ความคิดเห็น •

  • @puspanjalideka9541
    @puspanjalideka9541 2 หลายเดือนก่อน +100

    আপোনাৰ বয়সৰ মানুহে এনেধৰণৰ কথাৰ ওপৰত চকু দিয়া বাবে অতি ধন্যবাদ।

  • @অসমীয়াগীত-ঙ৯খ
    @অসমীয়াগীত-ঙ৯খ 2 หลายเดือนก่อน +92

    বলবমত যোৱা অসমীয়া কেইটাই আকৌ বহাগ বিহুত হুঁচৰি মাৰিবলৈ লাজ পাই ।

  • @gnd1382
    @gnd1382 2 หลายเดือนก่อน +32

    আশা কৰিছো,অসমীয়া মানুহে এই কথাবোৰ হৃদয়ঙ্গম কৰিব।

  • @mamatachakraborty-xq5by
    @mamatachakraborty-xq5by 2 หลายเดือนก่อน +14

    ভাইটি তোমাৰ লগত ম্ই সহমত। এইবিলাক চব টিভি চিৰিয়েলৰ কুফল। আমি সকলোয়ে উত্তৰ ভাৰতৰ সংস্কৃতি অনুকৰণ কৰি নিজকে বহুত স্মার্ট বুলি ভাবো। বিয়া, পূজা সকলোতে সিহতকে অনুকৰণ কৰো।

  • @ProbalKhataniar
    @ProbalKhataniar 2 หลายเดือนก่อน +32

    হয় সম্পূৰ্ণ সত্যকথা,অপসংস্কৃতিয়ে গ্ৰাস কৰিছে আমাক ।ইয়াৰ বাবে দায়ী থলগিৰী আমি অসমীয়া সকল।

  • @munmuncreation123
    @munmuncreation123 2 หลายเดือนก่อน +11

    ধন্যবাদ তৃদিপ। এই কথাবোৰ মই বহু আলোচনা কৰিছিলো,বহু সামাজিক মাধ্যমত লিখিলো কিন্তু যিহেতু মোৰ কোনো সামাজিক ভিত্তি নাই এতেকে বহু কথা কলেও কোনেও শুনিব নিবিচাৰে। তুমি কথাবোৰ উপস্থাপন কৰিলা । ধন্যবাদ।🙏🙏

  • @hiteshborah1367
    @hiteshborah1367 2 หลายเดือนก่อน +24

    বৰ সুন্দৰ কথাখিনি জানিবলৈ পালোঁ। আমাৰ জাতিটোৰ শেহতীয়াকৈ বৰ অৰ্দ্ধপতনৰ দিখে গতি কৰা যেন লাগিছে ।

  • @basantarajbongshi9835
    @basantarajbongshi9835 2 หลายเดือนก่อน +36

    সুন্দৰ কথা কৈছে
    আপোনাৰ সৈতে ময়ো একমত
    বল বমৰ এই উদ্ভভনদালী বোৰ বন্ধ কৰিব লাগে

  • @biswajitroy6116
    @biswajitroy6116 2 หลายเดือนก่อน +12

    ত্ৰিদীপ ভাই, বহুত ভাল লাগিল । আপুনি কথাষাৰ ইমান সুন্দৰকৈ বিশ্লেষণ কৰাৰ বাবে। 🙏🙏

  • @jurisarmah3442
    @jurisarmah3442 2 หลายเดือนก่อน +10

    ত্ৰিদিপ তোমাৰ কথা খিনি ১০০% সত্য 🙏

  • @NavarunBoruah-c6h
    @NavarunBoruah-c6h 2 หลายเดือนก่อน +24

    👍
    পশ্চিম বংগৰ অমানৱীয় ঘটনাটোৰ ওপৰতো ক'ব !
    অসমীয়া সমাজতো এনে বিষয়ৰ প্ৰতি জনজাগৰণৰ আৱশ্যকতা আছে

  • @pranjalj.chakravarty9152
    @pranjalj.chakravarty9152 2 หลายเดือนก่อน +17

    সময়োপযোগী এটি বিষয় আৰু অতি সুন্দৰ উপস্থাপন।

  • @ratuldas423
    @ratuldas423 หลายเดือนก่อน

    সময়োপযোগী তথা ঐতিহাসিক তথ্য সমৃদ্ধ ভিডিওটোৰ বাবে ধন্যবাদ। অসমৰ এচাম হিন্দুেৱ উত্তৰ ভাৰতৰ হিন্দু সকলৰ সংস্কৃতিহে শ্ৰেষ্ঠ বুলি ভাবে আৰু সেই সমাজৰ ভণ্ডামি ভৰা কৰ্ম-কাণ্ডবোৰ আমদানি কৰে। অসমৰ নৱ নিৰ্মিত মন্দিৰ সমূহো উত্তৰ ভাৰতীয় নিৰ্মাণ শৈলীতহে সজা দেখা গৈছে। এই মানসিকতা ধিক্কাৰজনক।

