ধ্ৰুপদী ভাষাৰ সন্মান|| উৎসৱৰ মাজতেই তিতা বাস্তৱ সত্য

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 ม.ค. 2025

ความคิดเห็น • 177

  • @RarePriiij
    @RarePriiij 2 หลายเดือนก่อน +2

    মই এজন ইংৰাজী মাধ্যমৰ ছাত্ৰ কিন্তু অসমীয়া ভাষা মোৰ প্ৰাণৰ আপোন,ভাল লাগে সেই মহা মহা সাহিত্যিকৰ নিভাঁজ সাহিত্যসৃষ্টি,ভালপাওঁ সেই কবিতাৰ শব্দৰ মায়াজালত হবলে বন্দী ,সঁচাকৈয়ে ভাষাটোৰ যি স্বকীয়তা, যি নিজস্ব গৰিমা সেয়া অনন্য অতুলনীয় । আহক আমি সকলোৱে অসমীয়া ভাষাটোৰ মৰ্যদা অক্ষু্ণ্ন ৰাখিবলৈ মনে-প্ৰাণে আমাৰ কৰণীয় কৰ্তব্য প্ৰতিপালন কৰিবলৈ আগবাঢ়ি আহো ।💖

  • @santarambordoloi6491
    @santarambordoloi6491 2 หลายเดือนก่อน +29

    ১০০% শুদ্ধ।মোবাইলৰ পষ্ট আৰু কমেণ্টবোৰো অসমীয়াত লিখাৰ প্ৰয়োজন।

    • @dcdc2972
      @dcdc2972 2 หลายเดือนก่อน +2

      হয়,মন্তব্য বুলি লিখিব আমাৰ ভাষাৰ প'ষ্ট সমূহোও।

    • @sitaramdoley3222
      @sitaramdoley3222 2 หลายเดือนก่อน

      হয়, এশ শতাংশ শুদ্ধ । হয়, মন্তব্যবোৰো নিশ্চিতভাৱে অসমীয়া ভাষাত লিখিব লাগে ।

    • @taruadhyapak3872
      @taruadhyapak3872 2 หลายเดือนก่อน

      ❤❤❤❤😅😅😭😘😅😅😮

  • @exsbchchariali6970
    @exsbchchariali6970 2 หลายเดือนก่อน +3

    এক সৎ প্ৰচেষ্টা , ইয়াৰ বাবে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ব্যক্তি ৰ আন্তৰিক আগ্ৰহ ও সহযোগী তাৰ নিশ্চয় কৈ প্ৰয়োজন হৈ পৰিছে।

  • @PrbinChutia
    @PrbinChutia 2 หลายเดือนก่อน +13

    অশেষ ধন্যবাদ ত্ৰিদীপ ভাইটি, অসমীয়া ভাষাৰ এই জটিল সন্ধিক্ষণত তুমি‌ এটি অতি গুৰুত্বপূৰ্ণ ,প্ৰসঙ্গিক বিযয়ত আলোক পাত কৰি চৰকাৰ তথাএকাংশ অসমীয়া মানুহৰ জন সচেতনতা বৃদ্ধি কৰা বাবে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ লগে লগে চৰকাৰে ভাষা গৌৰব সপ্তাহ পালন কৰাটো আদৰণিয় পদক্ষেপ যদিও কি কি পদক্ষেপ গ্ৰহণ কৰিলে বা আন্তগাঠনিৰ উন্নয়ন সাধন কৰিলে দিনক দিনে নিশকতীয়া হৈ অহা ভাষাটোৰ শ্ৰী বৃদ্ধি ঘটিব তাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰাটোহে জৰোৰি কথা। ধন্যবাদ।

  • @zonakmahanta
    @zonakmahanta 2 หลายเดือนก่อน +14

    সুন্দৰ বিশ্লেষণ। লগতে এটা কথা নকৈ নোৱাৰিলোঁ যে তুমি বৰ ধুনীয়াকৈ অসমীয়াত কথা কোৱা। আজিৰ দিনত বিৰল হৈ পৰা এক কলা!!!

