কাৰবাৰৰ দৰে হৈছে। আচলতে গছ গুৰিতে উই পোকে ধৰিছে। উই হাফলুৰ ৰাণী গছৰ গুৰিতে আছে। ডাল পাতত থকা উই পোক কোনো দিনে শেষ নহয় যদিহে গুৰিত থকা ৰাণীতো মৰা নাযায়।

  • @OmiBoktoBhai
    @OmiBoktoBhai 21 วันที่ผ่านมา

    Nice Content

  • @PradipBordoloi-g9u
    @PradipBordoloi-g9u 22 วันที่ผ่านมา

    বঢ়িয়া !

  • @nksdo
    @nksdo 22 วันที่ผ่านมา

    সকলোকে লুভীয়া বুলি নক'ব

  • @kulsomakhatoon7341
    @kulsomakhatoon7341 23 วันที่ผ่านมา

    Rajneeti r mojiyat vote vote khel, kak nu bulim koka hokolure chuli dari paka.

  • @mridulborthakur652
    @mridulborthakur652 24 วันที่ผ่านมา

    All long periods RBI is organising financial literacy program

  • @srspidy3105
    @srspidy3105 24 วันที่ผ่านมา

    Bahut Bhal Lagil Apuni Right Kotha Koise

  • @bilijacksan
    @bilijacksan 25 วันที่ผ่านมา

    Guys আপোনালোকে কি ভাবে Tridib Da ৰাজনীতিত আহিব লাগে নে নালাগে ? , মোৰ ৰাই আহিব লাগে এটা নতুন অসমীয়া party গঠন কৰিব লাগে উদাহৰণ হিচাপে DMK ৰ দৰে আৰু অসমীয়াক অসমক অতি সোনকালে সুৰক্ষা দিব লাগে 👍

  • @mrjisu7119
    @mrjisu7119 25 วันที่ผ่านมา