ความคิดเห็น •

  • @SangitaboruahSangitaboruah-j9l
    @SangitaboruahSangitaboruah-j9l 2 หลายเดือนก่อน

    বহুত ভাল লাগিল বহু নজনা কথা বৰ সুন্দৰ কৈ বুজায় দিয়া কাৰণে বহুত ধন্যবাদ।

  • @nurboxalinur7218
    @nurboxalinur7218 2 หลายเดือนก่อน

    সুন্দৰ বিশ্লেষণ

  • @pranjalpratimkalita3943
    @pranjalpratimkalita3943 2 หลายเดือนก่อน +1

    Val lagil. Bohut informative

  • @spbora
    @spbora 2 หลายเดือนก่อน

    মজ্জা

  • @urbijadas4547
    @urbijadas4547 2 หลายเดือนก่อน +10

    ধন্যবাদ ৷ বৰ্তমান সময়ত ঘটি থকা ঘটনাৱলীৰ এনে বিশ্লেষণাত্মক ব্যাখ্যাৰ খুবেই আৱশ্যক আছিল..আপুনি সেই আৱশ্যকতা পূৰণ কৰিলে 😊 বাংলাদেশৰ বিশৃংখলতা আঁতৰি শীঘ্ৰেই শান্তি প্ৰতিষ্ঠা হওঁক তাৰেই কামনা...

  • @basantiboro4314
    @basantiboro4314 2 หลายเดือนก่อน +13

    শেখ হাসিনাৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পিয়ুজ হাজৰিকাই শিক্ষা লোৱা উচিত।

    • @dewanyashinali9077
      @dewanyashinali9077 2 หลายเดือนก่อน +2

      পৃথিৱীৰ প্ৰতিটো গণতন্ত্ৰ দেশৰ শাসনত বহি থকা শাসকদলে ,প্ৰতিবাদ কৰা ব্যক্তিক দেশদ্ৰোহী সজায়।
      আমাৰ ভাৰততো একে অৱস্থা, যিয়ে চৰকাৰ পক্ষৰ প্ৰতিবাদ কৰিব তাক Secularism, বাংলাদেশী, পাকিস্তান ৰ DNA আছে বুলি news চলাই দিব!

    • @babluentertainment2845
      @babluentertainment2845 2 หลายเดือนก่อน +2

      😂😂❤❤😂

  • @MusfikurRahman-zz7sq
    @MusfikurRahman-zz7sq 2 หลายเดือนก่อน +5

    দাদা আপোনাৰ বিশ্লেষণ‌ সুন্দৰ আৰু নীতিশিক্ষামূলক আজিৰ বিশ্লেষণো ভাল লাগিছে।

  • @arpanbora8423
    @arpanbora8423 2 หลายเดือนก่อน

    Wonderfull❤❤

  • @prabitachutia448
    @prabitachutia448 2 หลายเดือนก่อน +2

    খুউব সুন্দৰ বিশ্লেষণ , ভাল লাগিল, ধন্যবাদ আগলৈ

  • @sanjibdas9117
    @sanjibdas9117 2 หลายเดือนก่อน

    আমাৰ দেশখনেও মিডিয়া কিনি লৈছে।

  • @rupjyotisarma7434
    @rupjyotisarma7434 2 หลายเดือนก่อน +5

    আপুনি ৰাজনীতিত জ‌ইন কৰক।।আমি আছো আপোনাৰ লগত।

  • @iblame_s_w_a_r_a_j
    @iblame_s_w_a_r_a_j 2 หลายเดือนก่อน +1

    আপোনাৰ ভিডিও চাই ভাল পালো।

  • @sadanandachamuah2056
    @sadanandachamuah2056 2 หลายเดือนก่อน

    Thanks

  • @imdadulhaque3647
    @imdadulhaque3647 2 หลายเดือนก่อน

    Thank you Tridib bhai, awesome explanation

  • @dhirendrakumarbordoloi3709
    @dhirendrakumarbordoloi3709 2 หลายเดือนก่อน

    Sundar upasthapan. Our government should take necessary action immediately

  • @kazialamin6064
    @kazialamin6064 2 หลายเดือนก่อน +2

    দাদা আপোনাৰ কথাবোৰ ভাল লাগে।

  • @manabdas4735
    @manabdas4735 2 หลายเดือนก่อน +2

    ধন্যবাদ দাদা,,,, অনুৰোধ ৰক্ষা কৰাৰ বাবে।

  • @satyanathdeori2900
    @satyanathdeori2900 2 หลายเดือนก่อน

    সুন্দৰ হৈছে।

  • @rupjyotisarma7434
    @rupjyotisarma7434 2 หลายเดือนก่อน +1

    আপোনাৰ কথা বিলাক খুব ভাল লাগে।।

  • @arpanbora8423
    @arpanbora8423 2 หลายเดือนก่อน +1

    Aru dada eta request asil..assam movement or uporot eta video series launch korok sun..every aspect cover kori eta series launch korok...pls...
    Plus...vasha andolon...refinery movement..medium movement..ei gutebur or uporot video seies eta launch korok dada pls🙏🙏🙏