  • @janulahon9911
    @janulahon9911 2 หลายเดือนก่อน +9

    সচাঁ কথা ।ধনাত্মক বিশ্লেষণ। অসমীয়াই এই কথাবোৰ অন্তৰেৰে অনুধাৱন কৰি আগবাঢ়িবৰ হ'ল ।তোমাক ধন্যবাদ । জনাইছো।

  • @Himanta441
    @Himanta441 2 หลายเดือนก่อน +5

    ধ্ৰুপদী ভাষা এটা শিকাটো বাধ্যতামূলক হব লাগে । অসমৰ বিষয়া সকলৰ বাবে ।

  • @miturajsaikia306
    @miturajsaikia306 หลายเดือนก่อน

    সহমত প্ৰকাশ কৰিলোঁ। ভাষাটোৰ কাৰণে সঁচাকৈ সকলো সজাগ হ'বৰ হ'ল, নহ'লে লাহে লাহে সংস্কৃতৰ কাষলৈ যাবলৈ বৰ বেছি দিন নালাগিব !

  • @sukanyagogoi8721
    @sukanyagogoi8721 2 หลายเดือนก่อน +5

    তোমাৰ কথাখিনিত একমত। সুন্দৰ বিশ্লেষণ।

  • @nijaraborah
    @nijaraborah 2 หลายเดือนก่อน +2

    সম্পূৰ্ণ শুদ্ধ কথা কৈছে। আপোনাক ধন্যবাদ জনাইছোঁ।

  • @hemantadas2357
    @hemantadas2357 2 หลายเดือนก่อน +19

    Hosa aru postive katha bur tumihe koisa Dear brother Tridib ,,,,,,,Tumaloi Hazar Salute,,,

    • @greenngogoi9678
      @greenngogoi9678 2 หลายเดือนก่อน

      A wise man once said, “never trust a person in front of the camera”

  • @satishchandraneog3562
    @satishchandraneog3562 หลายเดือนก่อน +1

    গোটেই কেইটা কথা ১০০% সত্য।

  • @nabadas2528
    @nabadas2528 2 หลายเดือนก่อน +9

    অপূৰ্ব বক্তব্য, সুন্দৰ বিশ্লেষণ, তোমাৰ ভাব প্ৰকাশ সুন্দৰ, তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিছো, তোমাৰ সুন্দৰ ভাষন মনত উৎসা পাওঁ।
    জয় আই অসম ❤

  • @bagadbilla452
    @bagadbilla452 2 หลายเดือนก่อน +5

    সঠিক ভাবে বিশ্লেষণ আগবঢ়ালে। বহুত ভাল লাগিল। ধন্যবাদ।

  • @kalpanabhuyan2372
    @kalpanabhuyan2372 2 หลายเดือนก่อน +5

    একদম সচাঁ আৰু শুদ্ধ কথা ✅💯

  • @jyoticharoh
    @jyoticharoh 2 หลายเดือนก่อน +5

    সচা কথা। অসমীয়াই, প্ৰথম শব্দটোৱেই সন্তানক নিজৰ ভাষাত নিশিকাই। সকলোৱে ভবাৰ প্ৰয়োজন আছে। (মামমী, পাপপা)।

  • @RajenchetiaChetiaRajen
    @RajenchetiaChetiaRajen 2 หลายเดือนก่อน +5

    সত্য কথা ,ধ্ৰুপদী ভাষা লৈ আনন্দ কৰি থকা সকলে ঘৰত সম্পূৰ্ণ শুদ্ধকৈ অসমীয়া কথা পাতিবলৈ প্ৰচেষ্টা লওক ।

  • @ydooll3644
    @ydooll3644 2 หลายเดือนก่อน +3

    এই বিষয়ত ধেমাজি গ্ৰন্থ মেলাত এখন তৰ্ক প্ৰতিযোগিতাৰ জৰিয়তে আলোচনা কৰা হৈছিল
    কেইটামান কথা সংযোগ কৰিব বিছাৰিলো
    ১. গাৱঁৰ গঞা কেইজনে ভাষাটো জীয়াই ৰাখিছে
    ২. অসমীয়া ভাষাৰ প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে UNICODE ত স্থান পোৱাটো গুৰুত্বপূৰ্ণ
    ৩. সংস্থাপনৰ সৈতে ভাষাটোৰ সংযোগ গুৰুত্বপূৰ্ণ
    ৪. কিতাপৰ কথাটো হ'ল উপলব্ধতা আৰু অসমীয়া ভাল মানদণ্ডৰ লগতে কিতাপ খনৰ প্ৰচাৰ
    ৫. চৰকাৰী বিদ্যালয় আৰু কাৰ্যালয়ত অসমীয়া মাধ‍্যমত শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীক প্ৰাধান্য দিয়া