  • @madhurjyadeka5248
    @madhurjyadeka5248 2 หลายเดือนก่อน +10

    সত্য আৰু সুন্দৰ ভাবনা ।এনেকুৱা আলোচনা প্ৰয়োজন অসমীয়াৰ বাবে ।অসমীয়া হ'লে বেয়া পোৱাৰ কাৰন নাই ।ভবিষ্যত আৰু আশা কৰিলো ।

  • @nabadas2528
    @nabadas2528 2 หลายเดือนก่อน +11

    অপূৰ্ব পদক্ষেপ তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো

  • @momigogoi9238
    @momigogoi9238 2 หลายเดือนก่อน +8

    বৰ প্ৰয়োজনীয় কথাখিনি অসমৰ ৰাইজক উপস্হাপন কৰিলা ।
    বিশেষ কৈ ডেকা যুৱক যুৱতীসকলে তোমাৰ কথাখিনিক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব বুলি ভাবিছো ।

  • @nijaradas1801
    @nijaradas1801 2 หลายเดือนก่อน +13

    আপোনাৰ বয়সৰ এগৰাকীৰ এনে ধৰনৰ সচেতনতাৰ অলপ হলেও যোগাত্মক প্ৰভাৱ পৰিব বুলি আশা কৰিলো । সকলোৱেই কথাখিনি হৃদয়ঙ্গম কৰা
    উচিত ।

  • @busloversassam04444
    @busloversassam04444 หลายเดือนก่อน +5

    ভাল লাগিল।বৰ সুন্দৰকৈ বুজাই দিছে আমাৰ অসমৰ শিৱ পূজাৰ ইতিহাসৰ বিষয়ে ।

  • @jyotishsarma7563
    @jyotishsarma7563 หลายเดือนก่อน

    Bhut guruttpurna kotha koise.Apunar ei sesta khodai abyahata thakok🙏🙏

  • @relaxeverythingisfine5154
    @relaxeverythingisfine5154 2 หลายเดือนก่อน +7

    Thank you Tridip for raising this issue, it is a shame for us as Assamese, how we are immerging with other traditions, when we have such a rich tradition, Bhupen dai kuar dore 'Ajir Axomiyai Nijok Nisinile, Axomote Mogoniya Hobo', Gotike homoi thakute axomiya manuhe amar gaurav ujjal itihakh sini lua2 val.

  • @girijyotichetia4930
    @girijyotichetia4930 2 หลายเดือนก่อน +20

    অতি সুন্দৰ সময়োপযোগী আলোচনা। অসমীয়া মানুহৰ আজি ঘৰচিৰিকাৰ ৰূপ ।কোনো স্বকীয়তা নথকা এটা জাতিক দুদিনমানৰ পিছত মিউজিয়ামতহে ৰবগৈ ।অসমীয়া মানুহ চাবলৈ মিউজিয়ামলৈ যাব লাগিব। ধিক অসমীয়া মানুহ নহয়, অসম শ্মশান নোহে কোনে কয় ---'

  • @rajusarma9691
    @rajusarma9691 2 หลายเดือนก่อน +9

    দূখ লাগে। অসমীয়া ডেকা চামক লৈ। ভগৱানে অসমীয়া ক সুমতি দিয়ক

  • @budheswarnath6516
    @budheswarnath6516 2 หลายเดือนก่อน +8

    অসমীয়া সকলে আজিকালি " অপ সংস্কৃতি " বোৰক অতি সোনকালে আঁকোৱালি লোৱা দেখা গৈছে ... বিশেষকৈ যুৱক- যুৱতী সকলে.....!!

  • @kborah6263
    @kborah6263 2 หลายเดือนก่อน +11

    ভোজপুৰী গানত উত্তাল হোৱা আমাৰ শিৱ ভক্ত সকলে নিজৰ স্বাকিয়তাতো বজাই ৰাখিলে ভাল হয়।কাৰণ আমাৰ অগ্ৰজ সকলক আমি আমাৰ সক্ৰীয়তাটো বজাই ৰাখিবলৈ প্ৰেৰণা যোগাব লাগিব। ঔম নমহ শিৱ।

  • @kaberideb28
    @kaberideb28 2 หลายเดือนก่อน +5

    I was born and brought up in Upper Assam, so the fact of "kanwar yatra" has been relevant for me, during our childhood we saw immense dedication and devotion by the youths,kids, men and women in groups etc following up for this devotional yatra ..
    Those were the golden days...
    For the last 4-5 years I have been witnessing a drastic shift in this ceremony and purpose, trust me Tinsukia today doesn't feel like the place I was born in, never in my life I imagined this place and its people would have such an impact of "Bol Bam", this cultural shift in the name of spirituality is nothing but a threat to our society and the people residing here perhaps its sad that people don't realise..
    I never understood the reason behind putting up such massive sound boxes,Dj sets and generators following up a devotional journey and the songs played up aren't to be mentioned even... This year I have witnessed the worst that followed up in Doom Dooma..
    Tridip this message was needed and I appreciate the fact that you spoke up .. Thank You so much ...
    Devotion & Spirituality comes from within but not at the cost of conveying the wrong message for the sake of destroying our own Culture & Society.