  • @bulbulibuli1795
    @bulbulibuli1795 2 หลายเดือนก่อน

    সুন্দৰ সময়োপযোগী

  • @abdulmalik7142
    @abdulmalik7142 2 หลายเดือนก่อน +1

    ধন্যবাদ দাদা❤❤

  • @17Hirumoni
    @17Hirumoni 2 หลายเดือนก่อน

    💮🌟❤️😮

  • @dibyajyotideka402
    @dibyajyotideka402 2 หลายเดือนก่อน +1

  • @1mikon
    @1mikon 2 หลายเดือนก่อน +1

    গোটেই সোপা নিচ্ছয় আহিআছে অসমলৈ।

  • @NabajyotiDutta-by3nw
    @NabajyotiDutta-by3nw 2 หลายเดือนก่อน

    ❤❤❤❤❤❤❤❤

  • @dibakarphukan8536
    @dibakarphukan8536 2 หลายเดือนก่อน +3

    বাংলাদেশ ৰ দৰে ভাৰত টো তেনে হবলৈ গৈছে

  • @fajirali4029
    @fajirali4029 2 หลายเดือนก่อน

    Dada thanks kotha khini jonua are baba

  • @millionairestories1m
    @millionairestories1m 2 หลายเดือนก่อน +2

    জয় আই অসম

  • @simitalukdar9786
    @simitalukdar9786 2 หลายเดือนก่อน +2

    Assam t bangaladeshi miyar jonoxoinga bisforon r bikhoi 1 ta vdo lge jdi pre

  • @sasankadas4588
    @sasankadas4588 2 หลายเดือนก่อน

    ❤❤❤

  • @gunakantabaruah6243
    @gunakantabaruah6243 2 หลายเดือนก่อน

    এতিয়া আমি কম। সকলো কাৰ বঙশধৰ । ভাৰতৰ স্বাধীনতাৰ আগতে বঙ্গ মানে আজিৰ পশ্চিম বংগ আৰু বাংলাদেশ। এই সকল শেষ নৱাব চিৰাজউদৌলাৰ বঙশৰ। তেওঁৰ শাসন দুটা শক্তিৰ আছিল। এতিয়ালৈকে সেই একেই শক্তিয়ে কাম কৰি আছে। তেওঁলোকৰ নিজৰ কোনো ভবিষ্যত নাই। আছে ইটোৰ সিটোৰ ওপৰত ভৰষা নাই। ইঙৰাজ শাসকসকলে আগতেই জানি লৈ কোনো সম্পৰ্ক নাৰাখি Hypocrite আখ্যা দিছিল। পিছে এই দেশ ভাৰতৰ নহয়নে? প্ৰতিবেশী দেশৰ সকলো শোষন দমন নিৰ্যাতন ভাৰতৰ ওপৰত তাৰ প্ৰভাৱ পৰে। তাতকৈ অধিক ভয়ানক কথা যে বিদেশী শক্তি যি ইঙৰাজৰ দৰেই ঘাটি পতাৰ পৰিকল্পনা। আমি সেয়ে বাঙলাদেশৰ লগত সম্পৰ্ক আৰু ভাল কৰি চলা দৰকাৰ। নহ'লে বালিলৈ যি পাত‌ শৰ সুগৃবলৈয়ো একে পাত বোলা কথাষাৰ মনত ৰখা দৰকাৰ।

  • @Technicalgaoliya
    @Technicalgaoliya 2 หลายเดือนก่อน

    Sekh majibar sage 1st rastropoti asil ,,,1st prodhan montri nasil sage

  • @gitalidas4076
    @gitalidas4076 2 หลายเดือนก่อน

    ☺️☺️☺️

  • @dipankarhazarika5213
    @dipankarhazarika5213 2 หลายเดือนก่อน

    কথাখিনি সকলোৱে বুজি পালে ভাল।

  • @NKMedia-d6k
    @NKMedia-d6k 2 หลายเดือนก่อน

    শ্বেখ হাছিনাৰ দৰে আলাই আথানি আমাৰ মোদী আৰু মামাৰো হব নেকি?

  • @NAnews24x7
    @NAnews24x7 2 หลายเดือนก่อน +12

    Dada politics join korok. Apunar lgt asu

    • @ilovevideocreate6464
      @ilovevideocreate6464 2 หลายเดือนก่อน

      Nalge ateai politics koribo dadai aru sikha loi lahe lahe joni kora2 bisaru ami xodai thakim apunar lgt

  • @deulankhui
    @deulankhui 2 หลายเดือนก่อน +3

    USA e jitu krim buli vabile krihe erile ( moi tumi kuaburu bujisu bro moiu BJP supporter nhoi but still eitu kintu bro USA r kam)

  • @tahidurrahman-f21
    @tahidurrahman-f21 2 หลายเดือนก่อน

    Moi politics t join krib bisaro dada

  • @gunakantabaruah6243
    @gunakantabaruah6243 2 หลายเดือนก่อน

    Hypocrate .

  • @anuragsankarofficeal6045
    @anuragsankarofficeal6045 2 หลายเดือนก่อน +1

    Sem amar modia kori ase birudhik vuwa cas logai fosai jail dise like kejriwal

  • @dibakarphukan8536
    @dibakarphukan8536 2 หลายเดือนก่อน

    সুন্দৰ বিশ্লেষণ