  • @GameZone-kn7vo
    @GameZone-kn7vo 2 หลายเดือนก่อน +4

    সঁচা কথা, আজিকালি বহুতে বেছি আধুনিকতাৰ গ্ৰাসত নিজৰ মাতৃভাষা টো কবলৈ লাজ কৰে, কিজানিবা কোনোবাই হাঁহে ইংৰাজী ক'ব নজনা গাঁৱলীয়া বুলি, ইংৰাজী ক'ব নাজানিলে "অশিক্ষিত" কিন্তু অসমীয়া ক'ব নাজানিলে "so called standard" সেয়াহে আজি অসমৰ অধিকাংশ লোকৰ মানসিকতা, ভাষা টো জীয়াই ৰাখিবলৈ হ'লে এই মানসিকতা সলনি কৰিব লাগিব সকলোৱে, অকল চৰকাৰ কে আঙুলিয়াই দোষ দিলে নহ'ব, নিজেও শুদ্ধ হোৱা অতিকে প্ৰয়োজন

  • @mridulsarma627
    @mridulsarma627 2 หลายเดือนก่อน +2

    অতি সময়োপযোগী পৰ্যালোচনা

  • @bidyutbikashgogoi5722
    @bidyutbikashgogoi5722 2 หลายเดือนก่อน +4

    এক গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰা বাবে ধন্যবাদ দাদা ❤

  • @kamalkalita338
    @kamalkalita338 2 หลายเดือนก่อน +4

    বাবা তুমি আৰু আগুৱাই যোৱা আৰু ইতিহাস উদঙাই দিয়া তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো তোমালোকৰ দৰে লৰা ছোৱালীয়ে অসমৰ ভবিষ্যত জিয়াই ৰাখিব লাগিব

  • @MinatiSarmah
    @MinatiSarmah หลายเดือนก่อน

    বেষ্টতাৰ মাজতো ভাষাৰ ওপৰত এনে ধৰণৰ বিৱৰণী জানিবলৈ পাই বৰ ভাল লাগিছে

  • @ganeshsarma706
    @ganeshsarma706 2 หลายเดือนก่อน

    সত্য কথা আমাৰ বৰ্তমান সাহিত্য সভাই ভোজ মেল হে পাতে বুদ্ধি জীৱী সমাজৰ লোৰ চচমা অৰ্থ নিতী বিদৰ কথা কবলৈ নাই জাতীয় সংগঠন বুলি এচাম ব্যৱসায়ী হ'ল।

  • @Biki-l9r
    @Biki-l9r 2 หลายเดือนก่อน +7

    সঁচা কথা দাদা ❤ অসমীয়া হৈ অসমীয়া কব নজনা আৰু কবলৈ ইচ্ছা নকৰা জাতি প্ৰেমী মানুহখিনিক ধিক্কাৰ 💔
    ইংৰাজী মাধ্যমত পঢ়া বুলি গৌৰৱ কৰি লাভ নাই যদি আপুনি বা আপোনাৰ লৰা ছোৱালী য়ে অসমীয়া ভাষা কব নাজানে,,Tridib দাদাৰ কথা খিনি চুই গল। এনেকৈ য়ে আপুনি মাত মাতি যাব বুলি আশা কৰিলো।। ভগৱানে ভালে ৰাখক আপোনাক ❤️🔥

  • @pravachutia931
    @pravachutia931 2 หลายเดือนก่อน +3

    . বহুত ভাল কথা কাটাকাটির , লৰা ছোৱালী ইংৰাজী মাধ্যমত পঢ়াই কিছুমান মানুহে অসমীয়া ভাষাৰ কথা কয় । হাহি উঠা কথা।