  • @nikulahkar6838
    @nikulahkar6838 2 หลายเดือนก่อน +2

    সময়োপযোগী এটি বিষয় । আৰু সুন্দৰ উপস্থাপন।

  • @umeshknwr9667
    @umeshknwr9667 2 หลายเดือนก่อน +7

    সুন্দৰ আৰু এশ শতাংখই সত্য কথা।

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 2 หลายเดือนก่อน +7

    *আজিকালি বিহু, বিয়া, কলেজ function, স্কুল function, Christmas, জুবিনৰ সংগীতানুষ্ঠান আদি সকলোতে মদ খাই মাতাল হয় কিছু সংখ্যাক লোকে।*
    *মদ আৰু pronography অসমৰ অথবা ভাৰতৰ বাবে অভিশাপ। কলিকতাত যিটো ঘটনা হল সেইটো চিন্তাজনক। অসম চৰকাৰ আৰু ভাৰতৰ প্ৰায়ভাগ চৰকাৰে মদৰ পৰা পোৱা ৰাজহৰ মোহত মোহাছিন্ন। কিন্তু অসম আৰু অসমীয়া মানুহে চিন্তা কৰা উচিত যিমান টকা চৰকাৰে ৰাজহ সংগ্ৰহ কৰে তাতকৈ বহুত বেছি টকা বাহিৰৰ ৰাজ্যত গুচি যায় কিয়নো মদ অসমত উৎপাদন নহয়। কোটি কোটি টকা অসমৰ পৰা ওলাই যায় কেবল অসমত মদাহী থাকি যায়।*
    *বাহিৰৰ ৰাজ্য সমূহত মদ আজিকালি বহুত খাই কিন্তু অসমত মদৰ পৰা গৈ ড্ৰাগছ ত ধৰে। বহু অসমীয়াই ড্ৰাগছ আসক্ত আৰু বহু অসমিঞা ড্ৰাগছৰ বেপাৰী?*

  • @bijoybarman9373
    @bijoybarman9373 2 หลายเดือนก่อน +3

    ভাল কথা এটা উত্থাপন কৰিছে আপুনি

  • @popiborah3897
    @popiborah3897 2 หลายเดือนก่อน +4

    মনপুত এক আলোচনা ❤

  • @ReenaDewri-lx6ql
    @ReenaDewri-lx6ql หลายเดือนก่อน +2

    সঁচা কথা কবলৈ হ'লে আমি ইয়াক পগলা সমাজ বুলি কম ।কাৰন নগাঁও কলঙৰ পাৰত বল বম সমাজখনক তেওঁ লোকে নিজেই পগলা সমাজ বুলি ছাইনবোৰ্ড আৰি ৰাখিছে। এইয়া পূজা সেৱা , শ্ৰদ্ধা ভক্তি ও নহয় মাথো পাগলামিৰ বাহিৰে একো নহয় । আমাৰ অসমীয়া মানুহৰ স্বকীয়তা নাই । অন্য সোঁতত উঠি ভাহি ফুৰা তুলুঙা পদাৰ্থ। ইমানকে কলো । আমি এতিয়াও টোপনিতে আছোঁ ।জাগিবৰ হ'ল ।

  • @ultimatecreation....
    @ultimatecreation.... 2 หลายเดือนก่อน +9

    সুন্দৰ উপস্থাপন ৷৷
    কিন্তু সেই ল’লিপপৰ ব’লবম
    ভক্ত খুব কম ঘুৰি আহে , উপাসনা নহয় মৰিবলৈ যায় ৷