  • @sitaramdoley3222
    @sitaramdoley3222 2 หลายเดือนก่อน +1

    অ.লো.সে.আ-ত অসমীয়া বাধ্যতামূলক প্ৰশ্ন-কাকতখন পুনৰ প্ৰৱৰ্তন কৰাৰ হকে এটা তীব্ৰ সংগ্ৰাম আৰম্ভ কৰিব লাগে । এনেদৰে কৰি চৰকাৰক বাধ্য কৰাব লাগে । পুনৰ প্ৰৱৰ্তন নকৰালৈকে জোৰদাৰ দৰকাৰ হ'লে জংগী আন্দলন অব্যাহত ৰাখিব লাগে । অসমীয়া ভাষাৰ দৰেই মিচিং ভাষাৰো মৃত্যুঘণ্টা জোৰ জোৰকৈ বাজিছে । পাণ বজাৰৰ কিতাপৰ দোকান থকা ঠাইডোখৰ অসম যেন লাগে । লাগে ইংলেণ্ড যেন ।

  • @rajatgogoi1241
    @rajatgogoi1241 2 หลายเดือนก่อน

    ১০০%সঁচা।

  • @soos777
    @soos777 2 หลายเดือนก่อน +1

    খুবেই ভাল আৰু প্ৰয়োজনীয় কথা কৈছে।

  • @jslp9dj
    @jslp9dj 2 หลายเดือนก่อน +2

    নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহন কৰাৰ আৰু চৰ্চা কৰাৰ অধিকাৰ সকলোতে থকা উচিত

  • @achyutbora7746
    @achyutbora7746 2 หลายเดือนก่อน +2

    সুন্দৰ বিশ্লেষণ।

  • @KamalDas-ob2lx
    @KamalDas-ob2lx 2 หลายเดือนก่อน +9

    অসমৰ প্ৰতিখন বিদ্যালয়তে অসমীয়া ভাষাৰ শিক্ষা বাধ্যতামূলক কৰিব লাগিব ।

  • @DIPALIGOGOI-vo7kj
    @DIPALIGOGOI-vo7kj 2 หลายเดือนก่อน +1

    বৰ ধুনীয়াকৈ কৈছা

  • @gupensaikia
    @gupensaikia 2 หลายเดือนก่อน +2

    আপোনাক ধন্যবাদ । সঁচা কথা ।

  • @SBsMusic-p3e
    @SBsMusic-p3e 2 หลายเดือนก่อน +1

    একেবাৰে শুদ্ধ কথা।

  • @KunjalalDeka
    @KunjalalDeka 2 หลายเดือนก่อน +4

    তোমাৰ কথা খিনি সমৰ্থন কৰিলোঁ। তোমাক ধন্যবাদ।

  • @kirtybhuyan687
    @kirtybhuyan687 2 หลายเดือนก่อน

    সুন্দৰ বিশ্লেষণ

  • @mrinalhaloi8766
    @mrinalhaloi8766 2 หลายเดือนก่อน +1

    সুন্দৰ আৰু স্পষ্ট কথা কৈছে👏

  • @dhirajfddfbarua1276
    @dhirajfddfbarua1276 2 หลายเดือนก่อน +1

    সঁচা কথা আৰু বৰ গুৰুত্বপূৰ্ণ

  • @darpankonwar598
    @darpankonwar598 หลายเดือนก่อน

    Hosa kotha

  • @parashpallabhazarika2626
    @parashpallabhazarika2626 2 หลายเดือนก่อน +1

    সময়োপযোগী👍

  • @pranamikadas7648
    @pranamikadas7648 2 หลายเดือนก่อน

    খুব সুন্দৰ আৰু সঁচা কথা কৈছা।

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 2 หลายเดือนก่อน +2

    এনে বক্তব্যৰ প্ৰয়োজনীয়তা নিশ্চয় কৈ আছে । জাতিয়ে ইয়াৰ মূল্য দিব লাগিব ।

  • @jayantakalita353
    @jayantakalita353 2 หลายเดือนก่อน +1

    সচাঁ কথা । ধন্যবাদ

  • @ChampakRajbongshi-ge9ry
    @ChampakRajbongshi-ge9ry 2 หลายเดือนก่อน

    সঁচা কথা দাদা

  • @nakulkalita8777
    @nakulkalita8777 2 หลายเดือนก่อน

    সত্য কথা ।

  • @NKMedia-d6k
    @NKMedia-d6k 2 หลายเดือนก่อน +6

    ভাষা ”ধ্ৰুপদী” হ’লে নহব
    কিমানে ভাষাতো কয়
    কিমানে ভাষাতো জীয়াই ৰখাৰ চেষ্টা কৰিছে
    ভাষাতো কিমান প্ৰচলিত সেইটোতহে গুৰুত্ব দিয়া উচিত

  • @debanandabharali5111
    @debanandabharali5111 2 หลายเดือนก่อน +3

    সুন্দৰ

  • @kankanasaloi6521
    @kankanasaloi6521 2 หลายเดือนก่อน +2

    Ekdm❤

  • @taradoi7957
    @taradoi7957 2 หลายเดือนก่อน +5

    মেৰ মনৰ দৃষ্টিৰে----------------
    যি কও সঁচা কও --------;;----+
    অসমীয়া মানুহে অথ'হীন ভাৱে কেতিয়াবা আৱেগত ডুব যায় ভাষা সপ্তাহ পাতিলেই ভাষা জীয়াই নেথাকে । ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালেই অসমীয়া ভাষাৰ অস্তিত্ব নেথাকে যদি আমি অসমীয়া ভাষাৰ বাবে কাম নকৰো চৰকাৰে যদি ভাষাৰ হৈ কাম নকৰে ।আজিলৈকে চৰকাৰী কাযা'লয়ত অসমীয়া ভাষাৰ প্ৰয়োগ হোৱা নাই বাকী খিনি নকওয়ে ।

  • @Assam-Gov-Video3601
    @Assam-Gov-Video3601 2 หลายเดือนก่อน +5

    আপোনাৰ video বোৰ সঁচাই সুকীয়া ❤

  • @tumonbaruah1
    @tumonbaruah1 2 หลายเดือนก่อน

    সত্য খথা কৈছে❤❤❤❤❤❤❤

  • @animatedanime7274
    @animatedanime7274 2 หลายเดือนก่อน +1

    Akdom xosa kotha

  • @mukutdeka9347
    @mukutdeka9347 2 หลายเดือนก่อน +1

    ১০০% শুদ্ধ ।

  • @pabitragogoi8654
    @pabitragogoi8654 2 หลายเดือนก่อน +2

    ekdom hosa kotha koisa Dada.

  • @rabindranath3537
    @rabindranath3537 หลายเดือนก่อน

    Very good speech

  • @Education-k-n5t
    @Education-k-n5t 2 หลายเดือนก่อน

    চিৰন্তন সত্য কথা কৈছা ❤।

  • @3rdparsonssingularnumber9
    @3rdparsonssingularnumber9 2 หลายเดือนก่อน +2

    একদম শুদ্ধ কথা। একমত

  • @dilipdekabaruah7629
    @dilipdekabaruah7629 2 หลายเดือนก่อน

    ত্ৰিদীপ ভাগৱতীয়ে অসমীয়া ভাষাৰ সন্দৰ্ভত প্ৰকাশ কৰা চিন্তাধাৰাৰ গুৰুত্ব আৰু তাৎপৰ্য আমি প্ৰত্যেক জন অসমীয়াই হৃদয়ঙ্গম কৰা উচিৎ। যিদৰে গৃহস্থবিহীন ঘৰৰ মূল্য
    নাই , সেই দৰে ভাষা - স‌‍‌ংস্কৃতি নথকা জাতিৰো কোনো অস্তিত্ব আৰু মূল্য নাই। আনহাতে এটা জাতিৰ সাহিত্য,সংস্কৃতি , সভ্যতা-এই সকলোৰে ধাত্ৰী -মাতৃ হ'ল আমাৰ মাতৃভাষা।

  • @JayPegu321
    @JayPegu321 2 หลายเดือนก่อน

    সঁচা কথা, অসমীয়া মাধ্যমত পঢ়ি এতিয়া সকলো কাম ইংৰাজীতেই লিখিবলগীয়া হৈছে ,গতিকে অসমীয়া ভাষাটো জীয়াব বিচাৰিলে আমাৰ অসমত অন্যান্য সকলো কামবোৰ অসমীয়াতে হ'ব লাগে...