  • @utpalkrgogoi7430
    @utpalkrgogoi7430 2 หลายเดือนก่อน +2

    খুব সুন্দৰ বিশ্লেষণ,,,, হয়টো সমালোচনা পাত্ৰ হব। তথাপি সঁচা কথা।❤

  • @PrbinChutia
    @PrbinChutia 2 หลายเดือนก่อน

    তোমালৈ অশেষ ধন্যবাদ থাকিল ত্ৰিদীপ ভাইটি।তোমি এটি বৰ সুন্দৰ, সময়োপযোগী আৰু চিন্তা উদ্ৰেককাৰী বিশ্লেষন আগবঢ়াইছা। সঁচাকৈয়ে আজি আমাৰ সমাজৰ একাংশ লোকে, ঈশ্বৰ ভক্তি তথা ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত যি উদ্ভণ্ডালি,উশৃংসল আৰু অসহিষ্ণু আচৰণ কৰিব ধৰিছে,ই অতিকৈ চিন্তনীয় বিষয় আৰু সমাজত ই ইতিমধ্যে বিৰূপ প্ৰভাৱ পেলাইছে। বাতৰিকাকত, টিভিৰ জৰিয়তে আমি সকলোৱে এই কথা জানো বা অৱগত। কিন্তু কথা হ'ল, আমাৰ সমাজৰ ইমান অৱক্ষয বা অধঃপতনৰ বাবে দায়ী কোন‍? নিশ্চয় আমাৰ একাংশ অভিভাৱক বা পিতৃ মাতৃ বুলি ভাবো,কাৰণ আমি পিতৃ মাতৃ সকলে সন্তান জন্ম দিছোঁ ঠিকেই, কিন্তু সন্তানৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য ভালদৰে পালন কৰিবপৰা নাই বা কৰা নাই।ঘৰ খনেই ল'ৰা ছোৱালীৰ শিক্ষাৰ কঠিয়া তলি বুলি কোৱা হয়, গতিকে প্ৰত্যেক গৰাকী পিতৃ মাতৃ বা অভিভাৱকে সৰুৰে পৰাই নিজৰ সন্তানক,সজ আচৰণ,সজ বচন, বিনয়ী, শিষ্টাচাৰ, নৈতিকতা আদি জ্ঞানেৰে সমৃদ্ধ কৰি সঠিক পথত আগুৱাই দিব পাৰিব লাগিব।এই কণ দায়িত্ব সুচাৰুৰূপে পালন কৰিলে, কেতিয়াও আমাৰ ল'ৰা ছোৱালী বিপথ গামিতা নহয়,উশৃংসল নহয় বা সমাজৰ বোজা নহয়।তাকে নকৰি,আমি অধিকাংশ পিতৃ মাতৃ বা অভিভাৱকে নিজৰ ভাল পৰম্পৰা খিনি এৰি, পশ্চিমিয়া সংস্কৃতিৰ কায়দাৰে নিজৰ সন্তানৰ বাৰ্থদে পতিছো,কেক কাটিছো,চাকি বন্তি জ্বলোৱাৰ পৰিৱৰ্তে মম জ্বলাই হেপি বাৰ্থদে টু‌ ইউ,গাইছো আৰু পৰিয়াল বৰ্গ, আত্মীয় স্বজন তথা বন্ধু বান্ধৱী সকলক নিমন্ত্ৰণ কৰি আনি মদে ভাতে খাই ৰংৰহস্য কৰিছোঁ আৰু আমাৰ কণ কণ ল'ৰা ছোৱালী বিলাককো কেনেকৈ মদ ভাং খাই উচ্চস্বৰত মিউজিক বজাই হিন্দী গীতৰ তালে তালে অশালীন ভাৱে নাচি বাগি উদ্ভণ্ডালি কৰিব লাগে, উশৃংসল পৰিস্থিতিৰ সৃষ্টি কৰিব লাগে,আমি অভিভাৱক সকলেই দেখুৱাই গৈ থকা নাই নে? সমাজৰ এনে বিলাক ল'ৰা ছোৱালীয়েই এদিন ডাঙৰ দীঘল হৈ এনে ধৰণৰ অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি নকৰে নে? গতিকে আমাৰ অভিভাৱক সকল বা পিতৃ-মাতৃ সকল সদায় সচেতন, দায়িত্ব শীল, মৰমীয়াল আৰু কৰ্তব্য পৰায়ণ হব লাগিব।তেহে ভৱিষ্যতৰ দিনত এখনি সুস্থ,সবল আৰু সুন্দৰ সমাজৰ আশা কৰিব পাৰি। ধন্যবাদ।

  • @aspirantlife789
    @aspirantlife789 หลายเดือนก่อน

    Thank you rising the issue

  • @SittaranjanDas
    @SittaranjanDas 2 หลายเดือนก่อน +1

    চিন্তনিয় বিষয় প্ৰকাশ কৰিছা ধন্যবাদ আপোনালৈ।

  • @dipikahazarika7245
    @dipikahazarika7245 หลายเดือนก่อน

    আনক অনুকৰণ কৰি ভগৱানক ভক্তি কৰাটো ভুল নহয় যদিহে শান্ত সিষ্ট আৰু সৈম্য ভাবে কৰা সদাচাৰ আৰু শ্ৰদ্ধাৰে কৰা ভক্তি হয়,বিভিন্ন ভক্তই ভক্তি ভিন্য ভাবে কৰে, ভাবেই ভক্তি কিন্তু এনে উদণ্ডতাৰে কৰা ভক্তি আগুন্তক উঠি অহা নতুন প্ৰজন্মৰ বাবে অতি ভয়ানক । গতিকে আমাৰ প্ৰশাসনৰ ও এই ক্ষেত্ৰত কিছো কৰণীয় আছে বুলি ভাবো। ধন্যবাদ।

  • @kinkumsddas5171
    @kinkumsddas5171 2 หลายเดือนก่อน +1

    ভাল লাগিল কথাখিনি শুনি ❤ সত্য কথা কৈছে ত্ৰিদীপ দা 🙏

  • @bishwadeepgogoi5436
    @bishwadeepgogoi5436 หลายเดือนก่อน +2

    অতি দৃষ্টি কটু....এই উদ্ভণ্ডালিৰ ভৱিষ্যতে যে হ'ব, এই কথা মহাপুৰুষ দুজনাই দুৰদৰ্শিতাৰে অনুভৱ কৰিছিল, সেয়ে ইমান সুন্দৰ নিয়ম শৃংখলিত, বিজ্ঞান সন্মত এক শৰণ কৃষ্ণ সংস্কৃতিৰ সৃষ্টি কৰি থৈ গৈছিল। যাতে অসমীয়া কোনো দিন জহন্নামৰ বাটত যাব নালাগে। কিন্তু আজিৰ অসমীয়াই যিবোৰ কৰ্মত ব‍্যস্ত...কবলৈ ভাষা হেৰাইছে....