  • @narayanbabubharali9846
    @narayanbabubharali9846 2 หลายเดือนก่อน +1

    ভাল,সুন্দৰ দাদা।

  • @BubulBaruah-bq5wh
    @BubulBaruah-bq5wh 2 หลายเดือนก่อน

    বহুত ভাল🙏

  • @bhaskardeka3284
    @bhaskardeka3284 2 หลายเดือนก่อน

    সুন্দৰ উপস্থাপন 😊

  • @JANATAGOUR
    @JANATAGOUR 2 หลายเดือนก่อน +2

    100 % Right 👍

  • @CHANDRAPROVAGOGOI-x1e
    @CHANDRAPROVAGOGOI-x1e 2 หลายเดือนก่อน +1

    আপোনাৰ কথাখিনি ভাল লাগিল ।😮

  • @nikulahkar6838
    @nikulahkar6838 2 หลายเดือนก่อน +1

    একেবাৰে সচা কথা

  • @anantamoran6611
    @anantamoran6611 2 หลายเดือนก่อน

    সুন্দৰ বাতাবৰণ

  • @fajirali4029
    @fajirali4029 2 หลายเดือนก่อน

    সচা কথা দাদা ❤❤

  • @dimbeswariborgohain2266
    @dimbeswariborgohain2266 2 หลายเดือนก่อน

    Thanks you very much.

  • @manashidutta8643
    @manashidutta8643 2 หลายเดือนก่อน +1

    ভাল লাগিল

  • @bituborah5265
    @bituborah5265 2 หลายเดือนก่อน

    সুন্দৰ ❤

  • @BhaneswarPangging
    @BhaneswarPangging 2 หลายเดือนก่อน

    Yes yes yes yes yes yes yes ❤❤❤😮😮😮

  • @ajitphukan7345
    @ajitphukan7345 2 หลายเดือนก่อน

    তোমাৰ কথাবোৰ ভাল লাগে ।

  • @monujko7820
    @monujko7820 2 หลายเดือนก่อน

    অপ্ৰিয় হলেও সত্য

  • @julihatibaruah8594
    @julihatibaruah8594 2 หลายเดือนก่อน

    মই একমত।

  • @binupegu5977
    @binupegu5977 2 หลายเดือนก่อน +2

    Right

  • @hemantadas2357
    @hemantadas2357 2 หลายเดือนก่อน +1

    Tumi kuwa khinie Real and correct

  • @usharanisaikia6912
    @usharanisaikia6912 2 หลายเดือนก่อน +2

    একেবাৰে সত্য। আজি কালি মোবাইল ত ইংৰাজী ত কমেন্ট লিখনি অতি দুঃখজনক।

  • @ParchiGogoi-vs5kq
    @ParchiGogoi-vs5kq 2 หลายเดือนก่อน +2

    অসমৰ ৰাজনীতিত আপোনাৰ প্ৰয়োজন আছে দাদা ,,😊

  • @amarkalita2735
    @amarkalita2735 2 หลายเดือนก่อน

    শুদ্ধ কৈছে দাদা ।

  • @kjeng9809
    @kjeng9809 2 หลายเดือนก่อน

    ১০০% সচা কথা

  • @bitupandas8667
    @bitupandas8667 2 หลายเดือนก่อน +9

    আপোনাৰ ভিডিঅ'বোৰ পৰা সচায় বহু শিক্ষা পাওঁ।

  • @Shua_098
    @Shua_098 2 หลายเดือนก่อน

    Cent percent correct, tridi p, u r truly inspiring d whole Assamese. We should be practical.