  • @JibanGogoi-wn1tp
    @JibanGogoi-wn1tp หลายเดือนก่อน

    ধন্যবাদ সময়োচিত আলোচ্য বিষয় ৷

  • @riikikashyap6322
    @riikikashyap6322 2 หลายเดือนก่อน +3

    সুন্দৰ মন্তব্য দাদা শুনি ভাল লাগিল ধন্যবাদ দাদা

  • @bijukhatowal9575
    @bijukhatowal9575 2 หลายเดือนก่อน +1

    ভাল হৈছে । অসমীয়া উন্নতি হৈছে । ভোজপুৰী সংগীত লাগিব ই আমাক ।

  • @santanudas5145
    @santanudas5145 2 หลายเดือนก่อน +7

    আপোনাৰ কথাবোৰ শুনিলে কিছু হ'লেও সকাহ পাওঁ, আপোনাৰ বয়সৰ যুৱকেও এইধৰণৰ চিন্তা কৰে ইমান পৰিপক্ক ভাৱে , আপোনাৰ দৰে মানুহৰ বাবেই অসমীয়া জাতি জীয়াই থাকিব বুলি আশা জাগে

  • @bikulekharu3572
    @bikulekharu3572 2 หลายเดือนก่อน +4

    হয় ককাইদেউ। সুন্দৰ কথা কৈছে।

  • @mb.divine5992
    @mb.divine5992 2 หลายเดือนก่อน +1

    ধন্যবাদ তৃদীপ কথাখিনি সুন্দৰকৈ কোৱাবাবে ।

  • @musicsurabhi5992
    @musicsurabhi5992 หลายเดือนก่อน

    বৰ সুন্দৰ কথা। এই কথাখিনি মুক্ত ভাৱে তুলি ধৰাৰ বাবে আপোনাক ধন্যবাদ। কিন্তু পৰিতাপৰ কথাটো হ'ল - ইয়াৰ বাবে সচেতন মহলত যথেষ্ট আলোচনা হোৱা নাই যেন লগিছে। ইয়াৰ উপায় হে চিন্তা কৰিব লাগে....

  • @rimisarkar4122
    @rimisarkar4122 2 หลายเดือนก่อน +1

    Khub relevant kotha koise. Dhanyabad jonalu

  • @Harikrishna63G
    @Harikrishna63G 2 หลายเดือนก่อน +3

    তৃদ্বীপ বাপ, কৃষ্ণ কৃষ্ণ। মই ভাবো অসমীয়া লোকে আনৰ সংস্কৃতি গ্ৰহণ কৰি বৰ বা বা লয়। গাওঁ ও টো সুলভ দৃশ।

  • @pradipkhoud4665
    @pradipkhoud4665 หลายเดือนก่อน +1

    সত্যম, শিবম , সুন্দৰম ! শিৱ পূজাৰ নামত কোনো ধৰণৰ উৎপাত, অশান্তি, চিঞৰ বাখৰৰ স্থান নাই! প্ৰকৃত শাস্ত্ৰৰ তত্ত্ব জনা সকলৰ মতে কৃষ্ণ, নাৰায়ণ তথা বিষ্ণু ভগৱান শিৱৰ পৰা পৃথক বা বেলেগ নহয় ! বোল বমৰ নামত অসমৰ কিছু কিছু অঞ্চলত অপসংস্কৃতি হৈছে, ইয়াৰ বাবে বলিষ্ঠ ভূমিকা লব লাগিব পিতৃ মাতৃৰ লগতে সমাজ!

  • @mintudb5406
    @mintudb5406 2 หลายเดือนก่อน +1

    খুব সুন্দৰ ভাৱে বিশ্লেষণ কৰা হৈছে। It's a matter of time when our culture Will perish unless we intervene as a community loyal to its culture.