  • @MorangoanSchool-ci7fe
    @MorangoanSchool-ci7fe 2 หลายเดือนก่อน

    Good

  • @Zazeee
    @Zazeee 2 หลายเดือนก่อน +6

    APSC ত অসমীয়া বাধ্যতামূলক কৰক

  • @Hritwik_14
    @Hritwik_14 2 หลายเดือนก่อน

    Axomiya deka lora ulei aha❤

  • @pranabbarman9255
    @pranabbarman9255 2 หลายเดือนก่อน

    Right 👍 brother

  • @chantudas2692
    @chantudas2692 2 หลายเดือนก่อน

    👍👍👍👍

  • @dhananjaykchaudhary1501
    @dhananjaykchaudhary1501 2 หลายเดือนก่อน +1

    Right dada ❤

  • @trishna1323
    @trishna1323 2 หลายเดือนก่อน +2

    ত্ৰিদীৱ সঁচা কথা কৈছা, মাক দেউতাকে 11:34 আজিকালি ল'ৰা ছোৱালীয়ে ইংৰাজী ত কথা ক'লে গপতে উফন্দি থাকে, অসমীয়া নাজানে বুলি গৌৰৱ কৰে

  • @Khunchaw-Q1p
    @Khunchaw-Q1p 2 หลายเดือนก่อน

    মইও তোমাৰ দৰেই বিশ্লেষণ কৰি চাইছিলো এই বিষয়টো।

  • @mainbaburao
    @mainbaburao 2 หลายเดือนก่อน +2

    আমাৰ নেতা, চৰকাৰী বিষয়া/ কৰ্মচাৰী সকলৰ ল'ৰা- ছোৱালী অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত পঢ়া শুনা কৰে নেকি? দৰমহা লাভ কৰে চৰকাৰৰ পৰা আৰু নিজৰ সন্তানক দেশ বিদেশৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াই। সকলোৱে সাধাৰণ মানুহক মূৰ্খ বনাই আছে।

  • @PrabalSaikiaPrabalSaikia
    @PrabalSaikiaPrabalSaikia 2 หลายเดือนก่อน

    Dada apunar video bur sai bhal lage. Morigaon r pora saisu

  • @AnkanPuru
    @AnkanPuru 2 หลายเดือนก่อน

    Tridip thank you

  • @bijonbhuyan8312
    @bijonbhuyan8312 2 หลายเดือนก่อน

    একমত

  • @JagadishChutia-jy8ux
    @JagadishChutia-jy8ux 2 หลายเดือนก่อน +1

  • @narayanbabubharali9846
    @narayanbabubharali9846 2 หลายเดือนก่อน +1

    সকলোৱে আমাৰ ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিব লাগে ।

  • @deeptamuli
    @deeptamuli หลายเดือนก่อน

    তেনেকে আপুনি ভাবিছে, কোনেওঁ কোৱা নাই একো সমস্যা নাই বুলি

  • @kokolidutta1721
    @kokolidutta1721 2 หลายเดือนก่อน +1

    নিযুক্তি পৰীক্ষা পাঠ্যক্ৰমত (syllabus) সমূহত
    ইংৰাজী ভাষাক, ইংৰাজী ব্যাকৰণত বেছি গুৰুত্ব দিছে, ধ্ৰুপদী অসমীয়া ভাষা ,অসমীয়া ব্যাকৰণ, গুৰুত্ব দিয়া নাই ।
    শিক্ষক নিযুক্তি পৰীক্ষাত ইংৰাজী ৩০ নম্বৰ দিয়া হৈছে আৰু অসমীয়া শূণ্য নম্বৰ দিয়া হৈছে
    ঠিক তেনেদৰে ADRE পৰীক্ষাতো ইংৰাজী ভাষাক বেছি গুৰুত্ব দিলে, অসমীয়া ভাষাক গুৰুত্ব নিদিলে । ইংৰাজী ৬০ নম্বৰ দিয়া হৈছে আৰু অসমীয়া শূণ্য নম্বৰ দিয়া হৈছে ।
    ইয়াৰ পৰা বুজা গৈছে ধ্ৰুপদী অসমীয়া ভাষাৰ গুৰুত্ব কিমান । আৰু দহ বছৰ পিছত 😔

  • @saratdeka3948
    @saratdeka3948 2 หลายเดือนก่อน

    Taio u tuber.