  • @arpanbora8423
    @arpanbora8423 2 หลายเดือนก่อน +1

    Wonderfull ❣️❣️❣️ great work dada

  • @AshimBorgohain
    @AshimBorgohain หลายเดือนก่อน

    সুন্দৰ কথা কৈছে

  • @nabajyotiray931
    @nabajyotiray931 2 หลายเดือนก่อน +3

    আপুনি খুবেই ভাল কথা কৈছে

  • @BHODRESWARBORA-y6l
    @BHODRESWARBORA-y6l หลายเดือนก่อน

    কথা বোৰ অসমৰ মানুহে গুৰুত্বপূৰ্ণ ভাৱে লৱ বুলি আশা কৰিলো ।

  • @padmeshwardeka7740
    @padmeshwardeka7740 หลายเดือนก่อน +1

    কোনোবাই বেয়া পোৱালৈ ভয় কৰা লোক অমুকা নহয় ।।।।।
    নিৰ্ভ‌য়ে উদঙাই দিয়ক। নিজৰ অস্তিত্ব চিনি নোপোৱা ফোপোলা ফোপজহী বোলবম অসমীয়া কেইটাৰ।।
    ধন্যবাদ।।

  • @kushalchetia2670
    @kushalchetia2670 2 หลายเดือนก่อน +6

    অসমত শিৱ পুজা কৰিছিল । কিন্ত ৰাস্তাত বলবম বুলিচিঞৰা নাছিল ।

  • @sanjaykalita-p9q
    @sanjaykalita-p9q หลายเดือนก่อน +1

    মোৰ মনৰ কথাকে কৈছে। আমাৰ অসমৰ কিছুমান লৰা বিলাকৰ ৰাজহাৰ নাই।

  • @dhirendrakumarbordoloi3709
    @dhirendrakumarbordoloi3709 2 หลายเดือนก่อน +53

    Bol bomar birudhita àamio nakaro. Kintu mod bhang khai rastat uddam nriya Kari puja karile bhagawan santusta hai neki? Anya dharmar loke aamar Hindu dharamak hahibahe. A ne bahih rajyar sanskriti grahan jogya nahai

    • @jadav5123
      @jadav5123 2 หลายเดือนก่อน +3

      😊right cmt sir . Puja maney mod bhung kori anondo nohoi jin lage .Puja maney bhogobanok hontusta deya .

    • @wrongwithyou-i9i
      @wrongwithyou-i9i หลายเดือนก่อน +1

      তোমালোকৰ এনেকুৱা ভাৱ যেন অসমত বলবোমৰ কাৰণেই অসমত গঞ্জা আদি খাই ।।
      কিন্তু অসমীয়া ডেকা বুঢ়া দেখোন গোটেই 12 মাহেই ভাং মদ খাই থাকে , অধপতনৰ কাৰনে দোষ বেলেগক দি দিলে ।।

    • @wrongwithyou-i9i
      @wrongwithyou-i9i หลายเดือนก่อน

      বিহুৰ সময়ত কি কোনো উদ্ভান্দলি নকৰে ?

    • @rajdeepdas5347
      @rajdeepdas5347 หลายเดือนก่อน

      ​@@wrongwithyou-i9iBihut kora aro bhogobanor namot korar majot parthokyo ase

    • @mgnkl
      @mgnkl หลายเดือนก่อน +2

      ​​@@wrongwithyou-i9i Bihu Bhogobanok Aradhona koru nki? Aru lolipop lagelu amar sanskriti nki? Bolbom koro Bihart ja, Bihur birudhita koro kela Bihari makasudu

  • @kochbitulrajbonshi689
    @kochbitulrajbonshi689 หลายเดือนก่อน +1

    হয় ঠিকেই কৈছে আপুনি, মোৰ মতে আধ্যাত্মিকতা বা ঈশ্বৰৰ সাধনা সাত্তিক মনোভাৱৰে কৰা উচিত, ডি জে বজাই তামসিক মনোভাৱৰে নহয়।

  • @bidit.cht2448
    @bidit.cht2448 2 หลายเดือนก่อน +3

    এইসকল hybrid অসমীয়া , জাত এৰা অসমীয়া (হায় মোৰ অসমীয়া)!

  • @PM-gw1ou
    @PM-gw1ou 2 หลายเดือนก่อน +2

    আপোনাৰ লগত মইও একমত। আনক অনুসৰণ কৰা জাতিয়ে হৈছে অসমীয়া।

  • @padmapaninath
    @padmapaninath 2 หลายเดือนก่อน +5

    অসমৰ এচাম মানুহ হাৱাত উটি ফুৰা

  • @sabita3055
    @sabita3055 2 หลายเดือนก่อน +2

    বহুত ধন্যবাদ

  • @chandandeka5633
    @chandandeka5633 หลายเดือนก่อน +1

    মজা এই বোৰ কেলা জহৰা। অসমীয়া নামৰ কলংক এই জহৰা বোৰ। মই ইহতক আখ্যা দিছো ন বিহাৰী বুলি ।

  • @mdbipulahmed
    @mdbipulahmed 2 หลายเดือนก่อน +1

    হয় আপুনি মোৰ মনৰ কৈছে৷আমি লাহে লাহে নিজৰ উন্নত সংস্কৃতি পৰহাৰ কৰি বেলেগৰ Cultur গ্ৰহন কৰিছে৷বৰ দুখৰ কথা

  • @KamalDas-ob2lx
    @KamalDas-ob2lx 2 หลายเดือนก่อน +2

    খুউব ভাল কথা কৈছে ।

  • @chandrakantahaloi8204
    @chandrakantahaloi8204 2 หลายเดือนก่อน

    Very good presentation, thank you

  • @narendradas5609
    @narendradas5609 หลายเดือนก่อน

    Good analyses

  • @PratulMedhi-p9o
    @PratulMedhi-p9o 2 หลายเดือนก่อน +1

    An excellent introspection to keep reserve our native and ethnic culture.

  • @axomcinematic2606
    @axomcinematic2606 2 หลายเดือนก่อน +1

    ধুনীয়া কথা কৈছে। ময়ো একমত আপোনাৰ কথাত । জয় আই অসম ❤।

  • @UnwindPhysicsWithNamashya
    @UnwindPhysicsWithNamashya 2 หลายเดือนก่อน +1

    An eye opener and something to reflect upon as Assamese. Such acts are mockery of spiritualism.

  • @bhaswatisaikia5587
    @bhaswatisaikia5587 2 หลายเดือนก่อน +4

    সময়োপযোগী✨

  • @bishwajitmahanta8016
    @bishwajitmahanta8016 2 หลายเดือนก่อน +1

    ব'ল বম পালন কৰাটো বেয়া কথা নহয়।কিন্তু ধৰ্মীয় উৎসৱটো পালন কৰিবলৈ যাওঁতে অধৰ্ম কৰি থকাটোহে বেয়া।

  • @jumonkotoky9307
    @jumonkotoky9307 2 หลายเดือนก่อน +2

    দাদা বহুত বহুত ধন্যবাদ আপোনাক ভিদিওটো বনোৱাৰ বাবে

  • @tanveersingh3465
    @tanveersingh3465 หลายเดือนก่อน

    ভাল কথা কলে আপোনি‌।

  • @janardonbora2795
    @janardonbora2795 2 หลายเดือนก่อน +2

    গুৱাহাটীৰ বশিষ্ঠ মূণিৰ আশ্ৰমক কেন্দ্ৰ কৰি শিৱ পূজা ৰ পৰম্পৰা প্ৰচলিত আছিল। ভগৱানে শ্ৰী ৰাম আৰু শ্ৰী কৃষ্ণয়ো শিৱ ক আৰাধনা কৰিছিল। হয় আমিও দুঃখিত উল্লিখিত ঘটনাৰ বাবে।কিন্তু কেৱল বল বম ভক্তৰ যান যটৰ বাবে এনে হোৱাটো আপুনি কোৱা ধৰণে হব নোৱাৰে । যত জীৱ তত শিৱ।

  • @hemantadeka7110
    @hemantadeka7110 หลายเดือนก่อน +1

    বিয়াৰ আগদিনা আয়তীসকলে নাম গাইছিল, এতিয়া মেহেনদি , সংগীত হ'ল কি কম আৰু

  • @pradipnath8612
    @pradipnath8612 หลายเดือนก่อน

    Bhal lagise sasakoi ami nijak pahari Paraiso..Aya Amar babe beya

  • @diptanshugogoi
    @diptanshugogoi 2 หลายเดือนก่อน +4

    Bhal lagil Tridib! Ami kotha tu bujibo lagibo aru xoru burok bujabou lagibo. Manuhe jodi mone bisare, bhogoban'k nijor majote pai. Enebur udbhondali korar kunu proyojon nai.

  • @monjullaborthakur447
    @monjullaborthakur447 2 หลายเดือนก่อน +1

    বৰ ভাল কথা কৈছে

  • @jalaluddinahmed9888
    @jalaluddinahmed9888 2 หลายเดือนก่อน +3

    সময় থাকোতেই কথাবোৰ সকলোৱেই ভাবিবৰ হল। যুক্তিপূর্ণ কথাখিনিৰ বাবে ধন্যবাদ।

  • @AlimpyshreyamGogoi
    @AlimpyshreyamGogoi 2 หลายเดือนก่อน +1

    একদম জেগাত দিছে, মোৰ একেই অনুভৱ হয়

  • @urbijadas4547
    @urbijadas4547 2 หลายเดือนก่อน +1

    দ্ৰুত হাৰত বৃদ্ধি পোৱা ধৰ্ষণ সম্পৰ্কে এদিন আলোচনা কৰিব...ধৰ্ষণ সম্পৰ্কে সচেতনতা জগাই তোলাটো খুবেই আৱশ্যক...

  • @rajibkumardeka428
    @rajibkumardeka428 2 หลายเดือนก่อน

    Very good information brother 👍 👌 👏

  • @mintugogoi2017
    @mintugogoi2017 หลายเดือนก่อน

    Tumar bakya ati prashangsaniya . Moi lagat ek mat .thanks .

  • @kishorkrbaishyavlogs7820
    @kishorkrbaishyavlogs7820 2 หลายเดือนก่อน +2

    একদম ❤ সঁচা🙏

  • @AmritjyotiRajbongshi
    @AmritjyotiRajbongshi หลายเดือนก่อน +1

    বল বোম অসমীয়াৰ একো নাছিল। কিন্তু কি কম অসম অসম যেন নালাগে ।

  • @tonmoyeeborah4575
    @tonmoyeeborah4575 2 หลายเดือนก่อน +1

    অসমীয়া জাতি জীয়াই থাকিবগৈ জানো

  • @DipaBoruah-zu5ce
    @DipaBoruah-zu5ce 2 หลายเดือนก่อน +1

    আপোনাৰ সৈতে ময়ো একমত ইয়াক কেনেকৈ ৰোধ কৰিব পৰা যাব,

  • @eldrinkoch3656
    @eldrinkoch3656 หลายเดือนก่อน +1

    প্ৰকৃততে এই জাক শিৱ কোন আৰু কি একো নেজানি ৰাষ্টাই পথে হুলস্থুল কৰি আনক অসুবিধা দিয়া এজাক পাগল হে যেন লাগে... (অসমত)

  • @jennieshorts4450
    @jennieshorts4450 2 หลายเดือนก่อน +1

    Dil ki baat kehdi Dada ❤

  • @anantaborgohain3971
    @anantaborgohain3971 หลายเดือนก่อน

    আপুনি একেবাৰে সময়োপযোগী ঠিক কথা কৈছে। আপোনাৰ সতে মইও একমত।👍👍

  • @golenurhoque8038
    @golenurhoque8038 2 หลายเดือนก่อน +1

    এই বোৰ কাৰণতে অসমীয়াৰ এনে দুৰ্গতি

  • @dhrubajyotitalukdar2864
    @dhrubajyotitalukdar2864 2 หลายเดือนก่อน +2

    বৰ্তমান সময়ত অসমৰ জাতিয় উৎসৱ ব'লব'ম বুলি কলেও হয়তো ভুল ন'হৱ কাৰন যি অসমীয়াই বিহুক নিজৰ বাপুতি সাহোন বুলি কৈ আহিছিল আজি সেই বিহুকলৈ অসমীয়াৰ যি উৎসাহ তাতকৈ ব'লব'মৰ প্ৰতিহে অধিক উৎসাহ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। নিজৰ ইমান বোৰ উৎসৱ থকাৰ পিছতো আজিৰ অসমীয়াই কিয় এটা বাহিৰাগত সংস্কৃতিৰ প্ৰতি ইমান আকৃষ্ট হৈছে বুজি নাপাও। উত্তৰ ভাৰতৰ সংস্কৃতি এটাৰ প্ৰতি বৰ্তমান অসমীয়াৰ যি সহানুভূতি, কোনোবাই কব পাৰিবনে যে উত্তৰ ভাৰততো তাৰ লোক সকলে অসমীয়াৰ বাপুতি সাহোন বিহুটিক উলহ মালহেৰে পালন কৰে? ভুপেন দাই কৈ যোৱা কথাষাৰ সচা হ'ৱলৈ তেখেতৰ মৃত্যুৰ পিছত হয়তো বিশ বছৰও নালাগিল, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব।

  • @damodarbarman1163
    @damodarbarman1163 หลายเดือนก่อน

    Ekdom right kotha dada

  • @achyutbora7746
    @achyutbora7746 2 หลายเดือนก่อน +2

    আমি সৰু থাকোঁতে মা হতে কোৱা হুনিছিলোঁ, ভাদ মাহ পৱিত্ৰ মাহ। বৰ্তমান শাওন মাহ হে পৱিত্ৰ মাহ হল। সুন্দৰ বিশ্লেষণ।।

  • @medhilogichouse7859
    @medhilogichouse7859 หลายเดือนก่อน

    অসমৰ এটা শ্ৰেণী অধপতনে গৈছে।

  • @bhargabborah5002
    @bhargabborah5002 2 หลายเดือนก่อน +1

    বৰ্তমান অসমীয়াৰ অৱস্থা নেমু চৰ্বতত মিহলি কৰা চেনী নাইবা নিমখৰ নিচিনা। যিয়ে চৰ্বত খিনিৰ সোৱাদ বঢ়াবলৈ গৈ নিজৰ অস্তিত্ব নাইকিয়া কৰি পেলায়‌। আমিবোৰে বেলেগক ভালৰি লগাবলৈ গৈ বেলেগৰ ৰীতি-নীতি লগত নিজক খাপ খুৱাবলৈ চেষ্টা কৰোঁতে নিজৰ অস্তিত্ব হেৰুৱাই পেলাইছো।

  • @mrinalmedhi8346
    @mrinalmedhi8346 2 หลายเดือนก่อน +1

    আপোনাৰ কথা খিনি অন্তৰ চুই গৈছে। অসমৰ এচাম যুৱসমাজে অসমৰ বাৰে ৰহনীয়া সংস্কৃতি বাদ দি বিহাৰৰ বল বম যিটো অসমৰ ক্ষেত্ৰত অপসংস্কৃতি আশ্ৰয় লৈছে সেইটো বৰ দূখজনক। আমি ভগৱান শিৱৰ, ভোলানাথ ৰ বিৰোধী নহয়। শিৱ পূজা আমাৰ প্ৰিয়।

  • @damodarbarman1163
    @damodarbarman1163 หลายเดือนก่อน +1

    Dada apuner kothatat ekmot